Рет қаралды 4,224
ঢোল-পেঁপাৰ তালে তালে #উজনিৰ_মৰাণ_গাভৰু সকলে খুব সুন্দৰ ভাৱে নিত্য প্ৰদৰ্শন কৰিছে, মৰাণ বিহুৰ গিৰিপ গিৰিপ যি ভাজ সেইয়া খুব সুন্দৰ ভাৱে ফুটাই তুলিছে এই সকল মৰাণ গাভৰুৱে । #মৰাণ #বিহুৰ কিছু ভাল লগা মূহুৰ্ত এনেদৰে সাঁচি ৰাখিলোঁ। আশা কৰোঁ সকলোৱে video টো ভাল পাব। ধন্যবাদ।
#মৰাণ #জনগোষ্ঠীৰ কেওটা সংগঠনৰ উদ্যোগত
তিনিচুকীয়াৰ কৰদৈগুৰীত দুদিনীয়া কাৰ্যসূচীৰে
যুৱ সমাৰোহ-২০২৪ অনুস্থিত হয়।
#moransatrohontha
#Moran_bihu_song
#moran #বিহু
#Kordoiguri_bihu