LIVE : Sivasagar Nitikesh Ponkhi Case : মেধাৱী পংখীৰ মৃত্যুৰ ৰহস্যভেদ! স্বামীক জে'ললৈ। N18L

  Рет қаралды 622,906

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 503
@paramanandadeka4408
@paramanandadeka4408 6 ай бұрын
ন্যায় নাপায় পংখী কাৰণ জোনমনী ৰাভাৰ দৰে একে হব । ন্যায় খন সকলোৰে সমান নহয় ।
@sunitchangmai9718
@sunitchangmai9718 6 ай бұрын
Right
@Anup..Kr.__Mili
@Anup..Kr.__Mili 6 ай бұрын
Toka lagibo nyai pabole,,, karon amar nyai bivosta Toka kendrik...😢 Kothatu kuwar karone je muk kuneu vul nubujibo 🙏
@Manash_Pratim_sharma
@Manash_Pratim_sharma 5 ай бұрын
​@@Anup..Kr.__Miliআমাৰ সংবিধান খনেই তেনেকুৱা,2008 ত bomb blast কৰা অপৰাধী আজি মুকলি আকাশৰ তলত, rapist বিলাক 6 মাহ -1 বছৰ ৰ ভিতৰত ওলাই আহে m
@rinkydas9567
@rinkydas9567 5 ай бұрын
Hosa kotha dei
@dipaleegogoiborgohain2599
@dipaleegogoiborgohain2599 5 ай бұрын
ফাচিঁ হ’লে ভাল হয় 😢
@bijuchetia3935
@bijuchetia3935 6 ай бұрын
জেলেই নহয় ফাঁচি দিয়ক সোনকালে ৷
@NiruGogoi-wx8qz
@NiruGogoi-wx8qz 5 ай бұрын
Jail diukoti sankhla
@newaccounts3009
@newaccounts3009 6 ай бұрын
ফাঁচী দিয়ক।
@RabindraBarman-ci7bb
@RabindraBarman-ci7bb 5 ай бұрын
3:00 3:01 3:02 3:02 3:03 3:04 3:04
@jonalidas6589
@jonalidas6589 5 ай бұрын
হয় তেতিয়া হলে পুনৰ এনে দশা কাৰো নহয়।
@bhabanithakuria2154
@bhabanithakuria2154 5 ай бұрын
Right
@bkgogoi8636
@bkgogoi8636 6 ай бұрын
ফাঁছী দিয়ক ৰেহাই নিদিব লৰা জনক ফাঁচি দিয়ক । "কৃষ্ণ"
@KanchanHazarika
@KanchanHazarika 5 ай бұрын
নাৰী হত্যা কৰা সকলক আইনে ফাচী দিয়া উচিত।
@mallikaswargiary8928
@mallikaswargiary8928 6 ай бұрын
তাকো পঙ্খীৰ দৰেই শাস্তি দিয়ক।
@parameswarnath-ps1fb
@parameswarnath-ps1fb 6 ай бұрын
ফাঁচি দিয়ক হাৰামজাদাক
@Allinonedoleycreation
@Allinonedoleycreation 6 ай бұрын
ন্যায় ব্যৱস্থাক বিশ্বাসত লব নোৱাৰি।উদাহৰণ ৰূপে আছে জানমণি ৰাভা
@taralisaikia8281
@taralisaikia8281 6 ай бұрын
মাক দেউতাক a হইটো কিমান কষ্টত এখন ডাঙৰ কৈ বিয়া পাতি দিছে। বৰ লুভিয়া আছিল নিতিকেশ। ইমান যদি বেলেগ কাৰোবাক ভাল লগিছিল কিও নো ponkhir জীৱন শেষ কৰিব লাগে, মাক দেউতাকৰ বুকু খালি কৰিব তাক কোনে ইমান অধিকাৰ দিলে।
@hemchandraholal7321
@hemchandraholal7321 6 ай бұрын
নীতিকেশক ধৰি আনি দবা পিতন দি ঠেংত বান্ধি গছত ওলোমাই থই দিব লাগে ।
@bijay7660
@bijay7660 6 ай бұрын
আইনখন অলপ কঠোৰ যদি হলহৈ তেতিয়া হলে মানুহে চকলেট চুৰ কৰিবলৈ ভয় খালেহৈ হত্যা টো বহুত দুৰৰ কথা। এনেকুৱা আইন হলে এনেকুৱা কৰ্ম আৰু দেখিবা হৈয়ে থাকিব। কেছ চলিব বছৰ বছৰ বাগৰিব তাৰ পিছত দোষী মুক্তি হৈ যাব । মৃত্যুৰ শাস্তি মৃত্যু হব লাগে। যেনে কৰ্ম তেনে শাস্তি হব লাগে । নহলে এনেকুৱা কৰ্ম কৰি গৈয়ে থাকিব নৰপিশাচ বিলাকে।
@basantabarman8186
@basantabarman8186 6 ай бұрын
ফাঁচি দিৱ লাগে
@nirmalidevi
@nirmalidevi 5 ай бұрын
P
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 6 ай бұрын
ফাচী দিব লাগে ইয়াক।
@nripenboruah32
@nripenboruah32 6 ай бұрын
মানুহে অপৰাধ কৰি কি শান্তি পায়? পাছত গোটেই জীৱন জেলত নতুবা আন শাস্তি পাবই। ভাল জীৱনৰ কথা কিয় পাহৰি যায় বাৰু?
@cintusaikia
@cintusaikia 5 ай бұрын
Hokolu manuh apunar nisina val monor nhoi
@air33-ias53
@air33-ias53 6 ай бұрын
লৰা চাই চিটি বিয়া হব লাগে। বিয়া পতাৰ ধৌ বোৰৰ মাজতে সকলো বোৰ লক্ষ্য কৰা ভাল।
@DilpSaikia-qx6by
@DilpSaikia-qx6by 6 ай бұрын
আমিও নীতিকেশ ফাঁচী দিয়াৰ কামনা কৰিছোঁ তেতিয়া পঙ্খীৰ আত্মাৰ চিৰ শান্তি লাভ কৰিব।
@mrinmoydas9243
@mrinmoydas9243 6 ай бұрын
ফাঁচি দিব লাগে
@AcBorah
@AcBorah 5 ай бұрын
ফাঁচি দিব লাগে
@nripenboruah32
@nripenboruah32 6 ай бұрын
যি বুজিছো মাক দেউতাকে পুতেকৰ কুকৰ্মৰ বিষয়ে জানিছিল, কিন্তু পুতেকৰ ৰহস্য জনক ভুমিকা মাক দেউতাকে লুকাই ৰাখি জুৰজুলুম কৰি পংক্ষীক বিয়া কৰাই দিছিল। মাক দেউতাক ও বহুত জগৰীয়া।
@kulodharborah9285
@kulodharborah9285 6 ай бұрын
সেই কাৰণে অচিন কাঠৰ থোৱাৰ লগাব নালাগে।
@dishamoni481
@dishamoni481 5 ай бұрын
Xosa ...sakori thakil buli a kisumn middle class family r maak deuta ke nijor soali jonik ji ti ghort gotai diye...kebol sakori soa2 onusit...1st lora2k buji lobo lge
@TrishnaHazarika-k8t
@TrishnaHazarika-k8t 5 ай бұрын
Prothomote nu kenekoi gom pai he tenekua buli .
@dharitreekonwar8364
@dharitreekonwar8364 6 ай бұрын
দুখীয়াৰ দুখ নোগোচে,,, বহুত কষ্ট পালো মাক দেউতাকৰ মুখ খন চাই,,,, তাক ফাচি দিয়ক,,,পুলিচ,ডাক্তৰ মেনেজ কোনেও নকৰিব,,, ভবিষ্যতে নিজৰ ছোৱালীৰ কথা ভাবিব
@assamnoobgamer9752
@assamnoobgamer9752 6 ай бұрын
মাৰি পেলাব লাগে কিয়।ডাইভোৰচ দিয়ক। ই আচলতে বদমাচ।ইয়াক জীয়াই জীয়াই সাষ্টী দিব লাগে।
@tentacion787
@tentacion787 6 ай бұрын
ফাচি দিৱ লাগে😢
@pranatibaruah3467
@pranatibaruah3467 5 ай бұрын
সৰু ছোৱালীজনীৰ মৃত্যুতো বৰ দুখ লাগিল ভৱিষ্যতে আৰু আগুৱাই গল হেতেন মেধাৱী ছোৱালীজনী
@sunitchangmai9718
@sunitchangmai9718 6 ай бұрын
অসম জোকাৰণি দি যোৱা প্ৰতিটো ঘটনাৰ দোষীয়ে কেতিয়াও শাস্তি নাপায়, এইখন অসমত আৰু কিমাননো এনেকোৱা বিলাক শুনিবলৈ আৰু দেখিবলৈ পাম। অসমৰ ৰাইজৰ সাধাৰণ জনতাৰ প্ৰত্তিচবিখন যেন বেয়া দিশলৈ গতি কৰিছে।।
@Nirmalisvlog
@Nirmalisvlog 5 ай бұрын
দুদিনমান জেলত থাকিব পিছত বেলেগ ছোৱালী বিয়া পাতি সুখেৰে সংসাৰ পাতিব কেতিয়াও ন্যায় নাপায় পংখিয়ে এইয়াই সত্য 😢
@manjushribora6845
@manjushribora6845 6 ай бұрын
উচিত বিচাৰ পাব লাগে ।এইটো আমাৰ দেশত অসম্ভৱ।
@JitenBorah-g7f
@JitenBorah-g7f 6 ай бұрын
আৰক্ষীয়ে উচিত তদন্ত আগবঢ়াওক,
@bijuleedeka8974
@bijuleedeka8974 6 ай бұрын
Phasi dibo lage
@lakhimonideka112
@lakhimonideka112 6 ай бұрын
ঠিক কৈছে আপুনি আৰক্ষীয়ে উচিত বিচাৰ কৰিব লাগে.... নহলে ভূপেন হাজৰিকা ডাঙৰীয়াই কোৱাৰ দৰে দেশ খন দিনে দিনে ৰখাতলে গৈ আছে... উচিত ন্যায় দিয়ক পৰিয়ালটোক 🙏
@AshimAkash-e5v
@AshimAkash-e5v 6 ай бұрын
Jorhat nohoi Sivasagar ......
@AbojitBorah
@AbojitBorah 6 ай бұрын
ফাঁচি দিব লাগে তাক 😢
@trideepgogoi8919
@trideepgogoi8919 6 ай бұрын
Asomor gayika Nilav nitar boy frnd asil Nitikesh daa....he bahut beya lora nasil ketiyau..kintu hasti puatu bisaru....Dukhiye....
@pompideka9998
@pompideka9998 6 ай бұрын
Ki ? Aijonai nki Gayikajonir boyfriend?
@plabitakalita6000
@plabitakalita6000 5 ай бұрын
Hosake nki nilav nitar boyfrnd
@mobilephone6298
@mobilephone6298 6 ай бұрын
Nitikeshor Mobile check Koribo lage. Ji ki nohowak enekuaa manuhok jiyai rakhiboi napai. Fasi dibo lage sosakoi. Tetiyahe aibur kora bondho hobo.
@buliborah5758
@buliborah5758 6 ай бұрын
কি কাৰণে ইমান সৰুতে বিয়া দিব লাগে। মানুহবোৰে ভুল কৰে ।ছোৱালী জনিক ভালদৰে পঢ়াই কিবা এটা কৰিহে বিয়া চিন্তা কৰিব লাগে। তথাপিও দোষী ক শাস্তি দিব লগে।
@rupusentertainment8050
@rupusentertainment8050 5 ай бұрын
Dhoni ghr r sakori thka lora ple aku nlge ajikli
@anmolkanchhi5083
@anmolkanchhi5083 5 ай бұрын
​@@rupusentertainment8050 Enekuwa nohoe.... I know her personally.... She was very talented.... Hei lora r ki aasil?? Tat k vaal lora paali hoe... I was shocked when she got married.... Enekuwa lora k kio patile biya buli bhabisilu
@moromisaikia496
@moromisaikia496 5 ай бұрын
ফাঁচী দিয়া ভাল হ'ব এনে পাখন্দক
@kaberimoran5496
@kaberimoran5496 6 ай бұрын
আমি ছোৱালী হয় নিজৰ অধিকাৰ আছে জীয়াই থকাৰ। মানুহৰ বোৰে ছোৱালী জন্ম দিয়ে কেৱল বিয়া দিবলৈ। ধুনীয়া ল'ৰা দেখিলে ধনী ল'ৰা পালে বিয়া দিয়ে। পঢ়া ছোৱালী সাহষে জিয়াই থাকিব লাগে। পঢ়ি কি শিকিলে।
@jashodabaruah8200
@jashodabaruah8200 5 ай бұрын
এনেকুৱা বহুত ঘটনা ঘটিছে, কিন্তু দুখীয়ে শাস্তি পাইছে জানো?কাম নাই অসমত আইনৰ
@_dipjyoti_gogoi
@_dipjyoti_gogoi 5 ай бұрын
ফাঁচি দিয়ক
@DalimiDas-u4j
@DalimiDas-u4j 6 ай бұрын
ল'ৰাৰ পৰিয়ালৰ সমান দোষী আছে
@ankurimaborah4119
@ankurimaborah4119 6 ай бұрын
Sualibur olop tengor hobo lagibo, domestic violence hole direct eri dibo Lage husband ok. Financially independent hoi lobo lage biya huar agot!!
@nvnita
@nvnita 6 ай бұрын
akdm moi anekwa situationr pra bsi ahixu 🥺💔
@ankurimaborah4119
@ankurimaborah4119 6 ай бұрын
@@nvnita confidently thaka, xomaje ki koi tar uporot sinta nokori nije keneke nijok bhale rakhibo pari bhabibo n koribo Lage👍
@nvnita
@nvnita 6 ай бұрын
@@ankurimaborah4119 hm hooi🥺
@Pbentertainment123
@Pbentertainment123 5 ай бұрын
Right
@RomaGoswami-v2j
@RomaGoswami-v2j 6 ай бұрын
ফাঁসি হতে লাগে অন যে মেয়েটি শাস্তি দিতে লাগে মা বাবা আরটাকাদিমন্ড k kurok যদি ঘটনা সত্যি হয়,,,, ওনো কোনোদিন আর যাতে j ate na হয়
@RantuDoley-n9h
@RantuDoley-n9h 6 ай бұрын
Encounter koribo lage
@ankumanibarman5360
@ankumanibarman5360 6 ай бұрын
Ghorr manhuhor bahire kuno bahira manhu apun hbo nuware sob misa kotha aibilak belegok apun kori luwar xoloni borola hoi thakok raij😢
@utpalgogoi8457
@utpalgogoi8457 5 ай бұрын
অসমত এতিয়া ন্যায় বিচাৰি যোৱাটো..........
@bandanagayan1929
@bandanagayan1929 6 ай бұрын
হে ভগবান কি কম বাৰু বৰ দুখ পাইছোঁ ওম শান্তি
@myway3433
@myway3433 5 ай бұрын
শুদ্ধ সীদ্ধান্ত লোৱাৰ ভাবে প্ৰশাসনক ধন্যবাদ জনাইছো । নীতিকেশ যাৱত জীৱন কাৰাগাৰত ভৰাই থব লাগে এয়াই আমাৰ দাবী ।
@rimpibaruah1576
@rimpibaruah1576 5 ай бұрын
উচিত বিচাৰ হবনে
@mkmona7862
@mkmona7862 5 ай бұрын
ফাঁচি দিয়ক যাতে দ্বিতীয় বাৰ এনে nohoi 😢
@migom__panging
@migom__panging 5 ай бұрын
ফাঁচি দিয়ক
@barshabharadwaj7070
@barshabharadwaj7070 5 ай бұрын
ফাঁচী হব লাগে এই নিতিকেশ নামৰ নৰপিশাচটোৰ..😢..এইঘটনাটো সংঘটিত হোৱা শুনি মোৰ এটাই কথা মনত পৰিছে সেইটো হৈছে নন্দিতা বা.. মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী আছিল নন্দিতা বা.. কিন্তু দোষী ৰিংকু শৰ্মাই ফাঁচী নাপালে, এতিয়া মুক্ত আকাশত উৰি আছে..😢.. আইন ব্যৱস্থা অলপ কঠোৰ হলে হয়টো এনেকুৱা ঘটনা নহল হয় 😔যিয়েই নহওঁক পংখি বা'ৰ আত্মাই চিৰ শান্তি লাভ কৰক😢😓..
@JohirulIslam-vv7us
@JohirulIslam-vv7us 5 ай бұрын
So sad very worry full history
@ABd-h2r
@ABd-h2r 6 ай бұрын
Ajir ai jugot kaku bisshakh koribo nuari,,,,ketyaba jed,lubh,ohongkar,,,,,thokar babeu aibilak hoi...... 😢😢😢
@Divya_basu
@Divya_basu 5 ай бұрын
Massage call record চোৱা নো কি ডাঙৰ কথা police ৰ কাৰণে 🙏
@monalishasaiki7842
@monalishasaiki7842 6 ай бұрын
Jail dile bahiroloi ulai ahi. Sukhere kotabo,atia chualie Joni heruai ai dukhia Priti matri kanakoi jiai thakibo,ponkhik nyay diok,chorom sashtri hok ai kalpit tur
@BhairabTaid-nn4ik
@BhairabTaid-nn4ik 5 ай бұрын
We want justice
@Sarekss
@Sarekss 5 ай бұрын
😢
@bhabanikalita1535
@bhabanikalita1535 5 ай бұрын
আমাৰ ন্যায় ব্যবস্থাৰ বাবে নীতিকেশ হাত সাৰি যাব পাৰে , কিন্তু অভিভাৱক সচেতন হ‌ওক । লৰাৰ চৰিত্ৰ সন্দেহ পালে ছোৱালী জনীক ঘৰলৈ লৈ আহিব । ছোৱালী বোৰ সচেতন হ‌ওক ।
@kbarman4034
@kbarman4034 5 ай бұрын
Don't play one side Game, fist collect the clips from both and then try to unveil Mistry. I'm not going to support any side , but we should take decision after hearing both side.....
@sanjitkumarswargiary8092
@sanjitkumarswargiary8092 5 ай бұрын
ন্যায় পোৱাটো বিচাৰোঁ।অপৰাধী জন যাতে সুৰুঙা বিছাৰি নাপায়।
@samsulhaque4571
@samsulhaque4571 6 ай бұрын
এইজন শিক্ষক বেয়া কাম কৰিলে ।এইজন শিক্ষক জাতি ধৰ্ম বিবেচনা কৰি এইটো কাম কৰিলে নে‌‌ । বিজেপিৰ মতে মুছলমানে এই নিকৃষ্ট কাম কৰে । সন্ত্ৰাসবাদীৰ কোনো জাতি ধৰ্ম নাই।হায় পিযুজ হাজৰিকা ।
@EajaRabhaEajanRabha
@EajaRabhaEajanRabha 5 ай бұрын
🎉🎉
@EajaRabhaEajanRabha
@EajaRabhaEajanRabha 5 ай бұрын
🎉😢😢❤ 7:36
@DipaliBorah-yh4ky
@DipaliBorah-yh4ky 5 ай бұрын
পংখী যিদৰে মাৰিলে । ঠিক সেইদৰে নীতিকেশ মৃত্যু দিব লাগে। তেতিয়াহে পংখী আত্মাই শান্তি পাব।
@lakshyanath294
@lakshyanath294 6 ай бұрын
চমু কথা লমপটক মাৰি পেলাব লাগে
@TrishnadasTrishna
@TrishnadasTrishna 5 ай бұрын
লম্পটোক ফাঁচি দিয়ক ইয়াক এৰিব নেলাগে
@pompideka9998
@pompideka9998 6 ай бұрын
😓👍😢,Enekua manuh ai pithibit thokatkoi nothokii vl , Xualir life tukloi hetali khelib nalage
@abdulmotin7868
@abdulmotin7868 5 ай бұрын
ভাল খবৰ
@aparadevisarma5797
@aparadevisarma5797 6 ай бұрын
ইয়াক ফাচি‌দিব লাগে
@jamala434
@jamala434 5 ай бұрын
উচিত ন্যায় পোৱাৰ কামনা কৰিলো 😭😭
@bulumonihazarikaborah4381
@bulumonihazarikaborah4381 5 ай бұрын
এজনী ছোৱালী দুখীয়া ঘৰত জন্ম হল বুলিয়েই তাইৰ কোনো সপোন , উচ্চা কাংখ্যা থাকিব নোৱাৰেনি ? যত এনে কিছুমানে পিশাচে সকলো চুৰমাৰ কৰি টকাৰ দপদপনিত ন্যায়ৰ পৰাও বাচি এটা সময়ত মুক্ত ভাবে চলাফুৰা কৰি দপদপাই থাকে ! সেয়েহে জেলত আজীৱন ৰাখি পিশাচৰ সৰ্বোচ্চ কাঢি জীয়াই থাকিব দিলে সি তেতিয়া গম পাব দুখীয়া মানুহৰও মৰম আবেগ আছে ! সিহঁতবোৰে পইচা বা মানুহৰ মঙহ খাই জীয়াই নাথাকে 😡
@DipukaBaruah
@DipukaBaruah 5 ай бұрын
দুখ লাগিল সুনি
@Nikhabiswas
@Nikhabiswas 5 ай бұрын
আইনে একো কৰিব নোৱাৰে, জনহাধাৰণে ধৰি পংখিক ন্যায় দিব লাগিব, নৰ পিশাসক ধৰি মৃত্যু দণ্ড দিব লাগে 😢
@RamakantaMili-q5l
@RamakantaMili-q5l 5 ай бұрын
ফাঁচি দিয়ক সোনকালে
@bulbulisarmah1530
@bulbulisarmah1530 6 ай бұрын
সম্পত্তি চিনি পায সি শিক্ষক নে নৰ পিশাচ এজনী ছোৱালী ডাঙৰ কৰি উলিয়ায় দিয়া মাক দেউতাকে হে জানে কষ্ট কিমান সেই নৰপিশাচ জনক উচিত শাস্তি দিব লাগে 😂😂😂😂
@gayatrideka7011
@gayatrideka7011 6 ай бұрын
Anekua manuh ketiya o vl hb nware , xi danob hoi , jiyai thakib nalage xi , tak xasti dib lage 😠😠😠😡😡😡
@BoraKalpa
@BoraKalpa 6 ай бұрын
Dhat baya laga dai suali jonik mari palala manob rupi danona😡😡
@arunabailung3805
@arunabailung3805 6 ай бұрын
তাক মাৰি পেলাউক জিয়াই থাকিবলৈ নিদিব
@JonaliBaishya-wu3wg
@JonaliBaishya-wu3wg 5 ай бұрын
Teacher hoi gyan nii fasi db lge
@renulongchot7547
@renulongchot7547 5 ай бұрын
ফাঁচী দিয়ক।
@MKtani
@MKtani 6 ай бұрын
মাৰি নেপালাই ঘূৰাই দিয়া হলেও তাই জীয়াই থাকিলেহেতেন
@mantudas3746
@mantudas3746 6 ай бұрын
জেল দিলে খকুৱো উকিলে টকা খাই মোকলাই দিব , দোষিক ফাচি দিব লাগে ফাচি দিব লাগে , এইখন চৰকাৰে দুখিয়া পৰিয়ালক প্ৰক্ৰিত ন্যায় দিয়াত হেমাহি কৰে কিয়?
@amalsaikia6525
@amalsaikia6525 6 ай бұрын
We have need justice God sees the truth but wait
@pranjalgogoi7894
@pranjalgogoi7894 5 ай бұрын
ফাচী দিয়ক🙏
@bijoyamolia8586
@bijoyamolia8586 5 ай бұрын
সঠিক বিচাৰ হব লাগে।
@RatulAli-k6j
@RatulAli-k6j 5 ай бұрын
তাক ও শাস্তি দিয়ক
@leemaprodhani1306
@leemaprodhani1306 5 ай бұрын
Bohut dukh lgil...Beleg sowali jonik pohoroloi anib lge .. karon ajoni sowali an ajoni sowalik keneke moriyai moriyai sesh korib pale ...
@TutuMoni-k2s
@TutuMoni-k2s 6 ай бұрын
ফাঁচী দিয়ক তাক ।
@rupasaikia3640
@rupasaikia3640 5 ай бұрын
ফাঁচি দিয়া তোৱেই উপযুক্ত
@kusumbaruah2336
@kusumbaruah2336 5 ай бұрын
আৰু কিমান মৰিব লাগিব এইদৰেই তাকে চাই থাকিম।😢
@durlavbaruah3953
@durlavbaruah3953 5 ай бұрын
টকাতকৈ হাজাৰ গুণ ওপৰত আছে মানৱতা অথবা প্রকৃত প্ৰেম মৰম ভালপোৱা | অভিভাৱক সকলে নিজৰ মৰমৰ জিয়ৰী জনি ভালদৰে চাই বুজিহে বেলেগ এখন ঘৰলৈ দিব | তেওঁলোকৰ প্ৰেম এনেকুৱাই আছিলনে? ল'ৰা জনৰ উচিত শাস্তি হ'ব লাগে |
@PurnimalakhiAnirban
@PurnimalakhiAnirban 5 ай бұрын
ফাঁচী দিয়ক
@ভৱানীডেকা
@ভৱানীডেকা 5 ай бұрын
আই ঐ ধনী লৰাটোক আমাৰ ঘৰত আহিবই নিদিবি মাজনী কলেজত গলে কোনো ধৰণৰ গা দেখোৱা লৰাক মন নিদিবি দেই আৰু দ্বিতীয় জনী পংখী হত্যা যাতে নহয় তাৰ কাৰণে সকলো মাতৃ কন্যা লৈ ভগৱানৰ ওচৰত সেৱা জনাই আশীৰ্বাদ বিচাৰি লো বৰ হৃদয়বিদাৰক ঘটনা হত্যাকাৰীৰ উচিত শাস্তি বিচাৰিলো 😭😭😭
@chinudutta9595
@chinudutta9595 5 ай бұрын
তাকো ফাচী কাঠত ওলোমাই দি‌য়ক। জীৱন শেষ।
@Oukusvlogs
@Oukusvlogs 6 ай бұрын
চৰকাৰে ন্যায় দিওক 🙏🙏🙏🙏🙏🙏
@LachitDeori-kr4vx
@LachitDeori-kr4vx 5 ай бұрын
অখমীয়া সমাজত আমি পত্নিক দেবি হিচাপত মানো ,এনেকুৱা নৰ পিখাছক ফাঁছী দিব লাগে
@monalishasaiki7842
@monalishasaiki7842 6 ай бұрын
Ai porialtuk uchi nyay diok,tair atmai satgoti pai jen
@arpanabaruah9992
@arpanabaruah9992 6 ай бұрын
Fachihobolage
@jaanmoni5724
@jaanmoni5724 5 ай бұрын
দুখীক ফাঁচী দিয়ক 😠😠😠
@Konwarjahnavee
@Konwarjahnavee 5 ай бұрын
Justice for Ponkhi
@swapneeldas793
@swapneeldas793 5 ай бұрын
গুৱাহাটীত চিনাকি হোৱা নাছিল শিৱসাগৰ মহাবিদ্যালয়ত চিনাকি হৈছিল ২০২২ চনৰ অক্টোবৰ মাহত। নীল আকাশৰ লগত আহিছিল সি ।
@jyotshnadevi557
@jyotshnadevi557 4 ай бұрын
Bohut babostha lab laga
@malobikagogoi6518
@malobikagogoi6518 5 ай бұрын
ফাঁচি দিলে দুখিয়ে একো শাষ্টি নেপাব তাৰ বদলি যাৱযিৱন কাৰাদণ্ড দিলে ভাল হ'ব
@SaruNath-pq8rf
@SaruNath-pq8rf 6 ай бұрын
আজি কালিৰ ভিতৰতেই এই জঘন্যটোক ফাচি কাঠত ওলোমাই দিয়ক আৰু নোৱাৰে যদি মোক দিয়ক মই তাৰ ব্যৱস্থা লম।
@jayanto-wi2ku
@jayanto-wi2ku 5 ай бұрын
ইয়াৰ মাতা খাঁটি পেলালো হেঁতেন মই হলে 😢😢😢😢😢😢😢😢😢😢😢😢😢😢
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 93 МЛН
This dad wins Halloween! 🎃💀
01:00
Justin Flom
Рет қаралды 53 МЛН
Fake watermelon by Secret Vlog
00:16
Secret Vlog
Рет қаралды 36 МЛН
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 93 МЛН