বিধৱা বাবেই বিয়া ঘৰৰ পৰা বাহিৰ কৰি দিছিল পংখীক

  Рет қаралды 478,703

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 638
@HemaborahHemaborah
@HemaborahHemaborah Ай бұрын
তোমাৰ কথা বোৰ শুনি দুখ লাগিল। তোমাৰ ভৱিষ্যতৰ জীৱন উজ্জ্বল হওঁক তাৰে কামনা কৰিছোঁ তোমাৰ মৰমৰ দেবাক লৈ তুমি আগুৱাই যোৱা দেহাক তুমি ডাঙৰ মানুহ কৰা 😢❤। তোমাক তোমাৰ মৰমৰ দেহাই চাব তুমি তোমাৰ কাম কৰি যোৱা আনৰ কথা বাদ দিয়া। যি সকললোকে তোমাক saport কৰিছে সাহস দিছে তেওঁৰ লোকৰ আশীর্বাদ লৈ তুমি জীৱনত আগবাঢ়ি যোৱা তাৰে প্রাথনা কৰিছোঁ।
@S.M.8439
@S.M.8439 5 ай бұрын
আনক সমালোচনা কৰা সকলৰ নিজৰ গলতো একে ঘটনা হলেহে উচিত শাস্তি পাব। তুমি আগুৱাই যোৱা।সমাজৰ বেয়া চিন্তাধাৰাক দুৰ কৰাৰ কাৰণে তোমাক ভগৱানে সুযোগ দিছে।নাৰীৰ শত্ৰু নাৰীয়ে।
@phulenkakoty3313
@phulenkakoty3313 5 ай бұрын
ভন্টি তুমি লৰাতোক লৈ আগুৱাই যোৱাৰ ভগৱানক আশীৰ্বাদ আছে
@rekhaneog1101
@rekhaneog1101 5 ай бұрын
Ponkhik বিয়াৰ পৰা যি খিনি মহিলাই উলিয়াই দিলে তেওঁ লোকৰ ছোৱালীৰ লগত যদি এনেকুৱা এটা হয় তেতিয়া তেনেকুৱা কৰিলে হেতেন জানো এই কথা শুনি বহুত খং উঠিল
@DijanDas-gn5sw
@DijanDas-gn5sw 5 ай бұрын
😊 jol
@navajyotisaikia6698
@navajyotisaikia6698 5 ай бұрын
তোমাৰ মানুহ জন এই পৃথিৱীৰ পৰা আঁতৰি গল।মানুহজনক মনৰ মাজত ৰাখি জীৱন বাটত আগবাঢ়ি যোৱা।ভগৱানে তোমাক লগ দিয়ক।
@Anushka-yk5ek
@Anushka-yk5ek 5 ай бұрын
এগৰাকী বিধবাৰ জীৱন কেনে সেয়া মই সৰুৰে পৰা দেখি আহিছোঁ মোৰ মাক। মানুহে ঘৃণাৰ চকুৰে চাই, নিজৰ মিতিৰ কুটুম কোনেও আঁকোৱালি নলয়। আৰু এটা কথা কও এগৰাকী বিধৱা মহিলা বহুত সাহসী হয়। ভগৱান সদায় আপোনাৰ লগত আছে আপুনি সাহসেৰে আগ বাঢ়ি যাওক❤
@rimjhimdutta1722
@rimjhimdutta1722 5 ай бұрын
"বা "মই তোমাৰ ভিডিঅ' বোৰ বহু ত ভাল পাওঁ। তুমি বিধৱা হ'লা কি হ'ল... বেলেগৰ কথা নুশুনিবা। সদায় নিজৰ লগতে মৰমৰ ভাইটি ৰ কথা ভাবিবা। কোৱা মানুহে কৈ থাকিব.... কিমান দিন নো ক'ব.... তুমি সাহসী গতিকে সদায় এনেকৈয়ে থাকিবা❤❤❤।
@RaktimHatimuria
@RaktimHatimuria 5 ай бұрын
ghenta kaku khati nkoriba 2mi domot thakiba..kunubai homalusona kri vl pai kintu kunubai aku ata nidiye.2mi vl hba ma u vle thakibo
@tutumonikalita3678
@tutumonikalita3678 5 ай бұрын
বা ময় আপোনাৰ ভিডিও আজি চালো ভাল লাগিল বহু ত কথা খিনি শুনি.. তুমি বিধবা হলে কি হ'ল .বেলেগৰ কথা কেতিয়াও নুশুনিবা.। সদায় নিজৰ লগতে বাবুৰ কথা ভাবিব..। কোৱা মানুহে সদায় কবো সেইবোৰ ভাবিলে আপোনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব..। মানুহে কিমান দিন কব..আপোনি যিহেতু সাহসী হয় গতিকে এনেকৈ সদায় থাকিব ❤️❤️❤️❤️
@ChiranjibDehingia
@ChiranjibDehingia 5 ай бұрын
বিধৱা হল বাবে আপোনাক উলিয়াই দিছে ।কিন্তুু যদি তুলনী বিয়া হোৱা ছোৱালী জনী মাক জনী বিধৱা হয় তেতিয়া কি কৰিব ।
@JanekiSaikia
@JanekiSaikia 5 ай бұрын
L​@Zee de😅 den🎉 JMAm rimjhimdutta1722
@rumibaruah9284
@rumibaruah9284 5 ай бұрын
পংখীৰ উজ্বল ভৱিষ্যৎ কামনা কৰিলোঁ। তোমাৰ কথাবোৰ শুনি থাকোতে মোৰ মনটো অতীতলৈ ঘূৰি গৈ চকুলো বাগৰি গৈছে। ভুক্তভোগীয়েহে সেইবোৰ মৰ্মবেদনা বুজিব পাৰে। এনেদৰে হাঁহি মাতি কণমানিটিৰ সৈতে জীৱনত আগুৱাই যোৱা।
@minatidas4573
@minatidas4573 4 ай бұрын
মই তোমাৰ বাবে ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো লৰাটোক লৈ তুমি আগুৱাই যোৱা এনেদৰে কাপোৰ পিন্ধি থাকিবা আনৰ কথা নুশুনীব ❤❤❤
@munuboruah1540
@munuboruah1540 5 ай бұрын
তোমাৰ সাহস দেখি ভাল লাগিল।আৰু আগুৱাই যোৱা তাকে ভগৱানৰ ওচৰত এই প্রাৰ্থনা কৰিছো । ❤❤❤❤❤
@ChayanikaDeka-m4b
@ChayanikaDeka-m4b 5 ай бұрын
তোমাৰ কথাখিনি শুনি বহুত দুখ লাগিছে বা😢😢😢ইমান বেয়া মানুহ কেনেকৈ থাকিব পাৰে ? তুমি সদাই সত্য পথত থাকি আগুৱাই যোৱা।এতিয়া সকলোতকৈ দেহাৰ সুখ টো বেছি important ❤. Be strong
@maramikonwar9992
@maramikonwar9992 5 ай бұрын
বহুতে ভাল লাগিছে ।তোমাৰ কথা বোৰ ভাল লাগিল।দেহাক মৰম দি যাবা পঢ়াই শুনাই মানুহ কৰিবা।
@hemantaborah3953
@hemantaborah3953 5 ай бұрын
তোমাৰ কথা বোৰ শুনি দুঃখ লাগিল । অকাল বৈধব্য কাৰোয়েই কাম্য নহয় !!। ইচ্ছাকৃতভাৱে কোনো নাৰীয়েই নিজক বিধবাৰ সাজত চাব নিবিছাৰে । এইয়া সকলো নেদেখা জনৰ ইচ্ছা । জীৱনটো উপভোগ কৰাৰ অধিকাৰ সকলোৰে সমান । দুষ্ট প্ৰকৃতিৰ মানুহ কম-বেছি পৰিমানে সকলো সমাজতে আছে । কি পুৰুষ !!! কি নাৰী !!!! । সমাজত ঘটি থকা অন্যায় -অবিচাৰ বোৰৰ বিপক্ষে সকলোয়ে মাত মতা উচিত । এই ক্ষেত্ৰত তোমাৰ সাহসিকতাক শলাগ ললোঁ । আগুৱাই যোৱা । শুভেচ্ছা থাকিল । লজ্যা নিবাৰণৰ অৰ্থে মানুহৰ দেহত বস্ত্ৰ এভাগ হ'লেই হ'ল । সি ৰঙাই হওক অথবা বগাই হওক !! উপযুক্ত পাত্ৰ এজন পালে তোমাক দিতৃীয় বিবাহ হ'বৰ বাবে পৰামংশ আগবঢ়ালোঁ । পত্নী বিয়োগৰ পাছত পুৰুষে এজনী গোটাব পাৰিলে তুমি এজনক কিয় চপাব নোৱাৰিবা !!!! অৱশ্যে সেইয়া তোমাৰ নিজৰ অধিকাৰ ।
@simplelifewithasimplegirl7852
@simplelifewithasimplegirl7852 5 ай бұрын
100% শুদ্ধ কথা কৈছে❤❤❤❤❤
@hemantaborah3953
@hemantaborah3953 5 ай бұрын
@@simplelifewithasimplegirl7852প্ৰতিক্ৰীয়াৰ ধন্যবাদ দেই
@KrishnaDekadas
@KrishnaDekadas 5 ай бұрын
Right
@mitaligogoi175
@mitaligogoi175 2 ай бұрын
একেবাৰে সৰু ছোৱালী, তোমাৰ দীঘল জীৱন এটা আছে। অকলশৰীয়া জীৱন এটা কটোৱা সহজ নহয়। তোমাৰ কথাবোৰ শুনি আচৰিত হৈছো, আজিকালিও এনেকুৱা মানুহ থাকেনে!!বগা সাজযোৰ পিন্ধি থাকিলে মনটো অনবৰতে দুখ বেদনাই হেঁচা মাৰি ধৰে। মই ভুক্তভোগী বাবে অনুভৱ কৰো। অৱশ্যে মোৰ ল'ৰা-ছোৱালী ডাঙৰ ডাঙৰ বাবে দ্বিতীয় বিবাহৰ কথা ভুলতো নাভাবিলো। কিন্তু মোৰ স্বামীৰ মৃত্যুৰ পাছত পিন্ধিবলৈয়ো বগা কাপোৰ এটা নাছিল আৰু বগা কাপোৰ নিপিন্ধাকে পাৰ কৰিলো। তুমি ৰঙীন হৈ থাকা, তুমি দ্বিতীয় বিবাহ কৰিলেহে ভাল হ'ব বুলি ভাবো। তেতিয়া সকলো তোষামোদ-দোষৰ পৰা মুক্ত হ'ব পাৰিবা।
@JibonKakati-wr6ho
@JibonKakati-wr6ho 5 ай бұрын
জীৱনটো নিজৰ, কেৱল নিজৰ মতে জীয়াই থাকিবলৈ শিকা.... আনৰ কথালৈ গুৰুত্ব নিদিবা
@EmonBhuyan-w2t
@EmonBhuyan-w2t 5 ай бұрын
সমাজৰ ঠিকাদাৰ কিছুমান থাকে প্ৰত্যেক সমাজত যিয়ে আনৰ খুব ভুল উলিয়াই কিন্তু তাৰ নিজৰ ঘৰৰ মানুহৰ স্বভাৱ লেখত লবলগীয়া 😅😅 তুমি আগুৱাই যোৱা ❤❤❤ বহুত উন্নতি হওঁক তাৰে কামনা কৰিছোঁ ❤❤❤❤
@lizabora5291
@lizabora5291 5 ай бұрын
Hoi hoi
@paharideori4288
@paharideori4288 5 ай бұрын
এজনী ছোৱালী বিধৱা হৈ গলে মানুহৰ সমাজখনত অমুক তমুক ঢেৰ খন কিন্তু মাইকী মৰা পুৰুষ জনৰ সেইখিনি নাথাকে কিয়...? তেতিয়া সমাজখনে মাইকী মৰা পুৰুষ জনক কব যে পিছৰ কথা ভাবি লাভ নাই এতিয়া নতুন কথা ভাবক এইবুলি ..কিন্তু সেই ছোৱালী গৰাকীক কেতিয়াও নকয় যে নতুন কৈ ভাল কথা ভাবা বুলি...আমাৰ এই গেলা সমাজখনে...তুমি আগুৱাই যোৱা ponkhi ..ভগৱানে তোমাক সহায় কৰক❤❤️
@KasturiBorah-03
@KasturiBorah-03 5 ай бұрын
Barrister Babu serial khon saboloi hokoluke onurudh jonalu..
@ranudas593
@ranudas593 5 ай бұрын
আৰু সাহসি হোৱা পংখি ,ভগৱানে তোমাক আৰু মাইনাক সহায় কৰিব,
@nirusaikia7631
@nirusaikia7631 5 ай бұрын
ময়ো এগৰাকী বিধৱা মহিলা। ময়ো পদে পদে তোমাতকৈয়ো কোনো গুণে কম নহয় এনে ধৰণৰ কৰ্কথনাৰ পৰা । আগুৱাই যোৱা পঙ্খী , ভগৱান তোমাৰ লগত সদায় সহায় হ'ব ।
@MonikaSaikia9328
@MonikaSaikia9328 5 ай бұрын
Ponkhi baar pora moiu bohut hahokh pau,moiu 22 bosr boyakhot husbendok heruaisu aru mur lorai 14 mah boyakhot deutakok heruaise, teu dhukua atia 2 bosr hoi gol.
@nobinhandique5249
@nobinhandique5249 5 ай бұрын
J​@@MonikaSaikia9328
@maramibarman5603
@maramibarman5603 5 ай бұрын
তোমাৰ কথাবোৰ শুনি ভালো লাগিল দুখো লাগিল
@maramidas5569
@maramidas5569 5 ай бұрын
পংখী তুমি নতুন কৈ জীৱন টো আৰম্ভ কৰা। জীৱন জীয়াবলৈ লগ এজন লাগে।
@arunjyotihazarika4950
@arunjyotihazarika4950 5 ай бұрын
ছোৱালী এজনীয়ে বগা সাজ পৰিধান কৰিব লাগে বঢ়িয়া কথা কিন্তু ল'ৰা এজনে পত্নী নোহোৱা হোৱাৰ এমাহৰ পিছতে বিয়া কৰাব লাগে । জেষ্ঠ সকলে এনেদৰে আলোচনা কৰা নিজ চকুৰে দেখা পাইছোঁ ,এইয়া আমাৰ সমাজৰ নীতি নিয়ম । এনেধৰণৰ বৈষম্য দেখিলে দুখ লাগে ।
@bornalidoley2165
@bornalidoley2165 5 ай бұрын
Cc
@PompiGogoi.
@PompiGogoi. 5 ай бұрын
বাক ভাল লাগে ❤ বাৰ দৰে বহুতো নাৰী আজি দিনত লুকাই আছে। সকলো ওলাই আহিব লাগে।
@nirugohain3692
@nirugohain3692 3 ай бұрын
মানুহ জন নাথাকিলে বুলি বগা কাপোৰ পিন্ধিব লাগিব এইটো অন্ধ বিশ্বাস। সঁচা কথাৰ ভনতী ঘৰৰ মানুহৰ পৰা বহুত কথাৰ শুনিব লাগে কিন্তু সেই মানুহৰ কথাৰ শুনি নাথাকিবা দেই। তুমি তোমাৰ ল'ৰাক লৈ আগবাঢ়ি যোৱাৰ আই। তেনেকুৱা মই ও এগৰাকী নাৰীৰ।
@RajuRajbongshi-p5m
@RajuRajbongshi-p5m 5 ай бұрын
তুমি যি কৰি আছা ভালে লাগিছে। আৰু আগুৱাই যোৱা । ভাবিষ্যত ভাল হব।
@rupabaruahchangmai8585
@rupabaruahchangmai8585 5 ай бұрын
তুমি আগবাঢ়ি যোৱা। ভগৱানে সহায় কৰিব তোমাক
@digantahazarika1631
@digantahazarika1631 5 ай бұрын
দেহা লৈ আগুৱাই যোৱা ভগৱানে সহায় কৰিব তোমাক❤❤❤❤
@sumu1532
@sumu1532 5 ай бұрын
Ponkhi ba bohut val lage tumak ❤😊anor kotha bad di aru aguwai juwa 🥺kisuman e beya pai kintu horo vag manuhe bohut val pai 😊
@Norendrablogs
@Norendrablogs 5 ай бұрын
বহুত ভাল লাগিল আৰু আগুৱাই যোৱা ❤❤🙏🙏🙏
@Abdulrazak-so2jq
@Abdulrazak-so2jq 5 ай бұрын
তেনে বিবহাৰ এক বিশেষ সম্প্ৰদায়ৰ লোকৰ মাজত সীমিত।
@SURANJANADAS-i5s
@SURANJANADAS-i5s 5 ай бұрын
তোমাৰ কথা বোৰ শুনি বহুত দুখ পালো পংখী। তথাপিওঁ তুমি পিছলৈ ঘুৰি নাচাবা। তোমাৰ বাবাটুৰ বাবে তুমি সাসহ হোৱা। মোৰ মৰম আৰু আশীর্বাদ সদায় থাকিব
@ChandanaDasChandanaDas-e8l
@ChandanaDasChandanaDas-e8l 5 ай бұрын
হয়,জিমি তোমাৰ মতামতৰ লগত ম ই একমত। মই কি কাপোৰ পিন্ধিছো কি ফোট লৈছো সেইবোৰত মানুহে ঠিকেই চকু দিয়ে। কিন্তু কেনেকৈ ছোৱালী দুজনীক লৈ চলিছো , সেইবোৰত চকু নাই।মোকো বহুত মহিলাই কিবাকিবি কৈ থাকে ,ম ই কাৰো কথাক গুৰুত্ব নিদিও।
@bulbulisarmah1530
@bulbulisarmah1530 5 ай бұрын
❤❤❤❤ পংখীৰ লগতে সুখ্যাতিলৈ বহুত বহুত মৰম থাকিল সুখ্যাতি তোমাৰ কথা আৰু হাহিতো বহুত মৰম লগা ❤❤❤❤❤❤❤❤❤❤❤❤
@sumudutta6281
@sumudutta6281 5 ай бұрын
এইবোৰ একেবাৰে তল খাপৰ মানুহ, যিবোৰ মানুহে তোমাক অপমান কৰিছে তেওঁলোকৰ জীয়েকৰ লগত কৰিব নাই,, সিহঁতে কেৱল আনক ঠাট্টা কৰিব বা আনক দুখ দি ভাল পাই। সেইবোৰ মানুহে তুমি সুখী হৈ থকাটো ভাল নাপায়, সুবিধা লব আহে । এইবোৰ মানুহক গুৰুত্ব নিদিবা, এদিন যেতিয়া তুমি বহুত ওপৰত আগবাঢ়ি যাবা তেতিয়া সিহঁতৰ সমস্যা সমাধান বিচাৰি তোমাৰ ভৰিত পৰিবহি। তুমি মাত্ৰ সেই দিনটোলৈ বাট চোৱা। অতি সোনকালে আহিব সেই দিন। কিছুমান ঠেক মনোবৃত্তিৰ মানুহৰ কথাত লাগি থাকিলে জীৱন টো পাছ পৰি ৰব। প্ৰায় বিলাক শিক্ষত মানুহৰ মনোভাৱ ঠেক। এটা কথা ঠিক যে মানুহ সলনি নহয়, কেতিয়াও নহয়❤❤❤ তোমালোকলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা🎉❤
@smritanjaliboragi8416
@smritanjaliboragi8416 5 ай бұрын
তুমি আগুৱাই যোৱা পঙ্খী।
@bulbulisarmah1530
@bulbulisarmah1530 5 ай бұрын
পংখী বিয়া হ'লে বিধবা হ'ব লাগিবই এয়া বিধিৰ বিধান সমাজৰ ঠেক মনৰ মানুহৰ কথা গুৰুত্ব নিদি তুমি আগুৱাই যোৱা ❤❤❤❤❤
@AparajitaBoruah-tj4jh
@AparajitaBoruah-tj4jh 5 ай бұрын
নিজৰ সন্তানৰ বাবে আগুৱাই যোৱা❤❤❤
@ritamohan7056
@ritamohan7056 5 ай бұрын
তুমি আগুৱাই যোৱা। আশীৰ্বাদ কৰিছো ।
@UshaSaikia-d1o
@UshaSaikia-d1o 5 ай бұрын
Tumar kotha bur bor dhuniya hahoj saral..... Huniboloi eman dhuniyakoi koisa .... Hodai vale thaka aru aaguwai juwa... ❤
@SanjayBhuyan-m3b
@SanjayBhuyan-m3b Ай бұрын
Tumi sinta nkriba, manuhr mukh bondha krib nuwari, kin2 vukta ugiyehe jane hei ktha.. Tumi hdai aaguwai jua❤❤❤🌹🌹👌👌
@binitadevi8321
@binitadevi8321 5 ай бұрын
তুমি সাহসেৰে যুঁজ দি যোৱা ।God bless you .
@RohelaBarman
@RohelaBarman 5 ай бұрын
এগৰাকী বিধবাৰ জীৱন কেনেকোকা কনে বুজিৱ জিয় জানে সেয় বুজে কেতিয়াও হাহিঁব নাপায় । হব দে আপোনাৰ সদাই দিন ভাল হক❤❤❤❤❤❤
@luckygogoibora1537
@luckygogoibora1537 5 ай бұрын
বহুত ভাল লাগে তোমাক। তুমি আগবাঢ়ি যোৱা ❤
@DiptiDas-ce7lp
@DiptiDas-ce7lp 5 ай бұрын
সঁচা কথা মোৰো এনেকুৱা হৈছে তোমাৰ দৰে মোৰো ধুনু আছে❤❤
@ChampaTalukdar-mn4zu
@ChampaTalukdar-mn4zu 5 ай бұрын
আগুৱাই যোৱা পংখী ❤❤❤
@jayantadutta165
@jayantadutta165 5 ай бұрын
আচলতে সেই সকল সতী দাহ প্ৰথা যুগৰ মানুহ।
@priyankasonowal9967
@priyankasonowal9967 5 ай бұрын
দুয়ো গৰাকী কথাবোৰ খুব ভাল লাগিল
@jeemonigogoi3455
@jeemonigogoi3455 5 ай бұрын
ঝিমী বা তুমি সদায় প্ৰিয়❤
@allinonewithminu5270
@allinonewithminu5270 5 ай бұрын
লৰা নহলে ও কিছু মান মুৰখই এনে কৰিব খোজে পমখি তুমি আগুৱাই যোৱা❤❤
@tutumonibora4165
@tutumonibora4165 5 ай бұрын
তুমি,বা, আগবাঢ়ি, যোৱা,
@Renudihingia55
@Renudihingia55 5 ай бұрын
Bahut bhal lagil ponkhi ❤️
@BarsaRuhi
@BarsaRuhi 5 ай бұрын
তুমি আগুৱাই যোৱা❤❤❤❤
@MridushmitaDas-hm2eo
@MridushmitaDas-hm2eo 5 ай бұрын
Tumi xodai aguyai jua baa😢❤
@jayshreedas4868
@jayshreedas4868 5 ай бұрын
তুমি দেহাক লৈ আগুৱাই যোৱা
@dragoborah6589
@dragoborah6589 5 ай бұрын
বহুত ভাল লাগিছে।
@munupetkuli7698
@munupetkuli7698 5 ай бұрын
❤❤😢😢 bohut dhuk lgl tumar kotha huni..ponkhi tumi agbahi juwa
@gautambaishya2332
@gautambaishya2332 3 ай бұрын
Bohut val lage ba tomak aru aguy juwa vogoban ase tomr logot ba❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@shubhadutta110
@shubhadutta110 5 ай бұрын
Bohut val lagila...tumi ru tumar loratu k bhogobane soku mali sauk
@luhitborah9780
@luhitborah9780 5 ай бұрын
Ponkhi ba tumi hodai আগুৱাই যোৱা
@PurnimaPathakDas
@PurnimaPathakDas 5 ай бұрын
খুব ভাল লাগিল । আগুৱাই যোৱা
@priyankyphukan3962
@priyankyphukan3962 5 ай бұрын
Tumi aru Deha aguwai jua ,tarei kamona korilu baa, beya bilak nuhuniba,asei anekua manuh kisuman....
@mborahborah9039
@mborahborah9039 5 ай бұрын
Ponkhi tumi aguai jua .murbohut akhirbad thakil tumaloi
@junborah-nb9tr
@junborah-nb9tr 5 ай бұрын
Baa tumi aguwai jua tumar gutei jibontu ase atia ..bhogobane hodai tumak aru deha hukhot rakhok..❤❤
@mirjanurvlogs3960
@mirjanurvlogs3960 3 ай бұрын
Ponkhi Baa tmr babe xodai ami asu..... Manuhr khothat tumi Mon beya nokoriba karon manob jati tuye tenekuwa kisumanr bhal Aru kisuman beya xomalosona kore 😢😢😢❤❤❤love from Nalbari
@bishwajyotiphukon230
@bishwajyotiphukon230 5 ай бұрын
পৃথিৱীত সকলোৱে জীৱন একে ভাগ্য নাথাকে কোৰোবাক সামালোচনা কৰাকৈ কেনেকৈ আগবাঢ়ি যাব পাৰে তাক চিন্তা কৰিব লাগে ।
@GitimoniBoruah-u2j
@GitimoniBoruah-u2j 5 ай бұрын
Moi youtube t matro 3 goraki o vlog saw ponkhi ba , upasona ba ru dhritismita ba ..ru blg karue nasw ..mur vl pua kigoraki ❤❤❤ deha ru ponkhi ba tumaluk valee thaka bohut morom tumaluk loi ❤❤❤
@JuliKhound
@JuliKhound 5 ай бұрын
Tumi hodai aguwai juwaa vonti Ami hokolu asu tumar lgt vogoban ase June tumar lgt beya korise adin nohoi adin teulukok vogoban e usit hasti dibo homoit God Blessed you sister ❤❤❤❤
@DipamoniMoni-sj2up
@DipamoniMoni-sj2up 5 ай бұрын
Ponkhi baa . Aguwai jua tare kamona krisu .😍
@RupaDevi-k2h
@RupaDevi-k2h 5 ай бұрын
Ponkhi agbahi juwa God bless you dehak aguwai niya❤❤❤
@JunmoniSaikia-j2x
@JunmoniSaikia-j2x 5 ай бұрын
মোৰ চকুপানী ওলাই গৈছে। তোমাৰ সাহস বহুত আছে 🥰 ভগবানে ভালে ৰাখক তোমালোক ক 🥰🥰
@PrahelikaAmchiBordoloi-hp5zw
@PrahelikaAmchiBordoloi-hp5zw 5 ай бұрын
Baa tumar kotha xuni kandi desu Bohut dukho lagese ❤❤ baa tumi aguai juwa ❤
@mayahazarika1796
@mayahazarika1796 5 ай бұрын
Tumi aru aguwayi juwa akhirbad thakil du. Maa beta .❤❤❤❤
@monikamalah7774
@monikamalah7774 Ай бұрын
Ponkhi bar kotha bur huni bor dukh lagil o❤😢😢❤❤❤ba tumi agoloi aguwai juwa 👍👌
@bhonikanbori7765
@bhonikanbori7765 5 ай бұрын
Khub vl lge pankhi baa aru betak aguwai juwa💓💓💓💓💓
@Yasmin_rose12
@Yasmin_rose12 5 ай бұрын
Baaa tmi j emn duxr mjtu emn hahisa vl lgse 😢❤❤tmi bht strong hoi baa ❤❤love u ba ❤
@BipakhaDeka
@BipakhaDeka 5 ай бұрын
Val lagil sai anekoi aguai jowa ponkhi baa
@nilimaboruh4123
@nilimaboruh4123 5 ай бұрын
পংখী তুমি সাহসেৰে আগবাঢ় ভয় নকৰিবা। এই কথাবোৰ কিন্তু মাইকী মানুহে কয় ,পুৰুষ সকলে নকয়। এই চৰিত্ৰ ৰ মানুহ আছলতে মানসিক বিকাৰ থকা বুলি ভাবিবা ।
@Yasmin_rose12
@Yasmin_rose12 5 ай бұрын
Ponkhi baa tmi enn dhnya bht morom lge tmk ❤❤tmi xdai agwai jwa ❤xklo dux pahri njke agwai loi jwa ❤
@JarnaBegum-uq3lr
@JarnaBegum-uq3lr 5 ай бұрын
Love you ponkhi baa.. always fvt baa
@SouravSourav-f4x
@SouravSourav-f4x 4 ай бұрын
Tumi bhut xahoxi hoi tumi pariba ponkhi baa I'm proud of you
@VishnuRavii-vt7ql
@VishnuRavii-vt7ql 5 ай бұрын
তুমি আগবাহি যোৱা ।
@AnitaBoro-d4i
@AnitaBoro-d4i 5 ай бұрын
Tumi bohut khahokhi suwali aru tumak vogobane. Khahokhi. Diyok moiyu tumar dore ❤❤❤❤❤
@nehamonirabha859
@nehamonirabha859 5 ай бұрын
Aapuni aaguaai baideu ....aapunak aru bhaginor video bor bohot val lage ❤
@oppabtsarmyOT7
@oppabtsarmyOT7 5 ай бұрын
Tumi jibonot agbahi jua
@dilipsaikia9799
@dilipsaikia9799 5 ай бұрын
Manuh jati xaap hoi baa.ktyu biswas nokoriba.jak morom koriba importents dba 2makei dukh dibo.2mi aguwai jua god bless u
@ankitarajbanshi4720
@ankitarajbanshi4720 5 ай бұрын
Ponkhi ba tumr tu hoklu bur video saue aji aitu saiu bht vl lgil hodai ankoy ag bahi jua ❤❤❤❤ love frm jorhat
@HiteshSarmah-nq5rp
@HiteshSarmah-nq5rp 5 ай бұрын
Ami asu baa Tumi aguyai juwa ❤❤❤❤❤❤❤❤❤
@pranabjyotisarma8282
@pranabjyotisarma8282 5 ай бұрын
ভালে থাকক ❤ বাবু ভাল মানুহ হওঁক 😊
@jibandas6405
@jibandas6405 5 ай бұрын
vl lage tmr aru tmr dehar video sai .aru aguai jua sister bhogobane tmk aru aguai loi jauk. Bhogobanr usrt parthona korisu 🙏🙏
@mamilabhuuyan6391
@mamilabhuuyan6391 5 ай бұрын
ভগৱানে তোমাক আৰু আগুৱাই নিয়ক
@purnimaterron-jh8pg
@purnimaterron-jh8pg 5 ай бұрын
সঁচা কথা কৈছে মোৰ লগতো এনেকুৱা হৈছে, মই মোৰ ছোৱালী কণমানি তিনি জনিৰ মুখৰ ফালে চাই জীয়াই আছোঁ। এই সমাজখনৰ পৰিবৰ্তন হবনে
@hemantakumarborah2893
@hemantakumarborah2893 5 ай бұрын
Val bea ajir xomajkhonot bohutu manuh thake,bea khinik guruta nidi Val khinik guruta di aguai jua,mathu vogobanok bisah rakhiba,aguai jua
@JabedaBegum-dv9nb
@JabedaBegum-dv9nb 5 ай бұрын
First time Ponkhi ba aro dehak moi brother sister buli vabisilo
@mamanigoswami4340
@mamanigoswami4340 5 ай бұрын
কথা বৰ ভাল লাগিছে
@TaraliHazarika-bu2vw
@TaraliHazarika-bu2vw 5 ай бұрын
Tumi bow nhy tumi amr baa❤ hoi gtike tmr essa ate aguwai jowa ru deha k vll dre suwa Sita kriba. Ami xdai tmr lgt aso
@manjubarman1855
@manjubarman1855 5 ай бұрын
যি সকলে ওলিয়াই দিছিল সেই সকলে সদায় সধবা হৈ থাকিব বুলি ভাৱিছে চাগে।
@dipakdas9027
@dipakdas9027 5 ай бұрын
Tumi aguwai jowa deha k loi❤❤❤❤❤
@juntydutta6607
@juntydutta6607 5 ай бұрын
Apuni aguyaii jaok aru apunaloii bohut morom..❤
@fatimabegum8414
@fatimabegum8414 5 ай бұрын
Bohut val pau baa jonik❤❤❤❤aguwai jauk🤗🥰
@moromithakur72
@moromithakur72 3 ай бұрын
মজা কথা কৈছে দেই ❤
@SushmaHandique
@SushmaHandique 5 ай бұрын
Tumar aru success houk...we lv u ponkhi ba...
@KalpanaMili-y6u
@KalpanaMili-y6u 5 ай бұрын
😂bhout vhal lage baa 2mak anekoye 2mi aguai jua ❤❤
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН
এটি দুখ লগা কাহিনী।😢😢😢
11:28