Assam Politics : ’২৬ৰ নিৰ্বাচনলৈ নিটিকিব নেকি বিৰোধী ঐক্য | N18V

  Рет қаралды 53,732

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Assam Politics | ’’২৬ৰ নিৰ্বাচনলৈ নিটিকিব নেকি বিৰোধী ঐক্য? বিৰোধী ঐক্যত এঘৰীয়া অখিল গগৈ। উপ-নিৰ্বাচনক লৈ কংগ্ৰেছৰ প্ৰস্তুতিৰ মাজতে তুংগত অখিল গগৈ আৰু ভূপেন বৰাৰ মতানৈক্য। উপ-নিৰ্বাচনত কংগ্ৰেছৰ একলা চলো নীতিত ক্ষুণ্ণ অখিল গগৈ। ৫ সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপৰ কথা ঘোষণা অখিল গগৈৰ।
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#assampolitcs #politics #assamnews #gauravgogoi #oppositionparty
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 51
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 Ай бұрын
মামাৰ চাল ভূপেন,অখিল হতে একো বুজি নাপায়। বাহিৰ ভিতৰ ওপৰ তল সকলো ফালৰ পৰা দিব। ভূপেন বৰাই বিহালি জিকি নিজকে প্ৰমাণ কৰক।
@NasiurRahman-qg7vw
@NasiurRahman-qg7vw Ай бұрын
Okhil gogoi jindabed
@GopalChRabha
@GopalChRabha Ай бұрын
ভূপেন বৰা দম্ভত কংগ্ৰেছ ডুবিব।
@NasiurRahman-qg7vw
@NasiurRahman-qg7vw Ай бұрын
Okhil is very strong and famous of Assam
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
For miya😂
@altafhussan2448
@altafhussan2448 Ай бұрын
গৌৰৱ গগৈক ভয় খাইছে ভূপেন বৰাই,,কাৰণ গৌৰবৰ উত্থান ভূপেন বৰাৰ বাবে বেয়া তেনেকৈ ভাবিছে চাগে,,,,
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
নিশ্চয় বুজাবুজি হব বিৰোধী ঐক্য একলগ হব | ভুপেন বৰাই
@rupeswarsaikia430
@rupeswarsaikia430 Ай бұрын
ভূপনৰ কথামতে হলে,কংগ্ৰেছ আকৌ বিধ্বংসী সহজে অনুমেয়।
@madanchandrakarjee2283
@madanchandrakarjee2283 Ай бұрын
যদি অসমৰ স্বাৰ্থত কাম কৰে ,ঠিকে থাকিব । নিজৰ স্বাৰ্থত কাম কৰিলে ,জিকিব পাৰে , নিজৰ জাতিৰ অন্তৰ্গত লোকৰ সহায়ত , কাম শূণ্য।
@minahazarika7578
@minahazarika7578 Ай бұрын
ভুপেন দা অহংকাৰ হৈছে
@manojkumardutta8590
@manojkumardutta8590 Ай бұрын
Bhupen Bora e Congress dubabo kintu
@user-fo9fq6zi8m
@user-fo9fq6zi8m Ай бұрын
Galibo. Galibo. Kong gress. And. Bhupen bora
@rupeswarsaikia430
@rupeswarsaikia430 Ай бұрын
ভূপেন বৰাই BJP ক জয়ী হবলৈ সুবিধা কৰি দিলে নেকি !!!
@user-ie6dx5zb5i
@user-ie6dx5zb5i Ай бұрын
অখিল গগৈয়ে তৰুন গগৈকো এসময়ত কটু সমালোচনা কৰিছিল ! মুখখন ভাল নহয় !মিত্ৰজোটত থাকিলে কংগ্ৰেছক দৰ - দাম কৰি থাকিৱ । বিস্খাস কৰিব নোৱাৰি।
@bhabenbasumatary9250
@bhabenbasumatary9250 Ай бұрын
ভূপেনৰ অদূৰদৰ্শী ৰাজনৈতিক স্থিতিয়ে কংগ্ৰেছৰ অধপতন আনিব।
@bhabenbasumatary9250
@bhabenbasumatary9250 Ай бұрын
তিনি জন এম পি জিকিলেই কংগ্ৰেছ শক্তিশালী হোৱা নুবুজায়। মিত্ৰজোটৰ সহায়তহে জিকিব পাৰিছে।
@MoromiChoudhury-ny8em
@MoromiChoudhury-ny8em Ай бұрын
ভূপেন‌ বৰাই ৰাজনীতিকৰ দৰে কথা কবলৈ শিকক নহলে ৰিপুণ বৰাৰ সপোনৰ মন্ত্ৰী সভাখনৰ দৰে হব।
@robort2.099
@robort2.099 Ай бұрын
ভূপেন বৰা একো নাজানে
@JayramBordoloi-tk5qn
@JayramBordoloi-tk5qn Ай бұрын
Oi akhanti gogoi i conggressar saritro Buji paiso ne atia . I conggress dol hoise ata bishakh ghatok dol .
@Straightfromassam
@Straightfromassam Ай бұрын
Bhupen Borak bedai diok
@bipinkonwar6673
@bipinkonwar6673 Ай бұрын
অকলে খেলক অখিল দা
@balendas2049
@balendas2049 Ай бұрын
ৰাষ্ট্ৰীয় দলবোৰৰ অন্তৰত আঞ্চলিক শক্তিৰ স্হান নাই।
@rupeswarsaikia430
@rupeswarsaikia430 Ай бұрын
বিৰোধীৰ ঐক্য নেথাকিলে ৰাইজে কি সিদ্ধান্ত লয়,সময়ত কি ফলাফল ওলাব দেখা যাব।বহুতেই ফলাফলৰ আশা আগতেই এৰিব।
@nripenborgohain201
@nripenborgohain201 Ай бұрын
ভূপেন বৰা এজন মহাধুৰন্ধ পুৰুষ ; কাৰণ কংগ্ৰেছৰ শিপাডাল বিজেপি লগত হেনাপিতিকা বুলি আছে যেন লাগে ৰাইজৰ ৷ একতা ২০২৬চনৰ লৈকে কিয় ৰাইজৰ দ’লৰ কথা নুশুনে ?
@AkhirulIslam-xe6uj
@AkhirulIslam-xe6uj Ай бұрын
ভুপেন বৰাৰ দাদা গিৰি বাৰিছে
@rokisingh6330
@rokisingh6330 Ай бұрын
Akhil lurin àk houk
@jaiaiiaxom
@jaiaiiaxom Ай бұрын
কংগ্ৰেছ জিন্দাবাদ,আমাক অজাপ আৰু ৰাইজৰ দলৰ কোনো প্ৰয়োজন নাই, আমাৰ সাৰ পানীত সেই দল দুটা জীয়াই আছে।
@rijukalita5635
@rijukalita5635 Ай бұрын
Kam nai aru ene siyari thake.Tea 1 cup khale hottlet sb thik bh
@jyoyatamuli5331
@jyoyatamuli5331 Ай бұрын
Congas enau gala hoi congas go back😂😂
@ArunMandal95
@ArunMandal95 Ай бұрын
Good morning sir 👍
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
Miya vote divide hobo😂😂😂😂😂😂😂😂
@AbdulSamad-oh8sc
@AbdulSamad-oh8sc Ай бұрын
Bhupen borah will be changed...... 100℅••••••
@Shajahan-kf7ec
@Shajahan-kf7ec Ай бұрын
Dada,raekebor,kehbo
@pgoswami5378
@pgoswami5378 Ай бұрын
বৰাদেউ আৰু সিংদেউ মিলি কংগ্ৰেছক আগুৱাই নিব নে পিচুৱাই নিব খুজিছে সেয়া অসম কংগ্ৰেছৰ বাকী নেতা কৰ্মীয়ে সময় থাকোতে গভীৰ ভাবে ভবা আৱশ্যক আছে বুলি ৰাইজে চিন্তাচৰ্চা কৰিবলৈ লৈছে।
@TulendraSaikia-tj1hn
@TulendraSaikia-tj1hn Ай бұрын
কংগ্ৰেছে অকলে খেলিলে ভাল
@user-of4yf2pu7w
@user-of4yf2pu7w Ай бұрын
Aeta kotha bare bojai asa belag came ni
@user-fl1uy8yv1i
@user-fl1uy8yv1i Ай бұрын
BJP zindabad
@RanjitPhukan-ct5yf
@RanjitPhukan-ct5yf 25 күн бұрын
Bhupanr ahangkarai Cong potanhol
@sanjoypegu-os3ol
@sanjoypegu-os3ol Ай бұрын
Luren luren koi thake kun nu he jon
@AjitBorah-j9u
@AjitBorah-j9u Ай бұрын
Bhupen Borah r domvo ,ohonkar ru keataman Congress ir utpat bahisay ,gotikay hokolu berudhiya BJPr log hoi Bhupen Bora ru tupi pindhatur beporit deekhot juwatuwaye Val hobo .
@nilamborah1376
@nilamborah1376 Ай бұрын
Bupen.bora.abimani
@AkhilChetia-gr5ss
@AkhilChetia-gr5ss Ай бұрын
Bhupan bora congrasor haratu bichara khalha khandicha
@Shajahan-kf7ec
@Shajahan-kf7ec Ай бұрын
Jaker,toi,kaporok
@mhchoudhary8766
@mhchoudhary8766 Ай бұрын
Hayena , Hayena e kajia hole lavtu kintu mamare hobo. 2026 ot akow abar mamar chorkar
Real Or Cake For $10,000
00:37
MrBeast
Рет қаралды 60 МЛН
Now it’s my turn ! 😂🥹 @danilisboom  #tiktok #elsarca
00:20
Elsa Arca
Рет қаралды 12 МЛН
Fake watermelon by Secret Vlog
00:16
Secret Vlog
Рет қаралды 6 МЛН
Real Or Cake For $10,000
00:37
MrBeast
Рет қаралды 60 МЛН