Assamese Daily Rashifal 13-08-2020 (Predictions)

  Рет қаралды 3,652

NAVAGRAHA ASTROLOGICAL CENTRE

NAVAGRAHA ASTROLOGICAL CENTRE

Күн бұрын

আজি ২০২০ চনৰ আগষ্ট মাহৰ ১৩ তাৰিখ, বৃহস্পতিবাৰ । অসমীয়া শাওনৰ ২৮ তাৰিখ, ১৯৪২ শকাব্দ ।
#12assamesedailyrashifal# #013August#
সকলো শ্ৰোতা-দৰ্শককে আজি বৃহস্পতিবাৰৰ শুভ কামনা জ্ঞাপন কৰিছোঁ ।
তলত আমাৰ Channel ত উপলব্ধ আন আন Video সমূহৰ Link আগবঢ়াই দিছোঁ । আমাৰ এই ব্যাখ্যাসমূহ মানৱ জীৱনৰ প্ৰতিটো খোজতেই আৱশ্যক হোৱা বিভিন্ন বৈদিক জ্যোতিষ আৰু আধ্যাত্মিক তত্ত্বৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে ।
আশাকৰোঁ আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰিব ।
সু-সন্তান লাভৰ বাবে কেনেদৰে কামনা কৰা উচিত ।
বিবাহিত জীৱনৰ বাবে অত্যন্ত উপযোগী এটা আধ্যাত্মিক তত্ত্ব ।
জানক বিস্তৃতভাৱে- bit.ly/3fN8vKA
জানক A আৰু L নামৰ ব্যক্তিৰ স্বভাৱ আৰু ব্যৱসায়:
bit.ly/3hn13pE
নিজৰ কুণ্ডলীত থকা গ্ৰহ-নক্ষত্ৰৰ সাপেক্ষে বাছনি কৰক এটা সফল কেৰিয়াৰ ।
ৰাশি অনুসৰি এটা অনুকুল কেৰিয়াৰ বাছনি কৰিবলৈ আমাৰ এই প্ৰতিবেদন চাওঁক ।
bit.ly/2ZQ3eMV
ঘৰ বা গৃহত, কৰ্মনুস্থানত অথবা ব্যৱসায় আদিৰ বাবে বাস্তুকলা অত্যন্ত মহত্বপূৰ্ণ ।
বিশদভাৱে জানিবলৈ ইয়াত টিপক ।
bit.ly/30unLFH
বৰ্তমান সময়ত জুলাই মাহৰ ১ তাৰিখৰ পৰা অহা নৱেম্বৰৰ ২৫ তাৰিখলৈ চতুৰ্মাস্য ব্ৰত চলি আছে ।
এই সময় বিভিন্ন শুভ কৰ্মৰ বাবে নিষিদ্ধ । ইয়াৰ বিপৰীতে এই সময়ত সাধক সকলে নিজৰ সাধনাক এক উৎকৃষ্ট পৰ্য্যায়লৈ লৈ যাবলৈ অত্যন্ত শুভ ।
জানিবলৈ ইয়াত টিপক ।
bit.ly/3jncteV
আমাৰ পৰা এনে ধৰণৰ Video সমূহ পাই থাকিবলৈ Channel টো Subscribe কৰি ৰাখিব ।
আপোনাৰ মতামত সমূহো তলৰ Comment Box ত আগবঢ়াবলৈ অনুৰোধ জনালোঁ ।।
জ্যোতিষ আৰু সনাতন ধৰ্মৰ বিভিন্ন লেখ পঢ়িবৰ বাবে আমাৰ Facebook Page টো Follow কৰি ৰাখিব । যিকোনো প্ৰশ্নৰ বাবেও আমাৰ লগত এই Link টোৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব ।
/ navagrahacentre
~~~~~~~~~~~~~~~~~~~~
অহা কালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে.....
NAVAGRAHA CENTRES
Joy Prakash Sarmah
ধন্যবাদ ।।

Пікірлер: 23
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 4 жыл бұрын
সামান্য অসুবিধাবশতঃ Video টো পুণৰ upload কৰিব লগা হল । আপোনালোকৰ মতামতৰ বাবে ধন্যবাদ জনাইছোঁ ।
@chimpibonia4427
@chimpibonia4427 4 жыл бұрын
Thanks
@user-jp1sj3lq2j
@user-jp1sj3lq2j 4 жыл бұрын
সুপ্ৰভাত
@janbaidya8730
@janbaidya8730 4 жыл бұрын
Good morning
@chandramatamuli6421
@chandramatamuli6421 4 жыл бұрын
সুভ দুপৰীয়া বন্ধু
@karabidas9257
@karabidas9257 4 жыл бұрын
Good morning sir
@ৰিজুমণীচেতিয়া
@ৰিজুমণীচেতিয়া 4 жыл бұрын
ভিডিওটোত আপোনাৰ মাতটো বহুত সৰুকৈ আহিছে ।
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 4 жыл бұрын
আজি কিবা এটা problem হৈছে , দুঃখিত ! আগলৈ নহ'ব দিয়ক , লক্ষ কৰিম
@digantaturiofficial7119
@digantaturiofficial7119 4 жыл бұрын
Good morning sir🙏🙏🙏
@kalyandas8140
@kalyandas8140 4 жыл бұрын
Sound kom hoise
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 4 жыл бұрын
আজি কিবা এটা problem হৈছে , দুঃখিত ! আগলৈ নহ'ব দিয়ক , লক্ষ কৰিম
@kalyandas8140
@kalyandas8140 4 жыл бұрын
Thank you sir
@mydrm5387
@mydrm5387 4 жыл бұрын
Sound kio emn km...
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 4 жыл бұрын
আজি কিবা এটা problem হৈছে , দুঃখিত ! আগলৈ নহ'ব দিয়ক , লক্ষ কৰিম
@abhimanyarabha8900
@abhimanyarabha8900 4 жыл бұрын
aponar voice tu kio beleg lgse,,
@NAVAGRAHAASTROLOGICALCENTRE
@NAVAGRAHAASTROLOGICALCENTRE 4 жыл бұрын
আজি কিবা এটা problem হৈছে , দুঃখিত ! আগলৈ নহ'ব দিয়ক , লক্ষ কৰিম
@astrologyassam8728
@astrologyassam8728 4 жыл бұрын
সুপ্ৰভাত
@anjudeka713
@anjudeka713 4 жыл бұрын
Good morning
@dolphinasaikia9380
@dolphinasaikia9380 4 жыл бұрын
Good morning
@dipaksonowal1620
@dipaksonowal1620 4 жыл бұрын
Good morning
Assamese daily rashifal 13-09-2023 । astrology in assamese । Navagraha Astrological Centre
14:34
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 124 МЛН
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
Новый уровень твоей сосиски
00:33
Кушать Хочу
Рет қаралды 4 МЛН
Touching Act of Kindness Brings Hope to the Homeless #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 19 МЛН
ASSAMESE DAILY RASHIFAL 15 SEPTEMBER 2024 | ASSAMESE RASHIFAL | ASTROLOGY IN ASSAMESE | NAC
17:47
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 124 МЛН