মুনুক এৰি থৈ গলো/ছোৱালীৰ জীৱন/Assamese vlog109/

  Рет қаралды 43,135

Rashmi Konwar

Rashmi Konwar

Күн бұрын

Пікірлер: 233
@dipikahazarika396
@dipikahazarika396 2 жыл бұрын
আজি ভিডিঅ'তো চাই দুখ লাগি গল মোৰ দেউতা লৈ বহুত মনত পৰি গ'ল
@bornaliboruah9584
@bornaliboruah9584 2 жыл бұрын
শাহু বোৱাৰী মৰম বোৰ সদায় এনেদৰে থাকক ।
@akanksha3473
@akanksha3473 2 жыл бұрын
আপোনালোকৰ মৰমৰ বান্ধোন সদায় যেন এনেকৈ থাকে,তাকে আশা কৰোঁ। আপোনালোক আমাৰ সমাজৰ বাবে আদৰ্শ হৈ থাকক আৰু ভগৱানে কুশলে ৰাখক।
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
ইমান উৎসাহজনক মন্তব্য
@monikarajkhowa8876
@monikarajkhowa8876 2 жыл бұрын
Wao emn vl lgl vdo2 bujaboo nuaru apunalukr hokolu manuhor mon bur dhuniyyaaa manuhbur dhuniya
@kabitatalukdar1359
@kabitatalukdar1359 2 жыл бұрын
বাইদেউ আপুনি বহুত মৰমিয়াল , আপোনাক লগ পাব বহুত মন যায়
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
বহুত মৰম ♥️
@swapnabora4879
@swapnabora4879 2 жыл бұрын
তোমাৰ vlog বোৰ চাই সঁচাই ইমান ভাল লাগে বুজাব নোৱাৰো..তোমাৰ video বোৰ ৰ পৰা সদায় সমাজলৈ এটা যোগাত্মক বাৰ্তা প্ৰেৰণ হৈছে ..বিশেষ কৈ শাহু বোৱাৰীৰ সমন্ধৰ ক্ষেত্ৰত..এনেকুৱা vlog বোৰ চাই থাকিলে মানুহৰ মনবোৰ সদায় এক যোগাত্মক ভাবধাৰাৰে পূৰ্ণ হব আৰু সমাজত হৈ থকা বহু ঋণাত্মক ঘটনা হ্ৰাস পাব বুলি মোৰ ধাৰণা..বাকি এইটো video চাই বহুত ভাল লাগিল..সচাই বৰ সুন্দৰ পৰিবেশৰ এখন ঘৰ..আশা ৰাখিলো আৰু এনেকৈয়ে তোমাৰ video বোৰ চাই থাকিবলৈ পাঁও
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
স্বপ্না ❤️❤️❤️
@rupshikhakakoti5452
@rupshikhakakoti5452 2 жыл бұрын
আপোনালোকক লগ পাবলৈ বৰ মন যাই। আপুনি কলিয়াবৰ আহিছেনে।(নগাঁও)
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
নাই যোৱা । যাম বুলি ভাবি আছোঁ
@dipikaborah8482
@dipikaborah8482 2 жыл бұрын
বহুত বহুত ভাল লাগিল ভিডিও চাই দেই❤❤❤❤👌👌👌 🙏🙏
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
❤️❤️
@debashmitaduarah4458
@debashmitaduarah4458 2 жыл бұрын
Happy family 😍love from jorhat 👌👌👍👌
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
Thank you so much 😊
@nehabarman3251
@nehabarman3251 2 жыл бұрын
আপোনাৰ ভিডিও চাই বহুত বেছি ভাল লাগে আপোনাৰ আৰু আপোনাৰ বোৱাৰী জনীৰ মৰমবোৰ দেখি বহুত ভাল লাগে মোৰ সদায় বোৱাৰী জনীকো নিজৰ ছোৱালী ৰ দৰে মৰম দিব লগে
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
সকলো ছোৱালী সুখত থাকক ❤️❤️🙏🙏🙏। ধন্যবাদ জনালোঁ
@pubalisaikia9716
@pubalisaikia9716 2 жыл бұрын
Apunar logatai apunar maa joniu bohut dhuniya...aru apunar logatai apunar maa kotha bur bohut dhunya aru moromiyal........
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
পূবালী ❤️
@rupaliphukon7111
@rupaliphukon7111 2 жыл бұрын
প্রথমে আপোনাৰ মা লৈ সেৱা জনাইছো। মা দেখিবলৈ ধুনীয়া হই আছে। কুশলে থাকক এই কামনা কৰিলো।
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
বৰ ধুনীয়াকৈ লিখিলে
@bahanitadas5494
@bahanitadas5494 2 жыл бұрын
আপোনাক বহুত ধুনীয়া লাগিছে বা 😍😍
@sayanikachetia1083
@sayanikachetia1083 2 жыл бұрын
Vll lage de apunr video bur sai😍💕💕
@kakumoniphukan2742
@kakumoniphukan2742 2 жыл бұрын
Bohut val lagil sai.
@bontisaikia3859
@bontisaikia3859 2 жыл бұрын
বাইদেউ আপোনাৰ ভিডিয়টো চাই ভাল লাগিছে
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
❤️❤️❤️
@pranitakalita6020
@pranitakalita6020 2 жыл бұрын
আপোনাৰ জন্ম ঘৰ খন আৰু পৰিয়াল টো দেখি ভাল লাগিল।।।সদায় এনেদৰে ভালে থাকক।।।
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
চৰাইদেউত
@gaurikonwar7730
@gaurikonwar7730 2 жыл бұрын
Apunar kotha buror logota manuh joni u dhuniya🥰🥰🥰
@debashishsharma5056
@debashishsharma5056 2 жыл бұрын
Bohut val lage sai
@homeideawithranjita..4010
@homeideawithranjita..4010 2 жыл бұрын
বা আপুনি বহুত ধুনীয়া । বহুত বহুত মৰম পঠালো জালুকবাৰী ৰ পৰা।
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
মৰম ❤️
@bishrupaengeipi1967
@bishrupaengeipi1967 2 жыл бұрын
Baa apni bow logot bonding Sai bhut val lagise❣️❣️❣️
@munumainachutia4741
@munumainachutia4741 2 жыл бұрын
Apunar ma khub vl hoi jar babe apuni u bohut morom loga❤️vl lagile sai ❤️
@jontykalita5753
@jontykalita5753 2 жыл бұрын
Dhuniya
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
❤️❤️❤️
@musicloverlife686
@musicloverlife686 2 жыл бұрын
Khub val lagil dei baidew❤️🥰
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
মৰম পঠালোঁ
@musicloverlife686
@musicloverlife686 2 жыл бұрын
@@RashmiKonwar ❤️🥰
@munmiboruah5323
@munmiboruah5323 2 жыл бұрын
Val lagil vedeo sai maa aitala bohut bohut morom
@tumi_ru-moi
@tumi_ru-moi 2 жыл бұрын
বহুত বহুত মৰম আপোনালোকলৈ❤️❤️ সদাই আপোনাৰ মেচেজ ৰ ৰিপলাই লৈ বাত চাই আছো🙏
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
মইও বাট চাওঁ কমেণ্টলৈ 😊। সহযোগিতাৰ বাবে ধন্যবাদ
@tumi_ru-moi
@tumi_ru-moi 2 жыл бұрын
ইন্টাগামৰ মেচেজ য় ৰিপলাই দিব চোন
@himankusarmah8696
@himankusarmah8696 2 жыл бұрын
বাইদেউ ভিডিঅ টো বহুত ভাল লাগিল । লগতে বহুত দুখ লাগিল । বুজি পাও দেউতা মাক হেৰুৱা বেদনা কিমান । ময়ো মোৰ মাক হেৰুয়া দেৰ বছৰ হয় । কেতিয়াবা মনত পৰিলে বহুত কান্দু বাইদেউ । মোৰ দৰে,আপোনাৰ দৰে, যি বোৰ লৰা ছোৱালীয়ে সচাঁ অন্তৰে মাক দেউতাক ভাল পাই, সেই বোৰ লৰা ছোৱালীয়ে বুজি পাই মাক দেউতাক হেৰুৱা বেদনা কিমান । পৃথিবীত মাৰ সমান কোনো হব নোৱাৰে । মই এজন সহজ সৰল লৰা । আপোনাৰ ভিডিঅ বোৰে জীৱনটো অনুপেৰনা যুগাই । মই বুজি নাপাও বাইদেউ, নিজৰ লৰা ছোৱালীয়ে কেনেকে মাক দেউতাক ঘৰৰ বাহিৰ কৰি দিব পাৰে ।
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
হেৰাই যোৱা জনৰ আদর্শ ,তেওঁৰ স্মৃতিবোৰ বুকুত কঢ়িয়াই আমি যে বাট বুলিব লাগিব । কৰণীয় খিনি নিষ্ঠাৰে পালন কৰিব লাগিব । তোমাৰ মাৰ আত্মাৰ সদগতি কামনা কৰিলো । দেউতা মোৰ বাবে উশাহ সাহসৰ অন্য এটি নাম আছিল 😭😭😭। তোমাৰ মেছেজবোৰে মোক অনুপ্ৰাণিত কৰে । হাজাৰ হাজাৰ ভিউয়াৰ্ছৰ মাজৰ কোনো এজনে কেতিয়াবা বৰ বেয়াকৈ কমেন্ট কৰে ।দুখ পাওঁ ,ভিডিওটোৰ ইতিবাচক দিশ সমূহ চোৱাৰ চেষ্টা নকৰে তেওঁলোকে ।তাৰ মাজত তুমি আৰু তোমাৰ দৰে অন্তৰ বোৰলৈ শ্ৰদ্ধা জাগে ❤️🙏🙏
@simirekha9489
@simirekha9489 2 жыл бұрын
Apunalukok log paboli br mn jai . Emn morom loga homporko br hodai jen endre thke ru ahibo lga buari gorakiu jate enedrei mili thkibo pre❤️❤️
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
সুন্দৰ মন্তব্য আৰু ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জনালোঁ
@nimasrandhanihal
@nimasrandhanihal 2 жыл бұрын
Bht vl lagil video2
@gunjongogoi9380
@gunjongogoi9380 2 жыл бұрын
Good morning khuri o khuri apunak bohut cute lagise♥️♥️♥️
@NikunjaGogoiVlogs
@NikunjaGogoiVlogs 2 жыл бұрын
Val lagil vdo tu sai😘
@sakuntalachetia1215
@sakuntalachetia1215 2 жыл бұрын
Bahut bahut val lagil baa❤️❤️
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
আন্তৰিক ধন্যবাদ
@gitanjalimgvlog3494
@gitanjalimgvlog3494 2 жыл бұрын
Bohout vl lagil video 2 sai.
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
ধন্যবাদ
@kokonborah4713
@kokonborah4713 2 жыл бұрын
Aiooo eman dhunia hoi ase anai joni hklu vale thakok
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
মৰম
@priyankahazarika8399
@priyankahazarika8399 2 жыл бұрын
khub dhunia. ketiaba lg ple sinaki hm deii. asha thakil... matib
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
নিশ্চয় ❤️
@padumisonowal781
@padumisonowal781 2 жыл бұрын
Bhut vl lagil maa❤️❤️
@abhishekhazarika1859
@abhishekhazarika1859 2 жыл бұрын
Apunk lg pble mn ase ...hdy apnr video saw kinto cmnt kra he nhy ..apunr dore munu ye ma paise ru ki lge ru ..apnr nsna ma pbloi vaigo lgbo ...bht bht mrm apnrloi ♥️
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
লগ পাম দেই ❤️
@devajaniboruah4470
@devajaniboruah4470 2 жыл бұрын
মালৈ সেৱা জনালো ইমান মৰম লগা হয় মা গৰাকী
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
মা বহুত মৰমিয়াল 😊😊😊। ধন্যবাদ জনালোঁ
@arulakhibora2621
@arulakhibora2621 2 жыл бұрын
আপোনাৰ মা বহুত ধুনীয়া হৈ আছে বা❤️
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
😊😊❤️❤️
@mridulaliksonmridula8079
@mridulaliksonmridula8079 2 жыл бұрын
Bahut val lagil baideo apunar maa ghar khon dekhilu aru apunar maa loiu 🙏 Jonalu
@Mvlog8913
@Mvlog8913 2 жыл бұрын
Val lagil
@barbisvlog1142
@barbisvlog1142 2 жыл бұрын
apuni iman val ba bht morom apunaloi
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
মৰম মোৰ পৰাও
@jitumonibonia4821
@jitumonibonia4821 2 жыл бұрын
God bless you from Bangalore
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
আপোনাৰ মন্তব্য বোৰ পাই থাকোঁ ।ভাল লাগে 😊🙏
@dulumoninathgogoi9415
@dulumoninathgogoi9415 2 жыл бұрын
Happy family. Love from Golaghat
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
মৰম
@gouridaimary4940
@gouridaimary4940 2 жыл бұрын
🙏💞💞 maak dekhi mor maaloi bohut mont pari gol sis bt paboloi nai...
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
মা ❤️🙏
@dgogoi9881
@dgogoi9881 2 жыл бұрын
Hosakoi apunalukor porialtu holagibo lga homporko bur j emn hundor kori rakhise mur apunar lgte thakibo mn goise mur 😢😙😍
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
ধন্যবাদ জনালোঁ আৰু কুশল কামনা কৰিলোঁ
@pinkilifestyles403
@pinkilifestyles403 2 жыл бұрын
Apunar dore jadi sob khahu maa hol heten bahut bowari jibon vagyban hol hoi.... Apunaloi bahut bahut dhany bad baido... Mor khahu ase but......
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
ভালে থাকা
@julisaikia2459
@julisaikia2459 2 жыл бұрын
সচাকৈ।সকলো শাহু যদি আপোনাৰ দৰে হ'ল হেতেন।মা বোৰ মা হৈ থাকিল হেতেন
@kunalbaruah5223
@kunalbaruah5223 2 жыл бұрын
Happy family Val lagile Sai video 2
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
আন্তৰিকতাৰে ধন্যবাদ জনালোঁ
@kornaldas8192
@kornaldas8192 2 жыл бұрын
Val lagil video tu baa
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
মৰম দিলোঁ
@juliborah5060
@juliborah5060 2 жыл бұрын
Maa 😍
@asomiyasuwaligita3106
@asomiyasuwaligita3106 2 жыл бұрын
Maa bahut morom lga 🥰😘❤️
@preranaborpatra2231
@preranaborpatra2231 2 жыл бұрын
Val lagil💕💕💕
@dipankardutta9474
@dipankardutta9474 2 жыл бұрын
Anekoa hahu maa bht KO st or bolot pai agbahi jauk mem moi parishmita moiu agraki buari vl pau apunr vdo sai
@maineesbindassvlogs9196
@maineesbindassvlogs9196 2 жыл бұрын
Beautiful sharing
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
সহযোগিতাৰ বাবে ধন্যবাদ
@mayurimachetia5429
@mayurimachetia5429 2 жыл бұрын
খুড়ী ভাল লাগিল
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
ধন্যবাদ জনালোঁ
@morexff4806
@morexff4806 2 жыл бұрын
Maaloi hewa jonalu..🙏
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
❤️🙏
@moinafilms7936
@moinafilms7936 2 жыл бұрын
Good morning maa. Bhal ne khabor
@paniramdas3515
@paniramdas3515 2 жыл бұрын
dhunia ba
@jasminbegum535
@jasminbegum535 2 жыл бұрын
Aunty morning morning apunar vdo salo ......
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
মৰ্ণিং ।দিনটো শুভ হওঁক 💞❤️❤️
@jasminbegum535
@jasminbegum535 2 жыл бұрын
@@RashmiKonwar tq nd sm to you....❣️❣️aunty apunar cntc numbrto kt pam baru
@bishrupaengeipi1967
@bishrupaengeipi1967 2 жыл бұрын
One of my fav vlog❣️❣️❣️
@sumiguhai7920
@sumiguhai7920 2 жыл бұрын
Bohut val lagil
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
ধন্যবাদ জনালোঁ
@hiramonikalita3513
@hiramonikalita3513 2 жыл бұрын
Baa apunak adin usrr pra lg pab mon goise
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
নিশ্চয় ❤️❤️❤️
@hunjanhunmaina5946
@hunjanhunmaina5946 2 жыл бұрын
Bhut vl lagik
@asinboraik1112
@asinboraik1112 2 жыл бұрын
Mojja
@bahanitadas5494
@bahanitadas5494 2 жыл бұрын
আপোনাৰ মাও সুব মৰম লগা বা
@BABITADEVI-xt3bp
@BABITADEVI-xt3bp 2 жыл бұрын
Good morning. Positive VBS r vedio ata cai loi dintu bahut Val hobo janu
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
ধন্যবাদ জনালোঁ
@rupanjalikonwar
@rupanjalikonwar 2 жыл бұрын
Happy family .....lv from dhemaji
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
বহুত মৰম যাছিলোঁ
@nomitaduarah6765
@nomitaduarah6765 2 жыл бұрын
ধুনীয়া ভিডিঅ' । মোৰ শহুৰ দেউতাৰ চৰণযুগল ৰাখি থোৱা আছে বন্ধাই থব লাগিব ।
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
🙏🙏
@resmisanamvlog7920
@resmisanamvlog7920 2 жыл бұрын
❤️❤️ frm Mangaldai
@rupjyotigogoi1576
@rupjyotigogoi1576 2 жыл бұрын
MAA😍😍😍😍
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
❤️❤️❤️
@mondiraborah683
@mondiraborah683 2 жыл бұрын
Apunar video bur sau val lage baidaw...apunar buarilau val khbror babe huvesha jonaisu..baidaw katha ata kou munu a ankua homoit uporoloi mur kri hubo nalage.hoi2 apunluke jane .tothapiu dakhi kolu mane muru aji 2mah agote ajoni suali hoise.haibabe jonalu.
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
পৰামৰ্শৰ বাবে ধন্যবাদ জনালোঁ
@hunjanhunmaina5946
@hunjanhunmaina5946 2 жыл бұрын
Moi hodai saw apunar video
@bituponbora9367
@bituponbora9367 2 жыл бұрын
Bhut vl lagil ba ., bt apuni dint katiyaba goi video bonabo sun
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
নিশ্চয়
@rubulali6252
@rubulali6252 2 жыл бұрын
Sam bido
@navanitaduwara5485
@navanitaduwara5485 2 жыл бұрын
Aponr dra sasu maa pua2 aji dint bht tan munu hska bht luki aponr dra sasu maa paisa mur aponk bht vl pau haikrna
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
ভাল পাওঁ তোমালোকক ও♥️
@rupanjalivlogs6094
@rupanjalivlogs6094 2 жыл бұрын
Aponalokr family bohut vl lge ba Mr video br sbo sn abar🙏
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
লিংক দিবা
@kiranchetry3365
@kiranchetry3365 2 жыл бұрын
Vdo সম্পূৰ্ণ nusuwakey koi disu very very nice
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
হব দিয়ক ,কেতিয়াবা চাব 😊🙏
@kiranchetry3365
@kiranchetry3365 2 жыл бұрын
Nai nai ei2 nahoi j vdo bur nusuwakey comment korisu , Fully saisu gutei bur Moi Kobo bisarisu j aromvoni tei vl lagi gl so koi dilu very very nice
@kabitabora4303
@kabitabora4303 2 жыл бұрын
You tiub on Kori a apunar vidio tu a pothom sau bhal lage apunar vidio bur Sai jor hoi asil polim hoi gol saute muru monot poril detaloi muru deta nai maa ase
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
পজিটিভ মন্তব্য ❤️❤️❤️❤️❤️
@manobbora4594
@manobbora4594 2 жыл бұрын
Oo khuri say say amoni nalage o apunar video bur, hosakoy jonmo hua ghr khonr pora atori ohatu kiman j dangor kotha valkoy buji paw 😭 , aru apunar video hoday say apunar dore egoraki ma puatu bohut dangor kotha ajir dinot,
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
তোমাৰ মৰমবোৰে মোক সাহসী কৰিছে । আন্তৰিকতাৰে মৰম যাছিলোঁ
@danilamushahry8149
@danilamushahry8149 2 жыл бұрын
Nice femily mom sweet
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
ধন্যবাদ
@dharanihandique6726
@dharanihandique6726 2 жыл бұрын
Maja
@sumpisvlog8030
@sumpisvlog8030 2 жыл бұрын
Morom loga ma joni
@tirthasensuwa1998
@tirthasensuwa1998 2 жыл бұрын
happy family ❤️❤️❤️
@satyama509
@satyama509 2 жыл бұрын
Apunar ei video to sai moi kandidilu.
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
দেউতাক হেৰুৱা দুখ আৰু জন্ম ঘৰখন এৰি অহা দুখটোৱে বুকু খনত বিন্ধিছিল মোৰো । কুশল কামনা কৰিলোঁ 🙏
@nayanmonikalita6824
@nayanmonikalita6824 2 жыл бұрын
Apunak ru munuk akeloge dakhile bor val lage
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
মৰম
@shipigogoi8604
@shipigogoi8604 2 жыл бұрын
Apunak aber log puwar issa asa Baidow
@karabidevi4621
@karabidevi4621 2 жыл бұрын
Ba apunar maa ghor charaideu moidamor usrt hoine....? Video tu sai majorkhinot deutar kothKhini Bhut dukh lagi gol😥
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
চৰাইদেউ জিলাৰ বৰবামত মোৰ ঘৰ
@karabidevi4621
@karabidevi4621 2 жыл бұрын
Hoi dhonyabad maa❤️
@golenurhussain7879
@golenurhussain7879 2 жыл бұрын
আপোনাৰ ঘৰ শিবসাগৰতনে বাইদেউ
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
হয়
@sangitagogoi3277
@sangitagogoi3277 2 жыл бұрын
❤❤❤
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
❤️🙏
@rimaphukon109
@rimaphukon109 2 жыл бұрын
Hi khuri ❤️❤️❤️
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
উম 😊
@tumi_ru-moi
@tumi_ru-moi 2 жыл бұрын
মই ইন্টাগাৰমত মেচেজ কৰি থইচো 🙏🙏 চাব চোন এবাৰ🙏🙏🙏🙏
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
উম চাম দেই
@debasishboruah9666
@debasishboruah9666 2 жыл бұрын
Aapunaloi bohut morom jaselu baidou,sot puja nohoi nki baidou,korom puja ha nki
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
ধন্যবাদ শুদ্ধৰাই দিয়াৰ বাবে 🙏
@rikyvlogs3022
@rikyvlogs3022 2 жыл бұрын
Oo maa moranot aam pai
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
কালিলৈ যাম 😊👍
@kasmirisaikia7751
@kasmirisaikia7751 2 жыл бұрын
Nice
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
❤️❤️❤️
@kankanabora9202
@kankanabora9202 2 жыл бұрын
Apunar no2 mk dbo nki jdi beya napai moi o etia prgnant so apunar pra moi olp kiba xudhi xudhi mr nijr care lm .
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
মোক মেচেঞ্জাৰত এটা মেছেজ কৰিবা চোন
@ritubora3866
@ritubora3866 2 жыл бұрын
❤️❤️❤️❤️
@gungunbaruah
@gungunbaruah 2 жыл бұрын
Bhut besi vl lge apunk aru munu bowk😘😘
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
ধন্যবাদ জনালোঁ । এগৰাকীৰ কমেণ্ট চোৱা চোন । কি মানসিকতাৰ মানুহ
@gungunbaruah
@gungunbaruah 2 жыл бұрын
Aibur manuh Anekuai lukor vl dekhbo nuware
@gungunbaruah
@gungunbaruah 2 жыл бұрын
Mur ghor dergaon plz adin amr ghrt ahibo plz muk contact kori
@gungunbaruah
@gungunbaruah 2 жыл бұрын
Nahile bohut bea pam plzzzzzzz🙏🙏🙏🙏😓😥😥😥😥😥😥😥😥😥
@gungunbaruah
@gungunbaruah 2 жыл бұрын
Moi Buwari he ako dei Babu Baruah mur husband he ako dei 😄😄
@pallabisaikiabora828
@pallabisaikiabora828 2 жыл бұрын
আম খাবলৈ চাংলাংত আহিবা এতিয়াও কৰবাত এটা দুটা বিচাৰি পোৱা যায়
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
কেতিয়াবা যাম দেই
@pallabisaikiabora828
@pallabisaikiabora828 2 жыл бұрын
@@RashmiKonwar আহিব খুৰি মাৰ্ঘেৰিটালেকে আহি ফোন কৰিব দেই আসাৰে বাত চালো।
@mousumideka6520
@mousumideka6520 2 жыл бұрын
Buwarik morom koribo Lage Val kotha Mur hahu mai muku bohut morom kore...holew apunr olop bsi hol nki Imn bsi over drama o vl nlge
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
ধন্যবাদ চিনেমা বুলি ভবাৰ বাবে । তোমাৰ জীৱনটো সুন্দৰ হওঁক । ইয়াৰ পিছৰ স্ক্ৰীপ্টটো লিখি দিবা চোন । মোৰ ওচৰত নাই মানে 😂😂😂😂
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
মিছতেই মোৰ লগত MB খৰছ নকৰিবা । নেগেটিভ চিন্তাৰ মানুহ এখিনি আছে বুলি জানো । উদাহৰণ তুমি 😃। হেৰৌ ,মোৰো লাজ অপমান বোলা কিবা এটা আছে । অন্য সময়ত বোৱাৰীক গেজেৰা মাৰি পিছ মুহূৰ্ততে ভিডিও কৰিবলৈ ৰসগোলা খুৱাব নোৱাৰো নহয় । যি সঁচা তাকেহে দেখুৱাব পাৰিম । জ্বলন 😂😂😂😂
@sompiyabegom4340
@sompiyabegom4340 2 жыл бұрын
Apunr xahua drama kra sga na mousumi ba. Sai krna blgr moromk xondh krisa.. Npi blgr morom vl puak drama buli kua..
@pubalisaikia9716
@pubalisaikia9716 2 жыл бұрын
Enan val lagise
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 120 МЛН
Cheerleader Transformation That Left Everyone Speechless! #shorts
00:27
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН