LIVE | শৃংখল চলিহাক PSO লাগিব, আলফা(স্বাঃ)ৰ ভাবুকিৰ পাছতে দেহৰক্ষী দিছিল সোমানীক N18L

  Рет қаралды 133,572

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 241
@sjhazarika5437
@sjhazarika5437 2 ай бұрын
যুক্তিসংগত কথা,আইন সকলোৰে বাবে সমান। আপোনাক PSO দিয়া উচিত।
@rajkumardihingia2331
@rajkumardihingia2331 2 ай бұрын
সম্পূৰ্ণ যুক্তি সংগত,যদি মাৰোৱাৰী সমাজে চুপাৰী কিলাৰ লগাই শূংখল চলিহাক হত্যা কৰে তেতিয়া,,,গৌৰৱ চুমানিয়ে পালে শূংখল চলিহাই পাব লাগে যদিহে আইন সকলোৰে বাবে সমান,,,নহলে ভাবিম যে আইন বেশ্যা নাৰীৰ দৰে,যাৰ হাতত টকা তাৰ হাততেই,,,,,
@PodumHazarika-y4l
@PodumHazarika-y4l 2 ай бұрын
100% Right
@dinkuchutia9695
@dinkuchutia9695 2 ай бұрын
আইন সকলোৰে বাবে সমান দিব লাগে
@binoddutta4714
@binoddutta4714 2 ай бұрын
Low and Order In Pocket of BJP
@kanakrabha3239
@kanakrabha3239 2 ай бұрын
লাচিত সেনাক অসমৰ সকলো ৱে সমৰ্থন কৰিব লাগে আলফা অ অলপ একশ্যন সোনকালে লব লাগে নহলে অসমত অসমীয়া সকল এলাগী হৈ গৈছে আৰু আমাৰ অসমীয়া লৰা কেইটাক দেখা পাওঁ নিজৰ ভাষা এৰি হিন্দী ইংৰাজী দি যি হে লেভেল মাৰে গুৱাহাটীত লাজ পাব লাগে
@jibongogoi6940
@jibongogoi6940 2 ай бұрын
শৃঙ্খল চলিহা জিন্দাবাদ l আলফা লৈ ধন্যবাদ l জয় আই অসম l
@Bidyadhar29
@Bidyadhar29 2 ай бұрын
Jai aii Assam
@KishnaPanging
@KishnaPanging 2 ай бұрын
শৃঙ্খল ৰ কাৰণে পি এছ অ, অতি দৰকাৰ। ভাৰতত বহুত ধৰনৰ চুপাৰী কিলাৰ থাকিব পাৰে৷
@rajatgogoi1241
@rajatgogoi1241 2 ай бұрын
শংখল চলিহা ।তোমাক ভগবানে ভালে ৰাখক ।
@AjitSaikai
@AjitSaikai 2 ай бұрын
শৃংখল চলিহা জিন্দাবাদ.....
@PujaBharali-r7l
@PujaBharali-r7l 2 ай бұрын
১০০% দিব লাগিব।জয় আই অসম
@NiluGogoi-o3y
@NiluGogoi-o3y 2 ай бұрын
Hompono akomiya jatitoke pso lagibo
@binoykalita7597
@binoykalita7597 2 ай бұрын
আইন যদি সকলোৰে বাবে,শিংখলকো পি,এছ অ‌ দিব লাগিব।
@RanjanMahanta-c2f
@RanjanMahanta-c2f 2 ай бұрын
Right 👍 👍👍 জয় আই অসম।
@SangramBangthai
@SangramBangthai 2 ай бұрын
কথাষাৰ এশ শতাংশ যুক্তি সংগত
@gitumanibarman6536
@gitumanibarman6536 2 ай бұрын
Hy kothasar jukti aase pso lage teok
@medhilogichouse7859
@medhilogichouse7859 2 ай бұрын
মাৰোৱাৰী অতি চতুৰ জাতি। এই বোৰ ক্ষমা যোগ্য নহয়। এওঁলোকে অসমৰ ভূমি নিকোনী বুলি কথা দিব লাগিছিল।
@MWorld134
@MWorld134 2 ай бұрын
আমাৰ নামনি অসমৰ সংগঠন বিলাক কি হʼল inactive হৈ আছে 😂 উজনি অসমৰ সংগঠন কেইটাক লৈ গৌৰৱান্বিত হৈছোঁ
@pranabdas6502
@pranabdas6502 2 ай бұрын
আমাৰ অসমীয়া নেতাক অসমত আহি এজাহৰ দিব অসমৰ পৰা সোনকালে বাহিৰ কৰি দিব লাগে আমাৰ অসমীয়া মানুহৰ ওপৰত এটাই ভূল আছে সদাই অইন জাতিৰ ওপৰত নিৰ্ভৰশীল তাৰ কাৰণে আজি আমাৰ এই দশা বেপাৰ বাণিজ্য ,দোকান , যিকোনো কামতে লাজ কৰে অসমীয়া ডেকা যুৱক কিছুমানে এই বোৰ কাম কৰিবলৈ আৰু যিজন লৰাই বা ছোৱালী কৰে কিছুমানে ইতিকিং কৰে যুদিহে সজাক সচেতন নহয় অনাগত দিনত আৰু বেছি বেয়া হব মই এজন অসমীয়া দেখা হিচাপে অনুভৱ কৰোঁ। জয় আই অসম
@purnanandaphukon6676
@purnanandaphukon6676 2 ай бұрын
Thanks
@indirabhuyan6759
@indirabhuyan6759 2 ай бұрын
শৃংখল চলিহা জিন্দাবাদ আলফা লৈ ধন্যবাদ জয় আই অসম ❤❤❤❤
@স্মৃতিহাজৰিকাগগৈ
@স্মৃতিহাজৰিকাগগৈ 2 ай бұрын
শৃংখল চলিহাক পি, এচ, অ, দিব লাগিব নতু কিবা ভাবুকি আহিব পাৰে। সময়ত কি হয় কব নোৱাৰি। চৰকাৰে চিন্তা কৰাটো উচিত।
@JituDutta-v1q
@JituDutta-v1q 2 ай бұрын
Right জয় আই অসম
@bagishffgamingbox228
@bagishffgamingbox228 2 ай бұрын
100% PSO দিবই লাগিব। এইয়া আমাৰ দাবি। জয় আই অসম।
@Nilko1998
@Nilko1998 2 ай бұрын
শৃংখল চলিহা Zindabad
@SamujjalBoaur
@SamujjalBoaur 2 ай бұрын
Sinkhal Daa full support. Apna kunware aku koribo noraa
@bimansaikia4305
@bimansaikia4305 2 ай бұрын
আইন সকলোৰে সমান হ'ব লাগে।
@deepjyotidas2397
@deepjyotidas2397 2 ай бұрын
শৃংখল চলিহা জিন্দাবাদ, জয় আই অসম ✊✊✊♥️
@bilahkonwar5865
@bilahkonwar5865 2 ай бұрын
সুন্দৰ ভাষণ দিলে মোৰ ফালৰপৰা ধন্যবাদ
@nasiurhussain7069
@nasiurhussain7069 2 ай бұрын
Jai Ai Axom
@JayantaChangmai-bs3py
@JayantaChangmai-bs3py 2 ай бұрын
১০০শতাংশ শুদ্ধ,ইয়াতে প্ৰমাণ চৰকাৰে পক্ষ্যপাতিতা কৰিছে,বহিৰাগতক সুৰক্ষা দিছে।জয় আই অসম
@keshabanandamahanta6414
@keshabanandamahanta6414 2 ай бұрын
যুক্তিসংগত কথা, আমি সকলোৱে চলিহাৰ লগত সহমত পোষণ কৰিছো !
@NirenRay-bx9lb
@NirenRay-bx9lb 2 ай бұрын
চলিহা দা জিন্দাবাদ
@Ankur66984
@Ankur66984 2 ай бұрын
সুন্দৰ বক্তিতা শৃংখল চলিহা ডাঙৰীয়া।
@palasdutta3841
@palasdutta3841 2 ай бұрын
Saliha Daa 🙏🙏
@tulshigogoi7019
@tulshigogoi7019 2 ай бұрын
Good news. Thanks❤🌹🙏.
@Kanak-n8m
@Kanak-n8m 2 ай бұрын
Sinkhal dadar kiba hole axom ari maruwai palab lagib
@TankeswarGogoi145
@TankeswarGogoi145 2 ай бұрын
যুক্তিপূর্ণ কথা কৈছে
@mayanarah228
@mayanarah228 2 ай бұрын
Legal and justified demand.
@bijoypatar7747
@bijoypatar7747 2 ай бұрын
100%
@GuneswarBora-uc7ce
@GuneswarBora-uc7ce 2 ай бұрын
Sinkhal chaliha zindabad
@MonuaraBegum-c5u
@MonuaraBegum-c5u 2 ай бұрын
Right dada apunar khta
@shujyapator8485
@shujyapator8485 2 ай бұрын
Right kotha
@humenduttadutta3734
@humenduttadutta3734 2 ай бұрын
Dada ok
@gitarthabaruah3328
@gitarthabaruah3328 2 ай бұрын
Bahut right kotha koise dada
@BituMali
@BituMali 2 ай бұрын
জয় আই অসম
@Uko7pra
@Uko7pra 2 ай бұрын
RIGHT
@khogenrajkhowa3479
@khogenrajkhowa3479 2 ай бұрын
মাৰোৱাৰীক চৰকাৰে খেদা ব্যৱস্থা কৰক
@nabadip1170
@nabadip1170 2 ай бұрын
Good News 👍
@dkvlogs0145
@dkvlogs0145 2 ай бұрын
আক্ৰমণকাৰীক যদি পি এচ অ দিব পাৰে তেন্তে আত্মৰক্ষাৰ বাবে পি এচ অ কিয় দিব নোৱাৰে। দেহৰক্ষীৰ নিশ্চয় প্ৰয়োজন।
@DikshaBorah-yz3br
@DikshaBorah-yz3br Ай бұрын
Very good statement
@dilipnath7240
@dilipnath7240 2 ай бұрын
Yes Right
@bhaskarbora3067
@bhaskarbora3067 2 ай бұрын
Mojahhhhhh
@tamjidahmed5119
@tamjidahmed5119 2 ай бұрын
Sringkhal saliha is perfect axomia. Everyone axomia need to support him.
@palashphukon7799
@palashphukon7799 2 ай бұрын
100% right
@pranjalsaikia7163
@pranjalsaikia7163 2 ай бұрын
Dada apunak salute ❤❤❤
@afzarulanchary7081
@afzarulanchary7081 2 ай бұрын
মাৰোৱাৰী অতি চতুৰ জাতি। এই বোৰ ক্ষমা যোগ্য নহয়। Only business benefit লাভৰ উদ্দেশ্য...এওঁলোকে অসমৰ ভূমি অৰ্থনৈতিক অধিকাৰ সব কাঢ়ি নিলে....95% Business মাৰোৱাৰী ব্যৱসায়ীসকলে লৈ lole.... আৰু অসমীয়া মানুহ খিনিক আৰ্থিক বাৱে শেষ কৰি পেলাইছে
@RajDowerah
@RajDowerah 2 ай бұрын
Shrikhal chaliha zindabad
@lakhipatar6362
@lakhipatar6362 2 ай бұрын
সদাই জানিৱ জনসাধাৰন উচ্চ ৷চৰকাৰ জনসাধৰনৰ দ্বাৰাৰ গঠন হয়৷সকলো নাগৰিক সমঅধিকা থাকিৱ লাগিৱ৷
@MinaTamuli-y6g
@MinaTamuli-y6g 2 ай бұрын
সুন্দৰ কথা লগতে সচা
@palasdutta3841
@palasdutta3841 2 ай бұрын
Somani and Singh should be dealt with strict Assamese traditional law jai aai axom
@pranjalsaikia7163
@pranjalsaikia7163 2 ай бұрын
Jai Aai axom ❤❤❤
@SanjaySarma-yf1yc
@SanjaySarma-yf1yc 2 ай бұрын
বাতৰি বহুত চালো।কিন্তু ছোবালিজনিক কিয় মাৰিলে কাৰন কি কোনোবে নকয় কি বাতৰি এইবোৰ ।সেইটোহে আছৰিত পালো।
@Bhunomali
@Bhunomali 2 ай бұрын
BJP r thanasahi jei kela
@Bhunomali
@Bhunomali 2 ай бұрын
Gourav sumaniya BJP party r agent hoi
@SanjaySarma-yf1yc
@SanjaySarma-yf1yc 2 ай бұрын
@@Bhunomali সেইটো গম নাপাও।ছোবালীজনিক কিয় মাৰিলে তাকে জানিব বিছাৰিছো
@PankajDutta-p3r
@PankajDutta-p3r 2 ай бұрын
Rajniti CNG ase kheltut.
@sochankadeori2952
@sochankadeori2952 2 ай бұрын
​@@SanjaySarma-yf1yc kolkata Sanjay Roy dus kando kori kio mare pelale aaneke question korebo nikki
@niroddeka8957
@niroddeka8957 2 ай бұрын
অসমৰ demographic change ৰ ক্ষেত্ৰত বা অসমীয়া সনাতন ধৰ্মৰ ওপৰত অহা ভাবুকিৰ ক্ষেত্ৰত বা অসমীয়া যুৱতিসকলক হাৰাশাস্তি কৰাৰ ক্ষেত্ৰত মিঞা সম্প্ৰদায়ৰ ওপৰত শৃংখল চলিহা , বীৰ লাচিত সেনা, কৃষক মুক্তি, আদি সংগঠন মৌন কিয়? কেৱল বহিৰাগত বিহাৰী,বঙালী, মাৰোৱাৰীয়ে অসমৰ অস্তিত্বৰ ক্ষেত্ৰত ভাবুকি আনিছে নেকি? শৃংখল চলিহা ,,আমি নামনিৰ অসমীয়াই আপোনাক প্ৰশ্ন কৰিছো,, শিৱসাগৰ খনেই অসম নেকি?
@Jagadishdutta-mn4ru
@Jagadishdutta-mn4ru 2 ай бұрын
Right to need PSO thanks
@lokengogoi5007
@lokengogoi5007 2 ай бұрын
❤ 100% LAW IS EQUAL FOR ALL NOT FOR SOMEONE.
@Ziskajitkaswa7401
@Ziskajitkaswa7401 2 ай бұрын
❤❤শিংখল জিন্দাবাদ
@bikashballavdevchoudhury7258
@bikashballavdevchoudhury7258 2 ай бұрын
Salute Shrinkhol da
@sunildeori4690
@sunildeori4690 2 ай бұрын
Very good
@PranjitRabha01
@PranjitRabha01 2 ай бұрын
Dhuniya kotha koise dekhun
@mahimaranjan3420
@mahimaranjan3420 2 ай бұрын
দেখা যায় অসামাজিক তত্ত্বৰ সৈতে জড়িত কিছুলোকে চিকিউৰিটিৰ ব্যৱস্থা পায় কিন্তু সত্যান্বেষণৰ বাবে বিপদসংকুলভাৱে কৰ্মৰত বহু লোক এনে আছে তেওঁলোকৰ সুৰক্ষা ব্যৱস্থাৰ কোনো Provision নাথাকে ! আচলতে সত্যক ৰক্ষণাবেক্ষণ দিয়াটোহে নায্য কথা ! বিপদসংকুল পৰিবেশলৈ গৈ জীৱনমৰণেৰে সংবাদ আহৰণ কৰা সেই সাংবাদিক জনকো দিয়ক PSO ! সমাজৰ হিতৰ বাবে কাম কৰা লোক সকলক সুৰক্ষা প্ৰদান কৰা নিশ্চয় উচিত কথা !
@kankanhatimuria2265
@kankanhatimuria2265 2 ай бұрын
Right 👍
@pranjalsaikia7163
@pranjalsaikia7163 2 ай бұрын
PSO dibo lage i agree with you ❤❤❤
@ManjuBorah-p8i
@ManjuBorah-p8i 2 ай бұрын
মোৰ বৰ্তমান বয়স 46 । আমি সৰু হৈ থাকোঁতে যোৰহাটৰ দেবেৰাপাৰ চাৰিআলিত এজন অনাঅসমীয়াই ছাত্ৰ সন্থাৰ ল'ৰাক মিটাৰ গজ ডালেৰে মাৰিছিল। বহুত হূলস্থূল হৈছিল।
@pranjalsaikia7163
@pranjalsaikia7163 2 ай бұрын
Bir Lachit sena Axom zindabad ❤❤❤... Axomot Axomiya giri solib lage
@KamalSonowal-o9i
@KamalSonowal-o9i 2 ай бұрын
👍👍👍
@KoliaGogoi-j2s
@KoliaGogoi-j2s 2 ай бұрын
I love you shringkhall
@MahimuddinAhmed-k6j
@MahimuddinAhmed-k6j Ай бұрын
যিয়েই নহওঁক বাপুৰাই পৰ্দাত আহিলে।
@jdas4150
@jdas4150 2 ай бұрын
বাইদৌ ভাল লাগিল।
@_axomia_lora_2624
@_axomia_lora_2624 2 ай бұрын
এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈক বেয়াকৈ প্ৰহাৰ কৰিছে আৰু অসমীয়া অনা-অসমীয়া ৰাজনীতি হৈছে কিন্তু মহিলা আয়োগৰ একো ভুমিকা পৰিলক্ষিত হোৱা নাই।
@UttamBora-j3i
@UttamBora-j3i 2 ай бұрын
Good bktayba
@mamonibhuyan8612
@mamonibhuyan8612 2 ай бұрын
Right dada
@tinkusingh1305
@tinkusingh1305 2 ай бұрын
It’s not about Assamese and non Assamese y this agenda It’s about right and wrong She was abused and threatened so culprit should be punished according to law I don’t understand where this castism came from If someone has committed they should be punished and booked As simple as it is What this local and not local Everywhere different people are living be it Assamese in different parts of India Make ur brain wider don’t define crime with caste and religion
@dudumoni5596
@dudumoni5596 2 ай бұрын
Good decision
@ratandas8161
@ratandas8161 2 ай бұрын
ভূপেন হাজৰিকা দেৱৰ গানটো হব গৈ আছে....ইয়াত দুখ কাৰ কি কিয় বিখ্যাত....? অকল 😢😢😢😢😢...বুজাই বুজিব ...আৰু 50 years ... শেষ...নাম চাগৈ বেলেগ হব ... আমাৰ অসমৰ...😢😢😢😢 ..বহুত দুখৰ....
@TithoBoro
@TithoBoro 2 ай бұрын
👍
@HapenRabha
@HapenRabha 2 ай бұрын
Right.
@rushanburagohain6803
@rushanburagohain6803 2 ай бұрын
আমাৰ কিছুমান অসমীয়া ৰ গাটো দুখ আছে।মাৰোৱাৰী,বিহাৰীকেইটাই অসমীয়াত কথা কলে আমাৰ কেইজনাই হিন্দীত পাতে।দোষ কাৰ........।
@ranjandasvarious....7424
@ranjandasvarious....7424 2 ай бұрын
@dudumoni5596
@dudumoni5596 2 ай бұрын
এই ৰাজনীতিৰ কাৰনে আমাৰ অসমৰ মানুহ খিনি এদিন বিদেশীৰ তলত থাকিব লাগিব, চৰকাৰৰ কত্তৰ্ব্য কৰিছে থিকেই আছে, কিন্তু পৰক আখৈ দি নিজক তললৈ নামটো ৰাজনীতিক নেতা বোৰৰ কাম, সাধাৰণ জনতাৰ নহয়, কবলে বহুত আছে, বেজিৰ মূৰেৰে দিয় কুঠাৰৰ মূৰৰে লৈ যাৱ এই বিলাক জনতাই দেখি আছে,
@rubigogoi2299
@rubigogoi2299 2 ай бұрын
কথাখাৰ এশ শতাশ সতj ❤❤
@paplurabha418
@paplurabha418 2 ай бұрын
গুৱাহাটীলৈ যাবৈ নোৱাৰি বিহাৰি পাঞ্জাৱী মাৰোৱাৰী কেইটাৰ কাৰণে অসমত থকা যেনে নালাগে গুৱাহাটীত গলে
@itsabtrishu
@itsabtrishu 2 ай бұрын
Very nice
@ajijalom8646
@ajijalom8646 2 ай бұрын
99 right soliha zindabad jai aai akhom
@Kamal-ec1kn
@Kamal-ec1kn 2 ай бұрын
moja dada
@montraveller3318
@montraveller3318 2 ай бұрын
পিছলৈ News কোৱাৰ প্ৰেক্টিছ কৰি আহিব বুলি আশা ৰাখিলোঁ ।
@Axom34
@Axom34 2 ай бұрын
আমাৰ মাটি আমি বহিৰাগতৰ তাত বেছিব নালাগে
@KLck.hunter.gunj007
@KLck.hunter.gunj007 2 ай бұрын
Z+ dibo lge NSG 👍🏻
@KalyanChetia-t4y
@KalyanChetia-t4y 2 ай бұрын
সিহঁতে অসম আৰু অসমীয়াক ভাল নাপায় অসমৰ টকা খিনিহে ভাল পায়।
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 2 ай бұрын
দিলেও নলব। ললে বহিৰাগত আৰু শাসকীয় ৰাইজে সুবিধা লব।
@KoliaGogoi-j2s
@KoliaGogoi-j2s 2 ай бұрын
Shingkhal saliha zindabad
@tapandeka6371
@tapandeka6371 2 ай бұрын
Joi aai asom
@JogenChekanidhara
@JogenChekanidhara 2 ай бұрын
100'/'Correct
@jagatgohain199
@jagatgohain199 2 ай бұрын
আলফা জিন্দাবাদ
@happychiring3538
@happychiring3538 2 ай бұрын
Sringholda jindabad
@ManjumoniDas-zp8li
@ManjumoniDas-zp8li 2 ай бұрын
জিন্দাৱাদ
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 122 МЛН
ЗНАЛИ? ТОЛЬКО ОАЭ 🤫
00:13
Сам себе сушист
Рет қаралды 3,4 МЛН
Хасанның өзі эфирге шықты! “Қылмыстық топқа қатысым жоқ” дейді. Талғарда не болды? Халық сене ме?
09:25
Демократиялы Қазақстан / Демократический Казахстан
Рет қаралды 355 М.
World’s strongest WOMAN vs regular GIRLS
00:56
A4
Рет қаралды 3,7 МЛН
The Most Mysterious Mountain in The World | Mount Kailash | Harry Sahota
17:09
1971 IND-PAK War Exposed - A Soldier's True Bravery | Capt G. Choudhary | TRSH 187
1:50:38
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 122 МЛН