Assam News: দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত বিদ্যালয়তে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ শোকাৱহ মৃত্যু

  Рет қаралды 213,732

ND24

ND24

Күн бұрын

দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত বিদ্যালয়তে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ শোকাৱহ মৃত্যু। এয়া বিদ্যালয়ৰ অনুশাসনহীনতা নে ছাত্ৰ উচ্ছৃংখলতা?
#assamesenews #nd24news #nd24live #nd24assamese #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24's KZbin channel offers the latest news videos on politics, cricket, technology, entertainment, and much more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐋𝐢𝐧𝐤𝐞𝐝𝐈𝐧: / nd24assam
▶️ 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩 𝐂𝐡𝐚𝐧𝐧𝐞𝐥: whatsapp.com/c...
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 318
@aakashgogoi3870
@aakashgogoi3870 Ай бұрын
মৰিয়াই বেঁকা কৰি দিয়ক সেইকেইটাক সৰুল'ৰা বুলি এৰি নিদিব নহ'লে সেইকেইটা প্ৰফেচনেল কিলাৰ হবগৈ।
@BinandaSunowal-fh3rm
@BinandaSunowal-fh3rm Ай бұрын
Hosai
@Hun2Sonowal
@Hun2Sonowal Ай бұрын
সচা
@ManikaBhumiz
@ManikaBhumiz Ай бұрын
স ঢফৰফয 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😢😢😢😢😢😢😢😢😢😢😢😅😅😅😅😅
@NamitaSaikia-kb5ly
@NamitaSaikia-kb5ly Ай бұрын
Yes right
@sanjibsaikia792
@sanjibsaikia792 Ай бұрын
Horu lora buli anekua lorak Ari dibo nalage.
@gakulkalita950
@gakulkalita950 Ай бұрын
যি জনে মাৰিলে তাৰ ফটো কিয় দিয়া নাই।তাৰ চেহেৰা টো চাই লওঁ।
@skygaming4340
@skygaming4340 Ай бұрын
Right
@krishnadas8189
@krishnadas8189 Ай бұрын
Teoluk minor hoi...juvenille court t case solibo tar agt jdi kunbai teolukr photo viral kore teo o law mote xasti pabo...
@halalbinudan9244
@halalbinudan9244 Ай бұрын
Miya hole sabo parile heten...
@suravi23
@suravi23 Ай бұрын
​@@halalbinudan9244eman negetive kio sinta bor eman tolor ne c
@Sangita-vc6gfs
@Sangita-vc6gfs Ай бұрын
হয়
@paragthakuria1995
@paragthakuria1995 Ай бұрын
এয়াই আজিৰ যুগৰ গুৰু গোসাঁই নমনা উদণ্ড ছাত্র সমাজ‼️ধিক্কাৰ
@surujali7365
@surujali7365 Ай бұрын
প্ৰধান শিক্ষয়িত্ৰী জনী সেই পদৰ উপযুক্ত নহয়।
@chandanjyotirajkhowababati5343
@chandanjyotirajkhowababati5343 Ай бұрын
apuni knke jnile ??
@yeasminelahi1167
@yeasminelahi1167 Ай бұрын
@@surujali7365 principal r ki vul
@jitendrarabha4660
@jitendrarabha4660 Ай бұрын
@@surujali7365 প্ৰধান শিক্ষয়িত্ৰী গৰাকী উপযুক্ত নহয় বুলি কেনেকৈ জানিলা?বিদ্যালয় পৰিচালনা সভাবোৰত কেতিয়াবা গৈ পাইছনে?নে ল’ৰাছোৱালীবোৰে মাৰপিট কৰাৰ দোষত বাইদেউ গৰাকীক দোষী সজাব বিচাৰিছে?
@RubulHoque-pk6ln
@RubulHoque-pk6ln Ай бұрын
Sator mastor aibilak. Khakhon nohowa baba satta khomaj lgra hoisa😮
@sajid99
@sajid99 Ай бұрын
​@@chandanjyotirajkhowababati5343apuni ki schl r teacher niki jene koi koise
@jitendrarabha4660
@jitendrarabha4660 Ай бұрын
শিক্ষকে কাক কিমান নজৰ দিব,আৰু কেনেধৰণৰ অনুশাসন ল’ব লাগে?ছাত্ৰছাত্ৰীৰ মংগলৰ কাৰণে শিক্ষকসকলে কেতিয়াবা টান কথা ক’লেও একেবাৰে আইনৰ কাষ পায়গৈ৷ল’ৰা সকলৰ যিহে চুলিৰ আৰ্হি,দেখিলেই বুজিব সেইসকল ল’ৰাও কিমান অহংকাৰী!কিমান ভয়ংকৰ!বিদ্যালয়ৰ নীতিনিয়ম নমনা অহংকাৰী ছাত্ৰছাত্ৰীসকলক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰ কাৰণে চৰকাৰে অনুমতি দিব লাগে বিদ্যালয়বোৰক৷
@nayansniper2726
@nayansniper2726 Ай бұрын
School bhitorot students complete risk teacher... Okol dormaha khai thakile nohoi.. moiu govt school college porhi aha.. agote enekua nasil.. sir baideu kiba kole voi lage.. but atia news bur sai ene lage jen only sakori tu bosabo he school Jai..
@RimpyRajkhowa
@RimpyRajkhowa Ай бұрын
Right
@yeasminelahi1167
@yeasminelahi1167 Ай бұрын
​@@nayansniper2726 kenekoi kbo kowk sn.... sorkar r a order ase sn teacher a gali dbo nware,maribo nware....marile gali dile maak deutak akdom police r osor pai,..Kune kak ki koi Letha logai lbo?
@halalbinudan9244
@halalbinudan9244 Ай бұрын
Teacher e kiba hahon koribo goleu teacher k degar mari mari deye...
@halalbinudan9244
@halalbinudan9244 Ай бұрын
Teacher e kiba hahon koribo goleu teacher k degar mari mari deye...
@Arupa-mg8rv
@Arupa-mg8rv Ай бұрын
শিক্ষক ৰ ভুল নাই লৰাকেইটা গুনদা এই বনৰা কেইটাক উচিত শাচটী দিওক
@RahulRahul-nw8ct
@RahulRahul-nw8ct Ай бұрын
Teacher bhul asa Karina aji Ai kando hoisa
@RahulRahul-nw8ct
@RahulRahul-nw8ct Ай бұрын
Toi kun Hoi sudur vhi toi si Asle nake 😡😡
@deepjyotigogoi1383
@deepjyotigogoi1383 Ай бұрын
Teacherr ki vul ko sun?
@rajuborah3744
@rajuborah3744 Ай бұрын
বৰ দুখ জনক খৱৰ ৷ মানৱতাৰ অভাৱ বুলিয়েই ক’ব নে কলি যুগৰ প্ৰভাৱ বুলি ক’ব ৷
@diman6591
@diman6591 Ай бұрын
Kol yog hoi
@ChumkiBora
@ChumkiBora Ай бұрын
কবলৈ সহজ কিছুমান কথা কিন্তু সেই স্থানত থাকি নিজে কৰিব পৰাটোহে কঠিন। বৰ কষ্ট এজন ছাত্ৰক মানুহ কৰি তোলাটো। অভিভাৱক সকলে koi pitibo Ami bewa napau kintu asat diyok ata tan kotha kouk বাহিৰত অভিভাৱকৰ এটা দল গঠন হব মুৰ লৰা kio pitibo. Sekoni dal হাতত তুলি নোলোৱাৰ পৰাই আৰম্ভ হল ছাত্ৰৰ ohoivyali. যেতিয়া পৰাই ovivaboke সন্তানৰ আগত শিক্ষকৰ বদনাম গাবলৈ ললে তেতিয়াৰ পৰাই গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্ক নষ্ট হবলৈ ধৰিল। মনত pelauk অনুশাসন কৰাৰ বাবে অলপ দিন আগত চুৰিৰ আঘাতত প্ৰাণ দিছিল ছাত্ৰৰ হাতত এজন শিক্ষকে। কোনোবা অসুৰ ৰূপী ছাত্ৰৰ হাতত শিক্ষক হল বুলি জীৱন দিব নোৱাৰে । তেওঁলোকৰ পৰিয়াল আছে , সপোন আছে , জীয়াই থকাৰ হেপাহ আছে ।
@niranjansarma8106
@niranjansarma8106 Ай бұрын
Xosa ktha👍
@suravi23
@suravi23 Ай бұрын
Moi private akhont kam korisilu 1 bosor ajone 2 pore hoday kolom loi nahe nhole bohi nohole kiba nohoi kiba Nona koi ahe hoday gali khay adin Kali kolu Kali r pora jodi aibor noloa koi aha roomt humabo nidim bahirot thoi dim kanot dhorai ki kole Jane oii gedi besi pes pes koro na usit poisa disi mor essa ki loi ahu ki loi nahu tui kera amak dhukba dibi na askai ji koilo koilo ar kobi na rastai paya kaita dimu hola 😂 tar picot meeting hol kiba hol kintu mon nabohil 2 mah man picot arilu school
@smritirekhasaikia6119
@smritirekhasaikia6119 Ай бұрын
বেয়া কাম কৰা ছাত্র ৰ বিচাৰ ললেও অভিভাৱকে শিক্ষকক নি থানা পোৱাইগে প ইচা dimand কৰে। কি কৰিব শিক্ষকে
@pulakbarman6463
@pulakbarman6463 Ай бұрын
শিক্ষক - শিক্ষয়িত্ৰীসকলে টোপনি মাৰিব অহা যেন অনুভৱ হয় স্কুলত। সিহঁতক ভালকৈ তদন্ত কৰিলে সকলো ওলাই পৰিব।
@mitalinath6601
@mitalinath6601 Ай бұрын
শিক্ষকে ছাত্ৰক বেয়া কাম কৰিবলৈ নিদিয়ে, শিক্ষকক সন্মান কৰিব নোৱাৰিলে অসন্মান নকৰিব নাপাই, আপোনালোকৰ দৰে মানুহে শিক্ষকৰ প্ৰতি কৰা তুলুঙা মন্ত্যব্যই ছাত্ৰ ছাত্ৰীক শিক্ষকৰ অবাধ্য হবলৈ উৎসাহ যোগাই 😢
@yeasminelahi1167
@yeasminelahi1167 Ай бұрын
@@pulakbarman6463 teacher k jdi honmn kribo njano ohonmn o nkribi....tohote teacher r value ki buji a napao... nonsense... jibonot to school jai poai ni bdhoi gotike toi nu ki janibi teacher kak koi
@pulakbarman6463
@pulakbarman6463 Ай бұрын
@@yeasminelahi1167 nonsense buli anak koar agat tor maare baparek hudhi sabi toi kar asal prani.anak gyaan diya agat tahate nijar gyaan sai lobi,tahatar nisina bastuborak ami 420 buli kau.
@pulakbarman6463
@pulakbarman6463 Ай бұрын
@@mitalinath6601 শিক্ষকক বেয়া বুলি কোৱা নাই, আমি ও পঢ়া শুনা কৰি আহিছোঁ। শিক্ষকক আজিও সন্মান কৰো। আপুনি নকলেও হ'ব।
@rajkonwar45MK
@rajkonwar45MK Ай бұрын
ঘাটক কেইটাৰ ভৱিৎত অন্ধকাৰ হ'ল।ল'ৰাটোৰ আত্মাই শান্তি পাওঁক।
@classiccollections29
@classiccollections29 Ай бұрын
শিক্ষকে চৰকাৰী অৰ্ডাৰ পালন কৰিব নে ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা কথাটো চকু দিব নে পঢ়ুৱাব
@ChinmoyGogoi-o2z
@ChinmoyGogoi-o2z Күн бұрын
Thik koise , kisuman a ajileke school a goi pua nai heikarne teacher bhul amuk tamuk gai ase
@MbLalita
@MbLalita Ай бұрын
ছাত্ৰক যদি দুকুপ শাসনৰ বাবে মাৰে তহতে তাকো বাতৰি বনাব জা।। Breaking news বনাই দিয়া।। তহতৰ বাবে মৰিচে আজি এইবোৰ ছাত্ৰ শাসন নাপাই।।
@pradipkhoud4665
@pradipkhoud4665 Ай бұрын
সহপাঠীক হত্যা কৰি হত্যাকাৰী ছাত্ৰ জন কি শান্তিত জীয়াই থাকিব ? শিক্ষক সকলক দোষ জাপি দিলেই নহয়, পিতৃ মাতৃ তথা অচৰ চুবুৰীয়া সকলৰো বহুত দায়িত্ব আছে! এতিয়া অধিক দিশ ভাবি চিন্তি পিছৰ পৰ্য্যায়ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে !
@papukonwar4877
@papukonwar4877 Ай бұрын
কেলা ব্রয়লা , হাঁহ এটা মাৰিব নোৱাৰো । আৰু 10 পঢ়া লৰা'ই মানুহ মাৰি আছে😢
@kaushiksarania1440
@kaushiksarania1440 Ай бұрын
Hoi de bro
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
অতি দুখজনক আৰু হৃদয়বিদাৰক ঘটনা। আমাৰ নবপ্ৰজম্মৰ চিন্তা ধাৰা কলৈ গৈছে বাৰু। দোষী সকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে
@udiptapatar6506
@udiptapatar6506 Ай бұрын
নীতি শিক্ষাৰ অভাৱত এই দশা ।মাক দেউতাকৰ লগতে শিক্ষক সকলোকো এই শিক্ষা দিব লাগে।
@Dangerrr219
@Dangerrr219 Ай бұрын
Oi maksudu teacher a stand loley parents a complain korey rendir batcha hoi toi
@anonymous_assamese4838
@anonymous_assamese4838 Ай бұрын
অসমত বেছিভাগ চৰকাৰী বিদ্যালয়তে অনুশাসনৰ "অ" টোৱে নাই। বেছিখিনি শিক্ষক শিক্ষয়ত্ৰী কেৱল শিক্ষাসেতুত হাজিৰাটো দিব আৰু দৰমহাটো ল'বহে বিদ্যালয়ত যায় কিন্তু নিজৰ লৰা ছোৱালীক ভালৰো ভাল প্ৰাইভেট স্কুলখনত পঢ়ায়। দৰঙত এনেকুৱা বিদ্যালয় আৰু শিক্ষক সৰ্বাধিক আৰু তাৰেই পৰিণতি আজিৰ এই ঘটনাটো।
@indiabharat5005
@indiabharat5005 Ай бұрын
Mobile main
@mitalinath6601
@mitalinath6601 Ай бұрын
অনুশাসন মানে আচলতে কি??? অনুশাসনৰ বাবে পুৰস্কাৰ আৰু শাস্তি দুয়োটা সমানে দৰকাৰী নহয় নে??? তেন্তে যি শিক্ষা ব্যৱস্থাত শিক্ষকে ছাত্ৰক সামান্য শাস্তি দিব নোৱাৰে তাত অনুশাসন কত??? ইয়াত শিক্ষক সকলৰ দোষ কত??? যদি কোনোবা ছাত্ৰক শিক্ষকে নিজা বিচাৰে অলপ শাস্তি দিয়ে তেতিয়া অভিভাৱক ৰ লগতে আন দহ জন লোক আহি শিক্ষকৰ বিৰুদ্ধে থিয় দিয়ে 😢(আজিৰ ঘটনাটোৰ বাবে শিক্ষক সকল দোষ মুক্ত বুলি কব খোজা নাই just শিক্ষা ব্যৱস্থাত অনুশাসন কি সেইটোহে)
@PinkiPatgiri-l3d
@PinkiPatgiri-l3d Ай бұрын
Toi Pagl neki
@mitalinath6601
@mitalinath6601 Ай бұрын
শিক্ষকক নহয় পাৰিলে শিক্ষা ব্যৱস্থাটোক সমালোচনা কৰক পাৰিলে চৰকাৰী শিক্ষাৰ সমস্ত ব্যৱস্থাটো অলপ অধ্যয়ন কৰি চাওক উত্তৰ পাই যাব, উপৰে উপৰে চাই private school ৰ লগত তুলনা কৰিলে কেনেকৈ হব, আপুনি কব পাৰিবনে চৰকাৰী বিদ্যালয়ৰ 100% শিক্ষক অযোগ্য বুলি??
@yeasminelahi1167
@yeasminelahi1167 Ай бұрын
​@@mitalinath6601 point...
@nayan.j
@nayan.j Ай бұрын
কিহৰ অনুশাসনহীনতা? অভিভাৱক কম নেকি? ল’ৰা ছোৱালীক সামান্য টানকে পঢ়া সম্পৰ্ক কথা এটা ক’লেই পেনপেনাই কমপ্লেইন কৰে৷
@bharatisaikia6209
@bharatisaikia6209 Ай бұрын
প্ৰধান শিক্ষয়িত্ৰীক ভালকৈ দিব লাগে
@bhaskarsaikia6873
@bhaskarsaikia6873 Ай бұрын
শিক্ষক সকল কত আছিল? শিক্ষকৰ যোগ্যতা আছেনে তেওঁলোকৰ। সকলোকে Suspend কৰিব লাগে অনতিপলমে ।।
@mitalinath6601
@mitalinath6601 Ай бұрын
চাওক দুজন ছাত্ৰই পানী খাব আহা সময়কণত যে তেনেদৰে মাৰপিট কৰিব শিক্ষক সকলে কেনেকৈ জানিব , ছোৱালী জনীয়ে যদি সঁচাকৈ কৈছে তেনেহলে দুটা ঘোচা মাৰোতে যদি ছাত্ৰ জন পৰি গৈছে শিক্ষক সকলে কোনখিনি সময় পালে বাধা দিবলৈ, তেওঁলোক সাজু হৈ থকা নাছিল যে এনেকুৱা কিবা এটা হব, যদি ছোৱালীজনীয়ে কোৱা কথা মিছা হয় তেতিয়া তদন্তত নিশ্চয় ওলাব
@udassamesevlog7483
@udassamesevlog7483 Ай бұрын
এনেকুৱা লৰাক জীৱনত কাম কৰি খাব নোৱাৰা কৈ হাত ভৰি ভাঙি পংগু কৰিব লাগে যাতে অনুতপ্ত হয় যে জীৱনত কি ভূল কৰিলো আৰু কোনো শিক্ষানুষ্ঠান ত নাম ভৰ্তি কৰিব নোৱাৰে তেনেকুৱা ব্যৱস্থা কৰিব লাগে ।
@namratadutta1840
@namratadutta1840 Ай бұрын
প্ৰধান শিক্ষয়িত্ৰী জনীক ৰাস্তাত চোঁচৰাই মাৰক আৰু লৰা কেইটাৰ এখন হাত আৰু এখন ভৰি কাটি দিয়ক
@yeasminelahi1167
@yeasminelahi1167 Ай бұрын
@@namratadutta1840 principal r ki vul
@janalikalita1661
@janalikalita1661 Ай бұрын
News channel কেইটাৰ কাৰণে আজি এই অৱস্থা হৈছে হকে বিহকে teacher ৰ বিপক্ষে নিউজ বনাই। সত্য বিচাৰ নহয়ে।
@KanakDas-g8u
@KanakDas-g8u Ай бұрын
এনেকুৱা ঘটনা হলে আমি কি সুৰক্ষাত লৰা ছোবালী কেনেকৈ পঢ়ুৱাম
@tejaswinin7936
@tejaswinin7936 Ай бұрын
বিদ্যালয়ৰ শিক্ষকক দোষ দি কি হব। আজিকালি শিক্ষকৰ কথা নুশুনে এক কোব দিলে ঘৰৰ মানুহ আহি স্কুল পায়
@PhunuNathBora-uz9vj
@PhunuNathBora-uz9vj Ай бұрын
দোষীক বহুত বেছি উচিত শাস্তি দিয়ক আইনে।কিমান কষ্ট এটা ল'ৰা -ছোৱালী মাকৰ গভত থকাৰ পৰা কিমান কষ্টৰে সকলো মাক দেউতাকে ডাঙৰ দীঘল কৰে। সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীক চাকৰিৰ পৰা বহিষ্কাৰ কৰক।প্ৰধান শিক্ষয়িত্ৰী হৈছে বিদ্যালয়ত থকা সময়কণ তেখেতৰেই ল'ৰা -ছোৱালী। হুলস্থুল হওতেওঁ ইমান কোনো শিক্ষক-শিক্ষয়ত্ৰীয়ে কব নোৱাৰে নে। গতিকে চৰকাৰে ইয়াৰ বিহীত ব্যৱস্থা কৰক শীঘ্ৰেই।
@Papori-q7y
@Papori-q7y Ай бұрын
আজি কালি লৰা ছোৱালী বোৰৰ ধৈৰ্য শক্তি কমি গৈছে,
@mriduladeka7465
@mriduladeka7465 Ай бұрын
ছাৰ বাইদেউ হতে কি কৰি থাকে স্কুল ত একো দায়িত্ব নাই নেকি ল'ৰা ছোৱালী ৰ ওপৰত যদি দায়িত্ব পালন কৰিব নোৱাৰে চাকৰি ৰিজাইন দিয়ক মোৰ অনুৰোধ অসম চৰকাৰে চাকৰিৰ পৰাই নিলম্বনত কৰিব লাগে
@mitalinath6601
@mitalinath6601 Ай бұрын
আপুনি অনুৰোধ কৰিছে যেতিয়া চৰকাৰে নিলম্বন কৰিবই 😅
@সংগীতপ্ৰিয়া
@সংগীতপ্ৰিয়া Ай бұрын
চৰকাৰী বিদ্যালয় এনেকুৱাই private schoolৰপৰা আহি এইবোৰে দেখি থাকো .......class ix darrang
@mrinalphukan5425
@mrinalphukan5425 Ай бұрын
শিক্ষক ছাত্ৰ সকলোৰে সমানেই দুখ,
@Anisha-op5lv
@Anisha-op5lv Ай бұрын
দুখী ক উচিত শাস্তি দিয়ক 😢😢
@rupshreedevi9179
@rupshreedevi9179 Ай бұрын
শিক্ষক সকলে চকু মুদি আছিল নে চকু মুদা কুলিৰ ভাও জুৰিলে? ইমান বোৰ শিক্ষক শিক্ষয়িত্ৰী থাকোতেই ইমান ডাঙৰ ঘটনাটো কেনেকে হ'বলৈ পালে?
@wisestory1258
@wisestory1258 Ай бұрын
ম‌ইনা,তুমি চকিদাৰৰ পোষ্টত সোমাই যোৱা । কোনে কত কি কৰি আছে চাই থাকা ।
@yeasminelahi1167
@yeasminelahi1167 Ай бұрын
@@rupshreedevi9179 checking kriboloi tumi humoa sabo pariba
@SatyaSaikia-xg8rn
@SatyaSaikia-xg8rn Ай бұрын
আমাৰ ইস্কুল শন বহত ভাল এনেকুৱা নহয় দেই বেভা❤❤❤❤❤❤❤❤❤❤❤❤
@PrabodhRajbongshi
@PrabodhRajbongshi Ай бұрын
শিক্ষকক দোষ দি লাভ নাই উদণ্ড ছাত্র অনুশাসন কৰিব নোৱাৰি।
@Uselesslyuseless
@Uselesslyuseless Ай бұрын
শিক্ষক কেৱল শিক্ষক হৈ থাকিব নালাগে। গুৰু হ'ব লাগে।
@DhunuGogoi-ug7tf
@DhunuGogoi-ug7tf Ай бұрын
চকুৰে দেখা নাই কেলা ক'ত শুই আছিলি কেলা
@mriduladeka7465
@mriduladeka7465 Ай бұрын
এনে চৰকাৰী চাকৰি দৰমহা লৈ আছে কাৰোবাৰ লৰা ছোৱালী মৰি গৈল সিহতৰ নো কি হব যিদিনাখন নিজৰ লৰা ছোৱালী হেৰুৱাব তেতিয়া হে উপলব্ধি কৰিব সন্তান ৰ মূল্য 😭
@PankajVlogs-yc4nn
@PankajVlogs-yc4nn Ай бұрын
আজি কালিৰ গোটেই অসমত এনেবোৰ ঘটনাই আগুৰি ধৰিছে গতিকে ভালদৰেই তদন্ত কৰিব লাগে
@krishnogaming5225
@krishnogaming5225 Ай бұрын
চৰকাৰী বিদ্যালয়ৰ শিক্ষক বোৰে টকা চিনি পাই লৰা ছোৱালী মৰি গৈছে কান নাই ঐই বিলাক শিক্ষকক উলিয়ায় দিব লাগে পাইভেত বিদ্যালয় ভাল টকা দিলেও গাত নেলাগে গুৰুত্বপূৰ্ণ দিয়ে
@snigdhasune7832
@snigdhasune7832 Ай бұрын
শিক্ষক অভিভাৱক চৰকাৰ সকলো দায়ী। সমস্ত ব্যৱস্থাৰ বলী। আজি এখন স্কুলত কালি যে আমাৰ কি ঠিক সাৱধান সকলো সাৱধান
@Nearest-wo5co
@Nearest-wo5co Ай бұрын
মিঞা নহয় দে । সনাতনি হিন্দু বঙাল আৰু জয় চিৰি ৰম চিঞৰা বান্দৰ বোৰ কত কল খাই আছে
@PadmaLalung-iq7ik
@PadmaLalung-iq7ik Ай бұрын
Headmaster গৰাকীক জেললৈ পঠিয়াইদিয়াই ভাল ৷অন্য শিক্ষকসকলক চাকৰিৰ পৰা নিলম্বন কৰক ৷
@BarkatAli-l5g
@BarkatAli-l5g Ай бұрын
এই খন বিদ্যালয়ৰ সমূহ শিক্ষক সকলোক বহু দুৰলৈ বদলি কৰিব লাগে কাৰন তেওঁলোকৰ ঘৰৰ ৰাখিব নালাগে কমেও ৫০ কিলোমিটাৰ নিলগত হলে শিক্ষকক আৰু শিক্ষাৰ মানদণ্ড বুজি পাব।
@BhaswatiSarmah-co9nb
@BhaswatiSarmah-co9nb Ай бұрын
Ai school r teacher bhal nhoi 🤬🤬😡
@chandankalita4471
@chandankalita4471 Ай бұрын
দৰমাহা খোৱা হেড মাচতৰনি ফাকি মিছলিয়া আগৰ পৰা জেলত ভৰাই থওক
@KanakDas-g8u
@KanakDas-g8u Ай бұрын
গৰিহণা দিছো
@Barnitamixchannel
@Barnitamixchannel Ай бұрын
Dada apunaloi bohut beya lagile😭😭😭😭😭😭😭😭😭
@janalikalita1661
@janalikalita1661 Ай бұрын
শিক্ষক ৰ ভুল নাই। শিক্ষকক টানি আনি নিউজ নবনাব
@PrafullaSaharia-y4r
@PrafullaSaharia-y4r Ай бұрын
যদি শিক্ষক পৰিচালনা সমিতি আৰু অভিভাৱকৰ। দোষ নাই tenehaleprivate স্কুল বিলাকত এনে নহয় কিয়।
@vdvgxzvnn6367
@vdvgxzvnn6367 Ай бұрын
Sivsagar principal murder case tu saaok gam paba. Sab dukh kisoman student r gat, hihote Ata Ata haru haru tez piya. Moi o haru te bullied hoisilu. Aeibw sab cinema, social media e low iq manuh or oprat Kora effect. Main mak bapek, ji Lora sulwalir Gharat sanskar nai, wine r bah hai bor Ata Ata randa maksudu nohoi ki hba. Moi nijai jitu dekhi sw hai tu he koisw, aru kisoman teacher ek number bodmash, okol poisa khuwa dhanda for example namtu nakaw polytechnic bor, fine logabw, kona a Ata kajiya t jdi matha du fal Hoi toyhapi okol fine katibw lawra ni. Police e ako nakoi, jetiya loike konu Ata mori najai. Sab poisa, politics __sab ses ghin lge.
@kishordutta3449
@kishordutta3449 Ай бұрын
বাইদেউ আপোনাৰ নিজা মানু হয়। কিজানি কিয় আপোনি লৰাজনৰ বেমাৰ হোৱা বোলি কৈছে
@pulenmahanta948
@pulenmahanta948 Ай бұрын
লৰাছোৱালী উগ্ৰ হোৱা নাই প্ৰিন্সিপাল জনীৰ দায়িত্ব নাই
@mitalinath6601
@mitalinath6601 Ай бұрын
আপুনি আহক এইবাৰ principal হব লাগিব
@yeasminelahi1167
@yeasminelahi1167 Ай бұрын
@@pulenmahanta948 ki krile principal e.. principal e jai lora jonok kole nki j tak mari pela
@aliulllaskar3560
@aliulllaskar3560 Ай бұрын
All the teachers and principal should be suspended
@JibonNeog-n7o
@JibonNeog-n7o Ай бұрын
Goru, teacher ye jodi asat dile heten tetia u prtme toiye thana pabi
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
বিদ্যালয় কৰ্তৃপক্ষৰ চুড়ান্ত অনুশাসনহীনতা আৰু দায়িত্ব হীনতাৰ পৰিচায়ক এই ঘটনা।
@yeasminelahi1167
@yeasminelahi1167 Ай бұрын
@@hiranyarajkhowa4119 শাসন krile sn tohotor a utpat besi... school t gerao kri hahakar kribi...lora jonok marile,kiba kibi..gov order ase sn teacher a ako kboi nware mara to durr ktha....tetia ki kribo lge teacher e...vori t dhori kbo lge nki tohote beya kam nkribi...
@JituDutta-v1q
@JituDutta-v1q Ай бұрын
শিক্ষক সকলে কি কৰি আছিল তেওঁৰলোক জেলত প্ৰভাব লাগে
@HiteshDeka-hp7nf
@HiteshDeka-hp7nf Ай бұрын
ঘোচ মাৰা শিক্ষা তাক কঠোৰ ভাৱে দিব লাগে
@gunadihingia2696
@gunadihingia2696 Ай бұрын
All teachers must suspended
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Ай бұрын
মামা ইহঁতক জিয়াই ৰাখিলে পাপ হ'ব।
@kamawgrup2391
@kamawgrup2391 Ай бұрын
😂
@abhilashgogoi1657
@abhilashgogoi1657 Ай бұрын
আজি কালি ১৫/১৬ বছৰৰ ল'ৰা বিলাক বহুত বেয়া হৈছে
@aparajitatamuli7273
@aparajitatamuli7273 Ай бұрын
আজি কালি শিক্ষকে হাতত এচাৰি পুনৰ লব লাগে
@DipuDaniel
@DipuDaniel Ай бұрын
বুলডোজাৰৰ তেল শেষ হল চাগে ।
@nazimulhoque9275
@nazimulhoque9275 Ай бұрын
Mak দেউতাক লৈ বহুত বেয়া লাগিছে।।।
@dhirajrabha1491
@dhirajrabha1491 Ай бұрын
এই বিলাক সাধাৰণ কথা,
@MinaBarman-yq3dx
@MinaBarman-yq3dx Ай бұрын
এট ল'ৰা মৰি গ'ল কিমান দুখৰ কাৰণ তোৰ কাৰণে সাধাৰন কথা তোৰ ঘৰৰ কোনোবা মাৰিলে ভাল হয়
@Hndjdj400
@Hndjdj400 Ай бұрын
Nohoi
@MonikantaBoruah
@MonikantaBoruah Ай бұрын
নাম উল্লেখ নাই হত্যাকাৰী only bhobesh deka muslim হলে ফটো তুলি উল্লেখ কৰা হয়
@FarukAli-v8u
@FarukAli-v8u Ай бұрын
শিক্ষক আৰু গাৰেজনৰো ভুল আছে। লৰাই ইছকুলত গৈ পৰিৱ গৈছে না মাৰামাৰি কৰিৱ গৈছে সৈই বিলাক চকু দিৱ লাগে
@hudensasaikowwe8484
@hudensasaikowwe8484 Ай бұрын
বাকী বিলাকে কি ছাই আছিলে ।এৰাব নোৱাৰিলে নিকি ?
@KushalKakati-iq9iu
@KushalKakati-iq9iu Ай бұрын
আমাৰ চৰকাৰে নো মানুহ ঘৰক কত ন্যায় দিব পাৰিব
@TinkulDas709
@TinkulDas709 Ай бұрын
আজি কালি মোবাইল পৰা হৈছে এনেকুৱা অৱস্থাত। আৰু ইস্কুলো মাক দেউতাক কাৰ এনেকুৱা গুদা গুৰি
@RubulAli-y2e
@RubulAli-y2e Ай бұрын
মৰি যোৱা তৰ ফটো দি থাকা মাৰা কেইটা পিখচৰ কিয় নাদেকুৱা
@beautisaikia6637
@beautisaikia6637 Ай бұрын
সৰু লৰা বুলি এৰি নিদিব।ফাচী দিয়ক।
@KankanaDoloi
@KankanaDoloi Ай бұрын
Ji jone marise tar photu diya ni j ajon lora jibon lua pakhondtuk sau....hoytakari..tuk
@ffx4sagoryt955
@ffx4sagoryt955 Ай бұрын
Sudurvai keita eta etake kati thoi ahilu ge hoi moi hua hole 😡😤
@Mayra__mayra
@Mayra__mayra Ай бұрын
Yes sorkari bidalot ankekua hoi jodi tisare kiba koi tisaroke garjene kobole ahe nohole tisaroc target hoi😢😢
@soiyadmowsinaktar6415
@soiyadmowsinaktar6415 Ай бұрын
Seniors or dadagiri bondho koribo lage....
@Himashreesarma107
@Himashreesarma107 Ай бұрын
😭😭
@kamawgrup2391
@kamawgrup2391 Ай бұрын
School name - marpit school
@deepjyotisaharia2059
@deepjyotisaharia2059 Ай бұрын
Southr cinema saisu ne news saisu nije confuse t pori goisu, emane background music r utpat 🙄
@tanmisaikia8965
@tanmisaikia8965 Ай бұрын
Jetiarpae studentk mara nihiddha krile tetiarpae studentse teacherk uvoti dom dibo pora hol. Atiao hikkha bebostha bhal hoi thakil hoi jodio agor dore atiao asarir agt vidya thakil hoi
@JayantaBorah-n7y
@JayantaBorah-n7y Ай бұрын
বাদেও মিছাকৈ নামাতিবা চাকৰি জাব বুলি ।।
@pareshkalita9722
@pareshkalita9722 Ай бұрын
এই সকলো শিক্ষক কৰ দোষ
@moonishabaruahlaloo9379
@moonishabaruahlaloo9379 Ай бұрын
All teachers must be suspended n the principal also caz of them one boy passed away where was the teacher when students hve a fight they should stop but no teacher busy with their gossip no time it happen in school they must suspended teacher n principal n don't leave those students easily like that caz they don't have the right to kill some one life shame on their parents
@maroufahmed3959
@maroufahmed3959 Ай бұрын
Name keita kiyo mukoli nokore apunaluke
@S.M.8439
@S.M.8439 Ай бұрын
দোষীক ফাচী দিয়ক।
@tileswarchut
@tileswarchut Ай бұрын
জিমাৰিজে তাকমাৰিপেলাক
@kalpanarai77M
@kalpanarai77M Ай бұрын
ki hobo 😮😢ki hoi aase aibur bhagaban 😭
@9864659897
@9864659897 Ай бұрын
RIP😊
@sanghigai834
@sanghigai834 Ай бұрын
Gov school r condition
@mriduldeka8335
@mriduldeka8335 Ай бұрын
Dukh lagil ghatanato xuni . Raij kota ata year majte kau . Agate amio tu sarkari schoolte parhisilo sar hate kiba nuawarile betere kobai . Barandat athu korhai thoi diye . 1 ghantar pisthe mukhsthy hole jab diye . Ajikali tu xeibilak nuhuwa hol . Jodi student a kiba nuware ako karib noware teacher e karan jodi kiba karant ek bet diye next dina garden khedi ahib kiy bule mor salitok anekoi marise ....aru bahu kotha . Atiya eman fascelity fen lite khana aru je ki ki . Amar dinat ki palo ....ji ki nahuk anekowa ghatana Frist time xunilo . Dukhik usit xasti dib lage tare kamana😢
@HimangshuBarpujari-w4l
@HimangshuBarpujari-w4l Ай бұрын
Teacher bilakak sasti diok
@AneisAli-w7w
@AneisAli-w7w Ай бұрын
স্কুল খন নাই কোনো ভাল শিক্ষক । আছে মাথোন দধোৰ পুতলা।
@trishnakalita6578
@trishnakalita6578 Ай бұрын
Lra jnr vul ki asil 😢bki keijnr fasi a hb lge mr mnt..krn khihate aji anekua ajnr lgt krile pist aru kak mri thoi db kro warenty ni...pikhaj emn xarute lra ajnk mri pelab para hl.khihatko khasti d mrib lge..jail hle ki hb jail hle 1 bsr oo nhy hle jenib akw olai ahi kak mrib thik ni
@DIPAK-qg7lk
@DIPAK-qg7lk Ай бұрын
Etiya temperature komi jabo jailot
@lijaaa8685
@lijaaa8685 Ай бұрын
Maak bapek a Val siksha dile enekuwa Kam koribo sahok nokorile hoi ru teacher a sage insta fbt reels bonoat busy
@mathuraNath
@mathuraNath Ай бұрын
nohakoi kenekoi hol
@abibro2028
@abibro2028 Ай бұрын
Teacher khiniye ki kri axl
@RamalaBoro-r9s
@RamalaBoro-r9s Ай бұрын
Rip 🌺🌺😭😭🙏🙏
@Freefire-tl2eo
@Freefire-tl2eo Ай бұрын
Scoolkon pangay di
@halalbinudan9244
@halalbinudan9244 Ай бұрын
Kot ase Mama & company khilongia k hotta kora hol
@goutamborpatragohain4967
@goutamborpatragohain4967 Ай бұрын
Kukura Badshah fan city wala game
@sumisaloi1725
@sumisaloi1725 Ай бұрын
Teacher ki vul?teacher logai diya nai..break timeot studentor pisot lagi thkibo lgibo..
@Rhino-taekwondo-academy.9997
@Rhino-taekwondo-academy.9997 Ай бұрын
Aaji kali students bore sir borok aagor dor a voi nokore,aami self defence class koribo jao school borot aami dakhi thako
Family Love #funny #sigma
00:16
CRAZY GREAPA
Рет қаралды 44 МЛН
Triple kill😹
00:18
GG Animation
Рет қаралды 18 МЛН
Players vs Pitch 🤯
00:26
LE FOOT EN VIDÉO
Рет қаралды 122 МЛН
amazing#devil #lilith #funny #shorts
00:15
Devil Lilith
Рет қаралды 18 МЛН
India-Pakistan Partition Explained
55:19
Nitish Rajput
Рет қаралды 3,3 МЛН
Family Love #funny #sigma
00:16
CRAZY GREAPA
Рет қаралды 44 МЛН