Golaghat News : বন্ধু অহাৰ বতৰা পাই আনন্দত আত্মহাৰা Prasanta Barthakur

  Рет қаралды 171,546

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 112
@manojbora2244
@manojbora2244 Жыл бұрын
সংবাদ মাধ্যমৰ মহান দায়িত্ব এইবোৰ কৰ্মৰ দ্বাৰাই প্ৰতীয়মান হয় ! বৰঠাকুৰ ডাঙৰীয়াৰ জীৱনৰ কথাবোৰ শুনি অত্যন্ত দুখ লাগিছে । এয়াই বিচিত্ৰ মানৱ জীৱন ! ভাগ্যৰ কি পৰিহাস ! সহপাঠী বন্ধুৰ দুৰ্দিনৰ খৱৰ জানি শ্ৰী যুত সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া যোৱাৰ খৱৰটোৱে সামাজিক আৰু মানৱীয় প্ৰমুল্যবোধ আৰু দায়িত্ববোধৰ সুন্দৰ বাৰ্তা বহন কৰিছে । আজিৰ সমাজত ধন সম্পতিৰ পিছত দৌৰোতে দৌৰোতে মানুহে পাহৰি পেলাইছে নিজৰ সোনালী শৈশৱ আৰু যৌৱন কালৰ নিস্বাৰ্থ বন্ধু-বান্ধৱী, আত্মীয় স্বজন ! ক্ষণস্থায়ী এই জীৱনত কেৱল ভোগ লালসাৰ পিছত দৌৰি ফুৰা প্ৰতিজনেই সময়ে সময়ে অসহ্য পীড়া অনুভৱ কৰে ! নিসংগ অনুভৱ কৰে ! অপ্ৰিয় হলেও সত্য ।
@protimadutta2890
@protimadutta2890 Жыл бұрын
চৰকাৰৰ সা-সুবিধা বোৰ পবলগা মানুহবোৰে নাপায়---এই বাতৰিটোৱে আকৌ এবাৰ তাকে প্ৰমাণ কৰিলে ।
@rubulsaikia8656
@rubulsaikia8656 Жыл бұрын
সুন্দৰ বাণী প্ৰকাশ পাইছে ভাল লাগিল চাই ।সকলো লৈকে এই কথা কেইটা মনত ৰাখিব লাগে।
@DilipGoswami-ve3ow
@DilipGoswami-ve3ow Жыл бұрын
বন্ধুৱে হে বন্ধুৰ মৰম বুজি পাই ৷ সেইজন বন্ধু লাগিলে দুখিয়াই বা ধনীয়েই হওক ৷ সিধাথ ছাৰক ধন্যবাদ জনালো ৷
@medinitalukdar4873
@medinitalukdar4873 Жыл бұрын
🙏👍👍👍👍🙏🙏🙏🙏🙏 ভাল লাগিল বাতৰিটো। পাগল কোৱা কেইজনে বুজি পায় নে শিক্ষাৰ মৰ্যদা কিমান....???
@pabitrasaikia5831
@pabitrasaikia5831 Жыл бұрын
Pagol mane ki hihote buji nepai
@mukulchandrabaruah3631
@mukulchandrabaruah3631 Жыл бұрын
ঠিকেই
@brojenray5921
@brojenray5921 Жыл бұрын
হঠাৎ বাতৰি টো চাই মনটো ভাল লাগিছে। জয় আই অসম 🙏🏿
@devikagogoi2898
@devikagogoi2898 Жыл бұрын
এনেকুৱা সাংবাদিক , এনেকুৱা বাতৰি আমাৰ সমাজত প্ৰয়োজন।
@mukulchandrabaruah3631
@mukulchandrabaruah3631 Жыл бұрын
ঠিক
@ritubora7588
@ritubora7588 Жыл бұрын
পাগল বুলি কোৱা কিতা নিজেই ঠিক হয়নে নহয়।। সন্দেহ আছে
@Dhemajirsampriti
@Dhemajirsampriti Жыл бұрын
হৃদয়স্পৰ্শী...বন্ধুত্ব, হৃদয় চুই গল.... ❤️
@pradipbaishya3459
@pradipbaishya3459 Жыл бұрын
This is called the power of education...really great ...▄︻̷̿┻̿═━一
@mallikaswargiary8928
@mallikaswargiary8928 Жыл бұрын
সত্যৰ সদায় জয়। ইমান বছৰৰ তপস্যাৰ ফলত ভাগ্য উদয় হল। 💐🌹মহাদেৱৰ কৃপা 🌹💐 🙏🙏🙏🙏🙏
@bkp9774
@bkp9774 Жыл бұрын
কি লাভ হল? ইমান চুকা মানুহ হৈ? মহাদেৱৰ পত্নী আছিল, তাৰ নাই। জনম টো নষ্ট। কৰবাত ঢিলা আছিল । যাই হোক সংবাদ কৰ্মী লৈ ধন্যবাদ ।
@aminrahul1977
@aminrahul1977 Жыл бұрын
Thanks A Lot News Assam 🙏
@mukulchandrabaruah3631
@mukulchandrabaruah3631 Жыл бұрын
তেখেতৰ সুস্বাস্থ্য আৰু তেখেতে পাব লগা উপযুক্ত মৰ্যাদা কামনা কৰিলোঁ। এই হেন এজন শিক্ষিত ব্যক্তিক আমাৰ কিছুমানে কেৱল সাধাৰণ জীৱন যাপন কৰাৰ বাবেই পাগল বুলি কয়। ধিক্কাৰ দিলোঁ।
@madhurimahazarika1521
@madhurimahazarika1521 Жыл бұрын
Moi u.
@assam2006
@assam2006 Жыл бұрын
যি কেইজনে তেওঁক পাগল বোলি উপলুঙা কৰিছিল সেই সকলৰ শিক্ষাগত অৰ্হতা কিমান এবাৰ পৰীক্ষা কৰিব লাগিব। শিক্ষাদীক্ষা নথকা সমাজৰ আৰ্বজনা কিছুমানে দূৰ্বল আৰু অকলশৰীয়া মানুহ দেখিলে উপলুঙা বা ভয় ভাবোকি দিয়াটো পিতৃ মাতৃয়ে দিয়া সংস্কাৰ। সেই কাৰণে লৰা ছুৱালীক সৰুৰে পৰা চৰিত্ৰপাঠ, নীতি শিক্ষা আৰু সংস্কাৰৰ জ্ঞান দিব লাগে।
@mondirabezborah9457
@mondirabezborah9457 Жыл бұрын
Right .
@mukulchandrabaruah3631
@mukulchandrabaruah3631 Жыл бұрын
সচাঁ কথা
@shamsulchoudhury5131
@shamsulchoudhury5131 Жыл бұрын
Many many thanks to News 18 Assam
@dadulali8119
@dadulali8119 Жыл бұрын
ইমান উচ্চ শিক্ষিত মানুহ এজনক এনেকুৱা পৰিবেষত থকা দেখি বৰ দূখ লাগিল বন্ধু কেইজন আগবাঢ়ি অহা দেখিবলৈ পায় ভাল লাগিল। মানুহ জনক অলপ ভাল পৰিবেশত থাকিবলৈ পালে ভাল লাগিল হৈয়
@cyberhelp1202
@cyberhelp1202 Жыл бұрын
Your a great human being
@Poragjyotisaikia.-su1kb
@Poragjyotisaikia.-su1kb Жыл бұрын
Thanks ❤ from andharpradesh.
@sayudur7312
@sayudur7312 Жыл бұрын
দ্বায়িত্ব বান নেতা হিচাপে ভট্টাচার্য ছাৰক বৰ ধন্যবাদ,বহু নেতা দেখিচিলোঁ এনেকুৱা দূখৰ দিনত পৰিচয় নিদিয়ে নিজ আত্মীয়ক,।
@rupanta-tu8vu
@rupanta-tu8vu Жыл бұрын
Great news
@mileswarbhuyan7110
@mileswarbhuyan7110 Жыл бұрын
এই দুভগীয়া মানুহ জনক যদি এটা ঘৰ নিৰ্মাণ কৰি নিদিয়ে তেন্তে চৰকাৰী ঘৰ কাক দিব এইটো উত্তৰ দিয়ক অসম চৰকাৰে
@HimanshuSharma-fl3wt
@HimanshuSharma-fl3wt Жыл бұрын
বন্ধু ❤
@monjulaborah8567
@monjulaborah8567 Жыл бұрын
কাপোৰ কানি কম দামৰ পিন্ধিলে আৰু টকা পইচা নাথাকিলে সন্মান নাই , পাগল হয় ।
@bkp9774
@bkp9774 Жыл бұрын
ভালকৈ পিন্ধিবি আকৌ, পইছা ঘট, বুজি পাইছ যেতিয়া।
@phukanpegu6003
@phukanpegu6003 Жыл бұрын
We all have to learn from Siddhartha Battacharjee.... and his colleagues......
@anuwarhussain9713
@anuwarhussain9713 Жыл бұрын
এখেতৰ জীৱনত কিবা ডাঙৰ ঘটনা থাকিব পাৰে
@Jitubordoloi-kx7dh
@Jitubordoloi-kx7dh Жыл бұрын
Asal sadhu Baba aeuha hay Iman dukhar pasatu niskam karany tau❤❤❤
@bhargabacharja1778
@bhargabacharja1778 Жыл бұрын
"আপুনি মোৰ ওচৰলৈ আহি থাকিব নেলাগে ,কামটো হলেই মই আপোনাক জনাম"। চদ্মবেশী জণপ্ৰতিনিৰ কথাৰ অৰ্থ সকলোৱে নুবুজে।
@bkp9774
@bkp9774 Жыл бұрын
Right
@Lalung88
@Lalung88 Жыл бұрын
Dhuniya❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Nostalgic moment. Bohut bohut xuvokamona jonaloo 🎉
@Mvl_sasuke_official
@Mvl_sasuke_official Жыл бұрын
বন্ধু বন্ধু কেতিয়াওঁ এঘৰিয়া নকৰিব🙏🙏😭😭
@upolmarak8057
@upolmarak8057 Жыл бұрын
God.blsse.all.sir
@rinabarkakoty6292
@rinabarkakoty6292 Жыл бұрын
The govt should see to that he can lead a respectful life. Can he be engaged somewhere so that he can lead a good life ?
@Simanta_saikia
@Simanta_saikia Жыл бұрын
❤❤❤❤
@urmilagogoi3469
@urmilagogoi3469 Жыл бұрын
Hosai batori to sai bohut Vall lagil Iman talent manuh ajon anakwa abasta dakhi bohut baya lagil
@rubihazarika992
@rubihazarika992 Жыл бұрын
সময় বোৰ বৰ নিষ্ঠুৰ । দুখ লাগে বৰ ।
@rubulsaikia8656
@rubulsaikia8656 Жыл бұрын
মধুৰ মিলনৰ লগৰী আছিল ।কৃষ্ণ আৰু বিপ্ৰ দামোদৰ আখ্যান লগত একেই হৈছে। সুন্দৰ প্ৰকাশ পাইছে ভাল লাগিল দেখি।
@prasannabora7644
@prasannabora7644 3 күн бұрын
Hobo hobo .....Eman nohoi....Sri Krishna aru Damudor logot tulona nohoi
@songitag7323
@songitag7323 Жыл бұрын
😁👍👍👍👍👍♥️♥️♥️♥️♥️God bless you 🙏🙏🙏
@purnanandarajkhowa8712
@purnanandarajkhowa8712 Жыл бұрын
প্ৰচাৰৰ আগৰ সময় খিনি বৰ চিন্তনীয়! বন্ধু সকললৈ🙏।
@biswajitborah6330
@biswajitborah6330 Жыл бұрын
Very Good. News
@Rhino-taekwondo-academy.9997
@Rhino-taekwondo-academy.9997 Жыл бұрын
Val lagil
@KalicharanNath-c4n
@KalicharanNath-c4n Жыл бұрын
4:40 5:07
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
🎉so sad news for us. Please attention to Honble chief minister sir and help to him. God bless you.
@bkp9774
@bkp9774 Жыл бұрын
ৰবাহে, CM sir, bussy aase, ২৫হাজাৰ নাচনী দিল্লী নিব লাগিব, ১১হজাৰ নাচনী ক ২৫হাজাৰ কৈ দিছে, এতিয়া পকেত খালি।
@bipulgondia3972
@bipulgondia3972 Жыл бұрын
O friend God bless you
@apurbadutta4261
@apurbadutta4261 Жыл бұрын
Eman val loga kotha batara...eman talent thoka ajon manuh ..valkoi jiyai thakibo porakoi kiba ata sarkare krile val hoi
@Jahnu734
@Jahnu734 Жыл бұрын
Media jonor mukhot ki bhorai thoise o...aawaz clear huwa nai j..?
@GogoiPritom
@GogoiPritom Жыл бұрын
🙏
@bijugogoi9806
@bijugogoi9806 Жыл бұрын
Bht vl lgill
@sumitrabasumatary9715
@sumitrabasumatary9715 Жыл бұрын
God bless you
@junmonisinging2667
@junmonisinging2667 Жыл бұрын
Govt and NGO should help him
@moonmoondey2324
@moonmoondey2324 Жыл бұрын
বামুন মানুহে চৰকাৰ পৰা একো সুবিধা নাপাই আৰু চৰকাৰে নিদিয়ে ।
@bkp9774
@bkp9774 Жыл бұрын
কিয় সব দেখোন বামুনেই দখল Kori আছে, কোনোবা এটাৰ নহল কাৰণেই ছবেই নাইপোৱা ? হোৱাত ইছ দিছ ?
@swagotbharadwaz6061
@swagotbharadwaz6061 Жыл бұрын
@@bkp9774 nijor porhar jurot loose Reservation ot govt e dia nai Dangoriya
@bkp9774
@bkp9774 Жыл бұрын
@@swagotbharadwaz6061 হয় হয় কামাখ্যা মন্দিৰত, পাণ্ডা/পুৰোহিত হবলৈ, চন্দ্ৰ পোৰত ধাবা জলাবলৈ etc কিমান জোৰত পঢ়িব লাগে ? কত অপ্লাই কৰিব লাগে, চৰকাৰে দিয়ে না কুটাত পোৱাৰ সুবিধা আছে ? জনাব চুণ,
@aminrahul1977
@aminrahul1977 Жыл бұрын
💎🌹🙏
@monimonsterofficial7112
@monimonsterofficial7112 Жыл бұрын
@jasminezaman8657
@jasminezaman8657 Жыл бұрын
চেনেল কেইটাই দেখুৱাই থাকে মানে ঠিকেই আছে, তাৰ পিছত আকৌ পাহৰি যাব সকলোৱে, দয়া কৰক আৰু তেওঁক উদ্ধাৰ কৰি এই বয়সত আৰাম দিব লাগে 🙏🙏🙏
@bkp9774
@bkp9774 Жыл бұрын
ঠিক ঠিক, আচল সময় বোৰ কামত নলগালে,
@rekhaborahdas1184
@rekhaborahdas1184 Жыл бұрын
তেওঁ ৰ কথা কেইটা সম্পূর্ণ কৰিবলৈ নিদিলে কিয়
@minakshiborgohain7378
@minakshiborgohain7378 Жыл бұрын
♥️♥️♥️♥️♥️🙏🙏
@pulinsharma8826
@pulinsharma8826 Жыл бұрын
এইবোৰই পঞ্চায়তৰ কাম ।এজন চোকা মেধাৱীলোকক বঞ্চিত বঞ্চনাই জীৱন অথলে যোৱালে ।ইয়াৰ বিচাৰ কৰক মন্ত্ৰী মহোদয়ে।
@bkp9774
@bkp9774 Жыл бұрын
তেওঁৰ নিজৰো কিবা এটা আছে, বা নাই, নহলে আৰু এনে হয নে।
@sweetchildhood3479
@sweetchildhood3479 Жыл бұрын
Please keba ata korak Sidhartha sir.
@BubulBaruah-bq5wh
@BubulBaruah-bq5wh Жыл бұрын
এখেতৰ নিউজে চেনেল ভৰি পৰক । ধন্যবাদ🙏🙏
@neasom99
@neasom99 Жыл бұрын
1st news Ishan news channel ye krisil....
@makhanchetiabblog4737
@makhanchetiabblog4737 Жыл бұрын
,😢🙏
@ankitaofficial673
@ankitaofficial673 Жыл бұрын
Damudhar bipraকাহিনী যেন লাগে
@puspadhardeka5665
@puspadhardeka5665 Жыл бұрын
Newse 18 বাতৰি পাইহে খবৰ লবলৈ গৈছে, বহুত বেয়া লগা কথা, শিদাৰ্থ দেৱে, গুৱাহাটীত থাকি অজিহে খবৰ পালেনে ?
@Rubulgogoi209
@Rubulgogoi209 Жыл бұрын
আচৰিত কথা নহয় । কিয়নো কংগ্ৰেছ আৰু এ জি পিৰ দিনত চাকৰি বিক্ৰী হৈছিল । বহু গাধই সেই সময়ত চাকৰি পাইছিল । এওঁ মেধাৱী আছিল বাবে আৰু টকা দিব নোৱাৰাৰ বাবে চাকৰি নাপালে ।
@subrataborthakur7021
@subrataborthakur7021 Жыл бұрын
Mnuh jon r karone Ata help line khuli dibo lge.. jate hadharon mnuh e teuk hohai koribo pare
@bimalthakur9540
@bimalthakur9540 Жыл бұрын
গাওসভাৰ সদচ্ছজনক টকা দিয়া হলে দিলেহয়
@ninebattel5986
@ninebattel5986 Жыл бұрын
Bohutu dukhiya manuhae atya loikae ghor pura nai
@manindradas1175
@manindradas1175 Жыл бұрын
Maramar bandhu
@rantudohutia3992
@rantudohutia3992 Жыл бұрын
Fc
@bitulalung7205
@bitulalung7205 Жыл бұрын
লুক জনৰ পৰিয়ালৰ কোনো নাই নেকি
@bkp9774
@bkp9774 Жыл бұрын
আছে আছে ,বহুত ডাঙৰ চাকৰি কৰা ভাই ককাই আছে
@susmitasusmitabordoloi7466
@susmitasusmitabordoloi7466 Жыл бұрын
Apuni bhut bigyo borta ,,apunar kothar porai gom pai j ,,apuni kiman xongskari ❤️🙏ami olpu jugyo nhoi apunar ,, pagol buli kua keijonok xudhisu ,,xikhar morjodar kotha jane najane ,,
@bipulchsarma9329
@bipulchsarma9329 Жыл бұрын
চৰকাৰৰ ফোঁপজহী "সৱকা সাথ :সৱকা বিকাশ:সৱকা বিশ্বাস:ৰ পুতৌ লগা নমুনা।
@bkp9774
@bkp9774 Жыл бұрын
দাদাক বিহুৱা সজাই দিল্লী পঠাব লাগিব, ২৫ হাজাৰ নাচনী, বিহুৱা, বিহুৱাতিক লৈ যাব মমাই, বিহুৱা বোৰৰ মাজতে ঢোল লৈ থাকিলেই হব , শিল্পী পেঞ্চন লাভ কৰাৰ এইটোৱে চাঞ্চ ।😊😊😊
@bhaskarborah7873
@bhaskarborah7873 Жыл бұрын
পাগল বুলি কোৱা কেইজনে হয়তো এখেতৰ লগত কোনো ক্ষেত্ৰত নোৱাৰিব আৰু আজি কালি পকী ঘৰ থাকিলেহে চৰকাৰী ঘৰ পাব।
@THEKING-ge1ur
@THEKING-ge1ur Жыл бұрын
Bandhur chin bipodot : hridoy chui gol kintu 🙏
@manuranjansaikia593
@manuranjansaikia593 Жыл бұрын
News kra manuhjn alp prectice kribosun ktha bur lagi lagi dhorise
@pabitradeka7724
@pabitradeka7724 Жыл бұрын
🕉️🕉️🚩🚩🚩🌺🌺🌺🙏🙏
@babulsarmah1194
@babulsarmah1194 Жыл бұрын
don't judge a book by its cover
@user-priyarajbonshi
@user-priyarajbonshi Жыл бұрын
Sonshar tyag korise manuhjone, vogobanok pabole
@mukthangbasumatari3770
@mukthangbasumatari3770 Жыл бұрын
Pagol buli xobdo kua bor xohoj...kintu pagol hua u eman xohoj nohoi...pagol buli kua manuhbur pagolor adha ongxo e hoi...
@bapirabha1694
@bapirabha1694 Жыл бұрын
Eta kotha eur bikhoiye kou raij xikhha aru character beleg beleg bastu…eur xikhha ase thikei kintu character tu elehuwa dharanar nki????
@DaisyRabhaDaisyRabha
@DaisyRabhaDaisyRabha Жыл бұрын
পাগল শবদটো কোৱাৰ আগতে ভাবি চোৱাটো উচিত
@anantanath6453
@anantanath6453 Жыл бұрын
Manuh jon kotha keta bahut marom loga
@dibyajyotibora1802
@dibyajyotibora1802 Жыл бұрын
News reporter tu he Val nalagil
@maneswarboro9390
@maneswarboro9390 Жыл бұрын
Manuhor jibon kenekoi kholoni hoi jaai.kunueo kobo nuware. Ex cottonian , ki hobo laagisil ki hoi gol.
@miksiabung6978
@miksiabung6978 Жыл бұрын
Hosakoi pagl kun?
@pranjalpratimkalita3943
@pranjalpratimkalita3943 Жыл бұрын
Aibilak he news
@sanjibpachungvlogs6383
@sanjibpachungvlogs6383 Жыл бұрын
Aei Manu jonok Moi sini pau
@jaiprakashsharma2363
@jaiprakashsharma2363 Жыл бұрын
Putty to the senior citizen
@Mahadev_Lover91
@Mahadev_Lover91 Жыл бұрын
Xokolu reporter a enekua neki baru??? Ologoddho....
@akashahamed5475
@akashahamed5475 Жыл бұрын
Eyar lra,swali nai neki
@swagotbharadwaz6061
@swagotbharadwaz6061 Жыл бұрын
Kak kene kotha koy najano nki
@bimalthakur9540
@bimalthakur9540 Жыл бұрын
পাগল কোন ----?
@assam2006
@assam2006 Жыл бұрын
যি কেইজনে তেওঁক পাগল বোলি উপলুঙা কৰিছিল সেই সকলৰ শিক্ষাগত অৰ্হতা কিমান এবাৰ পৰীক্ষা কৰিলেই হল।
@KalicharanNath-c4n
@KalicharanNath-c4n Жыл бұрын
Val lagil
ТВОИ РОДИТЕЛИ И ЧЕЛОВЕК ПАУК 😂#shorts
00:59
BATEK_OFFICIAL
Рет қаралды 7 МЛН
Farmer narrowly escapes tiger attack
00:20
CTV News
Рет қаралды 13 МЛН
Симбу закрыли дома?! 🔒 #симба #симбочка #арти
00:41
Симбочка Пимпочка
Рет қаралды 6 МЛН
ТВОИ РОДИТЕЛИ И ЧЕЛОВЕК ПАУК 😂#shorts
00:59
BATEK_OFFICIAL
Рет қаралды 7 МЛН