Good m 2:43 orning! What will be the fate those who will do below ten years of service under UPS?
@jyotideori40233 ай бұрын
মন্ত্ৰী বিধায়কসকলে পিছে একেই হ'ব নে?
@jbdeadangel18 күн бұрын
Definitely হব। লগতে সেইদিনা সূৰ্যটোও পশ্চিম দিশৰ পৰা ওলাব। সকলোতকৈ আচৰিত কথা এইটোৱে যে mp/mla বিলাকৰ দৰমহা বৃদ্ধি বা অন্যান্য সা-সুবিধাৰ ক্ষেত্ৰত কোনো চৰকাৰী পক্ষ-বিপক্ষ ভেদাভেদ নাথাকে। সেইদিনা সকলো এক হৈ যায় 🤷
@upendrasaharia492529 күн бұрын
চাৰ, ৯২ চনৰ পৰা খাতিলো ,২০০৮ চনত আমাক fixed pay নাম দিলে ২০১৭ চনৰ পৰা D A আৰু Medical দিলে কিন্তু আজিলৈকে বাকী একো নাপালোঁ। এতিয়া আমাৰ পেঞ্চন হ'ব নে নহয়, জনানে সুখী হলো হেঁতেন।
@planetevoneel82982 ай бұрын
মন্ত্ৰী এম এল এ বোৰে কি লৈ আছে সেইটোৰ ভিডিঅ বনাওক
@maramineog21492 ай бұрын
একেখিনিকে কৈ আছে। ২৫ বছৰৰ তলত কাম কৰিলে কি হিচাপত পাব সেইটো জনাওক। চৰকাৰৰ কিমান টকা যাব সেয়া দৰকাৰনাই। ভাল হোৱা নাই
@PiarAli-qr5rvАй бұрын
NPS ৰ আগৰ জমা টকা কি হব
@UtpalDas-gw6xq3 ай бұрын
আমাক কোনো UPS, NPS নালাগে, OPS দিলেই হব। নতুন পেঞ্চন নতুন নতুনকৈ অৰ্থাৎ 2005 পিছত নিৰ্বাচিত হোৱা নতুন MLA, MP, PM,CM, সকলে লওক।
@RANJANSWEETHEARTBLOGS76392 ай бұрын
NPS বন্ধ কৰা উচিত এই পেঞ্চন চৰকাৰে দায়িত্ব গ্ৰহণ নকৰে নিজে ফৰ্ম ফিলাপ কৰি 60%আহৰণ কৰিব পাৰিব অৱসৰ লোৱাৰ পিছত বাকী 40% টকা পেঞ্চনৰ ভিত্তিত বছেৰেকত 6.25/7.25 সূদ দিয়ে জমা টকা উঠা নমা হৈ থাকে লাভ Lose দুয়োটাই আছে উদাহৰণ জমা টকা 20 লাখ ইয়াৰে 60% ঘূৰাই পাব 40%টকাৰ বছেৰেকীয়া সূদ 6.25/7.25 কোনো ধৰণৰ সুবিধা নাই জমা টকাতো লৰা ছোৱালীয়ে পাব Servant +Wife য়ে আহৰণকৰিব নোৱাৰিব Loan/DA/Bonus not available
UPS Jodi laghu hoi, bortoman OPS t employees e 10 % joma diyatu ghurai pam ne nepai....jonabosun
@DipuDas-yu3vo2 ай бұрын
22years chaakuri korile kimar percentage dib
@bipuldutta94063 ай бұрын
We want only ops
@dr.anupdey9782 ай бұрын
Your calculation as shown for family pension is wrong
@monujbormon1432 ай бұрын
Beserai 50k 60% uliyabo nuarile😂😂
@rajsaikia24903 ай бұрын
UPS t PF tu pabo nae nai
@nirmal46673 ай бұрын
Eman jodi bhal vabise OPS kio nidia.. Kaam nai etu sorkar kaam kom advertise besi kore
@DC866992 ай бұрын
Ops system hob lage
@kalyandas73533 ай бұрын
কি বকি আছে।আঁচল কথা কিনি কব পৰা নাই
@moromibora45663 ай бұрын
মাক বা দেওতাক নাইকিয়া হৈ গলে ছোৱালী বা লৰায়ে পাৱ নে
@RahatFahmida3 ай бұрын
MLA/MP/minister sokole kuntu system t pention loy?
@mohendramohansaikia48553 ай бұрын
Only ops vote for ops
@NabajyotiNeog-yv3mr3 ай бұрын
Sbke OPS lge.....UPS nlg NPS nlge...
@ujjwaltalukder47593 ай бұрын
One nation..one pension.. including all M.P. ,M.L.A. and others
@ShafiqurRahman-k4z2 ай бұрын
More Dangerous than NPS,
@indradas30383 ай бұрын
Ups t 60 percent refund hobona
@dimbeswardas9483 ай бұрын
Assam r ketia hbo
@NilimaBalanath2 ай бұрын
Ami 45yers sakori angowadi kori panson pamna ?
@purnadaimari2533 ай бұрын
Not satishfiet! Because this scheme is only facts. MP, MLA, CEM, EM are why they not accept like this scheme? They also take like these schem. There are reason behind the screen.
@KhudeswarBharali2 ай бұрын
Moo
@junukalita1863 ай бұрын
আমাৰ টকাৰে আমাকেই পেঞ্চন প্ৰদান কৰিলে ।
@eyakubali3363 ай бұрын
Jumla. Baji. ....
@atarali31673 ай бұрын
ঝুমলা
@bhaswatisarmah29343 ай бұрын
NPS ত ইতিমধ্যে জমা হোৱা বৃহৎ সংখ্যক ধন ৰাশি UPS ত চামিল হ'লে উক্ত ধন ৰাশি চৰকাৰে ঘুৰাই দিবনে ?
@RupkantaPathori-sk3ru3 ай бұрын
Why MLA MP get pension after copleting five year only .They have been receiving salary more than one lakh which is sufficient to them.
@babulhazarika94983 ай бұрын
8 yeras service korasakorial bilaka panson kiman pabo janabo
@devaramkro973 ай бұрын
8 years t pension npai
@sonpravadeka99993 ай бұрын
MP/MLA r pention r ki darkar. ami vt di pratinidhi bonaisu aru teoluke pention pay aru ami nps, ups pau
@rajuboro37253 ай бұрын
10% contribution tu 25 years pisot retire timeot kenekoa hobo pare?
@bidyutnath453583 ай бұрын
14.years.koto.pabo
@jabirahmed78663 ай бұрын
মাচৰ তেল দি মাছ বাজি আছে😅😅😅
@TupanBrahma-cp1bg3 ай бұрын
P M President Govornor C M Employe Equil Hoy Ney Nohoy ?