Рет қаралды 37,801
Assamese song of Surya Das /Lyrics by Nitya Dutta./Lyrics of the song :
মোৰ গতি নাই
মাথো জ্যোতি আছে
মই এক ৰঙা সূৰ্য্য
মই এক ৰঙা সূৰ্য্য
মোৰ গতি নাই
মাথো জ্যোতি আছে
মোৰ গতি নাই
মাথো জ্যোতি আছে
মই এক ৰঙা সূৰ্য্য
মই এক ৰঙা সূৰ্য্য
মোৰ গতি নাই
মোৰ জ্যোতিৰে বিনাশী মেঘ
পৃথিৱীৰ যত ভণ্ড।
মোৰ গতি নাই ।।
দুচকুত আছে সৃষ্টিৰ সপোন
দুচকুত আছে সৃষ্টিৰ সপোন
নতুনৰ ৰঙা দীপ্তি
মোৰ গতি নাই
মাথো জ্যোতি আছে
মই এক ৰঙা সূৰ্য্য
মই এক ৰঙা সূৰ্য্য
মোৰ গতি নাই ।।
অভিমান নাই মই অনুৰক্ত
অভিমান নাই মই অনুৰক্ত
সৃষ্টিৰ মহান দৃষ্টি
পৃথিৱীক দিওঁ নিতে নৱৰূপ
পৃথিৱীক দিওঁ নিতে নৱৰূপ
জীৱনৰ গতি ছন্দ
হাঁহাকাৰ কৰা শত জীৱনক
হাঁহাকাৰ কৰা শত জীৱনক
ৰূপ ৰস আৰু গন্ধ
মোৰ গতি নাই
মাথো জ্যোতি আছে
মোৰ গতি নাই
মাথো জ্যোতি আছে
মই এক ৰঙা সূৰ্য্য
মই এক ৰঙা সূৰ্য্য
মোৰ গতি নাই
মোৰ গতি নাই
মোৰ গতি নাই ।।