Mitali Choudhury's Assamese Song : "KETIYABA MUR"

  Рет қаралды 3,477,476

SunnyTHINGs  "rijhum choudhury"

SunnyTHINGs "rijhum choudhury"

Күн бұрын

Пікірлер: 536
@duttadurna
@duttadurna 5 ай бұрын
এই গানটোৱে যেন কিবা এটা দুখ দি যায় মনত। অতি সুন্দৰ কণ্ঠদান কৰিছে। বাইদেউক ধন্যবাদ জনালো।
@renukadas4704
@renukadas4704 3 жыл бұрын
মিতালীৰ বিয়োগ অসমৰ সংগীত জগতৰ অপূৰণীয় ক্ষতি।সুন্দৰ কণঠৰ দৰদী শিলী আছিল।
@kamaldas-px7cu
@kamaldas-px7cu 4 жыл бұрын
হৃদয় চুই যোৱা গান।বহুত ভাল পাওঁ মই এই গানটো অকলে থাকিলে মই শুনি থাকো সদায়।
@mehebubhussain3505
@mehebubhussain3505 4 жыл бұрын
মই এই গীত কিমান যে শুনিছো এতিয়াও কিবা নতুন নতুন লাগে৷ সেই ৰেডিঅ যোগত যে ফোনিং কলপতৰু আছিল সেই যুগৰ পৰা শুনি আছো ৷ মিতালী বাইদেউ আপুনি অমৰ৷
@nayanjyotikalita9725
@nayanjyotikalita9725 5 жыл бұрын
অকলে থকা অৱস্হাত আজিলৈকে যে কিমান শুনিলো হিচাপ নাই।শুনি হেপাহ নপলায়।কিবা যেন স্বৰ্গীয় ৰহন সনা ,সকলো শ্ৰোতাৰ হৃদয়ৰ বাণী সংগ্ৰহ কৰি গোৱা তেনে লাগে।
@MoshmiBarman-g9z
@MoshmiBarman-g9z 5 күн бұрын
এয়াই সঁচা গীত । সঁচা শিল্পী । সঁচা আবেগ। সঁচা স্বৰ্গীয় অনুভূতি।এক উজ্জ্বল নক্ষত্ৰ। যাৰ নাম মহেন্দ্ৰ হাজৰিকা।❤
@aminurrahman1915
@aminurrahman1915 Жыл бұрын
Evergreen song.I become nostalgic and remember the days when we heard the song in radio.😊❤
@jayantakr.sarmah7971
@jayantakr.sarmah7971 6 жыл бұрын
মানুহ মাত্ৰেই জীৱনৰ কোনোবা এটি দিনত এক মুহূত্বৰ কাৰনে হ'লেও অসহায় অৱস্হা এটা আহিবই আৰু ই সত্য। ভগৱানে যেন বাইদেউক তেখেতৰ চমু জীৱন সৰ্ম্পকে সকলো আগতীয়াকৈ অৱগত কৰাৰ বাবেহে গীতটো গাইছে এনে লাগে। গীতটো অতিকৈ ভাল লাগে, অতুলনীয়।
@shivbarua4998
@shivbarua4998 4 жыл бұрын
মন জুৰ পৰি যোৱা গীত শান্ত ভাবে বৈ অহা এটি জুৰীৰ দৰে আজিও মোৰ চকুলু উলাই কাৰ কাৰ ভাল লাগে2020তো কোনে কোনে শুনিচে like কৰা
@chayadas8045
@chayadas8045 4 жыл бұрын
mor priyo gaan
@manzulhoque9507
@manzulhoque9507 4 жыл бұрын
Priyo gaan mor
@anushkashyap6336
@anushkashyap6336 4 жыл бұрын
Sem bro
@comedybpl9737
@comedybpl9737 11 ай бұрын
2024 t khuni asu😢
@DekaNabakanta
@DekaNabakanta 3 ай бұрын
​@anushkashyap6❤❤❤❤❤❤❤336
@sayedwakil6596
@sayedwakil6596 5 жыл бұрын
Mitali Baido, Your voice remind me of my mother who use to sing this song during my childhood. You have a excellent voice. Yes sometimes when you feel sad far away in Australia , this songs make you feel very nostalgic
@mainaboruah4541
@mainaboruah4541 2 жыл бұрын
Dhdhdhhdhheuuudduuudhhhdhhdhdhdhhhdhhdhudhhhdhudhhdhhjhdhhhdhhhhh
@mainaboruah4541
@mainaboruah4541 2 жыл бұрын
Ehehdhjjehjjdjjdjdjjjddjjjjddjjdjjdjjjdj
@bijudeka32
@bijudeka32 2 жыл бұрын
00
@lukukonch6221
@lukukonch6221 3 жыл бұрын
মোৰ মন,মোৰ জীৱনটো মীতালী বাইদেউৰ এই গীতটোৰ লগত সম্পূণ সোমায় গৈছো এনে অনূভৱ হৈছে,, বহুত ভাল লগা গীত!বাৰ এই গীতবোৰ যূগমীয়া হৈ ৰয় যেন,,,
@dipong_muktobihongo2312
@dipong_muktobihongo2312 6 жыл бұрын
যেতিয়া জীৱনৰ জ্বালা যন্ত্ৰণাই আগুৰি ধৰে., নিজকে শেষ কৰি দিবৰ মন যাই তেতিয়াই শুনো হিয়াখন যোৰ পেলাবলৈ মিতালী বাৰ এই প্ৰিয় গীতটো...
@SAM-hf5lt
@SAM-hf5lt 6 жыл бұрын
Dipankaru iewqqs Chetia
@emonsupercrazykids6689
@emonsupercrazykids6689 6 жыл бұрын
Moiu tatiai hunu...nijoke hntona dibloi...
@rajibchaliha9099
@rajibchaliha9099 5 жыл бұрын
Teejanbai
@shivbarua4998
@shivbarua4998 4 жыл бұрын
একদম সচা
@ajaykhataniar1683
@ajaykhataniar1683 4 жыл бұрын
Hi hop
@aq-bn3dw
@aq-bn3dw 7 жыл бұрын
This song is one of the best Assamese song that I have listen in my whole life. This song reminds me about my childhood. Today I am 15 Years old but I still listen to this song. According to me Assam is best place to live on earth. Assamese people are well educated, well mannered and very wise people. I myself being Bengali feel proud that I have born in Assam. I am From Guwahati. We Bengalis love Assamese people. Best wishes to all and Bengal and Assam should become Friends in near future. We should be united. Only Love nothing.
@akhildas6797
@akhildas6797 7 жыл бұрын
Baideur gaan mai khub vl pao
@aq-bn3dw
@aq-bn3dw 7 жыл бұрын
I also
@kishorekalita9603
@kishorekalita9603 7 жыл бұрын
Mitali be you are great
@madhumitamazumder7528
@madhumitamazumder7528 6 жыл бұрын
Good song
@dibyajyotiboro2438
@dibyajyotiboro2438 4 жыл бұрын
Politician nisinai lagil, hahaha
@jayantasarmaatom2600
@jayantasarmaatom2600 2 жыл бұрын
সুন্দৰ সুৰ । excellent , পৰম শ্ৰদ্ধাৰ কণ্ঠশিল্পী গৰাকীকক মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ । সুৰ , মিউজিক খুবেই সুন্দৰ । কিমান ধুনীয়া গান কৈ শেষ কৰিব নোৱাৰি । আচল অসমীয়া গান ।
@mohitchbordoloi8972
@mohitchbordoloi8972 Жыл бұрын
Jd
@mohitchbordoloi8972
@mohitchbordoloi8972 Жыл бұрын
O₹+
@deeprajbangshi5521
@deeprajbangshi5521 Жыл бұрын
EVERGREEN SONG......LOVELY COMPOSITION ,MUSIC ARRANGEMENT, LYRICS AND GOLDEN VOICE
@নাৰীতুমিঅনন্যা
@নাৰীতুমিঅনন্যা 5 жыл бұрын
কিমান বাৰ শুনিছোঁ, হিচাপ নাই৷ সুন্দৰ! অতি সুন্দৰ!
@kristi-d-k95
@kristi-d-k95 3 жыл бұрын
papopp
@ajoynarah2614
@ajoynarah2614 7 жыл бұрын
today is my first to listen this song.itz realy a heart touching song.m very happy with this song
@harajyotigogoi7495
@harajyotigogoi7495 6 жыл бұрын
Its realy beautiful song ... its song hs can change of human life
@taranikantachoudhury4514
@taranikantachoudhury4514 4 жыл бұрын
বিষাদবেদনাৰে ভৰা গানটি গায়ীকাই সুন্দৰ ভাবে উপস্হাপন কৰিছে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো
@chandankalita60
@chandankalita60 9 жыл бұрын
My Favrate song,,,thnxx mitali baa....from (chandan)Chanakya..rangia.
@rajdeep7357
@rajdeep7357 5 жыл бұрын
Thanks chandan
@KhilaranjanBhuyan
@KhilaranjanBhuyan 8 ай бұрын
সদায়েই তেখেত আমাৰ চিৰ নমস্য হৈ সংগীত জগতৰ ভোটা তৰা হৈ জিলিকি থাকিব!!!
@KhilaranjanBhuyan
@KhilaranjanBhuyan 8 ай бұрын
মিতালী চৌধুৰী আমাৰ সংগীত প্ৰৱাহীনি আছিল আৰু ভৱিষ্যতেও আমাৰ হৃদয়ত তেখেতৰ সংগীত প্ৰৱহমান হৈ থাকিব!
@ganeshnewar1508
@ganeshnewar1508 4 жыл бұрын
Mitali baa miss u lots🌺🌺❤❤
@smsajid9575
@smsajid9575 5 жыл бұрын
Excellent..fantastic...awesome...melodious....♥️
@priyankusarma8350
@priyankusarma8350 6 жыл бұрын
এই গানটো মোৰ বৰ ভাল লাগে ৷চিৰস্থায়ী হৈ থাকিব এই গানবোৰ ৷
@azmerali3186
@azmerali3186 3 жыл бұрын
মোৰ খুব ভাল লাগে মিতালী বাইদেউৰ গীতবোৰ । অন্তৰ স্পৰ্শ কৰি যায়।
@deepaboro4090
@deepaboro4090 6 жыл бұрын
first xunilu..bohut val lagil geet ti
@RajuDeka-se2eh
@RajuDeka-se2eh 4 ай бұрын
এটি‌ বাস্তৱ সত্য কথা। অন্তৰ চুই‌ গৈছে।
@labonsaikia8925
@labonsaikia8925 6 жыл бұрын
Bht bht bht vl lge...moi nijok bisari paw...protitu kothai mur lgt mile..nd miss u Mitali ba.
@sewalisarma3940
@sewalisarma3940 7 жыл бұрын
গান বোৰৰ মাজেৰে মিতালী বা চিৰদিনৰ বাবে জীয়াই থাকিব। মিতালী বা বহুত সোনকালে আমাৰ মাজৰ পৰা গুচি গল।তেওক আমি এই গান ৰ মাজত সদায় পাওঁ।
@bishalkharel3979
@bishalkharel3979 6 жыл бұрын
aapuni vaal khatha kole
@nurulhaque7816
@nurulhaque7816 6 жыл бұрын
হৃদয় জুৰো গান শুনি থাকিবৰ মন যায়
@gbb1998
@gbb1998 6 жыл бұрын
Oh my heart!!! These songs touch the heart to bleed in sadness...!!
@sabitadevi9646
@sabitadevi9646 5 жыл бұрын
Hi
@gajenborah1853
@gajenborah1853 5 жыл бұрын
Metali Bai deousongot Val lagey
@sbsubhash8959
@sbsubhash8959 7 жыл бұрын
Melody,,,,, দুখৰ পঞ্জীভূত ক্ষোভ গীতেৰে প্ৰকাশ ,,,,মোৰো একেই অনুভৱ ,,,,,,
@rubimech8025
@rubimech8025 5 жыл бұрын
বৰ সুন্দৰ গান
@mridulkakati1268
@mridulkakati1268 3 жыл бұрын
শুণি থাকিলে শেষ নহয মৃদুল কুমাৰ কাকতি মৰিগাও ।
@kabitabhuyan9507
@kabitabhuyan9507 5 жыл бұрын
এনেকুৱা গানবোৰৰ মাজেৰে মিতালী বা সদায় আমাৰ মাজত জীয়াই থাকিব,,
@rajibkumarrabha201
@rajibkumarrabha201 Ай бұрын
হৃদয় চুই যোৱা গীত😢😢❤❤
@tenjingterang1468
@tenjingterang1468 4 жыл бұрын
এইবূৰ গান শুনিলে চুকূলো উলাই আহে মনৰ অন্তৰত পৰা। আজি কালি এনেকুৱা গীত কিয় তৈযাৰ কৰা মানুহ অভাৱ হৈচে??
@minarhazarika1578
@minarhazarika1578 4 жыл бұрын
সচাই
@khagendas9480
@khagendas9480 4 жыл бұрын
@@minarhazarika1578 UK
@greatindia5003
@greatindia5003 4 жыл бұрын
Aaji kali ganot Allah mullah thake😆
@mickland5679
@mickland5679 6 жыл бұрын
Mitali baideo bht dhunia geet .. Muk aimatro dewtai share korise geet tu. ! Thank you Papa .
@pranabkaibarta9569
@pranabkaibarta9569 2 ай бұрын
Tumr music xuni mur bhut vl lagil____tumk ki boli xnobat jonam ___ khatara bujabo nuwari ❤❤❤❤❤❤❤❤❤❤❤❤
@Upasana5804
@Upasana5804 6 жыл бұрын
মোৰ মনটোও কেতিয়াবা বাইদেউৰ গানটোৰ দৰে মিলি যোৱাৰ দৰে অনুভৱ হয়
@binodbaruah3669
@binodbaruah3669 6 жыл бұрын
মিতালি বাৰ গান বোৰ সুনিলে মনতো বৰ দুখ লাগে ।গান তো শুনি ভাল লাগিল ।
@bidyutjyotikhaund8961
@bidyutjyotikhaund8961 6 жыл бұрын
Very lovely & heartest song...
@Miduldutta
@Miduldutta 2 жыл бұрын
ভাল লাগে এনে বোৰ গান আজি কালি এই সুখ সমন্ধীয় গান বোৰ হেৰাই গৈছে
@maznoohussain9728
@maznoohussain9728 5 ай бұрын
My most favourite Assamese singer
@prosenjitsarmabaruah401
@prosenjitsarmabaruah401 4 ай бұрын
@SukumarDutta-w4s
@SukumarDutta-w4s 2 ай бұрын
So valuable words of heart touching song singing by Monojyosna Mahanta it is lovely for all
@Cayden4442.0
@Cayden4442.0 Жыл бұрын
I love you Mitali ba nice song good voice tumi jote asa tumar Atmai Khanti Pai 🙏🙏🙏
@dhirajkumardeka4814
@dhirajkumardeka4814 5 жыл бұрын
A thing of beauty is a joy for ever....Its like a bower for us....
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
"অনুতাপ"বোলছবিৰ এটি চিৰসেউজ গীত। গীতটি শুনিলে বিষাদেৰে মনটো ভাৰাক্ৰান্ত হৈ পৰে,কাৰণ এই গৰাকী মহান শিল্পীৰ পৰা আমি যে নতুন গীত আৰু শুনিবলৈ নাপাওঁ--সেই কথাটো ভাবি। তেখেতৰ গায়কী আছিল অতি উচ্চ মানদণ্ডৰ।মাত্ৰ 11 বছৰ বয়সতে গণশিল্পী স্বৰ্গীয় খগেন মহন্ত ডাঙৰীয়াৰ সৈতে একে খন মঞ্চত গীত পৰিৱেশন কৰা এই গৰাকী দৰদী শিল্পীৰ প্ৰতিটো গীতেই শ্ৰোতাৰ অতি প্ৰিয়। নেপথ্য কণ্ঠশিল্পী হিচাবে অসমীয়া চলচ্চিত্ৰৰ যিবোৰ গীত তেখেতে পৰিবেশন কৰিছে, সেই গীত বোৰে জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছে।
@enuwarabegum5715
@enuwarabegum5715 6 жыл бұрын
Bhut val lagil geet bor xuni.thanks a lot.
@mmajumdarbaksa8389
@mmajumdarbaksa8389 6 жыл бұрын
হৃদয় পৰশা গীত। শুনিলেই সন্মোহিত হৈ ৰওঁ‌।
@mukutnath6494
@mukutnath6494 4 жыл бұрын
হৃদয় চুই যোৱা গীত ,ভাল লাগিল ।
@AmeraliAli-e4m
@AmeraliAli-e4m 2 ай бұрын
@hiranyadas4511
@hiranyadas4511 6 жыл бұрын
গানটো শুনি যেন মিতালী বাইদেও আজিও জিয়াই আচে।
@sewalibordoli8731
@sewalibordoli8731 3 жыл бұрын
বহুত ভাল লাগিল ।গানটো । মই বহুত চাও আৰু বহুত শুনো ।তুমি এনেকে দিথাকিবা গানবোৰ ।
@biswajitbarman289
@biswajitbarman289 Жыл бұрын
ইমান ধুনীয়া গীত।।হৃদয় স্পৰ্শ কৰি যায় 💔
@kumarbivutiaradhana5268
@kumarbivutiaradhana5268 6 жыл бұрын
এটা কালজয়ী গীত। যাৰ কথা আৰু সুৰ হৃদয়ত সুমাই আছে।
@surenboruah3241
@surenboruah3241 5 ай бұрын
ইমান সু মধুৰ কন্ঠ, শুনি থাকিলেও আমনি নালাগে,
@tribenibarthakur522
@tribenibarthakur522 6 жыл бұрын
Sasai Mitali bar gantu suni nijor jibonor logot mil thoka jen lage.Very nice song
@munmisaikia4807
@munmisaikia4807 5 жыл бұрын
Bohut val lage ai gantu xuni My favourite song Very very nice I love you mitali ba 😍😍😍😍😍
@rajukalita5247
@rajukalita5247 Жыл бұрын
Ei gaantur protitu xur mor jibonor logot mili goise😢
@manindranath4509
@manindranath4509 7 жыл бұрын
বাইদেউৰ গীতটিৰ সতে মোৰ মিল আছে , ধন্যবাদ
@pradarshinipradhan7113
@pradarshinipradhan7113 7 жыл бұрын
muru
@pradarshinipradhan7113
@pradarshinipradhan7113 7 жыл бұрын
Kiran newar
@bhrigumanidas3240
@bhrigumanidas3240 6 жыл бұрын
Bhrigu Mani das
@KishorKumar-lc3kx
@KishorKumar-lc3kx 6 жыл бұрын
Muru gan tu suni bor val lage jetia okole thaku
@mintumonipatar3297
@mintumonipatar3297 6 жыл бұрын
বুজি নাপালোঁ গীতৰ মাজত তোমাৰ কি মিল বিছাৰি পালা ৷
@Rajgiyanworld
@Rajgiyanworld 3 ай бұрын
ইমান সুন্দৰ গীত বৰ ভাল লাগিছে
@bishnudas8185
@bishnudas8185 6 жыл бұрын
Khub xundarrr lga ay geet bor...
@vijaykumardev1345
@vijaykumardev1345 4 жыл бұрын
কোনে কয় মানুহে আমাক এৰি যায় ৷এই দুনিয়াত আৰম্ভণিৰ পৰা যি আছে শেষলৈকে থাকি যায় ৷ৰূপ সলনি হলেই নোহোৱা নহয়। এওঁলোক আমাৰ মাজত চিৰকাল চিৰদিন ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই থাকিব ৷অসমীয়া জাতি থকালৈকে এওঁলোক থাকি যাব আৰু আমি আমাৰ জাতিক কোনোকালে মৰিবলৈ নিদিওঁ ৷
@nitulkalita3586
@nitulkalita3586 6 жыл бұрын
Lovely song,,,, chankya Rangia Tarani.,
@pujasarma4516
@pujasarma4516 6 жыл бұрын
বহুত বহুত ভাল লাগিছে পুৰনি গীত শুনিবলৈ পাই
@mamongwala6941
@mamongwala6941 6 жыл бұрын
Ako piya piya
@ajayrajbongshi6187
@ajayrajbongshi6187 6 жыл бұрын
সোণৰ টুকুৰা একোটা এইবোৰ গান।💖💖
@jitupatorbhallagisesai6509
@jitupatorbhallagisesai6509 5 жыл бұрын
Emane je bhal lage mitali ba gaanto khunile Thanks
@ujjwalniyugassam182
@ujjwalniyugassam182 4 жыл бұрын
One of the best singer in assam
@mantukonwar1922
@mantukonwar1922 4 жыл бұрын
বৰ সুন্দৰ গীত । শুনিলেই আৰু শুনিব মন যায় ।
@purnasaikia818
@purnasaikia818 4 жыл бұрын
গানে স্মৃতিবোৰ জীৱন্ত কৰি তোলে। জীয়াই থকাৰ প্ৰেৰণা দিয়ে
@bhupendas9062
@bhupendas9062 7 жыл бұрын
বৰ সুন্দৰ গীত । এনে গীত সদায় শুনিব পাৰি !
@lakheswarlakheswar1198
@lakheswarlakheswar1198 Жыл бұрын
Gantu huni bulukone big hoi😭😭😭😭😭😭
@rintu1232
@rintu1232 7 жыл бұрын
Mitali ba dhukal... Moi ai geet ti through remember korisu
@pabitradaspabitradas2021
@pabitradaspabitradas2021 5 жыл бұрын
Wow amazing 🤗🤗🤗🙏🙏
@bidyasaikia1808
@bidyasaikia1808 2 жыл бұрын
বহুত ভাল লাগিছে।
@simrajhussain9229
@simrajhussain9229 Жыл бұрын
কলিজাত বিষাদেৰে চানি ধৰে !😢
@chrisbro8969
@chrisbro8969 10 ай бұрын
Nice song, amar mahi birat val pai etu gan
@kusumsharma4537
@kusumsharma4537 9 ай бұрын
Mitali baai miss you so good 👍👍
@rumaboruah2184
@rumaboruah2184 7 жыл бұрын
Mitaleebaa r yugomiya geetbure mok nostalgic kori tole....I LvU so much...
@TilamaThakuria
@TilamaThakuria 5 ай бұрын
Khub aabeg bhara geet❤❤❤
@ripsondaimari6136
@ripsondaimari6136 6 жыл бұрын
Bohut val lage baideor git. Mon subo para git.
@lnl6069
@lnl6069 6 ай бұрын
Baideu gua Gaanto Bortomanr logot mili goise...2024 ❤❤
@snehakhan2808
@snehakhan2808 4 жыл бұрын
I LOVE Mitali bar geet
@uddhabmahanta2570
@uddhabmahanta2570 2 жыл бұрын
Sasakoia. Ata. Hridoi mon jur pelowa sumadhur songeet.
@jalaluddinahmed5276
@jalaluddinahmed5276 3 ай бұрын
hridayor gaan. bahut bhal lage
@rimanath8555
@rimanath8555 Жыл бұрын
Mur jetiya mon tu beta lge tetiya ae gan tu hunu 😢😢😢 bohut besi dukh lage 😭😭😭
@SukroSwargiary-jn3xc
@SukroSwargiary-jn3xc Жыл бұрын
Hart song I d'nt Forget song love to you
@rajuchoudhury8090
@rajuchoudhury8090 5 жыл бұрын
Smiti aru abeg bhora sweet song , Thanks
@alakadevi5347
@alakadevi5347 2 ай бұрын
Heart touchin video
@MamoniBora
@MamoniBora Жыл бұрын
অতি সুন্দৰ গীত
@dilipkumarbordoloi548
@dilipkumarbordoloi548 6 жыл бұрын
No words to express.she was indifferent.
@AnujNath-tx6ln
@AnujNath-tx6ln Жыл бұрын
Mon beya hole ei ganto xunu Mon val lagi jai
@pranabkalits3320
@pranabkalits3320 3 жыл бұрын
My fevarat song baa
@triRC2023
@triRC2023 5 жыл бұрын
evergreen song😘😘
@gobindarajbongshi4490
@gobindarajbongshi4490 7 жыл бұрын
heart touching song . i like.......
@gautamaxom2940
@gautamaxom2940 3 жыл бұрын
সুন্দৰ ।।।।।।।
@jasitabarkalita6384
@jasitabarkalita6384 4 жыл бұрын
Mur khub bhal loga geet...kiman ber j hunisu hisab nai...
@dhanjudeka9016
@dhanjudeka9016 2 жыл бұрын
এই.গানতো.মোৰ.বহুত.ভাল.লাগে.
@Mojobaruah
@Mojobaruah Жыл бұрын
😢😢kiyo janu oxohai Jen lage
@romandas4286
@romandas4286 4 жыл бұрын
Bohut hunu .....bohut vall lage
@bharotibordoloi2389
@bharotibordoloi2389 5 жыл бұрын
এই গীতটো বাৰে বাৰা শুনিলেও হেপাহ নপলাই
@milansaikiajyoti8270
@milansaikiajyoti8270 6 жыл бұрын
really verry heart touching this song...
@maheswardeka9920
@maheswardeka9920 7 жыл бұрын
Ever green song from Assam' much loved singer Mitali Choudhury.......................................................................................
@kusumsharma4537
@kusumsharma4537 9 ай бұрын
Nice song Assamese matil ba🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
Vampire SUCKS Human Energy 🧛🏻‍♂️🪫 (ft. @StevenHe )
0:34
Alan Chikin Chow
Рет қаралды 138 МЛН
All Times Hits of Jitul Sonowal Vol. I
45:35
Assamese Golden Collections
Рет қаралды 2 МЛН
Mitali Choudhury's Assamese Song  "O HUNMONI"
5:32
SunnyTHINGs "rijhum choudhury"
Рет қаралды 4,8 МЛН