নাটক- শকুনিৰ প্ৰতিশোধ | Sakunir Protixudh | Drama | Assamese Drama

  Рет қаралды 119,907

PMB Mix

PMB Mix

Күн бұрын

নাটক- শকুনিৰ প্ৰতিশোধ | Sakunir Protixudh | Drama | Assamese Drama
অনিৰুদ্ধ শিল্পী সমাজ, কালুগাঁৱৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা বিশিষ্ট নাট্যকাৰ গণেশ গগৈদেৱৰ দ্বাৰা ৰচিত "শকুনিৰ প্ৰতিশোধ" নাটকখনি আপোনালোকলৈ আগবঢ়াই দিছোঁ।
আশাকৰোঁ সকলোৱে আদৰি ল'ব।
আপোনালোকৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: 6003582951
ধন্যবাদ🙏
Cover Topic:
শকুনিৰ প্ৰতিশোধ
Sakunir Protixudh
Sakunir Protixudh drama
Drama
Assamese drama
নাটক
শকুনিৰ প্ৰতিশোধ নাটক
অসমীয়া নাটক
assamese culture
vauna
bhauna
vauna assamese
bhauna assamese
Bhaona
Bhaona assamese
vawna
vawna assamese
assamese vauna
Assamese bhauna
assamese bhaona
#drama
#assamesedrama
#assamesevideo

Пікірлер: 59
@anuraag911
@anuraag911 Ай бұрын
Ai bhaona khon t moiu bhao gaisu ❤❤❤❤❤❤❤😍😍😍💗💗💗💗🙏🏻🙏🏻🙏🏻🙏🏻
@BhanitaDas-xo2to
@BhanitaDas-xo2to 3 ай бұрын
Val,lagice
@ga__mer___
@ga__mer___ 21 күн бұрын
Spelling bhol pagal 😡
@dpunk8550
@dpunk8550 2 ай бұрын
Val nalagil hokunir acting
@MinuTaid-wt1fl
@MinuTaid-wt1fl 6 ай бұрын
Tq so much
@rulirekhabhuyan3768
@rulirekhabhuyan3768 28 күн бұрын
বৰ সুন্দৰ অভিনয়েৰে বৰ সুন্দৰ নাটক এখন উপহাৰ দিয়াৰ বাবে সকলো কলা কুশলী লৈ অশেষ ধন্যবাদ 🎉।
@DulumoniDas-hh1vc
@DulumoniDas-hh1vc 3 ай бұрын
❤❤❤❤
@SanjeebgogoiAnimagogoi
@SanjeebgogoiAnimagogoi 10 ай бұрын
Very good alls darmas video ❤❤❤❤thanks
@PapuPhukon-v1f
@PapuPhukon-v1f 10 күн бұрын
সংলাপ শুদ্ধকৈ কবলে চেষ্টা কৰিবলৈ অনুৰোধ জনালো
@prodipnath9340
@prodipnath9340 10 ай бұрын
সুন্দৰ অভিনয়
@AnantaMedhi-zv4ev
@AnantaMedhi-zv4ev 10 ай бұрын
Natok khon Sai bohut bhal lagil ❤❤❤
@nikumonibora9729
@nikumonibora9729 3 ай бұрын
Fast time bahot Fast hoise
@uttambora9854
@uttambora9854 10 ай бұрын
Nice
@mousumbora2210
@mousumbora2210 Жыл бұрын
Sundor ❤
@madhovhazarika
@madhovhazarika 11 ай бұрын
😢😮❤❤❤
@muninoza4944
@muninoza4944 Жыл бұрын
মজা লাগিল।
@golapidas933
@golapidas933 10 ай бұрын
Sunder haise
@hemantagogoi8158
@hemantagogoi8158 11 ай бұрын
👍👍👍👍
@BijoyPawandasBijoyPawandas
@BijoyPawandasBijoyPawandas 9 ай бұрын
🙏🍓💐🌹♥️⭐🌻🪔🪔🪔ভাল হৈছে 🙏🌹♥️ সকলো অভিনেতা আৰু অভিনেত্ৰী লৈ শুভেচ্ছা জনালোঁ 🙏🌹♥️ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 ৰাম কৃষ্ণ 🙏🙏🙏🌹♥️
@allone2175
@allone2175 9 ай бұрын
40 bosor agot ai nat ami korisilu, bhaal hoise , dhanyabaad
@jatinbhuyan4826
@jatinbhuyan4826 11 ай бұрын
Dhujudhonr acting excellent
@bhargabsarma4691
@bhargabsarma4691 10 ай бұрын
Bahut bhall natak dekhilo aji barebare dekibli issa hay
@bhargabsarma4691
@bhargabsarma4691 10 ай бұрын
Aei natke nabajubak jubatik ikha diba
@bhargabsarma4691
@bhargabsarma4691 10 ай бұрын
Abhinay nikhut sanglap sundar
@dandiramsonowal3710
@dandiramsonowal3710 11 ай бұрын
অতি সুন্দৰ অভিনয়ৰ "কথন শৈলী" ।মজা দায় ল'গ কৈছে।
@lukumailekharu1022
@lukumailekharu1022 11 ай бұрын
Krishna krishna oti sundar ovinoi and kotha sole.
@jimibiswas9261
@jimibiswas9261 4 ай бұрын
Ok good
@dipakgogoi4266
@dipakgogoi4266 7 ай бұрын
Akuo eber chaishuo
@dhirendeka04
@dhirendeka04 Жыл бұрын
সুন্দৰ অভিনয় । মুল নাটকৰ সংলাপ সম্পাদনা হৈছে । নাটখনৰ অমিত্ৰাক্ষৰ ছন্দ হেৰায় গৈ নতুন সংলাপ সংযোজিত হৈছে । কৰ্ণই পদ্মা পদ্মা বুলি বাহিৰৰ পৰা চিঞৰ আহে । কৰ্ণৰ সংলাপ নিক্ষেপ একেবাৰে শুণ্য । অমিত্ৰাক্ষৰ ছন্দৰ সংলাপ ৰৈ ৰৈ নিক্ষেপ নকৰে ।
@PMBMix
@PMBMix Жыл бұрын
মন্তব্যৰ বাবে ধন্যবাদ.. আশাকৰোঁ নাট্যদলটিৰ সদস্যসকলে নিশ্চয় কথাষাৰি মন কৰিব আৰু ভৱিষ্যতে আঁসোৱাহসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিব..
@novokachari4499
@novokachari4499 10 ай бұрын
Dialogue throwing style was not attractive.
@rishabhangshumedhi4734
@rishabhangshumedhi4734 Жыл бұрын
বিৰাট সুন্দৰ অভিনয় দেই...👍👍👍❤
@jitubora1042
@jitubora1042 11 ай бұрын
সুন্দৰ 🙏🙏🙏
@gurupankaj3957
@gurupankaj3957 11 ай бұрын
আজন্ম , ৰ টো কিয় লগাইছে লগত,, আৰু ধেৰ ভুল আছে ,, ইমান চেষ্টা কি অথলে যাব পাৰে টো হাঁহি হাঁহি কিয় কয় মই ভাবি নাপাওঁ, আমাৰ চেষ্টা অথলে গল কিবা এটা কামত চেষ্টা কৰি কৰিও পুৰ হোৱা নাই আজিলৈকে , আমি কি হাঁহি কম নে অসস্তি বোধ কৰি কম বাৰু , ভাবি চাবচোন ....... আৰু শৈল্য হৈছে নকুল সহদেৱৰ মোমায়েক, অৰ্থাৎ দুই জন একে বয়সৰ চাগে, , সকুনীৰ দাৰি যে পকা , শৈল্যৰ কিয় কেঁচা , আৰু শৈল্যই শকুনীক মামা কোৱাৰ কোনো যুক্তি নাই বুলি ভাবোঁ
@adyantdutta6855
@adyantdutta6855 8 ай бұрын
গোটেই সংলাপ বোৰ ভুল ভুল কৈ গাইছে।মূল গণেশ গগৈ দেৱৰ ৰচিত সংলাপখিনিৰ পৰা আতৰি গৈছে।
@kusumsaikia-mx8qk
@kusumsaikia-mx8qk 11 ай бұрын
সুন্দৰ অভিনয় ।চাই ভাল লাগিল ।
@ritamonidas5559
@ritamonidas5559 10 ай бұрын
এইখনত মইও গান্ধাৰীৰ ভাও কৰিছিলো
@user-vd9ke9uk8e
@user-vd9ke9uk8e Жыл бұрын
Thumbnail দেখি নাটক চাম বুলিয়েই আহিছিলোঁ কিন্তু আৰম্ভণিতে দেখোন ভাওনা হৈ পৰিল । ‌ সঁচাই যদি নাটকখন ৰূপায়ন কৰিলে কিমান ভাল লাগিল হয় ।
@PrasantaKhanikor
@PrasantaKhanikor 11 ай бұрын
Hinder, hakuni
@BijayDas-o6v
@BijayDas-o6v 10 ай бұрын
Bohut val lagile 🌍🥰🥰❤️
@shyammahanta7317
@shyammahanta7317 10 ай бұрын
অতি সুন্দৰ অভিনয় | মাথো কৰ্নৰএটি শব্দ ভুল হৈছে --সাৰ্থৰ আকাৰ নহয়, আকৰ|👍👍🙏🙏
@kusumbaruah2336
@kusumbaruah2336 Жыл бұрын
Good
@DebojitBuragohain-mz7xi
@DebojitBuragohain-mz7xi 10 ай бұрын
Bohut val lagil apunalukor abhinay Sai aru aguwai jauk tare kamona korisu
@ranjanboruah30
@ranjanboruah30 11 ай бұрын
ভাল লাগিছে।
@dipakgogoi4266
@dipakgogoi4266 10 ай бұрын
Mur ataitkoi Val loga natok honlap bur sondo Mila nai jen lagise
@user-jb5wx7to9i
@user-jb5wx7to9i Жыл бұрын
Oty xundor
@upennath7698
@upennath7698 11 ай бұрын
Pdf natkhan dib neki
@kusumbaruah2336
@kusumbaruah2336 Жыл бұрын
Gandarik val loga nai
@amlansarmah1283
@amlansarmah1283 Жыл бұрын
দুৰ্যোধন উৎপল দা‌ নি
@PMBMix
@PMBMix Жыл бұрын
হয়
@rupamrups6319
@rupamrups6319 Жыл бұрын
Nice Acting..Angaraj Karna, Duryodhan, Dukhakhan, Sakuni and Dhritarashtra
@Unknownuser-dy2le
@Unknownuser-dy2le Жыл бұрын
নাটক চাম বুলি আহিছিলো.. 😢
@mrinmoygoswamiofficial588
@mrinmoygoswamiofficial588 11 ай бұрын
টিম তোৰ যোগাযোগ নাম্বাৰ পাম নেকি
@PMBMix
@PMBMix 11 ай бұрын
পাব
@anubordoloi5313
@anubordoloi5313 3 ай бұрын
Number tu dibo sun
@anubordoloi5313
@anubordoloi5313 3 ай бұрын
Assamese singer moi agote moi jatra pala gaan goisilu please jugajug number tu dibo please 😢
@jatinbhuyan4826
@jatinbhuyan4826 11 ай бұрын
Gandharee r acting vaal huwa nai
@SanjeebgogoiAnimagogoi
@SanjeebgogoiAnimagogoi 10 ай бұрын
Very nice video dharma alls.nam
@PrabhabatiRabha
@PrabhabatiRabha 9 ай бұрын
Bhal lagil diya bohut
So Cute 🥰
00:17
dednahype
Рет қаралды 49 МЛН
Je peux le faire
00:13
Daniil le Russe
Рет қаралды 19 МЛН
Новый уровень твоей сосиски
00:33
Кушать Хочу
Рет қаралды 3,8 МЛН
WORLD BEST MAGIC SECRETS
00:50
MasomkaMagic
Рет қаралды 33 МЛН
Aaita (আইতা )|| Assamese short Film 2023 || MOYUR ENTERTAINMENT
34:06
MAYUR ENTERTAINMENT
Рет қаралды 399 М.
So Cute 🥰
00:17
dednahype
Рет қаралды 49 МЛН