শিৱসাগৰত অধ্যক্ষক ছুৰীৰে হত্যা ছাত্ৰৰ, অধ্যক্ষৰ চকীত বহি সামাজিক মাধ্যমত হত্যাকাণ্ডৰ স্বীকাৰোক্তি

  Рет қаралды 70,791

News Live

News Live

10 күн бұрын

শিৱসাগৰত ভয়ানক কাণ্ড; অধ্যক্ষক ছুৰীৰে হানিখুচি হত্যা উন্মত্ত ছাত্ৰৰ; অধ্যক্ষৰ চকীত বহি সামাজিক মাধ্যমত হত্যাকাণ্ডৰ স্বীকাৰোক্তি
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 167
@manojbora2244
@manojbora2244 8 күн бұрын
পিতৃ মাতৃৰ নিজৰ লৰা ছোৱালীৰ প্ৰতি থকা অন্ধ মৰম আৰু আদৰেই কাল হৈছে ।
@suraz7207
@suraz7207 8 күн бұрын
maak bapok r ki dokh dekhaa paisa a vai...Rabon r make take ram r lgt xeisb krba koixl nk
@lakshmipriyadutta1091
@lakshmipriyadutta1091 8 күн бұрын
লৰাটোৰ ফটো ভালকৈ দেখাওক ছোৱালীবোৰ সাবধান হব নহলে ফেচবুক,ইষ্টাগ্ৰামত ছোৱালী ফচাব।
@tamrajkilwish3740
@tamrajkilwish3740 7 күн бұрын
Correct
@digantajyotibordoloi5528
@digantajyotibordoloi5528 8 күн бұрын
তাক গুলি কৰি দিয়ক দেখাত সি গুণ্ডা যেন লাগে তাক জীয়াই থাকিবলৈ দিব নালাগে
@NripenThakuria
@NripenThakuria 8 күн бұрын
ইয়াক জীয়াই ৰাখিলে অনাগত দিনত সি আকৌ এনেকুৱা কাণ্ড কৰিবলৈ কুণ্ঠাবোধ নকৰিব ৷
@MakhanChetia-ye8lj
@MakhanChetia-ye8lj 8 күн бұрын
অপৰাধীক কিয় মোখ লোকোৱাই দিয়া কাৰন কি, উওৰ টো দিয়ক 😡
@amiyabaruah3534
@amiyabaruah3534 8 күн бұрын
পৃতি মাতৃ যে অতি মৰম আৰু আনক শ্ৰদ্ধা কৰিব লৈ শিক্ষা নিদযিযাৰ বাবেই এইটো হল । ইয়াত চৰকাৰ ও জগৰীয়া ।
@rabinbora8739
@rabinbora8739 8 күн бұрын
শিক্ষা ক বেপাৰৰ দিশত নিয়াৰ পৰিনতি এইবোৰ
@sangitaborrah4499
@sangitaborrah4499 8 күн бұрын
Worst comment ever...a person died, and you're justifying it.
@thepoliticalawareness1021
@thepoliticalawareness1021 8 күн бұрын
সমাজ খন অধপতনে গল। Internet এ লৰা ছোৱালী সকলৰ মূৰ নষ্ট কৰি দিছে। আজিকালি Online Gaming এ মানুহক হিংসা কৰিব উৎসাহ দিছে।
@jayantadutta1024
@jayantadutta1024 7 күн бұрын
Mathat gubor ase neki
@rabinbora8739
@rabinbora8739 7 күн бұрын
@@jayantadutta1024 মতা মত মোৰ আশা কৰিম মোৰ যুক্তিক যুক্তিৰে কটা ক্ষয় কৰিব , নিজৰ জ্ঞান শূণ্য বিবেক ব্যৱহাৰ কৰি অযুক্তিকৰ বাক্য প্ৰয়োগ কৰি নিজৰ চৰিত্ৰটো দাঙি নধৰিব
@ManoharDeka
@ManoharDeka 5 күн бұрын
Yes it's due to toxic feminism n dangers of child he is a good boy n can be good he was good n can provide to scientific development when development occurs some murders are faced but until when the new tech comes it all gets silenced​@@sangitaborrah4499
@nivagogoi9859
@nivagogoi9859 8 күн бұрын
Student ৰ মানসিকতা পৰ্য্যবেক্ষণ কৰিব লাগে , শিক্ষা দিওঁতে ।
@rinkushivam8759
@rinkushivam8759 8 күн бұрын
ল'ৰাটো ড্ৰাগছ্ খোৱা যেন লাগে ইয়াক যাৱত জীৱন জেল দিৱ লাগে।
@Hirakjyotideka-
@Hirakjyotideka- 8 күн бұрын
মানসিক problem আছে তাৰ।😢
@abdulsalim7574
@abdulsalim7574 8 күн бұрын
Pitri matri diya hikhar fal...if teacher said tumar olop common sense lagua...then parent said aapooni mur lorak kenekoi nonsense buli kobo pare ..how dare u..
@MinakshiRajbongshi-zw9yb
@MinakshiRajbongshi-zw9yb 7 күн бұрын
ইয়াক ৰাজহুৱা ভাৱে শাস্তি দিয়ক। নহ'লেই আৰু কি কৰে ঠিক নাই।
@user-mi4qf2sl8s
@user-mi4qf2sl8s 7 күн бұрын
Reallyty in kalyug 😢😢
@suravispakghor4443
@suravispakghor4443 8 күн бұрын
Ai Loratuk mari palabo lage
@user-bh9nq6rp3n
@user-bh9nq6rp3n 5 күн бұрын
কি যে দিন কাল হ'ল মাক দেউতাকৰ মৰমে বেছি ল'ৰা ছোৱালী ধঙস কৰে। মানুহৰ অন্তৰত মৰম স্নেহৰ অভাৱ হ'ল।
@asikurali1982
@asikurali1982 7 күн бұрын
কেৱল ছাত্ৰজনক দোষাৰোপ কৰিলে নহ'ব। ছাত্ৰজন সমাজৰ আইনাৰ এটা প্ৰতিবিম্ব। অৰ্থনৈতিক প্ৰতিযোগিতাত নীতিহীন সমাজ এখনৰপৰা বহু বেছি আশা কৰিব নোৱাৰি। সমাজত একাংশ মানুহে শিক্ষকৰ প্ৰতি কৰা ব্যৱহাৰৰ নমুনাও মন কৰিবলগীয়া। ছাত্ৰজন যদিও কৈশোৰকালৰ, কঠোৰ শাস্তি পাব লাগে।
@blueocean9430
@blueocean9430 7 күн бұрын
Johora......
@digantajyotibordoloi5528
@digantajyotibordoloi5528 8 күн бұрын
শিক্ষক সকলক অনুৰোধ আপোনাৰ লোকৰ এখন ঘৰ সংসাৰ আছে এতিয়া ৰ পৰা কোনো ছাত্ৰ ছাত্ৰী ক পঢ়াৰ ক্ষেত্ৰত ভাল বেয়া একো নকব শিক্ষক জন মৰি গল সি সৰু লৰা বুলি শাৰী যাব শিক্ষক জনৰ লৰা ছোৱালীৰ ভাৰণ পোষণ কোনে দিব কি চৰকাৰী চাকৰি কৰিছিল তালৈকে পেনচন পাব
@digantajyotibordoloi5528
@digantajyotibordoloi5528 8 күн бұрын
লৰা টু ঘৰ খন দেখুৱাব লাগে সামাজিক ভাৱে মাক ক বয় কত কৰিব লাগে
@sumantatalukdar8351
@sumantatalukdar8351 8 күн бұрын
Ami jetia pohisilu aru jetia vul krisilu Tetia sir aru baideu e amak khub pitisil aru ami ghrt u nkou j muk sire ba baideu marise buli .Iyat nukuar dangor ata karon asil .Jodi moi kolu hoi j maa deuta muk marise sir .baideu hote Tetia ulutai Mur maa bikhekh k deutai pithi falidile hoi aru kole hoi vul korile xakhon kriboi..ajir din beleg..😢😢
@abdulsalim7574
@abdulsalim7574 8 күн бұрын
Yess
@prasantaguha5369
@prasantaguha5369 5 күн бұрын
Parent fully responsible .It is a shame for Assam .
@mukutborah4081
@mukutborah4081 7 күн бұрын
পিতৃ মাতৃ সকলে সন্তান চকু নিদিয়া ফল, জোখতকে বেছি মৰম কৰা।
@saytanathtamuli9975
@saytanathtamuli9975 7 күн бұрын
এই বিলাক লৰাই অগৰলৈকে বেয়া কাম কৰিবলৈ অলপো ভয় নকৰে ।
@shyamalbiswas1449
@shyamalbiswas1449 7 күн бұрын
Bohut beya korile dei 😢😢😢
@puspadhardowarah1932
@puspadhardowarah1932 7 күн бұрын
লৰা-ছোৱালী /ছাত্ৰ ছাত্ৰী বেয়া প্ৰথম অৰিহনা চৰকাৰ/অভিভাবকৰ।এছাৰীৰ আগত বিদ্যা।যেতিয়া এছাৰীৰ দ্বাৰা শিক্ষা দিয়া হৈছিল তেতিয়া ঠিকেই আছিল। লৰা-ছোৱালীক অনুশাসন কৰোতেই যদি এনে ঘটনা হয়; তেতিয়ালৰা-ছোৱালীক শিক্ষক -শিক্ষয়িত্ৰীয়ে কেনেকৈ শিক্ষা প্ৰদান কৰিব/শাসন কৰিব? তেতিয়া লৰা-ছোৱালী কেনেকৈ ভাল হব? লৰা -ছোৱালীক গালি পাৰিব নোৱাৰে;কোবাব নোৱাৰে;শাস্তিমূলক ব্যবস্থা গ্ৰহণ কৰিব নোৱাৰিব।এইবোৰ"চৰকাৰৰ পদক্ষেপ। ইয়াকে গইনা লৈ অভিভাবকৰো একেই মত।এইটো লৰাই ঘৰতো বোধহয় কাৰো কথা নুশুনে!ইয়াক জীয়াই ৰাখিলে ই বহু অশান্তিৰ সৃষ্টি কৰিব।গতিকে মাৰি পেলোৱাই উচিত।
@kironSinha-ts3ho
@kironSinha-ts3ho 8 күн бұрын
What is the name of culprits
@utpalkumarpatgiri1663
@utpalkumarpatgiri1663 7 күн бұрын
পৰিয়ালৰ সন্তানক সময় দিবলৈ সময় নাই । মাক দেউতাক মোবাইল লৈ ব্যস্ত ।
@abinathhazarika5636
@abinathhazarika5636 7 күн бұрын
Encounter kori dibo lage student jonnok, in future t kuneu jate ankua kando koribo nuware🙏
@phoenix.3111
@phoenix.3111 8 күн бұрын
😢
@user-fc8iw3qe3n
@user-fc8iw3qe3n 7 күн бұрын
Jai hind
@user-xo6rn9ik9s
@user-xo6rn9ik9s 8 күн бұрын
Very sad
@sharanggoswami5726
@sharanggoswami5726 4 күн бұрын
I was one of the 1st student of Rajesh babu Bezabara , he came to guwahati Assam back in 2012 to teach us Chemistry , this is a very sad incident but what I could remember from my time with sir was that he was not at all tolerant towards other people , he had a very rude behaviour and was extremely aggressive towards students he thought was less sharp . He was slapped infront of everyone by one of his student back in 2013 so he has that history behind it . Saying all of that , I still would say that it is not enough reason to take someone's life , he was a teacher , and someone's husband , father , son and this student had no right to take him away from his loved one's . I pray for sir,s soul , may he find peace
@IshakBodra-qr6jj
@IshakBodra-qr6jj 7 күн бұрын
Drug addicted
@bdboy8066
@bdboy8066 6 күн бұрын
Mnuh mara tu kintu bea hoise. Kintu eta kotha satro jonr ba ki request asil kheitu teacher ye nubujile baa teacher or kiba bhul asil satrojor monedi. Kheitu buji napale satrojon katha pati problem tu solve kribo lgisil aru
@paragthakuria1995
@paragthakuria1995 8 күн бұрын
হায় হায় মানৱতা😱😵😱
@kaberiborah9859
@kaberiborah9859 7 күн бұрын
There is something behind crime'in this scenario... Psychologist know may be... Heikarone lora suwali k students k morom koribo Lage Personalized....
@thekhatiguy813
@thekhatiguy813 8 күн бұрын
Violent watching Web series effect
@loyal1556
@loyal1556 8 күн бұрын
Everything should have a limit
@MinakhiBorah-qw6bu
@MinakhiBorah-qw6bu 8 күн бұрын
Ai2 moi log pua hole...Gundam Giri uleai delu hoi...
@plabitabora-nt4op
@plabitabora-nt4op 6 күн бұрын
দুই চাৰি জনে সঠিক কথা লিখিছে ।এচাৰিৰ শিক্ষা যেতিয়াই শিক্ষকৰ হাতৰ পৰা চৰকাৰে ছাত্ৰ -ছাত্ৰী ক অধীক ভাল শিক্ষা দিয়াবৰ বাবে অঁতৰাই দিলে তেতিয়াই চাত্ৰ ছাত্ৰী সকলে ধাৰনা কৰি ল'লে " আমি এতিয়া নিৰাপদ " চৰকাৰ আমাৰ পক্ষত ।আমি শিক্ষকক যি কঁও যি কৰো তাত শিক্ষকৰ পাৱঁৰ নেখাটিব ।এই ছিন্তা একাংখ ছাত্ৰ -ছাত্ৰীৰ সুধান্তই হৈ পৰিল । অৱশ্যে আৰু বহু কাৰণ সোমাই অছে ইয়াত । আমি গাঁৱৰ স্কুল বোৰত ও দেখিবলে পাইছো এম ই স্কুলৰ ছাত্ৰ -ছাত্ৰীয় স্কুলত গুৰু গোসাই নমনা হ'ল । শিশু প্ৰেমৰ - প্ৰথম প্ৰেম ভাল পোৱাৰ মন্দিৰ হ'বলে লৈছে শিক্ষা মন্দিৰ স্বৰূপ স্কুল ।হায় ৰাণ হৈ গৈছে শিক্ষক শিক্ষয়ত্ৰী এই জেং ভাঙোতে । গতিকে চৰকাৰী স্কুলৰ অবিহনে কিবা আইনৰ আওতাত সোমোৱাই এই সমষ্যাৰ সমাধানৰ চিন্তা কৰাটো বৰ জতিল ।
@mitagautam9544
@mitagautam9544 Күн бұрын
Right
@angshumangayan3912
@angshumangayan3912 11 сағат бұрын
এচাৰিৰ কোবত এতিয়াওঁ ছাত্ৰ ছাত্ৰীৰ মৃত্যুৰ খবৰ ওলাই থাকে, শিক্ষকে ছাত্ৰ ছাত্ৰীক অলপ পঢ়াত দুৰ্বল হʼলেই তাহাঁতক কৰা মানসিক নিৰ্যাতন চোকা লʼৰা ছোৱালীৰ লগত তুলনাৰ আনকি শিক্ষকক সুধিবলৈ গʼলেওঁ কৰা অপমান,ইতিকিং মস্কৰাৰ ফলত কিমান লʼৰা ছোৱালীয়ে আত্মহত্যা কৰে তেতিয়া আপোনালোকৰ মাত কলম কিয় নোলায়? নে আপোনাৰ মানৱতা একপক্ষীয়
@user-hy6si8yf5m
@user-hy6si8yf5m 6 күн бұрын
মাক-দেউতাকৰ সংস্কাৰৰ অভাৱ
@angshumangayan3912
@angshumangayan3912 12 сағат бұрын
কি বালৰ সংস্কাৰ, শিক্ষক শিক্ষা ব্যৱস্থাৰ বৈষম্য ইয়াৰ প্ৰতিচ্ছবি, বাপেক মাকে লʼৰা ছোৱালীক স্কুল কলেজলৈ কিছু শিক্ষকৰূপী দানৱৰ ওচৰত নিৰ্যাতিত হʼবলৈ নপঠিয়ায় পঢ়া শুনাত অলপ বেয়া হʼলেই গোটেই ক্লাছৰ আগত কৰা অপমান,ইতিকিং,হাঁহি,ঠাট্তা মস্কৰা মানৱতা আৰু সততাৰ পৰিচয় নহয় আৰু যি বিলাক ছাত্ৰ পঢ়াত ভাল সিহঁতক নিজৰ লʼৰা ছোৱালীৰ নিচিনা মৰম, এই ঘটনাটোৰ বাবে জগৰীয়া শিক্ষা ব্যৱস্হা যদিওঁ এই হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিছোঁ
@SuryaDihingia
@SuryaDihingia 8 күн бұрын
Only because of adoption of Western education system. We forgot our traditional education system " Seconir aagot shiksha". No moral teaching in our school now a days. Easily availability of drugs
@Ujh476
@Ujh476 8 күн бұрын
Ekdom right kole✅️💯, no MORAL TEACHINGS in SCHOOLS nowadays to the upcoming generation,no teaching of DICIPLINE by the teachers "in India". But he was new to this institution to 11th.
@DebarshiKashyap
@DebarshiKashyap 7 күн бұрын
this is fucking gen-z
@SuryaDihingia
@SuryaDihingia 5 күн бұрын
Only school like Shankardev shishuniketan giving moral teaching to the system.
@junsaikia6521
@junsaikia6521 5 күн бұрын
Yes, I agree with you brother.I haven't listened any news (this type of incidents)till now.
@ManoharDeka
@ManoharDeka 5 күн бұрын
​@@SuryaDihingiabut succes rate less hou sankardev niketanot and besi bhaag drugs or phaale jaai
@Tribenee
@Tribenee 4 күн бұрын
😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
@user-em7up5ev8z
@user-em7up5ev8z 8 күн бұрын
Student tu photo valkoi dekhuaba lage. Iyak gurula gurula koi pitibo lage
@wahidabegum2555
@wahidabegum2555 8 күн бұрын
Fasi dibo lage
@SwapnaIngti-ku7gj
@SwapnaIngti-ku7gj 8 күн бұрын
Kune anekuwa odhom xontan jonmo dise oii.e ata manoxik rugi hoi.
@user-em7up5ev8z
@user-em7up5ev8z 8 күн бұрын
Taak Mari pelabo lage
@sahedalisahedali5273
@sahedalisahedali5273 8 күн бұрын
এই কামটো যদি কোনোৱা এজন মুছলমান ছাত্ৰ কৰিলেহেতেন তেতিয়া হ'লে ওহ ৰাম ৰাম ৰাম কত যে কি কলেহেতেন ।
@JLI321
@JLI321 8 күн бұрын
Akdom hosa
@ub7471
@ub7471 7 күн бұрын
আগকটাই আনিলেই নহয় ধৰ্মৰ কথা । কাম নাইকীয়া অলগৰ্ধ কৰ'বাৰ ।
@DebarshiKashyap
@DebarshiKashyap 7 күн бұрын
Hol hoi tu karon tohot tu aru besi jihadi mentality r he hoi 😂
@hiranmoipathak1703
@hiranmoipathak1703 3 күн бұрын
আচলতে মানুহ তিনিটা শ্ৰেণীৰ শাস্তই লিখা আছে . 1/ দেৱগণ 2/ নৰগণ 3/ ৰাখক গণ গতিকে দেৱগণ আৰু নৰ গণ যিমানেই বুঢ়া নহক কিয় কনো দিনেই নৰ হত্যা কৰিব নোৱাৰে ১৮ বছৰ নাবালক , হলেও হত্যা কামটো নাবালক নহয় । ৰাখক হোৱা বাবে নৰ হত্যা কৰিব পাৰে । ই মানুহ ৰ ৰক্ত পান কৰিব পাৰিব গতিকে নাবালক বুলি কেতিয়াও খমা নকৰিব . মৃত্যু দণ্ড দিব লাগে !
@birendeka2082
@birendeka2082 8 күн бұрын
Maak bapek besi dukhi bhal ejucation diya ni gharat
@SaniBaro
@SaniBaro 8 күн бұрын
Guru hatya maha paap . Yak Fasi dibo laage
@jayantabora3728
@jayantabora3728 8 күн бұрын
কলি যুগ
@kowchikpatgiri4852
@kowchikpatgiri4852 5 күн бұрын
কি কম আৰু কবলৈ ভাষা নাই
@akanmanideka9348
@akanmanideka9348 7 күн бұрын
মাক বাপেক বোৰৰ অন্ধ মৰমৰ বাবে লৰাৰ এই কান্ধ
@Isreali_
@Isreali_ 8 күн бұрын
Bohut Bhal kam korile Akhom ot aru hobo lage Education School Aru College Joalai dibo lage
@prabingogoigogoi1065
@prabingogoigogoi1065 8 күн бұрын
Assam law, low quality.
@trishnasaikia8062
@trishnasaikia8062 8 күн бұрын
Fast Dib lage
@DebarshiKashyap
@DebarshiKashyap 7 күн бұрын
Koli yug soli ase aibur hoboai😢
@air33-ias53
@air33-ias53 7 күн бұрын
মাক বাপেক এক নম্বৰ আজি কালি। লৰা ছোৱালীক টুপ এটাও পৰিব নিদিয়ে। আগত চেকণিৰ আগত বিদ্যা আছিল। আজি কালি মাক বাপেকে নিজেই লৰা ছোৱালীৰ পৰা চেকণিৰ কোব খাবলৈ ৰৈ থাকে।
@angshumangayan3912
@angshumangayan3912 12 сағат бұрын
চেকণিৰ আগত বিদ্যাৰে এই ঘটনাৰ প্ৰতিফলন তাতে আকৌ ছাত্ৰক প্ৰদান মানসিক অত্যাচাৰ সমগ্ৰ শ্ৰেণীকোঠাৰ আগত , হেৰৌ সৌ তাহানিৰ দিনতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে বিদগ্ধ পণ্ডিতে চেকণিৰ আগৰ বিদ্যা যে কিমান ভয়াবহ আৰু ভাতৌলেখীয়া আগতেই উল্লেখ তেখেতৰ গ্ৰন্থত কৰি গৈছে যাৰ বাবে তেওঁ ঘৰতে শিক্ষাগ্ৰহণ কৰি নʼবেল প্ৰাইজ আনিছিল, সময় পালে তেখেতৰ কিতাপ খন পঢ়িলে ভাল, তেতিয়া হে মগজু update হʼব
@air33-ias53
@air33-ias53 11 сағат бұрын
@@angshumangayan3912 আপোনাৰ দৰে পণ্ডিতৰ বাবেই আজিৰ যুব প্ৰজন্মৰ এনে অৱস্থা। আপোনাৰ লৰা ছোৱালী কেইটাক নিদিব চেকণিৰ বিদ্যা। পিছত পুলিছে আৰু পাব্লিকে সেই কাম কৰিব নিশ্চয়। সকলো লৰা ছোৱালী ৰবীন্দ্ৰনাথ টেগৰ নহয়। কিছুমান এনে অতপালি অসুৰ হৈও জন্ম লয়। গতিকে গা গছ দাল টান হোৱাৰ আগতে উচিত শিক্ষা দি গা গছ ডাল পোন কৰা টো ভাল।
@angshumangayan3912
@angshumangayan3912 10 сағат бұрын
@@air33-ias53 মূৰ্খামিৰো এটা সীমা থাকে, নিজৰ low IQ পৰিচয় দিয়াৰ বাবে ধন্যবাদ , শিক্ষাদান আৰু শিক্ষকৰ কাম চাৰ্কাছৰ ৰিংমাষ্টাৰৰ দৰে বনৰীয়া জন্তুক ঘৰচীয়া নাচ নচোৱাবৰ বাবে নহয়, চেকনিৰ আগত বিদ্যাৰ ফলত শিক্ষকৰ মাৰপিটৰ ফলত মাজে সময়ে লʼৰা ছোৱালীৰ মৃত্যু হোৱা খবৰ ওলাই থাকে যিবোৰ সামান্য পঢ়া শুনা বুজাৰ ক্ষেত্ৰ বা বিষয়তে হয়, তেতিয়া আপোনালোকৰ নিচিনা কদৰ্য মগজৰ মানুহ বোৰ কʼত মৰি থাকে গৈ মাত এষাৰ মাতিবলৈ আঁহৰি নাই তেতিয়া, মোৰ বাৰু ঘৈণী লʼৰা ছোৱালী নথকা মানুহ, কিন্তু আপোনাৰ লʼৰা ছোৱালীয়ো যদি তেনেকৈ সামান্য দোষত মৃত্যু হʼল হয় শিক্ষকৰ মাৰ খায় তেতিয়া আপোনাৰ কিমান ভাল লাগিব হয়নে? শ্ৰেণীকোঠাত এতিয়াওঁ শিক্ষকে পঢ়াত দুৰ্বল সকলক চোকাবোৰৰ লগত তুলনা কৰি কিমান বৈশম‌্যমূলক আচৰণ কৰে পঢ়া বিষয়তো প্ৰশ্ন কৰিলে ঠাত্তা,অপমান, ইতিকিং কৰে এতিয়াওঁ সেইয়া সকলোৱে জানে, কিমান ছাত্ৰ ছাত্ৰী হীনমন্যতাবোধৰ স্বীকাৰ হৈ আত্মহত্যা, মানসিক ৰোগৰ চিকাৰ হয় , এনেবোৰ শিক্ষক শিক্ষা ব্যৱস্থাৰ বাবেই ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস, আত্মসন্মান শেষ হয়, তেতিয়া আপোনালোক ক'ৰবাত মৰি থাকে কাৰণ আপোনালোক এনে শোষণ ব্যৱস্হাৰ সমৰ্থনকাৰী, আশা কৰোঁ আপোনাৰ লʼৰা ছোৱালী নাতি পুতি এনে শোষণ ব্যৱস্হাৰ যন্ত্ৰাত চটফটায় ফুৰে
@radhikaenterprises3307
@radhikaenterprises3307 7 күн бұрын
Dangor lesson at dibo laga... Encounter hobo laga...
@koushikdas6588
@koushikdas6588 7 күн бұрын
Ki din poril 😢😢
@user-oz7ec3ps1f
@user-oz7ec3ps1f Күн бұрын
Sycological problem
@hridoybabuassampolice2591
@hridoybabuassampolice2591 8 күн бұрын
Akhil gogoir jaigat kio anekuwa hoise jodi kiba karone dispurot holhoi akhile kiman je himantak jaril hoi
@samirnath8260
@samirnath8260 7 күн бұрын
Student organization bur or karone. Student union bur Assam ot parralal government solabo bisare...
@Nityanand-zu5wr
@Nityanand-zu5wr 8 күн бұрын
Cas tu ki moi kom tar upai
@MakhanChetia-ye8lj
@MakhanChetia-ye8lj 8 күн бұрын
সিৱসাগৰ ৰটো এনেকোৱা লৰা আছে নে, 🤔😡
@ManoharDeka
@ManoharDeka 5 күн бұрын
Assam is a criminal state tribe mentality
@Nityanand-zu5wr
@Nityanand-zu5wr 8 күн бұрын
Det is olso alijuel 2
@Nityanand-zu5wr
@Nityanand-zu5wr 8 күн бұрын
Tec is ok apuna louki kiya dor geya
@user-ye7ix3ye6e
@user-ye7ix3ye6e 8 күн бұрын
Ma baba karone lora suwali enekua hoi
@akramzorahi8618
@akramzorahi8618 4 күн бұрын
Male female kora junik dui thappor dibo kage; asol issue hol e plN kori marise; and e basi jabo nalage
@user-fg9qc7xv2y
@user-fg9qc7xv2y 8 күн бұрын
No ledel
@cmpdas9787
@cmpdas9787 7 күн бұрын
Minor buli ari dile nhbo !! Nhle aru anekua ghotona hoi thkpo !! Crime is crime ! Age doesn't matter !! Jdi mnh maribo parise then jail t jbo o paribo lgbo.... Discipline is necessary to become a good student.
@aniramdoimary8355
@aniramdoimary8355 8 күн бұрын
Akhil dada kat gol
@dipunath6651
@dipunath6651 8 күн бұрын
Social media babe
@indianjourney5049
@indianjourney5049 8 күн бұрын
Fikaah clsss do ...❤❤Education do basso ko moral legal❤
@Ujh476
@Ujh476 8 күн бұрын
In SCHOOLS... But he was very new to this college to class 11.
@AmrithPayeng-gm1bw
@AmrithPayeng-gm1bw 8 күн бұрын
eman dangr colleg got komse kom security rakibo lagi sile
@user-ml9to2ei6l
@user-ml9to2ei6l 8 күн бұрын
Otitor hikhya potdhoti bohut holoni hol
@shyamalbiswas1449
@shyamalbiswas1449 7 күн бұрын
Hotat beya bisar koribo nalage
@user-sc4fg4rh5b
@user-sc4fg4rh5b 8 күн бұрын
Father mother kot ase
@parhanabegum9534
@parhanabegum9534 8 күн бұрын
Father nai
@pridulmonibora114
@pridulmonibora114 5 күн бұрын
Garjent bura lorak doctor injenear bonaboloi scienceta admmission debo nalaga .abar buje lobo he scienser student hoi na nohoi labalit sciencet de lorar life tu aebur garjent khie. Lorak ghorot hekhia deboloi hekok. Paransor pora behav hekela balag manuhok ba teacher behave hekebo
@user-hi3qz8ww9t
@user-hi3qz8ww9t 7 күн бұрын
Pitri aru matrir bhul. Putakok college r para uliai diar pisato mak bapekar laj ni. Nalbari
@rajudas4428
@rajudas4428 7 күн бұрын
Tak guliai diok
@bobitabhuyan3260
@bobitabhuyan3260 5 күн бұрын
Bsi mrm dile tenekuwai hoi loraboor.. hihote mak bapekok u neribo..
@rajibroyroy-vr7dk
@rajibroyroy-vr7dk 8 күн бұрын
Ai larathuk pakarot bhut zalakhia humai dibalagy tarpasot jailot bharidibalagy.
@parbatisarmah-zh7bp
@parbatisarmah-zh7bp 8 күн бұрын
Ma'k dewtakk kio dekhuwa nai. Ji bisare take diya babe anekuwa huise
@user-rs2je9pi6n
@user-rs2je9pi6n 8 күн бұрын
মৰা মানুহ মৰি গ'ল -
@jumibora6914
@jumibora6914 7 күн бұрын
মাক বাপেকৰ বাবে হৈছে
@BanamalibarmanSaru
@BanamalibarmanSaru 7 күн бұрын
পিতৃৰ মাতৃৰ দোষী
@fury5776
@fury5776 8 күн бұрын
Aibur lorak kati 10 tukur koribo lage
@jiyarabha5173
@jiyarabha5173 8 күн бұрын
Lora tur name lua nai je.. Ami janibo bisaru lra tur nam..
@payalboruah-dn9nr
@payalboruah-dn9nr 8 күн бұрын
Jikunu ata lora baa ata manuh beya kam korile beya tew maa kor kunu aku dai ny karon tew nijor lora baa suwalik beya dikh nadekwai
@user-eb6ze2ul7b
@user-eb6ze2ul7b 8 күн бұрын
Fadi diyok loratuk
@ratanpatar5445
@ratanpatar5445 8 күн бұрын
Eyak encounter krib lage beleg ktha aku nai...aru beya krib nhle...tak ses kri dib lage...moi koisu guliai dib lage tar jiai thaka adhikar nai....pagol hoi eyak mari pelab lage
@user-mw3sl2bb8x
@user-mw3sl2bb8x 4 күн бұрын
Tarkunumanabiatanaimakarkarana
@MenokaTurung-s5h
@MenokaTurung-s5h 8 күн бұрын
Ai loratuk mak bapekor agot thiyo korai khusi khusi maribo lage. 9:42
@Nityanand-zu5wr
@Nityanand-zu5wr 8 күн бұрын
Tes ka golte hi
@JLI321
@JLI321 8 күн бұрын
Bikrit magaju nhoy hustho magaju hoy
@fokotiyanikibe.8184
@fokotiyanikibe.8184 8 күн бұрын
Vilen jonmo nhoi jonmo kora hoi.... Ai homajot
@Ariiffplays
@Ariiffplays 5 күн бұрын
Sudubhai tur Mak sudileu rapist tuk aeitu dialogue yei maribi ?anime sai gyaan nusudibi life tu different hoi
@lukumailekharu1022
@lukumailekharu1022 8 күн бұрын
Facecuttingdakhiboloi wild animal janlage.studentor.
@parhanabegum9534
@parhanabegum9534 8 күн бұрын
Nabalok buli xari jabo.gotike pitibo nuwarile neki kuneu.
@user-xb7wc9sd2i
@user-xb7wc9sd2i 8 күн бұрын
Mati piti vul hoi
Scary Teacher 3D Nick Troll Squid Game in Brush Teeth White or Black Challenge #shorts
00:47
1 or 2?🐄
00:12
Kan Andrey
Рет қаралды 56 МЛН
DEFINITELY NOT HAPPENING ON MY WATCH! 😒
00:12
Laro Benz
Рет қаралды 49 МЛН
WRONG NUMBER ৰ পৰা আৰম্ভ হৈ RIGHT NUMBER লৈ || Assamese Love Story In Kotha Studio
53:09