Mur husband kenke dhukaisil//moi husbndr ghror pra kio gusi ahilu//

  Рет қаралды 1,308,893

Ponkhi Production

Ponkhi Production

Күн бұрын

Пікірлер: 2 000
@nikitanath1665
@nikitanath1665 2 жыл бұрын
Murei bia asil heidina...Tai mur xoru kalor bht bhal frnd..mur bia dinai hoisil eibur mur j hahim ne kandim lgsl ..ghar eri oha dukht koi ei dukh tu a bht kosto disil..Stay strong 😔😑xodai asu tuk support kriboloi
@gitashri8229
@gitashri8229 2 жыл бұрын
tumiu dukh nkoriba .ketia mnuhor ki hoi jai kuneutu najane ..muthote tumak aru pongkhik koisu hodai aibu kothat strong hoboi lagibo o.......
@ponkhiproduction5276
@ponkhiproduction5276 2 жыл бұрын
Ei dintu ketyau pahribo nuara din hoi rol tumr ru Mur jibont...ekfale tumr anniversary ru anfale Mur husbndr bosoreki...ji a nhouk amar bonthutto tu ru odhik besi tonokial hoi rol...luv uh😘😘😘💕
@giyanaxomyt3258
@giyanaxomyt3258 2 жыл бұрын
Koboloi vakha nae aru 😭😭😭
@nikitanath1665
@nikitanath1665 2 жыл бұрын
@@ponkhiproduction5276 😘😘💕
@himashreemedhihima3973
@himashreemedhihima3973 2 жыл бұрын
Uff buku khon kopi gyse kiba eta. Khunibo hahokh huwa ni re
@JIBONOREITUHITU-MADHURIMA
@JIBONOREITUHITU-MADHURIMA 2 жыл бұрын
শুনি বুকু কঁপি গ'ল। বহুত দুখ লাগিল😥। তোমালোক দুয়ো সুখত থাকা, দেহাৰ জীৱনতো উজ্জ্বল হওক তাকে কামনা কৰিলো।
@rimpeephukonmaina399
@rimpeephukonmaina399 2 жыл бұрын
God bless your dear aji tumar jibon kahini2 huni hosai bor dukh lagil hukhi hua hahokhere agbahi jua ❤️
@dul6973
@dul6973 2 жыл бұрын
খুউব কষ্ট হয় এনেকুৱা ঘটনা শুনিলে ,সৰু ছোৱালী তুমি ভগৱানে তোমাক সাহস দিয়ক ল'ৰাটো ভাল মানুহ হয় যেন ঈশ্বৰ।
@sumegogoibikashgogoi5306
@sumegogoibikashgogoi5306 11 ай бұрын
সচাঁকৈ তোমাৰ কথাখিনি সোনি বুকুখন কঁপি গ’ল তোমালোক সদাই দেহা আৰু তুমি এনেকৈ সুখি হৈ থাকা ❤❤
@MonikhaSaikia-ft9iz
@MonikhaSaikia-ft9iz Жыл бұрын
You are a strong mom..tmr story2 huni bht dukh lgile baa sinta nkriba adin tmr jibntu hokolu vl hobo..ru deha k vl dore pohai hunai dangr manuh korua..vgban ase hokolu vl hobo adin..
@BiniVlogs
@BiniVlogs 2 жыл бұрын
বহুত দুখ লাগিল কথাবোৰ শুনি ।। আগন্তুক জীৱনত তোমাক ভগৱানে বহুত সহায় কৰিব।।। এখন দৰ্জা বন্ধ হ'লে আন এখন দর্জা খোল খাই 🙏🙏 ভালে থাকা দুয়ো।। আমাৰ মৰম সদাই থাকিব ♥️♥️
@nikumaina1243
@nikumaina1243 2 жыл бұрын
বহুত দুখ লাগিল কথা বোৰ শুনি ডেহা আৰু তুমি সদাই ভালে থকা তাৰে কামনা কৰিলো ভগবানৰ ওচৰত ♥️♥️😊
@jahnobibora3172
@jahnobibora3172 2 жыл бұрын
ভগৱানে শক্তি দিয়ক তোমাক.... ভৱিষ্যত জীৱন তোমাৰ সুখৰ হওক পংখী বা 🙏🥺😍
@pkochstudio3489
@pkochstudio3489 2 жыл бұрын
😭😭😭😭😭. Vale thakok PRITHIVIR XOKOLU MANUH.NIJOR KHYAAL RAKHIBAA. VAL THAKA... GOD BLESS YOU
@NirutpolChutia-w9k
@NirutpolChutia-w9k 5 ай бұрын
😢😢😢😢 😔😔🥺🥺🥺
@himashreebarhoi7861
@himashreebarhoi7861 2 жыл бұрын
তোমাৰ কথাখিনি শুনি বহুত দুখ লাগিল 😥 তুমি আৰু তোমাৰ লʼৰাটো সদায় ভালকৈ থাকা।
@khorikajai4223
@khorikajai4223 Жыл бұрын
বহুত সৰু ছোৱালী । আজি প্ৰথম তোমাৰ ভিডিঅ' চালোঁ । সাহসী ছোৱালীবোৰক মৰম লাগে ,স্বাৱলম্বীহৈ জীৱন পথত আগবাঢ়ি গৈ থাকা । ❤
@খাতিঅসমীয়া-ড৮হ
@খাতিঅসমীয়া-ড৮হ 2 жыл бұрын
সাহসেৰে আগুৱাই যোৱা। যোৱা জন আকৌ তো উভতি নাহে । মানুহে যি কয় ক'ব দিয়া। এতিয়া লৰাতোৰ সাহস তুমি আৰু তোমাৰ সাহস লৰাতো । তাক দেউতাকৰ অভাৱ অনুভৱ কৰিব নিদিবা । এতিয়া তুমিয়েই লৰাটোৰ জীৱন
@dimpivlogs5444
@dimpivlogs5444 2 жыл бұрын
mur chnel2 subcribe kori diba sn 🤗
@harshitasarma1230
@harshitasarma1230 2 жыл бұрын
@@dimpivlogs5444 mur channel tu subscribe kori dibo tuku perrot buli ase
@disha99
@disha99 2 жыл бұрын
Sobe adin sob ari jboi lagibo.. Kunba hunkle kunba derike kunu najane.. Dukh nokoriba stay strong tumr lgt tumr family ami sob asu.. Bht motivate paisu tumr pora.. ❤ God bless u n babu
@Rakesh_Das45
@Rakesh_Das45 2 жыл бұрын
অযথা প্ৰশ্ন কৰি স্মৃতি বোৰ মনত পেলাই এজনী ছোৱালীক আমনি কৰিব নাপাই । কিয়নো তই বা মই বুজি নাপাম আপোন জনক হেৰুৱা বেদনা । আপুনি বহুত সাহসী হৈ । এনেদৰে আগুৱাই যাব লাগিব । এই স্বাৰ্থপৰ পৃথিৱী ত আপোনাক ঘূৰি চাবই কাৰোৰে সময় কণ ও নোলাব । ভগৱানে দেহাক আৰু আপোনাক ভালে ৰাখক তাৰে আশা কৰোঁ 🙏 তোমাক যোৱা সময়ত এবাৰ দেখা নাপালোঁ এইটো কথাই চকু পানী ওলাই থৈ গোল 😞💔
@diksha813
@diksha813 2 жыл бұрын
Hosakoi kio bru hudhe manuh bure
@Rakesh_Das45
@Rakesh_Das45 Жыл бұрын
​@@diksha813take😓
@rocktaveborgohain9654
@rocktaveborgohain9654 Жыл бұрын
Hosakoi dai 🥺💔
@Gaoliyasuwalimoi4321
@Gaoliyasuwalimoi4321 Жыл бұрын
কথা খিনি বহুত দুখ লাগিল বা ভগৱানে তোমাক আৰু দেহাক ভালকে ৰাখক তুমি আগুৱাই যোৱা 🙏😊
@pinkisaikia3837
@pinkisaikia3837 Жыл бұрын
Apunar hahitu eman morom loga..aji first video salu apunar...apuni dhuniake aguwai jaok...na karubar kotha vabi na kunubai kiba kobo buli..kunui apunak nukhuai apuni nije khabo lgibo logot apunar morom loga lora jon...bohut bohut morom..love from mangaldai ❤❤
@itz_arushi7049
@itz_arushi7049 2 жыл бұрын
এইবোৰ সকলো নিয়তিৰ ইচ্ছা কেতিয়া কি হ'ব লগা আছে, পৃথিৱী লৈ অহা সকলো বক্তি এদিন নহয় এদিন যাবয়েই লাগিব।। তুমি খালি বা ভাগি নপৰিবা তুমি এতিয়া খুব strong হ'ব লাগিব লগতে দেহাক ও তুমি এজন ভাল বক্তি হিচাপে গঢ়ি তুলিব লাগিব, আৰু তুমি এইদৰে হাঁহি মাতি থাকা তাৰেই কামনা কৰিলো নেদেখা জনৰ ওচৰত❤
@pal8455
@pal8455 2 жыл бұрын
Be strong, eta advice dibo bisaru, tumar dehar future tur kotha vabi jodi para second marriage r alap sinta sorsa kora, life tu bohut ase aru, ejon sahos dia manuh hole besi ujuti nakhaba, god bless you both...
@junukacreation4313
@junukacreation4313 2 жыл бұрын
তুমি জীৱনত এটা বহুত বেছি বেয়া আৰু বহুত কঠিন সময় পাৰ কৰি আহিছা । কথাখিনি শুনি বহুত বেছি বেয়া লাগিল । যি হৈ গ'ল সেইখিনি কাষত ৰাখি আগলৈও এনেদৰে আগুৱাই যোৱা তাৰে কামনা কৰিলো । Always be strong 💪👊 👍
@saptamidas5993
@saptamidas5993 Жыл бұрын
ভালে থাকা তুমি সাহসী হৈ দেহাক লৈ দুখ বোৰ নেওচি সুখত থাকা তেওঁ সদায় আছে তোমালোকৰ লগত তোমাৰ কথা খিনি শুনি মোৰ বুকু হেচি ধৰিছে আৰু তুমি দিনবোৰ পাৰ কৰি আহিছা ভগৱান ভালে ৰাখক তোমালকক এদিন লগ পাম বুলি আশা থাকিল❤
@barnaliborthakur2725
@barnaliborthakur2725 2 жыл бұрын
Tumar জীৱনৰ ককাহিনি khíni শুনি মুৰো তোমাৰ লগত মোৰ লগত হোৱা ঘটনা টো শৰে কৰিব মন গল।মইও মোৰ হুস্বন্দক। অলপ দিনৰ আগত হেৰুৱাইছে.এবছৰ হোৱাৰ নাই মইও মোৰ মাৰ লগত থাকো।হৈ নিজৰ মানুহ জন হেৰাইগলে বহুত বস্তু সলনি হইজাই.মোৰ হুস্বন্দৰ বাঠ্ৰমত পৰি ধুকলে.।মইটো আৰু অকলশৰীয়া মই মোৰ এজনী ছোৱালী তাইকো হেহুৱাইছো।তথাপিও জিজাই আছোঁ।
@kuldipChoudhuryVlogs
@kuldipChoudhuryVlogs 2 жыл бұрын
বহুত দুখ লাগিল শুনি । দুখ নকৰিবা বেছিকৈ । হোৱা টো টো হৈ গ'ল ভগৱান ইচ্ছা আছিল চাগে । তুমিও সৰু হৈ আছা লৰাটো ও সৰু হৈ আছে । গোটেই জীৱন এনেদৰে অকলে কটাব নালাগে, সন্মুখত বহু বাট পৰি আছে যাবলৈ । নতুন কৈ আৰম্ভ কৰা । শুভ কামনা সদায় আছে💐💐💐💐💐💐 । ভালে থাকা দুয়োজন ।❤️
@pompyborah9586
@pompyborah9586 2 жыл бұрын
God bless you Tomi nakindiba mur vitu ankoi dhukala
@rumibarman9510
@rumibarman9510 2 жыл бұрын
আপোনাৰ কথা বোৰ শুনি চকু পানী ওলায় গৈছে,জীৱন টোৰ কথা কোনেও কব নোৱাৰে ,তথাপিও আপুনি আগুৱাই যাব লাগিব dehar 🥰kotha ভাবি ,তাৰ সাহস হব লাগিব আপুনি বা ❤️😍,ভগৱানে দুয়োকে ভালে ৰাখক ❤️😍
@Rimagogoi20
@Rimagogoi20 2 жыл бұрын
তুমি বহুত strong বা❤️ আগৰ কথা ভাবি দুখ কৰি নাথাকিবা😊 সুখী হোৱা আগুৱাই যোৱা
@pikubhani
@pikubhani Жыл бұрын
You are a strong mom ...... God bless you baaa😢😢❤❤
@sukanyasaikia
@sukanyasaikia 2 жыл бұрын
Be strong dear 💕 এগৰাকী নাৰীৰ বহুত শক্তি আছে। গতিকে নাৰীৰ সেই ৰূপটো লৈ আগবাঢ়ি যোৱা। ভগবান সদাই আছে তোমাৰ লগত। দেহালৈ আৰু তোমালৈ বহুত বহুত মৰম যাচিলো 💕
@ponkhiproduction5276
@ponkhiproduction5276 2 жыл бұрын
Thank you so much 💕💕🥰😘
@dikshitahazarika8656
@dikshitahazarika8656 2 жыл бұрын
You are a strong mom... god bless you ❤️
@Dhemajirsampriti
@Dhemajirsampriti 2 жыл бұрын
I know it hurts but stay strong cutie baa ❤️ Your son is so blessed that he have a mother like you 💞
@madhurimonu3894
@madhurimonu3894 2 жыл бұрын
Be strong👍 মানুহৰ জীৱনত কেতিয়া কি হয় কোনেও নাজানে, দুখ কৰি নাথাকিবা, দেহা ৰ ভৱিষ্যত সম্পূৰ্ণ তোমাৰ ওপৰত 👍 👍 আগবাঢ়ি যোৱা❤️ বহুত বহুত মৰম তোমালৈ❤️
@bichitrasenapati9440
@bichitrasenapati9440 Жыл бұрын
অ মোৰ বা
@mallikachetia9614
@mallikachetia9614 2 жыл бұрын
বহুত দুখ লাগিল তোমাৰ কথাবোৰ শুনি।ভালে থাকা সদায়ে।
@biswsnatharbuwarianju2330
@biswsnatharbuwarianju2330 2 жыл бұрын
বহুত দুখ লাগিল ঘটনাটো শুনি,,, ভগৱানে তোমাক আৰু দেহাক ভালে ৰাখক।
@BhaswatiBarman112
@BhaswatiBarman112 2 жыл бұрын
You r so strong 👍👍👍
@purnanandahazarika1694
@purnanandahazarika1694 2 жыл бұрын
হতাশ নহব বা।যাৰ ধৈৰ্য থাকে তেওঁক হে ভগৱানে কষ্ট দিয়ে বা❤️
@dimpiborah4488
@dimpiborah4488 2 жыл бұрын
2mr kotha xuni mur bukukhn kopi goise..... Tumi strong hoi thaka..... Vogoban ase teu r uprt biswas rakha... Loratur krne tumi strong hoi thkiboi lgbo 🙏🏻
@utpalgogoi9662
@utpalgogoi9662 5 ай бұрын
কথা বোৰ শুনি এ বহুত দুখ লাগি গৈছে,, তুমি কওঁতে চাগে তোমাৰ কিমান দুখ লাগিছে,,, সেইটো অনুভৱ কোনেও কৰিব নোৱাৰে,, ভুক্ত ভুগীয়ে হে বুজি পাই,,, তোমালোক সদায় ভাল এ থাকা
@mousumiborahchaliha1990
@mousumiborahchaliha1990 2 жыл бұрын
বহুত দুখ লাগিল তোমাৰ কথাই মোক কন্দুয়াই😭😭😭 পেলালে । তুমি দেহাক লৈ ভালে থাকা
@bhanitadevi5832
@bhanitadevi5832 2 жыл бұрын
Khosai tumr dukhr Katha khuni Mr abr tumk aru tumr Lora tuk lg pbo mn goise...Tumi vagi noporiba babu tur Katha vbi nijke khukhi rakhiba..agoraki nari jibnt nijr manuh tutkoi apun aru kunu HB nuare....Tumi j imn strong khei Katha to vbi Mr bht vl lgise...proud feel krisu nijke...🙏🙏🙏🙏
@gautamdas5582
@gautamdas5582 2 жыл бұрын
ঈশ্বৰে তোমাৰ পতিৰ আত্মাক সদায়ে ভালে ৰাখক আৰু তোমালোকক শক্তি দিয়ক আগ বাঢ়ি যাবলৈ। ভালে থাকিবা আৰু সন্তানটিক এজন ভাল মানুহ বনাব চেষ্টা কৰিবা।
@polashreeboruah2341
@polashreeboruah2341 2 жыл бұрын
Aibur kotha kio nu manuhe hudhibo lge . Kmn kstot kyxe xge kotha bur , stay strong ba❤️deha lgt vlke thka hodai
@upasanabordoloi5145
@upasanabordoloi5145 2 жыл бұрын
Tmi bhut strong hoi ba tmi dehak loi agbahi juwa God bless you
@MintujitDas-xy2jc
@MintujitDas-xy2jc Жыл бұрын
তুমি সাহকৰে আগুৱাই যোৱা তুমাৰ কথাবোৰ শুনি দুখ লাগিল ৷লৰাটো তুমাৰ বহুত মৰম লগা তাক ভালদৰে চোৱাচিতা কৰি আগুৱাই লৈ যোৱা ৷আজি প্ৰথম চালো তুমাৰ ভিদিও ৷কথা বোৰ শুনি দুখ লাগিল😂😂😢
@urekhaboro7528
@urekhaboro7528 2 жыл бұрын
Tumi aaguwai juwa takei kom aru khukhi huwa♥️♥️♥️
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
তুমি সাহসী হোৱা মাজনী । ঈশ্বৰে মংগল কৰিব । ভালে থাকা । তোমাৰ মৃত স্বামীৰ আত্মাৰ সদগতি কামনা কৰিলোঁ
@bhoirobjyotiphukan432
@bhoirobjyotiphukan432 Жыл бұрын
Bhogoban tumar hihari howk
@PallaviRani327
@PallaviRani327 2 жыл бұрын
Bhuttt Val lage tmr video Sai gutei bur salu val lagile mn asile ai2 Janib le... Aguwai jua ❤️❤️
@nitadekanitadeka
@nitadekanitadeka Жыл бұрын
তুমি বহুত সৰু ছোৱালী ৷তোমাৰ কথাখিনি শুনি বুকু বিষাই গল৷তুমি সাহসী মা ৷সদায় ভালে থাকা মা বেতা❤️
@mayamahanta5908
@mayamahanta5908 3 ай бұрын
তোমাৰ কথাবোৰ শুনি বহুত দুখ লাগিল। দেহাই তোমাৰ সাহস,আগুৱাই যোৱা।
@vayolinasvlogs276
@vayolinasvlogs276 2 жыл бұрын
ভাগ্যত যি থাকে সেয়া হবই..তথাপিও সকলোয়ে আগুৱাই যাব লাগিব..সদায় সাহসী হোৱা তাৰেই কামনা কৰিলো বা...
@tinaahazarika77
@tinaahazarika77 2 жыл бұрын
তোমাৰ চকুত চকুপানীয়েও এদিন হাৰ মানি ৰব বা...তুমি তোমাৰ এই সাহস কেতিয়াও নেহেৰাবা...i luv u alot my lady crush 💕
@asmavlog
@asmavlog 2 жыл бұрын
God bless you .. Stay strong
@bharotiborah3676
@bharotiborah3676 8 ай бұрын
Kotha khar huni bohut dukh lagise.... Hobo loigia tu hoi gol baa. Atiya tumi nije strong hobo lagibo akmatro lora tur karone... Hodai akhirbaad korim baa, tumak. Bhogobane karu jibonot anekua nokorok God bless you.... 🙏
@GDHFREEDOMWORLD
@GDHFREEDOMWORLD Жыл бұрын
Bohut dukh lagil but tumi prati pal possitive hoi agbarhi jua ..... dukhbur hahire 😄😄😄 hojom kori Success hua.....👍👍👍
@kakalidas8367
@kakalidas8367 2 жыл бұрын
তুমি আৰু দেহা ভালে থাকা ,তাকেই কামনা কৰিলো |
@sangitaskitchenvlogs4409
@sangitaskitchenvlogs4409 2 жыл бұрын
দুখ নকৰিবা তুমি আগুৱাই যোৱা তোমাৰ নিচিনা জীৱন বহুতৰে আছে
@hiranyarabha8867
@hiranyarabha8867 2 жыл бұрын
কথাবোৰ শুনি চুকু পানী ওলাই গল 😭 যি নহওঁক ভগৱানে তোমাক কুশলে ৰাখক 🙏🙏🙏 যোৱা জন গুচি গল 😭😭,,, আমি সকলোৱে আছোঁ তোমাৰ লগত 🙏🙏🙏gd bless you
@sivanirongpipi9841
@sivanirongpipi9841 4 ай бұрын
God bless you baa aji apunar jibon kahini tu honi bor dukh lagilse 🥺 but u r a strong mom❤❤
@bestcomedyraghavjuyal2361
@bestcomedyraghavjuyal2361 2 жыл бұрын
Tumar kotha khone xuni aije dukh lagel.. dakhi thaku.. fbt.. baki tume jebon batot agbahi jua.. god bless him..
@chandramallikagogoi9332
@chandramallikagogoi9332 2 жыл бұрын
I know how difficult this time ..but stay strong and be healthy.....God bless you 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
@Naz_Ahmed
@Naz_Ahmed 2 жыл бұрын
Be strong... Deha ru tmaloi agal mn morom jasilu❤
@off-roadgaming8246
@off-roadgaming8246 2 жыл бұрын
জন্ম হলে মৃত্যু অনিবাৰ্য, কিন্তু অকাল মৃত্যুক মানি লবলৈ বহুত টান আৰু কষ্ট হয়,,,ভগৱানে আপোনাক সাহস দিয়ক🙏
@jkfunnyraja2450
@jkfunnyraja2450 2 жыл бұрын
Apuni thike koise
@juntibegum4665
@juntibegum4665 2 жыл бұрын
Jiyai thokatu bohut kost hob
@diptikakati864
@diptikakati864 Жыл бұрын
Dukh nkriba ba ji HBO lga asil hoi gl vgoban ase tumr khux ahiboi.. love u ba ❤️❤️
@bobitaborah1356
@bobitaborah1356 2 жыл бұрын
ভালে থাকা তোমাৰ লৈ আশীৰ্বাদ থাকিল । ভগৱানে তোমাক সহায় কৰিব ।
@haripriyakalitaborah982
@haripriyakalitaborah982 2 жыл бұрын
You are so strong,God bless you and your little one dear .
@bobita828
@bobita828 2 жыл бұрын
শুনি বহুত দুখ লাগিল। আগুৱাই যোৱা সাহসেৰে,,দেহাৰ লগত সুখী থাকা বা। যোৰহাটৰ পৰা মৰম যাছিলোঁ।
@purobibarman5862
@purobibarman5862 2 жыл бұрын
Bhut dukh Lagil xuni..
@i.b.g.entertainment7942
@i.b.g.entertainment7942 Жыл бұрын
Accident Buli Kolai voi lage. Love Form Guwahati❤️
@somimaparbinsobruja5550
@somimaparbinsobruja5550 10 ай бұрын
Bhogobane jate anekuya karu logote nokore😢aru vale thaka hodai tumi, god bless you
@swapnamonisaikia5108
@swapnamonisaikia5108 2 жыл бұрын
তুমি বাৰু ৰহা মহাবিদ্যালয়ৰ ছাত্ৰী আছিলা নেকি, তোমাক দেখা যেন লাগিছে। বাকী তুমি সাহসেৰে আগুৱাই যোৱা, মানুহৰ জীৱনত বহুতো দুখ থাকে, যিটো আমি ধৰি ৰাখিব নোৱাৰো সেইটো কথা ভাবিনো কি কৰিম ন। ভগৱানে শক্তি দিয়ক তোমাক।
@priyankanancyvlogs
@priyankanancyvlogs 2 жыл бұрын
সদায় ভালে থাকা তাকেই কামনা কৰিলোঁ নতুন বান্ধৱী হলোঁ তোমাৰ❤️❤️❤️❤️
@ankurjyoti3616
@ankurjyoti3616 2 жыл бұрын
Miss krisu vinik 😓 Mur jibont log pua ejon best mnuh asil vini Jun Mur lgt ejon bondhu vini SB hisape asil luv u vini bht smriti roi gol smriti Mur loi ami jikon khomoi plu heikon khomoie bht buli vbu love you vini 😘 jote ase khukhot thka habangkai tu miss u 🥺
@ponkhiproduction5276
@ponkhiproduction5276 2 жыл бұрын
🥺😘😘😘
@ankurduarah8816
@ankurduarah8816 9 ай бұрын
Wow what a great u r.i sympathies with u..be safe and faith on god.may god bless u.
@bhumikadas6044
@bhumikadas6044 Жыл бұрын
Baa tumi bohut strong hoi❤️ amar morom xodai tumar logot thakibo...deha aru tumi vale thaka xodai...❤️
@trishnamalakar4114
@trishnamalakar4114 2 жыл бұрын
Good bless you baa!! Stay strong🙏
@lunacy8527
@lunacy8527 2 жыл бұрын
Always be strong ba.. 😢😇👍👍..deha আৰু তুমি সদায় ভালে থাকা😇👍
@debajitgogoi4415
@debajitgogoi4415 2 жыл бұрын
ঐ নাকান্দিবা তেওঁ জতে আছে ভালে থাকক ভগৱানক প্ৰাৰ্থনা কৰিছোঁ।তুমি আৰু দেহা ভালে থাকা।
@BcspChp
@BcspChp 29 күн бұрын
Jote thaka tote val ke thakiba aru jimane jiye nohok tumar deha life agoloi ni jaba god bless you and your dear deha your all family ❤❤❤❤❤❤❤
@sumitrakachari5866
@sumitrakachari5866 5 ай бұрын
Tumer video sai sukupani rokhabo nuarily ,aguai jaba God blessed you .
@drishtihajong8601
@drishtihajong8601 2 жыл бұрын
আপোনাৰ কথাখিনি শুনি থাকিবলৈ মন যায় ।পতকতে শেষ হোৱা যেন হে লাগে।
@aryamaboro896
@aryamaboro896 2 жыл бұрын
জন্ম, মৃত্যু, বিবাহ কত কেতিয়া কেনেকৈ হয় কোনেও কব নোৱাৰে🥲,, লৰাটোৰ সৈতে ভালে থাকিবা.
@pujapathak7883
@pujapathak7883 2 жыл бұрын
Always be strong ♥️BAA...Mon bya kri nthakiba 😘☺️
@jesminbegum8187
@jesminbegum8187 Жыл бұрын
Aji firt time apunar vedio salu.bahut kandilu .aguai jauk atitok pahori.,god bless u.
@lipikamedhi6114
@lipikamedhi6114 Жыл бұрын
Imn dhunia swali morom lgi aaji 1st tumar video salu ...ktha xini xuni birat dukh lgil... tothapio tumi bhut sahokhi...aguwai jwa❤...axa kru tumi xdai sukht thka❤
@aaaaaaabbbbbbb681
@aaaaaaabbbbbbb681 2 жыл бұрын
Bahut morom tumalukoloi,,, God bless you always 💕💕
@munmihazarika6409
@munmihazarika6409 2 жыл бұрын
May God bless you and your son 🙏🏻🙏🏻
@bikramsonowa3334
@bikramsonowa3334 2 жыл бұрын
Bahut dhukh lagil....
@priyankadeka9771
@priyankadeka9771 2 жыл бұрын
তোমাৰ আৰু মোৰ কাহিনী প্রায় একে। মই মোৰ ভালপোৱা আৰু ভাইটিক হেৰুৱাইছো । ঘটনা এটাই বাইক এক্সিডেন্ট। এতিয়া মা দেউতাৰ কাৰণে জীয়াই আছো ।বহুতে কথা শুনাই কিন্তু সেইবিলাক আওকাণ কৰি চলি আহিছো। তুমিও আৰু আগুৱাই যোৱা .. তোমাৰ কথাখিনি শুনি জীৱনটোত আৰু অলপ সাহস পালো।😍😍
@hirumanidevi4775
@hirumanidevi4775 10 ай бұрын
বহুত বহুত দুখ পালোঁ, আপোনাৰ মুখ খন দেখিলেই মোৰ বহুত বেয়া লাগে কথা খিনি শুনি মই কান্দিয়ে পে লালো, দেহা লৈ আপুনি সুখী হয় থাকক আৰু বেছি মন মাৰি নাথাকিব , আপোনাক লগ পাব মোৰ খুব মন যায় বা , এৰি আহা কথা বোৰ মণত পেলাই চকুলো টুকি নাথাকিবা বা 😘😘😘😘
@mamunphukanchowdhury231
@mamunphukanchowdhury231 Жыл бұрын
Tumi bhale thaka dehak loi.. Be strong... Iman dhuniake kotha khini koisa.. Logote safty kothao kola.. Good wishes tumaloi. Lov from banglore
@manalishanath4921
@manalishanath4921 2 жыл бұрын
ভগৱানে সকলোকে ভালে ৰাখক🙏🙏
@sayanikabora4132
@sayanikabora4132 2 жыл бұрын
ভালে থাকা তুমি আৰু দেহা সদায় । ❤️❤️❤️
@AnuradhaDekaraja
@AnuradhaDekaraja Жыл бұрын
vale thaka tumi 🙏🙏😭😭
@ratnasaikia4599
@ratnasaikia4599 2 жыл бұрын
কলিজা তুমি বহুত সাহসী অ। বুকুত ইমান ডাঙৰ দুঃখ এটা লৈও তুমি বিচলিত নহয় যে আগুৱাই যাব চেষ্টা কৰিছা ভাল পাইছোঁ 💓😒 সদায় সাহসেৰে আগুৱাই যোৱা তুমি, তোমাৰ লগত আছোঁ।যদিও ঘটনাটো হোৱা দিন হল তথাপিও শুনি বৰ কষ্ট পাইছোঁ দুঃখ লাগিছে অ। লগতে কওঁ সকলোৱে হেলমেট্ পিন্ধি গাড়ী চলাবা আৰু লাহে লাহে
@debasankar1055
@debasankar1055 4 ай бұрын
Xub dukh lagil ponxi.....tumi bohut storng......❤❤morom jasilu tomaloi......
@dipanjolchawra5075
@dipanjolchawra5075 2 жыл бұрын
Baa apuni jonale j gahori jkeneke সলাব লাগে ekarne thanks youu apuni val dorne thakiba dei aru জীৱন বাত আগ বাঢ়ি th akiba oky
@Shininglisha
@Shininglisha 2 жыл бұрын
Aitu kotha jnibo roi asilu ❤️lots of love baa from nlbri
@nabanita408
@nabanita408 2 жыл бұрын
Mur logotu tenekua ghotona hoi goise.. Bhagya vl husband basil.. Kintu xei xomoyot kenekua feel hoisil bujabo nuari.. Tumr bukur bikh Tu moi vl dorei onuvob koribo parisu.. Vl dore thaka.. Aguai jua.. Dohe doh ta ktha kbo.. Nijr uprt biswas rakhi vl vl kam kori jua.. Love from lakhimapur.. Mur ata channel ase time uliyai plz abar saba
@archanaphukon7223
@archanaphukon7223 2 жыл бұрын
এগৰাকী পত্নীৰ আটাইতকৈ মূল্যৱান গহনা হ'ল,তেখেতৰ husband ।
@rupjyotikonwar7049
@rupjyotikonwar7049 2 жыл бұрын
Hosai bohut besi dukh lagil huni.😢😢.tumi aguwai jua vogobane tumak aru hahokh diyaok
@mongaonkhowa8922
@mongaonkhowa8922 8 ай бұрын
Khsakoi bohut beya lgil tumr kthabur khuni dukh nkriba loratur lgt jibntu aguayei jua
@RimpiSaikia
@RimpiSaikia 2 жыл бұрын
God bless you..stay strong 💪
@deepjyotibora6490
@deepjyotibora6490 11 ай бұрын
Hi
@rubinabegum7900
@rubinabegum7900 2 жыл бұрын
Dukh nokoriba baa .. jibon 2 aguyai juwa
@nilakshreejyotirmoyvlog3012
@nilakshreejyotirmoyvlog3012 2 жыл бұрын
Be strong...❤ hukhi hoi thakiba... love from Jorhat...❤❤❤
@NDR_LIZA
@NDR_LIZA 2 жыл бұрын
Khuni Kine Bohut Dukh Lagil... Tumi gam paay haat vori kopise murto khunie haat vori kopi goise tumar mukhor pora... Baa Strong Thaka Lift Aguwat Juwa ❤❤❤
@JupitoraDeuri-xv5vv
@JupitoraDeuri-xv5vv Жыл бұрын
Vonti tumi dukh nokoriba.tumi khahokhere aguwai juwa.tumi anor oporot nirvor nokoriba.manuh hoi jonmo lole vogobane enekoi porikkhya kore.Husband nohole manuhe beyake sai.gotike tumi future or kotha Sinta Kori khot pothot soli juwa sure vogobane tumak khohai koribo.god blessed you my sister.
GIANT Gummy Worm #shorts
0:42
Mr DegrEE
Рет қаралды 152 МЛН
2024 recap | growth | achievement | love
26:21
Madhusmita Hazarika
Рет қаралды 35
Exploring Shillong with Loved Ones | Family Time
20:43
Aimee Baruah (aimeebaruahofficial)
Рет қаралды 307 М.
GIANT Gummy Worm #shorts
0:42
Mr DegrEE
Рет қаралды 152 МЛН