ভাগৱত পাঠ | দীৰ্ঘ | Bhagawat Paath | প্ৰথম স্কন্ধ। মংগলাচাৰণ।

  Рет қаралды 75,375

DGMUSIC. IN

DGMUSIC. IN

Күн бұрын

Пікірлер: 167
@dipankarborah1546
@dipankarborah1546 22 күн бұрын
কৃষ্ণ🙏 বৈকুণ্ঠৰ কল্পতৰু ভাগ শ্ৰৱন কৰি দেহ-মন সাত পৰি গৈছে🙏🙏
@jyotshnasaikia9104
@jyotshnasaikia9104 11 күн бұрын
ঔম.... নমো ভাগৱতে বাসুদেৱায়🙏🙏🙏
@mainawbora39
@mainawbora39 6 ай бұрын
আপুনি আৰু ভাগবত পাথ কৰি আগবঢ়ায়,বহুত ভাল লাগে, কৃষ্ণ আপোনাৰ চৰনত সেৱা জনালো
@DirghaDutta
@DirghaDutta 4 ай бұрын
নিশ্চয় চেষ্টা কৰিম😊
@pranjalborah5425
@pranjalborah5425 6 ай бұрын
কৃষ্ণ 🙏🙏 বাপ,, জয় গুৰু শংকৰ🙏🙏🙏
@DirghaDutta
@DirghaDutta 4 ай бұрын
কৃষ্ণ প্ৰভূ
@NandeswarNath-gd1qj
@NandeswarNath-gd1qj Ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ ভগৱান 🙏🙏
@Anil-b1b
@Anil-b1b 3 ай бұрын
Om nomo bhagobaty bashudeabaiyah ❤
@AnjuRajbonshi-b3e
@AnjuRajbonshi-b3e 2 ай бұрын
Joi joi krisn raam
@birendranathgogoi6830
@birendranathgogoi6830 3 ай бұрын
Om nomu bhgawate basudevayo ! Govindo krishna !
@bharatchandra2364
@bharatchandra2364 6 ай бұрын
ধন্যবাদ, ভাল লাগিল, আৰু আগবঢ়াই নিলে অতিশয় সুখী হম।
@DirghaDutta
@DirghaDutta 4 ай бұрын
নিশ্চয় চেষ্টা কৰিম😊
@Anil-b1b
@Anil-b1b 3 ай бұрын
Jai shree Krishna ❤
@bijuli8095
@bijuli8095 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ 🙏🙏🙏🙏
@iraadhikary4385
@iraadhikary4385 6 ай бұрын
Krishna Krishna prabhu ❤
@MadhurjyaChiring-pu7qt
@MadhurjyaChiring-pu7qt 4 ай бұрын
Narayon Narayon Narayon Nomoskar Dada, kouti kouti pronam jonaisu tumak 🙏🙏 grohon koribo. Hori 🕉Hori🕉Hori 🕉....
@MonishaChutia-zf4og
@MonishaChutia-zf4og 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@DirghaDutta
@DirghaDutta 4 ай бұрын
কৃষ্ণ কৃষ্ণ😊
@RituparnaBorah-mk4tg
@RituparnaBorah-mk4tg 6 ай бұрын
Jay Shree radhakrishna❤❤....apunalukok ata onurudh koribo bisarisu....onugroh Kori axomiat hanuman jir bajarang baan aru tar ortho lage....KZbin t sobote salu kintu kotuei bajarang baan r ortho nai 😢😢 upai naikia hoi apunalukok onurudh korisu......onugroh Kori bajarang baan aru bajarang baan ortho r video dibo sun.....opekhya Kori thakim 😢 parile sesta Kori sabo sun abar 🙏 onurudh korisu apunalukok 😢🙏 sivasagar r pora bohut morom jasisu dada ❤😊
@AgnuBhumij-d3z
@AgnuBhumij-d3z 5 ай бұрын
Raju❤
@DirghaDutta
@DirghaDutta 4 ай бұрын
নিশ্চয়, পৰৱৰ্তী সময়ত আমি আপোনাৰ অনুৰোধ ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। 😊
@ArponaBora-o2p
@ArponaBora-o2p 27 күн бұрын
Joy krishna
@dhrubajyotigogoi8391
@dhrubajyotigogoi8391 5 ай бұрын
Hundor lagil.... Kintu majote abhag slock axil ebar Huna akha thakil apunar konthot.... Janma dashya yatu hanbayadirat swartheswa bhigya swarat, Teno Brahma hridajo adi koboye mujyanti jat suraya........... Akha thakil dhanyawad
@DirghaDutta
@DirghaDutta 4 ай бұрын
নিশ্চয় পৰৱৰ্তী সময়ত চেষ্টা কৰিম। ধন্যবাদ😊
@prasantasaikia4913
@prasantasaikia4913 3 ай бұрын
Shree krishna .shree krishna.
@KrishnaBoruah-g3x
@KrishnaBoruah-g3x 2 ай бұрын
সেৱা প্ৰভূ।।
@bhagyalatachowdhury3704
@bhagyalatachowdhury3704 4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ । বহুত ভাল লাগিল। ভাগৱতৰ গোটেই কেইটা খণ্ড শুনিবলৈ বৰ আগ্ৰহ আছে । কিন্ত কোনেও গোটেই ভাগৱত খন শেষ কৰি পাঠ নকৰে ।কেইটামান খণ্ড দি বন্ধ কৰে । আপোনাক বিশেষ ভাৱে অনুৰোধ জনাইছো ধাৰাবাহিক ভাৱে যাতে ভাগৱত ৰ খণ্ড বোৰ শুনিবলৈ পাওঁ ।
@ChandrakantaDuarah
@ChandrakantaDuarah 6 ай бұрын
Jay Shree Krisna Jay Shree Krisna Jay Shree Krishna
@DirghaDutta
@DirghaDutta 4 ай бұрын
Jay Shree Krishna😊
@monujhazarika8163
@monujhazarika8163 5 ай бұрын
কৃষ্ণ , সুন্দৰ কণ্ঠ আৰু ভক্তি স্বৰ উৎপন্ন হৈছে। আমাৰ এটা নিবেদন আছে, এই যে ,,, কৃষ্ণৰ নৈমিষ ক্ষেত্ৰ মহা শূণ্য স্থান বুলি উচ্চাৰণ হৈছে কিন্তু ভাগৱত গ্ৰন্থত মহা পুণ্য স্থান বুলি আমি পোৱা হৈছিল। গতিকে এইটো এবাৰ চাব দেই 🙏🙏🙏
@DirghaDutta
@DirghaDutta 4 ай бұрын
অশেষ ধন্যবাদ। হয় আপুনি ঠিকে কৈছে।মোৰ ইয়াত নৈমিষ বুলিয়ে পালো। সেয়ে তেনেকৈ গালো।😊 ধন্যবাদ আপুনি কৈ দিয়াৰ বাবে
@LabonyaSaikia-vi3yc
@LabonyaSaikia-vi3yc 2 ай бұрын
Àpunàr bhagawat path oti huñdar krishna krishna
@mridupabansarmah6020
@mridupabansarmah6020 3 ай бұрын
ঔ নম ভগৱতে বাসুদেৱয় 🙏🙏🙏🙏
@informationquizsworld2694
@informationquizsworld2694 5 ай бұрын
ভগৱন্তৰ বাঙময় মূৰ্তি ভাগৱত ভাগ ৰ প্ৰথমটি অধ্যায়ৰ শ্ৰৱণে দেহ-মন শীতল কৰি তুলিলে❤️
@DirghaDutta
@DirghaDutta 4 ай бұрын
অশেষ ধন্যবাদ। কৃষ্ণ😊
@JagatBordoloi-i3p
@JagatBordoloi-i3p 3 ай бұрын
শুনি ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻🙏🏻
@AnilLekhok
@AnilLekhok 2 ай бұрын
0ti sund0r ga ekebare jur pori g0ise pasoloiu ened0re aru srobon koriboloi pam buli asha korilu
@Roshandeep-kk5tz
@Roshandeep-kk5tz 5 ай бұрын
Joi shree Krishna
@DirghaDutta
@DirghaDutta 4 ай бұрын
কৃষ্ণ😊
@RunumiBorah-bh8ed
@RunumiBorah-bh8ed 4 ай бұрын
Nomoskar Dada, Apunak bhogomane kukhale rakhok,
@moshmibarman7661
@moshmibarman7661 5 ай бұрын
ঔ নম ভগৱতে বাসুদেৱায়। কন্ঠ নহয় অমৃতৰ নিজৰা।❤
@DirghaDutta
@DirghaDutta 4 ай бұрын
অশেষ ধন্যবাদ বাইদেউ😊
@prafullagohain5383
@prafullagohain5383 3 ай бұрын
Krishna Krishna gurudav haua janalu
@hemantagogoi8529
@hemantagogoi8529 4 ай бұрын
কৃষ্ণ 🙏🙏বাপ,,জয় গুৰু শংকৰ 🙏🙏
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 4 ай бұрын
Jai shree krishna
@MakanDeka-dx8bq
@MakanDeka-dx8bq 20 күн бұрын
Jay shree Krishna namaste 🌹🌹🌹
@subantigogoi1957
@subantigogoi1957 Ай бұрын
. হে বাপ জনা সদায় শুনি থাকিলে ও আমনি নালাগে তোমাৰ সুৰ
@GayatriKakoti
@GayatriKakoti 4 ай бұрын
ঔম নমঃ ভাগৱতে বাসুদেৱায়ঃ🙏🙏
@jayadas8035
@jayadas8035 2 ай бұрын
বহুত ধুনীয়া হৈছে । এনে ভাগৱত পাঠৰ ভিডিঅ আৰু শুনিব পাম বুলি আশা কৰিলো। ধন্যবাদ।
@RumiBorah-lb3jt
@RumiBorah-lb3jt 6 ай бұрын
Hundor
@DirghaDutta
@DirghaDutta 4 ай бұрын
ধন্যবাদ😊
@pakghorthefoodhub7059
@pakghorthefoodhub7059 5 ай бұрын
Krishna Krishna probhu dayamoy kripa koriba 🙏🙏🙏
@DirghaDutta
@DirghaDutta 4 ай бұрын
কৃষ্ণ😊
@binuloying4299
@binuloying4299 6 ай бұрын
Hundor Krishna2
@DirghaDutta
@DirghaDutta 4 ай бұрын
কৃষ্ণ😊
@hemkantihazarika9531
@hemkantihazarika9531 4 ай бұрын
কৃষ্ণ ৰাম ভাল লাগিল ভাগৱত ব্যাখ্যাৰ কৰিব আৰু শেষলৈকে শুনিব পামবুলি আশা কৰিলো❤🙏
@dipadutta8784
@dipadutta8784 6 ай бұрын
Dhunia 💕🙏
@AnilLekhok
@AnilLekhok 2 ай бұрын
He pr0bhu ki sunisu pr0bhúe kripa korok tar kamonare
@NitupanChelleng
@NitupanChelleng 3 ай бұрын
Hundor lagil🌷Krishna🙏
@Sarala24
@Sarala24 4 ай бұрын
JAI SHREE KRASHNA 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@Sarala24
@Sarala24 4 ай бұрын
বাঃ কি মজাঃ 🙏🙏🙏🙏🙏🙏💚💚💚💚💜💙💛💪
@AmbikaSharma-mz9ee
@AmbikaSharma-mz9ee 6 ай бұрын
Jay shree krishna Jay shri krishna 🌹🌹🌷🌷
@DirghaDutta
@DirghaDutta 4 ай бұрын
কৃষ্ণ😊
@AnilLekhok
@AnilLekhok 5 күн бұрын
Apunar bhagw0t path moi s0dai suni thaku ga mon jur pori jai ekebare
@PoriGogoi-bc6xp
@PoriGogoi-bc6xp 4 ай бұрын
Krishna Krishna Krishna.
@DebenBharali-jq3sp
@DebenBharali-jq3sp 8 күн бұрын
বহুত ভাল লাগে কৃষ্ণ জয় কৃষ্ণ জয়
@upanandablogs7687
@upanandablogs7687 4 ай бұрын
কৃষ্ণ কৃষ্ণ
@junumech7558
@junumech7558 6 ай бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ অতি সুন্দৰ কৃষ্ণ কৃষ্ণ
@DirghaDutta
@DirghaDutta 4 ай бұрын
কৃষ্ণ😊
@pradipgogoi3182
@pradipgogoi3182 4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ।🙏🙏🙏।
@aparajitaboruah9997
@aparajitaboruah9997 6 ай бұрын
ওমঁ নমো ভগৱতে বাসুদেৱায় নমঃ🙏🙏
@DirghaDutta
@DirghaDutta 4 ай бұрын
কৃষ্ণ😊
@debajitnath6653
@debajitnath6653 Ай бұрын
Mon ga khat pori goise..krishna
@NirencandraKalita
@NirencandraKalita 6 ай бұрын
সুন্দৰ হৈছে। ঈশ্বৰে মংগল কৰক।
@DirghaDutta
@DirghaDutta 4 ай бұрын
অশেষ ধন্যবাদ। 😊
@DirghaDutta
@DirghaDutta 4 ай бұрын
অশেষ ধন্যবাদ।
@torungogoi2340
@torungogoi2340 3 ай бұрын
Jai Shri Krishna
@birendutta6306
@birendutta6306 3 ай бұрын
Hundar presentation DJD keep it honestly
@PranjalGogoi-k3c
@PranjalGogoi-k3c 23 күн бұрын
কৃষ্ণ প্ৰভু কৃপা কৰিবা 🙏
@mintuboruah6487
@mintuboruah6487 6 ай бұрын
Krishna
@RinaGohain-dk6xd
@RinaGohain-dk6xd 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ❤🎉❤🎉❤
@DirghaDutta
@DirghaDutta 4 ай бұрын
কৃষ্ণ😊
@manishaboruah8516
@manishaboruah8516 6 ай бұрын
অতি সুন্দৰ।
@DirghaDutta
@DirghaDutta 4 ай бұрын
অশেষ ধন্যবাদ😊
@swornalotaray1937
@swornalotaray1937 2 ай бұрын
Jay shree Krishna 🙏🙏
@mousumikalita9537
@mousumikalita9537 6 ай бұрын
ধন্যবাদ ❤❤❤❤🙏🙏🙏🙏
@rubigogoi5227
@rubigogoi5227 3 ай бұрын
কৃষ্ণ🙏🏻বৰ ভাল লাগিল শুনি🙏🏻
@mainawbora39
@mainawbora39 6 ай бұрын
Krishna Krishna Krishna
@DirghaDutta
@DirghaDutta 4 ай бұрын
কৃষ্ণ😊
@AshimMorang
@AshimMorang 3 ай бұрын
Om Krishna ❤
@KiranChoudhury-jh2xy
@KiranChoudhury-jh2xy 4 ай бұрын
Joybhagabanshreekrishnapranamdoyakararakhyakara
@GBRT33567
@GBRT33567 5 ай бұрын
Apunar Narayan kabash protidine amar gharat box at logai huna hoi.hodai hukhot thakok.Aru bohut aguwai jauk.🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@DirghaDutta
@DirghaDutta 4 ай бұрын
আপোনালৈ বহু বহু ধন্যবাদ। 😊
@All_games_member
@All_games_member 3 ай бұрын
Bhadra. Das. Krishna. Krishna. Krishna. Probhu
@mouchumisaikia8938
@mouchumisaikia8938 2 ай бұрын
Krishna provu
@hemalatasaharia9198
@hemalatasaharia9198 6 ай бұрын
Om narayan bhagavate vasudevaay namo jai shri krishna jai shri krishna jai shri krishna 🌺🙏🙏🙏🌺🌺
@DirghaDutta
@DirghaDutta 4 ай бұрын
কৃষ্ণ😊
@kabitakalita7275
@kabitakalita7275 5 ай бұрын
Krishna krishna ❤❤❤
@Narendrasaikia556
@Narendrasaikia556 4 ай бұрын
Ramkrisna Ramkrisna govindkrisna
@anupamdutta7477
@anupamdutta7477 6 ай бұрын
❤❤❤❤❤
@PhanindraBordoloi
@PhanindraBordoloi 6 ай бұрын
কৃষ্ণ 🙏
@mridulnath702
@mridulnath702 3 ай бұрын
কৃষ্ণ প্ৰভো ্
@RhinoGaming-04
@RhinoGaming-04 6 ай бұрын
ভাল লাগিল
@DirghaDutta
@DirghaDutta 4 ай бұрын
ধন্যবাদ😊
@KiranChoudhury-jh2xy
@KiranChoudhury-jh2xy 4 ай бұрын
Joybhagabanshreerampranamdoyakararakhykarajoymaheswarpranamdoyakararakhyakara
@ranusaikia8835
@ranusaikia8835 3 ай бұрын
অতি সুন্দৰ কণ্ঠ কৃষ্ণ 🙏
@pomiduarah-ew9hs
@pomiduarah-ew9hs 4 ай бұрын
Krishna Krishna
@priyankaduarah
@priyankaduarah 6 ай бұрын
@DirghaDutta
@DirghaDutta 4 ай бұрын
😊😊😊
@PradipGogoi-i7b
@PradipGogoi-i7b 4 ай бұрын
জন্মৰপৰা ইমান (phisicaly) ডাঙৰ দীঘল হলো কিন্তু এটা কথা বুজি পোৱা নাই। ধনী মানি দেখাত শুৱনি স্বাস্থ্যৱান সুন্দৰ কথা কয় পৰিস্কাৰ কাপোৰ পিন্ধে সামাজিক সাংস্কৃতিক ৰাজনৈতিক ধৰ্ম নীতিৰ শিক্ষিত পণ্ডিত জীৱ শ্ৰেষ্ঠ মানৱ। এই বোৰ বাজ্যিক প্ৰাকৃতিক জগত খনৰ কথা যাক চকুৰে দেখে কানেৰে শুনে হাতেৰে স্পৰ্শ কৰিব পাৰে আৰু মনত চিন্তা কৰিব পৰা যায়। কিন্তু মন আৰু হ্নদয়ত কি ভাৱনাৰে ভৰপূৰ হৈ আছে সেই তোহে আচল সত্য কথা। ভিতৰত যদি কামনা বাসনা আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল অহ্ঙকাৰ শোষণ নিস্পেষন অমানুষিক অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ অভিমান ইত্যাদি বিভিন্ন ধৰণৰ অমানুষিক কাৰ্যকলাপ চলিয়ে থাকে সচিদানন্দ শুদ্ধ নিত্য পৱিত্ৰ বুদ্ধ সত্য সনাতন হ'ব কেনেকৈ? বক্তৃতা আৰু হাজাৰ শাস্ত্ৰ গীতা ভাগৱত বেদান্ত দৰ্শন ৰামায়ণ মহাভাৰত আদি ধৰ্মগ্ৰন্থ সমূহ পঢ়িলেই নহ'ব। অন্ত জগত ব্ৰহ্ম ময় হ'ব লাগিব। ব্ৰহ্ম সত্য জগৎ মিথ্যা। জগত মানে প্ৰকৃতি বা দেহ বা বাহ্যিক দৃষ্টি বিলাক আচলতে স্বাৰ্থবাদী মিছলীয়া আপোনপেটিয়া মানুহৰ মাজত থকা মিছা বস্তু। ব্ৰহ্ম সত্যম জ্ঞানম অনন্তম। অহম ব্ৰহ্মাশ্মি। মানুহৰ ভাওনা আৰু কিমান চাবা। প্ৰদীপ গগৈ গুৱাহাটী।
@PradipGogoi-i7b
@PradipGogoi-i7b 4 ай бұрын
অনন্ত কোটি ব্ৰহ্মাণ্ডত একমাত্ৰ ব্ৰহ্মহে সত্য জগৎ মিথ্যা। মিথ্যা মানে মিছা বোলা নাই। অসাৰ অ নিত্য বিনাশ শীল ব্ৰহ্মৰ মায়া শক্তিৰ ভ্ৰম প্ৰকৃতি বা জগত ্।্ জীৱ মায়া আৰু ঈশ্বৰ ঈশ্বৰী ভগৱান দেৱী দেৱতা ব্ৰহ্মৰ ওপৰত নহয। ব্ৰহ্ম সত্যম জ্ঞানম অনন্তম ব্ৰহ্ম অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত সনাতন চৈতন্য অদাহ্য অদ্ৰৱনীয় অসীম অভেদ্য সবব্যাপী নিগূন সচিদানন্দ অকম্মা অকত্তা কল্পনাতীত কালৰ অতীত সবাৰোউদ্ধত অপৰিবৰ্তিত অপৰিমান অসীম আদি। অহম ব্ৰহ্মাশ্মি। অথাৎ মোৰ সুক্ষ্ম শৰীৰত যিটো ব্ৰহ্ম আছে এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সকলো চাৰি মুঠি দেহত সেই একেটা ব্ৰহ্ম বা আত্মাই আছে। এই টো আমাৰ কথা নহয়।ই পৰম সত্য। ইয়াৰ ওপৰত একো সত্য নাই। সাগৰৰ পানীত ঢ়ৌ আৰু জোৱাৰ উঠে। জোৱাৰ কৰ পানী? একেই সাগৰৰ পানী। জোৱাৰত কম সাগৰত বেছি পৰিমাণে পানী। কিন্তু একে পানী। সাগৰৰ পানীতহে জোৱাৰ বা ঢ়ৌৰ উঠে। অভিন্ন একে। সেই দৰে য'ত জীৱ জঙ্গম কীট পতংগৰ অগ নগ জগ তেৰি কায়া। ব্ৰহ্ম সত্য আৰু এক । জগৎ মিথ্যা। ব্ৰহ্মৰ মায়া শক্তি ্ই ভ্ৰম। এই আছে এই নাই। ব্ৰহ্মৰ ওপৰত একো নাই। ব্ৰহ্মৰ লগত সংযোগ আছে দহ বিধ বায়ু যেনে প্ৰাণ অপ্ৰাণ উদ্যান বেন সমান নাগ কুম্ম কিকৰ দেৱ দত্ত আৰু ধনঞ্জয় বায়ু। আত্মা সদায় প্ৰাণ বায়ুৰ লগত সংযোগ হৈ থাকে।দেহ ত্যাগ কৰিলে একে লগত গুছি যায়। জগৎ মানে প্ৰকৃতি আৰু পঞ্চ ভৌতিক প্ৰকৃতিৰ উৎপত্তি দেহ। ই মিথ্যা। ইয়াত অলিপ্ত অচিন্ত অব্যক্ত ব্ৰহ্ম। গতিকে সাম্প্ৰতিক কালত বিশ্বায়নত জগতত হে মানুহৰ গুৰুত্ব আৰোপ বেছি। এই বোৰ বাজ্যিক প্ৰাকৃতিক জগত হাজাৰ হাজাৰ ধৰ্ম বৰ্ণ লিঙ্গৰ ভেদ জীৱন নিৰ্বাহৰ পদ্ধতি ব্যৱহাৰ কৰা সব পাৰ্থিৱ। আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা মানৱীয় প্ৰমূল্যবোধ বুজি পাব লাগিব ব্ৰহ্মৰ উপলব্ধি কৰিব পাৰিব লাগিব। অহম ব্ৰহ্মাশ্মি। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আকাশত ঘেৰি আছে অনুকুল বায়ু মণ্ডলত ব্ৰহ্ম । সকলো জীৱ দেহত অক্সিজেন যোগান ধৰি আহিছে অনুকুল বায়ু মণ্ডলৰ দহবিধ বায়ু সহ ব্ৰহ্ম বিৰাজমান হৈ। জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য আত্মাবোধ আত্ম উপলব্ধি আধ্যাত্মিক চিন্তা চৰ্চা চেতনা আৰু ধ্যান ধাৰণাৰে পৰিপুষ্ট হৈ আত্মা জ্ঞানী হ'ব লাগে। প্ৰদীপ গগৈ গুৱাহাটী।
@taralidas7069
@taralidas7069 3 ай бұрын
Krishna ❤
@ChandraPhukon-d6p
@ChandraPhukon-d6p 3 ай бұрын
কৃষ্ণ
@DipjyotiSonowal-q6d
@DipjyotiSonowal-q6d 5 ай бұрын
ভাগৱত পাঠৰ video আৰু লাগিছিলে।
@DirghaDutta
@DirghaDutta 4 ай бұрын
নিশ্চয় চেষ্টা কৰিম😊
@MakanDeka-dx8bq
@MakanDeka-dx8bq 3 ай бұрын
❤❤
@biplobjyotibordoloi
@biplobjyotibordoloi 4 ай бұрын
প্ৰণাম... সম্পূর্ণ ভাগৱত ভাগ খণ্ড খণ্ড কৰি পাঠ কৰি দিলে ধন্য হম।
@kuluboruah8577
@kuluboruah8577 6 ай бұрын
সুন্দৰ ❤🙏🙏🙏
@himantachetia4311
@himantachetia4311 6 ай бұрын
Nice
@pulakdas2171
@pulakdas2171 3 ай бұрын
Sundar
@debajitborah1643
@debajitborah1643 2 ай бұрын
ওম নমঃ ভগৱতে বাসুদেৱয় 🙏
@rajpriomnath
@rajpriomnath 6 ай бұрын
🙏🙏🙏
@lilydutta6233
@lilydutta6233 3 ай бұрын
মানুহে হেনো কৰ্মফল এই জনমতে লাভ কৰে । অজানিতে কৰা ভুলৰ শাস্তি পায় এই জনমতে। কিন্ত্ত ইচ্ছা কৰি যিজনে আনৰ অনিষ্ট কৰে তাৰ কৰ্মফলৰ শাস্তি পায় নে ?
@Bristina153
@Bristina153 6 ай бұрын
পিছৰ কেইটা স্কন্দ ও দিব দেই।
@MakanDeka-dx8bq
@MakanDeka-dx8bq 2 ай бұрын
Good morning ❤❤
@probitraborah9359
@probitraborah9359 6 ай бұрын
আৰু পাম বুলি আশা কৰিলো
@TulsiTipomiya
@TulsiTipomiya 3 ай бұрын
Ram. Krisnnia 10:29
@TulsiTipomiya
@TulsiTipomiya 3 ай бұрын
Ram krishnia 13:00
@phuleswarrabha6142
@phuleswarrabha6142 4 ай бұрын
বিষ্ণুৰ নৈমিষাৰণ্য ক্ষেত্ৰ মহা শূন্য স্থান৷বুলি কিয় গালে? মন্ত্ৰ ভুল হ’লে যাজকৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে নহয়৷ চেষ্টাৰ শলাগ লৈছো ৷শুদ্ধতাৰে সৈতে চেষ্টা অব্যাহত ৰাখিলে উন্নতি নিশ্চিত৷শুভেচ্ছা থাকিল৷কৃষ্ণ৷
@dipaksaikia-i1u
@dipaksaikia-i1u 4 ай бұрын
ভাগৱত ভাগক ৰহণ সানি সানি মূল্য নাই কিয়া কৰিছে আৰু !!!!!
@LuckyRajkumari-r8s
@LuckyRajkumari-r8s 17 сағат бұрын
🙏🪔🙏
@anilbora5402
@anilbora5402 4 ай бұрын
Maha punyastan, উচ্চাৰণ ভুল হলে সব শেষ
人是不能做到吗?#火影忍者 #家人  #佐助
00:20
火影忍者一家
Рет қаралды 20 МЛН
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
Mari Maria
Рет қаралды 45 МЛН
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН
Tuna 🍣 ​⁠@patrickzeinali ​⁠@ChefRush
00:48
albert_cancook
Рет қаралды 148 МЛН
ভাগৱত পাঠ||Padma kakoti||Pranjit Gogoi
27:29
জ্যোতিময় Jyotimoy
Рет қаралды 408 М.
NARAYAN KAVACH DIRGHA
16:21
DGMUSIC. IN
Рет қаралды 13 МЛН
ভাগৱত পাঠ | Bhagawat Paath | Pradyut Bora| Sutradhaar
1:07:40
B - CREATIVE Production
Рет қаралды 581 М.
人是不能做到吗?#火影忍者 #家人  #佐助
00:20
火影忍者一家
Рет қаралды 20 МЛН