No video

Mur jibonor WHPC gospel song singing Ranjan chutia

  Рет қаралды 15,383

Ranjan Chutia manik

Ranjan Chutia manik

Күн бұрын

WHPC gospel song
Singer Ranjan chutia
Financer: rakesh baruah
Dubbing: Manik Chutia
Music composer :-Swapno ivoti moran
Bahi :-chanokya gogoi
Edit:- Abhijeet phukan

Пікірлер: 232
@simaurang4390
@simaurang4390 Ай бұрын
Praise the lord guru pit prabhu jisu 🙏🙏🙏🙏🙏🙏❤
@rikirajchitrakor7506
@rikirajchitrakor7506 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক 🙏❤️🙏গুৰুজনা গুৰুমাক শত কোটিবাৰ প্ৰণিপাত আৰু সেৱা আগবঢ়াইচো, পুৱাতেই ঈশ্বৰৰ গীতে সকলো দাস দাসীক আশীৰ্বাদ কৰক, আমাৰ সকলো ঈশ্বৰৰ বিশ্বাসী দাসদাসীক ঈশ্বৰে আচৰিত কাম কৰি আছে, প্ৰভুৰ যীচুৰ আচৰিত কাম বোৰ কৈ বা ভাবিও শেষ কৰিব নোৱাৰো , প্ৰভু যীচুৰ জয় হওক ,গুৰুজনা গুৰুমাৰ জয় হওক ,🙏😰🙏❤️😰🙏🙏🙏
@lakhigogoi5243
@lakhigogoi5243 Ай бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🙏 সচাকৈ প্রভুৱে এই আচৰিত আচৰিত কাম কৰি সকলো ৰোগী- দুখী সকলোকে বহুত বহুত আনন্দ দিলা প্রভু🙏 আমাৰ সকলোৱে পাপ অপৰাধ ক্ষমা কৰি আমাক সকলোকে নতুন জীৱন দিলা প্রভু🛐🙏🛐 প্রভু তোমাৰ পবিত্র চৰনত আমাক সদায় ধৰি ৰাখিবা আৰু তোমাৰ কৰ্ম বিলাকত নিয়াৰিকৈ চলিবলৈ শক্তি দিবা প্রভু🙏😭😭😭😭🙏
@krishnapriyakp464
@krishnapriyakp464 15 күн бұрын
হে পিতা এই গীতটো ওলোৱা পৰা সদাই এই কথা খিনিকে সুঁৱৰি আছোঁ তোমাৰ আগত,,, মোৰ জীৱনৰ অসম্ভৱবোৰ সম্ভৱ কৰা প্ৰভু যিশু,,, মই সেই দিনটোক অপেক্ষা কৰিছোঁ যিদিনা মই তোমাৰ জঁপিয়াই জঁপিয়াই হাঁহি কান্দি মতলীয়া হৈ তোমাৰ প্ৰসংখা কৰি আউলী বাউলী হম,,, I love you Jesus 🙏🙏🙏❤❤❤❤❤❤
@dharamkamarofficial353
@dharamkamarofficial353 Ай бұрын
🤝Praise the lord 🤝 Bohut Dhuniya Guru pita सॉन्ग हलेलुया हल्लेलुया❤ अमीन
@nabanitagogoi7810
@nabanitagogoi7810 Ай бұрын
Praise the Lord 🙏 hallelujah Amen 🙏 heart touched. Thank you Pita.
@rinagogoi4853
@rinagogoi4853 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰুপিতা ও গুৰুমাৰ চৰনত শতকোতি প্ৰনাম জনাইছো জীৱিত যীচু প্ৰভুৰ এই গীতটিয়ে সকলো দাস দাসিক আৰ্শিৱাদ কৰক আমেন পিতা 🙏🙏🙏🙏
@bimanborgohainbimanborgoha6361
@bimanborgohainbimanborgoha6361 Ай бұрын
preaise the lord ❤️🙏 ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো গুৰু দেৱৰ আশু আৰোগ্যৰ কাৰনে প্ৰাৰ্থনা কৰিছো ,আৰু তেওঁৰ দীৰ্ঘ আয়োশ কৰিদিয়া পিতৃ ঈশ্বৰ।
@juriphukan5855
@juriphukan5855 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ।গুৰুদেউতা আৰু গুৰুমাক সেৱা জনাইছো সুন্দৰ গীত সকলোকে আশীৰ্বাদ কৰক আমেন
@user-kd8bx6bi4i
@user-kd8bx6bi4i Ай бұрын
ঈশ্বৰৰ প্ৰখখনা হওঁক । গুৰু পিতা আৰু গুৰু মালৈ মোৰ শ্ৰদ্ধা আৰু হত কোটি সেৱা জনালোঁ । আঁমেন ।
@minotiborah7350
@minotiborah7350 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক প্ৰভূ যীছুৰ জয় হওক ।গুৰুপিতাই কুশলে থাকক আমেন
@user-eg3kb2py3t
@user-eg3kb2py3t 8 күн бұрын
He provu muk rasta dekhuwa Mur tumar bahire apun kunu nai muk hotur agot lajot poribo nidiba praise the lord 😭🙏
@KironMudi5440
@KironMudi5440 Ай бұрын
Praise the lord 🙏🏻 halilujah and nice ❤️🌹 amen Jesus....
@Nirmali-pf5un
@Nirmali-pf5un Ай бұрын
Prasie the lord . সচাই পিতা প্ৰভূ যিচুৱে যি আচৰিত আচৰিত কায্য কৰে তাৰ বাবে পিতা পুত্ৰ আৰু প্ৰবিত্ৰ আত্মাক কৌটি কৌটি ধন্যবাদ জনাইছো । আমাৰ পৰম পূজনীয় গুৰুপিতাই আমাক যি পোহৰৰ পথ দেখোৱালে তাৰ বাবে আজিবন কোটি কোটি কোটি বাৰ ধন্যবাদ । আমেন
@luckydutta3391
@luckydutta3391 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হ‌ওঁক ✝️🛐🙏💚❤️ প্ৰভু তুমি যে আমাৰ জীৱনৰ পোহৰ আমি আমাৰ মহান পিতাই যোগেৰে জানিবলৈ দিলা😭😭😭 কিমান যে পাপ আপৰাধত মৰি আছিলো 😭😭 পিতাই লৈ কুটি কুটি বাৰ প্ৰণাম আৰু ধন্যবাদ জনাইছোঁ 😭😭 আমাক নতুন জীৱন দিয়া বাবে ✝️🛐🙏 গীত 27.10মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব✝️🛐🙏 আমেন 🙏
@user-me4uf4tr1g
@user-me4uf4tr1g Ай бұрын
ঈশ্বৰৰ লৈ‌ শতকোটি প্ৰণাম । গুৰু পিতা আৰু গুৰুমা লৈ মোৰ সেৱা জাছিলো আমেন❤❤❤
@user-dc8sx6is5x
@user-dc8sx6is5x Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 গুৰু পিতাক গুৰু মা চৰনত সেৱা জনাইছোঁ 🙏
@bhanibalasaikia5176
@bhanibalasaikia5176 Ай бұрын
যীচু পিতাৰ জয হক, গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ যাতে ঈশ্বৰ পিতাই সকলোকে ভালে কুশলে ৰাখে আমেন হালীলুইআ ।
@krishnapriyakp464
@krishnapriyakp464 27 күн бұрын
মোৰ ক্ৰন্দন শুনা পিতা ❤❤ মোৰ জীৱনৰ সমস্যা বোৰৰ পৰা মুক্তি দিয়া ❤❤❤ তুমিয়ে মোক উদ্ধাৰ কৰিব লাগিব ❤❤❤ কাৰণ মই তোমাৰ প্ৰসংশা চিঞৰি চিঞৰি কৰিব বিচাৰোঁ 🙏🙏🙏🙏🙏
@ranjitahazarika3743
@ranjitahazarika3743 Ай бұрын
Eshwarr prakhongkha hoak amar mohan Guru devk tekhetok kuti kutibar dhonyabad jonaisu pravu 🙏🙏🙏
@manoojhazarika3909
@manoojhazarika3909 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️❤🛐।। বহুত ভাল লাগিছে গীতটো।।এই গীতে সকলোৰে ওপৰত আশীৰ্বাদ কৰক।।আমেন
@rintidutta8746
@rintidutta8746 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 নতুন গীতটো খুব সুন্দৰ হৈছে পিতাই ❤️ 🛐
@anishagogoi159
@anishagogoi159 Ай бұрын
Praise the lord ❤❤he pita akhirbad koriba hodai Amar uporot ❤atiya moi ji homoisat asu dukh t asu hokolu tumar Kripat jen hamadhan hoi ❤hokolu jen homvob kora tumat bisakhor jugere he pita moi tumar soronot jate thakibo paru ❤ami jate prikhyat noporu pita parthona korisu❤he pita moi jeneke atiya vagi porisu muk jate hokti diya hokolu khini thik hoi pita ❤aru mohan pitai usort tumi hodai jate anedore thaka pita teur pora jate ami tumar mohan bakya bur pai thaku he pita ahirbad koriba ❤provu jisu nomot khujisu pita❤❤
@trishnaranigogoi236
@trishnaranigogoi236 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️🙏 ঈশ্বৰৰ গীতে সকলোকে আশীৰ্বাদ কৰক 🙏✝️🙏
@radhikasahu-nk6hj
@radhikasahu-nk6hj Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 হে প্ৰভু এই গীতটোৰ যোগেদি সকলোৰে জীৱনত আচৰিত কৰ্ম কৰিবা 🛐🛐 হে যীচু পিতা আমাৰ মহান গুৰুপিতাক আৰু শক্তি দিবা নতুন নতুন গীত বনাবলৈ ❤❤ ধন্যবাদ প্ৰভু 🙏🙏
@junmoni000
@junmoni000 Ай бұрын
Praise the lord nice pitai ❤❤❤❤❤❤
@minusaikia5131
@minusaikia5131 16 сағат бұрын
Praise the lord jisu pita ❤❤
@BijoyBoro-xt6ge
@BijoyBoro-xt6ge Ай бұрын
Praise the lord pita.ratipuwa notun parthona pai mon tu val lagi gol.dhonyoba pitai❤
@DEEPASAHU-sg7zi
@DEEPASAHU-sg7zi Ай бұрын
Ishwarar prakhangkha houk ☦️🙏 Pun prathame shrishti korta Ishwar ,,,,logote,,, mahan Guru joner Sri soron komolot hotokuti pranipat aru dhanyawad jasisu🛐 Hey prabhu jeshu tumiea ekmatro,,monuishyori jivantuk,,beyar pora aatorai,,vaal,,aru hukh,aru hanti moy jivan deeuta,,tumer bahire kuneu ane jivan dibo nuare,,kiyonu tumhe,,gutai monuishyo jatir babe pran dila,,,paapor pora Mukti dibor babe,,juge juge tumer Naam Dhanya houk,,tumer joi joi joi houk ,, hokolure jivanot ,, ishware ai hunder mahima vora geetor jugedi akhirbad korok halleluiah halleluiah halleluiah Amen Prabhu 🤍 🎉🌼🌺🌸🥀💖🤍🧡💗💜💜🌷🌹💚💙☦️🛐🛐🛐🛐
@Minutemaker-mq8mm
@Minutemaker-mq8mm Ай бұрын
Praise the Lord Pitai bohut bohut hundor hallelujah amen 😢😢
@nitumonihandique5579
@nitumonihandique5579 Ай бұрын
পভু তোমাক শতকোটি প্ৰনাম জনাইছো🙏গীতটি যোগেদি আমাৰ সকলোকে আশীৰ্বাদ কৰক 🙏 আমেন🙏🙏🙏
@gitanjoligogoi6279
@gitanjoligogoi6279 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏ঈশ্বৰৰ গীতৰ যোগেদি এই পৰিয়ালটিৰ ওপৰত আৰ্শীবাদ কৰিবা 🙏প্ৰভূ যীচু জয় হওঁক 🙏🙏🙏
@user-gl3nm7yy1j
@user-gl3nm7yy1j Ай бұрын
ঈশ্বৰ প্ৰসংশা হওঁক প্ৰভু ❤❤
@Suhanisaikia5441
@Suhanisaikia5441 Ай бұрын
Praise the lord ❤ bohut dhuniya lagese gantu 🎉amen
@user-lk6ud8px6v
@user-lk6ud8px6v Ай бұрын
Praise the Lord Gurupita Guruma Hallelujah Amen 🙏✝️🛐
@leenagogoi9664
@leenagogoi9664 8 күн бұрын
Praise the Lord .Hallelujah Amen🙏🙏
@abhijeethdr5920
@abhijeethdr5920 Ай бұрын
PRAISE THE LORD, THANK YOU DEAR 😘 LORD JESUS,DHANYABAD GURUPITA, HALLELUJAH,AMEN❤
@dipshikhasnowa1413
@dipshikhasnowa1413 Ай бұрын
Guru pitai loi hoto kuti bar pranam❤❤❤
@popysaikia833
@popysaikia833 Ай бұрын
Arkhibad kori hodai logot thakiba hokolure provu ...amen
@Tinateli-r2v
@Tinateli-r2v 8 күн бұрын
Praise the Lord ❤Prabhu jisu
@ritagogoi9384
@ritagogoi9384 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏❤️❤️❤️
@RajuNath-nu3lk
@RajuNath-nu3lk Ай бұрын
Praise the lord 🙏🏿🙏🏿🙏🏿
@localboy2791
@localboy2791 Ай бұрын
Praise the lord 🙏 pitai Amen
@PuspaDeori-sr4de
@PuspaDeori-sr4de Ай бұрын
Praise the Lord gurujna baba..... Amen 🙏🙏🙏🙏❤❤
@aparajitaborbora1668
@aparajitaborbora1668 Ай бұрын
Praise the Lord🙏🙏🙏
@nijaragogoi2552
@nijaragogoi2552 Ай бұрын
Praise the lord pitai 🙏✝️🛐🙏
@shyamoliboruah249
@shyamoliboruah249 Ай бұрын
Praise the lord ✝️🙏🛐
@gddekagddeka6014
@gddekagddeka6014 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏✝️✝️✝️ আমেন
@diboyajyotitaye2639
@diboyajyotitaye2639 Ай бұрын
Praise the lord guru pitai
@subhalaxmiboruah9700
@subhalaxmiboruah9700 Ай бұрын
Praise the lord pitai hallelujah hallelujah hallelujah
@gargeedoley
@gargeedoley Ай бұрын
Praise the Lord gurupita Amen 🙏🙏🙏🛐✝️🛐🙏🙏❤❤🙏🙏🛐✝️🛐🙏🙏🙏
@junaliborsaikia9697
@junaliborsaikia9697 Ай бұрын
Praise the Lord 🙏 Hallelujah 🙏 Amen 🙏🙏
@ranichutia9159
@ranichutia9159 Ай бұрын
Praise the lord🙏 Pitai
@minakshihazarika5166
@minakshihazarika5166 Ай бұрын
Praise the Lord Pita. Thank you for the song.❤❤
@PinkiHazarikaBania
@PinkiHazarikaBania Ай бұрын
Praise the lord . ❤❤hallelujah amen🙏🙏
@nitubarua3352
@nitubarua3352 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক❤✝️🙏
@leenagogoi9664
@leenagogoi9664 Ай бұрын
Praise the Lord .Hallelujah 🙏🙏
@user-ue9ho7ek6q
@user-ue9ho7ek6q Ай бұрын
Praise the Lord Amar pualijonik val kori diok probhu🙏🙏 amen
@ritamonihatiboruah3048
@ritamonihatiboruah3048 Ай бұрын
Praise the lord gurudev amen
@pronabsaikia1998
@pronabsaikia1998 Ай бұрын
Praise the lord hallelujah Amen 🙏
@sunaligogoi2326
@sunaligogoi2326 Ай бұрын
Praise the lord father 🛐🛐🤚 Hallelujah Amen,❤❤
@sonjub1565
@sonjub1565 Ай бұрын
Praise the lord hallelujah amen.
@user-nk4bi4ez1r
@user-nk4bi4ez1r Ай бұрын
Praise the Lord ✝️🙏 goru pita r joi ❤
@pranab79038
@pranab79038 Ай бұрын
Praise the lord Jesus Amen 🙏🙏🙏
@neepasahu735
@neepasahu735 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 হে প্ৰভু তোমাৰ পৱিত্ৰ চৰনত আন্তৰিক সেৱা জনাইছো। বহুত সুন্দৰ গীত ঈশ্বৰে এই গীতৰ যোগেদি সকলো দাস দাসীক আশীৰ্বাদ কৰক আৰু সকলো দাস-দাসীৰ মনৰ আশাবোৰ পূৰ হওঁক। আৰু গুৰুপিতাক নতুন নতুন গীত গাবলৈ ঈশ্বৰে শক্তি দিয়ক🙏🙏❤️❤️❤️আমেন🙏🙏
@user-jb8fc7ki3m
@user-jb8fc7ki3m Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️❤️🛐🙏 আমেন
@dipikadoley1683
@dipikadoley1683 Ай бұрын
Praise the Lord✝️🙏 hallelujah 🙏✝️🛐🛐🛐amen🙏✝️✨
@MinakshidevinathMinakshidevina
@MinakshidevinathMinakshidevina Ай бұрын
Praise the Lord ❤
@ruphinaamsih4556
@ruphinaamsih4556 Ай бұрын
Praise the Lord 🙌 Amen ❤️🙏🙏🙏
@sumkidas500
@sumkidas500 Ай бұрын
Praise the lord Amen hallelujah
@Harkhitbordoloi
@Harkhitbordoloi 22 күн бұрын
praise the lord provu xodai axirbad kriba provu
@dipaliborah1592
@dipaliborah1592 Ай бұрын
Good morning pitas.Praise the Lord.Amen 🙏🙏🙏❤️❤️❤️
@jurismitasonowal9729
@jurismitasonowal9729 Ай бұрын
Praise The Lord Amen ✝️🙏🏼❤
@annerajjak4621
@annerajjak4621 Ай бұрын
Praise the lord 🙏 Hallelujah 🛐✝️
@DigantaGogoi-qt5rq
@DigantaGogoi-qt5rq Ай бұрын
Praise the lord Prabhu 🙏🙏🙏
@1NonlyNuke
@1NonlyNuke Ай бұрын
Praise the Lord Amen 🙏🌺🌹✝️🌹🌺🙏👍👍
@bphukan9263
@bphukan9263 Ай бұрын
Praise the lord ! Amen ❤🙏🙏🙏
@likudevi1748
@likudevi1748 Ай бұрын
Praise the lord gurudev 🙏🏻
@bobitagogoigogoi7937
@bobitagogoigogoi7937 Ай бұрын
Praise the lord 🛐✝️ Amen 🙏
@malobikagogoi6518
@malobikagogoi6518 Ай бұрын
Praise the lord pitay ❤❤
@nayanjyoti5503
@nayanjyoti5503 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🛐🛐এই গীতেৰে মহান গুৰুপিতাৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক 🙏🙏আমেন
@minakhichutia3543
@minakhichutia3543 Ай бұрын
Praise the lord amen 🤚✋🙏🙏🙏
@mohonsaikia1433
@mohonsaikia1433 Ай бұрын
Praise the lord 🛐🛐✝️ Amen ❤
@RuskinGogoi-sz1dx
@RuskinGogoi-sz1dx Ай бұрын
Praise the Lord 🙏🏻🌹💖🎵🎸✝️🎸🎵💖🌹🙏🏻
@runuchetiagogoiofficial7626
@runuchetiagogoiofficial7626 Ай бұрын
Praise the lord 🙏 halleyluyah 🙏🙏💖💖💖
@mousumiboruah9661
@mousumiboruah9661 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏🙏।পিতা আৰু মাৰ চৰণত কোটি কোটি বাৰ প্ৰণাম জনালোঁ 🙏🙏🙏🙏। প্ৰভূ আমাৰ সকলোকে সদায় তোমাৰ চৰণত ঠাই দিবা আমেন 🙏।
@mensaipegu7373
@mensaipegu7373 Ай бұрын
Praise the Lord amen🙏🙏🙏
@user-qu3xw5xh1h
@user-qu3xw5xh1h Ай бұрын
Praise the lords.Hallelujah
@user-gt6ro4cv8s
@user-gt6ro4cv8s Ай бұрын
Praise the lord pita
@rajdutta5094
@rajdutta5094 Ай бұрын
PRAISE THE LORD 🙏🙏🙏 HALLELUJAH 🙏🙏🙏 AMEN🙏🙏🙏
@barbiechetia202
@barbiechetia202 26 күн бұрын
Praise the Lord . Amen .
@jugeswarsonowal187
@jugeswarsonowal187 Ай бұрын
Praise the lord Ameen 🙏❤️❤️
@nobajyotinobajyoti-eh1lq
@nobajyotinobajyoti-eh1lq Ай бұрын
Praise the Lord Amen
@SunilBenarjee
@SunilBenarjee Ай бұрын
Praise the lord 🙏🙏🙏 amen
@ainubaruah5119
@ainubaruah5119 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক আমেন প্ৰভু 🙏🙏🛐✝️🙏
@uttamborah2853
@uttamborah2853 Ай бұрын
Praise the lord🙏🙏amen🙏🙏
@sunaliduarah6306
@sunaliduarah6306 8 күн бұрын
Praise the lord ❤❤
@user-to8hm1ki4h
@user-to8hm1ki4h Ай бұрын
Praise the Lord. ✝️🙏🙏🙏
@B2pn84
@B2pn84 Ай бұрын
Praise the Lord Amen ✝️💓🛐
@moromirisong5157
@moromirisong5157 Ай бұрын
Praise the lord 🙏✝️🛐🙏🙏🙏
James:1জাকোব:১
30:01
Ranjan Chutia /Testimony
Рет қаралды 4,2 М.
WORLD'S SHORTEST WOMAN
00:58
Stokes Twins
Рет қаралды 185 МЛН
How I Did The SELF BENDING Spoon 😱🥄 #shorts
00:19
Wian
Рет қаралды 35 МЛН
طردت النملة من المنزل😡 ماذا فعل؟🥲
00:25
Cool Tool SHORTS Arabic
Рет қаралды 5 МЛН
Bipodor bondhu //Ranjan chutia// gospel song WHPC
7:19
Ranjan Chutia manik
Рет қаралды 26 М.
Parthona- Kihere Pujim Provu || Prayer ||
8:21
Swapnajyoti Music
Рет қаралды 2,9 МЛН
জাগৰণ গীত
34:49
Ranjan Chutia /Testimony
Рет қаралды 15 М.
A szò súlya
35:27
csongor misszio
Рет қаралды 1,6 М.
Sunday worship, world healing prayer centre
9:45
Ranjan Chutia manik
Рет қаралды 11 М.
Top 10 Christian Devotional Songs Assamese | Best Of Jesus Songs In Assamese | Top 10 Jesus Songs
42:20
Music Shack - Assamese Christian Songs
Рет қаралды 7 М.
Ranjan Chutia // All gospel songs // whpc //
1:12:13
Ranjan Chutia manik
Рет қаралды 42 М.
Ranjan Chutia // All gospel songs // whpc //
2:24:08
Ranjan Chutia manik
Рет қаралды 59 М.