Assam Assembly ত CM Himanta Biswa Sarma আৰু Akhil Gogoiৰ কথাৰ কটাকটি। Himanta Biswa Sarma | N18V

  Рет қаралды 300,809

News18 Assam/Northeast

News18 Assam/Northeast

10 ай бұрын

Assam Assembly ত CM Himanta Biswa Sarma আৰু Akhil Gogoiৰ কথাৰ কটাকটি। Himanta Biswa Sarma | N18V
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#Himantabiswasarma #assamassembly #wintersession2023 #akhilgogoi #news18assamoriginals
#News18AssamNE #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia #news18assamne
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm

Пікірлер: 222
@joshnaray3117
@joshnaray3117 10 ай бұрын
বামুনৰ লগত নোৱাৰি আৰু এজন আছে বামুনৰ টিকাৰ ভেনা মাখি গুচুৱাই দিয়া সেই জন হল ওপৰৰ মাল
@pgoswami5378
@pgoswami5378 10 ай бұрын
জাতিক ধৰি কথা কলে খুবেই বেয়া। ব্যক্তিবিশেষক লৈ কথা কলে নিৰপেক্ষ বুলি বুজিব পাৰি।
@alokdutta5907
@alokdutta5907 10 ай бұрын
​@@pgoswami5378 আমিও কিন্তু কাৰোবাৰ জাতিক ধৰি কথা কলে মনত বহুত দুঃখ লাগে কিন্ত সঁচা কথা কোৱাটোও আজিকালি বহুত অসুবিধা হৈছে একমাত্ৰ অসমৰ এই অকৰ্মণ্য আৰু অদক্ষ মুখ্যমন্ত্ৰীজনৰ বাবে ।
@nitudeka-ks1sc
@nitudeka-ks1sc 10 ай бұрын
নিজৰ পৰিয়ালৰ কথা ভাবি থকা জনে বেলেগৰ কথা কি বুজিব ! আৰু এটা কথা তিনি মিনিট অপজিটে ভাষন ৰাখিব লাগিব আৰু তেওঁ অনগল দি থাকিব ! বেলেগৰ ভাষন শুনিব মন গলেও তেওঁৰ..... হজম ...নহয় !
@techmasala3221
@techmasala3221 10 ай бұрын
বিল ৰেহাই দিলে সকলোকে দিয়ক, বাগানৰ প্ৰতি ইমান দৰদ কিয়?
@anupamphukan3617
@anupamphukan3617 10 ай бұрын
বাগানৰ ভোট লাগে আকৌ । তেওঁ জানেই য গাৱৰ মানুহে তেওঁক ভোট নিদিয়ে
@monjulaborah8567
@monjulaborah8567 10 ай бұрын
অধিবেশন খন আমি যি দেখিছো কেবল অখিল গগৈক সমালোচনা কৰিবৰ কাৰণে পাতেনেকি ? জনসাধাৰণৰ কাৰণে কি পদক্ষেপ লব লাগে সেইবোৰ কমকৈ আলোচনা হয় কেৱল অখিল গগৈক টাৰ্গেট তেওঁ জনচক্ষুত ৰাইজৰ অভাব অভিযোগ বোৰ তুলি ধৰাই দেখিছো । আপুনি এজন ৰাইজৰ মূৰব্বী হৈ কিয় ৰাজনীতি কৰি আছে । এটা কথা বুজা দৰকাৰ ৰাইজ মূৰ্খ নহয়
@mrinalpachani8984
@mrinalpachani8984 10 ай бұрын
Akhil is a protestor only, just an empty vessel sound more. He takes everything with negativity.
@narenbormanborman2251
@narenbormanborman2251 5 ай бұрын
😂
@prodipbora2752
@prodipbora2752 10 ай бұрын
বিদুৎ মাছুল ৰেহাই দিলে সকলোকে দিলে ভাল হয়। চৰকাৰী সুবিধা বোৰ কেৱল একেখিনি মানুহেই পাই থাকে।
@jaihind8229
@jaihind8229 10 ай бұрын
Akhil Gogoi zindabad ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@pathofpeace4410
@pathofpeace4410 10 ай бұрын
APDCL নে অসম চৰকাৰ মই নাজানো কোন কিন্তু বহুত বেয়া হৈছে বিদ্যুৎ বিভাগ, comon people ক লুটি লুটি খাই আছে কিন্তু
@njyotinjyoti7541
@njyotinjyoti7541 10 ай бұрын
মামা‌ আপোনি আমাৰ‌ লগত আলোচনা‌ত বহিব লাগিছিল
@bkisku9363
@bkisku9363 10 ай бұрын
Jindabad Akhil gogoi
@alokdutta5907
@alokdutta5907 10 ай бұрын
বিৰোধী বিধায়ক হলে চৰকাৰৰ বিৰুদ্ধে মাত মাতিবই লাগিব নহলে গছৰ মুঢ়াৰ দৰে সদনত বহি থাকিলেহে হব নহলে জনসাধাৰণে এজন বিধায়কক প্ৰতিনিধি হিচাপে বিধানসভালৈ নিৰ্বাচিত কৰি পঠিওৱাৰ কাৰণ কি থাকিল অসমৰ সৰ্বকালৰ অকৰ্মণ্য আৰু জধা-মূৰ্খ মুখ্যমন্ত্ৰীক এই প্ৰশ্নটোৰ উত্তৰ সুধিবলৈ বিচাৰিছো আৰু ভৱিষ্যতে এনেকুৱা মন্তব্যৰ পৰা নিজকে বিৰত থাকি আমি বচাই থাকিবলৈ শেষবাৰৰ কাৰণে সকীয়াই দিছো ।
@basantiboro4314
@basantiboro4314 10 ай бұрын
তাচ্ছিল্য কৰাৰ বাহিৰে বেলেগ ভাষনে নাই মুখ্য মন্ত্রী ধকৰাৰ।
@srigunajitsharma8282
@srigunajitsharma8282 10 ай бұрын
Tok pitem kela bohut bokisa
@amlanjyotibarooah9538
@amlanjyotibarooah9538 10 ай бұрын
দিছপুৰে APDCL ক কেই টকা বিল দিয়ে, হিমন্তই ৰাইজক জনাবনে?? smart meter MLA-Minister ৰ ঘৰত লগোৱা হ'লনে নাই?? খালি ৰাইজৰ মূৰত কঠাল ভাঙি ৰাজভোগ খাবলৈ লাগে। তাকেই ক'লেই অখিল বেয়া, ঠাট্টা-মস্কৰা। আপোনাৰ দিনত অসমৰ সাধাৰণ মানুহৰ কি ভাল হৈছে তিনি মিনিটত কওঁক।
@srspidy3105
@srspidy3105 10 ай бұрын
Akhil Gogoi Is Best Men
@jaihind8229
@jaihind8229 10 ай бұрын
Thik dise Akhil Gogoi da❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@priyagaming8309
@priyagaming8309 10 ай бұрын
বাগানৰ লোকক সহায় কৰিলেহে ভোটককেইটা অটুট হৈ থাকিব নহয় জানো?
@dreamwithxdk3901
@dreamwithxdk3901 10 ай бұрын
Akhil gogoi one man army✊🔥🔥
@bhajatidaimary7085
@bhajatidaimary7085 10 ай бұрын
Baganot dile vote paba
@aliciadawns8535
@aliciadawns8535 10 ай бұрын
ওপৰৰ মাল ৰ মুখ খন কোনোবাই কথা ক'লে সদায় উজ্বল হৈ পৰে।
@darpandeka5141
@darpandeka5141 10 ай бұрын
লোড চেতিং কৰাৰ কাৰণে, কাৰেণ্ট দিয়াৰ কাৰণে সকলো যদি দিল্লীৰ লগত কথা পাতিব লাগে , অসমত চৰকাৰ কিয় লাগে? এনেই সদনত হাল্লা কৰি থাকি টকা পইচা খৰচ কিয় কৰি আছে ?
@monesh124
@monesh124 10 ай бұрын
Ukhil is the best one
@Ajoyglp
@Ajoyglp 10 ай бұрын
বিদ্যুত মাচুল ৰেহাই দিছে ভাল কথা। কিন্তু অসমৰ সকলো জনতাকে ১০০ unit ৰেহাই দিব লাগে বেলেগ ৰাজ্যৰ দৰে। বেলেগে দিব পাৰিলে অসমেও পাৰিব লাগিব।
@asvolgs7221
@asvolgs7221 10 ай бұрын
Bapreo mura to bahise... Delhi t kio freee bijli bill
@guptasarmah8949
@guptasarmah8949 10 ай бұрын
পৃথিৱীৰ আটাইতকৈ ফটুৱা মানুহটো কোন ?
@alokdutta5907
@alokdutta5907 10 ай бұрын
কালন্ত ফটুৱাটো ।
@manavk4088
@manavk4088 10 ай бұрын
Akhil gogoi✌
@atikulali8931
@atikulali8931 10 ай бұрын
Akhil da nice
@pgoswami5378
@pgoswami5378 10 ай бұрын
অলপ ধৈৰ্য ধৰিবৰ হল। এমাহমান পিচত লাহে লাহে ঠাণ্ডা পৰিব। গৰম যাব,বিদ্যুৎৰো হাহাকাৰ কমিব।
@jimikantadoley5659
@jimikantadoley5659 10 ай бұрын
420 Himanta
@user-ws6jh5wg2b
@user-ws6jh5wg2b 10 ай бұрын
Very good Akhil gogoi. 😊
@Gautamphukan-lk3wj
@Gautamphukan-lk3wj 10 ай бұрын
Akhil gogoi zindabaad
@ritenkalita3866
@ritenkalita3866 10 ай бұрын
Besi din nai ru dei😊😊😊😊😊
@bhogendrapagag245
@bhogendrapagag245 10 ай бұрын
Hn'ble CM. Sir! CMor marjyada rakhi answar dile val lage. Plse
@krishnanandaroy1230
@krishnanandaroy1230 10 ай бұрын
Paper mill bilak bandha korok asamor unnati hobo laj nelagene Mr boss
@user-tg5do4uj4y
@user-tg5do4uj4y 10 ай бұрын
Mahavartr durjudhon assamr c m
@user-mo1kh7jh3p
@user-mo1kh7jh3p 10 ай бұрын
Okggggg❤❤❤❤❤❤❤❤
@lalitasarmah14
@lalitasarmah14 10 ай бұрын
বিধান সভাত এনেকৈয়ে বহু মূল্যবান সময় নষ্ট হয়।
@ramench.saikia8470
@ramench.saikia8470 10 ай бұрын
ৰিনিকি চুঙা বেপাৰ
@jatindeka6784
@jatindeka6784 10 ай бұрын
তাচ্ছিল্য অপদস্থ অপমান এইবোৰ এই মহাপাতকইৰ অলংকাৰ
@archanakhanikar-bj4lj
@archanakhanikar-bj4lj 10 ай бұрын
ছিকিউৰিটি বিলাকৰ কথা এষাৰ কোৱা হলে ভাল আছিল কাৰণ ইমান কম পইচাতে এটা পৰিয়ালৰ চলিব নোৱাৰে I
@abdlaziz786
@abdlaziz786 10 ай бұрын
21 sept ahil cm Sir
@bhishmachirang1965
@bhishmachirang1965 10 ай бұрын
bagisa mane puloni puloni mane bagisa mamai napahore 😂😂
@debojitboruah6706
@debojitboruah6706 10 ай бұрын
অখিল গগৈ দেৱে ঠিক কৈছে
@rajibsharma8163
@rajibsharma8163 10 ай бұрын
চৰকাৰী বিভাগ বোৰত বাকি থকা লাখ লাখ টকা বিদ্যুতৰ মাচুল বোৰ কেনেকে পাব বিভাগে, দেউলিয়া হবই বিভাগ।
@samsulhaque4571
@samsulhaque4571 10 ай бұрын
চুঙা কি শব্দ C M য়ে বুজাই দিয়ে যেন ৰাইজক।
@nitudeka-ks1sc
@nitudeka-ks1sc 10 ай бұрын
চুঙা মানে ৰিনিকিৰ চুঙাটো !
@ramench.saikia8470
@ramench.saikia8470 10 ай бұрын
ৰিনিকি চুঙা
@nirugogoi4576
@nirugogoi4576 10 ай бұрын
মুখ্য মন্ত্ৰী য়ে বিষয় টোৰ পৰা ফালৰি কাটি যায় অতি চতুৰালি আনক বুৰবক বনাব বিচাৰে
@nayanmoni4342
@nayanmoni4342 10 ай бұрын
Mama din goise aru mon jua bur kori louk diyok
@SarwasarChintey
@SarwasarChintey 6 ай бұрын
Yes
@syedjeherulislam2938
@syedjeherulislam2938 10 ай бұрын
Ki sunga word use kore o
@mridulali2436
@mridulali2436 10 ай бұрын
AAijan c.m thakaaloike Axamar akye unnatee nahay.
@NabajitDas-eo5wz
@NabajitDas-eo5wz 2 ай бұрын
Akhil daa zindabad ❤❤❤❤
@anilkumarchetia1816
@anilkumarchetia1816 10 ай бұрын
No place for thermel Power plant ,than why not propose neculear plant in Assam .
@champadasdas5785
@champadasdas5785 10 ай бұрын
Good
@chuklabt8114
@chuklabt8114 10 ай бұрын
BJP bhut ketiyaw bhut nidu
@miritaniaaoassam3324
@miritaniaaoassam3324 10 ай бұрын
Jodi congressor ajon bhal political leader ulaleheten just Ami Sorkarkn change korile heten , 100% warranty i need a good qualities of political leader . Ami sokoluwe help korim jodi jodi bhal manuhor neta ulai . Jetiya moi politicalt bhori dim tetiya Tetiya congressor bahire aan kunu political party e aku patta naapabo. This is my power. But aamar Agor cm Sonowale jodi congressor leader hole tu 100% congress sorkar hoboi.
@tayyeburrahman7362
@tayyeburrahman7362 10 ай бұрын
এজন MLA ই ২০ টা A/c use kora.
@roshmirekhakhataniar4498
@roshmirekhakhataniar4498 10 ай бұрын
নিজে এ চিৰ তলত থাকি কিমানুহৰ কাৰণে চিন্তা কৰিব
@KkJj-qb8zl
@KkJj-qb8zl 10 ай бұрын
Hi to
@bidyutbordoloi3734
@bidyutbordoloi3734 5 ай бұрын
অখিল গগৈ হবলৈ আপোনালোকে বহুত বাৰ জন্ম লব লাগিব।।
@monesh124
@monesh124 10 ай бұрын
Hemont vs ukhil better then ukhil gogoi
@DimpolGogoi-bj9wj
@DimpolGogoi-bj9wj 4 ай бұрын
Akhil Gogoi Zindabad ❤️
@biswabhubanbosumatary7722
@biswabhubanbosumatary7722 10 ай бұрын
Sir daily lifeot jibur dorkari bostu khaiburor uport control hole vl hoi…
@AhmedAli-km8fk
@AhmedAli-km8fk 10 ай бұрын
baiman Himonto
@joramrongphar378
@joramrongphar378 10 ай бұрын
Bjb go back hemanta go back
@rajkumarbarman5417
@rajkumarbarman5417 10 ай бұрын
A good discussion is going on in the Assam assembly with the Hon' ble CM
@ramench.saikia8470
@ramench.saikia8470 10 ай бұрын
৩ মিনিটৰ ভাষণে চৰকাক কপনি উঠাই দিলে।
@bishalsarma5306
@bishalsarma5306 10 ай бұрын
এনেকুৱা 10 জ9ন গৈগৈ আহিলে ও নোৱাৰা দিবেট ত 😂😂
@ramench.saikia8470
@ramench.saikia8470 10 ай бұрын
৩ মিনিটৰ ভাষণত মূখ্য মন্ত্ৰী মহোদয়ক শিক্ষা দিলে।
@alokdutta5907
@alokdutta5907 10 ай бұрын
হিমন্তৰ চামচাবোৰক বৰ বেয়াকৈ ধুৱাৰ কাৰণেই সিহঁতি আজি বহুত লাজ পাইছে বুজিলি । 6:16
@bishalsarma5306
@bishalsarma5306 10 ай бұрын
@@alokdutta5907 toi বুজি পাইছ নে নাই গৰু,, মূৰ্খ 😂😂
@jharnadevi5217
@jharnadevi5217 5 ай бұрын
ৰইট কথা কয় পিযুজ সাজৰিকা নিছিনা অথ নাইকিয়া নহয় জনসাধাৰণৰ তা পালেগে কোনো দিন ৰাইট কথা কৈ পোৱা নাই
@ramboroi5576
@ramboroi5576 10 ай бұрын
😮
@anupdas29
@anupdas29 5 ай бұрын
L Sir load seeing nohole. Mor. Bahut. Problem solve hobo
@RudroBorua-xp2mx
@RudroBorua-xp2mx 10 ай бұрын
Sunga minc ki
@tarundawo3153
@tarundawo3153 5 ай бұрын
মামাৰ কথা কলে অধ্যক্ষমহোদয়ে বহুত সময় দিয়ে
@roshmirekhakhataniar4498
@roshmirekhakhataniar4498 10 ай бұрын
গাঁৱৰ মানুহক দিব লাগে
@ritumonibarman8180
@ritumonibarman8180 10 ай бұрын
who is sunga
@bituponsaikia1932
@bituponsaikia1932 10 ай бұрын
Ji mn jai take kob pare krb pare cM je😅😅😅
@bobitabhuyan3260
@bobitabhuyan3260 10 ай бұрын
Election r xomoiot sb maf kori diyar kotha koi.. aru election juwar pst ct kasarir pora somon ahibo line katibo ahibo eyboor he no apunalukr rajniti ..imn sarthopor nhy apunalook
@rupadutta2373
@rupadutta2373 5 ай бұрын
অসমত বহুত উন্নত দেখিছো বাকী থকা স্কুল বিলাক কৰিব নোৱাৰিলে হাঁহিৰাম মন্তী দেখিলে চকু কপালত উঠি যায়
@manoshborah5456
@manoshborah5456 10 ай бұрын
Renewal energy plant like solar palant r project kribo pare....bio fuel palnt krne mati ndbo manuhe , polution hbo ..kin2 solar plant project krne dbo mati...
@KaoriMai
@KaoriMai 10 ай бұрын
CM politics.akhil Gogoi thik koise Dhar loi loi rajiok madho mar diyar bade ekudal hua nai
@user-wt9wm5ml9m
@user-wt9wm5ml9m 10 ай бұрын
মামাৰ দালালি নিজৰ সুবিধা চাই থাকে
@JiskelDaimary-sk8gf
@JiskelDaimary-sk8gf 23 күн бұрын
akhil da zindabad ❤
@Lukumoni_mini_vlogs
@Lukumoni_mini_vlogs 2 ай бұрын
Election results ketiya dibo
@matifulhussain7454
@matifulhussain7454 10 ай бұрын
fotua mukkhya montri fotua kotha
@user-wt9wm5ml9m
@user-wt9wm5ml9m 10 ай бұрын
আজিকালি কোনো এটা ফেন চলাই নেথাকে পাচটালেকে চলাই
@arunpathak2120
@arunpathak2120 10 ай бұрын
তিনি মিনিটৰ ভাষনৰ বাবে পৰামৰ্শ ? বেয়া হোৱা নাই।
@milangogoi2834
@milangogoi2834 10 ай бұрын
Good gogoi da
@sayednozibullah1094
@sayednozibullah1094 10 ай бұрын
Asamar manuh akara nahai dei monot rakha bhal dei.
@pPnaturaltv2697
@pPnaturaltv2697 5 ай бұрын
অখিল গগৈ ডাঙৰীয়া ই কৈ থাকোতে মাজতে এটা বান্দৰ আৰু নিজক গোন্ধা বুলি ভবা এটাই চিঞৰি দিয়ে।। ধুই...
@funnyboy9626
@funnyboy9626 10 ай бұрын
Mama akl carantat miteng hakkarila na
@amardutta5113
@amardutta5113 Ай бұрын
Next cm akhil assam
@user-dc9nl4mt2b
@user-dc9nl4mt2b 5 ай бұрын
A man akil da
@dipankarrajkonwar6664
@dipankarrajkonwar6664 5 ай бұрын
বামুণৰ টিলীঙা জোকাৰিব হৈ গ'ল
@nabanitaphangsu3411
@nabanitaphangsu3411 10 ай бұрын
Mama apuni too uparor mal
@sukle6133
@sukle6133 10 ай бұрын
Cm aibar okhil gogoi hobo lage
@birenbharali4536
@birenbharali4536 10 ай бұрын
Apuni maghereta khon kene i loi lok
@merajulahmed9320
@merajulahmed9320 10 ай бұрын
Congress zindabad
@NabinDas-qh4su
@NabinDas-qh4su 3 ай бұрын
So mama are are sorry
@PradipBiswas-ps6ip
@PradipBiswas-ps6ip 5 ай бұрын
Ashom
@HashiMedia9517
@HashiMedia9517 3 ай бұрын
Himantar side t bohi piyaje hahle belek lage😂😂😂😂
@manikchandradas7057
@manikchandradas7057 10 ай бұрын
তহতৰ এই কলা পলিটিক্যালৰ কাৰণে এদিন তহতি কুকুৰৰ গু খাব লাগিব মনত ৰাখিবি হাৰামৰ নেগুৰ নেতাহত কেলা। 😵😵😵😵
@nayanmoni4342
@nayanmoni4342 10 ай бұрын
চুঙা মানে কি বুজাইছে তেও
@sarmabhaswati2057
@sarmabhaswati2057 4 ай бұрын
Eibaro dibo eibaro dibo akhil dak
@biswabhubanbosumatary7722
@biswabhubanbosumatary7722 10 ай бұрын
Billl bohut ahise mahot gaont 1400toka ahe nki
НРАВИТСЯ ЭТОТ ФОРМАТ??
00:37
МЯТНАЯ ФАНТА
Рет қаралды 8 МЛН
Mama vs Son vs Daddy 😭🤣
00:13
DADDYSON SHOW
Рет қаралды 47 МЛН
Эффект Карбонаро и нестандартная коробка
01:00
История одного вокалиста
Рет қаралды 10 МЛН
НРАВИТСЯ ЭТОТ ФОРМАТ??
00:37
МЯТНАЯ ФАНТА
Рет қаралды 8 МЛН