Рет қаралды 17,422
📌উজনিত পুনৰ মিঞাক লৈ উত্তেজনা। মৰাণৰ হিংৰিজান চাহ বাগিচাৰ পৰা মিঞা শ্ৰমিকক পহুখেদা। ইটাভাটাৰ পিছত চাহ বাগিচাত নিয়োগ কৰা হৈছিল মিঞা শ্ৰমিক। দল-সংগঠন আৰু শ্ৰমিকৰ প্ৰতিবাদত সেও মানিলে কৰ্তৃপক্ষই। বাগিচাৰ পৰা ওভতাই পঠোৱা হ'ল মিঞা শ্ৰমিকক।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/