Рет қаралды 14,692
পার্থ গোস্বামীৰ শব্দ কেইটামানক নিজৰ কৰি আপোনালোকক শুনাবলৈ প্ৰয়াস কৰিছিলোঁ...
বিনিময়ত আপোনালোকে দিছিল ভাবিব নোৱাৰা সঁহাৰি....
এইবাৰ আকৌ কিবা এটা আগবঢ়াই দিছোঁ....
ৰশ্মি ৰেখাৰ গুণগুণাই থকা মাত আৰু আশীষৰ কেমেৰা ইডিটিঙ, লগতে মোক ধুনীয়াকৈ কেমেৰাৰ আগত বহুৱাই দিছিল জোনালিয়ে তেওঁৰ মেক-আপ আৰু ধুনীয়া শাৰীখন মোৰ হাতত তুলি দি...
এনেকৈয়ে কেতিয়াবা।শুনি জনাব কেনে লাগিল....