মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

  Рет қаралды 17,365

Pratidin Time

Pratidin Time

Ай бұрын

শিৱসাগৰৰ ছাই বিকাশ একাডেমীৰ এটা জঘন্য ঘটনা
গুৰুদক্ষিণা নহয়, ঘাতকৰ ৰূপতহে ছাত্র
শিক্ষকক হত্যা কৰি নাবালকৰ স্বীকাৰোক্তি- Yes I am Criminal
নাবালক ছাত্রৰ জঘন্য কাণ্ডত ৰাজ্যজুৰি চাঞ্চল্য
শংকিত শিক্ষক সমাজ, কম্পিত অভিভাৱক-শিক্ষাৰ্থী
অসহিষ্ণুতা নে ড্রাগছ আসক্তি, কিয় ঘাতকৰ ৰূপত ছাত্র?
সামাজিক স্খলন, নৈতিক অৱক্ষয় নে ম’বাইলকেন্দ্রিক একাকী জীৱন?
চেকনিৰ আগত বিদ্যা অবিহনে অসম্ভৱপ্রায় হৈছে নেকি শিক্ষাদান?
এনে ভয়ানক ঘটনাৰ পুনৰাবৃত্তি নহ’বৰ বাবে কি কৰা উচিত?
কেৰোণটো ক’ত- শিক্ষা পদ্ধতিত, শিক্ষাৰ্থীৰ লালন-পালন নে আন কিবা?
এনে খবৰে বহন কৰা ঋণাত্মক বাৰ্তাসমূহৰ সৈতে মোকাবিলা কিদৰে কৰিব?
শিক্ষক, ছাত্র-ছাত্রী, অভিভাৱকে চাবলগীয়া এক অনুষ্ঠান
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#PratidinTime #Assam #talkshow #Abhimat

Пікірлер: 21
@nirupomachetia327
@nirupomachetia327 29 күн бұрын
বহুত বিদ্যালয়ত এনে ধৰণৰ উদণ্ড লৰাক সাশন নোৱাৰি শিক্ষা দানকৰাত বহুত অসুবিধাত পৰিব লগা হৈছে ।অংশ গ্ৰহন কাৰি বিদ্বান ব্যক্তিি সকলে বহুত পৰামৰ্শ দিছে লগতে মই সামান্য জ্ঞানেৰে এটা কথা কবলৈ বহুত মন গল কথাটো হল স্কুল বিলাকত শ্ৰেণী আৰম্ভ হোৱাৰ আগতে দহ মিনিত মান লৰা ছোৱলী বিলাকক প্ৰণায়াম কৰাব লাগে ,আৰু মতিভেচন শিক্ষা দিলে ভাল হব ।
@taradoi7957
@taradoi7957 Ай бұрын
হয় বাতৰিটো দৃষ্টি গোচৰ হৈছে । বৰ দুখজনক ঘটনা । কিন্তু কিয় হৈছে ? বিভিন্ন কাৰণত এইবোৰ ঘটনা ঘটিব ধৰিছে । ইয়াৰ বাবে অভিভাৱক , শিক্ষা নিতী , চৰকাৰ, সামাজিক পৰিৱেশ কমবেচি পৰিমানে শিক্ষক সকলো দায়ী ।
@jintumedhi.3036
@jintumedhi.3036 28 күн бұрын
For all the problem there is only one solution is that "Be Spiritual"
@jyotishpanging1371
@jyotishpanging1371 29 күн бұрын
Very good speak mum. This is really truth
@hemkantaborah7434
@hemkantaborah7434 29 күн бұрын
আজিৰ ভাৰতৰ শিক্ষাই ল'ৰা ছোৱালীক একোটা শিক্ষিত ৰবট কৰি গঢ়ি তুলিছে। য'ত নৈতিক আৰু আধ্যাত্মিক শিক্ষা নাই, তাত মানৱীয় তাও নাই।
@arotiborah2733
@arotiborah2733 28 күн бұрын
🙏🙏🙏
@AditiBanerjee-dd4dw
@AditiBanerjee-dd4dw 25 күн бұрын
Dr. Narayan Sharmar kotha khinik ami support koru thanks for all
@SunilPatar-qb6yy
@SunilPatar-qb6yy 28 күн бұрын
অভিভাৱক শিক্ষক সমাজ সকলোৱে এই ক্ষেত্রত সচেতন হোৱাৰ প্রাসঙ্গিকতা আছি পৰিছে | অভিভাৱকেও ছাত্ৰজনৰ মানসিকতাক উপলব্ধি কৰি ঠিক থাক কৰিব লাগিব ৷ লগতে শিক্ষক সমাজেও ছাত্র সমাজৰ মানসিক অৱস্থা বুজলৈহে শিক্ষাদান কাৰাৰ প্ৰয়োজন আছে বুলি মই ব্যক্তিগত ভাবে অনুভৱ কৰো৷
@udaychangmai7625
@udaychangmai7625 Ай бұрын
Agote students e teacher k voi korisil kintu ajikali teacher e student k voi kore haikaronei aji kali students bur odhoh poton e goise...
@user-ul8si7dc6t
@user-ul8si7dc6t 29 күн бұрын
অপৰাধীক ফাঁচি দিয়া তকৈ,গীতাপাঠ আৰু ধৰ্মীয় শিক্ষা ৰ লগতে মানসিক চিকিৎসাৰ ব্যৱস্থা কৰা উচিত
@user-ux1hw4tw5z
@user-ux1hw4tw5z 29 күн бұрын
Infancy period very important.
@user-re5ut5tr2d
@user-re5ut5tr2d 28 күн бұрын
Assamor protek sahor nagar gaowat tini k m distention modor dukan hobo lage tetia samadan hobo pare
@momisaikia6986
@momisaikia6986 29 күн бұрын
কুলধৰ শইকীয়া চাৰৰ কথা খিনি সমৰ্থন কৰোঁ।
@arhisreshthachangmai9218
@arhisreshthachangmai9218 Ай бұрын
আছল দুখী ঘৰখন....অভিভাৱক.... আমাৰ........ দোষীক শাস্তি দিয়া প্ৰথা সলনি, আৰু অধিক কাঢ়া হোৱাৰ it's high time
@mridulsarmah6625
@mridulsarmah6625 29 күн бұрын
একমত
@bidyut4813
@bidyut4813 29 күн бұрын
Maak deutakor bhul
@4u206
@4u206 Ай бұрын
এই আলোচনাই লাভ হ'ব বুলি নাভাবো। Sorry . অনাগত দিনলৈ আৰু উৎচাহ দিছে । ঠিক ।
لقد سرقت حلوى القطن بشكل خفي لأصنع مصاصة🤫😎
00:33
Cool Tool SHORTS Arabic
Рет қаралды 29 МЛН
ТЫ С ДРУГОМ В ДЕТСТВЕ😂#shorts
01:00
BATEK_OFFICIAL
Рет қаралды 5 МЛН
Spot The Fake Animal For $10,000
00:40
MrBeast
Рет қаралды 196 МЛН
1972 Andes Plane Crash Survivor
31:17
Nitish Rajput
Рет қаралды 2,2 МЛН
لقد سرقت حلوى القطن بشكل خفي لأصنع مصاصة🤫😎
00:33
Cool Tool SHORTS Arabic
Рет қаралды 29 МЛН