নাৰীক দুৰ্গা জ্ঞান কৰাকলৈ প্ৰশ্ন উত্থাপন হল তেজপুৰত

  Рет қаралды 147,938

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

Пікірлер: 696
@Ridipaxom
@Ridipaxom 2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ব্যাখ্যা ।জয় গুৰু শঙ্কৰ। সেৱা জনাইছো
@jayantaborkotoky9313
@jayantaborkotoky9313 2 ай бұрын
আমি ভাগৱতক মানো।কিন্তু এইতো নহয়যে আমি দুৰ্গা দেবিক পুজা নকৰিম।দেৱ আৰু দেবি দুয়োৰে সমান মহিমা।
@rupanjalkakoty8329
@rupanjalkakoty8329 2 ай бұрын
Ekdam hosa koise, moiu tenekoe vabu
@BishalBhattarai-f8q
@BishalBhattarai-f8q 13 күн бұрын
পুৰুষ প্ৰকৃতি নকৰিবা ভিন
@deepjyotideka7038
@deepjyotideka7038 2 ай бұрын
কলি যুগৰ মহিমা,,, নানা মুনিৰ নানা মত।
@Pankaj-ed4py
@Pankaj-ed4py 3 ай бұрын
এই জন শঙ্ককৰ সংঘ হয় তেওঁ মতে শঙ্কৰ সংঘ বাদে বাকি ধৰ্ম লোক সকলক উপলোঙা কৰে। এওঁ কথাত মই একমত নহয়।শঙ্কৰ দেৱৰ দেহত লগুণ আছিল কিন্তু শঙ্কৰ. সংঘৰ মানুহৰ দেহত কিয় লগুণ নাই।
@IamBishnu-f6p
@IamBishnu-f6p 3 ай бұрын
ইহঁতে শংকৰ ক ভগবান বুলি মানে,সিহঁতে ভাবে যে এই পৃথিৱীত বেলেগ ভগবান নাই আৰু। শিৱৰাত্ৰি নাপাতে,পূজা নাপাতে, আই নামানে,লগুণ নলয় যি কৰে নিজৰ মতে কৰিলে হল আকৌ বাকী খিনিক ইমান উপলুঙা কৰা একো দৰকাৰ নাই।
@PallabiSharma-t8m
@PallabiSharma-t8m 3 ай бұрын
ইহঁতৰ কামেই হৈছে আনক নিন্দা কৰা । কিবা এটা অনুষ্ঠান পাতি দিনৰ দিনটো কিছুমান অলাগতীয়াল কথা আলোচনা কৰি সংঙ্ঘ , বামুণীয়া আদি ভেদ ভাৱ উলিয়াই শঙ্কৰদেৱে এক গোট কৰা সমাজ খন ভাগ ভাগ কৰাৰ চেষ্টা চলায়। তুমি নিজে যি নকৰা কিয় আনক সেইয়া কৰিবলৈ বাধ্য কৰাৰ কোনো প্ৰয়োজন নায়। আনে যি কৰে সেইটো তেওঁৰ নিজৰ ব্যক্তিগত কথা । জোৰ কৰি কাকো কোনো কামত বিশ্বাস আনিবলৈ দৰকাৰ নায় । আমি ৩৩ কোটি দেৱতাৰ আৰাধনা কৰো বা এজনকে কৰো আমিহে মুক্তি নাপাম তাত আনৰ ইমান চিন্তা কৰাৰ কিহৰ প্ৰয়োজন। মূৰ্তিত পূজা কৰিব নালাগে বুলি কয় আপুনি নকৰিব আমাৰ বিশ্বাস আছে আমি কৰিয়েই থাকিম। তেওঁলোকে অসমত মূৰ্তি পূজা কৰিব নালাগে বুলি বাণী বিলাই ফোৰক কিন্তু বিশ্বৰ প্ৰত্যেক খন দেশতে মূৰ্তি পূজা মানি চলা হয় বা কৰা হয় । বেলেগৰ কথা নকও অসমৰ কাষতে থকা পশ্চিম বংগতে মূৰ্তি পূজাৰ বিষয়ে বেয়াকৈ সমালোচনা কৰিলে বেয়াকৈ কোৱাজনক বৰ বেয়া দশা কৰে ।
@dkachannel2581
@dkachannel2581 3 ай бұрын
সচাঁ
@Basudev-v1v
@Basudev-v1v 3 ай бұрын
মিছা
@padmaluchanbrphukan5300
@padmaluchanbrphukan5300 2 ай бұрын
ASHUR HADAY DEVATA , MANAB , PUJA ADI AKARMAN KARE .
@bashudevblogs-1351
@bashudevblogs-1351 3 ай бұрын
আপোনালোকৰ ধৰ্ম বৰ ভাল গাহৰি,মুৰ্গী লুকাই লুকাই খাব পাৰি আৰু পুহিলে , কোনোবাই ফাৰ্ম কৰিলে এঘৰীয়া কৰা যে , ফালৰ কথা ক'ব আহিছা
@amazingbihu290
@amazingbihu290 3 ай бұрын
ফাল্তু কথা কিয় বকিছা বুৰ্বক। ফাৰ্ম কৰা আৰু মুৰ্গী খোৱা কথা ইয়াত উল্লেখ নাই কৰা ।
@rituparnabhardwaj760
@rituparnabhardwaj760 2 ай бұрын
কি ফাল্টু অসম আৰু অসমীয়াৰ মাজত বিভেদ সৃষ্টি কৰি আহিছে, সুৱলা সুৱলা কথাৰ আৰ্হিত উল্টা কথা কৈ উল্টা নিয়ম উলিয়াই আঔ এতিয়া প্ৰকৃত বাহ্মণতকে এওঁলোকৰ নিয়ম হে বেছি আৰু অদ্ভূত, সহজ পৰ্থা লবলে গৈ ইশ্বৰৰ মাজতে পাৰ্থক্য আনিবলে গৈছে মনুষ্য জন্মলৈ...! ঘৰত মাছে মাংসৰ ব্যঞ্জন আৰু বিয়া বাৰুত শুদা ভাত আচৰিত...!
@gayatriborgohain239
@gayatriborgohain239 2 ай бұрын
Mojjaa kintu
@satyensarma1962
@satyensarma1962 Ай бұрын
Tiri mua pakhanda pranjit
@anhazarika9822
@anhazarika9822 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ একদম্ শুদ্ধ কথা। আপোনালৈ সেৱা থাকিল প্ৰভু।
@MantuPanging
@MantuPanging 3 ай бұрын
মূৰ্ত্তিকো নাচাবা প্ৰসাদো নাখাবা ধৰ্ম হব বেভিছাৰ ইয়াত কোনটো প্ৰসাদ আৰু কোনটো মূৰ্ত্তিৰ কথা কোৱা হৈছে? বিজ্ঞজনে কোৱা শুনিছোঁ - গুৰুজনাই কৈছে যিটো মূৰ্ত্তিৰ চৰণত নৰ বলি পৰ্যন্ত বলি বিধান চলিছিল সেই মূৰ্ত্তি নাচাবা আৰু সেই বলি বিধানৰ প্ৰসাদ নাখাবা। আজিকালি দেখা যায় জন্মাষ্টমী, সৰস্বতী পূজা আদিৰ মাহ-প্ৰসাদ চাফ চিকুনকৈ দিলেও কিন্তু বহুতে নাখায়। কোনোবাই আকৌ হাগি গা -পা নোধুৱাকৈ যেনে তেনে চাহ মিঠাই বনাই দিলেও খায়। কথাটো কি,,,,,,
@utpalnath5203
@utpalnath5203 3 ай бұрын
Ros gulla khuwa vokot (vagobot porhi bapar koresa. poisa loi vagobot path kora,)
@ratulnath7722
@ratulnath7722 3 ай бұрын
এইবোৰ মহা ভক্তি,ইহঁত নিজৰ বাহিৰে আন ধৰ্মক ঘৃণা কৰা ইহঁতৰ স্বভাৱ।
@sukandukar9086
@sukandukar9086 2 ай бұрын
আপোনৰ মতে সনাতন ধৰ্মত আপোনাৰ পন্থা এই শুদ্ধ বাকী সব অশুদ্ধ
@ankurmoni7461
@ankurmoni7461 2 ай бұрын
sur
@himatsingmaibangsa2805
@himatsingmaibangsa2805 2 ай бұрын
Jvbk
@pranjitgogoi3057
@pranjitgogoi3057 3 ай бұрын
নিজৰ ধৰ্মটোকে উচ্ছ বুলি ভাবি জ্ঞান দিয়াজন আৰু শুনি থকাজনৰ সমান মূৰ্খ নাই।সকলো ধৰ্মই উচ্ছ বুলি ভাবো।আচল জ্ঞান মাক দেউতাক আৰু শিক্ষানুষ্ঠানৰ বাহিৰে বেলেগত নাই।আজিকালিৰ ধৰ্মশিক্ষাই একতা নানে সমাজখন ভাগ ভাগ হে কৰে।ধৰ্মৰ জ্ঞান লৈ দেশত কেইজন শিল্পী,সাহিত্যিক,বৈজ্ঞানিকৰ সৃষ্টি হৈছে কব পাৰিবনে।
@BituGaming-r7q
@BituGaming-r7q 2 ай бұрын
এইতো অহা ভাগেই আছে। মুৰতী পুজা ধৰ্ম নহয়। ধৰ্ম মানে ধাৰণ কৰা। এই দুৰ্গা পূজা পালন কৰে এইয়াক ধাৰণ কৰিব নোৱাৰি। এই দুৰ্গা পূজাত কি ঞ্জান আছে কি বিজ্ঞান আছে কি ৰহস্য আছে আৰু কি তদন্ত কৰিব পাৰে তাক তুমি ভালকৈ বুজায় দিয়া। আমি তোমাৰ উত্তৰলৈ বাত ছায় ৰলো । ধন্যবাদ ।
@pranabdas7121
@pranabdas7121 Ай бұрын
@@BituGaming-r7q একো উত্তৰ দিব নোৱাৰে,,,মিছাই ধণৰ শৰাধ কৰি চীন দেশক ধনী কৰে, ,,নিৰ্বোধ প্ৰাণী হত্যা কৰে ,..
@jubarajdas2006
@jubarajdas2006 Ай бұрын
কৃষ্ণ বাপ বৰ্তমানৰ সমাজত আধ্যাত্মিকতা টো হ্ৰাস পাইছে বাবেই টো অনেক কু কৰ্ম সংঘটিত হৈছে। মই কিন্তু কোনো ধৰ্মক সমৰ্থন বা বিৰোধিতা কৰা নাই দেই । আমাৰ ভূল ভ্ৰান্তি হ'লে ক্ষমা কৰিব দেই 🙏
@pranabdas7121
@pranabdas7121 Ай бұрын
@@pranjitgogoi3057 আন্ধ সকলক পৰমেশ্বৰ ভগৱন্তই,,অলপ ৰিণি ৰিণি এই ধৰণী খন দেখিবলৈ অলপ দৃষ্টি দিয়ে ,,কিন্ত যিসকল দুস্কৃতিকাৰী তেওঁ লোকে দেখিও নেদেখাৰ ভাও ধৰে,,,ভাৰতৰ গৌৰৱ আব্দুল কালাম এজন বৈজ্ঞানিক তেওঁ গীতা অধ্যয়ন কৰিছিল,,চন্দ্ৰযান পঠোৱাৰ আগত যে বালাজী মন্দিৰ ত গৈ সেৱা আগবঢ়োৱা কেইজন, বৈজ্ঞানিক আছিল,,ডাঃ পীতাম্বৰ দেৱ গোস্বামীদেৱৰ অধ্যয়নৰ বিষয় বস্তু আছিল ভাগৱত,,চৈয়দ আব্দুল মালিক সাহিত্যিক আছিল,,ভূপেন হাজৰিকা,, গতিকে আপুনা সৱে বিচাৰ কৰিব,,অন্ধ আৰু দুস্কৃতিকাৰী কোন জন
@thagitbaruah4522
@thagitbaruah4522 3 ай бұрын
এইজনাই কৃষ্ণ শংকৰক লগ পাইছিল নেকি ?নে হিন্দুৰ প্ৰচাৰ ও সম্প্ৰসাৰণ কেৱল শংকৰেই কৰিছিল নেকি ? অলপ বেছি পণ্ডিতালি কৰে ৷পাছে কাম নাই ৷
@akhildeka9431
@akhildeka9431 3 ай бұрын
Kiba misa koise niki?
@Newearninive
@Newearninive 3 ай бұрын
​@@akhildeka9431 100% koise... Aru eta misa nohoi bohut
@ArchanaDutta-ic3cm
@ArchanaDutta-ic3cm 3 ай бұрын
Akdom thik koise
@netrahandique7724
@netrahandique7724 2 ай бұрын
@akhildeka9431 এইজনে সব মিছা কথাই কই। মূতি দে মুখত ইয়াৰ
@MahendraSaikia-y3f
@MahendraSaikia-y3f 2 ай бұрын
Thagit Baruah debahe asolkothatu koise very good. 2:18 ❤
@DhrubaSarma-op5co
@DhrubaSarma-op5co 2 ай бұрын
এওঁ আকৌ শঙ্কৰদেৱত কৈ ওপৰত। এওঁ আকৌ ভাগৱত ৰ লগত ৰাজনৈতিক নেতা কো তানে ।এই ৰাজনৈতিক ধৰ্ম।
@dipubora3518
@dipubora3518 3 ай бұрын
আপোনি হয়তো নাজানেই সকলো মহিলা দেৱী আৰু লক্ষিমী হ'ব নোৱাৰে তাৰ মাজৰ বহুতো ডাইনীও হ'ব পাৰে পাৰে😅
@ArunDeka-vu5kb
@ArunDeka-vu5kb 2 ай бұрын
তেও কোনোবা এজনী পৰা জনম লৈছে
@ranjanneog6510
@ranjanneog6510 2 ай бұрын
Right
@rkmytubeassam9690
@rkmytubeassam9690 2 ай бұрын
এওঁ ওপৰত আইনী প্ৰক্ৰিয়া কৰিব লাগে।তেওঁ সদায় এক পক্ষ্য ভাবে বাখ্যা কৰে।
@LearningSparkAxom
@LearningSparkAxom 2 ай бұрын
ভাগৱত ব্যাখ্যা।
@anudevi960
@anudevi960 2 ай бұрын
ভাগৱত ত পূজা কৰিব হাক দিছে নেকি
@ManjuKalita-t5m
@ManjuKalita-t5m 2 ай бұрын
Bamuinya xomaj a eyar uporot usit bebosta lobo lage belegok eman ninda kori thake xoday..ru xonkardev a kuwa ni je pujat najaba nakhaba bule..
@rkmytubeassam9690
@rkmytubeassam9690 2 ай бұрын
@@ManjuKalita-t5m শঙ্কৰদেৱৰ সম্পূৰ্ণ ধাৰাটো এইসকলে সলাই পেলালে।
@pavan2205
@pavan2205 2 ай бұрын
Article 25a t anyo dhormok apoman korile aain mote dondoniyo ji dhormore nohouk
@Kaustav_jyoti_Rabha
@Kaustav_jyoti_Rabha 3 ай бұрын
কৃষ্ণ জীৱৰ মতা মাইকী নাই আত্মাৰ মতা মাইকী নাই দেহৰহে মতা মাইকী আছে ।আমি আটাইয়ে নাৰী বা প্ৰকুতি।নাৰীশক্তি উদ্ভৱ হলে দানৱ নিধন হবই।কৃষ্ণ 🙏
@BodhenBorah
@BodhenBorah 3 ай бұрын
যোনে যাক পুজাঁ কৰে কৰি থাকক তাত আমাৰ কব লগা নাই ৷ নিজৰ ধৰ্ম প্ৰচাৰ কৰি থাকক তাতো আমাৰ কব লগা নাই ৷কিন্তু লোকৰ উপাস্য ভগবানক নিন্দা কৰাতো ভাল কথা নহয় ৷ আমাৰ খাদ্যত কেৱল দাইল হলেও আমাৰ ভোক গুচে বা পেট ভৰে কিন্তু তাৰ পিছতো বিভিন্ন ব্যঞ্জনৰ সোৱাদ লও কাৰণ সকলোৱে বেলেগ বেলেগ অভাৱ দুৰ কৰে কোনোবাই ভিটামিন কোনোবাই প্ৰটিন কোনোবাই কাৰ্বহাইড্ৰেট আৰু কিবা কিবা কিবি।
@kusumsarma6702
@kusumsarma6702 2 ай бұрын
ঠিক দিছে আপুনি কেলা
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn 3 ай бұрын
নাৰী সৃষ্টিৰ গৰাকী সেয়ে নাৰী দুৰ্গা ৷
@rainbowindiateam3694
@rainbowindiateam3694 2 ай бұрын
Hosa kotha bahutore val nalage.
@hiranyasarama
@hiranyasarama 3 ай бұрын
মূৰ্ত্তিৰ প্ৰয়োজন আছে। শিশু সকলৰ কিতাপ বোৰ দেখিছে নে? ফটো থকা কিতাপ বোৰৰ পৰা সহজেই আকৰ্ষণ হয় আৰু সহজে বুজিব পায়। কৰ্ম সংস্কৃতি নহলে অসমীয়াৰ বিপদ আছে।
@satyadas1230
@satyadas1230 3 ай бұрын
@@hiranyasarama right
@bhusansarma8073
@bhusansarma8073 3 ай бұрын
Right Dada ❤
@jituborthakur1785
@jituborthakur1785 3 ай бұрын
হেৰি বাপ আপুনি ভাগৱতৰ বাহিৰে বাকী শাস্ত্ৰ বোৰো কেতিয়াবা পঢ়ি চাব চোন
@pranjalsaikia2763
@pranjalsaikia2763 3 ай бұрын
Moja😂
@pranabdas7121
@pranabdas7121 Ай бұрын
মেদ যোৱাৰ পিছত ঔষধ খাই নেকি,
@prakashupadhyaya2919
@prakashupadhyaya2919 2 ай бұрын
ঈশ্বৰৰ সহস্ৰৰূপ। এই ৰূপবোৰৰ মাজত যি ভিন্ন জ্ঞান কৰে তেওঁ কেতিয়াও ঈশ্বৰৰ চৰণত স্হান নাপায়।
@BhaskarDeka-qv4ym
@BhaskarDeka-qv4ym 3 ай бұрын
Durga puja Bhagvan Ramr dinar para sali ahise . Atiya kole love ni 😊🌄🌅🌄
@rockpapu5560
@rockpapu5560 3 ай бұрын
আপোনাৰ কথাত কিবা এটা শংকৰ সংঘৰ গোন্ধ পাইছো
@Ansuman69
@Ansuman69 3 ай бұрын
Um😂
@MilijuliDeka
@MilijuliDeka 3 ай бұрын
ভগৱান ৰাম চন্দ্ৰ ও দুৰ্গা পূজা কৰিছিল। আপোনাৰ মতে সেইটো ভুল আছিল নেকি।
@dhrubabora9184
@dhrubabora9184 3 ай бұрын
Tatiya ki jug asil jani louk😊
@biswajitbaruah3564
@biswajitbaruah3564 3 ай бұрын
@@MilijuliDeka heitu treta yugar katha.
@monujboruah6684
@monujboruah6684 3 ай бұрын
Ram ot koi atiya durga dangr hol ni. Ram hoise bhagaban but durga hoi agoraki devi
@mintudeka373
@mintudeka373 3 ай бұрын
prahlade hari naam loi kontu jugot harik paisil......
@manabbordoloi1619
@manabbordoloi1619 3 ай бұрын
Ex pair হোৱা বস্তু ব্যৱহাৰ কৰিব নেকি আপুনি। যিটো যুগত যিটো কৰে। তেতিয়া ৠষি মুনি সকলে জংঘলত গৈ অকলে হাজাৰ হাজাৰ বছৰ ইশ্বৰক ধ্যান কৰিছিল, ঠিক তেনেকৈ এটিয়া আপুনি যাব পাৰিব 😂😂😂
@JontiBorahdas
@JontiBorahdas Ай бұрын
Apunak bohut bohut dhainobad
@S99769
@S99769 3 ай бұрын
অসমত কিমান শংকৰ সংঘৰ লোক আছে? ভাৰতৰ বাকী সনাতনী লোক সকল মূখʼ নেকি? দূৰ্গা পূজা কৰা বাবে। এনে কথা বোৰে মানুহক ভাগ ভাগ কৰিছে। এনে বাখ্যা শুনা কোনো দৰকাৰ নাই 🙏
@Reality_finder-do8ry
@Reality_finder-do8ry 3 ай бұрын
নহয় এইবোৰ কথা অকল ভাগৱত পুৰাণত বুলি নহয় তুলসীদাসৰ গ্ৰন্থতো উল্লেখ আছে....
@suratdas4715
@suratdas4715 3 ай бұрын
মদ খোৱা মানুহ অসমত আৰু গাখীৰ খোৱা মানুহ কিমান আছে আগে কোৱা😂
@BarlinBorpatraGohain
@BarlinBorpatraGohain 3 ай бұрын
জ্ঞানী এ শুনিব , ধৰ্মৰ মতে চলা লোক সকলে শুনিব । কৃষ্ণ
@TongkeswarPatar-pu3li
@TongkeswarPatar-pu3li 2 ай бұрын
বাপেৰৰ পোকৰ ফালে ওলাইছ নে তই.?
@anudevi960
@anudevi960 2 ай бұрын
কি উল্লেখ আছে
@jumankumarsarmah5131
@jumankumarsarmah5131 3 ай бұрын
আমাৰ জামুগুৰিহাট ৰ কুসুমটলা দুৰ্গা পূজাত আপোনালোকৰ কেইবাজনো বাপ আহি আঁঠু লৈ সেৱা কৰি দুৰ্গা মা ৰ অঞ্জলি মূৰত লৈ কপালৰ ৰঙা তিলক লগাই নিজৰ ছোৱালীৰ ওপজা দিনৰ শৰাই আগবঢ়াই গৈছে।
@IamBishnu-f6p
@IamBishnu-f6p 3 ай бұрын
কিতামান অন্ধভক্ত আছে,শংকৰ সংঘৰ নামত।
@jumankumarsarmah5131
@jumankumarsarmah5131 3 ай бұрын
@@IamBishnu-f6p হয়
@HiranyaBoruah-ck8eu
@HiranyaBoruah-ck8eu 3 ай бұрын
গগৈ বাপজনাই মনে সাজি কোৱা নাই।কলি যুগত কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ বুলি শাস্ত্ৰই কৈছে
@mintudeka373
@mintudeka373 3 ай бұрын
puja korileo harir namei nalai neki.... ne krishna nakai.
@TONMOY099
@TONMOY099 3 ай бұрын
Bro val katha koi sea 😊😊
@BAUL._.OFFICIAL-z5s
@BAUL._.OFFICIAL-z5s 2 ай бұрын
Gutei kotha khini porhi louk than comment koribo......koli jugot naam mane aasolote ki.....aru baki 3 jugot ki asile....
@anudevi960
@anudevi960 2 ай бұрын
কথাত টো হয় কিন্তু কলি ৰ যুগত কেৱল ভক্তি কৰিলে নহয় পূজা পাতল ও কৰিব লাগে যাৰ দ্বাৰা কলি ৰ যুগত ভগৱান ক পোৱা যায় বুলিও শাস্ত্ৰই কৈছে
@Ridipaxom
@Ridipaxom 2 ай бұрын
কৃষ্ণ 🙏
@Riyarth-
@Riyarth- 2 ай бұрын
ই চাগৈ মাকক আশ্ৰমত থৈছে।
@utpalkrgogoi7430
@utpalkrgogoi7430 3 ай бұрын
ভকতজনে খুব ভাল প্ৰশ্ন উত্থাপন কৰিছে।।।। কৃষ্ণ
@MonjuBora-d3j
@MonjuBora-d3j 3 ай бұрын
Bohut val lagil bap. 🙏bohut hundor khotha koise. 🙏
@BarunBaruah-zf7vd
@BarunBaruah-zf7vd 3 ай бұрын
জয় মা দুগা জয় মা কামাখ্যা জয় মা মনসা
@Basudev-v1v
@Basudev-v1v 3 ай бұрын
মিছা সব
@anudevi960
@anudevi960 2 ай бұрын
আপুনি মিছা
@satyensarma1962
@satyensarma1962 2 ай бұрын
Basudev toe jaraj miyar d n a tor pujar logat kihar sampark
@pranabdas7121
@pranabdas7121 Ай бұрын
@@satyensarma1962 সচাঁই এই বোৰৰ বাবে বামুণৰ জোলোঙাখনত মানুহক ঠগাই ভূমি দান, গো দান লোৱা ত বাধা আহিল, বহুত মানুহ শংকৰীয়া হল,,আনকি কলিকতাৰ বঙাল এজনে নামঘৰ পাতিৱলৈ মাটি দান কৰীলে প্ৰায় পাঁচ কৌটি টকাৰ, এইবোৰ আমাৰ হল হয়,,ইহতে আমাৰ ভাত মাৰিব
@pranabdas7121
@pranabdas7121 Ай бұрын
​@@Basudev-v1vপৰম ব্ৰহ্মক নেজানি যি জনে দুৰাচাৰী ৰাৱণে ৰচিত.মন্ত্ৰ উচ্চাৰণ কৰি শিৱ আৰু দূৰ্গাক টিলিঙা বজাই পূজা কৰে তেওঁৰ অৱস্থা ৰাৱণৰ দৰে হয়,,ৰাৱণ মায়াবী আছিল আৰু নিজৰ ৰুপ সলনি কৰি পৰস্তী হৰণ কৰিছিল,,ডকাইত কৰিছিল। মানুহক ঠগাই মতিভ্ৰম কৰি মাটি দান, গো দান লোৱা,ডকাইত কৰা একে কথা,,,আপুনিও শিশুকালত লেংটা হৈ মাতৃৰ স্তন পান কৰিছিল,,এতিয়া কৰে জানো,,যি কালত যি কৰ্ম্ম সেই হৈছে বেদান্তৰ সাৰ মৰ্ম,,প্ৰহ্লাদৰ উপদেশ মানি হৰিনাম কীৰ্ত্তন কৰক,,নিজৰ কূল ৰক্ষা পৰিব, নহলে ৰাৱণৰ গতি। পৰম ব্ৰহ্মক যি জনে জানে তেওঁকেই ব্ৰহ্মুণ কয়, নেজানা জনক বামুণ পুৰোহিত কয়,,ঠগ প্ৰৱঞ্চনাৰে মাতি দান গো দান টকা সিকা লৈ পৰিয়াল চলাই,,ৰাৱণৰ মতে চলিব নে প্ৰহ্লাদৰ উপদেশ মানিব, সিদ্ধান্ত আপোনাৰ,,যদি ৰাৱণৰ মতে পৰম ব্ৰহ্মক নেজানি চলে ৰাৱণৰ প্ৰতিমা কিয় দাহন কৰে,, উত্তৰ দিয়ক ,,
@Gta5_67
@Gta5_67 3 ай бұрын
আপুনাক ছাগে ভগৱানে আমাক জ্ঞান দিবলৈকে পৃথিৱীলে আপুনাক পঠিয়াইছে!😊জয় শ্ৰী কৃষ্ণ❤
@ANITARAMCHIARY-hj4en
@ANITARAMCHIARY-hj4en 3 ай бұрын
Krishna🙏🙏🙏🙏 Ram ❤❤❤❤Hari😢😢😢😢Narayan❤❤❤❤ Radha krishna🙏🙏🙏🙏
@sanatanchaudhury9109
@sanatanchaudhury9109 3 ай бұрын
সমগ্র বিশ্ব খনে মূৰ্তি, আপুনি নিজেও এজন মানুহ ৰুপি মূৰ্তি, মূৰ্তি পূজা কৰিহে আমি সকলো য়ে মুক্তি পাম, ছবিঁ নহলে সকলো মিচা, ভক্তি কৰি অন্তৰত ভগবানৰ মূৰ্তি টো আহিব লাগিব, তেতিয়া আমাৰ জীৱন সাৰথক হৱ।
@dhrubabora9184
@dhrubabora9184 3 ай бұрын
Dhot
@munnalaskar-q5z
@munnalaskar-q5z 3 ай бұрын
😂
@munnalaskar-q5z
@munnalaskar-q5z 3 ай бұрын
তেতিয়াতো ছবিৰ আবিস্কাৰ হোৱা নাছিল ব্ৰহ্মাণ্ডত 😂 কি যে হব
@DhrubaSarma-op5co
@DhrubaSarma-op5co 3 ай бұрын
শঙ্কৰদেৱে দামোদৰদেৱে ৰ লগত দূৰ্গা পূজা কৰিছিল।
@pranabdas7121
@pranabdas7121 2 ай бұрын
​@@DhrubaSarma-op5coবামুণৰ ভাত মৰিল,
@KourabPatra
@KourabPatra 2 ай бұрын
আপোনাক প্ৰমাণ লাগে নেকি আপোনালোকৰ শংকৰ সংঘৰ মানুহে মদ নেখাই মাংস নেখাই বোলি ভাৱে নেকি আপোনি
@NabajyotiGogoi-u9p
@NabajyotiGogoi-u9p 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ ভগৱন্তৰ চৰণত ভক্তিভাৱেৰে সেবা জনোৱা হৈছে কৃষ্ণ 🙏🙏🙏
@BhargabHazarikaBhargabhazarika
@BhargabHazarikaBhargabhazarika 3 ай бұрын
আপুনি কোৱা কথা খিনি সম্পূৰ্ণ শুদ্ধ কিন্তু মাটি মূৰ্তি পূজা কৰা এটা বিশেষ কাৰণ আছে । প্ৰথমতে আপুনি আপোনাৰ জন্ম কৰ পৰা হৈছিল বিচাৰ কৰি উলিয়ায় চাওক গোটেই খিনি কথা তাত বুজি পাব যে মাটিৰ মূৰ্তি ৰূপী দুৰ্গা ক কিয় পূজা কৰা হয়। 🙏
@pranabdas7121
@pranabdas7121 Ай бұрын
পৰম ব্ৰহ্মক চিনিব নোৱাৰি অন্ধ হৈ দুৰাচাৰী ৰাৱণে ৰাৱণে লিখিত মন্ত্ৰ পাঠ কৰি টিলিঙা বজাই থাকিলে , শিৱ দূৰ্গা সন্তুষ্ট নহয়,ৰাৱণৰ দৰে অৱস্থা হব , সকলোবোৰ নাশ হল, প্ৰহ্লাদৰ উপদেশ লৈ হৰিনাম কীৰ্ত্তন কৰক নিজেও তৰিব কূল ৰক্ষা ,পৰিব,, পৰম ব্ৰহ্মক যি জনে চিনিব পাৰে ,তেওঁক ব্ৰহ্মণ বুলি কয়,, যি জনে চিনি নেপাই তেওঁক জীবিকাৰ বাবে মানুহক মতিভ্ৰম কৰি মাটি দান, গো দান, টকা পইচাৰ দান লোৱা বামুণ কয়, ,যি দৰে খনিকৰ উপাধি লিখিলে খনিকৰ নহয়,,গুন থাকিব লাগিব,,মেদ যোৱাৰ পিছত ঔষধৰ গুন নাথাকে যিটো যুগৰ যি কৰ্ম্ম,,আপুনিও মই শিশু অৱস্থাত থাকোঁতে লেংটা হৈ মাতৃৰ স্তন পান কৰিছিলো,,এতিয়া কৰে জানো আপুনি,,মা দূৰ্গা জগত জননী। ,পূজাৰ নামত আপমান কৰিব নেপাই।
@probinbhuyan2182
@probinbhuyan2182 3 ай бұрын
Xundor Xundor, kintoo D.puja koriboloi mana nokora kothato...anakoi bujabo laage... Satya jugey dhiyan, treta jugay jaigya, faporot puja, kolit horinam.....nam abihonr ishorok pabo nuwari. Dekha jai ajir kolijugor, kunua puja, kunia jaigya kore..kiya.
@anudevi960
@anudevi960 2 ай бұрын
এই বাক্য টো কত আছে জনাব সুন
@educationcompany.6793
@educationcompany.6793 3 ай бұрын
Bohut val lagil. Logical kothare dhuniyake bujai dise
@japanidas6859
@japanidas6859 3 ай бұрын
কৃষ্ণ অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধৱ হৰিৰাম ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ
@pranabdas7121
@pranabdas7121 Ай бұрын
পৰম ব্ৰহ্মক নাজানি ৰাৱণে লিখিত মন্ত্ৰ উচ্চাৰণ কৰি টিলিঙা বজাই শিৱ দুৰ্গাক পূজা কৰিলে ৰাৱণৰ গতি আৰু আপোনাৰ গতি একে হৱ। প্ৰহ্লাদৰ উপদেশ গ্ৰহণ কৰি হৰিনাম কীৰ্ত্তন কৰক,,নিজৰ কূল বাছিব,,
@sahebali8332
@sahebali8332 2 ай бұрын
Joy Guru. Aponar kothabilak 💯 Right.
@sarbanshaw8892
@sarbanshaw8892 3 ай бұрын
খুব ভাল লাগিল❤❤❤❤🙏🙏🙏
@munuborah2580
@munuborah2580 3 ай бұрын
Oti xundor kotha koiae moi akmot 🙏🙏🙏🙏
@kilipsong
@kilipsong 3 ай бұрын
Krishna Krishna Krishna 🙏🙏🙏
@khogeswarigogoi1902
@khogeswarigogoi1902 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সন্ধ্যাৰ ভক্তি ভৰা সেৱা নিবেদিছো সমস্তৰে চৰণকমলত কৃষ্ণ
@noyanbora1914
@noyanbora1914 2 ай бұрын
সুন্দৰ ব্যাখ্যা ভাল লাগিল ❤
@nirupamadevan1146
@nirupamadevan1146 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 👋👋👋👋
@PradipNath-y8u
@PradipNath-y8u 3 ай бұрын
মই পূজা কৰা পন্থাৰ নহয়, আপোনাৰ কথা বতৰা ভাল পাওঁ কিন্তু আজিৰ এই কথা বতৰা বিলাক শুনি আপোনাৰ প্ৰতি থকা ভাবধাৰা একেবাৰে সলনি হৈ গ'ল।আপুনি কোৱা এই কথা বিলাকে,মানব জাতিটোকে নিন্দা কৰা হেন হৈছে।আপুনি এই কথা বতৰা বিলাকৰ জৰিয়তে ভাগৱতৰ নীতি আদৰ্শকে উপলুঙা কৰা হৈছে। ধন্যবাদ
@kushalbaruah8438
@kushalbaruah8438 3 ай бұрын
Right. Gogoi bap. Katha bur. Kowte. Gurit Pani diyak...jitu BHAGABATE je kaise kalit take KOWK.....pls Durga Puja je karib nalage upasthapan KARAK pls
@Bijan_gaming77
@Bijan_gaming77 3 ай бұрын
ভাৰত হৈছে হিন্দু দেশ গতিকে পুজা পালন কৰিব লাগিব ।পুজা বাহিৰে একো কাম নাই ভাৰতত । আপোনাৰ লোকে এইবিলাক কথা কোৱা অধিকাৰ নাই ।
@Rabiya-mr8rr
@Rabiya-mr8rr 2 ай бұрын
Kunu Karu odhikar krhibo nuware..xokolure odhikar ase kotha kuwat😅
@pulinsharma8826
@pulinsharma8826 3 ай бұрын
মুখ্য সংস্কৃত ভাগৱতত মূৰ্তিও নাচাব প্ৰসাদো নাখাব ভক্তি হৈব ব্যভিচাৰ বুলি তেনে কোনো কথা উল্লেখ নাই ।যিহেতু চাৰি বেদ,চৈধ্য শাস্ত্ৰৰ উঠৰ পুৰাণ অনেক সংহিতাৰ পাঠত দেৱীৰ অনেক নাম বহুবাৰ উল্লেখ আ্ছে। সেই সংহিতা কিন্ত সংস্কৃত ভাগৱতৰ আধাৰ স্বৰূপ । ভাগৱতৰ পুৰণি নাম জয় সংহিতা হলে অসমীয়া ভাগৱত পাঠ হলে প্ৰায় পুজা,মূৰ্তি, ব্ৰাহ্মণ সকলক লৈ বিতৰ্ক কিয় ।নমনা,নপতা সকলে মানি নলব একো নাই বিতৰ্ক কিয় ।বাখ্যা সকলোৰে বেলেগ। দৰ্শনো বেলেগ ।নমনাই নাই।
@BhargabHazarikaBhargabhazarika
@BhargabHazarikaBhargabhazarika 3 ай бұрын
একদম সঁচা কথা কৈছে আপুনি 🙏🙂
@BodhenBorah
@BodhenBorah 3 ай бұрын
@@pulinsharma8826 একমত
@pranabdas7121
@pranabdas7121 Ай бұрын
ৰাৱণৰ ৰচিত মন্ত্ৰ উচ্চাৰণ কৰি কি লাভ হব ,,,ৰাৱণ ব্ৰহ্মুণ ৰ সন্তান আছিল যদিও পৰমব্ৰহ্ম ৰাম নাৰায়ণক শিৱ সনাতনক নাজানিছিল যাৰ বাবে মানুহ বুলি নিজে নাশ হৈ পুত্ৰ শোক পাইছিল,
@runjungogoi8777
@runjungogoi8777 3 ай бұрын
Bap krishnna krishnna katha bhur eman hundrke bujaidile.Bhal lagil.
@ChitralekhaDas-k4i
@ChitralekhaDas-k4i 3 ай бұрын
Adaltor kotha tu bujai diyar babe pronam
@mamonikonwar4686
@mamonikonwar4686 2 ай бұрын
প্ৰশ্নকৰ্তাবিজ্ঞ জনক প্ৰণাম জনালো সন্মুখত৷মহাভাগৱত ৷ স্বয়ং কৃষ প্ৰভূ আছে বুলি যদি ধৰি লোৱা যায় অকাই পকাই ব্যাখ্যা কৰোতে অপৰাধ হয়নে নহয় ? নাৰায়ৎ প্ৰভূৰ চৰণৰ দাসী ৷
@taralanath3876
@taralanath3876 2 ай бұрын
Joy maa Durga 🙏🙏🙏
@mallikadas4343
@mallikadas4343 2 ай бұрын
মইয়ো শংকৰসংঘৰ নহয়৷কিন্তু সাস্ত্ৰত থকা কে বাখ্যা কৰিছে তাত তেখেতক বেয়া পাবলগীয়া নাই মানিব পাৰে নামানিব পাৰে নিজৰ কথা৷
@noyanbora1914
@noyanbora1914 2 ай бұрын
হয় আপোনাৰ সৈতে মইও একমত।
@anudevi960
@anudevi960 2 ай бұрын
@@mallikadas4343 শাস্ত্ৰ ত দুৰ্গা পূজা কৰিব মানা কৰা নাই প্ৰথমতে নিজে পৰিব শাস্ত্ৰ তাৰ পিছত কব
@SumonBora-vt1wz
@SumonBora-vt1wz Ай бұрын
Thanks
@pranabdas7121
@pranabdas7121 Ай бұрын
​@@anudevi960 কোন খন শাস্ত্ৰত উপদেশ দিছে, টিলিঙা বজাই কোনে পূজা কৰিছিল ,ৰাৱণৰ দেউতাকে কৰিছিল নেকি..ৰাৱণক ব্ৰহ্ম দেৱক ধ্যান কৰিব দিছিল। আৰু দুৰাচাৰী ৰাৱণে শিৱৰ মন্ত্ৰ ৰচনা কৰিছিল, পৰমব্ৰহ্ম ঈশ্বৰ ৰাম চন্দ্ৰক চিনিব নোৱাৰিছিল বাবেই, ৰাৱণৰ মৃত্যু হৈছিল,,আৰু আপুনি ৰাৱণে ৰাৱনে লিখিত মন্ত্ৰ উচ্চাৰণ কৰি পূজা কৰিলে শিৱ দুৰ্গা সন্তুষ্ট নহয়,,পৰম ব্ৰহ্মক জনা দৈত্য শিশু প্ৰহ্লাদৰ বাণী সৰোগত কৰি হৰিনাম কীৰ্ত্তন কৰক ,,নিজেও তৰিব কূল ৰক্ষা পৰিব,,নহলে ৰাৱণৰ গতি আপোনাৰ গতি একে হৱ
@niludeka4135
@niludeka4135 3 ай бұрын
সুন্দৰ ব্যাখ্যা প্ৰভু ভাল লাগিল জয় কৃষ্ণগুৰু 🙏🏼🙏🏼🙏🏼🙏🏼
@horengogoitenpurgolaghat3703
@horengogoitenpurgolaghat3703 3 ай бұрын
এই কাম কোনে কৰে আপোনাৰ দৰে সমাজত এনেদৰে ভাষন দিয়া সকল দুৰ্গাদেবীৰ বিষয়ে কিয় আৰু কোনে কবলৈ কৈছে আপোনিয়েই ৰ্মুখ
@bapdhankoch7927
@bapdhankoch7927 2 ай бұрын
u bap jona Val lagil 🙏🙏🙏🙏🙏 9
@Niranjanpegu123
@Niranjanpegu123 3 ай бұрын
Krishna pravu bap❤❤❤❤❤❤
@PradipGogoi-i7b
@PradipGogoi-i7b 23 күн бұрын
গগৈ দেৱ। আপোনাৰ. J comments টো উত্তৰ নিদি নোৱাৰি লো। comment s টো হ'ল। বক্তি জনে ভাগৱত মানে ভাল কথা। কিন্তু দেৱ আৰু দেৱীৰ পূজা-অৰ্চনা কৰে। মহাশয় আপুনি ভাগৱত এখন কিতাপ নহয়। তাত আপোনাৰ দেহত থকা বাৰটা স্কন্ধ আছে। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুখানি সেই কথা মহা ভক্ত প্ৰহ্লাদৰ ক্ষেত্ৰত খাতে। প্ৰহ্লাদৰ স্থিতি ঠিক আছিল। এক ব্ৰহ্মৰ বাদে কাকো নভজিলে। এক দেৱ এক সেৱ এক বিনে নাই কেব। ব্ৰহ্ম সত্য জগৎ মিথ্যা। জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। ব্ৰহ্ম সৰ্ব্বোচ্চ সত্য। জীৱ চেতনা জীৱাত্মা আত্মা আৰু ব্ৰহ্ম সকলো একেই। জীৱ বিলাক ব্ৰহ্মৰ প্ৰতিবিম্ব মাএ। জগত মানে পঞ্চ ভৌতিক দেহ।ই বিনাশ শীল কিন্তু ব্ৰহ্ম বা আত্মা বা চেতনা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত। ব্ৰক্ষা বিষ্ণু শিৱ আৰু 33 কোটি দেৱী দেৱতা দেহত থাকে । খঙ উঠে কালি গোসানীৰ পৰা।শনি দেৱতাৰ পৰা অমঙ্গল। ব্ৰহ্মৰ প্ৰতিবিম্ব সমস্ত জীৱ। ব্ৰহ্ম বা কূষ্ণ সন্তোষ জগত সন্তোষী।জগত মানে দেৱ দেৱী ব্ৰহ্মা বিষ্ণু শিৱ আদি। 33কোটি দেৱী দেৱতা ব্ৰহ্মৰ সূষ্টি। গছৰ গুৰিত পানী দিলে ডাল পাত সকলো বিলাকে পায়। আৰু এটা ডাঙৰ কথা। চাৰি বেদ শিৰুমনি ভাগৱত শাস্ত্ৰ ্ তাহাৰ উওম ফল হৰিনাম মাএ। একো পুজা পালত অগৰঙ বগৰঙ কৰিব নালাগে ভাগৱত গীতা পঢ়া মানুহৰ। পুৰাণ 17খন expired date হল পঢ়াৰ নাই প্ৰয়োজন। বলি বিধান ৰ কথা আছে তাত। গতিকে জটিল পূথিৱী চাই চাই বুলি বা বাট। বৈজ্ঞানিক দাৰ্শনিক আধ্যাত্মিক চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা ৰে কি সত্য কি অ সত্য। ধন্যবাদ।
@dharaninath7857
@dharaninath7857 Ай бұрын
আমি ভগৱানক পূজা কৰো, কিন্তু আমি ভগৱানক দেখা নাপায়ও। ভগৱান থকা বুলি বিশ্বাস কৰো । শ্ৰীকৃষ্ণ মূখ্য , যেনেকৈ এটা পৰিয়ালৰ দেউতাক জন মূখ্য আৰু বাকী সদস্য থাকে ঠিক তেনেদৰে এই পৃথিৱীত কৃষ্ণৰ বাহিৰে আন দেৱ-দেৱীৰ ও আছিল। গুণ মহিমা, নাইবা আকৃতি কেনেকুৱা আছিল আমাক কোনো ও দেখুৱাই দিব নোৱাৰে সেয়েহে তেওঁলোকৰ ফটো বা মূৰ্তিৰ দ্বাৰাই জনসাধাৰণৰ মাজত প্ৰচাৰ কৰে। এজন শিশুৰ তেওঁ জন্ম নোহোতে ককা , আইতা নাইবা আনকো নো লোকৰ মৃত্যু হ'লে ফটো দেখিলে বুজি পায়। ঠিক তেনেদৰে শ্ৰীকৃষ্ণ বা অন্য দেৱ-দেৱীৰৰ মূৰ্তি দ্বাৰাই বুজি পোৱা যায়।
@bimalbasumatari8922
@bimalbasumatari8922 3 ай бұрын
বহুত ভাল লাগিল .....সুন্দৰ ব্যাখ্যা...
@pallabikagohain5720
@pallabikagohain5720 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ জনা এক কৃষ্ণ ভক্তিত মজি থকা ভকত বৈষ্ণৱ হবৰ শ্ৰী চৰণত ভক্তিভাৱেৰে কৰোঁ প্ৰণাম কৃষ্ণ
@Maadurga55
@Maadurga55 3 ай бұрын
দুৰ্গা শব্দৰ অৰ্থ হৈছে যিয়ে দৈত্য, মহাবিঘ্ন , নৰক,যমদণ্ড ,সংসাৰ ভয় আদি দূৰ কৰে।..😊🌺🌿
@deeproy3709
@deeproy3709 3 ай бұрын
Durga puja kora. Sur dokait murder hodai barhi goi se... Bishwakharma puja kora hodai accident hoi thake... Lakshi puja kora dinok dine dukhiya hoi hoi ase. Shibo puja kora modahi juwari barhi ase ... Murti Puja pati birat lav hoi ase
@Maadurga55
@Maadurga55 3 ай бұрын
​@@deeproy3709মানুহবোৰে দুৰ্গা মাৰ পূজা সেৱা কৰে নে প্ৰকৃততে ? নে মানুহে মানুহক চাবলৈ হে যায় । মিঠাই জিলাপি খাব যাই ? সচা ভকতি কোনে কৰিছে ? ওলোটা ফল টো পাবই আৰু😊🙏
@Maadurga55
@Maadurga55 3 ай бұрын
@@deeproy3709মা দুৰ্গাৰ মানুহে পূজা কৰিছে নে প্ৰকৃততে? নাই কৰা । মানুহে মানুহক চাব গৈছে? মিঠাই জিলাপি খাইছে? দোকানৰ মনিহাৰী কিনিছে । ওলোটা ফল টো পাবই ন ।😊🙏
@PallabiSharma-t8m
@PallabiSharma-t8m 2 ай бұрын
পিছে তুমি হৰি নাম লোৱা তেতিয়া কি চুৰ ডকাইত হত্যা এইবোৰ নহয় নেকি । দূৰ্গা পূজা বিশ্বকৰ্মা পূজা আদিৰ লগত হত্যা চুৰ ডকাইত বা accident আদি কিয় ৰিজাইছা । চুৰ ডকাইত হত্যা এইবোৰ মানুহৰ কিছুমান বেয়া মানসিকতা যিবোৰ পূজা, যজ্ঞ আনকি হৰি নামেও বেয়া মানুহৰ মনৰ পৰা আঁতৰাব নোৱাৰে। ইমান কৈ ঠায়ে ঠায়ে ভাগৱত পাঠ কৰা হয় কিন্তু এইবোৰ ঠিক হৈছে জানো। Accident এটা হ'লে বিশ্বকৰ্মাক দূখ দি কি লাভ প্ৰকৃততে accident এটা হোৱাৰ আৰত ভূলটো কাৰ ভাবি চাবাচোন। আৰু কৰ্ম নকৰি কেৱল ভগৱান ক ধিয়াই থাকিলে এনে ও উন্নতি নহয় । কেৱল শিৱ পূজা কৰাৰ বাবে হে মদাহী জোৱাৰী হয় নেকি সমাজত শিৱ পূজা কৰা মদাহী আৰু শিৱ পূজা নকৰা মদাহী বেছি হ'লেও কম নহয় ।তাত দেৱ দেৱীক দূখ দি লাভ নায়।
@deeproy3709
@deeproy3709 2 ай бұрын
@@PallabiSharma-t8m Saraswati Puja kora.... Murkho hoi asa...
@rupamtalukdar9627
@rupamtalukdar9627 3 ай бұрын
Very good Discussion
@chikanbonia6112
@chikanbonia6112 Ай бұрын
কৃষ্ণ পভু , এনেধৰণৰ মন্তব্য ৰাখিলে হিন্দু ধৰ্মৰ এই পৃথিৱীৰ নাইকিয়া কৰিবা হিন্দু ধৰ্ম। ঢিক এনেধৰণৰ চিন্তা ।
@bhadreswardeka1695
@bhadreswardeka1695 3 ай бұрын
Right bap. Krishna Krishna Krishna.
@LuluGogoi-kn5fw
@LuluGogoi-kn5fw 3 ай бұрын
কৃষ্ণ🙏🙏🙏🙏
@hiteshdas7174
@hiteshdas7174 3 ай бұрын
কৃষ্ণ বাপ আপোনাৰ ব্যাখ্যা বিজ্ঞান সম্মত হৈছে। আপোনাৰ চৰণ পদ্মত সেৱা জনাইছো। কৃষ্ণ কৃষ্ণ
@pranabbarman9255
@pranabbarman9255 3 ай бұрын
প্ৰাণজিত গগৈ, সুন্দৰ ভাগৱত বিশ্লেষণ
@uttamchandradas4762
@uttamchandradas4762 3 ай бұрын
🎉sammukhat alosona haba lage
@buddhaboruah3008
@buddhaboruah3008 3 ай бұрын
Krishna 🌏🌏🌏❤❤❤🙏🙏🙏
@jayaboruah4835
@jayaboruah4835 3 ай бұрын
Krishno. Xundor prosna
@ASSAMVISION-TrailokyaSharma
@ASSAMVISION-TrailokyaSharma 3 ай бұрын
সেই নাৰীক তেন্তে পূজা কৰা সকলে অপমান কৰিছে বুলি ভাৱেনেকি? সেইজন আপোনাৰ দৰে ভাগৱৎ ব্যাখ্যা কৰা এজন নহ'ব পাৰে বুলি ক'ব পাৰিবনে?
@nonichutia3034
@nonichutia3034 3 ай бұрын
যি জনে প্ৰশ্ন কৰিছে সেই জেনে ই দেখুন ভগৱান।
@JogenPegu
@JogenPegu 3 ай бұрын
অতি সুন্দৰ হৈছে । বাপ
@bikashboro7743
@bikashboro7743 3 ай бұрын
Moja disa 👍
@ranjanborah8190
@ranjanborah8190 3 ай бұрын
কৃষ্ণ কৃষ্ণ, সুন্দৰ
@ankitagogoi9376
@ankitagogoi9376 3 ай бұрын
Krishna Krishna provu
@nurulislam9573
@nurulislam9573 3 ай бұрын
Dhanyabad Bahut dharma katha janiloo.
@rajubonia8235
@rajubonia8235 3 ай бұрын
অসমৰ শঙ্কৰ সংঘয়ে শংকৰদেৱৰ আদৰ্শ একো মানি চলা নাই
@hiteshnath9769
@hiteshnath9769 3 ай бұрын
Krishna 🙏🙏🙏
@richimoy2962
@richimoy2962 3 ай бұрын
ৰামায়ণৰ ৬ কাণ্ডৰ ৬ টা শ্লোক গায় শুনা গাধ । বাল্মীকিয়ে ৯ লাখ বছৰ আগতেই ৰামায়ণ লিখিলে শংকৰদেৱে কি কৈছে নালাগে । বলি শাস্ত্ৰৰ বিৰূধ । কোনো শাস্ত্ৰত বলি প্ৰথা নাই ।
@kochrider5844
@kochrider5844 2 ай бұрын
Toi snkark baap buli soli thak boli hoboi tr ki gaa jlise
@pranabdas7121
@pranabdas7121 Ай бұрын
@@kochrider5844 বলি হলে ঠাই থিনি আ প্ৰবিত্ৰ হয় ,,মৰা মানুহ ঘৰৰ ভিতৰত ৰখা হয় নেকি। অবোধ জীৱ এটাক বানাধি ধৰি নি বলি দিছে যে নিজৰ সন্তানক বলি দিয়কচোন
@tikendrajitdutta3143
@tikendrajitdutta3143 2 ай бұрын
Right....hosa kotha koise...
@KhagenBora-c9l
@KhagenBora-c9l 3 ай бұрын
সুন্দৰ, কৃষ্ণ কৃষ্ণ ।
@lilagogoi3318
@lilagogoi3318 2 ай бұрын
সুন্দৰ প্ৰশ্ন কৰিলে ? বাপ জনাই কৃষ্ণ ৷
@hemaprabhasaikia5321
@hemaprabhasaikia5321 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনা ভক্তি ভৰাসেৱাভাগি আপোনাসৱ শ্ৰীচৰণত নিবেদিলো কৃষ্ণ।
@pinkuboruah6680
@pinkuboruah6680 2 ай бұрын
Selfrespect and respect to others is the main religion.
@bulusaikia2659
@bulusaikia2659 2 ай бұрын
ভুলকৈ যদি অন্য ধৰ্ম সকলে পন্থাৰে চলিছে তেনে হলে সেই ধৰ্ম মুক্তি নাই নেকী অকল শংকৰ শংঘ লোকেহে মুক্তি পাব নেকী আপোনাৰ বাক্য মতে।মুচলমান সমাজে মচলমানৰ নীতি নিয়ম মতে চলে আৰু অন্য ধৰ্ম বিলাকেও নিজৰ নিজৰ মতে চলি আহিছে।সকলো ধৰ্মক একাকাৰ কৰি আপোনাৰ ব্যাখ্যাই পাৰিব জানো অল্পমতি মনুস্যক কিয় মিছাকে এই বিলাক ব্যাখা বিভান্তিত পেলাইছে।
@abhigyanborahanuhazarika167
@abhigyanborahanuhazarika167 3 ай бұрын
Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@NilaSarmah
@NilaSarmah 2 ай бұрын
আপুনি আকৌ ৰাতি ৰাতি পূজা চাবলৈ যায়।
@JutikaGog9i-zh2tu
@JutikaGog9i-zh2tu 2 ай бұрын
Good
@Tonmoydewri
@Tonmoydewri 3 ай бұрын
বহুত সুন্দৰ কথা কৈছে বাপ। ধন্য হৈছোঁ
@bulunirmolia4437
@bulunirmolia4437 2 ай бұрын
প্ৰাণজিৎবাপে কাৰো পক্ষেকথাকোৱানাই শাস্ত্ৰ ত থকা মতে হে কৈছে
@DuluBora-tv6ri
@DuluBora-tv6ri 2 ай бұрын
পৰৰ নিন্দা নিন্দনিয়
@bhaskarhazarika4429
@bhaskarhazarika4429 3 ай бұрын
কৃষ্ণ কৃষ্ণ
@simantadutta2030
@simantadutta2030 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা নীবেদিছোঁ
@niruboruah4232
@niruboruah4232 3 ай бұрын
Rightkothakoiseapuni🙏🙏🙏🙏
@arindomboruah7394
@arindomboruah7394 2 ай бұрын
Jai Sanatan..Jai Shri Ram
@arunpathak2120
@arunpathak2120 3 ай бұрын
আচলতে আমি নামঘৰলৈ গৈ কি পাইছো ,কি শুনিছোঁ এই কথা খিনি সকলোৱে আত্মলোচনা কৰিলে ভাল হয়।
@hemantamazumder6724
@hemantamazumder6724 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН
বগীবিল গাভৰুজান নামঘৰ part1@জ্যোতিময়Jyotimoy
50:12
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН