NASAৰ সৈতে কাম কৰা অসমীয়া বিজ্ঞানীৰ শিহৰণকাৰী তথ্য l Chandrayaan-3 Latest Updates l

  Рет қаралды 212,390

Prranjal P Hazarika

Prranjal P Hazarika

11 ай бұрын

#chandrayaan3
#isro
#pmmodi
Scientists Dr. Kishore Baruah’s Contact Details- kiba11921@gmail.com
My contact details
For email- pranjal.pratim17@gmail.com
For instagram- prranjalphazarika

Пікірлер: 494
@dineshkalita8029
@dineshkalita8029 11 ай бұрын
আজিৰ আলোচনা খিনিত উৰহি গছৰ ওৰ বিচাৰি পোৱা যেন অনুভব কৰিছো। অনুৰোধ কৰিছো, এনে শিপা থকা মহান বিজ্ঞানী বোৰক লৈ বৰ্তমানৰ Burning topic বোৰ আলোচনা কৰি উপকাৰ কৰি থাকে যেন। ধন্যবাদ।
@ramcharandas1331
@ramcharandas1331 10 ай бұрын
Thanks
@basantanath2647
@basantanath2647 10 ай бұрын
এগৰাকী মহান লোকৰ মহৎ কাম আৰু চিন্তাৰ সংস্পৰ্শত কিছু সময় পাৰ কৰিবলৈ পায় ধন্য হ'লো। তেখেতৰ সুন্দৰ স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। সাক্ষাৎকাৰ গ্ৰহণ কৰোঁতা গৰাকীলৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
@rabinchangmai2332
@rabinchangmai2332 10 ай бұрын
বিজ্ঞানৰ বাস্তৱতাক সুন্দৰকৈ উপস্থাপন কৰি আমাৰ মাজত জ্ঞানৰ পোহৰ বিলাই দিয়া বাবে বৰুৱা ছাৰৰ লগতে আপোনাকো অশেষ ধন্যৱাদ জনালো ।
@xmdi3687
@xmdi3687 11 ай бұрын
ৰাজনীতি অশান্তি ৰ পৰা শান্তি পালো আপোনাৰ আলোচনাৰ পৰা ভাল লাগিল আকৌ আশা কৰিলো এনে vlog
@user-bx8fc9jg2c
@user-bx8fc9jg2c 11 ай бұрын
বৰুবা চাৰৰ দীৰ্ঘায়ু কামনা কৰিলো।এগৰাকী মহান ব্যক্তি।
@tridipsonowal4236
@tridipsonowal4236 10 ай бұрын
এনধৰণৰ আৰু নতুন নতুন তথ্য লৈ অসমৰ মহান বিজ্ঞানী সকলৰ ভিদিঅ আৰু বনাবচোন নতুন নতুন নজনা কথা জানিবলৈ খুবেই আগ্ৰহী। ভিদিঅটো চাই বৰ ভাল লাগিল। আপোনালোক দুয়োজনলৈ নমষ্কাৰ
@AssameseNetwork
@AssameseNetwork 10 ай бұрын
বহুত বেছি ভাল লাগিল প্ৰাঞ্জল দা লগতে চাৰক ও বহুত বহুত ধন্যবাদ জনালোঁ ইমানখিনি নজনা কথা আমাক জানাই দিয়াৰ বাবে❤️👍🙏🙏🙏
@rajatboro1574
@rajatboro1574 10 ай бұрын
Moi 10t fail kin2 science related video ba bos2 sai khub val paw agor porai... Val val knowledge powa jai... Thank u dada iman knowledgeable video share kora babe 🙏🙏🙏
@AssamTimesPost
@AssamTimesPost 10 ай бұрын
অনুষ্ঠানটো চাই ভাল লাগিল। লগতে কিছু নতুন কথা জানিব পাৰিলোঁ। ধন্যবাদ।
@anuragsankarofficeal6045
@anuragsankarofficeal6045 10 ай бұрын
বৰ সুন্দৰ এটা interview ললে।যাক বহু আগৰ পৰাই প্ৰয়োজন বোধ কৰিছিলো। সুখী হলো ।
@sashibhatta5198
@sashibhatta5198 11 ай бұрын
বহুত ভাল লাগিল ৷ বহুত জানিলোঁ ৷ হাজৰিকাদেৱক ধন্যবাদ জনাইছোঁ এই মূল্যবান সাক্ষাৎকাৰৰ ব্যৱস্থা কৰাৰ বাবে ৷
@HemendraSarma-tp8ge
@HemendraSarma-tp8ge 11 ай бұрын
Informative blog,congratulations,
@dipaksarma171
@dipaksarma171 11 ай бұрын
ভাল লাগিল। কিশোৰ বৰুৱা দেৱে তেজপুৰ বিশ্ববিদ্যালয়ত মহাকাশ বিজ্ঞানৰ অধ্যয়নৰ এক পৰিবেশ সৃষ্টি কৰিছে। তেখেতলৈ বহুত ধন্যবাদ।
@SSComedy1715
@SSComedy1715 10 ай бұрын
BHAL LAGIL
@niponborah8103
@niponborah8103 10 ай бұрын
999
@niponborah8103
@niponborah8103 10 ай бұрын
999
@niponborah8103
@niponborah8103 10 ай бұрын
9
@niponborah8103
@niponborah8103 10 ай бұрын
99
@thinker7931
@thinker7931 10 ай бұрын
"ইমান সত্যবাদী" "ইমান সুন্দৰ মনৰ মানুহ" "মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যই মূল্যবান" মন মগজু চুই গ'ল কোটি কোটি প্ৰণাম🙏 আৰু এনেধৰণৰ video পাম বুলি আশা ৰাখিলো।
@palashgogoi9722
@palashgogoi9722 11 ай бұрын
সঁচা কথা নিজৰ ঘৰখন ধ্বংস কৰি অন্যত ঘৰ বন্ধাৰ যুক্তি ক'ত।❤❤
@bubuldeka8138
@bubuldeka8138 11 ай бұрын
কম সময়ত বহুত ভাক লগা সত্য কথা জানিব পাৰিলো এনে ধৰনৰ বিজ্ঞানৰ আলোচনাই সমাজৰ বহুত উপকৃত হব । ভবিষ্যত্ লগ পোৱা আশাৰে দুৰৈৰ পৰা বহুত বহুত ধন্যবাদ জনালো।
@nirugogoi3181
@nirugogoi3181 11 ай бұрын
সত্য ই সুন্দৰ। আৰু এই সুন্দৰতাত আছে বাস্তৱতা।
@dilipdas7344
@dilipdas7344 11 ай бұрын
তেখেত এগৰাকী মহান ব্যক্তি, তেখেতে শ বছৰ গচকক আৰু নতুন নতুন জ্ঞান আমালৈ দি থাকক। এজন মহান অসমীয়া। তেখেতৰ বাবে আমি (মই) সকলোঁ দিবলৈ সাজু আছোঁ। দিলীপ চন্দ্ৰ দাস। যোৰহাট Baligaon
@kishorbaruah6118
@kishorbaruah6118 10 ай бұрын
আপোনাক বহুত বহুত ধন্যবাদ।
@ranjitbora734
@ranjitbora734 11 ай бұрын
এনে মহাজ্ঞানী লোকৰ সাখ্যাৎ আৰু পোৱাৰ আশা থাকিল।
@kalpananeog3532
@kalpananeog3532 11 ай бұрын
অনুস্থানটো চাই বৰ ভাল লাগিল, অতিকৈ আপ্লুত হ'লো, লগতে বহুতো নজনা কথা জানিব আৰু বুজিব পাৰিলোঁ, বিজ্ঞানী কিশোৰ বৰুৱা ডাঙৰীয়াই কথাবোৰ সহজ-সৰল ভাষাৰে ইমান ধুনীয়াকৈ বুজাই দিছে যে, সকলোয়ে সহজে অনুধাৱন কৰিব পাৰিব,মুঠৰ ওপৰত সুন্দৰ অনুস্থান এটি খুউব ভালকৈ উপভোগ কৰিব পাৰিলোঁ, শেষত বিজ্ঞানী তথা অনুস্থানটিৰ আঁত ধৰোঁতা প্ৰাঞ্জল হাজৰিকালৈ মোৰ ফালৰপৰা অশেষ ধন্যবাদ আৰু অলেখ শুভকামনা জনালোঁ,,,,
@shekharjyotibaishya1670
@shekharjyotibaishya1670 10 ай бұрын
বহুত বেছি ভাল লাগিল video টো চাই।।।নজনা কথা বহুতে শিকিব পাৰিলোঁ । ধন্যবাদ কিশোৰ বৰুৱা Sir 🙏
@kalpanahazarika7631
@kalpanahazarika7631 11 ай бұрын
বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ভাল লাগিল।আগত এনে বোৰ ৰহস্য ভয় কথা শুনি ছইলও্।
@jayantadowarah9116
@jayantadowarah9116 10 ай бұрын
Thanks to you sir
@jobinassamch
@jobinassamch 10 ай бұрын
First of all Thank you so much Sir Apunak. Aru Pranjal Daa apunaku Thank you anekua dhunia content diar babe.
@bobyborah28
@bobyborah28 11 ай бұрын
বহুত সুন্দৰ অনুস্থান । জানিবলৈ ইচ্ছা কৰি থকা কথাবোৰ জানি বহুত বহুত ভাল লাগিল ।
@rupasaikia2274
@rupasaikia2274 11 ай бұрын
বৰ সুন্দৰ কথা কৈছে 🙏🙏🙏
@gakulsaikia260
@gakulsaikia260 11 ай бұрын
সুন্দৰ প্ৰদশেপ দাদা। এনেধৰণৰ বাৰ্তা লাভে আমাক নজনা বহুত শিক্ষা দান কৰি যাই।এনেধৰণৰ অনুষ্ঠান আপুনি আমাক আকৌ দিব বুলি আশা ৰাখিছোঁ।🙏
@mgmusic.3483
@mgmusic.3483 11 ай бұрын
ছাৰৰ লগত খণ্ড খণ্ডকৈ সাক্ষাৎকাৰৰ ব্যবস্থা কৰিবচোন ৷ বহুত কথা জানিবলৈ মন গৈছে ৷ ভাল লাগিল ৷
@prasuryahandique8706
@prasuryahandique8706 11 ай бұрын
আগলৈ এনে ধৰনৰ সাক্ষাৎকাৰ আশা কৰিলোঁ। ধন্যবাদ
@susilsonowal7687
@susilsonowal7687 11 ай бұрын
বহুত নজনা কথা জানিলোঁ চাৰলৈ ধন্যবাদ থাকিল লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ।
@karabeedeka3065
@karabeedeka3065 11 ай бұрын
বহুত ভাল লাগিল দাদা। এই সাক্ষাৎকাৰ টোৱে বহুখিনি পোহৰৰ সন্ধানপোৱাযেন লাগিল। বৰুৱা দেখলে ধন্যবাদ থাকিল।
@sanjibkrbordoloi5207
@sanjibkrbordoloi5207 11 ай бұрын
জ্ঞান, বিজ্ঞান,তদং, ৰহস্য।🙏🙏🙏🇮🇳🇮🇳🇮🇳
@mousumihazarika6255
@mousumihazarika6255 11 ай бұрын
ইমান সুন্দৰ কে কথাবোৰ কৈছে কিবা এটা ভাল লাগি গ'ল 🙏
@amarendrasaikia4989
@amarendrasaikia4989 10 ай бұрын
অতি সুন্দৰ আৰু অতি গুৰুত্বপূৰ্ণ আলোচনা।🙏
@dipenkumargohain5351
@dipenkumargohain5351 11 ай бұрын
বৰুৱা চাৰলৈ শ্ৰদ্ধা জনালোঁ। বহিগ্ৰহৰ এলিয়েনৰ পৃথিৱীত আক্ৰমণ সম্পৰ্কত চাৰে দিয়া উত্তৰে মন মুগ্ধ কৰিলে
@polkakati9020
@polkakati9020 11 ай бұрын
বৰ সুন্দৰ নজনা কথা তথা বিবেচনাৰে ভৰা আলোচনাৰ অনুষ্ঠানটো চাই আপ্লুত হলো। ধন্যবাদ থাকিল।
@aakroy3864
@aakroy3864 11 ай бұрын
এই মন্তব্য শুনি মই বহুত আন্দ পাইছো ।বহুত বহুত ধন্যবাদ জনাইছো।
@bharatiborah8630
@bharatiborah8630 11 ай бұрын
এনে ধৰনৰ তথ্য সমৃদ্ধ ভিদিওবোৰ চাবলৈ পালে ভাল আৰু আগতে নজনা কথা জানিবলৈ পায় ভাল লাগে আশা কৰো এনেকুৱা ধৰনৰ সাধাৰণ মানুহে নজনা কথাবোৰ আপোনাৰ জৰিয়তে প্ৰকাশ পায় থাকিব বুলি আশা কৰিছোঁ আৰু বিজ্ঞানী সকলৰ প্ৰছেষ্টা অধিক সফল হৈ মানৱ জাতিৰ কৈলানৰ বাবে তেওলোকে কৰা আত্মোসগত প্ৰনিপাত জনাইছো
@anjanagogoi6105
@anjanagogoi6105 11 ай бұрын
বহুত ভাল লাগিল ,নজনা কথা জানিবলৈ পায় ,ছাৰলৈ অশেষ ধন্যবাদ জনালোঁ । লগতে বহুমূলীয়া সাক্ষাৎকাৰ কৰি আমাক উপহাৰ দিয়াৰ বাবে ভাতৃ প্ৰতীম ,তোমালৈ ও বহুত বহুত ধন্যবাদ ও সুস্বাস্থ্যৰ কামনা কৰিলোঁ 🙏🏼🙏🏼🙏🏼
@arupbaruah699
@arupbaruah699 11 ай бұрын
বহুত ভাল লাগিল। দুয়োগৰাকীলৈ অশেষ ধন্যবাদ। বহুত নজনা কথা জানিব পাৰঘলোঁ।
@shilpasaikia6876
@shilpasaikia6876 10 ай бұрын
Bohut dhoinyobad...aibur he sabologoia interview...❤
@madhurjyamohonchutia9453
@madhurjyamohonchutia9453 10 ай бұрын
বহুত সুন্দৰ কথা কৈছে । ভাল লাগিলে । আজি কালি আমি মানুহে উন্নত জীৱন যাপন কৰিবলৈ প্ৰকৃতিক ধ্বংস কৰি শেষ কৰিছো । সজাগ হবৰ হল । প্ৰকৃতি ওপৰত কৰা অন্যৰ এদিন আমি ভালকৈ ভুগিব লাগিব 🙏
@pranabjdas
@pranabjdas 10 ай бұрын
কিশোৰ বৰুৱা চাৰক যিসকলে লগ পাইছে, তেওঁলোক বৰ ভাগ্যৱান। 🙏
@kishorbaruah6118
@kishorbaruah6118 10 ай бұрын
মইহে ভাগ্যৱান। astronomy ৰ যোগেৰে আপোনালোকৰ দৰে ব্যক্তি সকলক লগ পাওঁ। কথা পাতিবলৈ সুবিধা পাওঁ।
@tapanrajbongshi5795
@tapanrajbongshi5795 10 ай бұрын
চাৰ .. আপোনাৰ কথাবোৰ শুনি বহুত উপকৃত হ'লোঁ , আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ , ইউটিউবাৰজনলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।।
@dwijensanvimusical3130
@dwijensanvimusical3130 11 ай бұрын
সাক্ষাৎকাৰটো ছাই বহুত ভাল লাগিল। ধন্যবাদ থাকিল হাজৰিকা দেৱ।এনেকুৱা মূল্যবান video দেখাৰ সৌভাগ্য হব বুলি আশা থাকিল।
@NabinRabha-nz2xy
@NabinRabha-nz2xy 11 ай бұрын
মনত ভাল লগা আলোচনা সৃষ্টি কৰাৰ বাবে ধন্যবাদ থাকিল।
@kuntaladevi6378
@kuntaladevi6378 11 ай бұрын
🙏🙏 3:30 3:34
@basantagupit2576
@basantagupit2576 10 ай бұрын
বহুত কথা শিকিলোঁ.... দুয়ো গৰাকীলৈ অশেষ ধন্যবাদ থাকিল
@rajeshvlogs420
@rajeshvlogs420 11 ай бұрын
বহুত মহান আদৰ্শ। অসমৰ হৈ যথেষ্ট গৌৰামবিত আপোনাৰ দৰে এজন আদৰ্শ শিল বিজ্ঞানী পাই।
@kalpanakataky9092
@kalpanakataky9092 11 ай бұрын
ভাল লাগিল সুন্দৰ vdo। জানিবলগা কথা। ধন্যবাদ হাজৰিকা
@rumakalita8299
@rumakalita8299 11 ай бұрын
Bahut val lagil interviewtu,Kishor Baruah sirar kathakhini xosakoi bor val lagil.Sirloi xoto kouti pranam🙏.
@kailashchsarma619
@kailashchsarma619 11 ай бұрын
সন্মানীয় শ্রীকিশোৰ বৰুৱাদেৱে মহাকাশ সম্বন্ধীয় জটিল প্ৰশ্নবোৰৰ উত্তৰ প্ৰাঞ্জল ভাষাৰে বুজাই দিলে যিসমুহৰ ক্ষেত্ৰত আমিও কৌতুহলী আছিলো । সকলোতকৈ ভাল লাগিল 'পৃথিৱী' নামৰ আমি বাস কৰা গ্ৰহটো সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত তেখেতৰ দৃষ্টিভঙ্গী,মানসিকতা আৰু পৰামৰ্শৱলী । আমি এনে এগৰাকী প্ৰতিস্থিত অথচ নিৰহঙ্কাৰী অসমীয়া বিজ্ঞানীক লৈ গৌৰৱান্বিত । তেখেতৰ পৰা সাক্ষাৎকাৰটিৰ জৰিয়তে বহুকথা জনাৰ সুযোগ দিয়া বাবে আপোনাক ধন্যবাদ জনালোঁ ।
@KopilKotoky2022
@KopilKotoky2022 10 ай бұрын
Bohut val lagil sir kotha huni.. God bless you sir❤💐💐💐
@santanaphukongogoi7275
@santanaphukongogoi7275 11 ай бұрын
সুন্দৰ বহুত বহুত ভাল লাগিল.আৰু দেখাই থাকিব.
@anirudhaparasar7430
@anirudhaparasar7430 10 ай бұрын
সুন্দৰ, অতি সুন্দৰ বাৰ্তালাপ, বহুত ভাল লাগিল, শ্ৰদ্ধাৰ কিশোৰ বৰুৱা ছাৰলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ 🌺🌺🌺🌺 ধন্যবাদ প্ৰাঞ্জল হাজৰিকা দেৱ
@jngtutorial6802
@jngtutorial6802 11 ай бұрын
বৰ সুন্দৰ উত্তৰ কিছু পালো। তেখেতৰ দীর্ঘায়ু কামনা কৰিলো।
@NAYANRAJTANTI
@NAYANRAJTANTI 10 ай бұрын
Proud to have known this amazing teacher personally...
@satyenborgohain5683
@satyenborgohain5683 10 ай бұрын
বহুত ভাল ভাল কথা জানিবলৈ পাই ভাল লাগিছে । বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক ।
@digantahazarika8757
@digantahazarika8757 10 ай бұрын
নজনা কথাবিলাক জানিবলৈ পায় বহুত সুখী হলো। ধন্যবাদ
@anamikasaikia1996
@anamikasaikia1996 10 ай бұрын
ছাৰৰ কথাখিনিৰ পৰা যথেষ্ট উপকৃত হ’লো। খুউব ভাল লাগিল😊
@junumisragoswami8967
@junumisragoswami8967 11 ай бұрын
বহুত ভাল লাগিল‌ । চাৰৰ কথাবোৰেই বহুত উপকৃত কৰিলে।,🙏🙏🙏
@sidhboro626
@sidhboro626 11 ай бұрын
Dhanyawad dei - anekuwa vdo Diya KZbinr Aaxomot naiei pray bulibo pari - bohut bhal lagil vdo tuu
@ashadeoriranideori2864
@ashadeoriranideori2864 11 ай бұрын
Good
@muhiladevi3664
@muhiladevi3664 11 ай бұрын
Great sir🙏🙏🙏
@hemantagogoi2267
@hemantagogoi2267 10 ай бұрын
Ekdam hsa kole
@anujdas7554
@anujdas7554 10 ай бұрын
Aru 1 bosor rokha moi bonam.
@robinburagohain3288
@robinburagohain3288 11 ай бұрын
সুন্দৰ তথ্য দাঙি ধৰিলে , ভাল লাগিল ।
@nirupomanirmolia2820
@nirupomanirmolia2820 10 ай бұрын
আপোনাৰ কথা শুনি বহুত ভাল লাগিল । দীৰ্ঘায়ু হওক সু স্বাস্থ্য হওক নমস্কাৰ চাৰ
@simantadeka1191
@simantadeka1191 11 ай бұрын
আপোনাৰ লগতে চাৰৰ কথাবোৰ শুনি মহাকাশ বিজ্ঞানৰ বিষয়ে জনাৰ বিশেষ আকৰ্ষন হৈছে
@anjanabezbaruah9617
@anjanabezbaruah9617 11 ай бұрын
বহুত বহুত বহুত ভাল লাগিল, কথাবোৰ জানিব পায়,🙏👍🇮🇳🇮🇳
@nibransonowal9182
@nibransonowal9182 11 ай бұрын
এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আগলৈ আশা কৰিলো আৰু ধন্যবাদ দিছো
@minudevi785
@minudevi785 10 ай бұрын
বহুত সুন্দৰ কঠোপ কঠিন ভাল লাগিল জনি
@madhabkailta5083
@madhabkailta5083 11 ай бұрын
I am proud of you sir,bahut janilo aru bahut janim buli asha thakil,aponar scientific expression bahut sarol,fine and janibo logia,dhanyabad sir
@pijushkashyap9022
@pijushkashyap9022 10 ай бұрын
বহুত ভাল লাগিল,, এটা কথা জানিব মন আছিল,, শ্ৰদ্ধাৰ ছাৰ য়ে ভগৱান বিশ্বাস কৰে নে‌ নকৰে ,, ভগৱন্তৰ অস্তিত্বক মানি লয় নে‌ নলয়,, ভাৰতবৰ্ষৰ ইতিহাস ক বিশ্বাস কৰে নে‌ নকৰে,,, উওৰ পাম বুলি আশা ৰাখিলোঁ,, science যদি ইমান আগুৱাই গ'ল তেতিয়া হ'লে কৈলাশ পৰ্বতলৈ আজিলৈকে কিয় উঠিব নোৱাৰিলে,,
@kanchanikadas8949
@kanchanikadas8949 10 ай бұрын
Bahut Val palo..kothbor huni...Guwahatir project to bor Val hobo sage...ami bahut kiba dekha pam nichay..oti honkale haok...sir r kothabor oti Val lagil...koboloi bhakh nai...thank you..❤
@PKrNeogAssameseculture
@PKrNeogAssameseculture 11 ай бұрын
বৰ ভাল ব্যক্তি এজনৰ লগত এটা সাক্ষাৎকাৰ চাবলৈ পালো ।
@rupjyotisarma7434
@rupjyotisarma7434 11 ай бұрын
বহুত বহুত ভাল লাগিল। KZbinr হলে এনে হে হ'ব লাগে।।👍👍
@riyanarzary8298
@riyanarzary8298 11 ай бұрын
Thank you sir...val lagil Science r kothabor janibo hunibo bor val pao..❤🙂😘
@TroilukyaNath
@TroilukyaNath 11 ай бұрын
বহু কথা শিকিব পাৰিলোঁ❤
@alokkalita1028
@alokkalita1028 11 ай бұрын
বৰ ভাল লাগিল চাৰ ।
@hemkantabaruah9049
@hemkantabaruah9049 11 ай бұрын
বৰ সুন্দৰ ভিদিঅ, আগলৈ অধিৰ আগ্ৰহেৰে অপেক্ষাত ৰলো 🙏🙏🙏
@rajabora3571
@rajabora3571 11 ай бұрын
বহুত বহুত ধন্যবাদ 🙏। বহু নজনা কথা জানিবলৈ পালো। আৰু ভৱিষ্যতলৈ এনেধৰণৰ কথাখিনি জানিবলৈ পাম বুলি আশা কৰিলো। আকৌ এবাৰ ধন্যবাদ জনাইছো 🙏। ভাল লাগিল ভিডিওটি।
@dilipchandrasaikia5710
@dilipchandrasaikia5710 11 ай бұрын
বহুত নজনা কথা শিকিলোঁ ধন্যবাদ ছাৰ দঈঘআয়উ কামনা কৰিছো
@palashgogoi9722
@palashgogoi9722 11 ай бұрын
বহুত ভাল লাগিল।❤
@korobidas5121
@korobidas5121 11 ай бұрын
বহুত ভাল লাগিল 👍 সঁচাকৈ বহুত নজনা কথা জানিলো ! এনেকুৱা ভিডিঅবোৰহে আশা কৰো
@trailokyaroysinger9677
@trailokyaroysinger9677 11 ай бұрын
Great sir your leaugause
@bapdhanmazumdar257
@bapdhanmazumdar257 11 ай бұрын
Bahut bahut bhal lagil. Dhnyabad sir aru utuber. Utuber Jane sirak Teo buli nakoi tekhet buli kale bhal paloheten.
@simakalita6273
@simakalita6273 10 ай бұрын
বহুত ভাল লাগিল..... এনে সময়ত এই বাৰ্তালাপ অধিক প্ৰয়োজনবোধ কৰো.......
@balendradas5263
@balendradas5263 11 ай бұрын
বৰুৱা চাৰৰ গঠণ মুলক কথা বোৰ শুনি ভাল লাগিল | চাৰৰ এনেকুৱা আলোচনা সঘনাই হৈ থকাটো কামনা কৰিলো |
@DulenchGogoi
@DulenchGogoi 11 ай бұрын
বৰ ভাল লাগিল
@triptikalita5534
@triptikalita5534 11 ай бұрын
সঁচাকৈ বৰ সুন্দৰ। আমি সৰুৰে পৰা শু নি ছো কোটি কোটি বৰমাহণড থকাৰ কথা। এই কোটি কোটি বৰমাহণড ৰ হৰি অধিকাৰী।
@dreams3050
@dreams3050 11 ай бұрын
বহুত বহুত ধন্যবাদ
@psharma27a
@psharma27a 10 ай бұрын
It's great to listen him, i feel very very glad , really his understanding is very much and his positivity.
@learnenglisheasily522
@learnenglisheasily522 11 ай бұрын
The great professor of our Assam .
@dipalitamulyboruah9037
@dipalitamulyboruah9037 11 ай бұрын
bohut val lagil. Kisur Boruah Sir K namasker jonaisu.
@luitporiya1465
@luitporiya1465 10 ай бұрын
নমস্কাৰ ৷ শেষৰ কথাখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ আমাৰ পৃথিৱী খনক ভালকৈ ৰাখক ৷
@Ghanashyam_phukon61
@Ghanashyam_phukon61 11 ай бұрын
Thank you sir this is helpful video
@jadabkrray2469
@jadabkrray2469 11 ай бұрын
বহুত ভাল লাগিছে
@archanasarma7740
@archanasarma7740 11 ай бұрын
Bohut bhal lagil ,xamay upojugi vdo,apunar chenelok bohut dhanyabad,baruah sirku bohut dhanyabad jonaisu ,anekua manuh atia amar proyujon
@Hold_up_
@Hold_up_ 10 ай бұрын
ভাল কথা কৈছে ❤
@RitahazarikaRitahazarika-vu3gv
@RitahazarikaRitahazarika-vu3gv 11 ай бұрын
Bohut val lagil.somoi upojugi ai vidio to
@BimolPathak-rf2su
@BimolPathak-rf2su 11 ай бұрын
এটা সুন্দৰ অনুস্থান। ধন্যবাদ।
@pixelzilla2
@pixelzilla2 11 ай бұрын
Kishor Barua Sir aru Hazarika deboloi ashesh dhnyabad. BARUA Sire bohu Sarua Katha Kole. Bohut nojona kotha jani upokrita holu. Apunalokar dore mohan byaktisakal thokar karonei Aamar Dhorakhoni Dhunia Hoi Aache. Aaponalokar DIRGHAYU Kamona kori bhabishyteo Sourajagatar enekua aalochana /Sakshyatkar pam buli asha korilo. JOY ASAMIA BIGYANI/JOY AAI ASAM.
@sukanyagohain9562
@sukanyagohain9562 11 ай бұрын
সচাকৈ এনে ব্যক্তি আমাৰ সমাজৰ সম্পদস্বৰূপ। আগলৈও এনেধৰণৰ ভিডিঅ' আশা‌ কৰিলো।
@bunubora8950
@bunubora8950 11 ай бұрын
এনে সাক্ষ্যাতকাৰ আকৌ অতি সোনকালে দিব।খউৱ ভাল লাগিল।
@uprnssame9701
@uprnssame9701 11 ай бұрын
বহুত ভাল লাগিল ছাৰৰ কথাবুৰ, , আমি কিচুমান নজনা কথা জানিবলৈ পাই 🙏
ЧУТЬ НЕ УТОНУЛ #shorts
00:27
Паша Осадчий
Рет қаралды 8 МЛН
Как удвоить напряжение? #электроника #умножитель
1:00
Hi Dev! – Электроника
Рет қаралды 939 М.
Телефон-електрошокер
0:43
RICARDO 2.0
Рет қаралды 1,3 МЛН
Как бесплатно замутить iphone 15 pro max
0:59
ЖЕЛЕЗНЫЙ КОРОЛЬ
Рет қаралды 1,6 МЛН
Сколько реально стоит ПК Величайшего?
0:37