সুনীতা দত্তৰ হোটেল ব্যৱসায় sunita kitchen

  Рет қаралды 479,603

UPARJAN

UPARJAN

Күн бұрын

Пікірлер: 527
@ranjanling5566
@ranjanling5566 2 жыл бұрын
গীতা বাণী + আপোনাৰ জীৱনৰ ৰণৰ প্ৰস্তুতি দেখি আন্তৰিক ধন্যবাদ ।
@rupamonigogoi8787
@rupamonigogoi8787 2 жыл бұрын
God bless you Baa🙏
@sunilgohain1378
@sunilgohain1378 2 жыл бұрын
Salute to you god bless you
@pkdutta7953
@pkdutta7953 2 жыл бұрын
খুউব সুন্দৰ হৈছে দূখ কৰিলেহে মুখ ভৰে মানুহ জীয়াই থাকিবলৈ হ'লে কষ্ট কৰিব লাগিব ।আৰু আগবাঢ়ি যাওক তাৰেই কামনা কৰিছো লক্ষিমপুৰলৈ গ'লে সোমাম বাৰু ।
@poojadas7932
@poojadas7932 2 жыл бұрын
অসন্তুষ্টি সংখাৰ থকাতকৈ বা অকলে থকাই ভাল ভগৱানৰ ওপৰত ভৰসা ৰাসক এদিন ভাল হব আৰু কনমানি জনীলৈ শুভেচ্ছা থাকিল 🙏🏾🙏🏾🙏🏾
@monujmanoshborah9388
@monujmanoshborah9388 2 жыл бұрын
সচাঁ কৈছে ।
@ranjit7070
@ranjit7070 6 ай бұрын
5:08 ko mo​@@monujmanoshborah9388
@hemolatavlogs
@hemolatavlogs 2 жыл бұрын
সঁচাকৈ আচৰিত মানুহৰ জীৱনটো কোন কেতিয়া কি হয় ধৰিব নোৱাৰি.... বেয়া সময় আহিলে মানুহ সদায় সত্যত থাকিব লাগে এদিন ভাল দিন আহে তাৰে উদাহৰণ স্বৰূপ বাইদেউ, আগলৈও যেন ভাল হৈ গৈ থাকে ❤️
@sabitaboruah1309
@sabitaboruah1309 2 жыл бұрын
Bast,s,ba
@bulumonidutta6206
@bulumonidutta6206 2 жыл бұрын
@@sabitaboruah1309 ok look
@mainulhoque3487
@mainulhoque3487 Жыл бұрын
CT 7:41 ​@@bulumonidutta6206
@dipikamahapatra215
@dipikamahapatra215 2 жыл бұрын
আগবাঢ়ি ‌ যোৱা,ভাল‌ লাগিল‌ কথা‌ শুনি‌, ধন্যবাদ।
@kalpanakalita2749
@kalpanakalita2749 2 жыл бұрын
আপোনাৰ সংগ্ৰামী জীৱনৰ কাহিনীয়ে মোৰ হৃদয় চুই গৈছে। আপোনাৰ দৰেই ময়ো অকলশৰীয়া।এটা ভাড়াঘৰত অকলেই থাকো। বহুত দেৰিকৈ বিয়াত বহিলো যদিও মানুহজনৰ লগত অকণো মন নিমিলে। সেয়ে গোটেই জীৱন অভিনয় কৰি থকোটো সহ্য কৰিব নোৱাৰা কষ্টৰ সন্মুখীন হ'ব লগীয়া হ'ব পাৰে বুলিয়েই এই সিদ্ধান্ত ললো। সেয়ে আপোনাৰ কথাত ম‌ই একমত। অকলেই যুজক জীৱনৰ সতে।নাই কোনো প্ৰতিদ্বন্দ্বী।ঘাত-প্ৰতিঘাতেই আমাৰ প্ৰতিদ্বন্দ্বী। যিয়েই আমাক যুঁজিবলৈ শক্তি দিয়ে। আপোনাৰ সংগ্ৰামী জীৱনলৈ সফলতা কঢ়িয়াই আনক। তাৰেই অলেখ শুভ কামনা কৰিলোঁ।
@tulikamajuli755
@tulikamajuli755 2 жыл бұрын
এই অনুষ্ঠানটো আৰু অলপ দীঘলীয়া হব লাগে, এক ঘণ্টা মানৰ হব লাগে। এনেকুৱা কাহিনী বোৰ ভাল লাগে। এই অনুষ্ঠানটো বহুতৰে বাবে অনুপ্ৰেৰণা।
@jintudeka5665
@jintudeka5665 2 жыл бұрын
Kosai o....
@shubankarnath4406
@shubankarnath4406 2 жыл бұрын
Mem, your thinking is very good
@gunakantabaruah1988
@gunakantabaruah1988 2 жыл бұрын
তোমাক অশেষ ধন্যবাদ জনালোঁ। সাহসেৰে যুঁজ দিয়া। জীৱন মানেই সংগ্ৰাম।
@richagoswami6019
@richagoswami6019 2 жыл бұрын
❤️❤️❤️
@rimaboruah4296
@rimaboruah4296 2 жыл бұрын
ভাল লাগিল তোমাৰ কথাবিলাক । মূৰে কপালে হাত দি বহি নাথাকি আত্মনিৰ্ভশীল হৈ আত্মসন্মানেৰে জীয়াই থকাটো আটাইতকৈ ডাঙৰ কথা ।আৰ্শীবাদ কৰিছোঁ ।
@induphukan5198
@induphukan5198 2 жыл бұрын
আপুনি এগৰাকী সাহসী মহিলা। জীৱন বাটত আৰু আগবাঢ়ি যাওক
@sunitadutta1445
@sunitadutta1445 2 жыл бұрын
বহুত ধন্যবাদ জ্ঞাপন কৰিলো।
@M17-f5l
@M17-f5l 11 ай бұрын
বহোত বহোত শোভকামনা জনালোঁ তোমাক৷ আগবাঢ়ি যোৱা আৰু ছোৱালীজনী আৰু আগোৱাই যাওঁক তাৰে কামনাৰে৷
@LakshmanKrRay
@LakshmanKrRay 2 жыл бұрын
আপোনাৰ কথা খিনি খুব মনো যোগেৰে শুনিলো ভাল লাগিল ॥ আপুনি হোটেল খন ভালকৈ চলাই লৈ যাওক আৰু লগতে ছোৱালী জনীকো টাই কোৱান ডোত আগুৱাই লৈ যাওক ॥ জীবনত বহুত তিতা মিঠা পোৱা যায় সেইবোৰ হজম কৰিব পাৰিব লাগিব তেতিয়াহে জীবনত মানুহে Success হব পাৰে ॥ ভগবানে আপোনাৰ মনো কামনা পুৰণ কৰক সেয়াই আমাৰ আশা ॥
@pallabisaikia7034
@pallabisaikia7034 2 жыл бұрын
Salute to you. You are a true inspiration
@hiranyarajkhowa4119
@hiranyarajkhowa4119 2 жыл бұрын
Many many congratulations to Mrs.Sunita dutta.Go ahead.Be positive.Always be positive
@minatibaruah2693
@minatibaruah2693 2 жыл бұрын
মইও আপোনাৰ দৰেই একে মনৰ মানুহ আপোনাৰ মনৰ কথা জানিব পাৰি বৰ ভাল লাগিল। (জাগুনৰ পৰা বহুত মৰম জাচিলো।)
@girishdeka3965
@girishdeka3965 2 жыл бұрын
ধন্যবাদ বাইদেউ আগবাঢ়ি যাওক, ঈশ্বৰে সহায় কৰিব ।
@himadriboruah4849
@himadriboruah4849 2 жыл бұрын
ভাল লাগিল, আপুনি আৰু আগবাঢ়ি যাওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ 👌👌👌
@KishorranjanKalita
@KishorranjanKalita 5 ай бұрын
বা ভাল লাগিছে। তোমাৰ হোটেলখন বা তোমি সদাই এনেকৈয়ে আগুৱাইজোৱা।❤❤❤❤
@ranjitahazarika2383
@ranjitahazarika2383 2 жыл бұрын
ভাল লাগিল নিজকে আগোৱাই নিয়া বাবে ঈশ্বৰে আৰু আগোৱাই নিয়ক তাৰ কামনাৰে
@nibeditahazarika4888
@nibeditahazarika4888 2 жыл бұрын
God bless you
@thaneshwaribrahma5128
@thaneshwaribrahma5128 2 жыл бұрын
Tumi kor hoi ma jonai diba neki
@dharitri1857
@dharitri1857 2 жыл бұрын
Duniah.baido.
@mamonitaid4447
@mamonitaid4447 2 жыл бұрын
বাইদেউ বহুত ভাল সিদ্ধান্ত।মহিলা হলে যে জীয়াই থকা কেই দিন জীয়াই জীয়াই মাৰিব লাগে কি কথা।আমাৰো সপোন আছে আমাৰো নিজৰ মা দেউতা আছে।Very Good.
@pinkuboruah2245
@pinkuboruah2245 Жыл бұрын
100% right kotha koise, mur nisina nijk loi juj kore,moi assamr bahiyr pora video to sai bohut val lagil,suti gole ketiyaba adin jam dei apunar hoteloi, god bless you,
@deepkalita3487
@deepkalita3487 2 жыл бұрын
আপোনাৰ জীৱন যুদ্ধৰ জীয়া কাহিনী শুনি বহুত ভাল লাগিল৷আপোনাৰ এই কথাখিনিয়ে বহুতৰ বাবে আদৰ্শ হৈ পৰক৷ শুভকামনা জনালোঁ৷৷আগুৱাই যাওঁক৷
@gobindas2019
@gobindas2019 2 жыл бұрын
I congratulate you Sunita.Hardwork gives a good life.
@promodsaikia8006
@promodsaikia8006 2 жыл бұрын
Sunita baideu, apunak lilabari t sakori kori thakute log paisilu hodai.... Aji dekhi bohut val lagil... 👍👍👍
@mdas1213
@mdas1213 2 жыл бұрын
বহুত বহুতেই সুন্দৰ নিদৰ্শন বাইদেউ ।
@DipakRoy-dt1wg
@DipakRoy-dt1wg 2 жыл бұрын
Khub val lagil,aponar katha shuni.aguai jaok.lshware nichchay aponar mangal kariba.From Bilasipara...
@geetakalita9741
@geetakalita9741 2 жыл бұрын
Well done sunita. 👏..tumar kotha khini xuni bhal lagise dei..xodai chidha rasta t jaba because ajikali r manuh bilak tu nischoy sini paisa..God bless always u 😊♥❤..
@mamonichetry8185
@mamonichetry8185 2 жыл бұрын
শুভেচ্ছা জনালোঁ বাইদেউ আপুনি মনে বিচৰা ধৰনে সুখী হওক 🥰🥰🥰🥰
@Prarthana808
@Prarthana808 2 жыл бұрын
Emanei positive manuh gorakik. Khub val lagil..bohut agbarhi jaok apuni
@ranjanling5566
@ranjanling5566 2 жыл бұрын
আপোনাৰ সতে যি দৰে ব্যৱহাৰ হয় আমিও তেনেদৰে অভিজ্ঞতা পাইছো ।
@binodkumardas4513
@binodkumardas4513 2 жыл бұрын
বহুত ভাল লাগিল সচাকে। তুমি আৰু আগুৱাই যোৱা।ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থণা।
@t.g9619
@t.g9619 2 жыл бұрын
So beautiful aji apunar hahkhikota hochakoy manichu aru agbahi jaok all the best👍💯👍💯👍💯
@himangshuardard9220
@himangshuardard9220 2 жыл бұрын
Really motivated hoisu alp hleuu Baideu jnir hahitu bhut val lagi aru kotha khiniu bhut val lagil huni Imn Dunia 👌 koikoise
@kaverigogoi7726
@kaverigogoi7726 2 жыл бұрын
Uttam kaam korile je suwali joni xoru tei apuni gust ahil.....tene paxondor logot thoka tu eta ghur onnyay...God bless you all💖🌷🌷👍👍
@mridulgohain5633
@mridulgohain5633 2 жыл бұрын
বহুত ভাল লাগিল কথাখিনি শুনি.আগুরাই যাওঁক
@nijarabaruah2277
@nijarabaruah2277 2 жыл бұрын
আপোনাৰ কথা বোৰ বৰ ভাল লাগিছে ভগৱানে সহায় কৰিব আগুৱাই যাওঁক
@akashdeepborkotoky8534
@akashdeepborkotoky8534 2 жыл бұрын
আপুনি আৰু আগুৱাই যাওঁক 🙏 আপোনাৰ মুখত হাঁহি থাকক সদায় 🙏
@barnalidutta8210
@barnalidutta8210 2 жыл бұрын
বৰ ভাল লাগিল সুনিতার কথা। ভগবানে তেখেতক ভালে ৰাখিব।
@mikiahmed1381
@mikiahmed1381 2 жыл бұрын
I'm prayed for God 🙏🙏🙏 ur bright future baa. Fully respected baa for ur thinking 🙏
@muhibarali8537
@muhibarali8537 2 жыл бұрын
বাইদেউ ম ই গুৱাহাটীৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কোৱা কথা বিলাক অতি সচা আগুৱাই ৰাওক অসুবিধা পালে ক'ব সহায় বাবে সদায় সাজু
@nirusaikia7631
@nirusaikia7631 2 жыл бұрын
দুগুণ সাহসেৰে আগুৱাই যোৱা । ভগৱানে সহায় কৰিব
@jaisridutta484
@jaisridutta484 2 жыл бұрын
Good mentality sister. May God help you. Always be strong n positive.
@junaleedeka1646
@junaleedeka1646 2 жыл бұрын
আপোনী কোৱা কথাখিনি ময়ো যেতিয়া গ্ৰাহকৰপৰা শুনো বহুত ভাল লাগে ৷ আগবাঢ়ি যাওক ৷
@pravawatipegu5451
@pravawatipegu5451 2 жыл бұрын
তোমাৰ hahoh দেখি বৰ ভাল লাগিছে, ছোৱালী হলেও যে নিজৰ ভৰিত থিয় দিব parisa বহুত গৌৰৱ কৰিছোঁ, আগবাঢ়ি যোৱা! ধন্যবাদ
@powerofeducation1779
@powerofeducation1779 2 жыл бұрын
Nirjaton ashibo nowari atori ahi apuni khub bhal korise, pisot nana kaam kori apuni agbari goi ase bahut bhal lagil...Apuni aguwai jaok , bhale thakok tare kamona karo...🙏🙏🙏...
@JakirHussain-ng2fo
@JakirHussain-ng2fo 2 жыл бұрын
Its a geat confidence building inspiration for every unemployed as well as a person in distress.
@priyankagogoi5159
@priyankagogoi5159 2 жыл бұрын
Bohut bhal lagil hosakoi baa jonr kotha bur,dukh lagil eman bhal mnuh agorakik haijon hsbnd e tenekuwa oityasar korile😢😢aguwaii juwaa baa tare kamona korilu❤❤👍👍👍
@lakhyatalukdar2557
@lakhyatalukdar2557 2 жыл бұрын
Bohut val lagil kotha khini huni.. Love from NAGAON
@babitasaikiadas6764
@babitasaikiadas6764 2 жыл бұрын
Khub hundor....aakha krisu aponi hodai ag bani jai jaaate....❤❤
@sunitadas11
@sunitadas11 2 жыл бұрын
খুব ভাল লাগিল কথাবোৰ শুনি
@alpanasarmagoswami8165
@alpanasarmagoswami8165 2 жыл бұрын
Mem whatever you have faced in your life that is very sad, but whatever you have achieved after facing so much trouble that is admirable n inspiring. Many other womens are there in our society that unable to challenge their lifes like you. Salute to you.
@monimabharali2521
@monimabharali2521 2 жыл бұрын
Apunar dore mur logotu ake hoise kintu ki korim vabi puwa nai
@anmoyanmoy4694
@anmoyanmoy4694 2 жыл бұрын
Thousands of salut send to you for your performance.👍
@medinitalukdar4873
@medinitalukdar4873 2 жыл бұрын
Axomia Mohila r xundar job .very good Good blease you sunita Dutta
@BhupenBoruah-e1m
@BhupenBoruah-e1m 6 ай бұрын
Very very thanks sunita dutta baideo
@monujmanoshborah9388
@monujmanoshborah9388 2 жыл бұрын
কোনোবাই মুখ ঘূৰাইছে বাদ দিয়ক না সিহঁতৰ কথাত মথা মাৰিব। । আপোনাৰ পৰা আমি উৎসাহিত হৈছো ।। আপুনি এজনী সুন্দৰ মনৰ সুন্দৰ মহিলা ।। লক্ষিমপুৰ গলে আপোনাৰ হোটেলত খাব গৈ আছো ।।🙏🙏🙏
@BORGOSS4473
@BORGOSS4473 2 жыл бұрын
VL lagil intevio tu kintu apunar kotha bur Amar homaje Jen Gyan luyatu osit
@masumhudabarbhuiya8214
@masumhudabarbhuiya8214 2 жыл бұрын
Real Heroni Salute Mem .
@pradipgogoi3182
@pradipgogoi3182 2 жыл бұрын
সুন্দৰ আপোনাৰ সাহস দেখি ভাল লাগিল। আগবাঢ়ি যাওক ঈশ্বৰে আশীৰ্বাদ কৰিব।
@mallikabora8311
@mallikabora8311 2 жыл бұрын
Jaan ba Tumi aru aguai juwa. Vogobanor usorot aiyai parthana korisu.🙏🏼🙏🏼🙏🏼🙏🏼
@jkmusicmosty1745
@jkmusicmosty1745 2 жыл бұрын
vl lagil sunita bar ktha bur bohut dhuniya
@anamikadas9985
@anamikadas9985 2 жыл бұрын
তোমাক অশেষ ধন্যবাদ জনাও জীৱনত ভাল হবা
@anjanabaruah9664
@anjanabaruah9664 2 жыл бұрын
এনেকুৱা লাগিছে মোৰ জীৱন কাহিনিৰ কথাখিনি এখেতৰ মূখত শুনিছো। মোকো বহুতে বেয়া ব্যৱহাৰ কৰিছে। কিন্তু বৰ্তমান বহুত ভালে আছো ।
@kangkandoley8460
@kangkandoley8460 2 жыл бұрын
Xsakoi 😭
@rajsingha182
@rajsingha182 2 жыл бұрын
Salute didi, rati puwa uthi valke puja paat kori Restudnt khon khulibo de, tene hole success hobo🏆💪 🙏🙏....moi pray koriasu...didi...
@dj-rocksfamily9165
@dj-rocksfamily9165 2 жыл бұрын
No word to Express my feelings madam.I will just say 🙏🙏🙏🙏
@purabisarma5713
@purabisarma5713 2 жыл бұрын
তোমাৰ আৰু ছোৱালী উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
@ridipchandradatta3857
@ridipchandradatta3857 2 жыл бұрын
Val hoise...apuni agbahi jaouk...likhimpurgole Darshan karim..
@arunmissong432
@arunmissong432 2 жыл бұрын
মহিলাইও এনেকৈ সাহস হব লাগে । আগবাঢ়ি যোৱা ঈশ্বৰে অাপোনাক সহায় ও আৰ্শীবাদ দিব।
@dharmakantapatir3146
@dharmakantapatir3146 2 жыл бұрын
Hi ; Thank you people are right. Don"t give up strength your hands lose. I have greatly wished your success in future .And may God bless you in need . Requested stay healthy and happy .
@debajani100rightchamua8
@debajani100rightchamua8 2 жыл бұрын
Salute ma'am.Aapuni aamar perona hoi
@geetachetri5727
@geetachetri5727 2 жыл бұрын
Aaponi aru aagbahi jauk baidew @Sunita Dutta ...Ishware aaponak SHAKTI prodan korok🙏
@girishphukan4335
@girishphukan4335 10 ай бұрын
সুনীতাৰ জীৱনসংগ্ৰামৰ কাহিনী শুনি ভাল লাগিল ৷ তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৷ তেওঁ মোৰ ছোৱালীৰ বয়সৰ , গতিকে আশীৰ্বাদৰ বাহিৰে কিনো দিম ?
@harendrarajbongshi1868
@harendrarajbongshi1868 2 жыл бұрын
তোমাৰ সুনীতি আখল শুনি ভাল। লাগিল আগলৈ আগুৱাই যোৱা।
@montudutta7017
@montudutta7017 2 жыл бұрын
অতি সুন্দৰ পদক্ষেপ বাইদেউ 👍👍👍👍
@nxtlevel7792
@nxtlevel7792 2 жыл бұрын
Ajikali apunar nisina suwali ajoni assam t xub komei dekha puwa jai I'm proud of to say that you are a assamese girl.
@junalihajong5853
@junalihajong5853 2 жыл бұрын
👍jam de
@hemantahazarika9715
@hemantahazarika9715 2 жыл бұрын
I proud of you sister, I really proud of you 😢
@swapnilhazarika2889
@swapnilhazarika2889 2 жыл бұрын
I salute your positivity. Aibar ghoroloi ahile tumar hotel t lunch korim 👍👍
@nikitadas8866
@nikitadas8866 2 жыл бұрын
Bohut val lagil.jibonot aru aguyai juya.
@daisykalita2666
@daisykalita2666 2 жыл бұрын
Bohut bhal lagil ,agoloi aru aguwai jawuk ,🙏🙏🙏👌 pisot apunar uchorot teulok nijei xoru hobo ,god bless you
@m.t4181
@m.t4181 2 жыл бұрын
Good inspiration.i like this good lady.
@tikhulimbu8858
@tikhulimbu8858 2 жыл бұрын
নমস্কাৰ 🙏 আপোনাৰ কৰ্মক চাই অতি ভাল লাগিছে সদায় আগবাঢ়ি জোৱাৰ শুভেচ্ছা জনালোঁ 🙏🙏👍✋❤️❤️❤️
@utpalmedhi7795
@utpalmedhi7795 2 жыл бұрын
Inspirational, salute to you madam......go forward....
@harenpanging3275
@harenpanging3275 2 жыл бұрын
সুন্দৰ ব্যৱসায় ৷আগবাঢ়ি যাওক৷
@ujjalassam895
@ujjalassam895 2 жыл бұрын
Thanks a lot অসমত বেছি কেকোৰা মানুহ।
@tapandra860
@tapandra860 Жыл бұрын
লখিমপুৰ গলে এসাজ খাই আহিম ৷ সুনিতা বালৈ শুভেচ্ছা থাকিল ৷
@gogoimonikongakona8642
@gogoimonikongakona8642 2 жыл бұрын
Great work Baideo aguwai jawok valkoi 🙏🏻🙏🏻🙏🏻
@champakindianfoujiboy6510
@champakindianfoujiboy6510 2 жыл бұрын
Dhuniya😍 Ba tumi aguai jwa 👍jibont ketiyaw har namaniba
@shd483hiya
@shd483hiya 2 жыл бұрын
জীৱন জিন্দাবাদ বাইদেউ💜
@tabuskitchenvlogs250
@tabuskitchenvlogs250 2 жыл бұрын
poristitir agot har namani anekoi aguai jua☺☺☺☺good luck
@shyamsaikia6541
@shyamsaikia6541 2 жыл бұрын
Bahut Val lagil jiban judhat jayee habaloi hahakh dhoijy ekagratar prayujan hasai bhabisyatar ujjal kamana karilo dhanyabad
@poragvedanthgogoi
@poragvedanthgogoi 2 жыл бұрын
Khub bhal laagil aai video tu sai... Very inspirational... Good job Sunita Dutta, best wishes...
@aleeborgohain7439
@aleeborgohain7439 2 жыл бұрын
Great sunita ba
@jumankumarsarmah5131
@jumankumarsarmah5131 2 жыл бұрын
সুন্দৰ লাগিল।আগবাঢ়ি যাওঁক
@manabkonwar423
@manabkonwar423 Жыл бұрын
বাইদেউ কথাখিনি ভাল লাগিলে ধন্যবাদ
@bistiramnarzaryyoutubechan354
@bistiramnarzaryyoutubechan354 2 жыл бұрын
If you can stay positive in negative situation, you will grow, you will success, you will win.
@khagenbania9198
@khagenbania9198 2 жыл бұрын
GOD bless you & with your child.
@ringkhangbasumatary4906
@ringkhangbasumatary4906 2 жыл бұрын
Thank you baideo.
@bhanudutta3795
@bhanudutta3795 2 жыл бұрын
বাইদেউ আপুনি সাহসী ভাল লাগিল এনেকুৱা সাহসী হ'লে কোনো বিপদত নপৰে কিন্তু এটা কথা কিছুমান নাৰীৰ বহুতো অত্যাচাৰ সহিও থাকিব লগা হয় তেনেকুৱা বহুতো কাকো কবয়ো নোৱাৰে আৰু ধৰক তেওঁ ইমান পঢ়া সুনাও নাই কিন্তু তেওঁ মানুহ জনৰ কথাই সোৱাৰ পৰা আৰম্ভ কৰে চকুৰ পানী তেনেহলে তেওঁ গোতেই জীৱন তেনেকৈ অতিবাহিত কৰিব নেকি কাৰণ কৈছোঁ ৱে তেওঁ হাতত টকা নাই আৰু সাহসো নাই তেওঁ কি কৰিব অঠচ তেওঁ নিজৰ জন্ম পৰিয়ালৰ উচৰতো যাব নোৱাৰে গলেই মাৰ ধৰ তেনে হলে সেই নাৰি গৰাকিয়ে তেনেকৈ জিয়াই থাকিব পাৰে নে জনাবচোন 🙏🏽🙏🏽
@chaodipu5375
@chaodipu5375 2 жыл бұрын
Bht bht bht bht aguwai juwa.. Bhola nth ajibon tmr lgt asa.
@bapukandeka6595
@bapukandeka6595 2 жыл бұрын
Bohut val lgil baa. Agui jawk. God bless you
@kripalsaikia2965
@kripalsaikia2965 2 жыл бұрын
Waooooo baaaa You are the boss
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН
Ehe! Pu Edena U-te Inah Zonunmawiin engnge a tih?
21:50
KL MIZO PRODUCTION
Рет қаралды 60 М.
lilen borgohain , an assamese businessman
16:29
UPARJAN
Рет қаралды 341 М.
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН