নামঘৰ মুছিলে কি ফল পায় জগত বণিয়া

  Рет қаралды 857,398

Sashi Borah আধ্যাত্মিক

Sashi Borah আধ্যাত্মিক

Күн бұрын

#ভাগৱতব্যাখ্যা #pranjalprotimborah #assamesevirelvideo

Пікірлер: 845
@purnimagogoimaina1078
@purnimagogoimaina1078 3 ай бұрын
কৃষ্ণ কৃষ্ণ❣️🙏🙏 প্ৰভূ ভাগৱতৰ কাহিনী শুনি খুবেই ভাল লাগিল🙏
@nishitarajbongshi-cf7sq
@nishitarajbongshi-cf7sq 10 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
@dilipkumardas7722
@dilipkumardas7722 Жыл бұрын
হৃদখন চাফা হৈ গল 'হে হৰী 'আপোনাৰ সুন্দৰ বাণীয়ে 'মোৰ জীৱনটো যেন সদা পৰিস্কাৰ কৰি ৰাখে এইয়াই প্ৰাৰ্থনা 'কৌটি বাৰ""""""কৃষ্ণ' কৃষ্ণ 'হবি 'হৰি""""
@pranayborah2003
@pranayborah2003 Жыл бұрын
জীৱনত প্ৰথম বাৰৰ কাৰণে ভাগৱতৰ জ্ঞান লাভ কৰিলোঁ৷আৰু ইয়াতকৈ সুন্দৰ সুন্দৰ পাঠৰ জ্ঞান পাই থাকিম বুলি আশা কৰিলোঁ
@Dipaliphukan-wt1su
@Dipaliphukan-wt1su 3 ай бұрын
❤montu bohut val lagil huni aru bohut najana katha janilu❤krishna probhu❤
@sewalisaikia5816
@sewalisaikia5816 11 ай бұрын
Pronam jonaisu prabhu
@manjurajkonwar2807
@manjurajkonwar2807 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ কৃপাত আমি অভাজনে কৃষ্ণৰ কথা শুনিবলৈ পায় নিজকে ধন্য মানিছো প্ৰণাম ও সেৱা গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ 🙏🙏 কৃষ্ণ ।
@parthadutta8101
@parthadutta8101 11 ай бұрын
Bohut vaal lagil.....Narayan Narayan
@bantideka53
@bantideka53 Жыл бұрын
বহুত ভাল লাগিছে
@bidyabotideka7375
@bidyabotideka7375 5 ай бұрын
কৃষ্ণ বাপ আতা আপুনি ধুনীয়াকৈ ভাগৱত ভাঙনি কৰে , আপুনি সকলোৰে মন পৱিত্ৰ কৰিলে,,,, কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏🙏🙏🙏
@bimanhazarika4625
@bimanhazarika4625 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ , আপোনাৰ শ্ৰীমূখে ভাগৱত ব্যাখ্যা শুনি বহু নতুন কথা জানিব পাৰিলো । ঈশ্বৰে আপোনাক সু স্বাস্থ্য বান কৰি থাকক । আপোনাৰ দ্বাৰা আমি আৰু বহু পাব লগা আছে । আপোনাৰ দিয়াৰ ক্ষমতা আছে । সেই ক্ষমতা সকলোৰে নাথাকে। আমি আশা কৰিলোঁ। কৃষ্ণ সেৱা নিবেদিছো।
@1234lakhya
@1234lakhya 11 ай бұрын
ভাল লাগিলে
@umanandahazarika8872
@umanandahazarika8872 2 ай бұрын
কৃষ্ণ, কৃষ্ণ, কৃষ্ণ
@RangiliHazarika
@RangiliHazarika 11 ай бұрын
Bhute Val lagisa🙏🙏🙏🙏🙏🙏🙏🙏🏻🇮🇳🥰😍🤩
@polkakati9020
@polkakati9020 Жыл бұрын
হৰে কৃষ্ণ হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে, হৰে ৰাম হৰে ৰাম, ৰাম ৰাম হৰে হৰে। সুন্দৰ বাখ্যা।
@sunilsarmasunilsarma67
@sunilsarmasunilsarma67 Жыл бұрын
কৃষ প্ৰভূ
@ALIPBORA
@ALIPBORA 11 ай бұрын
Hundor Bani bohut val lagil
@ChantumoniBora-li1zp
@ChantumoniBora-li1zp Жыл бұрын
Bouht dhuniyakoi vangoni Kori goise Dai bohut Val moust enteligen,.Thankful
@RobiSenchuwa-xx5tm
@RobiSenchuwa-xx5tm Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ অমৃত ৱাণী শুনি আত্মাই বহুত তৃপ্তি পালে। আপোনালৈ সেৱা নিবেদিলো।
@nabasaikia613
@nabasaikia613 11 ай бұрын
Krishna.krishna.prabhu
@B.K938
@B.K938 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏আপোনাক ভগৱানে ভালে ৰাখক🙏🙏🙏
@junudeka9143
@junudeka9143 11 ай бұрын
val lagil apunar kothakhini xuni
@PutumoniGohain-fw6fp
@PutumoniGohain-fw6fp Жыл бұрын
KSina Prabhu, ei katha bilak huni thakile huni thakibar mon jai❤
@user-xh5wm9qx5w
@user-xh5wm9qx5w 4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🌻🌾🌷 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী মদ্ভাগৱত 🙏🌻🌾🌷 সেৱা নিবেদিছু বাপ আপোনাৰ বহুমূলীয়া ভাগৱতৰ শুনি ধন্য হলো 🙏🙏🙏🙏🙏
@niharikakonwar2753
@niharikakonwar2753 3 ай бұрын
0q😊😊a
@hiramanitalukdar9918
@hiramanitalukdar9918 Жыл бұрын
Bohut val lagil
@PurabiDutta-gh4pv
@PurabiDutta-gh4pv 3 ай бұрын
Suni Val lagil
@northeastrhinosridersclubp780
@northeastrhinosridersclubp780 Жыл бұрын
Bohut vl lagil
@mamanideka4369
@mamanideka4369 Жыл бұрын
🙏 ও নমো ভগৱতে বাসুদেৱায় 🙏 জয় গুৰু শঙ্কৰ 🙏 7.07.2023.
@bantiborah4174
@bantiborah4174 11 ай бұрын
কৃষ্ণ কৃষ্ণ🙏🙏
@sikhakalita4120
@sikhakalita4120 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🙏🙏
@korobiduwari9255
@korobiduwari9255 8 ай бұрын
Bor dhunia kotha koi.jay shree kishna🙏
@shyamolprachuryaphukon8804
@shyamolprachuryaphukon8804 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃপাময় 🙏🙏🙏
@bhanimalahkar3574
@bhanimalahkar3574 Жыл бұрын
Bahut bhal lagil
@user-me6gx7vx5r
@user-me6gx7vx5r 3 ай бұрын
Katha khini xuni vl lagil 🙏
@binitabarman4661
@binitabarman4661 Жыл бұрын
হে প্রভু বহুত ভাল লাগিল শুনি আপোনা সবাৰো ওচৰত সতকৌটি প্রনাম❤❤
@dhrubasarma6595
@dhrubasarma6595 Жыл бұрын
Om shree Vishnu nomoh bhagobote bashudebaya nomoh.
@hemantamahanta5578
@hemantamahanta5578 11 ай бұрын
কৃষ্ণ কৃষ্ণ‌ ‌‌‌‌ সুন্দৰ ভাঙনি ‌‌
@MilanDas-yy7tg
@MilanDas-yy7tg Жыл бұрын
ভাষা নাই বুজাব কিমান শান্তি লাগিছে মনটো
@user-bq8vh3xz4d
@user-bq8vh3xz4d 9 ай бұрын
Krishna bap sunder bhagabhat
@pradipgogoi3182
@pradipgogoi3182 Жыл бұрын
সুন্দৰ বাপ । আপোনাৰ ভাগৱতৰ বাখ্যা শুনি। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@user-gq5ex2fi3n
@user-gq5ex2fi3n 3 күн бұрын
জয় বোৰাই বাথৌ ।বাপ ধন্য ধন্য ধন্য ধন্যবাদ,খোলোমবায়।
@samarjitdasvlogs1049
@samarjitdasvlogs1049 11 ай бұрын
Bhal lagil
@121nojurbilboniaawcujanima7
@121nojurbilboniaawcujanima7 Жыл бұрын
কৃষ্ণ কৃষ্ণ। প্ৰভু আপোনাৰ বাখ্যা শুনি ভাল লাগিল কৃষ্ণ। ।
@joonbaishya6172
@joonbaishya6172 Жыл бұрын
কৃষ্ণ হৰি ৰাম নাৰায়ণ প্রভূ দয়াময় কৰুণাসাগৰ দৈৱকীনন্দনৰ জয়🙏🙏🙏
@abmonty7274
@abmonty7274 Жыл бұрын
প্ৰভুজনা ঈশ্বৰ কৃষ্ণ ইমান কৃপালো দয়ালো মই মাত্ৰ ১০ মিনিট সময় ঈশ্বৰক কান্দি কান্দি কাতৰ প্ৰাৰ্থনা কৰিছিলো প্ৰভু মোৰ পৰা এই তেজ মিশ্ৰিত অখাদ্য বোৰৰ প্ৰতি থকা লোভটো নাইকিয়া কৰি দিয়া আচৰিত কৰি প্ৰভুয়ে সেই সময়ৰ পৰাই লৈ গ'ল প্ৰভুৰ প্ৰতি একান্ত বিশ্বাস লাগিব কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
@utpalk6246
@utpalk6246 Жыл бұрын
Vegetarian t koi Vegan besi bhal. Vegan bure Gakhir o nakhai
@Anamikaborah448
@Anamikaborah448 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@KrishnaHazarika-cx9jv
@KrishnaHazarika-cx9jv 11 ай бұрын
শ্ৰৱণ কৰি আপ্লুত হ'লোঁ।
@prafullamedhi56
@prafullamedhi56 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃপা কৰা প্ৰভু
@dndeb3576
@dndeb3576 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা এই অভাজনেও যেন বাপ জনাই দিয়া আৰ্দশৰ অধিকাৰী হব পাৰো
@user-vs3yv6qw9u
@user-vs3yv6qw9u 7 ай бұрын
কৃষ্ণ ❤️ কৃষ্ণ ❤️ কৃষ্ণ ❤️🙏🙏
@porashjyotineog5984
@porashjyotineog5984 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤❤❤❤
@user-dv5oo8zv5u
@user-dv5oo8zv5u 5 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ মহা ভাগৱতৰ অমৃতময় কথাই হৃদয় চুই গৈছে 🙏🙏🙏🙏🙏 ভাগৱতৰ ভাঙনি সকলোৱে শুনাটো অতিক প্ৰয়োজন 😂 তেতিয়া অজ্ঞানতা মনৰ পৰা আতঁৰি থাকিব 😂😂
@nobinborah8327
@nobinborah8327 11 ай бұрын
অতি মনোৰম হৈছে। 🙏
@bonditasvlog2792
@bonditasvlog2792 Жыл бұрын
অতি সুন্দৰ মন ভক্তি ভাৱত বিলিন হৈ গ'ল কৃষ্ণ🙏🙏🙏❤️
@user-iv1dd2jw3f
@user-iv1dd2jw3f 5 ай бұрын
ৰাম কৃষ্ণ বাপ আপোনাৰ পৰা অকণমান অমৃত পালোঁ হয় কিন্তু বহুত দেৰিকৈ পালোঁ আপোনাক অন্তৰ পৰা সেৱা কৃষ্ণ বাপ 🙏
@anjuchiringphukan5368
@anjuchiringphukan5368 Жыл бұрын
কৃষ্ণ কৃষ্ণ ❤️🙏🙏 হত কৌটি সেৱা জনাইছোঁ আপোনাক।
@deboborah5858
@deboborah5858 Жыл бұрын
হত কোটি নহয় শত কোটি।
@kamrup134
@kamrup134 Жыл бұрын
@@deboborah5858 Yes
@joyaboruah3618
@joyaboruah3618 11 ай бұрын
Apunak pronam provu krishna
@user-dv5oo8zv5u
@user-dv5oo8zv5u 5 ай бұрын
কৃষ্ণ কৃষ্ণ আপোনাৰ ভাঙনিয়ে অন্তৰ্ চুই গৈছে। 🙏🙏🙏
@user-bo4pn7cu9w
@user-bo4pn7cu9w Жыл бұрын
Krishna kirshna প্ৰভুজনা সেৱা কৰিলো। মই গুৰু গৃহ মচি ৰাতিপুৱা সন্ধিয়া সদায় গুৰু সেৱা কৰো। আমি আন দেৱ দেৱতা ভজনা উপৰিপুৰুষৰপৰা নকৰোঁ । সন্ধিয়া শুনি আমি উপকৃত হ'লো।
@surajitahandiquegogoi8837
@surajitahandiquegogoi8837 Жыл бұрын
🙏🙏💐💐
@utjaldutta4075
@utjaldutta4075 Жыл бұрын
কৃষ্ণ-------এওঁ ৰাজীবৰ দেওতা নয়নে বাৰু, ভাল লাগিল ❤
@rajtpegu6705
@rajtpegu6705 11 ай бұрын
Jai shree Krishna 🌹🥀🙏🙏🙏❤
@muhidharsaikiaastra5677
@muhidharsaikiaastra5677 11 ай бұрын
কৃষ্ণ কৃষ্ণ,বৰ ধুনীয়া কথা জানিব পাৰিলো
@arth17555
@arth17555 10 ай бұрын
বহুত আধ্যাত্মিক আলোচনা শুনিলো। ইয়াতকৈ অমূল্য বাণী আজিলৈকে শুনা নাই। বৰ ভাল লাগিল।। কৃষ্ণ ৰাম।।
@pinkydas1840
@pinkydas1840 11 ай бұрын
কৃষ্ণ কৃষ্ণ ❤❤❤🙏🙏🙏🙏
@pulenbarman4763
@pulenbarman4763 Жыл бұрын
ইমান ধুনীয়াকৈ বুজাই বহুত বেছি ভাল লাগিল🙏🙏🙏
@anjumonigogoi1267
@anjumonigogoi1267 Жыл бұрын
Jei shiri Krishna ❤❤❤ 2:40
@jitunath3820
@jitunath3820 Жыл бұрын
Krishna krishna krishna provu 🙏🙏 🙏 bor sundor bakhay
@RJrekhacreation
@RJrekhacreation Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজন 🙏 আজি তিনি দিন মান আগতে ম‌ই ধৃতৰাষ্ট্ৰ অন্ধ হোৱাৰ কাহিনীটো শুনিছিলো , কিন্তু আজি আপোনাৰ ব্যাখ্যা শুনি আপ্লুত হলো ।
@thunukalita6191
@thunukalita6191 Жыл бұрын
Nomo Vagowobote shree krishnay vasudevaay nomo
@dharmanath4455
@dharmanath4455 11 ай бұрын
Bohut bohut val lagile ❤❤❤
@dipikagoswami8922
@dipikagoswami8922 11 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু
@harisaikia4600
@harisaikia4600 Жыл бұрын
অতি মূল্যৱান ব্যাখ্যা, সেৱা জনাইছো, কৃষ্ণ
@hasleema.k.a.bhaukal6140
@hasleema.k.a.bhaukal6140 Жыл бұрын
কৃষ্ণ কৃষ্ণ বঢ়িয়াকৈ বুজাইছে প্ৰভূ ।
@PaporiBoro-zw6ky
@PaporiBoro-zw6ky Жыл бұрын
Xundor ব্যাখ্যা 😊😊😊 Krishna Krishna 🙏 🙏
@remboy7709
@remboy7709 Жыл бұрын
😊
@junubora4426
@junubora4426 Жыл бұрын
🙏🙏🙏 কৃষ্ণ প্ৰভূ
@nirmalchangmai-kz5rd
@nirmalchangmai-kz5rd Жыл бұрын
ৰাম কৃষ্ণ হৰি প্ৰণাম জনাইছোঁ আপোনাৰ ব্যাখ্যা শুনি আনন্দিত হৈছোঁ
@Isha__vlogs
@Isha__vlogs Жыл бұрын
Krishna Prabhu kripa kriba🙏🙏🙏
@momsmagia8503
@momsmagia8503 11 ай бұрын
🙏🙏🙏
@durlovboruah1612
@durlovboruah1612 Жыл бұрын
Krishna 🙏
@user-op6rp3vu6u
@user-op6rp3vu6u 10 ай бұрын
শুনি ভাল লাগিল
@buluborah4646
@buluborah4646 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰনাম। জনাইছো। কৃষ্ণ
@urmitetmazumdartet2675
@urmitetmazumdartet2675 3 ай бұрын
Xundor
@dipshikhaborah3082
@dipshikhaborah3082 Жыл бұрын
জয় কৃষ্ণ👌👌👌👌💐💐💐💐
@user-si7po4df1b
@user-si7po4df1b Жыл бұрын
কৃষ্ণ সন্ধিয়াৰ ভাগত আনুষ্ঠান ভাগিত দেখা পায় ।প্ৰভূ জনাক এভাগি সেৱা নিবেদিছো।কলিৰ অৱধাৰি প্ৰভু এনেকৈ ব্যাখ্য কৰিলে দিলে উতি আহাযূৱ যূৱতীৰ গুৰু ধৰ্মত আগবাঢ়ি আহিৱ কৃষ্ণ।জয় গুৰু শষ্কৰ।
@gautamdas5705
@gautamdas5705 11 ай бұрын
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম নাৰায়ণ 🙏🙏🙏❤
@dipranjanboruah778
@dipranjanboruah778 Жыл бұрын
হচাকৈ বহুত ভাল লাগীল 🙂
@ankur3360
@ankur3360 Жыл бұрын
কৃষ্ণ
@bandanasaikia2433
@bandanasaikia2433 Жыл бұрын
Krishna Krishna Val lagil
@keshavkalita-xe1ov
@keshavkalita-xe1ov Жыл бұрын
কৃষ্ণ কৃষ্ণ। সেৱাভাগী জনালো বাপ ।
@sadhanaray5113
@sadhanaray5113 9 ай бұрын
Val lagil
@dipankarphukan7496
@dipankarphukan7496 8 ай бұрын
Hare krishna 🙏
@bibhadas2370
@bibhadas2370 Жыл бұрын
কৃষ্ণ।।। প্ৰভুৱে মোৰ ভক্তিৰ বলত নিজেই এইবোৰ আতৰাই দিলে। মোৰ জীৱনৰ বাল্যকালৰ পৰা আৰম্ভ কৰি যৌৱন কালছোৱা লৈকে অজ্ঞান আন্ধাৰত ডুবি আছিলো কিন্তু প্ৰভুৱে মোক মুক্তি দিলে। কৃষ্ণ কৃষ্ণ।🙏
@pallabibhuyan8540
@pallabibhuyan8540 Жыл бұрын
🙏🙏🙏🙏
@bhupenborgohain6382
@bhupenborgohain6382 Жыл бұрын
❤️❤️🙏🙏🙏
@rebatitalukder3473
@rebatitalukder3473 Жыл бұрын
কৃষ্ণ, বাপ আপোনাৰ প্ৰকাশিত আধ্যাত্মিক দৰ্শন অতি গুৰুত্বপূৰ্ণ। ভগবানে আপোনাৰ আয়ুস বৃদ্ধি কৰক। কৃষ্ণ
@DebaKtbonia-co7ty
@DebaKtbonia-co7ty Жыл бұрын
Krishna Krishna bhagban krishna pravu narayana Krishna khokoluloi ke amar antorik sewa sardha giyapon korilu Krishna Krishna
@jatnarabha9323
@jatnarabha9323 Жыл бұрын
কি সুন্দৰ ভাগৱত পাঠৰ নিদৰ্শন । কৃষ্ণ 🙏
@swadhinitalukdar1699
@swadhinitalukdar1699 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম প্ৰভু বহুত নজনা কথা জানিলো
@bumonvlogs3222
@bumonvlogs3222 Жыл бұрын
Krishna krishna huni bor bhal lagil dei.
@bharatisaikia2059
@bharatisaikia2059 Жыл бұрын
Krishna krishna 👏👏👏
@rumichoudhury5328
@rumichoudhury5328 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🏻🙏🏻🙏🏻বৰ ভাল লাগিল।
@Bakijghhngvcf
@Bakijghhngvcf 11 ай бұрын
Krishna krishan bar vall lagil
나랑 아빠가 아이스크림 먹을 때
00:15
진영민yeongmin
Рет қаралды 15 МЛН
Now it’s my turn ! 😂🥹 @danilisboom  #tiktok #elsarca
00:20
Elsa Arca
Рет қаралды 12 МЛН
escape in roblox in real life
00:13
Kan Andrey
Рет қаралды 12 МЛН
나랑 아빠가 아이스크림 먹을 때
00:15
진영민yeongmin
Рет қаралды 15 МЛН