Muslim Population ৰ সন্দৰ্ভত Himanta Biswa Sarma ৰ মন্তব্যৰ প্ৰত্যুত্তৰ Lurinjyoti Gogoiৰ | N18V

  Рет қаралды 101,928

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 302
@axomiayt2285
@axomiayt2285 3 ай бұрын
ইয়াক মিয়া ভোট লাগে 😂
@Physics-gm4ou
@Physics-gm4ou 2 ай бұрын
Hoi bhe 😂
@Kxt09
@Kxt09 3 ай бұрын
Tarun gogoi axomot Mia Ani muslim or janakhankhya borhale.. atiya himanta biswai jdi muslim janakhankhyar kotha koi..akankhoi bjp e hindu muslim kori thke buli koi. Atiya ajon hindu mnuh mondirot golei bjpr manuh buli koi. Namaz porhile Karu soku nai pise mandirot juwa jonok he soku..aixon axom ne Pakistan?
@bhaskargogoi650
@bhaskargogoi650 3 ай бұрын
Himanta u asil tatia congress t...aru assam accord r pst AGP r ha sorkar asil...pst congress ahil aru etia Bjp.
@dkdk5486
@dkdk5486 2 ай бұрын
Master mind Himanta
@pabitrabarman6373
@pabitrabarman6373 3 ай бұрын
মিয়াৰ অত্যাচাৰত লুৰিন অখিল গগৈ গৌৰৱ কায়ো থাকিব নোৱাৰে অসমত।মানকাচাৰ ধুবুৰী জলেচৰ আদি ঠাইত ইহঁতে এমাহ এমাহ থাকি আহক।অকল ইদৰ দিনা টুপী নামাজ পঢ়িলে নহয়। এই বাৰ অসমীয়া মানুহে Congress ক ভোট দিয়া নাই।তলা আৰু চাবিৰ ভোট বিলাক হে পাইছে। উজনি নামনি সকলো অসমীয়া এক হৈ বি জে পি ক ভোট দিছে। অসমীয়া মানুহে সদায় বি জে পি ৰ লগতে থাকিব।सवका साथ सब का विकास ओर सव विस्वास বাদ দি বি জে পি চৰকাৰে অকল অসমীয়া ৰ কাৰণে কাম কৰিব লাগিব। তেতিয়া হে অসমীয়া জাতি জীয়াই থাকিব। জনসংখ্যা বৃদ্ধি ৰোধৰ কাৰণে অসম চৰকাৰে নিজা কৈ নিয়ম বনাব লাগে।জয় আই অসম।
@Youthgaang
@Youthgaang 3 ай бұрын
Joleshar t ahi chakori kori ase aru tar eyar Manu keitak ane koi ase ne?
@SaidulIslam-ev8zk
@SaidulIslam-ev8zk 3 ай бұрын
Tu jaleshar main rheta hain kiya?
@DipSonowal-o6q
@DipSonowal-o6q 3 ай бұрын
চৰকাৰক গালিপাৰিলেই সমস্যা সমাধান নহয় ৰাজনীতি কৰিছে যেতিয়া এই বিষয়ে নিজেও হাতে কামে কৰি দেখোৱাব লাগে কামকহে ভৰসা কৰো কথাক নহয়
@RamjanAli-rh4ki
@RamjanAli-rh4ki 3 ай бұрын
Dislike
@jungleftness
@jungleftness 3 ай бұрын
Sudirvai toi 👿👿👿
@nirudevi9827
@nirudevi9827 3 ай бұрын
কংগ্ৰেছেই মূল দায়ী ।কাৰ বিৰোধিতা আপোনালোকে ই কৰিছিল । এতিয়া লেকচাৰ দিব আহিছে ।
@ankursinghakp9068
@ankursinghakp9068 3 ай бұрын
এতিয়া কাকো দোষাৰোপ কৰি একো নাই সজাগ হোৱা হিন্দু, আইন বনোৱা, তেতিয়া হে হব নহলে এদিন হিন্দু অসমীয়া থাকিব ঠাই নোহোৱা হব
@ranjankurmi4771
@ranjankurmi4771 3 ай бұрын
Right
@babulhussain148
@babulhussain148 3 ай бұрын
Hobo chinta Kori labh nai...oi Kela Muslim tohotor ghorot goi vat khai neki
@NilDarpanexpression
@NilDarpanexpression 3 ай бұрын
ৰাজনীতি নকৰিবি কেলা সচাকে অসম বহুত জটিল সমস্যাৰ মাজেৰে গৈ আছে।
@bristigogoi6254
@bristigogoi6254 3 ай бұрын
ৰাজনীতি কৰোঁতেই অসম যাবৰ হ’ল ৷
@ranjankurmi4771
@ranjankurmi4771 3 ай бұрын
এটা কথা মনত পৰিছে মোগল প্ৰবেশ কৰাত যি দৰে ভাৰতীয় ৰজাই সিংহাসন বা পদবিৰ লোভত মোগলক ভিন্ন প্ৰকাৰে সহায় কৰিছিল যাৰ ফলত ভাৰতৰ ভৌগোলিক অৱস্থা বিনষ্ট কৰি পেলাইছিল । আজিও একে পৰিস্থিতি ভাৰতৰ । ভাৰতৰ ভবিষ্যত বিপদৰ দিশে । বিশ্বৰ ভিতৰত এটাই দেশ আছে যত সকলো ধৰ্মকে মৰ্যাদা দিয়া হয় ইয়াৰ অৰ্থ এইটোৱেই নহয় যে ভাৰতৰ সকলো লোকে সকলো ধৰ্মক পালন কৰে , আৰু যদি এনে হয় তেন্তে ভাৰতক ধাৰ্মিক ৰাষ্ট্ৰ হিচাপে কিয় নামাকৰণ কৰা নহল , আৰু যদি ধৰ্মৰ ওপৰত ৰাষ্ট্ৰক নামাকৰণ কৰা ভোল আছিল তেন্তে পাকিস্তানক কিয় বাটোৱাৰা দি ধাৰ্মিক ৰাষ্ট্ৰ হিচাপে নামাকৰণ কৰাত সহায় কৰিছিল এই ক্ষেত্ৰত বাধা দিব লাগিছিল ।
@nirudevi9827
@nirudevi9827 Ай бұрын
@@ranjankurmi4771 একেবাৰে সছা কথা
@Jdjdjnxbxncndiicnck
@Jdjdjnxbxncndiicnck 3 ай бұрын
Ajir pora bjp k support krim
@parthapratimsaikia4585
@parthapratimsaikia4585 3 ай бұрын
koni tur congress law 😂 desh bachau
@hunk4008
@hunk4008 3 ай бұрын
😂😂😂 khandani bjp toi
@nirudevi9827
@nirudevi9827 Ай бұрын
@@Jdjdjnxbxncndiicnck আমি তু আগৰ পৰাই কৰি আহিছোঁ আৰু আগলৈও কৰিম। নিজৰ স্বাৰ্থৰ কাৰণে নহয় ,নিজৰ জাতিৰ আৰু দেশৰ কথা ভাবি।ভাল লাগিল আপুনি বুজি পোৱা বাবে।
@DigantaHazarika-zx7dr
@DigantaHazarika-zx7dr 2 ай бұрын
Right kotha koisa apuni
@PradipRoy-f1b
@PradipRoy-f1b 3 ай бұрын
তহঁতে ako ako জন মুছলমান ৰ এজেণ্ডা , ভাৰতৰ মুছলমান ৰ এজেণ্ডা কংগ্ৰেছ, কাৰণ যিমান অনুপ্ৰবেশাৰী অসম লৈ আহিছে সকলো কংগ্ৰেছ ৰ দিনত আহিছে কংগ্ৰেছে সবিদা দিছিল, কংগ্ৰেছে ভাৰতত মুছলমান ৰ এজেণ্ডা হৈ কাম কৰি আহিছে আৰু কৰি আছে ঠিক তেনেদৰে অসমত ৰেদিকেল ইছলাম ৰ এজেণ্ডা হৈ বহুকেইজন অলপ পইছাৰ লালচত কাম কৰে , এই সকল অসমীয়া এ অসমৰ ইমান জেউৰি বোৱাৰী ধৰ্ষণ লাভ জেহাদ আদি ঘটনা হৈ আছে ইহঁতে একো মাত নামাতে । এয়াই অসমৰ জতিও নেতা বুলি কোৱা মুখা পিন্ধা নেতা।
@mychoice4687
@mychoice4687 3 ай бұрын
Thik ase baru kintu bjp e tu population control r babe eku kora nai kio
@hafizkamal5292
@hafizkamal5292 3 ай бұрын
Congress jodi daye hoi Tetia hemonto bisya Sharma kon dalot asil Congress or pora luti puti atiya congress beya hoise
@indiamylove4833
@indiamylove4833 3 ай бұрын
Dhur guvar lindu...
@assamnoobgamer9752
@assamnoobgamer9752 3 ай бұрын
মুছলিমৰ কথা কলে সব নেতাই কিয় বেয়া পায় সকলোৱে মিলি চেষ্টা কৰিব লাগে কেনেকে ৰোধ কৰিব‌পাৰি।এইয়ে আমাৰ অসমীয়া মানুহৰ একতা ।ধুবুৰী লোকসভা সমষ্টিত চাওক মুছলিম মানুহৰ‌একতা।আমাৰ অহমীয়া মানুহৰ তেজৰ গলমাল থকা যেন‌ অনুমান হয়।নিজৰ গাদী আৰু সাৰ্থৰ কাৰনে নিজৰ মাক চিনি নাপায় আচৰিত লাগে।কিজে হব অসমৰ অবস্থা।
@BishnuDey-xv1ih
@BishnuDey-xv1ih 3 ай бұрын
BJP hindur vote r karone rajniti kore but jonmoniontron ain to pass kio nokore? Jowa bar kendrot BJP sarakar achil jodio jonmoniontron bill khon pass nokorile,tar porinamo BJP pale .lahe lahe BJP r asol rupto hokoloa buji pabo aru ane adin ahibo BJP mukto Bharat hobo
@RipunDoley-so2qs
@RipunDoley-so2qs 3 ай бұрын
Etia mamai koi lav nai...mamar gatei dukh.... muslim population r kotha koi 2026 election jiki jau bhabise..hindur vote karone.
@RipunDoley-so2qs
@RipunDoley-so2qs 3 ай бұрын
Eman bosor MLA, assam sukti rupayan MINISTER, helth minister,CHIEF MINISTER hoi ki dal korile.
@Aktarkhvillage
@Aktarkhvillage 3 ай бұрын
1950 চনত মুছলমান জনসংখ্যা আছিল 25% । 2011 চনৰ লোকপিয়ল অনুসৰি মুছলমান জনসংখ্যা 35% ।।।1950 চনত হিন্দু জনসংখ্যা আছিল 60% 2011চনৰ লোকপিয়ল অনুসৰি হিন্দুৰ জনসংখ্যাহৈ গ'ল 79% ।। এতিয়া দেখা গ'ল মুছলমানতকৈ হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি।।😂
@nashiruddinbarbhuiya6086
@nashiruddinbarbhuiya6086 3 ай бұрын
1950 সালে মিজোরাম , মেঘালয়, অরুনাচল প্রদেশ আর নাগালেণ্ড আসামের অংশ ছিল।
@GreenBorah-k1k
@GreenBorah-k1k 3 ай бұрын
খুব ভাল মন্তইব্য ​@@nashiruddinbarbhuiya6086
@binodsaikia1882
@binodsaikia1882 3 ай бұрын
সকলো মিলি অসমখনক বচোৱাৰ চেষ্টা কৰা। ৰাজনীতি কৰি ইজনে সিজনক দুখ দিলেই অসমৰ সমস্যা সামাধান নহয়।
@SHANedits973
@SHANedits973 2 ай бұрын
@@binodsaikia1882 দাদক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা ঘৰত চাৰিটা ভায় ককায়েক দুটা বেয়া ভাবে যায় যদি কোনোৱে কাকো দুশাৰুপ নকৰি কেনে ভালকৰা যায় তাকে চিন্তা কৰিব লাগে। শিবু দাস কঠিয়াতলি সৰুপথাৰ।
@atulkarmakar4576
@atulkarmakar4576 3 ай бұрын
লুৰিন ক বাংলাদেশত পঠাব লাগে
@dewanyashinali9077
@dewanyashinali9077 3 ай бұрын
বস্তু কিনিবলৈ পকৰ নজ্বলে নেকি, মূল্যবৃদ্ধি হোৱাৰ কাৰনে, চুতমাৰান ৰাউণ্ডাৰ!😂
@BoraKalpa
@BoraKalpa 3 ай бұрын
😂😂
@alid5818
@alid5818 3 ай бұрын
তহতক হে বাঙ্গলা দেশ পঠাব হ'ল ।
@biki456
@biki456 3 ай бұрын
​@@alid5818Pakistan murdabad
@The_Epic_Playz
@The_Epic_Playz 3 ай бұрын
​@@alid5818toi he Bangladeshi
@rupamkalita2274
@rupamkalita2274 3 ай бұрын
নিৰ্লজ্জ হাহি এটা মাৰি আছে। লাহে লাহে গৈ আছে উজনিৰ ফালে। নামনি আৰু মধ্য অসম ঘুৰক গাৱে গাৱে বুজি পাবো।
@jayantaborah1051
@jayantaborah1051 3 ай бұрын
100 percent correct. All responsibility goes to Assam CM sharma. If he can't solve this problem he should resign immediately.
@atulsarma1476
@atulsarma1476 3 ай бұрын
জনসংখ্যা নিয়ন্ত্ৰন কৰাৰ বাবে অসমত নতুন এখন আইন বনাৱ লাগে সোনকালে । নহ'লে আমাৰ অসমীয়া মানুহৰ অৱস্থা বেয়া হ'ব লাহে লাহে।
@Jdjdjnxbxncndiicnck
@Jdjdjnxbxncndiicnck 3 ай бұрын
Congress jikibo diok val hbo
@rinkushivam8759
@rinkushivam8759 3 ай бұрын
কাম নহ'ল ।এতিয়া সাধাৰণ লোকৰ দৰে মন মাৰি কথা পাতিব লগীয়া হৈছে।তথাপি বিজেপিৰ বিৰুদ্ধে কথা কয়। বিজেপি জিন্দাবাদ
@SHANedits973
@SHANedits973 3 ай бұрын
মুচলমান সকলৰ জনসংখ্যা বৃদ্ধিৰ বাবে কংগ্ৰেছ চৰকাৰ দায়ি। শিবু দাস কঠিয়াতলি।
@pranabassam5412
@pranabassam5412 3 ай бұрын
গগৈ আৰু মিঞাৰ মাজত সাদৃশ্য আছে
@hndekari8011
@hndekari8011 3 ай бұрын
লুৰিণজ্যোতিৰ বক্তব্যত সত্যতা আৰু যুক্তি-যুক্ততা আছে ৷ অসমত সৰ্বত্ৰ সুবিধাবাদৰ ৰাজনীতিহে চলি আছে; মূল্যবোধৰ ৰাজনীতিৰ অভাৱ ৷ অখিল লুৰিণ গৌৰৱ আদি নেতাবিশেষে ৰাজনীতিৰ পথাৰখন তৰান্বিত আৰু সাৰুৱা কৰি তুলিব লাগিব ৷ অসমৰ ৰাইজে এয়া আশা কৰিছে ৷৷
@biki456
@biki456 3 ай бұрын
Guti duta ja😁😁😁
@RamjanAli-rh4ki
@RamjanAli-rh4ki 3 ай бұрын
Atiya Lorin paribo neki
@DeepakLahkar-p2m
@DeepakLahkar-p2m 3 ай бұрын
Assom basably haly Congrats Mukta Sarkar only B.J.P..
@sukdevnaskar9222
@sukdevnaskar9222 3 ай бұрын
ঠিক কথা বলেছেন। NRC করা উচিত
@prodip2284
@prodip2284 3 ай бұрын
ওম আৰু লুৰিণ জ্যোতিয়ে নামাজ পঢ়িব গৈ ।
@equityresearch1995.
@equityresearch1995. 3 ай бұрын
Bjp is better 😮😮
@jaduroy2449
@jaduroy2449 3 ай бұрын
Tumi ki koribo pora Namaj poribo Jana?
@user-yf9ey7dc5e
@user-yf9ey7dc5e 3 ай бұрын
Hindu e houk muslim e houk 1951 r pst oha bengali bihari Marwari miya sob khedibo lage axom r pora
@hanseali1924
@hanseali1924 3 ай бұрын
মুছলমান অন্ছলত স্কুল-কলেজ আৰু শিক্ষকৰ সংখ্যা একেবাৰে কম শিক্ষা ক্ষেত্ৰত উন্নয়ন হলে জনসংখ্যা বৃদ্ধি হৈচে জদি শিক্ষাৰ হাৰ বৃদ্ধিৰ লগে লগে থিক হৈ জাৱ।
@kapilboro1717
@kapilboro1717 3 ай бұрын
শিক্ষিতো হ'লেও তেওঁলোকে জনসংখ্যা বৃদ্ধি কৰিবয় ।
@pinkugoswami7448
@pinkugoswami7448 3 ай бұрын
Muslim e engineering pass kri 2 ,3 joni biya pate ,,baki aru ki kom
@hanseali1924
@hanseali1924 3 ай бұрын
শিক্ষাৰ মতলব ইনজিনীয়াৰ নহয় মুখেৰে কৱাতোৱে সছা নহয়।দুই এজনৰ হলেই সকলোৱে নহয় তেনেকৈ হলে মোৰ গাওৰ অছৰতে মোৰ লগত মিল থকা প্ৰাএ 7/8জনৰ দুজনী ঘৈনীয়েক থকা আৰু লৰা-চোৱালি 6ৰ পৰা11টা থকা মৈ উলিয়াই দিৱ পাৰো।আকৌ অন্য থাই কথাতে নকোএ।
@pinkugoswami7448
@pinkugoswami7448 3 ай бұрын
@@hanseali1924 ...10 khn gaon r survey kr ..10 khn Hindu gaon 10 khn Muslim gaon ..same jega r gaon loba ..dekhiba ..per muslim gaon te at least 10 jonr 2 Joni ke wife thakibo ( lgt nathkibo o pare but 2 Joni biya pota hbo) ....same case Hindu gaon t Saba jdi 5 jonr o 2 Joni ke wife ulai. Tatiya moi Mani lom je tohot kimn Mohan....paribi kribo ...
@Onlineenterprises-cp4fi
@Onlineenterprises-cp4fi 3 ай бұрын
Ok
@birendranathsaikia2350
@birendranathsaikia2350 3 ай бұрын
Congress in the name of INDI want to form Congress govt in Assam , They are planning to divide regional parties. Congress and AIUDF internally project Rakibul Hussain as CM and HM in 2026 . They do not care for upper Assam and regional parties as Barak valley , Dhubri, Nawgoan , Borpeta and other 7 assembly constituency have Muslims majority and they can easily win in 84 seats. Blaming BJP affecting adversely.
@sumandasgupta5322
@sumandasgupta5322 3 ай бұрын
Absolutely correct sir!👍
@BitcoinCrypt
@BitcoinCrypt 3 ай бұрын
লুৰিণ চাহ খাবলৈ আহিবি। মই বিজেপি হৈ গলো 😂
@kanakdeka6851
@kanakdeka6851 3 ай бұрын
লুৰিন বোপা, কথাবিলাক আমি বুজিছো, অকণমান হাঁহি হাঁহি কবাদেই বোপা !
@amiyachetia2017
@amiyachetia2017 3 ай бұрын
মূখ্য মন্ত্ৰী য়ে কোৱা জনসংখ্যা বৃদ্ধি কথাতো কি মিছা কথা নেকি? এইটো যে ধ্ৰুৱসতয় সকলোৱে জানে। সঁচা সঁচা ই চাপৰিলে মেঘ নাতৰে। গতিকে সঁচাক সমৰ্থন কৰা জনহে মহান। ক্ষমতাৰ লোভত সঁচাক মিছা কব নাপায়।সময়ে হিচাব লব।
@DebojitkrboraBora
@DebojitkrboraBora 3 ай бұрын
আগন্তুক প্ৰতিযোগিতাত আমি চাৰি গগৈ এক হোৱা কথা ভাবোঁ।।
@nabatoshbarman9674
@nabatoshbarman9674 3 ай бұрын
দায়ী তোমাৰ মিত্ৰদলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ আৰু তৰুণ
@Nahar01864
@Nahar01864 3 ай бұрын
Lut injoy is a good person
@debashishbaruah4869
@debashishbaruah4869 3 ай бұрын
ফটোৱামী ....
@AjhahajJwjwjwjjq
@AjhahajJwjwjwjjq 2 ай бұрын
Himanto go back
@manashhira7222
@manashhira7222 3 ай бұрын
অখিল উদ্দিন,লুৰিণ উদ্দিন,গৌৰৱ খান ,ভুপেন আলি,অজিন আহমেদ,এই আটাইকেইটায় অসমখন অসমীয়া দাদাগিৰী শেষ কৰি অসমীয়া জাতিটোক বাংলাদেশী হাতত বৃক্ৰী কৰিব খুজিছে ! গতিকে অসমৰ ৰাইজ সজাগ আৰু সচেত হোৱা ভাল নহলে এদিন মই হিন্দু বুলি কাব নোৱাৰা হব লাগিব !
@silversurfer2967
@silversurfer2967 3 ай бұрын
Bjp thakile Hindu buli kobo paribo kintu Assamese buli kobo nuaribo. Either nijok bihari othoba bengali buli porisoi dibo lagibo.
@bikashdas7082
@bikashdas7082 3 ай бұрын
Mr.Lurin Jyoti Gogoi once in AASU before joining AJP.What was role in AASU Assam movement led by AASU since 1978.Today Assam demographic problem could have solved if AASU led the movement in a honest manner.Almost 950 martyr sacrifice durin the movement.Mr.Gogoi might be forgotten those black days.
@mrinalmedhi8346
@mrinalmedhi8346 3 ай бұрын
জয় আই অসম 🙏🙏🙏
@BimalDaulagupu
@BimalDaulagupu 2 ай бұрын
Right ❤
@mintusaikia8875
@mintusaikia8875 3 ай бұрын
লোৰিন হতৰ বাৱে এইবোৰ হৈছে।
@PrasenjitDas-oh1mx
@PrasenjitDas-oh1mx 2 ай бұрын
Right answer
@Rihaan188
@Rihaan188 3 ай бұрын
Congress Muslim BJP Hindu,,, long live Hindu Rashtra
@sushantanath7822
@sushantanath7822 3 ай бұрын
Lurinjuti subidabadi manu.
@bhaskargogoi650
@bhaskargogoi650 3 ай бұрын
Kio?
@birendranathsaikia2350
@birendranathsaikia2350 3 ай бұрын
Great threat to the indigenous people of Assam , we are blaming each other . Our kitchen is surrounded by Bangladeshis Muslims . AJP Raijor Dal AGP BPF UPPL Lachit Sena , all regional parties of indigenous people of Assam should be united to save Indigenous Assamese communities otherwise. Remember the song of Dr Bhupen Hazarika Assam. ' Rasatala Jabo. ' Congress party is the main culprit , I have seen 1959 . No central leaders are interested to save Indigenous Assamese communities.
@DipakBorah-b8e
@DipakBorah-b8e 2 ай бұрын
সুন্দৰ কথা কৈছে আপোনি
@biki456
@biki456 3 ай бұрын
Lurin r laaj bola bostu alopo ni..kiman vote t harsa monot kor ebar😁😁😁😁😁
@HariHarSwargiary-ps3cz
@HariHarSwargiary-ps3cz 2 ай бұрын
অসমত মুছলমানৰ জনসংখ্যাৰ বৃদ্ধিৰ মূল কাৰণ হৈছে অসমীয়া জাতিৰ ৰাজনৈতি, কাৰণ ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী অসমীয়া মানুহে হৈছে আৰু হৈ থাকিব, স্বাধীনতা লাভ কৰাৰ পাছত আজি লৈকে কোনো এজন মূখ্যমন্ত্ৰী মুছলমানৰ সকলৰ ওপৰত একো আইন বনাব নোৱাৰিল, অসমত মুছলমানসকল ক ৰাজনৈতিক আৰু সামাজিক আৰু ভূমিৰ অধিকাৰ কোনে দিলে, অসমীয়া সকলে দিলে,
@bishnubaruah1270
@bishnubaruah1270 3 ай бұрын
কংগ্ৰেছে নোৱাৰিলে, বিজেপি কিয় সীমান্ত ছীল্ড কৰিব নোৱাৰিলে কিয় এজনো অৱৈধ অনুপ্রবেশ কাৰি বহিস্কাৰ কৰিব নোৱাৰিলে। কিয় আজিলৈকে বাংলাদেশৰ লগত অবৈধ অনুপ্ৰৱেশ কাৰিৰ পত্যা্ৱতন চুক্তি কৰিব নোৱাৰিলে।
@Ramboruslee.1234
@Ramboruslee.1234 3 ай бұрын
Moja
@pankajnath4106
@pankajnath4106 3 ай бұрын
দায়ী তোৰ বাপেৰে কংগ্ৰেছ দল জহৰা লুৰীণ
@bhaskargogoi650
@bhaskargogoi650 3 ай бұрын
Kio lurin e emn dine sorkar solai asil ni?
@HBaro-oj3lh
@HBaro-oj3lh 3 ай бұрын
Good speech dada akdom right
@amrahman797
@amrahman797 3 ай бұрын
Axomor CM koun ?? Sarkare ki korise ??
@samujjalpawe4967
@samujjalpawe4967 3 ай бұрын
Thank. You L j. Gogoi very good
@balendas2049
@balendas2049 3 ай бұрын
লুৰিণ জ্যোতিৰ কথাত সম্পূৰ্ণ সত্যতা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিল্লীৰ লাদ্দু খাই আহি অসমবাসী ৰাইজৰ আগত আবুল তাবুলবোৰ বকি থাকে।
@Jatiotabadi
@Jatiotabadi 3 ай бұрын
Lurinjyoti ❤ right
@AbulSarkar-zw7js
@AbulSarkar-zw7js 2 ай бұрын
লুৰিণ জ্যোতিগগৈৰ লগত একমত মোৰ নিজা ববিয়া কোনো মতামতৰ প্ৰয়োজন নাই বুলি ভাবো।
@jitendrarabha4660
@jitendrarabha4660 3 ай бұрын
১০০% সত্য
@DigantaHazarika-zx7dr
@DigantaHazarika-zx7dr 2 ай бұрын
Good Gogoi
@selimmiah915
@selimmiah915 3 ай бұрын
Superb bro
@imdadali9519
@imdadali9519 3 ай бұрын
সুন্দৰ উওৰ।
@indiamylove4833
@indiamylove4833 3 ай бұрын
1951 yr th 12 percent nasil......24.68 percent asil....iman misa kio koi😮
@BijuPhukan-kl1xf
@BijuPhukan-kl1xf 3 ай бұрын
পৰিয়ালৰ জন্ম নিয়ত্ৰনৰ সমিক্ষা গাওঁৰ ঘৰে ঘৰে কৰক চাব এজন বাপেকৰ বা মাকৰ ৭/৮ টাকৈ সংতান , অইন ধৰ্মৰ চাব এজন বা দুজন হয়তো কাৰোবাৰ বিগ জিৰ' , আৰু মাইকীৰটো কথাই নাই দুজনীৰ ওপৰত , চালেবেৰে কোবায় লাভ নাই, সুশিক্ষাৰ ব্যবস্হা কৰক , দুনিয়াৰ এপাল জন্ম দি গৰু চোৰ, লোহাচোৰ নবনাব , ধান বেঙেনা খেতি কৰি উকিল ক'ৰট কাছাৰি পইচা দি জীৱনটো অথেলে নপঠাব
@santaramdeka3015
@santaramdeka3015 3 ай бұрын
Absulety correct
@Jagadishdutta-mn4ru
@Jagadishdutta-mn4ru 3 ай бұрын
Lurin very good
@mukutnath1419
@mukutnath1419 3 ай бұрын
Guardian of Assam
@RajabAli-h4r
@RajabAli-h4r 3 ай бұрын
Good
@jaychankarborolegalforum7822
@jaychankarborolegalforum7822 3 ай бұрын
Correct
@sauravbhattacharjee9842
@sauravbhattacharjee9842 3 ай бұрын
Axomor buronji val dore porhile lurine enekua kobo nuarile hoi
@mohiburrahman2342
@mohiburrahman2342 3 ай бұрын
লুৰিণ জ্যোতি গগৈ ঠিক কথা কৈছে। লুৰিণ জ্যোতি অসমৰ বলিষ্ঠ কন্ঠ!!
@kapilboro1717
@kapilboro1717 3 ай бұрын
@@mohiburrahman2342 Abdul অপুনি টো ভাল পাবই ।
@sunilbaishya5512
@sunilbaishya5512 3 ай бұрын
why he is not winner in election.
@babitalimbu2670
@babitalimbu2670 3 ай бұрын
Right 👍
@movie8805
@movie8805 3 ай бұрын
Hindu rastra chaiye hamein
@success2089
@success2089 3 ай бұрын
Koti Mel vorai diu aa ki rastra lage
@debenhandique9958
@debenhandique9958 3 ай бұрын
হিমু বৰ্তমান উপায় বিহীন গতিকে আবুল তাবুল বলকিব লাগিছে।
@tulashinath379
@tulashinath379 3 ай бұрын
লুৰিন মোখাপিনধা জাতীয়তাবাদী নেতা
@NabinRabha-f4q
@NabinRabha-f4q 2 ай бұрын
বিদেশী সমস্যাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দায়ী।
@bipuldoley1906
@bipuldoley1906 3 ай бұрын
Mjaa. Kta.
@moonsharma9986
@moonsharma9986 3 ай бұрын
100%
@bilijacksan
@bilijacksan 3 ай бұрын
Boss not only Bangladesh aru My Advice অসমক সোনকালে restricted state কৰিব লাগে আৰু তাত এইকেইটা নিয়ম থাকিব লগে non Assamese মানুহে মাটি কিনিব নোৱাৰা আৰু without pass card no entry assam আৰু pass card বনাবলৈ Heavy amount fees চাৰ্জ কৰিব লগে
@amitavdey2346
@amitavdey2346 3 ай бұрын
Well said
@MafidulIslam-ex8os
@MafidulIslam-ex8os 3 ай бұрын
Very good
@RantiramKumar-n8b
@RantiramKumar-n8b 3 ай бұрын
Ans bilak mojja dise
@PranjalTamuli-sd4bl
@PranjalTamuli-sd4bl 3 ай бұрын
একেবাৰে সত্য কৈছে
@Moniभाई123
@Moniभाई123 3 ай бұрын
অবৈধঅনুপ্ৰবেশকাৰীৰ নাম লৈ লৈ ASSU r leader হৈ ৰাজনীতিলৈ আহিলি আৰু ৰাজনীতিত আহিলৈ নামাজ পঢ়িব ললি। Assu leader হৈ থাকোতে কেতিয়াও নামাজ পঢ়া দেখা নাপালোঁ। তহঁতক চিনিব বাকী নাই।
@tutumoni6598
@tutumoni6598 3 ай бұрын
toi lungi pindhi namaj gabo he janibi
@antezali284
@antezali284 3 ай бұрын
It is not a threaten but an election issue.
@KartikDeka-45
@KartikDeka-45 3 ай бұрын
Leura eitu 1 no.😅
@studyjoshpiller
@studyjoshpiller 2 ай бұрын
এতিয়া চৰকাৰৰ ওপৰত ভৰষা কৰি বাংলাদেশী খেদিব বুলি ভাবি থাকি লাভ নাই!
@MaddyEkka_Academy
@MaddyEkka_Academy 3 ай бұрын
Longest Health minister, longest minister to implement Assam Accord is HBS, how shameful is that, he is accepting his failure in his political career. So shame.
@manashjyotidas1924
@manashjyotidas1924 3 ай бұрын
চৰকাৰৰ লগতে অসমত থকা কুৰিটামান খিলঞ্জীয়াৰ সংগঠনো দায়ী। অসমত হোৱা জনগাথনিৰ পৰিবৰ্তনৰ উপলব্ধিয়ে কৰিব নোৱাৰিলে। ওচৰত থকা কিছুমান বজাৰ চক যিবোৰ এটা সময়ত খিলঞ্জীয়াৰ হাতত আছিল কেনেদৰে লাহে লাহে বেলেগৰ দখললৈ গল তাৰ কোনো খবৰেই নাই। কিমান খিলঞ্জীয়াই মাটি বিক্ৰী কৰি নিজৰ গাওঁ বজাৰ অঞ্চল বিলাক বেলেগৰ হাতলৈ যোৱাৰ পথ মুকলি কৰি দিলে তাৰ প্ৰতি কোনো খিলঞ্জীয়া সংগঠনে কোনো ভাল পদক্ষেপ নললে।
@dulumoniborah7043
@dulumoniborah7043 Ай бұрын
এই জনকে মুখ্য মন্ত্ৰী পাতি দিয়ক অ কিমান ভোতট হাৰিছিল এই জন
@User654-s2m
@User654-s2m 3 ай бұрын
Ghar satru bibhikhan✅✅✅
@AfreenKhan__09
@AfreenKhan__09 3 ай бұрын
যিবিলাক মানুহে গৰুৰ মূত আৰু গোবৰ সেৱন কৰে সেইবিলাক মানুহ সমাজৰ কাৰণে আৱৰ্জনা 😊
@SkEnterprise-vi3tn
@SkEnterprise-vi3tn Ай бұрын
লুৰিন পাগল হৈছে ।
@shikhamondal4796
@shikhamondal4796 3 ай бұрын
Mokel akhil gogoi
@RoihanBookStor
@RoihanBookStor Ай бұрын
B j p go back
@deboborah5858
@deboborah5858 Ай бұрын
আহিল এক মূৰ্খ।
@sunilbaishya5512
@sunilbaishya5512 3 ай бұрын
বাংলা দেশী বৃদ্ধি বাবে অখিল আৰু লুলিনও কম দোষী কম নহয়। বাংলা দেশীৰ ৰক্ষাকৱচ হ'ল ইহত দুজন।
@ShorifAhmed-h7h
@ShorifAhmed-h7h 3 ай бұрын
এগুলো কোন দেশের ভাষা?? বাংলাদেশ এর সাথে মিলে না??
@picky7647
@picky7647 3 ай бұрын
সকল শেয়ালের একই ঘা
ROSÉ & Bruno Mars - APT. (Official Music Video)
02:54
ROSÉ
Рет қаралды 178 МЛН
CAN YOU DO THIS ?
00:23
STORROR
Рет қаралды 41 МЛН
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 269 #shorts
00:26
ROSÉ & Bruno Mars - APT. (Official Music Video)
02:54
ROSÉ
Рет қаралды 178 МЛН