নলবাৰী জিলাৰ বহু গ্ৰাহকৰ একাউণ্টত হঠাৎ সোমাল হাজাৰ হাজাৰ টকা...

  Рет қаралды 9,712

Pratidin Time

Pratidin Time

Күн бұрын

নলবাৰীৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত গ্ৰাহকৰ লানি-নিছিগা সোঁত। একাউণ্টত কিমান টকা সোমাইছে পৰীক্ষা কৰিবৰ বাবে বেংকত হেতা-ওপৰা। নলবাৰী জিলাৰ বহু গ্ৰাহকৰ একাউণ্টত হঠাৎ সোমাল হাজাৰ হাজাৰ টকা। ১৫-৪০ হাজাৰ টকা পৰ্যন্ত একাউণ্টত পাই উৎফুল্লিত গ্ৰাহক।
#PratidinTime #assam #nalbari

Пікірлер: 8
@jitendrarabha4660
@jitendrarabha4660 Ай бұрын
বেংকৰ সঞ্জয় হিচাপ বহীত টকা সোমোৱাসকলে আগৰ দৰে শ্ৰম বা দিন হাজিৰা কৰিব লাগিবনে নাই?চৰকাৰৰ টকা পোৱাৰ পিছত মোৰ এলাহ,ভাগৰ বেছিকৈ লগা হ’ল৷বেংকৰ টকা শেষ হ’লেহে হাজিৰা কাম বিচাৰি যাওঁ৷
@GoneshPatowary
@GoneshPatowary Ай бұрын
ফকতিয়া মাল যিমান সুমাই সিমান ভাল
@diparjundas276
@diparjundas276 Ай бұрын
Kisuman a diya tax Kisuman a free t pay.
@sanku189
@sanku189 Ай бұрын
Suiz bankor poisa. 15 lakhkoi humabo. Aitu arombhahe matu.
@kamalachutia5790
@kamalachutia5790 Ай бұрын
Amar b chari ali to dioyok Puja buli
@mrinalbaruah1869
@mrinalbaruah1869 Ай бұрын
Jorhat diok sun alop amarloi kun bankot humabo
@asadrahman.3486
@asadrahman.3486 Ай бұрын
Hokolu ke dib ne ki?
2 MAGIC SECRETS @denismagicshow @roman_magic
00:32
MasomkaMagic
Рет қаралды 33 МЛН
When mom gets home, but you're in rollerblades.
00:40
Daniel LaBelle
Рет қаралды 143 МЛН
Hoodie gets wicked makeover! 😲
00:47
Justin Flom
Рет қаралды 108 МЛН