সকলৰে কাৰণে সোণে চিন্তা কৰি নিজৰ জীৱনৰ কথা চিন্তা নকৰিলে কিন্তু কোনেও বুজি নাপায়
@sorojinisaikia71518 күн бұрын
বহুত বহুত ভাললগা
@pulindeka672318 күн бұрын
আগ পিছ নাভাবি কিবা এটা সমস্যাক প্ৰথমতে সকলোৱেই সদায় এক নেতিবাচক হিচাপেই লয় যদিও পিছলৈ আদৰ্শবাদী পৰিয়ালৰ সন্তানে সদায় সমস্যাৰ গভীৰতালৈ সোমাই এটা শুদ্ধ সিদ্ধান্ত লবলৈ সক্ষম হয়। সঁচাই ধাৰাবাহিক খনে এক সুন্দৰ আদৰ্শ দেখুৱাবলৈ আগবাঢ়িছে।
Hole val paw😂.police2r logot hole besi val palu hoi
@BidyadharDewri-d4m17 күн бұрын
Morning 🌄🌄🌄🌅🌅🌅❤
@rashmideka544418 күн бұрын
Angsui khali prem kribo jane...kintu hun a driver kam kri ghrkhn solai ase. Hun k beake kbo laz pabo lage sobei.. nijor bhalpuak ari dse akmatro kakyekor krnei.. thothapiu hun k buji npai...