নগাৰ ঘাপ পৰিল আৰক্ষী জোৱানৰ পিঠিত। কাঢ়ি ল'লে লৈ যোৱা অস্ত্ৰ

  Рет қаралды 125,679

NB News

NB News

Күн бұрын

অসম আৰক্ষীৰ সৈতে ভয়ংকৰ কাণ্ড। নগাৰ ঘাপ পৰিল আৰক্ষী জোৱানৰ পিঠিত। কাঢ়ি ল'লে লৈ যোৱা অস্ত্ৰ। সংকটজনক অৱস্থাত আৰক্ষীক ভৰ্তি ডিব্ৰুগড় চিকিৎসালয়ত
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 543
@jayantakumardas6710
@jayantakumardas6710 15 күн бұрын
অসম আৰক্ষী অসমীয়া মানুহৰ ওপৰত হে বৰমতা দেখুৱাই, অনাঅসমীয়া সকলক নোৱাৰে।
@jkrishview6672
@jkrishview6672 15 күн бұрын
Right.
@DebajitSenapati
@DebajitSenapati 14 күн бұрын
Thik koise 😂
@brojenray5921
@brojenray5921 14 күн бұрын
১২ বছৰ ধৰি গাড়ী চলাই আছোঁ। কিমান যে টকা লৈছে ম ই ধনী হব পাৰিলো হৈ।
@ratanbora7624
@ratanbora7624 9 күн бұрын
Right
@ChandraKhanikar-d6c
@ChandraKhanikar-d6c 8 күн бұрын
Right ❤❤❤❤
@abhijitgogoi16
@abhijitgogoi16 15 күн бұрын
অসমত বৰ মতা দেখুওৱা কেইটাক পঠাব লাগে সীমাত
@BiplobhatiBaruah
@BiplobhatiBaruah 15 күн бұрын
অসমীয়া পুলিচ কেইটাই আন্দোলন কৰা মানুহ বিলাকক পিতিব পাৰে।নগাই বহুত ভাল কাম কৰিলে। অসমীয়া জাতিৰ বাবে লাজৰ কথা।
@PangingPanging-o7f
@PangingPanging-o7f 15 күн бұрын
😅😅
@manabv2312
@manabv2312 15 күн бұрын
Tight fitting sula pindhi reels bonai kisuman police...
@SaidurRahman-fc3to
@SaidurRahman-fc3to 15 күн бұрын
অসম পুলিচ নিৰস্ত্ৰ অসমীৰ উপৰতহে দাদাগিৰি দেখাব পাৰে । ধিক্ অসম পুলিচ
@jayaborah2926
@jayaborah2926 15 күн бұрын
আত্ম ৰক্ষাৰ বাবেহে হাথিয়াৰ লোৱা হয় । যদি আত্ম ৰক্ষা কৰিব নোৱাৰে তেন্তে বন্ধুক নোলোৱা ভাল ।
@bishnuprasadnath1214
@bishnuprasadnath1214 15 күн бұрын
Good....
@premanandadeka8469
@premanandadeka8469 15 күн бұрын
লাজ নাই..... বিনাদোষত এদিন মোক এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে বহুত চৰিয়াইছিল, নিৰীহক বলে পাৰে, সদায়ে এনেকুৱা ঘটনা দেখিয়ে থাকে কাৰ ওপৰত কিমান যে অতপালি কৰে এতিয়া অলপো লাজ লগা নাই নে????
@SahilChetry-ei8cr
@SahilChetry-ei8cr 15 күн бұрын
Sem to sem
@Kamal-hu2uv
@Kamal-hu2uv 15 күн бұрын
ki kom vai kobo a laj lage amar assam policor kotha
@jahnobibora5212
@jahnobibora5212 15 күн бұрын
অসমৰ মানুহৰ ওপৰত হে অত্যাচাৰ কৰিব পাৰে আৰক্ষী য়ে ।নগাৰ ওপৰত এদাল নুম‌ চিঙিব ও নোৱাৰে।
@bishnuprasadnath1214
@bishnuprasadnath1214 15 күн бұрын
Good....
@Regional-i7b
@Regional-i7b 15 күн бұрын
ভাল হৈছে , মজা ❤❤❤❤❤❤
@KaberiBora-k7i
@KaberiBora-k7i 14 күн бұрын
Sorom napawo eneke reply diboloi
@BitulChetia-qw4ix
@BitulChetia-qw4ix 15 күн бұрын
অসম পুলিচে অসমীয়াক হে দাদা দেখাব পাৰে এতিয়া নগাক কিয় নোৱাৰিলে
@BhaskarJyotiDas-ot1wf
@BhaskarJyotiDas-ot1wf 15 күн бұрын
Assam Police e Reels Banoyar Bahire Kiba Jane Jano .....😅😅
@mgnkl
@mgnkl 15 күн бұрын
Poisa khabo jane, Fake encounter koribo jane, Axomiya maribo jane, Marwari Bihari,Miya, Bongalir pukor selekibo jane
@ajitexplorer1382
@ajitexplorer1382 15 күн бұрын
​@@mgnklaro bangladeshi manhu hok support kora
@MithuRay-ur2oi
@MithuRay-ur2oi 15 күн бұрын
Right
@mgnkl
@mgnkl 15 күн бұрын
@@ajitexplorer1382 right
@NirajSarmah-u2t
@NirajSarmah-u2t 15 күн бұрын
Right
@bimalbhatt2266
@bimalbhatt2266 15 күн бұрын
অকণো লাজ নাই দেই আমাৰ আৰক্ষী বিভাগটোৰ, অসমত বাহনৰ পৰা চান্দা তুলি বৰমতা দেখুৱাই।
@jayantabora2827
@jayantabora2827 14 күн бұрын
অসমত দেখোন অসম আৰক্ষীয়ে বহুত শক্তি দেখুৱাই। নগা দেখি কিয় নেগুৰ দাঙি পলাব লগা হ'ল 😂😂
@hirenborah1183
@hirenborah1183 13 күн бұрын
ভটুৱা কুকুৰ বিলাকে নাগাৰ ভয়ত নেগুৰ পেলাই দিলে
@dipubora3518
@dipubora3518 15 күн бұрын
ইহঁতি কেৱল ৰিক্সা,ঠেলা চালক হেলমেট নিপিন্ধা মানুহৰ ওপৰত দাদাগিৰি দেখুৱাই
@SanjayKumar-td9um
@SanjayKumar-td9um 15 күн бұрын
অসমীয়াৰ ওপৰত বৰ মতা ৷ নগাৰ আগত ভিজা মেকুৰী ৷
@jibeshrabha
@jibeshrabha 15 күн бұрын
Val lagil huni. Assam police Nagai legta koribo..
@sasankrava7344
@sasankrava7344 15 күн бұрын
অসম পুলিচ মাত্ৰ reels bonuwa aru অসমীয়া ৰ উপৰত দাদাগীৰি দেখাব পাৰে,
@jahangirmondal3354
@jahangirmondal3354 15 күн бұрын
+ hotel raid, traffic fine etc
@জিতুনমশূ্দ্ৰ
@জিতুনমশূ্দ্ৰ 14 күн бұрын
খবৰটো শুনি ভাল লাগিল 😂😂
@simantobonia7716
@simantobonia7716 7 күн бұрын
Ak dom
@ratultaro6391
@ratultaro6391 15 күн бұрын
বৰ লাজ লগা কথা...চি চি অসম আৰক্ষী...
@Raindropsfalling-c5u
@Raindropsfalling-c5u 14 күн бұрын
Khobor2 pai bohut val lagise 😂😂😂
@arupkachari1432
@arupkachari1432 15 күн бұрын
নগাই ঘপিয়াই পেলালে, ধৰি বান্ধি থলে তাত কৈ আৰু লাগিছে নে। সাধাৰণ ৰাইজক ভূলবশত হেলমেট টো নিপিন্ধিলেই যিটো ব্যৱহাৰ তাত গৈ কিয় আমাৰ মানুহে দা' ঘাপ খাব লগা হ'ল??? 😢😢😢
@bubuldeka8138
@bubuldeka8138 15 күн бұрын
কি হল মামা ? আপোনাৰ বিভাগ ইমান ভিৰু নে ? আপোনি নিমাত কিয়? বিৰ কেবল অসমীয়া সাধাৰন জনতাৰ ওপৰতহে অসম পুলিচ ?
@bipulborah2193
@bipulborah2193 15 күн бұрын
মৰি‌য়নিৰ Tiger টো বুঢ়া হল , গতিকে কাম নাই। Nagaland অৰ Vehicles বিলাক বন্ধ কৰক অসমলৈ অহা।
@parthajitable
@parthajitable 15 күн бұрын
পলাই অহা কেইটাক ৰিজাইন মাৰি গেলামালৰ দোকান খুলিব দে😂😂😂
@BaniGoswami-c1e
@BaniGoswami-c1e 15 күн бұрын
😂😂
@bishnuprasadnath1214
@bishnuprasadnath1214 15 күн бұрын
Pise ta2 besa kina nai.... Solibo keneke..
@manashpratimdas4744
@manashpratimdas4744 13 күн бұрын
Gelamal vlei cosmatic r dukan khuliboloi dibo lge kharu pindhi
@Rabiya-mr8rr
@Rabiya-mr8rr 15 күн бұрын
Axom police axomote dada giri😂😂😂😂
@PangingPanging-o7f
@PangingPanging-o7f 15 күн бұрын
😅😅😅
@DulumaniDaimary-f6y
@DulumaniDaimary-f6y 15 күн бұрын
😂😂😂😂😂😂😂😂😂
@purnabasu220
@purnabasu220 15 күн бұрын
Right kota
@MiMi-i-Love-you
@MiMi-i-Love-you 15 күн бұрын
Khosa koisa bro.......😂😂😂....
@adarshdutta5042
@adarshdutta5042 15 күн бұрын
A mojja...😂
@MrDipankarGogoi0007
@MrDipankarGogoi0007 15 күн бұрын
লাজৰ কথা, অসমীয়া খিলঞ্জীয়া ওপৰত অসম পুলিচে বৰমতা দেখোৱাই নগাই কিমান বাৰ খেদি পঠিয়াইছে
@BituponBora-t7g
@BituponBora-t7g 15 күн бұрын
লাজ নালাগেনে অসম আৰক্ষীৰ অসমত নগা প্ৰবেশ কৰিলে সসন্মানে পঠিয়াই দিয়ে ৷
@pranavdutta4327
@pranavdutta4327 14 күн бұрын
mojaa❤❤❤❤❤❤❤❤❤❤❤❤
@Binanda_Biswa_musical
@Binanda_Biswa_musical 11 күн бұрын
নগাই মাৰি পেলাব লাগিছিল তেতিয়া আৰু ভাল লাগিল হয় অসম আৰক্ষী কাম নাই
@RatulGogoiRatulGogoi-d7j
@RatulGogoiRatulGogoi-d7j 15 күн бұрын
অসমীয়া উপৰত দাদাগিৰি দেখুৱা ফলভোগ কৰিছে ।শুণি আৰু দেখি ভাল লাগিছে ।মজা
@gogoimonjitmonjitgogoi2761
@gogoimonjitmonjitgogoi2761 15 күн бұрын
A mojaa
@GirishBorah-z2u
@GirishBorah-z2u 15 күн бұрын
বৰ লাজৰ কথা
@BishalChopra
@BishalChopra 15 күн бұрын
Bhot accha kiya naga bhai log 🤝👍
@sabitarabha4663
@sabitarabha4663 14 күн бұрын
Moza dise
@SofiqulIslam-e6p
@SofiqulIslam-e6p 15 күн бұрын
Very good news
@gayatriborgohain239
@gayatriborgohain239 14 күн бұрын
Moja hoise,axomiyar uporot dadagiri ki saba!
@KhagenLagachuvlongs
@KhagenLagachuvlongs 10 күн бұрын
Mjaa krile Naga Manu bur
@BijanPhukan
@BijanPhukan 15 күн бұрын
Instagram or reels or HERO 😂😂😂🌺 দিছোঁ লৈ যোৱা। Reels বনাই বনাই।
@sahabuddinahmed-mp3hu
@sahabuddinahmed-mp3hu 15 күн бұрын
সৰু সুৰা বেপাৰীৰ আৰু ট্ৰাক চালকক মাৰ ধৰ কৰি টকা লোৱাত বিৰত্ব দেখাব পাৰে।
@user-wx8wy1bw8w
@user-wx8wy1bw8w 15 күн бұрын
Baah axomor manuh gitai axom arokhik he hahise 🙏.....dhanya tomalokoloi
@sarojsaikia213
@sarojsaikia213 15 күн бұрын
অসম পুলিচে অকল নগাৰ লগত মিটিং কৰিব সুনিলেনে । মই খুব ভাল পাইছোঁ।
@mrinalphukan5425
@mrinalphukan5425 15 күн бұрын
নাগালেণ্ড পুলিচৰ অনুমতি নোলোৱাকৈ আন ৰাজ্যত লেবেল দেখুওৱা পৰিণতি😅
@bishnuprasadnath1214
@bishnuprasadnath1214 15 күн бұрын
Disa dei bhai....
@Ybu05
@Ybu05 15 күн бұрын
ইহঁতে ৰিলচ্ বনোৱাত আৰু যাৰে তাৰে মাইকীৰ লগত চেনি খোৱাতহে পাকৈত 😂😂😂
@TarunPayeng
@TarunPayeng 15 күн бұрын
অসম police ba অসম চৰকাৰে কি কৰিব পাৰে
@ajitexplorer1382
@ajitexplorer1382 15 күн бұрын
Caa 5tha lorak maribho paray
@adarshduttalungyalee7301
@adarshduttalungyalee7301 15 күн бұрын
East or West Nagaland people are Best❤
@pranjaldas2298
@pranjaldas2298 14 күн бұрын
Val a hoisa mark Suda Assam polic
@mintukhan4601
@mintukhan4601 15 күн бұрын
Good news
@ankursaikia7459
@ankursaikia7459 12 күн бұрын
Smart Assam police 👮 😂😂😂reals ha bonabo jane😂Mubarakho police 👮
@indianjamesbond0076
@indianjamesbond0076 15 күн бұрын
ভাল হৈছে। অসমীয়াৰ ওপৰত হে দাদাগীৰি অসম আৰক্ষীৰ 😂
@sanjibsaikia6978
@sanjibsaikia6978 15 күн бұрын
Hundar
@MonjitGogoi-b8m
@MonjitGogoi-b8m 14 күн бұрын
Moja 😂
@naja18
@naja18 14 күн бұрын
Bhal kotha
@ManiramKoch
@ManiramKoch 15 күн бұрын
Very good👍
@mf-xz6es
@mf-xz6es 14 күн бұрын
Mjaa aru diak ahetak
@BiswajitDutta-p9s
@BiswajitDutta-p9s 15 күн бұрын
Moza
@birensaikia4667
@birensaikia4667 15 күн бұрын
বৃহত বুলি নকব শুনিবলৈ বেয়া।
@Fghjkkkkkk
@Fghjkkkkkk 15 күн бұрын
Assam police reels bahire blg aku nuuware to
@RupakNath-d5q
@RupakNath-d5q 15 күн бұрын
xundar
@northeastindia279
@northeastindia279 15 күн бұрын
মৰিয়নিত এজন Tiger আছে,, তেওঁ কি কৰি আছে
@Regional-i7b
@Regional-i7b 15 күн бұрын
Rupjyoti Kurma a neki tiger tw ? Ei jamba burbok hoi Rupjyoti Kurma
@indianarmymotivation6084
@indianarmymotivation6084 15 күн бұрын
​@@Regional-i7btekhet abr polai ahisil sun vhulotu najai hei2 jegat😊
@debakumar5124
@debakumar5124 15 күн бұрын
হাঁহি উঠা কথা দেখুন
@AnantaSaikia-xq8xu
@AnantaSaikia-xq8xu 15 күн бұрын
কেইমাহ মান আগতে নাজিৰাত আৰক্ষীজনে গুলিয়াম গুলিয়াম বুলি কৈছিলে , তেওঁক লগত নিয়া হেঁতেন নগাক গুলিয়াব পাৰিলে হয় !😂
@sadullaahmed3437
@sadullaahmed3437 15 күн бұрын
হাতত বন্দুক ৰাখি কি লাভ গুলিয়াব লাগিছিল
@Smile007prankcall
@Smile007prankcall 15 күн бұрын
kzbin.info/www/bejne/h6TJYWeJraiqgck
@Smile007prankcall
@Smile007prankcall 15 күн бұрын
kzbin.info/www/bejne/h6TJYWeJraiqgck
@ArunDhan-jj9gs
@ArunDhan-jj9gs 6 күн бұрын
😊ki hbo aru
@Rabhax
@Rabhax 14 күн бұрын
Nice noga ❤❤❤❤❤❤❤❤ nice Rabha
@Dasrahull
@Dasrahull 15 күн бұрын
Power of Smart police👮
@User654-s2m
@User654-s2m 15 күн бұрын
Wao 😆😆😆😆 mekhelapindha keita,,,khati khua axomiya r uporot he dadagiri pare😆oti lojjajnk,,,kali poroxi Zomato boy k sor mribo oha tuk Pothai diyok
@BigantaPatar
@BigantaPatar 15 күн бұрын
😂😂😂😂😂😂
@rajuhandique574
@rajuhandique574 15 күн бұрын
Very good nagaland power💪
@ShomorBorborah
@ShomorBorborah 14 күн бұрын
😂😂 moja
@prabinmallabaruah8845
@prabinmallabaruah8845 14 күн бұрын
নগাৰ সন্মুখত অসম আৰক্ষীৰ শক্তি পৰীক্ষা হৈ গল। লাজেই লাগে । বৰষুণ গ'লে জাপি লৈ কি লাভ?
@prameswarmoran3902
@prameswarmoran3902 9 күн бұрын
Assame police local Don
@SahilChetry-ei8cr
@SahilChetry-ei8cr 15 күн бұрын
Smart pulice
@বনৰপক্ষী-po6uf
@বনৰপক্ষী-po6uf 14 күн бұрын
হগাৰ সমান সুখ পালো😂
@pranjaldas4049
@pranjaldas4049 11 күн бұрын
Moja
@khagenkakati6380
@khagenkakati6380 15 күн бұрын
লাজ লাগিছে।এয়া অসম পুলিচ।
@RinaBora-u9x
@RinaBora-u9x 15 күн бұрын
অসমৰ চৰকাৰে নগাক অসমত থাকিবলৈ দিব নালাগে।
@bkp9774
@bkp9774 15 күн бұрын
মিয়াক থাকিব দিব লাগে নেকি?
@PrasantaDewri-hy3ys
@PrasantaDewri-hy3ys 14 күн бұрын
লাজ পোৱা নাই।
@songeetchetry
@songeetchetry 14 күн бұрын
অসম আৰক্ষী নিজৰ অসমীয়া মানুহৰ উপৰত হে নিজৰ power দেখাব পাৰে....lol assam police sem sem..
@mahendragogoi5000
@mahendragogoi5000 15 күн бұрын
Very good Assam Police
@PutulGogoi-hq1md
@PutulGogoi-hq1md 15 күн бұрын
Mazaa
@manojmoran965
@manojmoran965 15 күн бұрын
Faltu police..
@KourabPatra
@KourabPatra 14 күн бұрын
ভাৰগৱ কত গ'ল
@mrinalhandique5217
@mrinalhandique5217 15 күн бұрын
Where is kurmi
@iloveyouzindagi4864
@iloveyouzindagi4864 15 күн бұрын
অসম আৰক্ষীয়ে অসমীয়া সাধাৰণ মানুহক সে মাৰিব পাৰে। লাজ নাপাই ।
@PSPuma-oy9mz
@PSPuma-oy9mz 15 күн бұрын
Moja smart police
@DhrubajyotiHazarika-l2j
@DhrubajyotiHazarika-l2j 15 күн бұрын
Akhomothe hero assam police etia dekhuwak herogiri khub bhal hoise
@bablunath9747
@bablunath9747 15 күн бұрын
সিহঁতে তাত কিয় যাব লাগে হেলমেট নিপিন্ধা মানুহ বোৰ ধৰিলে হল 😂😂😂😂
@jamboassam1506
@jamboassam1506 15 күн бұрын
Ki hol atea Assam police. Nijor asomiyar majot dadagiri, gundagiri bahere aku nai Assam policer
@akashigonga7641
@akashigonga7641 15 күн бұрын
Gari driver bilakoku bohut kosto diye ketiyaba Jodi gari Rakhi thoi ketiyaba ako poisa loi . Emanke koi gari Malik aru driver bilake akuke gat nalage atiya kenekua. Kiba ga loribo ne??
@MonJyoti-zt1xf
@MonJyoti-zt1xf 14 күн бұрын
অসম আৰক্ষী পইচা অবিহনে একো কাম কৰি দিব নোৱাৰে।
@medinitalukdar4873
@medinitalukdar4873 15 күн бұрын
😂😂😂😂😂 কৃষ্ণ কৃষ্ণ ৰাম ৰাম 😂😂😂😂
@RockyBhai-yp1in
@RockyBhai-yp1in 19 сағат бұрын
মজা😂😂😂😂
@dhunsaikia8667
@dhunsaikia8667 15 күн бұрын
অসম আৰক্ষী মাইকী হয় নিজৰ মানুহৰ ওপৰত ৰজা
@NipanBoruah
@NipanBoruah 15 күн бұрын
চুলাই বেপাৰীৰ পৰা টকা খাব পাৰে নগাৰ পকৰৰ নোম ডালো হিলাব নোৱাৰে অসম পুলিচে।
@HappyGardeningTools-vf4bm
@HappyGardeningTools-vf4bm 14 күн бұрын
দাদা গিৰি চব জেগাত নচলে
@bimalbhatt2266
@bimalbhatt2266 15 күн бұрын
Nagaland police ৰ permission লৈছিল নে?
@MkBoruha
@MkBoruha 7 күн бұрын
where you go News 18 Assam police Assam police nirikshak kamjori Hai Uska kamjori hai ❤
@Dasrahull
@Dasrahull 15 күн бұрын
Power of Smart 👮police😂
@dewriparimal
@dewriparimal 15 күн бұрын
Assam mor police nijor manuh khinik marpit korib pare balegok aku korib nuwar
@NitulChetia-ev1om
@NitulChetia-ev1om 15 күн бұрын
Umm সঁচা কথা কবলৈ হলে আমাৰ অসম আৰক্ষী কোনো কাম নাই,আক অকল অসমত হে দম বেছি
@Rabhax
@Rabhax 14 күн бұрын
😂😂😂😂😂😮😮😮😮😅😅😅😆😆😆😆😆😆😆 nice
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН
It’s all not real
00:15
V.A. show / Магика
Рет қаралды 20 МЛН