LIVE | AstraZeneca | কভিশ্বিল্ড প্ৰতিষেধক লোৱাসকলৰ নতুন আতংক ! Covishield | N18L

  Рет қаралды 92,236

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 118
@chandraprasadsaikia8399
@chandraprasadsaikia8399 4 ай бұрын
মিষ্টাৰ সাংবাদিক দেউ, ইয়াৰ লগত সংযুক্ত বাতৰিটো এই যে পাৰ্শ্ব প্ৰতিক্ৰিয়া অত্যন্ত সীমিত, আৰু যদি পাশ্ব ক্ৰিয়া দেখা দিয়ে টিক্কা কৰণৰ খুব বেছি ৬মাহৰ ভিতৰতে প্ৰভাবিত হ'ব বুলি প্ৰকাশ। আপুনি জনসাধাৰণক ভিতিগ্ৰস্ত কৰিবলৈ নে বাতৰি প্ৰকাশ কৰি বাঃ বাঃ ল'ব বিচাৰিছে।
@SharangaKalita-dn2ux
@SharangaKalita-dn2ux 3 ай бұрын
😮😢😢😢😢😅😅
@rajanibhuyan8181
@rajanibhuyan8181 2 ай бұрын
K mo ll po imp lo lo o.m
@pratimdevi8759
@pratimdevi8759 4 ай бұрын
কি প্ৰতিষেধ ল'লে বৰ্ত্তমানৰ কভিশ্বিল্ডে দ্বাৰা সংঘটিত বিপদৰ পৰা আমি হাত সাৰিব পাৰোঁ ,তাৰ চিন্তাহে কৰা উচিত I এইদৰে প্ৰতিদিনে প্ৰচাৰিত আতংকৰ বাতৰিয়ে বেচিকৈহে মানুহক জীৱনলৈ অমানিশা নমাই আনিব I সময় সাপেক্ষে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰক ,I
@user-ls5kt6jc6d
@user-ls5kt6jc6d 2 ай бұрын
হয় ময়ু ৩ টা ললো অ নললে বোলে স্কুলত যাব নোৱাৰিব বুলী কৈ আমাক সকলোতকৈ আগতে কভিশ্বিল্ড লবলৈ বাধ্য কৰালে মই ICDSত কৰো মই নোলোৱাকৈ থাকিম বূলী ভাবিছিলো খুচৰি খুচৰি ওলিয়ালে ললো যি ললো লৈ এতিয়া শৰিতু ইমানে দুৰ্বল লাগে আঠু বিষ 'গা বিষ মোৰ ঘুৰণী বুকুৰ বিষ সঘনাই হৈয়ে থাকে ।এতিয়া আমাক ৰখনা বেখন লাগে । কিউপায়ে আমি এই অখান্তি শৰীৰ এই বিপদৰ পৰা বাচি আগৰ শৰীৰটো ঘুৰাই পাওঁ তাৰে উপাই বিচাৰক । আৰু অসমৰ মানুহ মৰি শেখ নুহোৱা আগতে জিয়াই থকা উপাই বচাৰী বাতৰী পচাৰ কৰক ধন্যবাদ। 🙏✊🙏
@user-ls5kt6jc6d
@user-ls5kt6jc6d 2 ай бұрын
বিচাৰি
@phulendas7939
@phulendas7939 4 ай бұрын
হয় মই 1,2,3লৈছিলো , তাৰ পিছত বহুত দুৰ্বল হৈ পৰিছো
@suchitrakakati2803
@suchitrakakati2803 3 ай бұрын
আমাক পুলিচ লগাই লৈ যোৱাৰ ভাবুকি দি ভেকচিন লবলৈ বাধ্য কৰিছিল
@rumubhattacharyya2848
@rumubhattacharyya2848 2 ай бұрын
মানুহ বিলাক বেজি দি বহুত অশান্তি দিলে। এতিয়া মানুহৰ মাজত এইবোৰ কৈ অশান্তি নিদিব।মনত চিন্তা সুমুৱাই নিদিব। মানুহে এই বিলাক পাহৰিবলৈ চেষ্টা কৰিছে।
@dilipsaikia2179
@dilipsaikia2179 4 ай бұрын
কথা বোৰ অলপ চিন্তা কৰি চিঞৰি থাকক।মানুহক আত্নকিত নকৰিব
@dilipsaikia2179
@dilipsaikia2179 4 ай бұрын
আপোনাৰ চিঞৰ শুনি মানুহ মৰিবই এতিয়া
@sumitraphukan6916
@sumitraphukan6916 4 ай бұрын
ইয়াৰ উপায় উলিয়াব লাগে
@gyanofficial
@gyanofficial 4 ай бұрын
তহতৰ নিচিনা সাংবাদিকে বেছি আতংকহে বিয়পাইছ, তয় নো কি ভেকচিন লৈছিলি
@aboro5413
@aboro5413 Ай бұрын
E kela vaccine lowa nai hai babe ja ta bokoli aache
@anjanborah-5069
@anjanborah-5069 4 ай бұрын
অসমত নিৰ্বাচন শেষ হোৱাৰ পাছত মনত পৰিছে তহতৰ 😮
@THEKING-ge1ur
@THEKING-ge1ur 3 ай бұрын
সাপ হৈ খুতে বেজ হৈ জাৰে!সাধাৰণ জনতাক ডম্বৰো জুকাৰি নছুওৱা টো আপোনালুকৰ ধৰ্ম নেকি ?👍👍👍👍👍👍👍👍👍
@sabetrigamang5975
@sabetrigamang5975 4 ай бұрын
God bless u.... নিউজ দিবলৈ আপুনি বাচিলে হ'ল।।।
@DILIPGHOSH-vc3cw
@DILIPGHOSH-vc3cw 4 ай бұрын
মানূহ এজনক সাপে খুমটাই মাৰিব বুলি ক'লে তাৰ চুকু বান্ধি দিয়া হ'ল আৰু এটা কোঠাত সোমোৱাই বেজিৰে খুচি দিয়া হ'ল সচাকে সাপে খুটিল বুলি চিন্তাত মানুহজন মৰিল
@UpenKalita-dx2cr
@UpenKalita-dx2cr 4 ай бұрын
এতিয়া ৰাইজৰ মাজত সজাগতা আনিবলৈ চৰকাৰে কি ব্যৱস্থা কৰিব। লগতে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে কি ব্যৱস্থা কৰিছে।
@sivanathbhuyan-go9zq
@sivanathbhuyan-go9zq 4 ай бұрын
কল্কী অৱতাৰ বহুত মানুহে নোলোৱাকৈহল
@anjanborah-5069
@anjanborah-5069 4 ай бұрын
বহুত বদমাছ তহত বোৰ 😂
@dipankachetia9856
@dipankachetia9856 4 ай бұрын
😂
@chitrakumarhazarika6622
@chitrakumarhazarika6622 3 ай бұрын
নললে উপায় আছিল নে। চৰকাৰে কঠোৰ আদেশ দিছিল। নহ'লে অফিচলৈ যাব নোৱাৰি, বজাৰলৈ যাব নোৱাৰি, বাছত ট্ৰেইনত যাব নোৱাৰি। হ'ব, মৰিলে একাংশই ভোগ কৰিব জীৱন। এনেও মানুহ মৰণশীল। বেছি চিন্তা কৰি লাভ নাই।
@kadomonimorankaripanitola-7233
@kadomonimorankaripanitola-7233 4 ай бұрын
Aetia ji koleo upai nai aami tinitakoi ketiyabaie luwa hol .diyar aagate porikha nakori aetia kori ki lav aase.
@ghanakantanath7208
@ghanakantanath7208 4 ай бұрын
Ear babe BJP sorkar dayee
@jehirulhuda3147
@jehirulhuda3147 4 ай бұрын
হয়, লৈছিলো। একেবাৰে সচাঁ কথা। ব'স্তাৰ দ'জো লৈছিলো। বৰ্তমান অলপতে weak feel কৰাই নহয় বিভিন্ন বিষয়ত শাৰীৰিক শক্তি লোপ পাইছে। অৱশ্যে মোৰ বয়স প্ৰায় ৫৮ বছৰ। তথাপিও 'কভিশ্লিড'ৰ bad effect আছে বুলি বিশ্বাস হয়।
@meerhussain795
@meerhussain795 4 ай бұрын
It is very unfortunate matter for us. We are very unlucky. Govt should take remady for us to let us live long.
@amarjitkurmi6502
@amarjitkurmi6502 4 ай бұрын
Moi 3ta lolu aku huwa nai misa koi lab nai Mi
@ilandjio3759
@ilandjio3759 4 ай бұрын
After confirm , go legal action
@anupamaborah6233
@anupamaborah6233 3 ай бұрын
Tumaluke batoriutu manuhor majot aatonkor babehe posar Kora jen lage jitu topic. Dim buli kua heiytu nulaigoi
@user-qy9nd8qn1m
@user-qy9nd8qn1m 4 ай бұрын
Govt has to take the responsibility
@ArunKumar-kl2jw
@ArunKumar-kl2jw 2 ай бұрын
ভেকচিন নোলোৱাকৈয়েই বহুত মানুহ সুস্থ স্বাস্থ্যৰে জীয়াই আছে, ক'ভিডৰ নিচিনাই লক্ষণ হোৱাৰ পাচতো। ক'ভিডৰ সময়ত যিবোৰ মানুহে ভয় খাই হস্পিতালত সোমাইছিল তাৰ বেছিভাগেই মৃত্যুৰ মুখত পৰিল, ঘৰতে থকাসকলৰ মৃত্যু নঘটিল আৰু এতিয়াও সুস্থ হৈয়েই আছে।
@pradipkumardutta3575
@pradipkumardutta3575 4 ай бұрын
কভিশিল প্ৰতিষেধকৰ ভাল খবৰ আহিলে জনাব।
@niranjandas2602
@niranjandas2602 4 ай бұрын
Moi 3 Dose Loiso
@robinNeogchuk
@robinNeogchuk Ай бұрын
জানি বুজি দিলে।সকলো মানুহক দুৰ্বলতা এলেসুৱা কৰিলে।হাড়ৰ এতেক কৰি মৰে।
@manoharchaubey2223
@manoharchaubey2223 4 ай бұрын
Tumi loisa ne nai heya agote koi liwa
@kamineesvlogs
@kamineesvlogs 2 ай бұрын
এতিয়া আৰু মানুহক ভয় নূখুৱাই সমাধানহে উলিওৱা উচিত কাৰণ মানুহবিলাকক জোৰ জবস্তি কৈ দিয়া হৈছিল
@dhrubajyotigogoi518
@dhrubajyotigogoi518 4 ай бұрын
মুখত কিবা অবাইচ মাতহে ওলাব আৰু। মানুহক ভয় খুৱাই বিভ্ৰান্তিৰ সৃষ্টি কৰাটোৱেই আপোনাৰ কাম নেকি? যদি পাৰে যোগাত্মক বাতৰি প্ৰচাৰ কৰক। 😠😠😠 মই ও লৈছোঁ, ক''তা এতিয়াও ঠিকেই আছোঁ দেখোন। আৰু এটা কথা মানুহ মৰণশীল।
@bhabasankarchakraborty7538
@bhabasankarchakraborty7538 4 ай бұрын
কথাবোৰ একবাৰ কলেই হল। বাৰ বাৰ একেটাই কথা কৈছে। কোৱীড টোত কে বেছি। আপোনাৰ কথাবোৰ। Dangerous
@nabakumar873
@nabakumar873 4 ай бұрын
কোণে লোৱা নাই ভেকচিন ।
@trishnadutta5030
@trishnadutta5030 4 ай бұрын
হয় মইও লৈছো বৰ্তমান লৈকে মোৰ একো হোৱা নাই আৰু নহয় ভোল বকিব নালাগে যেতিয়া মৰিব লগা আছে তেতিয়াই মৰিম মানুহক এনেকৈ ভয় খোৱাব নালাগে।
@user-oc5ql9io3n
@user-oc5ql9io3n 13 күн бұрын
Aji kola ki hobo lav nai
@jayarajkhowa6787
@jayarajkhowa6787 3 ай бұрын
😊
@deepagohain88
@deepagohain88 3 ай бұрын
I have taken two dose but i did not face any health issue
@amitborah8417
@amitborah8417 4 ай бұрын
িক হব পাৰে সেইটো ক
@sashibhatta5198
@sashibhatta5198 4 ай бұрын
সেইবিধ বাধ্যতামূলকভাৱে লবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল সেই সময়ছোৱাত ৷ এতিয়া পাৰে যদি তাৰো প্ৰতিষেধক উলিয়াওক ৷ সেইটো যদি সম্ভৱ নহয় তেন্তে বিপদ আহিলেও আহক, যিটো বাধা দিব নোৱাৰিম ৷ অযথা আতংকিত কৰি নাথাকিবলৈ চেনেল সমূহলৈ অনুৰোধ থাকিল ৷
@sabitaborah5472
@sabitaborah5472 4 ай бұрын
Tinita lolu kihobo atia
@debotoshchakraborty8865
@debotoshchakraborty8865 4 ай бұрын
Etiya ki hol sarkar ki dayi hobo ne?
@kanmaigurung3110
@kanmaigurung3110 2 ай бұрын
COVID hoi kiman ghoror poti potni dhukal tar khytipuran lage 12:17
@subhra4762
@subhra4762 2 ай бұрын
Covi shield vaccine 2021facing heart issue, respiratory problems
@angshi707
@angshi707 4 ай бұрын
Pritranar upai tuo nidia kio? Atanka biapai akau natunkoi .......loa tu to hoie gol.....paritranar upai ki...?😮😮
@lgameplay6771
@lgameplay6771 4 ай бұрын
তহতি এটা দালালি হয় ভেকচিণ নললে হাঁহি চিলিং আৰু এটিয়া মানুহক সান্তনা দিবলৈ আহিচ
@dipsaikia8858
@dipsaikia8858 4 ай бұрын
Atia manuh knk rokha hoi haibur sinta koribo lage sat news d lav ni, suduvai kitai sob hikh korile
@pranitatalukdar8127
@pranitatalukdar8127 Ай бұрын
এনেই লৈ.মৰিলো..চৰকাৰে.দায়িত্ব গ্ৰহণ. কৰক।.ভেকচিন. ললে.বহুত. ভাল. হব. বুলি.কৈছিল। 😂😂😂😂
@GarimaDas-cr8ul
@GarimaDas-cr8ul 4 ай бұрын
Ata kothak ki bare bare boki thaka
@user-tp1er3sv9f
@user-tp1er3sv9f 4 ай бұрын
তাৰমানে Covishild ৰ প্ৰতিষেধক বোলি আকৌ জনসাধাৰণক মূখ বনাই Slow Poison ৰ Injection দিব বিছাৰিছে নে কি চৰকাৰে ।
@assam8744
@assam8744 4 ай бұрын
Election r agot kot Hui asili
@abdussattar8767
@abdussattar8767 4 ай бұрын
Fajir , aftab ,answer,, laloy died for heard problem after taking vectine
@mumtazali2453
@mumtazali2453 3 ай бұрын
What is life : If it is full of care We have no time to stay and stare. Bertrand Russell*. Alert, alarming and caution/becare etc.that making us sleepless but we want step not the message of timidization. Opinion what we feel unnecessary.
@rupanjalibaro7025
@rupanjalibaro7025 4 ай бұрын
Amak sahay lage sakulu covichild luwa parialak aru covichild vaccine lai mritu hwa parialak sakari diak aru uccha sikhar babe parialar lara suwalik prati mahe ati kamew 15000 hajar takakai diar byabastha karak 🙏
@RatnadeviBaruahBoro
@RatnadeviBaruahBoro 3 ай бұрын
চৰকাৰে কি চিন্তা কৰিছে এতিয়া? ক্ষতিকাৰক প্ৰতিষেধক দি ভাৰত চৰকাৰে ক্ষতি পুৰন দিব পাৰিব নে?
@user-sv6fm6dx7n
@user-sv6fm6dx7n 4 ай бұрын
Kas kori bo lagibo
@pradipsarkar205
@pradipsarkar205 4 ай бұрын
News diok. Êman kamur dia kio
@arabindadas2621
@arabindadas2621 4 ай бұрын
Moi 3 ta loisilu
@SandyDas-iy1hg
@SandyDas-iy1hg 4 ай бұрын
তহতে জহৰা
@user-vg3pf7fj8w
@user-vg3pf7fj8w 3 ай бұрын
Atiya manuhak bhoi dekhai thaki ki labh sarkare kiyo loyashil.jur dabardasti.
@amarswapna1133
@amarswapna1133 3 ай бұрын
আমি নাই লোৱা
@ISeeYou-fc5zg
@ISeeYou-fc5zg 2 ай бұрын
মোদী চৰকাৰে বাধ্য কৰিছিল। সেয়েহে যোৱা লোকসভাৰ নিৰ্বাচনত ৰাইজে মোদীৰ দলক ভোট দিছিল।
@kalyanjyotidutta8301
@kalyanjyotidutta8301 4 ай бұрын
Bar besi pan pania news but hoi babe batatri bad disu.
@NabajitMedhi-ri4to
@NabajitMedhi-ri4to 2 ай бұрын
Hoy Moyo loyshlo
@anjalidutta704
@anjalidutta704 Ай бұрын
তেতিয়া ভেকচিন নললে‌‌‌ মৰিম,এতিয়া লোৱা বাবে‌ মৰিম। হব বাৰু।😂
@BikramKumarDey
@BikramKumarDey 2 ай бұрын
MOI VACCINE LOWAR PISOR PORA 50 % ENERGY NAI , TAROPORI DINOK DINE DURBOL HOI GOI ASU
@rupanjalibaro7025
@rupanjalibaro7025 4 ай бұрын
Mur murabi covicild lai mrityu hal ajilaike Parialak kunu sahari nai Amar parialtu ai manu mara biji lai rugia haisu Baturibur je eman rahan sani kai thake apuni kiman jane ai baji laisile aru kiman jane mrityuk akalate dabati lale tewlukar bidesi atmar satgatir karane sahid badi banuwar byabastha karar upay makare kia
@jitenburagohain6975
@jitenburagohain6975 4 ай бұрын
ফাল্টু বাতৰি । মৰিবলৈ ইমান ভয় নে ?
@bishnusadhanpaulmazumder3965
@bishnusadhanpaulmazumder3965 4 ай бұрын
Our last prayer to all deshbashi to find out the culprit behind dangerous conspiracies and who are responsible for menacing consequences to be faced by us. At least humanity point may please repeat please be taken into consideration. Is it an ambassador of death?
@nityanandaphukan9783
@nityanandaphukan9783 4 ай бұрын
Ene batori kio ulai thake WHO kot gol etia
@user-gz7nv2lw1i
@user-gz7nv2lw1i 4 ай бұрын
Kam nai, korobat kiba eta hole tohare halla logai dio. Firstly reachers and then give us information .
@probhatchetia3321
@probhatchetia3321 4 ай бұрын
Ai bilal beper asil
@HiteshKumar-hv2sn
@HiteshKumar-hv2sn 4 ай бұрын
Morabi aru besidin nai
@BeaTbabA..
@BeaTbabA.. 4 ай бұрын
উপায় নাই আৰু কাৰোবাৰ হাহ কুকুৰা আছে নেকি বিছাৰি ফুৰক, যাব লাগে আৰু সময় বেছি নাই, ঘৰ খন Ta Ta Bye Bye কৈ ওলাই আহক ।
@debashishbhattacharjee9264
@debashishbhattacharjee9264 4 ай бұрын
Aponer protibedon not based any substance.
@user-en7ut1xh8c
@user-en7ut1xh8c 3 ай бұрын
আপুনি লোৱা নাই নেকি
@chatradharborah8479
@chatradharborah8479 4 ай бұрын
Ai vaccine tante manuh heart attack hoi moriboloihe diche neki?
@ZunteeSomiron
@ZunteeSomiron 4 ай бұрын
Raije piton diok
@utpalpayeng8862
@utpalpayeng8862 4 ай бұрын
Faltu news.manuhok boi kuwai morabo.
@sitadeviray5007
@sitadeviray5007 3 ай бұрын
Korona injection nidile office jowa ban korisil , bahut manuhok khedi khedi marisil,aji kiO....... BJP boore kot gol he....... MojjjjjjjjjjjjjjjjjjjjjjA MojjjjjjjjjjjjjjjjjjjjjjA
@RajaDas-oy6zw
@RajaDas-oy6zw 4 ай бұрын
False facts...spoken with doctor we all will get exact information
@prafullakalita7829
@prafullakalita7829 4 ай бұрын
Hei.kono.moranai.3.bosoror Pisot.reaction.hoinrki .
@nakulboro1201
@nakulboro1201 4 ай бұрын
Covind victim Kam nai
@MofidurRohman-u5n
@MofidurRohman-u5n 22 минут бұрын
👎👎👎👎👎👎
@worldwidemusicmasti
@worldwidemusicmasti 4 ай бұрын
Your news is redundant। You are repeating the same lines five to ten times. Please avoid doing such a bad practice less your channel lose its credibility.
@hanseali1924
@hanseali1924 4 ай бұрын
থথা খৱাহত তেতিয়া নেদিলেতো প্ৰছাৰ কৰিছিলি দিয়া দিয়া নাই বুলি এতিয় আৰু পগলাৰ দৰে বকিছ।মৰিলে মৰিবদেই।
@debajitdipu-by5vq
@debajitdipu-by5vq 4 ай бұрын
Aatonko nohoi 2025 2026 r bhitorot mori hekh hobo
@bijubhagat3312
@bijubhagat3312 4 ай бұрын
Moribi kela sobea😂😂😂😂😂😂
@dipsaikia8858
@dipsaikia8858 4 ай бұрын
Suduvai kitai sob hikh kori plale, manuh bur bmari korile
@mridulkumargogoi4454
@mridulkumargogoi4454 4 ай бұрын
Toihe moribi etia.
@user-xi7nt6kb7l
@user-xi7nt6kb7l 4 ай бұрын
Apni loly ni
@cheniramchutia7769
@cheniramchutia7769 4 ай бұрын
অযথা
@prafullakalita7829
@prafullakalita7829 4 ай бұрын
Ledura.batori
Violet Beauregarde Doll🫐
00:58
PIRANKA
Рет қаралды 48 МЛН
大家都拉出了什么#小丑 #shorts
00:35
好人小丑
Рет қаралды 79 МЛН
Whoa
01:00
Justin Flom
Рет қаралды 54 МЛН
Nurse's Mission: Bringing Joy to Young Lives #shorts
00:17
Fabiosa Stories
Рет қаралды 14 МЛН
Why PM Modi is in Brunei | Vantage with Palki Sharma
8:30
Firstpost
Рет қаралды 274 М.
ৰাইজ সৰ্তক হক।
2:17
purnima vlog lanka
Рет қаралды 49 М.
UNHCR Helps Refugees and Internally Displaced Persons in Ukraine
9:29
Violet Beauregarde Doll🫐
00:58
PIRANKA
Рет қаралды 48 МЛН