নৱবৰ্ষত ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ মেটমৰা উপহাৰ, কোনে কোনে পাব এই উপহাৰ?

  Рет қаралды 147,170

News Live

News Live

Күн бұрын

Пікірлер
@অসমীয়াপৰিয়াল
@অসমীয়াপৰিয়াল Күн бұрын
ঠিকা ভিত্তিত থকা কৰ্মচাৰী আৰু হাজিৰা কৰা সকলৰ কি হব ? সেইসকলটো এটা এটা জীৱ ।
@newsongvideo2735
@newsongvideo2735 13 сағат бұрын
দিন হাজিৰা কৰা সকলক জিৱ বুলি নাভাবে।বহুত দুখ লাগে
@kangkanadeka6092
@kangkanadeka6092 Күн бұрын
ধনীকে ধনী কৰক দুখীয়াই শুকাই মৰক
@NibeditaDas-iw8mf
@NibeditaDas-iw8mf 14 сағат бұрын
Orunodoi ...free Saul ata...ghar pay kimn lge
@pksportsassam
@pksportsassam 9 сағат бұрын
Tke 2 jimn dile o nhoi xaru xura sakori kra blke aku pbo nlge khli sbte duble dibo he lge free saoul arunodoi ghr pai clgt free addmission aru tothpi nidiya a hoi
@kangkanadeka6092
@kangkanadeka6092 9 сағат бұрын
​@@pksportsassam জনে প্ৰতি 1 কিলো চাউল মাহটো জুৰেনে, অৰুনোদই পইছাৰ এটা চিলিন্ডাৰ আনিলে শেষ
@pksportsassam
@pksportsassam 9 сағат бұрын
@@kangkanadeka6092 tetia hole sbe sakori krne matha mrok
@NibeditaDas-iw8mf
@NibeditaDas-iw8mf 9 сағат бұрын
@@kangkanadeka6092 silindar tu jodi nijr income poisare anibo lgile hoi. Saru sura sakori kori Pete vate khbo pari mahtut beleg koi kharas ahile dhar lbo lga hoi. Asoni buli tu amr silindaror poisatu o nahe
@PutaChoudhury
@PutaChoudhury Күн бұрын
ছাৰ যিবিলাক অস্থায়ী কৰ্মচাৰী আছে তেখেত সকলৰ বাবেও অলপ পাৰিলে চিন্তা কৰক। তেখেত বোৰেও দিনটোৰ বহু মূল্য সময় চৰকাৰক দি আহিছে। ভালদৰে চাই যদি তেখেত সকলৰ দিনটোৰ ভাত মুঠিয়ো বৰ যন্ত্ৰনাদায়ক।
@aimbot_ff__
@aimbot_ff__ 14 сағат бұрын
ভাষণতেই অসম চলি আছে , এটা উদ্যেগ জীয়াই তুলিব নোৱাৰিলে অসমত ।
@TulikaBaishya-k6i
@TulikaBaishya-k6i Күн бұрын
হাজিৰা কৰা বোৰ মৰক ,ধনী সোকলৰ কথা ভাবি থাকিলে হল
@pksportsassam
@pksportsassam 9 сағат бұрын
Mm xaru xara sakori kora blk dhoni hoi kintu free saoul arunodoi ghr free addmission knbai pai ase
@newsongvideo2735
@newsongvideo2735 13 сағат бұрын
দিন হাজিৰা কৰা সকলেও, চাকৰি কৰা সকলৰ সমান দামত বস্তু কিনি আছে
@pksportsassam
@pksportsassam 9 сағат бұрын
Arunodoi free ghr free saoul free admission kne pai ase
@dhanjitnath4013
@dhanjitnath4013 10 сағат бұрын
চাকৰি নোহোৱা মানুহক মাৰি পেলাব বিচাৰিচে .যদি হিমমত আছে সামগ্রিৰ দাম কমাওক .মদৰ দোকান নোহোৱা কৰক.🙏🌹
@Jyotishman-v8y
@Jyotishman-v8y 9 сағат бұрын
ভাষনত অসম চৰকাৰ চলি আছে
@vlog-ex3mr
@vlog-ex3mr Күн бұрын
আপুনি যদি চৰকাৰী কৰ্মচাৰী ৰ প্ৰতি সঁচাকৈ সজাগ তেন্তে কৰ্মচাৰীৰ আজিৰ দিনৰ সকলোতকৈ ডাঙৰ দৰকাৰ আৰু demand Old Pension Scheme (OPS) প্ৰৱৰ্তন কৰক। এই কাম নোহোৱা scheme বোৰ খন্তেকীয়া আৰু কৰ্মৰাৰিক লাভবান নকৰে। আৰু দ্বিতীয়তে নেতা সকলৰ OPS কৰ্তন কৰি সাধাৰণ কৰ্মচাৰী সকলৰ দৰেই NPS আৰু UPS কৰাৰ সাহস কৰক।
@shivachamua1234
@shivachamua1234 17 сағат бұрын
অকল চৰকাৰী চাকৰি কৰা সকলেই খালেই হ'ল। আৰু দিয়ক। বাকী সকল খালে খোলি খোলি।বাকি বোৰক কনাহাহক পতান দিয়া দৰে।
@sanchitakakati9961
@sanchitakakati9961 13 сағат бұрын
Bohut bhal dada
@RubiSharma-d8j
@RubiSharma-d8j 17 сағат бұрын
কোটি কোটি টকা‌ৰ ধাৰ লৈ জনসাধাৰণৰ মূৰত মাৰিছে। আমাৰ মানুহবোৰে কেতিয়াও নোবোজে। কোনোবাই মন্ত্ৰীৰ হাতত ধৰিবলৈ যায় ধৰিবলৈ নেপালে ক'ব আক' হাত খন ধৰিবলেই নেপালো কোনোবায়ে আক' চুমাকেই খাই অফুৰন্ত সুখ অনুভৱ কৰিব।হেৰৌ সেইকেইজনীৰ মতা কেইটা জীয়াই আছ কেনেকৈ চিহ।
@TCF573
@TCF573 10 сағат бұрын
Akdom jegat dise dei .. Thank u ..
@gobindakalita3174
@gobindakalita3174 Күн бұрын
দিন-হাজিৰা কৰা মানুহে হাজিৰা কৰি থকা অৱস্থাত মৃত্যু হ'লে কি পাব?
@ritupanhandique1048
@ritupanhandique1048 18 сағат бұрын
একো নাপায়।
@sayeedmazumder2207
@sayeedmazumder2207 13 сағат бұрын
Bengena
@ritwickgogoi6118
@ritwickgogoi6118 21 сағат бұрын
Nice❤❤.Mama
@kulenchpathak
@kulenchpathak 2 сағат бұрын
কৰ্মচাৰীয়ে পাব আনহাতে ঠিকাভিত্বিৰ কৰ্মচাৰীয়ে ওঁঠ চেলেকী থাকিব ৷
@bishalsarma5306
@bishalsarma5306 Күн бұрын
Tax কম কৰক
@chakrabrahma5993
@chakrabrahma5993 17 сағат бұрын
First implement #OPS
@sandhyaranidevibaruah1579
@sandhyaranidevibaruah1579 7 сағат бұрын
So good news .
@rajibborborah682
@rajibborborah682 14 сағат бұрын
দুখীয়া বোৰক মাৰক ধনীক ধনী কৰাই গৈ থাকক.... হিমন্ত মামা ইনে মাথাত চুলি হৰা নাই.. দুখীয়া হওঁ খাই চুলি হৰিছে আৰু হৰিব...
@mrmajuli8736
@mrmajuli8736 Күн бұрын
মামা সকলো সুবিধা চৰকাৰি চাকৰিয়ালৰ বাবেহে । নিবনুৱা সকলক মুখ্যমন্ত্ৰীৰ আত্মনিৰভশীলৰ নামত মহান ঠগন দিলে । গতিকে আমি 2026ত কেতিয়াও মামাক ভোট নিদিওঁ । এই কথা খাটাং।
@Babu-w8s
@Babu-w8s Күн бұрын
Mi o
@nurjamalbora5297
@nurjamalbora5297 Күн бұрын
Mama good job.... Mama jindabad ❤❤❤❤
@MKROFFICEAL
@MKROFFICEAL 17 сағат бұрын
Kihornu good kamor kotha atau nokoy 😂
@bishalsarma5306
@bishalsarma5306 Күн бұрын
Tax kam কৰ আগতে
@HiteshkumarKumar-nz8ep
@HiteshkumarKumar-nz8ep Күн бұрын
মামা আপোনালৈ প্ৰশ্ন ১/ চৰকাৰী কৰ্মচাৰীৰ টকা দিব জানে কিন্তু আপুনি লকডাউনৰ সময়ত ল'ৰা ছোৱালী বোৰক ঘৰৰপৰা উলিয়াই একাউণ্ট খুলি আজিলৈকে টকা দিলেনে ? কোনোবাই পাইছে যদি নাজানো মোৰ ছোৱালী নাপালে। ২/ আপোনাৰ মতেই দুখীয়া আৰু বেচৰকাৰীৰ পৰিয়ালৰ খোৱাৰ বাবে মুখ নাথাকে নেকি ? অৰুনোদইৰ ১২০০/ টকা আৰু ৭০লাখ টকা/১কৌটি মানে কিমানখিনি পাৰ্থক্য আপুনি জানে নে ? গণিত জানে নে ?
@TaniyaM-gq5jd
@TaniyaM-gq5jd Күн бұрын
Fake news, Manu মৰাৰ পাছত পইচা পৰিয়ালে পাই কি লাভ, dely আগতে debo Lage
@Dipendrachetia
@Dipendrachetia 4 сағат бұрын
বে সৰকাৰী অথবা দৈনিক কৰ্মচাৰী সকলক কী দিব ?আলুআৰুআলো নহয়নে
@mithunmazumder3816
@mithunmazumder3816 10 сағат бұрын
আৰু কোনো বা ড্ৰাইভাৰ যদি ভুলবষত দুৰ্ঘটনা হয়, আৰু যদি এজন দিন হাজিৰা কৰা মানুহ যদি .....
@babybezbaruah8058
@babybezbaruah8058 6 сағат бұрын
মধ্যবিত্ত মানুহৰ কাৰণে কিবা আছে নে চাৰ? কাৰণ এইমানুহ খিনিকটো কোনো আচনিও ঢুকি নাপাই়়..
@astraassam3204
@astraassam3204 13 сағат бұрын
Respected sir, please regularise the employees of medical hospital management society.....
@kumarkaushik5873
@kumarkaushik5873 5 сағат бұрын
চৰকাৰী চাকৰি কৰাবিলকৰ দৰমহা বঢ়াই দিয়াক তাৰ পিছত বস্তুৰ দাম বঢ়াই দিয়ক ইটো আপোনাৰ কাম দুখীয়া মৰক দুখীয়াৰ ঘৰত আপুনি ৫ থাকি চাওক
@myoldgramophoneinworkingco2559
@myoldgramophoneinworkingco2559 9 сағат бұрын
ইয়াৰ আগত স্মাৰ্ট (বকাসূৰ) মিটাৰ সোনকালে বন্ধ কৰি দিয়ক ছাৰ ।। আমাৰ অৱস্থা বেয়া হৈ গৈছে।।
@never_backdown8611
@never_backdown8611 4 сағат бұрын
Insurance ৰ নামত মাছুল কিমান লব বেংক কৰ্তৃপক্ষই কৰ্মচাৰীৰ দৰমহা পৰা প্ৰতি মাহে।
@mallikaswargiary8928
@mallikaswargiary8928 6 сағат бұрын
আমাৰ চৰকাৰী চাকৰি নাই 😢 গতিকে আমাৰ কি হ'ব?
@mithunmazumder3816
@mithunmazumder3816 10 сағат бұрын
আৰু এনেকোয়া কিছুমান আচৰিত আছনিয়ে বহুত সৰু সৰু সন্তানৰ কোনোৱে মা হেৰুৱায় আৰু কোনোবাই দেওতা হেৰুৱায় । ভাল.....
@jdish-q3o
@jdish-q3o Күн бұрын
Ake pay scales mne ki kola ba?
@Onlygoo1567
@Onlygoo1567 7 сағат бұрын
Sir আমি আপোনালোকক ভোট নিদিওঁ নেকি যে আমাৰ নিচিনা contrectul employee বোৰৰ কথা নেভাবে যে। কিমান কৰিম আৰু 10/12 হেজাৰ টকাত কাম যি হে মূল্য বৃদ্ধি। ভাবিব আমাৰ নিচিনা contrectul employee বোৰৰ কথা।
@PaporiSaikiaDutta
@PaporiSaikiaDutta Күн бұрын
এৰা কালৰো কাল বিষম কাল হৰিণাই চেলেকিব বাঘৰ গাল । অঘৰী ৰতনীৰ কথা ভাবিবলৈ কাৰো আহৰি নাই । কাৰণ যাৰ খোৱা শুৱাৰ অভাবত শুকাই খীণাই আছে সেইবোৰ ভিকশুৰ কথা ভাবি সময় নষ্ট। কৰিলে ডিজিটেল ইন্দিয়াৰ উন্নয়ন স্থবিৰ হৈ পৰিব।
@mohannath2757
@mohannath2757 11 сағат бұрын
সেই কালটো হ'ল আকাল, চাব বাধ্য হৈ শিক্ষিত নিবনুৱাই বাঘ'ৰ গাল চেলেকিখাব!
@saniramkalita6460
@saniramkalita6460 8 сағат бұрын
দিন হাজিৰা কৰি কোনোমতে ঘৰখন চলাই আছিল কিনতু দুঘ‘টনা হল একোয়েই সহায় নাপালো
@RonusPegu-t9t
@RonusPegu-t9t 4 сағат бұрын
Ami ajira koru kiba ata doc
@PrasantaKukurachowa
@PrasantaKukurachowa 18 сағат бұрын
2023 চনৰে ধুমুহা বতাহৰ ক্ষতিপুৰণ আজিলৈকে পোৱা নাই
@UddipanAssam
@UddipanAssam Күн бұрын
ASTC contractual 771 jon employeek 2023 year uliai disil kindly hei family hokole hodai kandi ase please government ay punor join koriboloi anumotti deok.Please CM Mama kindly kipa korok.🙏🙏🙏🙏
@mridudeep1534
@mridudeep1534 11 сағат бұрын
Sir , যি সকল 3f ৰ অস্থায়ী কৰ্মচাৰী আছে, এবাৰ এই সকলৰ কথা ভাবক চাৰ এই সকলো খিনি interview plus viva pass kori আহিছে । একো নহলেও atleast 60 year's job tu koribo paribo buli eta order pass korok sir । Eitu আপোনালোকৰ দিনত যদি হয় তেতিয়া এইটো এটা BJP r ডাঙৰ golden history hisape monot rakhibo bohut hazar family uprakito hbo..
@bababorah9085
@bababorah9085 Күн бұрын
Good
@parag161
@parag161 Күн бұрын
ASRLM tu olop sabo mama
@lakshyadhardas3079
@lakshyadhardas3079 Күн бұрын
sir ami company t Kam karo amar babe kiba val khabar asene sarkari sarkari baykho nai
@কুমাৰমৃদুল
@কুমাৰমৃদুল 11 сағат бұрын
OPS lage news live সেইটো নিউজ কৰক
@probirsharma3703
@probirsharma3703 15 сағат бұрын
Good morning
@RajibKashyap-yk8zc
@RajibKashyap-yk8zc Күн бұрын
Sir Contractual word 2 apuni uthai diok ai word 2i bht manuh r jiban hek kri ase kunubai gadho goru r nisina k Kam kri ase aru kunubai regular buli xui xui Kam nkra k dormoha khai ase amr CM Eman Dynamic hoa r pisot o ai2 bikhoi kio dekha ni
@hiumangogoi4161
@hiumangogoi4161 Күн бұрын
Bamunor kotha ru..
@chandrakaladevi518
@chandrakaladevi518 19 сағат бұрын
🙏🙏
@jitenbora9397
@jitenbora9397 16 сағат бұрын
অবসৰ হোৱা সকলৰ চিন্তা কৰিব।
@IamTimung
@IamTimung Күн бұрын
মেচুৱেল ট্ৰেঞ্চফাৰৰ প'ৰ্টেল টো বহুত গাডলাইন দিছে, এইধৰনে কোনেও ট্ৰাঞ্চফাৰ নাপাই, কাম নাই প'ৰ্টেল টো 😊😊
@incredibleassam4854
@incredibleassam4854 Күн бұрын
Iman criteria Diya t koi portal nhole o val asil.. iman din akhaa kri kri mutual r manuh bisari tholu kintu ako nhol
@armyjunun9533
@armyjunun9533 21 сағат бұрын
Same cust kanakoi Pam ke system haitu
@iloveuall2737
@iloveuall2737 12 сағат бұрын
Bohud huki hom mama Jodi musual transfer tu pale
@UtpalTalukdar-z8x
@UtpalTalukdar-z8x Күн бұрын
Top for election
@anantadas1818
@anantadas1818 15 сағат бұрын
কৰ্মচাৰীক নহয় মৃতুৰ পিচত পৰিয়ালক
@dipudey6626
@dipudey6626 Күн бұрын
Salute cm sir
@pankajkalita5140
@pankajkalita5140 Күн бұрын
Loan loi loi kiman j achoni.Dhonir babehe aikhon sorkar
@Jaduram-o7p
@Jaduram-o7p 13 сағат бұрын
অপাদেশীশকৃত বিদ্যালয় পাদেশীকৰন কৰাত কোনো লোকে এমাহ চাকৰি কৰি অবস্ ৰ ললে ১০ লাখ টাকা দিম বুলি কৰা ঘোষনা কিমান কাৰকৰী হল? অসমৰ কোনোবা লোকে পালেনে?
@bedabikasbarkakoty5741
@bedabikasbarkakoty5741 12 сағат бұрын
A.S.T.C department tur baabe kiba aeta korok CM sir. It's in very bad condition.
@mainugogoi6208
@mainugogoi6208 Күн бұрын
Anganwadi buror ki hbo Mama jji
@bijoychangmai1472
@bijoychangmai1472 Күн бұрын
Apply koriou napalu
@sanchitakakati9961
@sanchitakakati9961 13 сағат бұрын
Karjokori hole aru bhal hobo
@bhargabpratimkashyap6260
@bhargabpratimkashyap6260 Күн бұрын
Leura SUDA CM
@BiplobhatiBaruah
@BiplobhatiBaruah Күн бұрын
মৰিলে লাভ নমৰিলে শেষ।
@priyangkakalita3818
@priyangkakalita3818 Күн бұрын
Sir employee jon r sakori asil kintu 2023 t dhukal .Teur family benefit pab ne napai .
@BibanDeka
@BibanDeka Күн бұрын
Sarvice kora bilakor he bhal aru an manuh boror ki hobo baru🙂
@sijuroy7502
@sijuroy7502 16 сағат бұрын
মামা সবাইকে তো দিচ্ছ যারা চাকরি করছে তারা কেউ অপার দিচ্ছ যারা যে বাইরে আছে ওদের জন্য কি অফার
@bhagabandeka6071
@bhagabandeka6071 16 сағат бұрын
ছাৰ home guard য়ে পাব নে নাই।
@rmboroofficial9042
@rmboroofficial9042 17 сағат бұрын
😊😊😊😊😊😊
@moinuddinchisty7456
@moinuddinchisty7456 Күн бұрын
Kiman lakhs nu kormocari?
@reemagogoi4583
@reemagogoi4583 14 сағат бұрын
Nhm employee kotha ki vabisa, hebur kotha aku nokoi ja ,
@TCF573
@TCF573 10 сағат бұрын
Vote paboloi toka dibor babe toka gosot lagise pari anilei hol 😂😂😂
@dashil1111
@dashil1111 10 сағат бұрын
Prothom tu kistiye dibo pora nai aji loike December maah sekh hobor hol saiboror khobor nai aru aibor dibo😁😁😁
@SauravTalukdar-y6y
@SauravTalukdar-y6y 11 сағат бұрын
DA r arrear ketia dibo
@kanakkumarnath223
@kanakkumarnath223 14 сағат бұрын
VOTE KHALI GOVT EMPLOYEE R KHALI LOBI ,,,THINK ONLY GOVT EMPLOYEEEE
@Jaiaiasom
@Jaiaiasom 6 сағат бұрын
Ops tu debo lge
@champaknath3239
@champaknath3239 21 сағат бұрын
Ami sun ako napaw case tu ki
@NamitaDaimari-x1z
@NamitaDaimari-x1z 12 сағат бұрын
Kota matro koi kintu nide
@AnkurJyoti-g7i
@AnkurJyoti-g7i Күн бұрын
Director of Scert Assam ot bohut post khali vacant hoi asa kamor Pressure bohut bahise Elementary school Education Department of Secretariet and Personal Department of Secretariet etia loike Promotion bilak xunkale dibo para nai January pora thogai thogai misa kotha koi thake azi dim kali dim buli kintu dibo para nai azi December 27/12/2024 pale Retire hua manuh bohut asa Retirement age to borabo lage 65 koribo lage State government or December Vitorot 28 years manuh ejonok bohai rakhise Director of Scert Assam ot bohut Promotion bilak xunkale dia nasil Uda Pora Superitendent deutai bohut polom haise aru Registrar ketia ba ai Pabo lage Aru Administrative Officer tu Etia loike Dia Nai January pora thogai thogai misa kotha koi thake azi dim kali dim buli kintu dibo para nai azi December 27/12/2024 pale Retirement date dia asa -31/12/2024 aikarne Retirement age to borabo lage 65 koribo lage State government or
@AchutSaikia-y5c
@AchutSaikia-y5c Күн бұрын
Sorakri burea Pai thkibo privet job kora kaitai ki Dal kribo
@TCF573
@TCF573 10 сағат бұрын
Old. Pension r homan aku hobo nuware . Heitu nidi fusulai thoi... 😂😂😂
@MridulaKalita-c8y
@MridulaKalita-c8y Күн бұрын
Composition apartment r DLC hoi ase jdi apuni help nkaare 2026 t Sai lom
@swapankumarsarma6840
@swapankumarsarma6840 Күн бұрын
দেখিলেই কিবা কিবা নালাগেনে?
@jyotishgogoi-un3on
@jyotishgogoi-un3on 13 сағат бұрын
কাম নাই।
@SrobankrSagra
@SrobankrSagra 17 сағат бұрын
Tax kom koriboloi hahok nai neki
@MridulaKalita-c8y
@MridulaKalita-c8y Күн бұрын
Composition apartment bur di di hathart Kiya bandha kri dile apuni. Apuni bole dukhiyar cm apuni koi thake dekhun..
@jayantadas5842
@jayantadas5842 8 сағат бұрын
sorkari sakori kora manuh k dile privet t kora bilak ki karim mama.bastu r dam kamai diok.kom dormaha poa amar dore manuh r solibo bahut dig dar hoise.
@digantagogoi8088
@digantagogoi8088 Күн бұрын
News live manisu😂 kintu
@Bosa2z
@Bosa2z 8 сағат бұрын
Dhar kman lobo arw? Egla di mulyo bridhi koribo kam nai....premium kiman dibo lagibo?
@gitapaw7939
@gitapaw7939 23 сағат бұрын
2017r agor date hua sakoriyalburok compassion. Nidiyake namaribo sir.akangkhok compassion or full pension di aan akangkhok compassion nidi bhul korise sir
@RakeshPatir-u6d
@RakeshPatir-u6d Күн бұрын
Misa kota
@JituDas-ux1ks
@JituDas-ux1ks Күн бұрын
Joi guru cm sir mater roll worker a pabana,
@NabajitBoro-o8s
@NabajitBoro-o8s 16 сағат бұрын
🎉😢
@techvickkey5968
@techvickkey5968 3 сағат бұрын
Mora pst poisa pai ki lav
@pranitadas6533
@pranitadas6533 Күн бұрын
MaMa kintu 🙏
@BimalDas-om5yy
@BimalDas-om5yy 6 сағат бұрын
Agonwadi karmi selari borai dia o
@DimbeswarMahanta-hp8gb
@DimbeswarMahanta-hp8gb 9 сағат бұрын
Karmacarike kamuri thank kisuman karmahin pruse
@nilutpolduttaphotography4703
@nilutpolduttaphotography4703 Күн бұрын
Govement job kora dekh khn unti kora nai..ami bor vote dea nai ni .sarkari kormasari karona hobedha ni
@MinakshiDekakalita
@MinakshiDekakalita 12 сағат бұрын
Karmasari xaklk sb di thkk baki bork ako db nalage
@AnilRabha-x6r
@AnilRabha-x6r 13 сағат бұрын
একো নাপায়
УНО Реверс в Амонг Ас : игра на выбывание
0:19
Фани Хани
Рет қаралды 1,3 МЛН
Duhita- দুহিতা | 28th December 2024 II Episode 24
19:39
Kan Tlangveng Ruai Ṭheh || Rawpui Khua || 27 Dec 2024
23:01
King Kawng
Рет қаралды 1,8 М.