Рет қаралды 8,141
পার্থ গোস্বামীয়ে লিখা শব্দবোৰক লৈ "এনেকৈয়ে কেতিয়াবা" বুলি চিৰিজ এটা আৰম্ভ কৰিছিলোঁ।বহুদিনৰ বিৰতিৰ পিছত আজি আন এটা ভিডিও আগবঢ়াই দিলোঁ।ৰশ্মিয়ে বৰ ধুনীয়াকৈ গান এটি প্ৰেৰণ কৰিছিল তাতে ৰাচাদে সহায় কৰিলে লাইট আৰু কেমেৰাত... শুনিব আৰু আনকো শুনাব।
"হাঁহি হাঁহি কাৰণ নোহোৱাকৈ কান্দি পাইছে?মাজ নিশা ভৱিষ্যতৰ ভৰত বুকু কঁপি উঠিছেনে??? হেৰুৱালেনে নিজৰে হেজাৰটা টুকুৰা, এসময়ত থকা হেজাৰটা চখৰ বিসৰ্জন দি শিল হৈ পাইছে??"....
"এনেকৈয়ে কেতিয়াবা ৪"
ISOLATED..