No video

নগাঁও জিলাৰ বটদ্ৰৱা ভোমোৰাগুৰিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছুৰ সহযোগত আৰক্ষীৰ অভিযান

  Рет қаралды 49

Bongaigaon Times

Bongaigaon Times

Күн бұрын

#NAGAON | নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছু ৰ সহযোগত বটদ্ৰৱা আৰক্ষীয়ে চলোৱা অভিযানত নিষিদ্ধ ড্ৰাগছ সহ দুটা সৰবৰাহকাৰীক আটক কৰা হয়।
ভোমোৰাগুৰি গাঁৱৰ ছাদত আলী আৰু শ্বাহীল আহমেদৰ ঘৰত চলোৱা হয় এই তালাচী অভিযানত ৩৫টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰক্ষীয়ে জব্দ কৰে।
আৰক্ষীয়ে বৰ্তমান এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কেইটাই পুলিচৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি অঞ্চলত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল।
#bongaigaontimes #nagaonnews #news #breaking #newsupdatetoday #BreakingNews

Пікірлер
শৃংখল চলিহা ON FIRE
4:58
NKTV PLUS
Рет қаралды 122 М.
Prank vs Prank #shorts
00:28
Mr DegrEE
Рет қаралды 8 МЛН
WORLD'S SHORTEST WOMAN
00:58
Stokes Twins
Рет қаралды 198 МЛН
wow so cute 🥰
00:20
dednahype
Рет қаралды 22 МЛН
Schoolboy Runaway в реальной жизни🤣@onLI_gAmeS
00:31
МишАня
Рет қаралды 3,2 МЛН
Bongaigaon || Baby || Exchange || Assam
1:52
DY365
Рет қаралды 42 М.
Prank vs Prank #shorts
00:28
Mr DegrEE
Рет қаралды 8 МЛН