ADRE প্ৰশ্নকাকত ফাদিলক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য।

  Рет қаралды 184,625

News Live

News Live

Күн бұрын

📌ভুল নোহোৱা পৰীক্ষাত ভুল উলিয়াবলৈ চেষ্টা কৰিছে একাংশ লোকে। পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰশ্নকাকতৰ মূল্য নাই। ছেবাই পৰৱৰ্তী সময়ৰ পৰা প্ৰাৰ্থীক প্ৰশ্নকাকত লগত লৈ যাবলৈ দিব। সংবাদ মাধ্যম ৰাইজৰ পৰা আঁতৰি যোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰিলে শিক্ষকৰ ভূমিকাকো। হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নকাকতৰ ফটো তুলিছে শিক্ষকে। কিন্তু পৰীক্ষাৰ OMR SHEET বাহিৰলৈ ওলোৱা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 912
@ParulMoranchetia-uo6mh
@ParulMoranchetia-uo6mh Ай бұрын
Right koise sir a ..নিলাজ সাংবাদিক কেইটাৰ আগতেই প্ৰ্ত্যক্ষভাৱে কোৱাৰ বাবে অশেষ ধন্যবাদ মহোদয়।
@JoyMunda-o7e
@JoyMunda-o7e Ай бұрын
Hoi da vll comment desa . thanks
@Spiderm_an123
@Spiderm_an123 Ай бұрын
বেছি হৈছে সঁচাকৈ ।।। যি টি সুধি থাকে
@amardas1932
@amardas1932 29 күн бұрын
Mr poti tejor topal bjp sai lobi Mama ... bohut u0or mal apuni
@junpegu2824
@junpegu2824 29 күн бұрын
Ki right koise....student r duk Buji kobi
@Ruuupam
@Ruuupam 29 күн бұрын
Right 👍❤
@manashjyotikalita1682
@manashjyotikalita1682 Ай бұрын
ধন্যবাদ মূখ্যমন্ত্ৰী ডাঙৰীয়া।
@puspanjaligohain5574
@puspanjaligohain5574 Ай бұрын
ভাল কথা কৈছে। চৰকাৰে পৰীক্ষাটো ভালদৰে পাতিবলৈ বহু কষ্ট কৰিছে। ইমান সমালোচনা কৰাটো ভাল কথা নহয়।
@saurabhgogoi9410
@saurabhgogoi9410 29 күн бұрын
পালি নেকি তইও আগতীয়া প্ৰশ্নপেপাৰ?
@mainaborah6592
@mainaborah6592 29 күн бұрын
​@@saurabhgogoi9410tur xage exam di lobo dom ni so fight kor
@Ishowfast846
@Ishowfast846 29 күн бұрын
Toi bjp k defend koribo kio ahili
@magnum9750
@magnum9750 29 күн бұрын
​​@@saurabhgogoi9410 tohotor dore soku soroha bure sorkaror bhal kam dekhibo nuware.
@saurabhgogoi9410
@saurabhgogoi9410 29 күн бұрын
@@mainaborah6592 toi ako Kun majot mat matibole? Vukibo mon ase jodi tur maror lgt vuki thak.. aru mat matibo nahibi nhle gharat goi piti thoi aahim
@jayantadutta6503
@jayantadutta6503 Ай бұрын
পৰীক্ষা শেষ হোৱাৰ পাছত পেপাৰ খন প্ৰাথী জনক দিয়াটো ভাল কথা।
@villageboys2k90
@villageboys2k90 Ай бұрын
Logote marks to o dakhi dbo lge result Diya te 😢
@ankurjyotitai
@ankurjyotitai Ай бұрын
আপোনাক ধন্যবাদ জনাইছো চাৰ। সকলোৱে পিছত লাগি থাকে, কেনেকে বদনাম কৰো।আপুনি ইমান মনে মনে কামবোৰ কৰি যাব বিচাৰে , তথাপিও এই কিছুমান মানুহে আপোনাৰ ওপৰতে চকু। এতিয়া পৰীক্ষাৰ কথালৈ আহো। পৰীক্ষাটো সুন্দৰকৈ পাতিলে, নে কি কয় । যি জনে ভাইৰেল কৰিলে তেওক কবলৈ দিব তোৰ শাস্তি লঘু কৰি দিম তই খালি ৰাইজৰ আগত পৰীক্ষাৰ পিছত প্ৰশ্ন খন ভাইৰেল কৰিলো বুলি কবি। বছ , ৰজাৰ কথা আখৰে আখৰে পালন কৰি দিব সি।। আপুনি ডাঙৰ মানুহ বা টকা পইচাৰ অভাৱ হোৱা নাই বাবে বুজি নাপাব পাৰে এটা চাকৰিৰ মুল্য কিমান ।আৰু যদি বুজি পোৱা হলে ভেকো ভাওনা বোৰ কৰি নাথাকিলে হয়।
@biplobchangmai4267
@biplobchangmai4267 Ай бұрын
একদম ঠিক
@shyamalima24
@shyamalima24 Ай бұрын
Correct
@mr.dhrubjyoti6355
@mr.dhrubjyoti6355 29 күн бұрын
Aru kiba ase jodi ko baba
@hirakjyotich0735
@hirakjyotich0735 29 күн бұрын
Ty pabi da baba st sc hoi sga ty tnsn nlbi
@ankurjyotitai
@ankurjyotitai 29 күн бұрын
@@hirakjyotich0735 আশীৰ্বাদ কৰিব
@kripanshu-r4q
@kripanshu-r4q Ай бұрын
সঁচাকৈ কিছুমান আমাৰ সমাজ ত এচাম কু ৰুচিপূৰ্ণ মানু্হ আছে যিয়ে ৰিনন্ত্মক চিন্তাধাৰাৰ বাহিৰে একো চিন্তাই কৰিব নোৱাৰে।।।।।
@pulakbarman6463
@pulakbarman6463 Ай бұрын
ভাল কাম কৰা বুলি কেতিয়াও প্ৰচলন নকৰে বিৰোধিতা কৰা সকলে বা একাংশ মিডিয়া ই। বিৰোধী নেতা কেইজনমানে টো জপিয়াই পৰে কেনেকৈ চৰকাৰৰ ভুল উলিয়াই আমি বাহ বাহ লওঁ।
@PawanDeka-iu5rg
@PawanDeka-iu5rg 27 күн бұрын
Toi question paper pali neki ha mokkel 1500 tokiya andhovokto
@pronamikahazarikaborah1776
@pronamikahazarikaborah1776 29 күн бұрын
সুন্দৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 🙏🙏 ঠিক কৈছে কিন্তু মামাই👍 বিয়া হৈ যোৱাৰ পাছত পেন্দেলটোৰ কি ভেলু🤭
@atulboiragi6105
@atulboiragi6105 Ай бұрын
আমাৰ অসমত ভাল কামত সদায় এচামে প্রতিবন্ধকতা সৃষ্টি কৰিবলৈ উঠি পৰি লাগে। অসমৰ ৰাইজে সকলো ছাই আছে সঁচা কোন মিছা কোন |
@dilipchandrabora6161
@dilipchandrabora6161 29 күн бұрын
খুব সুন্দৰ আৰু নিকা ভাবে ADRE পৰীক্ষা সম্পন্ন কৰাৰ বাবে আপোনালৈ অশেষ ধন্যাবাদ জনালোঁ
@manabkonwar423
@manabkonwar423 Ай бұрын
মুখ্য মন্ত্ৰী ডাঙৰীয়া কথাখিনি সচা
@Noor-iv2ey
@Noor-iv2ey Ай бұрын
Politics hoi 🤣 aitur
@______________Ss23
@______________Ss23 Ай бұрын
​@@Noor-iv2ey টোৰ কণী হয় এই টো
@K.G-z-I6b
@K.G-z-I6b Ай бұрын
গেদা কেইটাই খিলঞ্জীয়াৰ পক্ষত থকা CM ক ইনেও বেয়া পাই সেইটো সকলোৱে যানে ।
@IBHAEASYENGLISHCONCEPT
@IBHAEASYENGLISHCONCEPT 29 күн бұрын
একেবাৰে সত্য৷ চেনেলবোৰে ল’ৰা-ছোৱালীৰ মানসিকতাৰ কথা একেবাৰে নাভাৱে কেৱল ভুৱা বাতৰিৰে জনসাধাৰণক বিভ্ৰান্ত কৰা আৰু প্ৰশাসনক বদনাম কৰাই সিবিলাকৰ উদ্দেশ্য৷
@UmeshDeka-c3c
@UmeshDeka-c3c Ай бұрын
Mama God bless you , you are very hard work in assam I proud moi apunak chief minister hisape paisu apuni aguiai juwa ami apunar logot asu I am big fraind you , so God bless you
@dhirajkonwar169
@dhirajkonwar169 Ай бұрын
Mama next level CM 🔥
@pranjaldeepjaiswal5248
@pranjaldeepjaiswal5248 Ай бұрын
কোনো পৰীক্ষাত বিসংগতি হোৱা নাই। ধুনীয়াকৈ পাতিছে। ধন্যবাদ অসম চৰকাৰ
@manashprotimbaruah4581
@manashprotimbaruah4581 Ай бұрын
চাৰ একো গাফিলতি হোৱা নাই... কাৰণ মই য়ে দিছোঁ পৰীক্ষা..... মানে এটা কথা বুজি নাপাওঁ.... এদিনৰ 3ঘণ্টা যেনিবা ইণ্টাৰনেট কৰ্তন হলেই তাতে কি সমস্যা আছে..... চাৰ আপুনি যেনেকৈ কৰিছে কৰি যাওক.... কোনে কি কৈ থাকে থাকিব দিয়ক..... খালি আমাৰ মন্ত্ৰী হঁতৰ উপৰত চকু ৰাখিব চাৰ.... কাৰণ নিউজ টো ওলাই বেলেগ মন্ত্ৰীৰ কিন্তু নিউজ য়ে টানি আনে আপোনাক 👍
@Anamikasaikia2791
@Anamikasaikia2791 29 күн бұрын
বিৰোধী দলে কিবা এটা খোদ বিচাৰি হে থাকে চৰকাৰখনৰ বদনাম কৰিবলৈ🤣🤣🤣 যিমান যি কৰে কৰি থাকক । Mama থকালৈকে কোনোৱেই একো কৰিব নোৱাৰে 👍
@yoni5872
@yoni5872 28 күн бұрын
Dalal ha mama
@hirakgoswami2592
@hirakgoswami2592 Ай бұрын
Exam xex hoar pist paper olua Tu fadil nhy.... U r right sir😊
@NirmolRay1996
@NirmolRay1996 Ай бұрын
সচা কথা মামা।। ভাল কাম কৰিলেও বিৰোধীয়ে বিৰোধ কথা কব ই।।।সিহতে কেৱল এটা ই চিন্তা কৰি থাকে চৰকাৰক কিদৰে দোষ উলিয়াব পাৰি?অসমখন যদিও পৃথিৱীৰ ভিতৰতে ধনী অঞ্চল হয় তথাপিও কত কি দোষ আছে সেইবোৰহে বিচাৰি থাকিব।।
@travellerajs9929
@travellerajs9929 29 күн бұрын
চিলিম চিগা নিৰ্লজ্য সাংবাদিক বিলাকৰ বাবেও বহুতো বেয়া বেয়া ঘটনা হয়। ইহঁতক কেৱল TRP লাগে। খুব বান্দৰামি কৰিব পাৰে ইহঁতে। ইহঁতৰ আগত এনেকৈ কোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।
@jyotirmoykalita9184
@jyotirmoykalita9184 29 күн бұрын
দুখীয়া বুলি নহয় যোগ্যজনক দিব চাকৰি
@শ্ৰীসঞ্জীৱ
@শ্ৰীসঞ্জীৱ Ай бұрын
Good News ❤❤❤
@gitashreetamuli3656
@gitashreetamuli3656 29 күн бұрын
ইয়াকে কয় জোকৰ মুখত চূণ দিয়া বুলি.... Our C.M. Sir is the great ❤
@ratultaro6391
@ratultaro6391 Ай бұрын
এচাম সাংবাদিক বৰ ফতুৱা বুলি মই গম পালোঁ আজি হে।।।।
@promodbora9606
@promodbora9606 Ай бұрын
বহুত সুন্দৰ পৰীক্ষা হৈছে।
@NilotpalRealme
@NilotpalRealme Ай бұрын
Right sir🙏 esam maanhu aase june Nize eko bhal koribo nuare aane kiba eta bhal korile Misa misi Bodnam koribo xurunga bisari thake
@dhrubajyotibaruah5155
@dhrubajyotibaruah5155 Ай бұрын
যেনেকৈ railway exam t merit list cut of mark‌দিয়ে । adre পৰীক্ষাত cut of markগমে‌ পোৱা‌ নাযায়। এইটো questionৰ উওৰ দিবচোন মামা।
@JatinBhuyan
@JatinBhuyan Ай бұрын
Heitu tmi e goi hudhibo lgibo. Kunu nuhude eneka kotha.. Dom nai. 😅😂😂😂
@butuytking9705
@butuytking9705 29 күн бұрын
Aito beleg topic ...Olp topic to mon kor burbk
@himashreedevi1744
@himashreedevi1744 29 күн бұрын
Cut off to duror a kotha.. Nije poa mark 2 o gm npao ami.. Result t marksheet kio nidiye.. Xokoloe bohut kosto kori porhi exam dise. Atleast nije poa Number khni to gom pbo lge nh
@Palash6
@Palash6 29 күн бұрын
Cut off die, personal mark nidie kune kiman paise
@JatinBhuyan
@JatinBhuyan 29 күн бұрын
@@Palash6 aibar seba e loise exam khini, toh dibo pare..
@dipikadas6721
@dipikadas6721 28 күн бұрын
ধন্যবাদ জ্ঞাপন কৰিছো CM ছাৰ আপোনালৈ....🙏
@Googlendg
@Googlendg 29 күн бұрын
ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয় , আপুনি উচিত কথা কৈছে।🙏
@Dhruba142official
@Dhruba142official Ай бұрын
Verry good kotha koise sir .
@namasteindia9976
@namasteindia9976 Ай бұрын
Right Sir❤ People believe on you...sir Isliye ajkal Media ko koi seriously nehi leta
@junpegu2824
@junpegu2824 29 күн бұрын
Toi maksuda exam diya nai no kla
@Samworld1995
@Samworld1995 Ай бұрын
If student doesn't allow to carry the question booklet then how other can upload that question paper in social media ...is not fake news sir ? you have to accept it ..then you should allow to bring us the question paper to home ... don't try to hide the fault....I think it should be re examined because we did a lot hard work ... please take postive action
@ebribey6232
@ebribey6232 29 күн бұрын
Seriously u are right 🗿 but we are wrong in the second eye
@dreamcreation4569
@dreamcreation4569 28 күн бұрын
Apka dimag sar par hai ya ghutno par 😅😅😅 jab question paper leak huya toh wo 2 baje k bad huya ...or exm 1:30 baje khatam ho gaya tha ...isme leak ki kya bat huya ??? Naa hall mai mobile entry tha nahi net chal raha tha 1:30 baje tak toh itna sawal kyu ??? Esa toh nehi ki exm hone se pehele paper leak huya ...choti si chiz ko ap jese log hi bada banate hai
@twikdayvlog2251
@twikdayvlog2251 Ай бұрын
Cm sir re right kotha kole
@rana_since_2000
@rana_since_2000 28 күн бұрын
Always beating around the bush...if you have courage then speak the truth,fact.
@arupboruah4600
@arupboruah4600 Ай бұрын
পৰীক্ষাক লৈ ৰাজনীতি কৰিব নালাগে। পৰীক্ষা ভালদৰে পাৰ হৈ গৈছে।
@hemantadeka1370
@hemantadeka1370 Ай бұрын
You are right Sir.
@generalknowledgesa227
@generalknowledgesa227 Ай бұрын
Andhabhakt 2.0
@K.G-z-I6b
@K.G-z-I6b Ай бұрын
​@@generalknowledgesa227 গেদা ধৰ্ষণকাৰি
@K.G-z-I6b
@K.G-z-I6b Ай бұрын
গেদা ধৰ্ষণকাৰি
@promilaroy9786
@promilaroy9786 29 күн бұрын
What is andha bakth CM is speaking right you people are mad
@magnum9750
@magnum9750 29 күн бұрын
​@@generalknowledgesa227 Gedar Koti selka spotted.
@sg24axom36
@sg24axom36 Ай бұрын
Mama Zindabad...
@madhabbora-pk1cr
@madhabbora-pk1cr Ай бұрын
আপোনালৈ বহু বহু ধন্যবাদ ।সঁচা কথা কৈছে ।
@prasantapriyanujvlogs7191
@prasantapriyanujvlogs7191 Ай бұрын
ইমান সাৰুৱা মন্তব্য ....... এতিয়া হে অলপ মনটোক সান্ত্বনা দিব পৰিছোঁ।
@no1-khaibong
@no1-khaibong Ай бұрын
Hosake Uriya khar..
@prasantapriyanujvlogs7191
@prasantapriyanujvlogs7191 Ай бұрын
@@no1-khaibong ফটোৱামি কৰিবলৈ নাহিব মহোদয় । পৰীক্ষা দি পাইছেনে আপুনি? মুখ্য মন্ত্ৰী মহোদয়ে দিয়া মন্তব্যটোৰ পৰা আমি বহুত সান্ত্বনা পাইছোঁ , আপুনি হইটো নাপাব পাৰে । অনুগ্ৰহ কৰিছোঁ সকলো কথাতে ফটোৱামী কৰিবলৈ নাহিব 🙏
@itsrepublica7287
@itsrepublica7287 Ай бұрын
You're Absolutely Right Sir... Media is said to be a strong estate of our country but seeing it aggravating rubbish news upto such extend make us feel very vexatious... Seeing news nowadays is like having a stress pill for free!!
@mainaankita8790
@mainaankita8790 Ай бұрын
Xosa kotha koise mamai ❤❤..hats off mama ji..
@mahebubvlogs8116
@mahebubvlogs8116 Ай бұрын
Mama hosa kotha koise Jodi ami kio gom napao kiman paiso. Booklet carbon copy nidiye
@jyotimalahatiboruah392
@jyotimalahatiboruah392 29 күн бұрын
ধন্যবাদ মহোদয় 🙏🏻🙏🏻🙏🏻 ভাল লাগিল আপোনাৰ কথখিনি শুনি 🙏🏻
@kamaldas2446
@kamaldas2446 Ай бұрын
হৈ যোৱা পৰিক্ষাৰ প্ৰশ্ন কাকতৰ কি ভেলু আছে। হয় ঠিক কথা কৈছে ছাৰ
@maaeducationforchildren9067
@maaeducationforchildren9067 28 күн бұрын
ঘৰত লব নিদিয়ে কিয় তেনেহলে 😮
@Elina0061
@Elina0061 29 күн бұрын
কিছু সংখ্যক লোক আছে এনেকুৱা যিয়ে জীৱনত একো কামতেই সফল হব নোৱাৰে, সেই তেনেকুৱা লোকে কেৱল আনৰ ভুল উলিৱাই social media ত negativity হে বিয়পাই থাকে কিন্তু সন্মুখত কোৱাৰ দম নাই।
@pulakeshmajumder7135
@pulakeshmajumder7135 Ай бұрын
U r right absolutely
@akshaykhatadeka5805
@akshaykhatadeka5805 29 күн бұрын
মামা থিকে কৈছে ধন্যবাদ মামা আপোনাৰ ওপৰত ১০০% বিশ্বাস আছে।
@Biman_Jyoti
@Biman_Jyoti 29 күн бұрын
সৰ্বকালৰ শ্ৰেষ্ঠ মূখ্যমন্ত্ৰী আমাৰ মামা ❤❤❤
@RitaMoniDevi-d7u
@RitaMoniDevi-d7u 28 күн бұрын
Hosa katha...val lagile apunar katha khini... apunar opart amr pura astha ase
@niranjansaikia6260
@niranjansaikia6260 29 күн бұрын
শুদ্ধ নিযুক্তি হব লাগে। কৃষ্ণ
@bijitdas8055
@bijitdas8055 29 күн бұрын
Right korida sara 🙏
@prabahanmoral1983
@prabahanmoral1983 28 күн бұрын
সাহসী আৰু দক্ষ মুখ্যমন্ত্ৰী 💐
@dipanjalborah9665
@dipanjalborah9665 Ай бұрын
Cm sir apunake boxut respect koru....tnq
@bhargabdutta4920
@bhargabdutta4920 Ай бұрын
Yes, we had appeared the exam, assam govt seriously conduct the exam , Kudos to Himanta biswa sir, he is really a 💎 gem.
@prasantasonowal8887
@prasantasonowal8887 Ай бұрын
Mamar kothakhini hosai bahut val lagil . Moi nije candidate . Mur exam experience r pora koisu bahut hundor vabe exam hoise kunu doubt nai ❤😊
@ChemSciClassesBabulNeog
@ChemSciClassesBabulNeog 29 күн бұрын
Excellent reply, presentation Sir. May the eligible youths get placement.
@tilaksaikia7929
@tilaksaikia7929 Ай бұрын
Salute sir 👍
@riturajsharma1191
@riturajsharma1191 29 күн бұрын
Well said Sir. Its honour to have as a CM of Assam.
@jaborbsty6663
@jaborbsty6663 Ай бұрын
Akdom right kotha
@satyamnath4960
@satyamnath4960 29 күн бұрын
Thank you CM sir...Love you sir♥️🙏
@leechong9802
@leechong9802 Ай бұрын
Very well said !!!
@prayakhikonwar35
@prayakhikonwar35 Ай бұрын
Thank you sir anekoi is positive speech diya babe ajikali mediya bure rotute dhow tu uliyai
@krishangisarma999
@krishangisarma999 Ай бұрын
দুখীয়া দৰিদ্ৰ শব্দ টোত এই গোটেই খিনি লুকাই আছে। ইমান মূৰ্খ কোনো নাই।
@basantasaikia7263
@basantasaikia7263 29 күн бұрын
Takeitu, okol j dukhiya candidate bure kio pabo Sakori ? Middle-class bure kio napabo ? Okol ki dukhiya candidate burei suka neki ?
@Cm-wd8me
@Cm-wd8me 29 күн бұрын
Dhoinobad cm sir apunar kothat akmot moi ,..anedore exam pati thakok..examot aku gafiloti ny hua
@abarman751
@abarman751 Ай бұрын
media buror fali dise Mamai 😂😂😂😂😂😂
@cartelrambo915
@cartelrambo915 29 күн бұрын
Not just poor , middle class candidate and every candidate should deserve fair chance ! Moreover we are fighting for only 50 percent seats because of General Category !!!
@kishoridas6447
@kishoridas6447 Ай бұрын
পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰশ্ন খনৰ মূল্য যদি নাই তেন্তে প্ৰশ্ল কাকত খন পৰীক্ষাৰ্থীক কিয় আনিব নিদিলে? আনিব নিদিয়া প্ৰশ্ন কাকত খন পৰীক্ষাৰ পিছত viral কৰা কাৰ্য্য যুক্তিসঙ্গত নহয় যেন পাও। দুখীয়া কিয় ধনীৰ লৰা ছোৱালী সকলেও মেধাৰ ভিত্তিত চাকৰি লাভ কৰক। চৰকাৰক ধন্যবাদ।
@HillariousPanda16
@HillariousPanda16 Ай бұрын
29 tarikhr porikha r Q paper khn loi anibo dibo de sinta nokoribi.....exam diso ....paper leak nai huwa gom pali kotha hekh ....prepare for the next eman ki matha maribo logiya ase
@mahebubvlogs8116
@mahebubvlogs8116 Ай бұрын
​@@HillariousPanda16. Amak booklet carbon copy lage .result tymt ami je gom pab paro kiman paiso
@magnum9750
@magnum9750 29 күн бұрын
Oi goru question bookletor eta number thake, jar mote OMR sheet milibo lagibo aru roll no mote he check hobo. Olp man common sense nai neki tohotor? Q paper khonor mulyor kotha iyat fadil huwar contextot koise
@DipanwitaBorah-gu8bi
@DipanwitaBorah-gu8bi 29 күн бұрын
ভাল কৈছে দাদা। বেয়াটো উলিয়াবলৈ বহুত চেষ্টা কৰি থাকে, কিন্তু ভালটো ৰ প্ৰচাৰ কম। আপুনি ইমান ভাল ভাল কৰি আছে যে সেয়ে এচামৰ শষ্য হোৱা নাই। আপোনাৰ ভুলটো কেনেকৈ উলিয়াব পাৰি তাকে দিনে- ৰাতিয়ে কাম বন নকৰি চিন্তা কৰি থাকে চাগে। আপুনি ভাল ভাল কাম কৰি আগুৱাই যাওঁক দাদা 🙏🙏🙏🙏
@mongalsinghsubba6395
@mongalsinghsubba6395 Ай бұрын
Right say cm sir .
@MoidulIslamMollah
@MoidulIslamMollah 29 күн бұрын
মই ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজনৈতিক পছন্দ নকৰোঁ ঠিকেই কিন্তু আজিৰ এই কথাখিনি ১০০ শতাংশ সমৰ্থন কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ মই নিজে এই পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ। মোৰ কেন্দ্ৰ আছিল NEP BUILDING, GAUHATI UNIVERSITY. এজন পৰীক্ষাৰ্থী হিচাপে বিন্দু মাত্ৰও অৰাজকতা, অনিয়ম, দুৰ্নীতি দেখা নাপালোঁ। পৰীক্ষাৰ হৈ যোৱাৰ পিছত প্ৰশ্নকাকত ভাইৰেল হোৱাটো কি ডাঙৰ কথা। এই সাধাৰণ কথা লৈ এচামে হুলস্থুল কৰাৰ কাৰণ মই বুজি নাপালোঁ।
@jayantahirahira-jn1ht
@jayantahirahira-jn1ht Ай бұрын
Mama zindabad.....
@amoranjidung
@amoranjidung 29 күн бұрын
Iman dhunia speech, iman positive ❤
@chitralekhabora6023
@chitralekhabora6023 Ай бұрын
You are right sir
@pranjitsaikia1121
@pranjitsaikia1121 Ай бұрын
Sob legally hoise ... Aru bhal koi hoi goise pura exam ... Thank you CM sir
@milanjyotimahanta
@milanjyotimahanta Ай бұрын
Right Mama..
@utpaldas1847
@utpaldas1847 29 күн бұрын
Axom is blessed to have a CM like you 😊
@JobaDeka
@JobaDeka Ай бұрын
Right kotha
@celebrityworld13586
@celebrityworld13586 29 күн бұрын
Exam beya howa bure bodnam korise. Process Tu bhal lagil.
@chiranjibdutta565
@chiranjibdutta565 Ай бұрын
jubak jubotir khyoti nohoi...june ji kore kori thakibo diyok..apuni apunar kaam kori jaok ..xaitue sir question paper candidate'k loi jabo diyok after completion exam..eku luv nai mediak loi matha maribo,tahator kamei xaibilk...bhal tu bhal beya tu beya buli kuwar xot xahoh konu nai eihotr..akol besa kina ..dhet nijoke bikri korise kaitaman poisar luvat...apuni khali smart mtr.problm tu solve korak...smart mtr thanda hol etiya..ki ba hol...apuniye mng.korile neki akow mediak..sob alu aru kasu pitika je..eku dhoribo nuwari😅
@kaustavsarmah5351
@kaustavsarmah5351 28 күн бұрын
Akebare right kotha koise. Anki porikhya grihotu camera loi hangbadik ahise. Gatot emanei strict checking belt sabi angothi akuai nibo nuari tarpisot aibur kole khong uthe
@sunnydoley554
@sunnydoley554 Ай бұрын
Right sir 👍👍👍🙏🙏🙏
@Riderrc390n
@Riderrc390n Ай бұрын
Yes mama you are 100 💯 percent right ✅️
@tasya7508
@tasya7508 Ай бұрын
Remove reservation then conduct the same exam
@bhaskarrabha4447
@bhaskarrabha4447 Ай бұрын
No..
@Ben10Vid
@Ben10Vid 29 күн бұрын
Remove urself
@MadhujyaDas460
@MadhujyaDas460 29 күн бұрын
Remove casteism
@devidgoyari
@devidgoyari 27 күн бұрын
And also remove state language 😅 😂Make everything international Only English to English no other language
@kanakdas7213
@kanakdas7213 29 күн бұрын
ভুল স্বীকাৰ কৰা যেনহে প্ৰকৃত ভদ্ৰলোক।
@nayandeepdas4925
@nayandeepdas4925 Ай бұрын
Right sir👍
@pranabgoswami106
@pranabgoswami106 29 күн бұрын
Well interpritation. Media is misguiding people of Assam
@kidslife5364
@kidslife5364 Ай бұрын
Thike koise CM sir❤
@RGshots-lq9cy
@RGshots-lq9cy Ай бұрын
Good job sir❤ Mama on fire 🚩
@bijitdas8055
@bijitdas8055 29 күн бұрын
Yes ❤🎉
@DebabratDamo
@DebabratDamo Ай бұрын
এই বিলাক কুকুৰৰ গু খোৱা সংবাদ মাধ্যম।👎 Asolote sob dukh sorkaror nhoi asolote ihotehe 👎
@IHMIHM-ff2ry
@IHMIHM-ff2ry Ай бұрын
Mama aibar adre post kom so kindly pass kora candidate ok post selection koror option to kori dibo nohole ata candidate a 4-5 ta post ot select hoi jai aru join matro atat kore aru baki post vacant thaki jai.
@manashpriyankijaradhara
@manashpriyankijaradhara 29 күн бұрын
ঠিক কথা কৈছে প্ৰশ্ন ফাদিলৰ বাতৰিটোৱে আমাক জোকাৰি গৈছিল ৷
@bishalsarma5306
@bishalsarma5306 Ай бұрын
কোনো পাগল নহয় যে পৰীক্ষাৰ পিছত ফটো তুলি social মিডিয়াত দি জেলৰ ভাত খাব ইচ্ছা নকৰে বা 10 কোটি দিব মন নকৰে,, কথা হল পেপাৰ কেতিয়াবা ই লিক হৈছে নেত ৰ অভাৱত পিছত আপলোড দিছে, বুজিলে এতিয়া কথা হল তেওঁ লোকৰ শাস্তি কি হব
@JueGaming-9
@JueGaming-9 Ай бұрын
Nai pagal ee hoi😂
@hiren863
@hiren863 Ай бұрын
Exactly
@ChuhanDoley758
@ChuhanDoley758 Ай бұрын
Kintu paper khon examor agot photo mora nai...kisuman wrong option t tick mark dise ....Use kora booklet hoi..Totapiu examor protocol mani sola nai jodi uchit aini byobosta lobo lage prohahone..
@gaminggaming9311
@gaminggaming9311 Ай бұрын
Kintu kunu iman pagol o nohoi je exam r agot photo tuli social mediat di jail bhat khabo. Exam tu hoi jua pasot upload diya jon pagol ne exam tu start hua agot upload diyajon pagol??? Aru duijonei jodi pagol tetiya hole kunjon moha-pagol?
@ChuhanDoley758
@ChuhanDoley758 Ай бұрын
@@gaminggaming9311 Aare kehna kya chahte ho🤔😂😂😂
@Romon_32
@Romon_32 29 күн бұрын
হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কয় যে অসমৰ দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব । থিক আছে পাব যেনিবা তেতিয়া Reporter জনে কিয় প্ৰশ্ন নকৰে যে আমাৰ অসমত অকল ST,ST(H),OBC/MOBC সকল হে দুখীয়া নি । বাকী আমি যি সকল General দুখীয়া ঘৰত জন্ম লৈছো আমি কি মানুহ নহই নি । আমাৰ দুখিয়া General সকলৰ বাবে যিটো EWS quta আছে কিয় বন্ধ কৰিব লাগে । Media কেটা দালাল আছে।
@DeepjyotiD
@DeepjyotiD Ай бұрын
Ki thik booklet khn jdi photo mribo parise OMR khnu pabo pre..tat ans add u krbo pre?!!!!
@KartikDas-t6n
@KartikDas-t6n Ай бұрын
Right
@samarjitkakati3919
@samarjitkakati3919 Ай бұрын
ফলাফল ওলোৱাৰ দিনা অকল 3000ক দেখাব চাকৰি পোৱা । নোপোৱা 10লাখ 97 হাজাৰ ৰ বাবে কিবা পৰিকল্পনা আছে নে চৰকাৰৰ সুধিব এবাৰ next time‌ লগ পালে ।
@magnum9750
@magnum9750 29 күн бұрын
নতুনকৈ আৰু post ওলাব
@manasdas4796
@manasdas4796 Ай бұрын
You are right Sir.. No need of re exam or anything
@PrasantaBorah-v9t
@PrasantaBorah-v9t Ай бұрын
Jene tene exam ata hoise. Ki badnam opposition a uliai ase, whole education deptt galisil opposition r dinat
@ajayehjang6395
@ajayehjang6395 29 күн бұрын
Very good step mama Love from karbi anglong
@Randeep-kb1xh
@Randeep-kb1xh Ай бұрын
হিমন্ত বিশ্ব শৰ্মা ক অসমৰ সংবাদ মাধ্যম , বিৰোধী দল কোনো একো কৰিব নোৱাৰে লাভ নাই । আমি তেওঁৰ আৰু বিজেপি ৰ লগত সদায় আছোঁ অসমৰ ৰাইজ আছে ।
@Bishwajit91
@Bishwajit91 29 күн бұрын
ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া ❤
@ANJANA1324
@ANJANA1324 Ай бұрын
ADRE exam নতুন কৈ পাতিব লাগে। কোনে কোনে সমৰ্থন কৰে লাইক কৰা কমেন্টত।
@bbormb
@bbormb Ай бұрын
বনৰী তোৰ বাপেৰে পইচা দিয়ে যদি পাতিব লাগে।এটা exam পাতোঁতে কিমান পইচা লাগে জাননে?
@rishirajsaikia4420
@rishirajsaikia4420 Ай бұрын
Apunar ai xobdo bure koi apuni xosa orthot kiman xikhito 🥲​@@bbormb
@trinayanjyotiborah2241
@trinayanjyotiborah2241 Ай бұрын
চেৰা বলিয়া নেকি এইগৰাকী
@DhiramKuli
@DhiramKuli Ай бұрын
Okol tumi nije porika dibage. Homoi aru poisa enei ahe nki.
@bhaskarjyotichandi658
@bhaskarjyotichandi658 29 күн бұрын
Geli se sage tumaar😂
@JAYANTADAS-sx5ev
@JAYANTADAS-sx5ev 29 күн бұрын
Mama apuni bahut val kotha koise 🙏🙏🙏
How it feels when u walk through first class
00:52
Adam W
Рет қаралды 21 МЛН
小蚂蚁会选到什么呢!#火影忍者 #佐助 #家庭
00:47
火影忍者一家
Рет қаралды 110 МЛН
РОДИТЕЛИ НА ШКОЛЬНОМ ПРАЗДНИКЕ
01:00
SIDELNIKOVVV
Рет қаралды 3,9 МЛН