ৰূপজ্যোতি কুৰ্মীৰ মস্তিষ্কৰ উৰ্বৰতা আমাতকৈ কম! শৃংখলৰ এই কটাক্ষ ভৰা তীক্ষ্ণ বাক্যবাণ কিয়?

  Рет қаралды 87,106

NB News

NB News

Күн бұрын

Пікірлер: 211
@digantajyotibordoloi5528
@digantajyotibordoloi5528 2 ай бұрын
শৃংখল চালিহাই আচল কথা টু কলে শৃংখললৈ ধন্যবাদ জনালোঁ
@kishoridas6447
@kishoridas6447 2 ай бұрын
Rupjyoti Kurmiৰ কথাৰ ওপৰত মন্তব্য দিয়া মানে নিজকে লঘূ কৰা। সকলোৱে জানে তেওঁৰ কথাৰ অলপো গভীৰতা নাই।
@ranjitgowsami7891
@ranjitgowsami7891 2 ай бұрын
@@kishoridas6447 yes bro
@ranjitgowsami7891
@ranjitgowsami7891 2 ай бұрын
সচাঁ কথা, কুৰ্মী মাথা কম
@dipokkumargogoi8190
@dipokkumargogoi8190 2 ай бұрын
শৃংখল চলিহাৰ মন্তব্য আদৰণীয়।
@kamaltalukdar46
@kamaltalukdar46 2 ай бұрын
A moja dise
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 2 ай бұрын
মৰিয়নি সমষ্টিৰ মানুহে কিয় ভোট দিছে বুজি নেপালো ।
@kaushikgoswami1416
@kaushikgoswami1416 2 ай бұрын
ভালকৈ ধুই দিছে দেই
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 2 ай бұрын
কুৰ্মী ডাঙৰীয়াৰ নিজস্ব একো নাই তেওঁ মাক বাপেকৰ সুবাদতে জীৱন অতিবাহিত কৰি আছে। এম এল এ হৈছে কেৱল মাত্ৰ মাক বাপেকৰ সুবাদতে। তেওঁৰ যোগ্যতাৰ বাবে নহয়। পৰম্পৰা ৰখা জনসাধাৰণৰ বাবেহে তেওঁ আজি MLA.
@niorborah2940
@niorborah2940 2 ай бұрын
ৰূপজ্যোতি কুৰ্মিৰ একো কাম নাই এনেই বেবাই ফুৰে😂
@diptidevi4055
@diptidevi4055 2 ай бұрын
ৰূপ জ্যোতি কুৰ্মীক কিয় ৰাজনীতি কৰিবলৈ সুবিধা দিছে নাজানো। তেওঁৰ কথা বতৰাত মানসিক ব্যাধি থকা যেন লাগে।
@digantajyotibordoloi5528
@digantajyotibordoloi5528 2 ай бұрын
@@diptidevi4055 তেওঁ বিধায়কৰ শাৰীত নপৰে চাহ বাগানৰ লৰা চাহ পাত চিঙা ৰ উপযুক্ত মানুহ
@rajenborah6629
@rajenborah6629 2 ай бұрын
Thanks 🎉🎉🎉🎉😅
@amritborah4276
@amritborah4276 2 ай бұрын
Kurmir মগজুৰ বিকীতি ঘটিছে
@deepaksarma3709
@deepaksarma3709 2 ай бұрын
আমি লাচিতৰ বংশধৰ । ৰুপাজোতি নহয় । সি ঝাৰখণ্ড ৰ ।
@RuwadMigom
@RuwadMigom 2 ай бұрын
Rhett tilinga bojuwa bamun tumalukok Kannauj or pora diya hoise , ami tribal bilak eyar bhumir PUTRA hoy , siyal bamun 😂
@RuwadMigom
@RuwadMigom 2 ай бұрын
Dhett tilinga bojuwa bamun tumalukok Kannauj or pora diya hoise , ami tribal bilak eyar bhumir PUTRA hoy , siyal bamun 😂
@hritizgogoi3739
@hritizgogoi3739 2 ай бұрын
Lachit or tez thoka r protik upaadhi nhoi, jaatiyotabadi chetona heh. Pobitro Gogoi Margherita aru Ombikagiri Raichowdhury- kar maajot Lachit or tez dekha pua tumi?
@alokranjanbaruah3418
@alokranjanbaruah3418 2 ай бұрын
ফাচীবজাৰ আৰু আঠগাওত আমি অসমীয়া মখাই ডাঙৰকৈ কথা ক'ব নোৱাৰো তাৰ বাবে তেওঁ লোক গোটৈইবোৰ দায়ী নহয় জানো?
@dhrubalochanpatgiri2035
@dhrubalochanpatgiri2035 2 ай бұрын
কুৰ্মিৰ কথাবোৰ উপযুক্ত নহল,অৰ্থ নোহোৱা কথা
@manjubarman1855
@manjubarman1855 2 ай бұрын
ৰাখী বন্ধন আমাৰ সংস্কৃতি নহয়।
@skyboy2389
@skyboy2389 2 ай бұрын
Right
@BabulAli-yu6zy
@BabulAli-yu6zy 2 ай бұрын
Full mantal
@banjitchangmai4047
@banjitchangmai4047 2 ай бұрын
এনেকুৱা মানুহ মৰি নাযায় কিয়,, accident হয়,, আমাৰ ছোৱালী জনী ফালে কওঁতা মানুহ নাই,, কি হব অসমীয়া,,
@Jagadishdutta-mn4ru
@Jagadishdutta-mn4ru 2 ай бұрын
Request Assam Government Rupjoutik control karak kothabor val laga nai
@BituponDihingia-vx4kz
@BituponDihingia-vx4kz 2 ай бұрын
ব্ৰিটিছে অনা কিটাক কিহৰ আমাৰ মানুহ ।এই কেইটা বহিৰাজ্য হয়। আমাৰ আমাৰ কই উপৰত উঠাই নলবী ,এই বাগানীয়া বিলাকে অসমীয়াক ভাল নাপায়, কাৰণ পূবৰৱ পুৰুষ কৰ জানে দেখুন ,তাহাতী জিমানে মাৰুৱাৰী বিহাৰী বঙালী আহে সীমানে ভাল পায়।এইয়া একে বাৰে সঁচা কথা হয়।
@lakhikalita8394
@lakhikalita8394 Ай бұрын
বীৰ লাচিত সেনাৰ শৃংখলা দা লৈ ধন্যবাদ
@moinulhaque6391
@moinulhaque6391 2 ай бұрын
Right
@purnimagogoi4230
@purnimagogoi4230 2 ай бұрын
ৰূপজ্যোতিক বনিয়া কেইটাই গৰু ঘি খোৱালে নেকি?
@67Vijay67
@67Vijay67 2 ай бұрын
জয় আই অসম
@SADAGARMILI
@SADAGARMILI 2 ай бұрын
👍👍👍💯✔️
@gopalrabha5958
@gopalrabha5958 2 ай бұрын
Yas
@baikunthabarman2623
@baikunthabarman2623 2 ай бұрын
ৰাখী বন্ধন অসমৰ সংস্কৃতি নহয় ।অকল যে শৃংখল চলিহাই ৰাখী পিন্ধিছে এনে নহয় আৰু বহুতে পিন্ধিচে । বেৱে বেই এইবোৰ বেবাই থকাতকৈ অসমৰ অপসংস্কৃতি বোৰ বন্ধ নকৰে কিয় ।
@sarojgogoi2685
@sarojgogoi2685 2 ай бұрын
Good
@PujaBarman-fh7sk
@PujaBarman-fh7sk 2 ай бұрын
Moja
@nirmalpegu2841
@nirmalpegu2841 2 ай бұрын
Nice explain
@assamfirebase6892
@assamfirebase6892 2 ай бұрын
টীয়কৰ ৰাইজ এই পাগল দালক যাতে অহাবাৰ ভোট নিদিয়ে। এইদালক ভোট দি লাজ নিদিব আৰু।।।
@DipDas-vi8ki
@DipDas-vi8ki 2 ай бұрын
teaok nohoi morioni
@assamfirebase6892
@assamfirebase6892 2 ай бұрын
@@DipDas-vi8ki নতুন সমষ্টি নিৰ্ধাৰণ কৰোতে আগৰ টীয়কৰ বহুত অঞ্চল মৰিয়নি সমষ্টি অন্তর্ভুক্ত কৰা হল। সেইকাৰনে কাছে আগৰ মৰিয়নি ত যেনেকে জিকি আহিছিল এইবাৰ যাতে নোৱাৰে।। ইয়াক মই ও কিছুমান কাৰনে ভাল পাইছিলো, কিন্তু এই ঘটনা টোৰ পৰা গম পালো ই অসমীয়া থলুৱা মানুহৰ ঘোৰ শত্রু।
@manashprotimborah5840
@manashprotimborah5840 2 ай бұрын
সচা কথা
@allone2175
@allone2175 2 ай бұрын
Rupjyoty r chain porise
@mamatachakraborty-xq5by
@mamatachakraborty-xq5by 2 ай бұрын
ৰূপজ্যোতি কুর্মিয়ে ঠিকেই কৈছে। আমাৰ মাজতো ভূল কৰা মানুহ আছে। সেইবুলি সকলো আমাৰ মানুহ বেয়া নেকি?
@robinbarik6033
@robinbarik6033 2 ай бұрын
Hosa kotha bhubula sagoli hoi ai jon
@Sima.1234
@Sima.1234 2 ай бұрын
এইজনৰ মুখৰ ভেলু নাই, ৰাজনীতিৰ power দেখাই যি মন যায় তাকে কয়,,
@utpalgoswami1990
@utpalgoswami1990 2 ай бұрын
ছিংখলছ চলিহায়, পাগল বুলি কোৱাতো ভূল হৈছে, কাৰণ - ৰুপজোতী কুৰমী আচলতে মূৰ্খ আৰু চেৰা পাগলহে নহয়নে ?
@Rana-hg8hg
@Rana-hg8hg 2 ай бұрын
মহিলা সকল হিন্দু মুছলমান মাৰোৱাৰী খ্ৰীষ্টান, আদি যি ধৰ্মৰ হওক ভন্তি বাইডেউ মা সকলক সন্মান কৰাটো ধৰ্ম বিচাৰ কৰিব লাগে নেকি? বিজেপি দলত এনেকুৱা পৰম্পৰা নেকি? এই ছাগলী কুৰ্মিয়ে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে যে? অসমৰ সকলো ধৰ্মৰ জনসাধাৰণ সজাগ হওক বিজেপি দলৰ বিভেদ সৃষ্টি কৰা নীতি সমূহৰ পৰা,
@RomanMohan-i3w
@RomanMohan-i3w 2 ай бұрын
কুমীদা, আপুনি কিয় যতে ততে মাত মাতে , আপোনাক আজি কালি মানুহে পচন্দ নকৰে । মনে মনে থকাই শ্ৰেয় ।
@bakulborah8941
@bakulborah8941 2 ай бұрын
মানসিক ৰোগীৰ লগত তৰ্ক কৰিলে বেয়া বুজায় ।
@mindrefresh715
@mindrefresh715 2 ай бұрын
RUPJYOTI KURMI... কত কেতিয়া কি কব লাগে একো নাজানে।
@Devit_vlog
@Devit_vlog 2 ай бұрын
ৰাইজ প্ৰতি নিধি এজনে ভাবি চিন্তি কব লাগে
@keshabdas9776
@keshabdas9776 2 ай бұрын
অসম বচাবলৈ সকলো ৰাইজ ওলাই আহক
@dulenjun5079
@dulenjun5079 2 ай бұрын
আগন্তুক নিৰ্বাচন ত ৰূপজ্যোতি কুৰ্মীৰ দৰে এজন‌ মানসিক বিকাৰগ্ৰস্ত ব্যক্তি ক অসমৰ ৰাজনৈতিক মজিয়াৰ পৰা উলিয়াই দিয়াতো উচিত বুলি গণ্য কৰিব লাগে ।
@jogenkalita4268
@jogenkalita4268 2 ай бұрын
শৃঙ্খল নাম হব নোৱাৰে ইচেৰাবলীয়া ইয়াৰ কথাবোৰ উশৃংখল ইজনতাৰ কাৰনে কিডাল কৰিছে ।ইয়াৰ নিচিনা উঠি অহা যুৱক সকলে একোটা সংঘ খুলিসভাপতি/সম্পাদক হোৱাহে কথা।
@rajeshpator1080
@rajeshpator1080 2 ай бұрын
100/ মানষিক ৰুগী এইজন MLA
@sangitaboruah6293
@sangitaboruah6293 2 ай бұрын
কুমী সচাকৈ পগলা যেন লাগে।চলিহাই ঠিক কথা কৈছে
@_Blexed._.wozzz_
@_Blexed._.wozzz_ 2 ай бұрын
Kurmi a man of light word
@nitultalukdar2504
@nitultalukdar2504 2 ай бұрын
Akebare xosa kotha
@nayannilim8247
@nayannilim8247 2 ай бұрын
এইটোৰ দৰে মূৰ্খ বিধায়ক গোটেই ভাৰততে নাই । কেমেৰাৰ আগত আহিলেই ভ্ৰম বকে । আনক কি শিক্ষা দি ফুৰে নাজানো , ইমান লেতেৰা লেতেৰা কে হিমন্তৰ বিষয়ে কৈছিলে , পিছত সেইজনৰে চৰণত ঠাই ললেগৈ । মৰিয়নি বাসী ৰাইজ , বেয়া পাইছো । এইটোকনো ????
@haridevsaikia4415
@haridevsaikia4415 2 ай бұрын
Tar matha nai. Sulai aru Lawpani he hodai khai
@haridevsaikia4415
@haridevsaikia4415 2 ай бұрын
He nonsense
@radhachura11
@radhachura11 2 ай бұрын
Bhebela sagoli marionir😅
@thelosthuman688
@thelosthuman688 2 ай бұрын
Sign a petition to admit Stupidjyoti in VG
@brajenchutia2509
@brajenchutia2509 2 ай бұрын
Right kotha koise cholia
@sandeepkoiri8175
@sandeepkoiri8175 2 ай бұрын
শৃ্ংখল চলিহা ডাঙৰীয়া আপোনালোকে খিলঞ্জীয়া মানুহৰ মাটি বাতৰি বেলেগে মানুহক দিব নোৱাৰিব এই আইন আপোনালোকে জাৰি কৰিছে এই কথাত আপোনাৰ লগত একমত কিন্তু শিৱসাগৰ অখিল গগৈয়ে মুছলমানক ভূমি পট্টা দিবলৈ ইমান প্ৰতিবাদ কৰি আছে এই কথাত আপোনালোকে কি মতা মত দিব। অখিল গগৈয়ে যদি এনে কৰে তেন্তে বহু খিলঞ্জীয়া মানুহৰ ভূমি পট্টা হাতৰ পৰা গুচি। আপোনালোকে খিলঞ্জীয়া মানুহখিনিক বচাবলৈ চেষ্টা কৰিছে আৰু অখিল গগৈয়ে খিলঞ্জীয়া শেষ কৰাৰ পৰিকল্পনা কৰিছ।
@pronobborgohain7195
@pronobborgohain7195 2 ай бұрын
কুমী❌শৃংখল✅
@Bobbi235
@Bobbi235 2 ай бұрын
Rup Jouti Kurmi Zindabad
@Dhruba7856
@Dhruba7856 2 ай бұрын
Ekdom hosa ktha....
@ronjimoran8346
@ronjimoran8346 2 ай бұрын
Both are same ! Both are need to admit in VG hospital.
@arunjyotibezboruah8792
@arunjyotibezboruah8792 2 ай бұрын
এইটো সচা কথা ।
@bmazumder9654
@bmazumder9654 2 ай бұрын
Iyak tezpur pathiai dibo lagey
@KushalBoro-y3t
@KushalBoro-y3t 2 ай бұрын
A a b b😂😂
@nilimsovangoswami2812
@nilimsovangoswami2812 2 ай бұрын
Rupjyoti kurmi ALAGADHA..... MLA r jyugata nai.....Gaon burah kori diya bhal...... Subidhabadi leader.....
@GangaKuli
@GangaKuli 2 ай бұрын
Rupjyoti kurmi back
@AbhijitKonwar69
@AbhijitKonwar69 Ай бұрын
Singhol choliha always rock
@ShamerAli-u9x
@ShamerAli-u9x 2 ай бұрын
Be be be be be.
@KhanjanSaikia-c3q
@KhanjanSaikia-c3q 2 ай бұрын
ৰূপজ্যোতি কুৰ্মীক উত্তৰ দিয়াতকৈ সত্যনাথ বৰাক উত্তৰ দিয়ক ৷ বাংলাদেশৰ পৰা আহি অসমৰ ৩৫ টা সমষ্টি কাঢ়ি ললে ৷ আমিও বিচাৰো অসম অসমীয়াৰ কিন্তু দেখাগৈছে উজনিহে অসমীয়াৰ ৷ যি সকল নিৰ্দোষীয়ে আঠু কাঢ়িলে সেইসকল অনা অসমীয়াৰ দোকানত অসমীয়া ৮০% ক গোলাম কৰিবলৈ দিব লাগিব ? তাৰ মানে অনা - অসমীয়াৰ দোকানত অসমীয়াই গোলামী কৰিবই লাগিব নেকি ? স্ব নিৰ্ভৰশীল হবৰ সময় হ’ল ৷ তেতিয়াহে জাতি নিৰ্ভৰশীল হব ৷ বীৰ লাচিত সেনাই প্ৰথমতে কৰক----- ১/ অসমৰ চৰকাৰী চাকৰি আৰু চৰকাৰী আচনি ১% ও অনা-অসমীয়াই লাভ কৰিব নোৱাৰিব ৷ ২/বাংলাদেশীক সমৰ্থন কৰা ৰাজনৈতিক দলৰ প্ৰাৰ্থীক বহিস্কাৰ ৷ ৩/ অনা- অসমীয়াৰ পৰা মাচুল , দান -বৰঙণি বন্ধ ৷
@sujitranjankashyap7979
@sujitranjankashyap7979 2 ай бұрын
You are right.
@luckyblog5881
@luckyblog5881 2 ай бұрын
Kurmi mla apuni Assam r karne ki ata vl Kam krise apuni explain krm....??😊
@cyber9345
@cyber9345 2 ай бұрын
Korisa...bhal kam.. congres t thakuta HBS r bodnam now susori susori BJP join...aitu kom dangr kam ni?😃
@putulchgayan
@putulchgayan 2 ай бұрын
😂😂😂​@@cyber9345
@manashpratimsaikia9436
@manashpratimsaikia9436 2 ай бұрын
ৰূপজ্যোতি এটা চেলেপু ইমান গুৰুত্ত দিবলৈ কাম নাই 😅
@bijukhatowal9575
@bijukhatowal9575 2 ай бұрын
ৰাশি বন্ধন অসমীয়া সংস্কৃতিৰ হয় নে নহয় ।
@hritizgogoi3739
@hritizgogoi3739 2 ай бұрын
Nhoi
@sujitranjankashyap7979
@sujitranjankashyap7979 2 ай бұрын
No never.
@bijukhatowal9575
@bijukhatowal9575 2 ай бұрын
@@hritizgogoi3739 উত্তৰ দিয়া বাবে ধন্যবাদ
@bijukhatowal9575
@bijukhatowal9575 2 ай бұрын
@@sujitranjankashyap7979 উত্তৰ দিয়া বাবে ধন্যবাদ ।
@AG-td2ip
@AG-td2ip 2 ай бұрын
VG free te promotion hoi gol..😊😊
@FIRUjAli-w9o
@FIRUjAli-w9o Ай бұрын
ৰুপজুতি। কুৰমিক। গেপতাকৰক
@dibakarbarman8272
@dibakarbarman8272 2 ай бұрын
I don't think kurmi is mental patient but chaliha must go for treatment in a veterinary hospital,why he burking like a dog any time disturbing the general public,....
@shelleymaislam1135
@shelleymaislam1135 2 ай бұрын
পগলা কুকুৰে কামুৰি থৈছে নহয় ,জলাতঙকত ভুগি আছে।ৰাইজে খেদি খেদি মাৰিব লাগিব।
@labamonibaruah1199
@labamonibaruah1199 2 ай бұрын
Kurmi Thanks
@JitumoniSaikia-uk9hv
@JitumoniSaikia-uk9hv 2 ай бұрын
Xosa kotha.
@SudipGupta-u4v
@SudipGupta-u4v 2 ай бұрын
Duita akei ata mudrar duta pithi
@PranabkumarSarma-z6z
@PranabkumarSarma-z6z 2 ай бұрын
আছলতে ৰূপজ্যোতি বে বে বে😂😂😂😂😂
@dulenjun5079
@dulenjun5079 2 ай бұрын
😂😂😂 সঁচা কথা
@AbiCricketNews
@AbiCricketNews 2 ай бұрын
Rupjyoti ককা তুমি Rajasthan te thak ge ja... Oo pase tat টুপী পিন্ধোৱা politics koribo nuwaribo
@gourangapegu6981
@gourangapegu6981 2 ай бұрын
Bay bay bay😂😂
@DurlavChangmai-i3z
@DurlavChangmai-i3z 2 ай бұрын
Kurmi 2 😂😂
@deepakrajkhowa7975
@deepakrajkhowa7975 2 ай бұрын
Rupjuri kurmi B...B...B
@bimalgogoi6818
@bimalgogoi6818 2 ай бұрын
অই পগলা কুৰমি তই T.V.ত অলপ কম ওলাবি তুক দেখিলে মাথাই কাম নকৰে।
@hemantasarma1220
@hemantasarma1220 2 ай бұрын
Be be
@RituSarmah-tt9vr
@RituSarmah-tt9vr 2 ай бұрын
Right khotha koisa
@jayantadutta1024
@jayantadutta1024 2 ай бұрын
Rupjyoti hosai heidhoronor manuh
@GirinGirin-qk1fi
@GirinGirin-qk1fi 2 ай бұрын
Kurmi nimak sah kah.betiseah tumulook mur2 kamnikwa kori thoi gol heakirena Abul tubul koi thoka.
@shehnazbegum9907
@shehnazbegum9907 2 ай бұрын
Dada apuni jetia rupjyoti kurmik koi brain beya buli koi mur birat val lage tar awaj hunile apunar khong uthile.
@Habontika
@Habontika 2 ай бұрын
June ji koi nijar Kam neje kori jabo
@DragonRider9
@DragonRider9 2 ай бұрын
yyyeeeeeee mooja
@anmoran5102
@anmoran5102 2 ай бұрын
সঁছাৰ কথাৰ
@noorhassan6201
@noorhassan6201 2 ай бұрын
Rup joti tar logot cm ok manosek doctor dakook
@RINGSARBORO-w9g
@RINGSARBORO-w9g 2 ай бұрын
B J P Ahitaka 2026 Sonat Shidul Bidul Hobo
@MoniDas-z9t
@MoniDas-z9t 2 ай бұрын
Mad
@manab6819
@manab6819 2 ай бұрын
Rakhi bandhan marwari community r hoi dada
@PalashHazarika-dm4qg
@PalashHazarika-dm4qg 2 ай бұрын
Ai vera sagolir tur babe singkhol da apuni time nosto nkoribo...aouni hodai axomiar babe aag bahi jaouk.
@DipuSahariah-nz6sc
@DipuSahariah-nz6sc 2 ай бұрын
Right..kheijon be be be....😂
@bibhutidowari3856
@bibhutidowari3856 2 ай бұрын
Rupjyoti heijoni amar baa hoi
@MonserAli-gr4kf
@MonserAli-gr4kf Ай бұрын
Rupjyoti kormi mental
@swapnilchakravarty420
@swapnilchakravarty420 2 ай бұрын
Baideuk moi janu ghy pub saraniat thake.
CAN YOU DO THIS ?
00:23
STORROR
Рет қаралды 41 МЛН
Сюрприз для Златы на день рождения
00:10
Victoria Portfolio
Рет қаралды 2,7 МЛН
I tricked MrBeast into giving me his channel
00:58
Jesser
Рет қаралды 22 МЛН