মুছলমানক এনেই বদনাম কৰাসকললৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা। ‘মুছলমান লোকসকলক বদনাম নকৰিব’।

  Рет қаралды 10,902

DY365

DY365

Күн бұрын

Пікірлер: 75
@Technicalritul-dh6or
@Technicalritul-dh6or 20 сағат бұрын
আপুনি বদনাম নকৰিলে বেলেগে নকৰে। ইয়াকে কয় সাপ হৈই খুটে বেজ হৈ যাৰে
@gyanbikakh8436
@gyanbikakh8436 17 сағат бұрын
মুছলমান সকলৰ কি নিজা অস্তিত্ব নাই নেকি কোনোবাই ভাল বুলি কলে ভাল হব, বদনাম কৰিলে বেয়া হব, কোনেও কাকো চাৰ্টিফিকেট দিব নোৱাৰে ভাল বেয়াৰ আৰু মুছলমান সকলক সেইটোৰ দৰকাৰ ও নাই। ৰাজ্যৰ উন্নতি কৰক দেশৰ উন্নতি কৰক এয়াই কামনা কৰিছো, হিন্দু মুছলিম কৰি জনতাক বুৰ্বক বনাই থাকিব নালাগে।
@habizurrahman1158
@habizurrahman1158 5 сағат бұрын
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব। কেইদিন মান আগত তেওঁ কৈছিল। গৰু পুহিলে মুছলমানে চুৰি কৰে গহৰি পুহিলে মুছলমানে চুৰি নকৰে। তেওঁ এতিয়া কৈ আছে য়ে মুছলমানক বদনাম নকৰিব। 2026ত। নিৰ্বাচন আহিছে সেই কাৰণে এনেকুৱা নাটক কৰি আছে। তেওঁ কৈছিল কেই মাহ মান আগত। অসমৰ পৰা মুছলমান। ছাফা কৰি দিম বুলি তেওঁ কৈছিল।
@SahalomKing-u6r
@SahalomKing-u6r 4 сағат бұрын
Power of election 😂
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 19 сағат бұрын
এই বিলাক বাতৰি পৰিৱেশন নকৰিবি। এইবোৰ কথাৰ স্হায়ীস্ত নাই।
@ShorifuzZaman-p1q
@ShorifuzZaman-p1q 16 сағат бұрын
ভোটৰ কথা মনত পৰিছে নেকি হিমন্তৰ 😡? লাজ আছে নে হিমন্তৰ 😡? মুছলিম ৰাইজে হিমন্তক কেতিয়াও ভোট নিদিয়ে কেৱল কেইজন মান পাগলে টকাৰ লোভত বিজেপিৰ পিছে পিছে গুৰি থাকে 😡😡BJP Go Back ❌❌ because congress is coming ✅✅✅💪💪💪
@shahadatjudder6325
@shahadatjudder6325 19 сағат бұрын
একেখন মুখেৰে ৰং বিৰঙী কথা... 😇😇😇😇
@RuponSarkar-k8d
@RuponSarkar-k8d 6 сағат бұрын
অসমত 40℅ যে মুসলিম মানুহ সেই কথা মামাই এতিয়া গম পাইছে।
@bbsworld5244
@bbsworld5244 Күн бұрын
বি:দ্ৰ-- আগন্তুক নিৰ্বাচন 😂
@Village_vlock_786
@Village_vlock_786 Күн бұрын
Right😂😂
@babulahmed8264
@babulahmed8264 17 сағат бұрын
হয় হয় পৰকিয়া পেৰেম হিনদুৰ ভিতৰত হে হয় ৷
@atiqurrahman1813
@atiqurrahman1813 10 сағат бұрын
Very good
@IyadullaAli
@IyadullaAli 15 сағат бұрын
We r not fool
@binoykalita7597
@binoykalita7597 Күн бұрын
ৰাজনৈতিক নেতা কিছুমানৰ জিভা কেইবাখনো যেন লাগে।
@jitendrarabha4660
@jitendrarabha4660 23 сағат бұрын
হেঃহেঃহেঃ ------- ,যেতিয়া যুধিষ্ঠিৰৰ বাদে বাকীচাৰিজন ভায়েকক কলাধূমে অন্তৰ্ধান কৰি ৰাখিছিল, তেতিয়া যুধিষ্ঠিৰে ভায়েকসকলক বিচাৰি গৈ কলাধূমৰ (কলি) কাষ পাইছিলগৈ৷চাৰিভায়েকক অন্তৰ্ধান কৰি ৰখাটো কলাধূমে স্বীকাৰ কৰে আৰু কলাধূমৰ চৰ্ত অনুসৰি ভায়েককেইজনক মুক্তি দিয়াৰ কথা কলে৷চৰ্তটো হ’ল - এটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিলে চাৰি ভায়েকক মুক্তি দিব৷ কলাধূমে মায়াৰ বলত যুধিষ্ঠিৰক এটা জন্তু দেখুৱাই দিলে৷দেখাত ঘোঁৰা যেন লগা জন্তুটোৱে দুয়োফালে মূৰ কৰি ঘাঁহ খাই আছে৷আচৰিত ---- ঘোঁৰাটোৰ আচল মুখ কোনফালৰখন ধৰিবলৈ নোৱাৰিলে যুধিষ্ঠিৰে৷ কলাধূমে প্ৰশ্ন কৰিলে যে - ঘোঁৰাটোৱে যে দুয়োফালে মুখ কৰি ঘাঁহ খাই আছে,ইয়াৰ অৰ্থ কি? আমাৰ নেতাসকলৰো আচল মুখ কোনখন চিনা টান,এয়াই কলি যুগ৷
@barfungbrahma703
@barfungbrahma703 18 сағат бұрын
2026 Assam Bidhan Sabha Election Campaign
@bot.R55
@bot.R55 20 сағат бұрын
এক ঘণ্টাৰ ভিতৰত ১৮০ টা কথা উল্টা পুল্টা কোৱা মানুহৰ সকীয়নি কোনোবাই মানিব নেকি ?
@AsiefaliKarim
@AsiefaliKarim Күн бұрын
Hs পৰীক্ষাৰ শেষৰ দিনা বোলে election ৰ তাৰিখ ঘোষণা কৰিব 😅😅😅 বুজাই বুজিচে😅😅😅
@Arrangers-18r
@Arrangers-18r 20 сағат бұрын
বিজেপি বিপদৰ পথত আছে, সেই কাৰণে হিমনতয়ে এইবিলাক কথা কৈ আছে,
@BillalHossain-kb4kv
@BillalHossain-kb4kv 17 сағат бұрын
Good mama
@Tkindiavlogs
@Tkindiavlogs 19 сағат бұрын
আগন্তুক নিৰ্বাচন
@SorifUddin-lf7si
@SorifUddin-lf7si 20 сағат бұрын
100%. Camiinel lider cm
@saidurislam5096
@saidurislam5096 16 сағат бұрын
Sab natak kar rahi hai election a rahi hai 😂😂😂
@RinkuDeka-z5i
@RinkuDeka-z5i 16 сағат бұрын
Baal jahara . Election. Aahil nhy nautanki suru hai gl
@RakibulIslam-ng4hz
@RakibulIslam-ng4hz 17 сағат бұрын
Joni liber😂
@AsiefaliKarim
@AsiefaliKarim Күн бұрын
Election ahi ase 😅😅😅😅
@SoneswarBarman-ht9kd
@SoneswarBarman-ht9kd 19 сағат бұрын
Ki je hobo ar 🤭🤭
@assameseyogafromsimanta8088
@assameseyogafromsimanta8088 18 сағат бұрын
Mamai kela 2yofale kiyo kotha koy..😂😂😂
@apurbadas4151
@apurbadas4151 19 сағат бұрын
বিজেপিত cm বেলেগ হৈ গ'লে এতিয়াই অসমীয়াক মিঞাহে বচোৱা বুলি ক'ব!! ই হ'ল ব'তৰ অনুসৰি ৰং সলোৱা প্ৰাণী!
@Olia_kit1713
@Olia_kit1713 20 сағат бұрын
CM is right…politics r bahere CM khosa Kotha koise ..❤
@unushali2519
@unushali2519 23 сағат бұрын
OMG 😂😂😂😂😂
@rajumandal9584
@rajumandal9584 19 сағат бұрын
Moi tu r BJP k voot nedu 100% right kotha
@Time10news
@Time10news 2 сағат бұрын
🎉😂🎉
@SajidHussain-uw5hk
@SajidHussain-uw5hk 22 сағат бұрын
Mama 🎉🎉
@Nirumoni4336
@Nirumoni4336 14 сағат бұрын
মূখ্যমন্ত্ৰী ডাঙঢ়ীয়া আপুনি ইমান দিনতেই মুছলমান সকলৰ কিমান দৰনৰ বধ নাম কৰিলে সন্মূখত পঞ্চায়ত ইলেক্ট্ৰন আহি আছে কাৰনে কথা সলাই দিলে নেকি কোনে কৈছে মুছলমান পুৰৌষে দুটা তিনিটাকৈ বিয়া নে পাতে মুৰ ওচৰলৈ আহক মই প্ৰমান দেখুৱাই দিম আমাৰ ওচৰতে আছে নুৰমহমদ আলীৰ দুই জনী পত্নী ৫ জনী কণ্ণাসন্তান থাকোঁতে তৃতীুয় বিয়া পাতি লৈ প্ৰথম আৰু দ্বিতীয় পত্নীৰ ৫ জনী সন্তানক কোনোধৰণৰ বৰনপুষন নিদি সাৰিৰিক বাবে অত্যাচাৰ চলাইছে 😮 নুৰমহমদ আলীৰ প্ৰথম পত্নী ৩ জনী সন্তান থাকোতে নীজক হিন্দু বুলি পৰিচয় দি এজনী হিন্দু ছোৱালীক পোলো ৱাই আনি দ্বীতীয় বিভাহা পাতীছিল এতিয়া দ্বিতীয় পত্নীৰ দুই জনী সন্তান পেলাই থৈ আকৌ তৃতীয় বিয়া পাতি 😮 এজনী হিন্দু ছোৱালীৰ লগত লাভজেহাত কৰা নাই নে
@Time10news
@Time10news 2 сағат бұрын
🎉🎉😂❤
@Time10news
@Time10news 2 сағат бұрын
❤😂😂❤
@shorifahmed-ce6ho
@shorifahmed-ce6ho 23 сағат бұрын
Good
@Time10news
@Time10news 2 сағат бұрын
🎉😂🎉😂
@TafajjulislamTafajjulislam
@TafajjulislamTafajjulislam 22 сағат бұрын
🤣🤣🤣🤣😂😂😂😂🤣🤣🤣 Assam CM Election
@nazimakhatun6312
@nazimakhatun6312 22 сағат бұрын
Musalman premi cm😊😊😊
@rakashdas9087
@rakashdas9087 23 сағат бұрын
হা হা হী হী ইলেকচন পন্চায়ত
@Time10news
@Time10news 2 сағат бұрын
🎉🎉🎉
@Time10news
@Time10news 2 сағат бұрын
🎉😂
@Time10news
@Time10news 2 сағат бұрын
🎉🎉
@শ্ৰীসঞ্জীৱ
@শ্ৰীসঞ্জীৱ Күн бұрын
মামা জিন্দাবাদ ❤️ জয় বিজেপি জিন্দাবাদ ❤️
@ubadurRahman-bs6pf
@ubadurRahman-bs6pf Күн бұрын
thank you mama
@Time10news
@Time10news 2 сағат бұрын
😂🎉😂
@chandana560
@chandana560 Күн бұрын
Wow, Supreme Court r sakiyoni kaam karile dekhun 😅😅😅😅😅 . Jiye hok etiya followers sab beleg koi chinta koribo aaru alop shanti labhibo. 😊😊😊😊😊
@Time10news
@Time10news 2 сағат бұрын
🎉❤❤😂❤
@pankajsarmah-ff6wf
@pankajsarmah-ff6wf 19 сағат бұрын
Nijae bodnam kori thaka daakun...
@parthaboruah634
@parthaboruah634 Күн бұрын
Election ahe asa ja
@MoududAhmed-q5p
@MoududAhmed-q5p 19 сағат бұрын
Sir apuni hosa kothai koise
@tahreensultana9531
@tahreensultana9531 Күн бұрын
Bhutor mukhat ram nam.... 😅😅😅😅
@jahrulsireng
@jahrulsireng 22 сағат бұрын
drama
@MonserAli-y8h
@MonserAli-y8h Күн бұрын
Himantar kiba ata khel khelibo. Hei karone eman morom
@Mr_Bloggs
@Mr_Bloggs 8 сағат бұрын
Election আহি আছে নেকি আগত। 😁
@Time10news
@Time10news 2 сағат бұрын
🎉
@AfsarUddin-uv1mc
@AfsarUddin-uv1mc 4 сағат бұрын
Election sapise
@Charompi
@Charompi Күн бұрын
Eta kothai Pokai pokai boki ase...Hoi gol khunilu...
@minarulsikdar6461
@minarulsikdar6461 3 сағат бұрын
Las nothoka cm
@AbdulHamid-hp4vz
@AbdulHamid-hp4vz 7 сағат бұрын
Baad diok ai bur kotha. Arombo kune korisile manuhor monot ase. Positive/ negative comments never matter to muslims. They are on their own way across the globe, they never pay attention to such barking.
@RanaSaikia-p1e
@RanaSaikia-p1e Күн бұрын
😂😂😂😂
@NijamUddinspeech
@NijamUddinspeech 22 сағат бұрын
Natok
@Naseem.7
@Naseem.7 Күн бұрын
Bas karo mama ab rulaogi kya😢😢
@Time10news
@Time10news 2 сағат бұрын
very good
Zelensky Addresses Trump / Key Condition
11:59
NEXTA Live
Рет қаралды 345 М.
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН
REAL or FAKE? #beatbox #tiktok
01:03
BeatboxJCOP
Рет қаралды 18 МЛН
Ong Bak | Fight Club Scene
15:05
Cinewatch
Рет қаралды 87 МЛН
China's Hard Blow to Putin / Redistribution of Ukraine
13:58
NEXTA Live
Рет қаралды 921 М.
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН