নৱনীতা গগৈ ভড়ালীৰ সফলতাৰ কাহিনী || UPARJAN || NAVANITA TIFFIN SERVICE ||

  Рет қаралды 215,327

UPARJAN

UPARJAN

Күн бұрын

Пікірлер: 358
@nilimadas9435
@nilimadas9435 2 ай бұрын
আপোনাক বহু ধন্যৱাদ জনালো বাইদেউ।
@quantomine6076
@quantomine6076 Жыл бұрын
আচৰিত! কুশলে থাকক আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো। সঁচা অৰ্থত আপুনি এগৰাকী প্ৰকৃত শিক্ষয়িত্ৰী। সঁচাই আপুনি আজিৰ অসমখনৰ এগৰাকী মহিয়সী নাৰী। 'উপাৰ্জন'কো অশেষ ধন্যবাদ ।
@Barokhamoran
@Barokhamoran Жыл бұрын
ছোৱালীৰ আচল সংগ্ৰাম হয় বিয়াৰ পিছতহে😥
@ajantabaruah7493
@ajantabaruah7493 Жыл бұрын
নবনীতা গগৈ সকলো নাৰীৰ বাবে অনুপ্রেৰণাৰ উৎস।। তেওঁৰ অদম্য সাহসিকতাৰ বাবে সদায় সমাজত উজ্জ্বলি থাকিব। ধন্য তেওঁৰ জীৱন
@rashmirekhaasaud.5940
@rashmirekhaasaud.5940 Жыл бұрын
নৱনীতা অ' তোমাৰ কথাবোৰ শুনি থাকিলে উপন্যাস এখন পঢ়ি থকাৰদৰে লাগে। তুমি নাৰীৰ আদৰ্শ। চেল্যুট তোমাক❤🙏💐👍
@navanitaskitchen416
@navanitaskitchen416 Жыл бұрын
ধন্যবাদ বাইদেউ
@kamruptourism4992
@kamruptourism4992 Жыл бұрын
@@navanitaskitchen416 ঔ আই একেই মৰমসনা মাতষাৰ সেইজনী , ইমান সাহসিয়াল কেনেকৈ তুমি নৱ ?? বাট বোটলাত অকণো ভাগৰি নপৰক যেন তোমাৰ প্ৰাণৰ দুৰ্দম্য হেঁপেহুৱা চৰাইটি !! এইদৰে পিছপৰা সকলো শ্ৰেণীভুক্ত নাৰীৰ বাবে সাহসৰ প্ৰতীকী হৈ গেৰেলুৱা জুইৰ নিচিনাকৈ বাট কাটি গৈ থাকা , পিচে মোক ধৰিব পাৰিছানে ভন্টী ?? ( অঙ্কন চলিহা , ডিব্ৰুগড় খোৱাং গাওঁ )
@arunmahanta7207
@arunmahanta7207 Жыл бұрын
@@kamruptourism4992 ৌৌ
@kamruptourism4992
@kamruptourism4992 Жыл бұрын
??
@dibyapawanbarman6839
@dibyapawanbarman6839 Жыл бұрын
Ooóoóíîi9óóíí9oóíiiííîí99ó999ó😊😊😊😊œ99999999999999999999999999999999999999999999😊
@taralibaruah1347
@taralibaruah1347 Жыл бұрын
সঁচাকৈ আপুনি এগৰাকী শক্তিশালী আৰু আদৰ্শ মহিলা আপোনাৰ আদৰ্শই বহু মহিলাকে স্বাবলম্বী কৰিব । সচাকৈ দুখ কষ্ট আৰু সংঘাতে মানুহক নতুন জীৱন দান দিয়ে বহুত বহুত ধন্যবাদ
@malokhikhanikar
@malokhikhanikar 5 ай бұрын
মহান বাইদেউ
@Miduldutta
@Miduldutta Жыл бұрын
সত্যৰ সদায় জয় কৰ্ম শুদ্ধ হ'লে জীৱনৰ বাট সদায় সুন্দৰ ভাৱে মুকলি হৈ যায় , মজা 💘💘💘 নিজৰ আত্মবিশ্বাস বোলা শক্তি টোৰে জীৱনৰ ভক্তি হয় ,
@himadriboruah4849
@himadriboruah4849 Жыл бұрын
সোণ মাটিত পৰিলে উজ্জ্বলতা বাঢ়ে! আপোনাৰ সু-স্বাস্থ্য আৰু পৰিয়ালটিৰ মংগল কামনা কৰিলোঁ 🙏🙏🙏
@charunath4295
@charunath4295 3 ай бұрын
বহুত বহুত ধন্যবাদ নবনীতা আদশ‘ দি যোৱা সকলোকে ভাল লাগিল ৷
@prasantaborah5229
@prasantaborah5229 Жыл бұрын
বাইদেউ আপোনাৰ কথাবোৰ বহুত ভাল লাগিল। আপুনি কথোৰ স্ংগ্ৰাম কৰিলে। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।
@kashmiriscreation6929
@kashmiriscreation6929 Жыл бұрын
আপুনি এক আদৰ্শ নাৰী।ভাবিছিলো এদিন আপোনাক এনেদৰে দেখিম বুলি আজি দেখি সঁচাকৈ খুৱেই ভাল লাগিল।উপাৰ্জনক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিলো।
@nashbaskerville2824
@nashbaskerville2824 5 ай бұрын
Kudos to you you are amazing woman. Your story is similar to mine so I can relate and appreciate. God bless you and take you higher and higher loads of love from Australia ❤️❤️
@Rimi....7237
@Rimi....7237 Жыл бұрын
বহুত বহুত ধন্যবাদ বাইদেউ। বহুত কষ্ট কৰি আগবাঢ়ী আহিল আপোনী আৰু আগলৈ আগুৱাই যাৱক ভগৱানে আৰ্শীবাদ কৰক বহুত সাহস পালো আপোনাৰ সঙ্গাম বোৰ শূনী
@prodipgogoi7520
@prodipgogoi7520 Жыл бұрын
Thanks to nobanita gogoi মহান আদৰ্শ নাৰী আপুনি মানৱ সেৱাই ভগৱানক সেৱা কৰা হয়। মুলাগাভৰু জয়মতীৰ দৰে জগতত জিলিকি থাকক আপুনি। thanks to you
@kamruptourism4992
@kamruptourism4992 Жыл бұрын
মুখৰ কথাষাৰ কাঢ়ি নিলে আপোনাৰ বক্তব্য‌ই
@priyangshugogoi6299
@priyangshugogoi6299 Жыл бұрын
বহুত বহুত ধন্যবাদ বাইদেউ 🙏🙏 আপোনাৰ কথাই মোক বহুত সাহস দিলে । মোৰ লগতো এনেকুৱাই কিছুমান ঘটনা ঘটি আছে ।
@rijuborah7044
@rijuborah7044 Жыл бұрын
আৰু আগুৱাই যাওঁক । সকলোৰে আপোনাৰ অনুপ্ৰেৰণা হওঁক 🙏🙏🙏
@anamikaboravines9389
@anamikaboravines9389 Жыл бұрын
শুভ কামনা জনোৱাৰ ভাষা বিচাৰি পোৱা নাই... 🙏❤🙏 আপুনি এগৰাকী মহিয়সী নাৰী!নাৰীৰ বাবে প্ৰেৰনা হৈ ৰব.....
@DebarunDutta-r5l
@DebarunDutta-r5l 5 ай бұрын
বহুত দুখ লাগিছে আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গৈছে আপোনাক বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ ভিদিৱ চাই বহুতো মহিলা সাহসি হ'ব
@junmoniborah6402
@junmoniborah6402 Жыл бұрын
নবনীতা বাইদেউ আপোনাক প্ৰনাম ।বহুতো ধন্যবাদ ।
@anjubezbaruah9999
@anjubezbaruah9999 Жыл бұрын
বাইদেউ, আপুনি সুস্থ হৈ কথাবোৰ কৈছেনে ? আপুনি মানুহ নে দৈৱিক শক্তিযুক্ত কোনোবা দেবদেবী বুজি পোৱা নাই ।বীৰুবালা ৰাভাৰ দৰে বহুতৰ কথা শুনিছো ,কিন্তু আপোনাৰ জীৱন যাত্ৰা শুনিবলৈও সাহস লাগিব ।শত শত প্ৰণাম বাইদেউ ।আধুনিক যুগৰ দূৰ্গা আপুনি ।
@navanitaskitchen416
@navanitaskitchen416 Жыл бұрын
ঈশ্বৰ ঐঐ
@amritkotoky9383
@amritkotoky9383 Жыл бұрын
বহুত ভাল লাগিল । ধন্যবাদ মোৰো বহুত মন আছে। কৰিবলৈ সাহস গোতাব পৰা নই।
@jurimonisenapoti6015
@jurimonisenapoti6015 Жыл бұрын
আৰু আগুৱাই যাওক🙏😍 আপোনি বহুত ভাল কাম কৰিছে বাইদেউ 💗মনত বহুত সাহস পালো ❤
@mridumonisworld5740
@mridumonisworld5740 Жыл бұрын
বাইদেউ ক শিক্ষকদিৱসৰ দিনা যোৱাবছৰ লগপাইছিলো। খুব ভাললাগিল বাইদেউৰ কথাবতৰা। আপুনি আগুৱাই যাওক।
@papuborah2008
@papuborah2008 Жыл бұрын
বাইদেউ আপুনি মহান। ভগৱানে আপোনাক ভালে ৰাখক তাকেই কামনা কৰিলো।
@prabhatsingha1420
@prabhatsingha1420 Жыл бұрын
Goddess of kind-hearted, patience, power etc.etc . nothing to be explained. Millions of salute 🙏🙏🙏
@nijorapatangia7797
@nijorapatangia7797 5 ай бұрын
আপোনাক প্ৰণাম 🙏
@hriday4657
@hriday4657 9 ай бұрын
Salute baideu আপোনাৰ কৰ্মজীৱন অমাৰ প্ৰেৰণা
@Charsita_parasar9780
@Charsita_parasar9780 Жыл бұрын
আপুনি কেনেকৈ সময় মিলাই কাম বিলাক কৰি গৈছিল বাইদেউ।আপোনাক মই অসমৰ বজালীৰপৰা সেৱা জনাইছোঁ।শহুৰৰ ঘৰত ঘৰুৱা হিংসাৰ বলি মইও হৈছোঁ বাইদেউ মইও আপোনাৰ দৰে সাহসী আছিলোঁ কিন্তু মই বন্দী হৈছিলোঁ মায়াৰ বান্ধোনত । মই ৩বছৰৰ পাৰ্থক্যৰ দুটা ল'ৰা ৰ মাক হোৱাৰ লগতে এগৰাকী অঙ্গনবাদীৰ কৰ্মী হোৱা বাবে এই কষ্টৰ পৰা মুক্তি নাপালোঁ।
@ramenborah3207
@ramenborah3207 Жыл бұрын
নৱনীতা তোমাক ভগৱানে আৰু চকু মেলি চাওক, তুমি নাৰীৰ আদৰ্শ আৰু উৎসাহ হোৱা।
@triptiranibaishy3004
@triptiranibaishy3004 Жыл бұрын
আদৰ্শ নাৰী 👌🙏🏻🙏🏻
@nikuphukan4160
@nikuphukan4160 Жыл бұрын
মই লগ পাইছোঁ বাইদেউক দুপৰীয়া আহাৰ দিবলৈ আহিছিল তেওঁ ,বৰ ভাল লাগিল লগ পায়।সচাকৈ তেওঁ অতি সাহসী লগতে কৰ্মী মহিলা।ভালে থাকক সদায়।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Many many congratulations Nabanita Baa.Go ahead way to your journey........ Always be positive and happiness.
@moniramdas4569
@moniramdas4569 Жыл бұрын
Respected nabanita Gogoi bharali is an Assamese inspirational Ladi for new generation I always respect of her hard working for coming generation
@manuborah4135
@manuborah4135 Жыл бұрын
ভগৱানে আপোনাক সদায় শক্তি দিয়ক
@nijorapatangia7797
@nijorapatangia7797 5 ай бұрын
বহুত ভাল লাগিল সাক্ষাৎকাৰটো চায় ।
@TiluDas-w6s
@TiluDas-w6s 8 ай бұрын
Your realy doughter fo god.god be with you.live long sister.
@arindomkakoti8675
@arindomkakoti8675 Жыл бұрын
Salute to this woman literally 👍
@kunuborah988
@kunuborah988 Жыл бұрын
manisu baideu, salute jonnaisu apunak, narir swaviman apunar dore nariyehe rakhibo pare sochake apunar jibon kahini shuni kbole aku bhasa nai aru, eman strong lgote sklu nij hate kosto kri emankhini kam kri nijr uparjonre nje porial soai ase husband lgt thakuteu ,🙏🙌
@bhaskarsonowal8257
@bhaskarsonowal8257 7 ай бұрын
Salute bow , aaru akhirbad diyok vogoban e, ❤
@gayatrigogoi2335
@gayatrigogoi2335 Жыл бұрын
Great Lady Baidew
@priyangigogoi788
@priyangigogoi788 Жыл бұрын
Bor Bhal lagil Baidew apunar hahokhikotai mon sui gol .
@binapanichetia582
@binapanichetia582 Жыл бұрын
ধন্যবাদ জনাইছো
@puspadhardeka5665
@puspadhardeka5665 Жыл бұрын
Excellent. Baidew thanks.
@prarthanadutta5263
@prarthanadutta5263 Жыл бұрын
Eman dangor judho akhon par kora , bipodot nijok somvali hahokhere agbarhi jiwan jia baidew k dhonyabad diar vakha nai. Nari jatir hahok aponi baidew. Hodai adarkho hoi rouk baidew. Salute aponak🙏
@tulikamajuli755
@tulikamajuli755 Жыл бұрын
Khub val lagil apunar kotha bur huni..... "Jetiya hakalo duwar bondha hoi jai tetiyao hoi2 korabat ekhan duwar khul khai jai" .....apuni bhutre perana haok..
@rupamborah7002
@rupamborah7002 Жыл бұрын
আৰু আগুৱাই যাওক তাকে কামনা কৰিলোঁ
@jintuhazarika240
@jintuhazarika240 Жыл бұрын
এখন উপন্যাস পঢ়ি থকাৰ দৰে লাগিল, হুুভেছা থাকিল
@nangrinkygogoi
@nangrinkygogoi Жыл бұрын
Bahut bahut bhal lagile ai interview tu.Aunty you are such an inspiration to everyone,Stay blessed 🙌 Aru Aguwai juok apuni.
@AbdulHannan-dc7ty
@AbdulHannan-dc7ty Жыл бұрын
ģþ
@purabichakravorti5041
@purabichakravorti5041 Жыл бұрын
Salute to u Madam. You are an example of epitome n courage. 👍
@dipalikakoty8793
@dipalikakoty8793 Жыл бұрын
বৰ ভাল লাগিল
@alfaz6212
@alfaz6212 9 ай бұрын
Thank you baideu you are best lady good blesst you,
@BhaskarjyotiNath-v4s
@BhaskarjyotiNath-v4s 8 ай бұрын
Great great.... salute baidew
@MonomatiSwargiary-dh7ii
@MonomatiSwargiary-dh7ii Жыл бұрын
বৰ সুন্দৰ বাইদেউ।হাৰ নামানিব সফলতা আপোনা-আপুনি আহিব।
@nayanikadevi2962
@nayanikadevi2962 Жыл бұрын
Salute you madam
@JSBMCreativeAngel
@JSBMCreativeAngel Жыл бұрын
ধন্যবাদ জনাইছো বাই দ 🙏❤️🌹
@ranengogoi244
@ranengogoi244 Жыл бұрын
Big Salute
@dipanjalichetia455
@dipanjalichetia455 Жыл бұрын
আপোনাক বহুত বহুত ধন্যবাদ
@debajitborah3327
@debajitborah3327 Жыл бұрын
God bless you.....
@mousumgowravbasumatary4257
@mousumgowravbasumatary4257 10 ай бұрын
Hats off ma’am…..really inspiring story.
@kakalidas7450
@kakalidas7450 Жыл бұрын
Salute jonaisu apunar shaktik
@anjumabegum4647
@anjumabegum4647 Жыл бұрын
Salute u continue God bless u
@juntiborah3548
@juntiborah3548 Жыл бұрын
আপোনাৰ আদৰ্শ ই সকলোকে অনুপ্ৰাণিত কৰিছে । আপুনি আগূৱাই যাওক।🙏🙏
@gitanjaligogoi8700
@gitanjaligogoi8700 Жыл бұрын
Many many congratulations Nabanita.tumak bahut dinar biratir pisat dekhi asarit halu.
@rnarzy
@rnarzy Жыл бұрын
Tank you Henika je jit Mohila Bohuth Bohuth dhoinabath mai
@minakshisaikia4982
@minakshisaikia4982 Жыл бұрын
Xoxa koi dei manisu ... Bhogobane kukhole rakhok xodai apunak mem.. ... 🙏🙏🙏🙏🙏🙏
@jayantadutta1024
@jayantadutta1024 Жыл бұрын
বৰ উৎসাহজনক সঁচা কাহিনী
@Ranjunath8074
@Ranjunath8074 Жыл бұрын
Apunak salute baideu.. apuni bahut saktisali.
@pranabbaruah1352
@pranabbaruah1352 Жыл бұрын
Very good discussion in sad god bless you
@decock6778
@decock6778 Жыл бұрын
খুব সুন্দৰ দেই ।চাই বহুত প্ৰেৰণা পালো
@anitadas706
@anitadas706 Жыл бұрын
ধন্যবাদ বহুত ভাল লাগিলে 🙏
@mitaligogoi1782
@mitaligogoi1782 Жыл бұрын
Apunk fbt paisilu. Bhal lagil ba. Bohut strong hoi apuni.
@jknandansarmah1775
@jknandansarmah1775 Жыл бұрын
Thank you mem good job long life you
@nitashreechetia
@nitashreechetia Жыл бұрын
মোৰ দেউতা হস্পিটেল ত থাকোঁতে এই বাইদেউ গৰাকীয়ে বহুত সহায় কৰিলে
@sumpigogoi3267
@sumpigogoi3267 Жыл бұрын
Khub val lagil ...proud of you...very inspiration lesson for every man and women...
@BinoybhaniRajbongshi-so7vl
@BinoybhaniRajbongshi-so7vl Жыл бұрын
কবলৈ ভাষা নাই বা মোৰ চিন্তা ধৰা আপোনাৰ লগত সম্পূৰ্ণ মিল আছে গতিকে আপুনি দিৰ্ঘজিবি হওঁক
@amaragarwala7474
@amaragarwala7474 Жыл бұрын
ভাল লাগিল
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
We're inspiring of your story.. we're proud of you. All the best wishes to you.
@proshantaroy3689
@proshantaroy3689 Жыл бұрын
বাইদেউ, আপুনি আদর্শ। ইয়াৰ পৰাই আপোনাক ভৰিত ধৰি প্ৰনাম কৰিলো।
@kalpanahazarika7631
@kalpanahazarika7631 Жыл бұрын
ভাল লাগিল ,।
@babulchpal9115
@babulchpal9115 Жыл бұрын
Salute to you madam.
@uddipnath753
@uddipnath753 Жыл бұрын
অশেষ শুভেচ্ছা বাইদেউ। আগুৱাই যাওক
@aftabahmed-cx5qp
@aftabahmed-cx5qp Жыл бұрын
Aapunak bohut bohut 🙏🙏🙏🙏
@Joba222
@Joba222 Жыл бұрын
Baideu apunak salute nidiyakoi nuwari 🙏🙏🙏
@pratikshabhakat247
@pratikshabhakat247 Жыл бұрын
সঁচাকে বাইদেউ আপুনি মহিলা সমাজৰ এগৰাকী নমস্য নাৰীমূৰ্তি । আপোনাৰ জীৱন কাহিনী বিলাক এখন সম্পূৰ্ন কিতাপ হওক ।
@chinmaykhakhlarymosolamusi2599
@chinmaykhakhlarymosolamusi2599 Жыл бұрын
Salute to you madam. God bless your family🙏
@krishnahazarika85
@krishnahazarika85 Жыл бұрын
Khub bhal ,salute
@jatinmalisutradhar7219
@jatinmalisutradhar7219 Жыл бұрын
বহুত উৎচ্চা বাৰিল , বাইদেউলৈ ধন্যবাদ।
@rekhamonigogoi490
@rekhamonigogoi490 Жыл бұрын
Aguai jua Navanita,huvakamona hodai ase
@dimpeephukankhanikor5970
@dimpeephukankhanikor5970 Жыл бұрын
Hosake bohut val lagil ba apunar kothabur 👍👍👍👍👍
@bishwajitdohutia4109
@bishwajitdohutia4109 Жыл бұрын
NINA BA GREAT ROBIN SIR E BOHUT HAPPY HOBO HEAVEN T MOI BHAITEE
@babudutta3508
@babudutta3508 Жыл бұрын
Baideo Apunar Bohut Kosto Hoi Bhogobane Bhale Rakhok
@gaurismritagogoi1713
@gaurismritagogoi1713 Жыл бұрын
Aunty apuni aru aguwai jaok... Bohut hardwork korise... Good luck...
@dipamonichutia3856
@dipamonichutia3856 Жыл бұрын
আপোনাৰ সাহসীকতাক প্রণাম।
@sopnalihazarika8957
@sopnalihazarika8957 Жыл бұрын
নৱনীতা আৰু আগোৱাই ৰোৱা।
@kakulibharali3875
@kakulibharali3875 Жыл бұрын
Great ❤🙏Grand salute to you ❤🙏🙏❤
@nituldas193
@nituldas193 Жыл бұрын
Bohut vl lgile baidow apunr kotha bur huni
@rashiskitchen6555
@rashiskitchen6555 Жыл бұрын
Bohut bhal lagil video tu
@smitabaishya8122
@smitabaishya8122 Жыл бұрын
Great Salute to you Ma'am ❤️🙏
@nabamallika23
@nabamallika23 Жыл бұрын
হয় বাইদেউ ৷ আপোনাৰ সাহসিকতাই মোক বৰ অনুপ্ৰাণিত কৰিলে ৷ মইও ভুক্তভোগী ৷
@rakentertainment2761
@rakentertainment2761 Жыл бұрын
Grand salute to you mam 🙏
@swapnasaikia1421
@swapnasaikia1421 Жыл бұрын
Apuni bhut besi hahokhi
The IMPOSSIBLE Puzzle..
00:55
Stokes Twins
Рет қаралды 182 МЛН
How Much Tape To Stop A Lamborghini?
00:15
MrBeast
Рет қаралды 233 МЛН
coco在求救? #小丑 #天使 #shorts
00:29
好人小丑
Рет қаралды 27 МЛН
Как Я Брата ОБМАНУЛ (смешное видео, прикол, юмор, поржать)
00:59
The IMPOSSIBLE Puzzle..
00:55
Stokes Twins
Рет қаралды 182 МЛН