No video

পাগলি ৰূপত প্ৰভু যীশু,WHPC GOSPEL SONG SINGING RANJAN CHUTIA।।

  Рет қаралды 14,107

Ranjan Chutia manik

Ranjan Chutia manik

Күн бұрын

WHPC gospel song
Singer Ranjan chutia
Dubbing: Manik Chutia
Music composer :-Swapno ivoti moran
Edit:- Abhijeet phukan

Пікірлер: 225
@radhikasahu-nk6hj
@radhikasahu-nk6hj Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 হে প্ৰভু এই গীতটোৰ যোগেদি সকলোৱে তোমাক জানিবলৈ তুমি আশীৰ্বাদ কৰিবা 🛐🛐🛐🛐 হে প্ৰভু পুৱাই এই গীতৰ যোগেদি আশীৰ্বাদ কৰিলা তোমাক কোটি কোটি বাৰ ধন্যবাদ জনাইছো 🛐🛐❤️
@sabitagogoi665
@sabitagogoi665 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰুজনাৰ আৰু গুৰুমা প্ৰৱীএ শ্ৰী চৰনত সেৱা আৰু ধন্যবাদ জনাইছো সে প্ৰভু যিচু পিতা তোমাৰ এই প্ৰৱীএ আত্ম গীতেৰে গুৰুজনাৰ যুগেদি সকলোকে আশীৰ্বাদ কৰিছে❤❤❤❤
@rinagogoi4853
@rinagogoi4853 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক প্ৰভু তুমি তোমাৰ প্ৰবিএ চৰনত ঠাই দিয়া । এই আত্মাৰ গীতটিয়ে আমাৰ পিতাইক জিৱিত ঈশ্বৰৰক জানিবলৈ দিযাৰ বাৱে তোমাক শতকোতি ৰ্ধন্যৱাদ জনাইছো পিতা 🙏🙏🙏🙏🙏
@neepasahu735
@neepasahu735 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏বহুত ভাল লাগিছে পিতাই গীতটো। ঈশ্বৰে এই গীতৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক। বুজিপাবলৈ জ্ঞান বুদ্ধী শক্তি দিয়ক। আমাৰ আন্তৰিক শ্ৰদ্ধাৰ পিতাই চৰনত সেৱা ও ধন্যবাদ জনাইছো🙏🙏❤️🙏❤️❤️❤️🙏
@aparajitaborbora1668
@aparajitaborbora1668 Ай бұрын
ঈশ্বৰৰ প্রশংসা হওক, গুৰুজনাৰ পৱিত্ৰ চৰনত সেৱা জনাইছো । ঈশ্বৰৰ গীতে সকলোকে আশীৱাদ কবক।আমেন🙏🙏🙏
@ranjumoniborah5560
@ranjumoniborah5560 Ай бұрын
ঈশ্বৰৰ প্ৰশঙখা গৌৰব হওক 🙏🙏🙏🙏 পিতৃ ঈশ্বৰ আপোনাক প্ৰণাম সেৱা জনালোঁ 🙏🙏 আপোনাৰ কথা গানৰ যোগেদি আমাক আশীৰ্বাদ দি থাকক পিতা ✝️✝️আমেন ,🙏🙏✝️✝️🙏🙏
@nitubarua3352
@nitubarua3352 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক❤,গুৰু পিতাই আৰু গুৰু আই লৈ মোৰ সেৱা জনাইছো, আমেন✝️🙏✝️
@prodipdutta3033
@prodipdutta3033 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হ ওক 🙏 ধন্যবাদ প্ৰভু ঈশ্বৰক 🙏 গুৰু পিতা লৈ কোটি কোটি সেৱা জ্ঞনাইছো 🙏 আমেন 🙏
@NiharikaBordoloi-os3yq
@NiharikaBordoloi-os3yq Ай бұрын
Praise the Lord🙏পিতাই সকলোকে আপোনাৰ দেউকাৰ তলত ধৰি ৰাখিব🙏🙏🙏আমেন🙏🙏
@luckydutta3391
@luckydutta3391 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হ‌ওঁক ✝️🛐🙏💚❤️😭 প্ৰভু পুৱাই আমাৰ মহান দেউতাৰ জীৱনৰ জীৱন্ত সাখ্যৰ গীতৰ যোগেৰে সকলোকে আশীৰ্বাদ কৰিবা প্ৰভু 😭😭🙏 তুমি যে আমাৰ‌ জীৱন পোহৰ 😭😭😭 দেউতাৰ যুগেৰে জানিবলৈ দিয়া কাৰনে কুটি কুটি বাৰ ধন্যবাদ প্ৰভু ✝️🛐🙏 মোৰ মানুহজন তোমাৰ চনলৈ মনোনীত কৰা প্ৰভু 😭😭🙏 আমেন 🙏💚♥️
@ainubaruah5119
@ainubaruah5119 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক আমেন প্ৰভু 🙏 পিতাই গীত গানৰ যোগেদি আমি সকলোৱে আশীৰ্বাদ পাওঁ 🙏❤️🛐✝️❤️🛐❤️❤️
@PranabTaid-tv9hr
@PranabTaid-tv9hr Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক প্ৰভু তুমি তোমাৰ পবিত্ৰ চৰনত ঠাই দিয়া
@nitumonihandique5579
@nitumonihandique5579 Ай бұрын
ঈশ্বৰৰ পশংসা হওঁক🙏প্ৰভু গীতটি যোগেদি সকলোকে ৰুগৰ আৰু দুখৰ পৰা পৰিত্ৰাণ কৰক 🙏আমেন🙏🙏🙏❤
@paporisonowal8153
@paporisonowal8153 Ай бұрын
Praise the lord 🙏 Ha provu tumi aidore amar Guru pitai geetor joriote akhirbad koriba ...tumar soronot thai diba Provu ...❤
@user-ep3go5om8f
@user-ep3go5om8f Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক❤️🙏হে প্ৰভূ তোমাৰ পবিত্ৰ শ্ৰীচৰণত সেৱা জনাইছো❤️🙏🙇‍♀️হে প্ৰভূ তোমাৰ এই জীৱন্ত মহিমাময় গীতৰ যোগেদি সকলোৱে তোমাক জানক তুমিয়ে যে একমাত্ৰ জীৱন্ত ঈশ্বৰ হয় 🙏🙏🙏 অ ,প্ৰভূ গীতটো বহুত বহুত ভাল লাগিছে❤️🙏🙏ধন্যবাদ প্ৰভূ❤️🙏🙏
@bhanibalasaikia5176
@bhanibalasaikia5176 Ай бұрын
গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ যাতে ঈশ্বৰ পিতাই সকলোকে ভালে কুশলে ৰাখে আমেন হালীলুইআ মনটো ভাল লাগি গৈছে ।
@rintidutta8746
@rintidutta8746 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 আমাৰ মহান গুৰু পিতাৰ চৰণত সেৱা আৰু শ্ৰদ্ধা জনালো 🛐🛐 পিতাইৰ জীৱনৰ জীৱন্ত সাক্ষ্য গীতৰ যোগেদি সকলোকে জানিবলৈ দিলে। খুউব সুন্দৰ হৈছে পিতাই ❤❤❤❤ দয়ালু পিতৃ ঈশ্বৰে সকলো দাস -দাসীক আশীৰ্বাদ কৰক☦️☦️🙏🙏
@ItßRima
@ItßRima Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️🛐 ধন্যবাদ পিতা তুমি আমাক সুন্দৰ পথ দেখুৱাই চলাই নি আছা🙏🏼✝️ আমি যেন সদায় তোমাক বিশ্বাস কৰি তোমাৰ বাক্য শুদ্ধ মনেৰে লৈ থাকিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিবা 🙏🏼🛐 সকলোকে আশীৰ্বাদ কৰা সকলোকে দয়া কৰা 🙏🏼✝️ আমেন
@nabanitagogoi7810
@nabanitagogoi7810 Ай бұрын
Praise the Lord 🙏 hallelujah. Iman bhal lagise geet tu Pitai .thank you.
@oinktoink554
@oinktoink554 Ай бұрын
প্ৰভু যিশু আপোনাক শত কোটি বাৰ ধন্যবাদ। লগতে গুৰু পিতা আৰু গুৰু মাক ও ধন্যবাদ । Praise the Lord, Amen, hallelujah....
@hemontauran5346
@hemontauran5346 Ай бұрын
ঈশ্বৰৰ প্ৰসংশা হওঁক। পিতাই শক্তিশালী হওঁক।🙏🙏🙏🌾🌿🌴🍀🌹🌺🌼💮⭐️🌨🍁👏
@nayanjyoti5503
@nayanjyoti5503 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏গুৰুপিতা গুৰুমাক সেৱা জনাইছোঁ 🛐🛐 এই গীতেৰে মহান গুৰুপিতাৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক 🙏🙏🛐🛐আমেন ❤❤
@ritagogoi9384
@ritagogoi9384 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 আমাৰ মহান গুৰুজনা আৰু গুৰু মাক প্ৰনাম আৰু শ্ৰদ্ধা জনাইছোঁ 🙏🙏🙏❤️❤️❤️
@HemalataGogoi-kq4fx
@HemalataGogoi-kq4fx Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক আমেন গুৰু পিতা গুৰুমা লৈ মোৰ সেৱা জনাইছো আমেন ❤❤❤❤
@likudevi1748
@likudevi1748 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক গুৰুদেৱ 🙏🏻 আমাৰ মহান গুৰুদেৱৰ চৰনত শতকোটি বাৰ সেৱা জনালোঁ 🙏🏻। প্ৰভুৰ গীতৰ যোগেদি আমাৰ সকলোকে আশীৰ্বাদ কৰক 🙏🏻 আমেন 🙏🏻
@anishagogoi159
@anishagogoi159 Ай бұрын
Praise the lord❤he pita hokti diya jate hodai anedore tumar soront thakibo paru ami ❤hodai tumar nam lobo paru pita ❤mur hokolu homoisa tumar agot ase aru mur bisakh hokolu thik hoboi he pita jijon mohan pita usorot asa teu hodai vle thakok ❤provu jisu nomot khujisu❤❤
@user-dh2oq2yw2g
@user-dh2oq2yw2g Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🛐 গীততো যোগেদি সকলোকে যেন আশীর্বাদ কৰে৷ আমেন🙏🙏
@minotiborah7350
@minotiborah7350 Ай бұрын
ঈশ্বৰৰ প্ৰসংশা হওক।প্ৰভূৱে যেন আমাৰ পাবলৈ থকা টকাখিনি ঘূৰাই পাবলৈ আশীৰ্বাদ কৰে।
@leenagogoi9664
@leenagogoi9664 Ай бұрын
Praise the Lord .Hallelujah Amen.gurupitaloi kuti kuti pronam jonalu .🙏🙏
@juriphukan5855
@juriphukan5855 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰুপিতা সেৱা জনাইছো ❤
@mithurajj6827
@mithurajj6827 Ай бұрын
বহুত বহুত ধুনীয়া হৈছে ,কথা -সুৰ আৰু কণ্ঠ ❤❤❤
@user-uy9eo1jq8w
@user-uy9eo1jq8w 7 сағат бұрын
ঈশ্বৰৰ প্ৰশংসা হওক আমেন 🙏 জয় যীচু 🙏🙏
@Rajumonigogoi890
@Rajumonigogoi890 Ай бұрын
🙏 ঈশ্বৰ পিতা মহমাম্বিত হওঁক 🙏 গুৰু পিতা জয় হওঁক 🙏
@kanakjyotychangmai8090
@kanakjyotychangmai8090 Ай бұрын
Praise the lord 🙏antort thakiba probu tumi😭🙏🙏
@priyamajumdar6648
@priyamajumdar6648 Ай бұрын
Praise the Lord 🙏 hallelujah ❤️❤️ thank you Jesus ❤️😘 amen 🙏
@MinakshiVlogs1219
@MinakshiVlogs1219 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 মহান গুৰু পিতাৰ পৱিত্ৰ চৰণত ভক্তিভাৱেৰে আৰু শ্ৰদ্ধাৰে সেৱা জনাইছোঁ 🛐🛐 হে প্ৰভু আমাৰ মহান গুৰু পিতাক এনেদৰে প্ৰভূৰ গীত গানেৰে আনন্দত ৰাখিবা❤❤🛐🙏 ধন্যবাদ প্ৰভু আমাক সকলোকে আত্মিক গীতৰ দ্বাৰা আশীৰ্বাদ কৰা বাবে 🛐🛐 আমেন 🛐🙏✝️
@sumkidas500
@sumkidas500 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক আমিন।
@sunaliduarah6306
@sunaliduarah6306 Ай бұрын
Praise the lord hotya isware pravo jisu pita prabitra pitri maatri pruhit mohan guru pita guru maak dhonyabad disu apuner prabitra choronot heuwa jonaisu amen aru amen .
@namitasaikia7730
@namitasaikia7730 Ай бұрын
ঈশ্বৰৰ প্ৰশংসাৰ হওক পিতাইক মাক সদাই আশীৰ্বাদ কৰক সুস্থ কৰি ৰাখক এইয়েই মোৰ ঈশ্বৰৰ ওচৰত নিবেদন আৰু মোৰ আৰু লৰা দুটিকো যাতে ঈশ্বৰে সদাই পিতাই চৰনত পৰি থাকিবলৈ আশীৰ্বাদ কৰে এইয়েই মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আমেন ❤❤❤
@bphukan9263
@bphukan9263 Ай бұрын
Praise the lord ! halleluajh ! Amen Amar mohan Guru pitaloi akheh hewa aru pronam jonaisu ❤❤❤🙏🙏🙏🙏
@BijoyBoro-xt6ge
@BijoyBoro-xt6ge Ай бұрын
Praise the lord goru pita ✝️🙏🙏 amen
@rubiburagohain635
@rubiburagohain635 Ай бұрын
Praise the lord ✝️🛐🙏 hokoluloike akhirbad koriba provu✝️🛐🙏❤️❤️❤️
@pramilabrahma9323
@pramilabrahma9323 Ай бұрын
Praise the Lord Guru pita Guru ma. Hallelujah hallelujah hallelujah Amen ❤❤❤❤❤❤❤❤❤❤
@TinsukiaAssam-nb3up
@TinsukiaAssam-nb3up Ай бұрын
Praise the lord guru pati joi hoke 🙏 amen 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@sonjub1565
@sonjub1565 Ай бұрын
Praise the lord hallelujah amen. 🙏🙏🙏
@mrinmoytalukdar6601
@mrinmoytalukdar6601 Ай бұрын
Pita parameshwar aamak aakhirbad kora ❤❤❤ praise the lord 🙏🙏🙏
@hirengogoi5527
@hirengogoi5527 Ай бұрын
Praise the lord pitai.❤prabhu Jesu loi bohut bohut dhanyabad.🙏🤗
@bigsus7817
@bigsus7817 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হ ওক। মোৰ লৰাটোৰ পৰীক্ষা ভাল হ'বলৈ আশীৰ্বাদ কৰা প্ৰভু । আমেন আমেন আমেন 🙏🙏🙏🙏🙏🙏🙏🙏
@abhijitkalita374
@abhijitkalita374 Ай бұрын
Praise the lord 🙏🙏👏🙏🙏 AMEN ✝️✝️🙏✝️✝️ HALELUA
@user-yj3nz2ux9r
@user-yj3nz2ux9r Ай бұрын
Praise the lord pita🙏🙏🙏
@sanjibsaikia6978
@sanjibsaikia6978 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হ ওক ❤❤
@pranab79038
@pranab79038 Ай бұрын
Praise the lord Jesus Amen 🙏🙏🙏
@hirensaikia3810
@hirensaikia3810 Ай бұрын
ঈশ্বৰৰ প্রশংসা হওঁক 🙏🙏🛐✝️
@user-ox6eu5yh2s
@user-ox6eu5yh2s Ай бұрын
Amen praise the lord akhibad Kora ai gitir jugedi hokoluke akhibad Kora jisu pravu amen praise the lord
@babaisto4019
@babaisto4019 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক গুৰু পিতাই লৈ শ্ৰদ্ধা জনাইছো,আমেন।
@junmoni000
@junmoni000 Ай бұрын
Praise the lord 🙏🏻🙏🏻🙏🏻 May Lord Jesus bless and provide happiness and strength to our deuta❤❤🛐🙏🏻 Very soulful voice and beautiful prayer💖🙏🏻 AMEN HALLELUYA 🛐🛐🛐
@user-om9xh3sr1f
@user-om9xh3sr1f Ай бұрын
Praise the Lord dada.prabhur Mahima huak
@simadas7576
@simadas7576 Ай бұрын
Praise the lord 🙌 Amen amen 🖐️🤚❤
@runuchetiagogoiofficial7626
@runuchetiagogoiofficial7626 Ай бұрын
Praise the lord 🙏🙏 Hundor hoise geet tu💖💖💖 Ishware Gurujona jugedi hokolu rugi,dhukik akhibad korok 🙏🙏🙏
@dikshita399
@dikshita399 Ай бұрын
Praise the lord jesus. Hallelujah, Ameen. ❤❤❤
@pronabsaikia1998
@pronabsaikia1998 Ай бұрын
Praise the lord hallelujah 🙏🙏🙏
@rupohilahon3087
@rupohilahon3087 Ай бұрын
Praise the lord 🙏✝️🙏🛐🛐🙏♥️🛐♥️🛐♥️🛐Amen🛐
@zengoboyofficial8218
@zengoboyofficial8218 Ай бұрын
Prise tha lord guru pita akhibat kora hokoluka 🙏🙏
@jonaligogoi572
@jonaligogoi572 Ай бұрын
Praise.the.lord
@kukikiki-_-
@kukikiki-_- Ай бұрын
Praise the lord 🙏🏻🙏🏻, Amen 🙏🏻🙏🏻
@junaliborsaikia9697
@junaliborsaikia9697 Ай бұрын
হাল্লেলুঈয়া ❤🙏🙏🙏
@annerajjak4621
@annerajjak4621 Ай бұрын
Praise the lord 🙏 Hallelujah 🛐✝️
@bububorah1727
@bububorah1727 Ай бұрын
Praise the Lord pitai🙏🙏🙏
@bobitagogoigogoi7937
@bobitagogoigogoi7937 Ай бұрын
Praise the lord 🛐✝️ akhirbad koribo pita 🙏 Amen
@abhijeethdr5920
@abhijeethdr5920 Ай бұрын
PRAISE THE LORD, THANK YOU DEAR 😘 LORD JESUS, DHANYABAD GURUPITA, HALLELUJAH,AMEN❤
@MridulaBordoloi-pn5eg
@MridulaBordoloi-pn5eg Ай бұрын
Praise the Lord Pitai🛐🛐Amen♥♥
@user-gt6ro4cv8s
@user-gt6ro4cv8s Ай бұрын
Praise the lord pitai
@ritamonihatiboruah3048
@ritamonihatiboruah3048 Ай бұрын
Praise the lord amen
@NiharikaBora1
@NiharikaBora1 Ай бұрын
Prase the lord 🙏 amen 🙏 hallelujah 🙏
@lipikagogoi4434
@lipikagogoi4434 Ай бұрын
Praise the Lord 🛐🛐🛐🙏🙏🙏
@minakhichutia3543
@minakhichutia3543 Ай бұрын
Praise the lord amen 🙏🙏
@user-qu3xw5xh1h
@user-qu3xw5xh1h Ай бұрын
Praise the lord.Hallelujah
@nobajyotinobajyoti-eh1lq
@nobajyotinobajyoti-eh1lq Ай бұрын
Praise the Lord Amen
@user-ue9ho7ek6q
@user-ue9ho7ek6q Ай бұрын
Jai jisus Amar pualijonik khuj kohai diok probhu🙏🙏🙏 amen
@user-to8hm1ki4h
@user-to8hm1ki4h Ай бұрын
Praise the Lord. ✝️🙏🙏🙏🙏🙏🙏
@barbiechetia202
@barbiechetia202 Ай бұрын
Praise the Lord . Amen .
@ManjulaGogoiyadav
@ManjulaGogoiyadav Ай бұрын
Praise the lord peti dhanobad
@jugeswargogoi8642
@jugeswargogoi8642 Ай бұрын
Praise tha lord❤
@buluphukangogoi3603
@buluphukangogoi3603 Ай бұрын
Praise the Lord.Amen
@mousumiboruah9661
@mousumiboruah9661 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏🙏 আমেন।
@mohonsaikia1433
@mohonsaikia1433 Ай бұрын
Praise the lord 🛐🛐✝️ Amen ❤
@nomitasaikia1895
@nomitasaikia1895 Ай бұрын
Praise the lord 🙏✝️🙏✝️🙏✝️🙏❤️🙏
@munmidas1405
@munmidas1405 Ай бұрын
Praised the Lord pita probhu❤❤❤
@monaligogoi3785
@monaligogoi3785 Ай бұрын
Praise the lord ❤
@mirapayeng6678
@mirapayeng6678 Ай бұрын
Praise the Lord❤✝️ 🙏🏻🙏🏻🙏🏻
@gouravburagohain597
@gouravburagohain597 Ай бұрын
হাল্লিলূয়া হাল্লিলূয়া হাল্লিলূয়া আমেন
@anurajkhowa21
@anurajkhowa21 Ай бұрын
Praise the Lord Gurupita 🙏🙏🙏
@RibikaTanti-tl1wy
@RibikaTanti-tl1wy Ай бұрын
Praise the lord hallelujah Amen
@manmayuribicamiya4801
@manmayuribicamiya4801 Ай бұрын
Praised the Lord Jesus baba and gurujna baba .......Amen 🙏🙏🙏🙏🎚🎚🎚❤❤
@pramilaboruah6601
@pramilaboruah6601 Ай бұрын
Praise the lord pitai ❤❤❤
@This__gurl
@This__gurl Ай бұрын
Praise the lord 🙏🏻🙏🏻🙏🏻❤❤❤
@prakhenjitgogoi2233
@prakhenjitgogoi2233 Ай бұрын
Praise the lord 🙏🛐✝️ pitai
@rupsrigogoi3853
@rupsrigogoi3853 Ай бұрын
Praise the lord 🙏🙏🙏
@simarekhagogoi3558
@simarekhagogoi3558 Ай бұрын
Praise the Loed❤Amen Amen❤oti hundor pitai❤
@BituKalita-fl8ec
@BituKalita-fl8ec 16 күн бұрын
Prise the lord 🙏🙏provu tumi aidore amak amar guru pitai getor joriyote amak akhirbad koriba aru monor akha puron hoi jen. 🙏
Mur jibonor WHPC gospel song singing Ranjan chutia
8:02
Ranjan Chutia manik
Рет қаралды 15 М.
Please Help Barry Choose His Real Son
00:23
Garri Creative
Рет қаралды 18 МЛН
How I Did The SELF BENDING Spoon 😱🥄 #shorts
00:19
Wian
Рет қаралды 35 МЛН
Parthona- Kihere Pujim Provu || Prayer ||
8:21
Swapnajyoti Music
Рет қаралды 2,9 МЛН
Bipodor bondhu //Ranjan chutia// gospel song WHPC
7:19
Ranjan Chutia manik
Рет қаралды 26 М.
BWTWRA SWLAIBAI _ New Bodo Gospel cover Song _ GILBARD HAZOWARY
6:35
GILBARD HAZOWARY OFFICIAL
Рет қаралды 34 М.
MONOR KOTHA BUR // Ranjan Chutia // New  Gospels song // WHPC
7:04
Ranjan Chutia manik
Рет қаралды 254 М.
Mango To Mili Ranjan chutia gospel music song Whpc
5:11
Ranjan Chutia manik
Рет қаралды 14 М.
Sunday worship, world healing prayer centre
9:45
Ranjan Chutia manik
Рет қаралды 11 М.
Nohoi hukh hanti aru jibonot//Ranjan chutia// WHPC gospel song
5:39
Ranjan Chutia manik
Рет қаралды 13 М.
Please Help Barry Choose His Real Son
00:23
Garri Creative
Рет қаралды 18 МЛН