MONOR GUPON KOTHA | SEEMA BORUAH | PRITOM BARUAH | RICHA CHETRY | HRIDOY CHANDAN | NAVANIT NILAVH

  Рет қаралды 1,237,965

SEEMA BORUAH Official

SEEMA BORUAH Official

Күн бұрын

Пікірлер: 1 900
@seemaboruahofficial5057
@seemaboruahofficial5057 Жыл бұрын
সকলোকে বহুত বহুত ধন্যবাদ জনাইছো । আপোনালোকৰ মৰম, আদৰ আৰু আশীৰ্বাদে আমাক সদায় নতুন চিন্তা, নতুন কাম কৰিবলৈ সাহস দিয়ে । আপোনালোকৰ এই মৰম যাতে সদায় এনেকৈয়ে থাকে......। পুনৰ ধন্যবাদেৰে... সীমা বৰুৱা( তৰামাই )
@Khirud_dunia
@Khirud_dunia Жыл бұрын
Keep it up baa❤
@alphoolgogoi3580
@alphoolgogoi3580 Жыл бұрын
বৰ সুন্দৰ গীত। আপোনাৰ অভিনয়ৰ প্ৰশংসক আছিলোঁ সদায়, এতিয়াৰেপৰা কণ্ঠ আৰু গায়কীৰো প্ৰশংসক হৈ পৰিলোঁ। আগুৱাই যাওক।
@alimuliassam6405
@alimuliassam6405 Жыл бұрын
অনাগত দিনত আৰু নতুন আভাৰে,নতুন কাহিনীৰে,আগুৱাই যাওক বা আৰু বহুত সৃষ্টিলৈ 🎉🎉❤🌼💝🙏 #দৈৱকী #prakashbarman
@indrachutia7351
@indrachutia7351 Жыл бұрын
Nice ba
@jayantahazarika2642
@jayantahazarika2642 Жыл бұрын
Rjcjx❤
@janameechoudhury8296
@janameechoudhury8296 Жыл бұрын
বেহাৰবৰী ত মাজে মাজে আপোনাৰ কণ্ঠ শুনা পাওঁ..... তাতো ভাল লাগে শুনি..... ভাবিছিলো আপুনি ধুনীয়া গীত গাব জানে...... কিন্তু আপুনিটো সঁচাকৈ বহুত ধুনীয়া গীত গায়।.... Love you Tora (Seema)baa❤❤❤
@seemaboruahofficial5057
@seemaboruahofficial5057 Жыл бұрын
ধন্যবাদ
@utpalggoi2.082
@utpalggoi2.082 Жыл бұрын
চিমা বা কি ধুনীয়া শুৰ প্ৰীতম ,দা আৰু ৰিছা, বা ধুনীয়া অভিনয় কৰিছে আৰু আগুয়াই যোৱা তাৰে কামনা কৰিলো❤️ ।
@narjina1685
@narjina1685 Жыл бұрын
বেহাৰবাৰীত গুণ গুণাই থাকিলে আমি পাতিছিলো আপোনাৰ কণ্ঠ ধুনীয়া বুলি, আজি সম্পূৰ্ণ কৈ শুনি বৰ ভাল লাগিল ❤️❤️❤️❤️
@sonupanday2745
@sonupanday2745 Жыл бұрын
😊😮
@rajutaidofficial4
@rajutaidofficial4 Жыл бұрын
ইমান সুন্দৰ কন্ঠ তৰা বাইদেউৰ ইমান ধুনিয়া❤ কোনে কোনে তৰা বাৰ কন্ঠ ওনি বাল লাগিল like কৰা💓🙏
@adofficial3037
@adofficial3037 Жыл бұрын
Bal nohoy bhal uni nohoy xuni
@aruhan6453
@aruhan6453 Жыл бұрын
😂
@dhrubakalita3726
@dhrubakalita3726 Жыл бұрын
😂
@pompinirmol4492
@pompinirmol4492 Жыл бұрын
শুদ্ধ কৈ লিখিব এ অসমীয়া ভাষা বোৰ
@PranjolBora-s2g
@PranjolBora-s2g Жыл бұрын
Bohut Dhuniya lagise ba ❤❤❤❤
@mohendragohain1299
@mohendragohain1299 Жыл бұрын
বা..........হ সীমা, ক'ত লুকাই আছিলা ইমান দিন....!!!!! বৰ সুন্দৰ লাগিছে জানা, ধুনীয়া তোমাৰ কন্ঠ। আশীৰ্বাদ কৰিছো উন্নতিৰ চৰম শিখৰত উপনীত হ'বলৈ..…..
@seemaboruahofficial5057
@seemaboruahofficial5057 Жыл бұрын
বহুত বহুত ধন্যবাদ
@UmaktDasDas-gp6kx
@UmaktDasDas-gp6kx Жыл бұрын
নগৱা হিচাপে গৌৰৱ অনুভৱ কৰিছো। ধন্যবাদ ।
@rajumonimudoi5137
@rajumonimudoi5137 Жыл бұрын
বহুত ভাল লাগিল সীমা ,আগলৈও শুনিবলৈ পাম নিশ্চয় ,বহুত বহুত শুভেচ্ছা থাকিল।
@jayashriborah9719
@jayashriborah9719 Жыл бұрын
তোমাৰ সুমধূৰ কণ্ঠ এনেকৈ শুনি থাকিব পালে খুবেই ভাল লাগিব😊 ঈশ্বৰ তোমাৰ সহায় হ‍ওঁক ।
@meeraborahvlog
@meeraborahvlog Жыл бұрын
সুন্দৰ হৈছে গীতটি সীমা----গাই যোৱা।
@sumpukalita4736
@sumpukalita4736 Жыл бұрын
ইমান সুন্দৰ কণ্ঠ তৰা বাইদেউ ধুনীয়া হৈছে ❤
@gautambora403
@gautambora403 Жыл бұрын
ধুনীয়া লাগিছে ।।।।সীমা বা❤❤
@jitsvlogs4373
@jitsvlogs4373 Жыл бұрын
এইয়া সুৰ নহয় যেন, এটি অমৃত বাণী হে বৈ আহিছে তেনেকৱা অনুভব হৈছে। Carry on ma'am
@seemaboruahofficial5057
@seemaboruahofficial5057 Жыл бұрын
বহুত বহুত ধন্যবাদ
@MinakshiSaikia0896
@MinakshiSaikia0896 Жыл бұрын
বহুত বেছিকৈ .......ভাল লাগিল তৰা বা 🎉🎉🎉🎉
@bm2356
@bm2356 Жыл бұрын
আপোনাৰ সুমধূৰ কণ্ঠৰ ❣️💕গানটো শুনি ফুলৰ কলিৰ দৰে মৰহি যোৱা 💔 হৃদয় খন আকৌ এবাৰ ফুলি উঠিল বা 🥀 ♥️ এনেদৰেই আগলৈও আপোনাৰ কণ্ঠৰ সুৰ আমালৈ প্ৰেৰণ কৰি থাকিব বা ❤️ লখিমপুৰ পৰা বহুত বহুত মৰম আৰু শুভ কামনা যাচিলো 🥀❤️✨
@karishmitasaikia3153
@karishmitasaikia3153 Жыл бұрын
Tora ba 2mar mat2 bht dhuniya mur falr pra 2maloi bht mrm jasilu
@bharatvlog...5988
@bharatvlog...5988 Жыл бұрын
এ...তৰা বা...কি সুন্দৰ গাইছে অ.....
@gulukchangmai5937
@gulukchangmai5937 Жыл бұрын
ইমান মিঠা সুন্দৰ কণ্ঠ তৰা বাই। ভবিষ্যতেও আৰু সুন্দৰ গীত ৰাইজক উপহাৰ দিব বুলি আশা ৰাখিলোঁ।❤❤❤
@anamikadas5670
@anamikadas5670 Жыл бұрын
Wow tora ba bhut dhuniya hoise ..love u all teem
@lakhimisaikia8186
@lakhimisaikia8186 Жыл бұрын
ইমান ধুনীয়া কণ্ঠ।
@nibarannibaran5708
@nibarannibaran5708 Жыл бұрын
Dhuniya hoise.. Toramai baideu
@parishmitamout8659
@parishmitamout8659 Жыл бұрын
Bohut val lagil
@luckyfreefire4182
@luckyfreefire4182 Жыл бұрын
ধুনীয়া ❤
@xopunsagarika7110
@xopunsagarika7110 Жыл бұрын
ইমান সুন্দৰ কণ্ঠ,,,আৰু প্ৰিয়া অভিনেত্ৰী অভিনেতা❤ ৰিছা বা সদায় প্ৰিয় তুমি
@bapdhannath4657
@bapdhannath4657 Жыл бұрын
সুন্দৰ লাগিছে সিমা ? আৰু আগুৱাই যোৱা।
@chayanikanarzaryofficial
@chayanikanarzaryofficial Жыл бұрын
ইমান ধুনীয়া কণ্ঠ সুৰ আপোনাৰ বাইদেউ বহুত ভাল লাগিল গানটো
@Mainuborah8039
@Mainuborah8039 Жыл бұрын
সুন্দৰ❤❤❤
@sarbagogoi8377
@sarbagogoi8377 Жыл бұрын
বহুত ধুনীয়া কণ্ঠ আপোনাৰ, আগলৈ আৰু ধুনীয়া ধুনীয়া গীত আমাক উপহাৰ দি যাব বুলি আশা থাকিল আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো।
@ParagChetia-rz9qt
@ParagChetia-rz9qt Жыл бұрын
Bahut dhuniya lagile Mane hirdoy sui gol Mur hukhar sokulute vorile mon Tora baa best of luc joy aai akhom joy hind
@dhuntichutia3571
@dhuntichutia3571 Жыл бұрын
নকওঁ বুলিও জানো নোকোৱাকৈ থাকিব পাৰি মনৰ কথা বুজা জনে নিজেই বুজিব ভালপোৱা জনৰ মনৰ বেঠা🥺❤️
@উদ্ধৱজান
@উদ্ধৱজান Жыл бұрын
ইমান সুন্দৰকৈ সজাই তুলিছে ভাৱবোৰ! বহুতেই ভাল লাগিছে বা!
@nilavh
@nilavh Жыл бұрын
Thanks
@BD-cr9lj
@BD-cr9lj Жыл бұрын
Really bht vl hoise vdo aru singing.....
@SaraswatiGogoi-cv1sw
@SaraswatiGogoi-cv1sw Жыл бұрын
আৰু SI sar আৰু ৰিছা বা খুব সুন্দৰকৈ অভিনয় কৰিছে Video to Sai bhal lagil dei
@nilavh
@nilavh Жыл бұрын
Thank you so much😊
@papudutta8950
@papudutta8950 Жыл бұрын
ইমান মিঠা সুৰ আৰু কণ্ঠ...সীমা(তৰামাই)বাইদেউ আপুনি সঁচাকৈ অনন্যা😍😍❤️
@pabitranath6471
@pabitranath6471 Жыл бұрын
ধুনীয়া গাইছে
@bituponvlog9790
@bituponvlog9790 Жыл бұрын
আজি হোনিছো বশুত ভাল লাগি ❤️‍🩹❤️‍🩹❤️‍🩹❤️‍🩹
@harihazarikaofficial
@harihazarikaofficial Жыл бұрын
বৰ ধুনীয়া গাইছা বা
@roshmirekhabora456
@roshmirekhabora456 Жыл бұрын
মন চুই গৈছে সীমা বা 😍 ইমান ধুনীয়া কন্ঠ তোমাৰ😊
@padmabora7538
@padmabora7538 Жыл бұрын
Khub xundor kontha... Val lagil gantu agoliu apunar kanthat gan xunib pam buli axa krilu... 😍😍😍
@seemaboruahofficial5057
@seemaboruahofficial5057 Жыл бұрын
thank you
@niha42967
@niha42967 Жыл бұрын
মন চুই গৈছে আপোনাৰ এই কণ্ঠই❤... ধুনীয়া হৈছে তৰা বা.♥️❤️😚😚😚😚লগতে ৰিচা বা আৰু চাৰৰ acting কি কম😚😚😚
@PradhaanSahaab
@PradhaanSahaab Жыл бұрын
Na:né na:na Tadpo: molekang. Baa❣️
@boraxomsubhrajitbailung1289
@boraxomsubhrajitbailung1289 Жыл бұрын
আপোনাৰ কণ্ঠই হৃদয় চুই গ’ল❤️ ক’ব নোৱাৰোঁ বুজাব নোৱাৰোঁ , মনৰ গোপন কথা❤️
@sanjib0001
@sanjib0001 Жыл бұрын
Apuniu emn dhunia gan gai vobai nasilu...bohut bohut vl lagil emn hundor hundor hundor kontho❤❤❤❤❤❤love u baa
@reenadewri5426
@reenadewri5426 Жыл бұрын
অতি সুন্দৰ পৰিবেশন , সুন্দৰ কণ্ঠ ।তৰাৰ অভিনয়ে নহয় সুন্দৰকৈ গীত গাব পৰা গুণো আছে আজিহে শুনি আপ্লুত হলো 👌👌♥️♥️
@nityanandarajkhowa6875
@nityanandarajkhowa6875 Жыл бұрын
Bohut dhuniya....kontho baidew apunar....aru gaan korok...
@momiborahneog2958
@momiborahneog2958 Жыл бұрын
গানতোৱে কিবা আজি অতিতলৈ লৈ গ'ল,হৃদয় চোই গ'ল মোৰো মনৰ কথা গুপন হৈয়ে ৰৈ গ'ল কাৰবাৰ লগত সেইবাবে বুজাব নোৱাৰিলো আজিবন
@malayamedhi6597
@malayamedhi6597 Жыл бұрын
বহুত ভাল লাগিল তৰা বাইদেউ ৷ সুন্দৰ❤
@sankarrajbongshi2796
@sankarrajbongshi2796 Жыл бұрын
খুবেই ভাল লাগিল শুনি। Excellent বা , আগলৈ আশাৰে বাট চালো আন এটি সুমধুৰ গীতলৈ 💐💐💐
@harenduwara4604
@harenduwara4604 Жыл бұрын
বৰ ভাল লাগিল আপোনাৰ অংকটো মানে গীতটি শুনি । অভিনয়ো সুন্দৰ।
@edits_5679
@edits_5679 Жыл бұрын
সুন্দৰ কণ্ঠ আপোনাৰ । বহুত ভাল লাগিল ।আৰু আগবাঢ়ি যাওঁক শুভেচ্ছা থাকিল ।
@dulumonigogoi5887
@dulumonigogoi5887 Жыл бұрын
Hundor kontho❤ Seema ba💖
@jayantasingh1736
@jayantasingh1736 Жыл бұрын
Wow...Seema ba hosake bir val loga......👍❤️❤️❤️❤️🥰
@gamerboynortheast7390
@gamerboynortheast7390 Жыл бұрын
Bohut bohut val lagil ..hodai anekoi val val gan Huniboloi pam buli akha korilu.....Tora
@BhaiRaviCars
@BhaiRaviCars Жыл бұрын
বহুত মাহৰ মূৰত হৃদয় চুই যোৱা এটি গান শুনিলোঁ। আপোনাৰ কণ্ঠই গীতটোত এক অকৃত্ৰিম মাদকতা ঢালি দিছে। খুবেই প্রিয় I/C ছাৰ আৰু ৰিচা ভন্টীকো খুবেই ভাল লাগিছে। এতিয়া আৰু Repeatedly এইয়াই বাজি থাকিব। ❤❤
@navakamalboruah6651
@navakamalboruah6651 Жыл бұрын
সুন্দৰ হৈছে।
@akshayanirbangogoi3842
@akshayanirbangogoi3842 Жыл бұрын
নগিনী বাইদেউৰ অভিনয় যিমান ধুনীয়া আপোনাৰ মাতটো তাতকৈ বেছি ধুনীয়া ❤️❤️❤️
@jayantagogoi2785
@jayantagogoi2785 Жыл бұрын
Okol obhinya nohoi xondor konthoru goraki aguai jauk xundor bhabe.god bless you.
@seemaboruahofficial5057
@seemaboruahofficial5057 Жыл бұрын
ধন্যবাদ
@banashreesarmah3233
@banashreesarmah3233 Жыл бұрын
ইমান সুন্দৰ কণ্ঠ আপোনাৰ বা 😍। লগতে আকৌ প্ৰিয় অভিনেতা অভিনেত্ৰী । আগুৱাই যাওক আপুনি । 🥰🥰🥰 । love from darrang .
@anamikamedhivlogs766
@anamikamedhivlogs766 Жыл бұрын
Bhut bhut val lagise xosake song tu heart' ❤️ sui goise wow mind blowing 👍tora ba
@Dibyalakhisenapati
@Dibyalakhisenapati Жыл бұрын
Just wow🥺💙 ইমান ধুনীয়া কথা সংযোগেৰে মন পুলকিত কথা গান এটি উপহাৰ দিয়াৰ বাবে বহুত ধন্যবাদ সীমা বা❤ বহুত বেছি ভাল লগা গানতো😍নিজক বিচাৰি পালো..৫মিনিটে পুনৰ জীপাল কৰিলে এটি সন্ধ্যা😌❤️ "ক'ব নোৱাৰো, বুজাব নোৱাৰো  মনৰ গোপন কথা"🥺💗
@nilavh
@nilavh Жыл бұрын
Thank You So Much
@shankarrajbongshi9282
@shankarrajbongshi9282 Жыл бұрын
অতি সুন্দৰ বা।
@BRAV-dy8xp
@BRAV-dy8xp Жыл бұрын
Xoni val lagil gan to nice
@krishnalirajkhowa8311
@krishnalirajkhowa8311 Жыл бұрын
Bhut dhunia tumr kontho Tora baa ru aguwai juwa tumi....tumr konthot ru dhunia dhunia gaan hunibole pam buli akha thakil🥰🥰🥰
@boikuntaye1815
@boikuntaye1815 Жыл бұрын
অন্তৰ চুই গ'ল চিমা বা আপুনি সিমান দিনে কিয় গোৱা নাচিলা সিমান সুন্দৰ কণ্ঠ থকাৰ পাছতো, যি কি নহক আপোনাৰ কণ্ঠ পিছলৈ হলেও শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰ'লো।
@sangitakakati1031
@sangitakakati1031 Жыл бұрын
Wowww.... Baa tmr voice Tu khsai manibologiya
@assamcyclingboys1366
@assamcyclingboys1366 Жыл бұрын
Tora ba tumi 🔥💞📌
@simantaborgohain1459
@simantaborgohain1459 Жыл бұрын
আপোনালোকক মোৰ লগতে আমাৰ সৰু পৰিয়ালটিয়ে বৰ ভাল পাই বিশেষকৈ বেহাৰবাৰী বাস্তৱিক ঘটনাৰ episode বোৰ আপোনালোকৰ ইমান মোহনিয় অভিনয় বোৰ ( বিশেষ মোৰ মায়ে) বহুত বেছি । আজি আৰু বহুত ভাল লাগিল আপোনাৰ সুৰ ৰ লগতে ভিডিও টি। অশেষ মৰম থাকিল বা আপোনাৰ লগতে আপোনাৰ পৰিয়ালটিলৈ আৰু বেহাৰবাৰী সকলো লৈ ( বিশেষ ৰিচা বা আৰু তুমি) 🥰💛❤❤
@TanushyamChutia-oe4qs
@TanushyamChutia-oe4qs Жыл бұрын
ইমান ধুনীয়া কণ্ঠ আপোনাৰ তৰা বা🥰🥰🥰
@somiransarma5574
@somiransarma5574 Жыл бұрын
সুপ্ত প্ৰতিভা।।বহুত ভাল লাগিল।।।আগুৱাই যাওক
@promodborah3768
@promodborah3768 Жыл бұрын
ভাল লাগিছে চাই তোমাক ইমান
@madhabboruah2757
@madhabboruah2757 Жыл бұрын
Khub val lgil .❤❤
@ankitaborah1730
@ankitaborah1730 Жыл бұрын
ইমান সুন্দৰ কণ্ঠ তৰা বা,ভাল লাগিল শুনি।❤❤❤
@Archana20387
@Archana20387 Жыл бұрын
Baa Xosakoi Dhunia Hoise ❤
@one9-dhi
@one9-dhi Жыл бұрын
বুজা জনে নিজেই বুজিব ভালপোৱা জনৰ মনৰ বেথা❤💗
@anjanaborah-t3n
@anjanaborah-t3n Жыл бұрын
Bohut Val lagilgharot akole thakile gantu huni thaku amoni nalage❤❤❤❤❤❤❤❤❤❤
@munnasichoudhari1678
@munnasichoudhari1678 Жыл бұрын
সঁচাকৈ খুব সুন্দৰ গীত এটি উপভোগ কৰিলো ।।। মনটো কিবা ভাল লাগি গল 💖❤🙏🙏🙏
@utpalshyam1156
@utpalshyam1156 Жыл бұрын
Nice
@archanaboro7600
@archanaboro7600 Жыл бұрын
Hundor ❤️❤️❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏
@hemantabhuyanbhuyan2499
@hemantabhuyanbhuyan2499 Жыл бұрын
Khub dhuniya❤
@seemaboruahofficial5057
@seemaboruahofficial5057 Жыл бұрын
ধন্যবাদ
@pallabivlogs426
@pallabivlogs426 Жыл бұрын
Xundor
@sewaliwedsbhaskar8369
@sewaliwedsbhaskar8369 Жыл бұрын
বহুত বহুত সুন্দৰ 🎉
@lilaramlahon95
@lilaramlahon95 Жыл бұрын
বহুত ভাল লাগিল গানটো @Tara baa @pritom daa @richa baa 🌝❤️💕
@beauty8071
@beauty8071 Жыл бұрын
Bohut val lagise,, aagoloi aru val val ahib buli aakha korilu
@jutikasaikia3835
@jutikasaikia3835 Жыл бұрын
বৰ সুন্দৰ তুমাৰ কণ্ঠ,বৰ ভাল লাগিল আগুৱাই যোৱা বহুতো শুভকামনা তোমালৈ...
@jkcreation9237
@jkcreation9237 Жыл бұрын
সঁচাকৈ খুব সুন্দৰ গীত এটি উপভোগ কৰিলো❤।
@mgaming4080
@mgaming4080 Жыл бұрын
Tora ba uapuniu eman dhuniya gan gai ❤❤❤❤bohut val lagil
@joydeep.musical9361
@joydeep.musical9361 Жыл бұрын
Seema বা আপুনি এজনী ধুনীয়া অভিনেত্ৰি ৰ লগতে ইমানে ধুনীয়া গীত গোৱা সঁচাকৈ বহুতে ভাল হৈছে গীত টি আপোনাৰ উজ্জ্বল ভবিছত কামনা কৰিলোঁ ❤
@tutu.tutumoni
@tutu.tutumoni Жыл бұрын
Khub dhuniya hoise Seema ba ❤️
@dimpicreation4856
@dimpicreation4856 Жыл бұрын
গানটোৰ সুৰ, কথাই হৃদয় চুই গৈছে ❤❤ ভাল লাগিল বা 💝 আশা কৰো আগলৈও এনেকৈয়ে সুন্দৰ গান মাজলৈ আগবঢ়াই দিয়ে ❤💫 মাজুলীৰ পৰা বহুত বহুত মৰম ❤❤
@rintubordoloi2682
@rintubordoloi2682 Жыл бұрын
বহু ধূনীয়া বা
@seemashreedeka5656
@seemashreedeka5656 Жыл бұрын
তৰা বা আপোনাৰ শুৰ টো ধুনীয়া আৰু ৰিচা বা , প্ৰীতম দা ধুনীয়া অভিনয় কৰিছে ❤❤❤❤
@bbormb
@bbormb Жыл бұрын
শুৰ মানে হাতী শুৰ নে? গানৰ সুৰৰ কথা যদি কৈছে সুৰ বুলি কওক -শুৰ নহয়...😊
@nayanmoniburagohain2205
@nayanmoniburagohain2205 Жыл бұрын
❤Bahut bhal lagil ganto huni..seema ba
@rinkumonivlogs9415
@rinkumonivlogs9415 Жыл бұрын
মন চুই গৈছে সীমা বা ❤সঁচাই গানটো শুনি মোৰ যে চকু পানী উলাই গ'ল aji first time hunilu apunar gaan keep it up apuni ❤ bhut morm Tora ba....😘🥀 Love from Sivasagar ❤
@Hardipdeka-c8k
@Hardipdeka-c8k Жыл бұрын
ধুনীয়া ❤❤
@jugantamoran8033
@jugantamoran8033 Жыл бұрын
প্ৰেমৰ পূজাৰী বাইদেউ কণ্ঠত গীতটি হৃদয় স্পৰ্শী হৈছে👍
@Bhaskar__editz
@Bhaskar__editz Жыл бұрын
😅
@jugantamoran8033
@jugantamoran8033 Жыл бұрын
@@Bhaskar__editz 😁
@AnamikaNath-n2o
@AnamikaNath-n2o Жыл бұрын
Eman dhoniya lagise baa gan to❤❤ kebabaro xonilo😍
@numalia.s
@numalia.s Жыл бұрын
কিযে সুন্দৰ কণ্ঠ তোমাৰ বা আৰু গানৰ কলি ,সুৰ আৰু কথাই দেহ মন চুই গৈছে ❤❤
@hemantaphukan5906
@hemantaphukan5906 Жыл бұрын
বৰ ভাল লগিল বা❤❤
@VlogChannel-ot3ib
@VlogChannel-ot3ib Жыл бұрын
বহুত ধুনীয়া কণ্ঠ শুনিলে শুনি থাকিব মন যায়❤❤
@patirabha3571
@patirabha3571 Жыл бұрын
Dhuniya 😊
@biswajyotiarandhara9402
@biswajyotiarandhara9402 Жыл бұрын
খুব সুন্দৰ হৈছে বা ,, মন প্ৰাণ ভৰি গল ❤️🤗
@Devil._-Gaming
@Devil._-Gaming Жыл бұрын
Bahh Tora Baideo Apunur Notun Protibha Ata Dekha Palo Diok ❤❤❤ ❤ Val Lagil Dia Baa ❤❤❤
@phungsukwangdu9270
@phungsukwangdu9270 Жыл бұрын
Voice tu bor dhunia dekhun..multitalented...acting plus singing😍
小丑女COCO的审判。#天使 #小丑 #超人不会飞
00:53
超人不会飞
Рет қаралды 16 МЛН
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН
REAL or FAKE? #beatbox #tiktok
01:03
BeatboxJCOP
Рет қаралды 18 МЛН