মেট্ৰিক-HSৰ মূল্যায়নক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া - এই নম্বৰ হিচাপ কৰিলে বহুতৰ সমস্যা হ’ব

  Рет қаралды 193,809

News Live

News Live

3 жыл бұрын

মেট্ৰিক-HSৰ মূল্যায়নক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া -
- ''সকলোৱে ৯৫ৰ পৰা ১০০% নম্বৰ পালে সমস্যা হ’ব, টেটত এই নম্বৰ হিচাপ কৰিলে বহুতৰ সমস্যা হ’ব''
- ''এইখন প্ৰমাণপত্ৰৰে টেটৰ বাদে সকলোতে নিযুক্তি পাব''
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 1 000
@hirakjyotipathak1827
@hirakjyotipathak1827 3 жыл бұрын
Election ৰ time ত jodi election cancel kori exam patile hoi সকলো মিলিলে হৈ এতিয়া আমাৰ গাত কি দোষ আমি আকো কিয় exam dibo lage
@moumitadas9539
@moumitadas9539 3 жыл бұрын
Kn xzam hoile dite na boiya boiya pashu korbi ok tho dis na CM tho forse kore nai tai na
@utpoljyoti9130
@utpoljyoti9130 3 жыл бұрын
আমাক মেট্ৰিকৰ ওপৰত ভিত্তি কৰি নম্বৰ নিদি যেন এনে হে দিছে।।আমি ভিক্ষা পোৱা নাই,১ বছৰ পঢ়ি,২ মাহ মানসিক কষ্ট পাই নম্বৰ পাইছো।।আৰু যে নাই পঢ়া বুলি কৈছে আমি এইবছৰটো কি ৰ্নিবাচনত ব্যস্ত আছিলো বুলি ভাবিছে নেকি ।।চাকৰি নিদিয়ে নালাগে কিন্তু আমাৰ এই এবছৰ পঢ়ি পোৱা সামান্য জ্ঞান খিনিক অপমান নকৰিব।
@firojakhatun902
@firojakhatun902 3 жыл бұрын
Xosa
@abhijitnath6254
@abhijitnath6254 3 жыл бұрын
Right
@nalinidevi7807
@nalinidevi7807 3 жыл бұрын
Xosa kotha ye koise
@utpoljyoti9130
@utpoljyoti9130 3 жыл бұрын
@@nalinidevi7807 হয়।
@utpoljyoti9130
@utpoljyoti9130 3 жыл бұрын
@@abhijitnath6254 yes
@jayantaborah7835
@jayantaborah7835 3 жыл бұрын
মূখ্যমন্ত্ৰীৰ ভাষ্য বেলেগ শিক্ষামন্ত্ৰীৰ ভাষ্য বেলেগ,,, কি অলগদ্ধ শিক্ষামন্ত্ৰী পাতি থৈছে হে, বদলি কৰক শীঘ্ৰে ।
@Sashipriya60
@Sashipriya60 3 жыл бұрын
Yes. Agree with you
@informationalvideos2796
@informationalvideos2796 3 жыл бұрын
CM sir sob credits lobo khujise mane
@madhusmitaroy662
@madhusmitaroy662 3 жыл бұрын
Yes
@simpyrani613
@simpyrani613 3 жыл бұрын
Tohonte job pbi ami ane thakim nki pass kori
@jayantaborah7835
@jayantaborah7835 3 жыл бұрын
@@simpyrani613 যোগ্যতা থাকিলে তহতেও পাবি,,
@Siddharth-ik5hu
@Siddharth-ik5hu 3 жыл бұрын
উপায়:- TET ৰ পৰীক্ষাত অকল TET ত পোৱা নম্বৰ হে দিয়ক, HS ত পোৱা নম্বৰ যোগ কৰিব নালাগে। SIMPLE!
@krishnavgaming2682
@krishnavgaming2682 3 жыл бұрын
Yes .. I agree
@user-dk6ys3gc7l
@user-dk6ys3gc7l 3 жыл бұрын
Agree
@goodvibes3264
@goodvibes3264 3 жыл бұрын
Atu a kariba lage
@naimeeislamicstudio9775
@naimeeislamicstudio9775 3 жыл бұрын
I agree
@hunorasom129
@hunorasom129 3 жыл бұрын
Right
@evildeadgamer8061
@evildeadgamer8061 3 жыл бұрын
বহুতৰ শিক্ষক হোৱাৰ সপোন আছে তেওঁলোকৰ কি হব কৰুণা কাৰণে আমি দুখী নেকি
@badondas6388
@badondas6388 3 жыл бұрын
Right
@rubulyoutube6518
@rubulyoutube6518 3 жыл бұрын
Right bro
@himanshuborah1913
@himanshuborah1913 3 жыл бұрын
Special exam hbo...xaitu diba...
@evildeadgamer8061
@evildeadgamer8061 3 жыл бұрын
@@himanshuborah1913 তুমি দিয়া ২২ চনত হব বুলি কৈছে ৩ বছৰ পঢ়ি থাকো একেই খিনি
@himanshuborah1913
@himanshuborah1913 3 жыл бұрын
@@evildeadgamer8061 nopohile anai sakori paba neki...
@MistiDohii
@MistiDohii 3 жыл бұрын
Ami o scootyr pora bonsito hoisu.... jdi TET db lgile HS db lge....thn amk scooty dyk😠😠😠 g hetu agr batch bilk a paise...ru amr pisr blk a o pbo
@sampreetisaikia5186
@sampreetisaikia5186 3 жыл бұрын
এই পৰিস্থিতিৰ বাবে আপোনালোক জগৰীয়া। মাৰ্চ মাহতে যদি আমাৰ পৰীক্ষা পাতিলে হয় এতিয়া এইবোৰ নহ'ল হৈ । আপোনালোকৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে এই পৰিস্থিতিৰ সন্মুখীন হ'ব লগীয়া হৈছে । তেতিয়া নিৰ্বাচনৰ কথা ভাবি আমাৰ ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস দিলে।‌ এতিয়া আকৌ এইবোৰ নীতি নিৰ্দেশনা উলিয়াই দিয়াত আকৌ আমাৰ জীৱন ধ্বংস কৰিবলৈ লৈছে।
@anudeka2325
@anudeka2325 3 жыл бұрын
Cbse doesn't gave such criteria, that means student from cbse will get jobs of teachers of high school and higher secondary, but students who studied under the state board, they will not, what a decision..😑 ,he said we will pass out without study, for the last 18 month what are we doing ..🙂 the whole thing doesn't make any sense
@bhaswatisarma9301
@bhaswatisarma9301 3 жыл бұрын
যি কৰিম বুলি ভাবিছে সোনকালে কৰক আমিও মানুহহে ইমান মানসিক সমস্যা নেদিব। সময়মতে পৰীক্ষা অনুষ্ঠিত নকৰিলে সেইটো কি আমাৰ দোষ নেকি? 🙏🙏
@missmriga4521
@missmriga4521 3 жыл бұрын
Correct
@ankitabaruah1994
@ankitabaruah1994 3 жыл бұрын
"Nopoha ke pass koribo"? Jua bosor pora aji dintu loike eke gikhon kitap urai ghurai poha pisot nopoha ke pass koribo buli koi diya tu bohut hohoj!
@tscreation.3306
@tscreation.3306 3 жыл бұрын
Nothing is impossible . গতিকে TET exam ৰ বাবেও কিবা এটা বিকল্প ওলিয়াওক । 🙏
@niyajansari3534
@niyajansari3534 3 жыл бұрын
Hoi 😥
@Techofmh
@Techofmh 3 жыл бұрын
Yes dada
@babadoleyfcunofficial5973
@babadoleyfcunofficial5973 3 жыл бұрын
ছাৰ আমি বাৰু tet r কাৰনে HSLC ba HS পৰীক্ষা দিম গে কিন্তু এই পৰীক্ষা পাছ কৰিলে ই tet পাম নেকি।। আকৌতো টেটৰ কাৰনেটো Exam টো দিবই লাগিব ন।। এইটো কি কথা হব ।।
@zazatgogoi2994
@zazatgogoi2994 3 жыл бұрын
তুমি সৰু হৈ আছা।। এতিয়া নুবুজিবা
@babadoleyfcunofficial5973
@babadoleyfcunofficial5973 3 жыл бұрын
@@zazatgogoi2994 আপুনি কিমান ডাঙৰ।। আপোনালোকে নিজকে ইমান, ডাঙৰ বুলি ভাবিচেই যেতিয়া আপোনালোকেতো আমাক বুজি দিব পাৰে।।
@anupamdas7095
@anupamdas7095 3 жыл бұрын
Aku 2 bosr Deled karane porhibo lagibo noholi tett bobibo nupuwa O bopai a tet apply a koribo nuwariba bed ba deled nobole
@BubulBhuyan7
@BubulBhuyan7 3 жыл бұрын
আমি নপঢ়া কৈ পৰীক্ষা দিব ওলোৱা নাই সন্মানীয় মুখ্য মন্ত্ৰী ডাঙৰীয়া ।
@nilayjyotiray
@nilayjyotiray 3 жыл бұрын
Then exm diya
@margiabegum6668
@margiabegum6668 3 жыл бұрын
@@nilayjyotiray exm dilu hoi ami koisilu nki exm 2u postponed kri bor krona takata ha election or krona exm cancel krisa ieat amr aku duk nai mohakoi
@nilayjyotiray
@nilayjyotiray 3 жыл бұрын
@@margiabegum6668 gotike besi tel dibo nalage... TET r jogyo nhy aihokol students.. Oukat aase jodi exm dibo option dibo....hi2 exm di % uthai lole hl...taat amar kobologiya ako nai... Kin2 aneke nibonuwa barhibo... Kebol tumalokei sakori paba neki...tako exm nediyakoi pass kora keita....
@margiabegum6668
@margiabegum6668 3 жыл бұрын
@@nilayjyotiray ami koiselu nki exm nolobo loi tauluka ha exm pata nai ieat ami ki krim juna vul krisa tauk goi apuni apunr laksher 2 dibo dada
@nilayjyotiray
@nilayjyotiray 3 жыл бұрын
@@margiabegum6668 tumalokor nisina class 10 r students keita a siori aasil corona t morim buli... Porha pati nai...bhal students keita a aneo betterment dibo....so aamar koboloi ako naai tat... Kin2 ai hokolok TET t lobo nalage...aitu a aamar kotha...
@momtazkhanam2448
@momtazkhanam2448 3 жыл бұрын
মহাশয় আমাকো অলপ সহায় কৰক । আমি ৯০ দশকত মেট্ৰিক পাছ কৰিলো আৰু ২০০০ চনৰ পিছত মেট্ৰিক পাছ কৰা সকলৰ নম্বৰৰ মাজত বহুত পাৰ্থক্য আছে , কিয়নো আজি কালি ৰ ছাত্ৰ-ছাত্ৰী সকলৰ এবছৰীয়া পাঠ্যক্ৰম ৰ ওপৰত পৰীক্ষা হয় আৰু আমাৰ সময়ত দুবছৰীয়া পাঠ্যক্ৰম আছিল। গতিকে সিহতৰ নম্বৰৰ তুলোনাত আমাৰ নম্নৰ কম । ইফালে আকৌ আমাৰ বয়স ৪০ বছৰ পাৰ হও হও অৱস্থা।
@anupamdas7095
@anupamdas7095 3 жыл бұрын
Bohut wrong katha kola tumi.. Saikarne sage ako job napala
@ruplisaikia2792
@ruplisaikia2792 3 жыл бұрын
এই ছাত্র ছাত্ৰী সকল এটা অভাবনীয় পৰিস্থিতিৰ মাজেৰে জীৱন যুদ্ধত নিজকে আগুৱাই নিবলৈ সাজু হৈছে । কিন্তু আপোনালোকে সিহঁতৰ বাটত বাৰে প্রতি হেঙাৰ হৈ উজুটি খোৱাই আছে। এনে দৰে হৈ থাকিলে অনাগত দিনত মানসিক ভাৰসাম্য হীন এটা প্রজন্মৰ সৃষ্টি হব।তেতিয়া তাৰ নৈতিক দায়িত্ব আপোনালোকে লবনে ????????
@padminipait2882
@padminipait2882 3 жыл бұрын
আমাৰ দুখীয়া ছাত্র -ছাত্রীসকলৰহে উপায় নাথকিব।
@duldeka6699
@duldeka6699 3 жыл бұрын
Nopohakoi pass kora nii sir.... Exam ndyakehe pass korim... Porhat pohisilu aami hokolue🖐🏻💪🏻...
@ascreation9498
@ascreation9498 3 жыл бұрын
Jdi problem hbo buli gm paisilai tante exam napatilai kio... aitu students r vul nohoi Government r vul 😡😡
@mashihgeet
@mashihgeet 3 жыл бұрын
কথা কয়...সময়ৰ কাম সময়ত নকৰিব।
@ruplisaikia2792
@ruplisaikia2792 3 жыл бұрын
ছাৰ Tet দিবলৈ হলে B.ed. কৰিব লাগিব। এই ছাত্র ছাত্ৰী সকলৰ সকলোয়ে কেতিয়াও B.ed নকৰে বা কৰিব বিচাৰিলেও সেই সুবিধা অসমত নাই। তেন্তে কেনেদৰে কেৱল এই ছাত্র ছাত্র ছাত্ৰী খিনিয়েহে বহু বছৰলৈ শিক্ষকৰ চাকৰি পাই থাকিব বুলি কৈছে বুজি পোৱা নাই। বৰঞ্চ এই ছাত্র ছাত্ৰী সকলে ভবিষ্যতে চাকৰি লাভ কৰাত চৰকাৰে বহুত জটিলতা সৃষ্টি কৰিব যেনে লাগিছে।
@nabasarma3560
@nabasarma3560 3 жыл бұрын
If possible selection criteria may be changed for TET.
@db7366
@db7366 3 жыл бұрын
Higher secondary pass korisehe. Graduation asei, B.ed koribole asei. Sob kotha te khali TET TET TET 😂
@digitalassam..9679
@digitalassam..9679 3 жыл бұрын
Takei tu.. Mori ase tet r lgt..
@sumankalita2614
@sumankalita2614 3 жыл бұрын
Hslc pati corona hole kole hoi kiya patisa boole
@aedtiz8322
@aedtiz8322 3 жыл бұрын
Ami baleo mastor nhoi
@digitalassam..9679
@digitalassam..9679 3 жыл бұрын
Take tu.. Eisb kismn manuhe mane buji noloi sinori thkbo. Exam pta ktha loi kole tetya amr future nai niki exam pati covid hle srkre risk lobo ako etya exam marks k loiu mnh buror problem.. Re duifale kio mrse etat marok n
@deepankarborah8065
@deepankarborah8065 3 жыл бұрын
Forest department ot sakori uliyauk
@jyotistudygk2594
@jyotistudygk2594 3 жыл бұрын
Oo CM ছাৰ সেইটো ছাত্ৰ ছাত্ৰীৰ ভুল নেকি? যদি নহয় কিয় TET ৰ পৰা বঞ্চিত কৰিব ...
@majedul4541
@majedul4541 3 жыл бұрын
বহুতর শিকক হোবাৰ সপোন এতিয়া করোনার কাৰনে আমি ছাএ ছাতি দুখী নেকি
@artandblog1480
@artandblog1480 3 жыл бұрын
February tei exam kio napatile tetiyahole .. nijor election r Kotha vabie Amar exam napatile atiya aibur ki akou....
@user-ez3xz6og5b
@user-ez3xz6og5b 3 жыл бұрын
TET t matric marks nasau buli kouk
@kasturidevi8982
@kasturidevi8982 3 жыл бұрын
Sire right Kotha koise nohole ami sakori napau aeibaror khiniyehai pabo
@ankitabora6363
@ankitabora6363 3 жыл бұрын
আজি কৈছে টেটত নাপায় কালিলৈ আৰু বেলেগ এটা কৈ দিব...এনেকৈ আমি কি কৰিম পৰীক্ষা দিব নোৱাৰাটো আমাৰ দোষ নি.......!কেতিয়াবা এইবোৰ কথা ভাবিলে মৰি যাবলৈ মন যায় অ'ত বছৰে কষ্ট কৰি থকাৰ মূল্য আজি চৰকাৰ খনে কি দিলে সকলো বৰবাদ কৰি দিলে আজি বাকী ছাত্ৰ-ছাত্রী সকলৰ ভবিষ্যতৰ বাবে চৰকাৰে আমাৰ কষ্ট মা দেউতাৰ সপোনবোৰৰ লগতে আমাক বলি দিবলৈ ওলাইছে সকলো শেষ হৈ গ'ল সকলো শেষ কৰি দিলে এই চৰকাৰ খনে আমাৰ আৰু একো ভবিষ্যত নাই আচৰিত লাগে ভাবিলে চৰকাৰে যদি শিক্ষাৰ্থী সকলৰ কথা ইমান চিন্তা কৰে তেন্তে শিক্ষাৰ ক্ষেত্ৰত অসম ইমান পিছপৰা কিয়? বন্ধ কৰক এইবোৰ ভেকো ভাওনা কিমান আৰু শিক্ষাৰ্থীৰ জীৱনৰ লগত হেতালি খেলিব
@biswajyotidas7179
@biswajyotidas7179 3 жыл бұрын
Sir collager assistant profesor job bilakotu matric,higher secondary mark2 uthai diok.
@aninditagogoibaruah4921
@aninditagogoibaruah4921 3 жыл бұрын
পৰীক্ষা পাতিব লাগিছিল ফেব্ৰুৱাৰী/মাৰ্চ মাহতেই
@MathsSirAssam
@MathsSirAssam 3 жыл бұрын
তেন্তে ইলেকচন‌ 🤣
@sohansonari7293
@sohansonari7293 3 жыл бұрын
চাৰ শিক্ষা মন্ত্ৰী change কৰক।।আপোনাৰ নিচিনা এজন বিচাৰক শিক্ষা মন্ত্ৰী 🙏🙏🙏
@dolisonowal5135
@dolisonowal5135 3 жыл бұрын
Eman anekua ata situation t bhabi sinti hothik hidhanto lolehe amr student buror future bhal hb..
@salarthesega
@salarthesega 3 жыл бұрын
সকলোতে politics চলিল এতিয়া শিক্ষা তো politics কৰি যাওক ভাল লাগিল মামা।। আমাক এনেকৈ পুতলা দৰে নচাই থাকক আৰু আমি এনেকৈ নাচি থাকিম আৰু ।।। এজনে কব এটা এজনে কব এটা সকলোৱে এটা সিদ্ধান্ত লওক 🙏🙏
@hiranyasaharia8930
@hiranyasaharia8930 3 жыл бұрын
CBSE marksheet re aibarar Tet diba paribane.
@rohitrawat1886
@rohitrawat1886 3 жыл бұрын
whatt about central govt jobs and iim admission
@pranjoyghosh627
@pranjoyghosh627 3 жыл бұрын
Central govt job or Kotha Tu Kali Pegu o koye nai ....pegu koise j only Assam govt ER under ot job ot chakri napai 💔
@dinohazarika8189
@dinohazarika8189 3 жыл бұрын
টেটৰ পৰীক্ষাৰ্থী সকলৰ বিকল্প পৰীক্ষা অনুস্থিত কৰিব লাগে ,বিষয়টো অতি গুৰুত্বৰ ।
@montuvlogs5713
@montuvlogs5713 3 жыл бұрын
Right
@sanjibpegu5834
@sanjibpegu5834 3 жыл бұрын
নিজৰ কথাকে নাভাবি আনৰ কথাকো চিন্তাৰ প্ৰয়োজন ।
@trevellera.k3363
@trevellera.k3363 3 жыл бұрын
Mama moi buissnes korim.... Axom khonok aguwai nim.... Moi sakori nokoru✊
@bijaynath6451
@bijaynath6451 3 жыл бұрын
Right ...atiya jihokolor teacher howa sopon ase exam dile hol ...exam Sonkale patile vl hoy aru baki ako nai ...
@arushmitapathak510
@arushmitapathak510 3 жыл бұрын
Your opinion is very good sir
@jayashreesharmah7429
@jayashreesharmah7429 3 жыл бұрын
ইয়াত নপঢ়াকে পাছ কৰা হোৱা নাই বহুতে পঢ়িছিল বহুতে কষ্ট কৰিছিল..হয়তো পৰীক্ষা বাতিল হোৱাতো বিচৰা বোৰে পঢ়া নাছিল পৰীক্ষা দিব বিচৰা সকলে পঢ়িছিল.. কথাষাৰ নপঢ়াকে পাছ কৰিব বুলি কোৱাতকৈ পৰীক্ষা নোহোৱাকৈ পাছ কৰিব বুলি কলে বা পৰীক্ষা নপতাকে পাছ কৰিব বুলি কলে অন্তত্ পঢ়ি কষ্ট কৰা সকলে মানি লব পাৰিব
@aryanboys1972
@aryanboys1972 3 жыл бұрын
good decision by government
@bikashnath118
@bikashnath118 3 жыл бұрын
বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে TET diba. Hihotar ki hbo
@jayantadeka9623
@jayantadeka9623 3 жыл бұрын
Betterment dibo
@blackcats2064
@blackcats2064 3 жыл бұрын
Tente TET xokoluke diboloi kio diye jodi 10 12 or marksheet saiyee merit list uliyai .....TETr level tu standardize kori question paper or difficulty level tu bohai doiyok tat okol meritious Students khinie clear koribo aaru TET pass kori sakori puwa nai sakori puwa nai siori thoka buru komibo..... entrance exmr level to uplift kori diok jate best students khini extract koribo pare aru eneka korile okol jugyo students khiniehe sakori pabo tat marksheet suwar kothai nai....NEET JEE UPSC tu 10 12 or marksheet khali exm tu dibole eligible hoi ne nhoi xeitu karone sai kintu merit list entrance exm or score r uprat decide hoi .....anei chaos kisoman kio kori ase .....exm xomoiot nopotatu apunalukar bhul iyat amr bhul nai .
@bornalidevi1592
@bornalidevi1592 3 жыл бұрын
আপোনালোকে সদাই নিজৰ দোষ গুণ খিনিও চাবলৈ চেষ্টা কৰিব নহলে আমাৰ আপোনালোকৰ উপৰত থকা বিশ্বাস হেৰাই যাব।
@dhirajdeka3675
@dhirajdeka3675 3 жыл бұрын
Assam t every year ata COMMON test hbo lage... kheito qualified Bork he Baki exam r babe bohibo dibo lage...🙏
@fighter7610
@fighter7610 3 жыл бұрын
💯% mark's takile ki dhal hbo examt June pass koribo ei sakori pabo. BJP Sarkar manubur mata mall Nai neki.... 🙄🙄
@greenbanglaaa
@greenbanglaaa 3 жыл бұрын
That's good @Himanta
@deepanjalideka4276
@deepanjalideka4276 3 жыл бұрын
১৮ মাহজুৰি আমি নিয়মীয়াকৈ পঢ়িছিলোঁ আৰু আমি মাৰ্চ মাহত পৰীক্ষা দিবলৈ সম্পূৰ্ণ প্ৰস্তুত আছিলোঁ লগতে শিক্ষা সংসদো প্ৰস্তুত আছিল কিন্তু আপোনালোকে নিৰ্বাচনৰ গইনা লৈ পৰীক্ষা মে মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লʼলে তাৰ পাছত মুখ্যমন্ত্ৰীয়ে কৰোনাক মাতি আনি পৰীক্ষা স্থগিত কৰিলে। তথাপিও আমি নিয়মীয়াকৈ পঢ়িছিলোঁ।তাৰ পাছত বৈঠকৰ পিছত বৈঠক................. অৱশেষত বাতিল। এতিয়া আকৌ আপুনি আমাক নপঢ়াকৈ পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি কৈ আমাৰ মেধাক চৰম অপমান কৰিছে। পৰীক্ষা আপোনালোকেই নাপাতিলে । তাত আমাৰ কি ভুল । ভুল কৰিব আপোনালোকে আৰু ভুগিম আমি। আমি শিক্ষাৰ্থীসকলে অহা পাঁচ বছৰৰ পিছত ভালদৰে মনত ৰাখিম। আমি আৰু কেইমাহজুৰি পঢ়িব লাগে??????😭
@monjushreeborah8161
@monjushreeborah8161 3 жыл бұрын
আকৌ দুয়োজনে confused কৰালে🙄🙄
@safiurrahman69106
@safiurrahman69106 3 жыл бұрын
ফেব্ৰুৱাৰী মাহত পৰীক্ষা শেষ দিব পাৰিলে হৈ, কিন্তু নিদিলে কাৰণ তেতিয়া ইলেকচন অাৰু মানুহৰ জাতিৰ লগত ৰাজনীতি কৰিলে, এতিয়া আকৌ ছাত্ৰ ছাত্ৰী লৈ ৰাজনীতি কৰি আছে। আমাৰ মুখ্যমন্ত্ৰী যিটো কথা কৈছে সেইটো সঁচা কিন্তু এইফালে আমাৰ কথাটোও চিন্তা কৰিব লাগিব, কিবা এটা হলেও উপাই বাহিৰ কৰিব লাগিব, নহলে আমি নামানো।
@bhagyasritalukdar6446
@bhagyasritalukdar6446 3 жыл бұрын
Student borok dokh dise kio.....student bore to porhi a asil exam hbo buli apunaloke he exam cancel krile.....atia aru student borok kosto nidibo karon xihote o bohut tenson t ase atia....ai khn marksheet akhon value thoka marksheet bonaok jate tet ba an hokolo job r karone ai marksheet khnr value thake karon student bore aji der ta bosore kosto krise ....student r jibon k loi nekhelibo ru plzzzz🙏🙏🙏
@bornalidas1036
@bornalidas1036 3 жыл бұрын
Tetiyahole Lp teacher r karoneu specially ei batchor candidate e graduation marks r uporthe tet apply and select koribo lage
@rajshreechauhan4288
@rajshreechauhan4288 3 жыл бұрын
Sir online exam ditakhiniyeu tu bsi bsi number pai ase hihotor karone tu agor khiniye case koribo jua ny, only hs/ HSLC khini he dekhise nki apunaluke
@digitalassam..9679
@digitalassam..9679 3 жыл бұрын
Dse n exam krbat nhoi krbt. Online e houk ba offline
@Bekar__faiz_
@Bekar__faiz_ 3 жыл бұрын
Hoi xihotor kgetrot ki koribo Xeitu he lokhoniyo hobo
@rajshreechauhan4288
@rajshreechauhan4288 3 жыл бұрын
@@digitalassam..9679 M.Sc 2nd sem ot exam nidiyake number paisu 9.2 ,aibar 4th sem ot asu
@digitalassam..9679
@digitalassam..9679 3 жыл бұрын
@@rajshreechauhan4288 tetu kio fali thake exam nptble.. Ptm buli kole exam covid hbo buli sinori thke sn
@kdcreation_0122
@kdcreation_0122 3 жыл бұрын
Online exam dilei besi mark napay vonti
@banditamodak1145
@banditamodak1145 3 жыл бұрын
Akdom thikei koise sir apunak bohut dhonnobad
@khyatisvlog8478
@khyatisvlog8478 3 жыл бұрын
তাতোকৈ পৰীক্ষা পাতক আপোনালোকে, অন্ততঃ নিৰ্বাচনৰ সময়তকৈ ইয়াত শৃংখলা থাকিব। মুঠৰ ওপৰত আগেয়েই এই দুটা পৰীক্ষাত পাচ কৰি থকা শিক্ষিত নিবনুৱা সকলোকো গিনিপিক সজাইছে আৰু মূল্যায়ন কৰি ব্যৱস্থাত পৰা সকলোকো আপোনালোকে গিনিপিক সজাইছে।
@iamwhatiam8261
@iamwhatiam8261 3 жыл бұрын
But *what about open book exam of Gauhati University(97℅ in education department), what about BEd without Practice Teaching?* *You are saying- it will create only in TET, but what about Asst. Professor?..and so on* You should change the rules of TET, that you should conduct separat examination for TET teacher without considering these marks like the Central School(KVS/ NVS). Who is merit? Who get 100 makes in HS/ HSLC? Then why they are not able clear APSC, UPSC, NET-JRF? If HS or HSLC marks may be the criteria, then why you all are conducting TET? (Yes I know, it is rules of NCTE, but it is not necessary to evaluate the marks in selection procedure). We all have brian, we can slove this problem in alternative ways too! Hope you getting me! Thank you.
@rainqueen6893
@rainqueen6893 3 жыл бұрын
Aiibar coronar babe he exm canchel krise ami tu exm dib ready ye asilu atiya ami alp besy nmbr j pam aiitu ki amr vul nki .. Ami jdi tet ba blg job t apply krib nidiye tetiya amr ki hb .......... Amr tu vul nhy nooo........
@jayantadeka9623
@jayantadeka9623 3 жыл бұрын
Seikarone exam diboloi chance ata dise
@deepankarborah8065
@deepankarborah8065 3 жыл бұрын
Exam issa korile dibo para
@officialambika6031
@officialambika6031 3 жыл бұрын
চৰকাৰে পৰীক্ষা নাপাতে তাৰকাৰনে ছাএ ছাএীসকলে কিয় ভূগিব? পৰীক্ষা পাতক ছাএ ছাএী সকলে পৰীক্ষা নিদিও বুলিতো কোৱা নাই, এতিয়া যেনেকৈ কভিড চেন্টাৰ বনাই আছে লাখ লাখ পইচা খৰচ কৰি তেনেকৈ পৰীক্ষা কক্ষ বনাওক আমাৰ অসমত কিমান ডাঙৰ ডাঙৰ খেল পথাৰ আছে। পৰীক্ষাথীসকলক কভিড প্ৰটোকল মানি চলিব কলেই হল।। চৰকাৰক এটাই অনুৰুধ যাতে আমাৰ উঠি অহা প্ৰজন্মক বিপদৰ মুখত নেপেলায়।।
@rupjyotisharma9159
@rupjyotisharma9159 3 жыл бұрын
সকলো সঁচা । এই খিনিৰ কি হব । এই লৰা ছোৱালী কাহিনীক কি ব্যৱস্থাৰে টেট ও দিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব । ডাক্তৰ ইঞ্জিনীয়াৰ পঢ়িবলৈ এওঁলোকৰ মাকবাপেক সকলোবোৰেই ধনী বুলি মন্ত্ৰী মহোদয়ে কত তথ্য পালে জনাওক । নহলে আছু সমৰ্থিত সূত্ৰ মতে পৰীক্ষা পাতক । 95%নম্বৰ সকলোকে দিবলৈ সিদ্ধান্ত লবলৈ এখন চৰকাৰক ইমান সপ্তাহ লাগে জানো ।
@kohinoorsarkar4607
@kohinoorsarkar4607 3 жыл бұрын
যদি নমবর ঢালি দিব বূলি জানে, তেনতে এই বেবস্তা করিলে কিয়? ফেবরুআরিত পরীখা নাপাতিলে কিয়??
@ssarka939
@ssarka939 3 жыл бұрын
Spelling sa toi nijr 😂😂😂😂😂
@dibakardas1812
@dibakardas1812 3 жыл бұрын
Sir, matric exm r Mark's Tet t count nhoi.
@jayantadeka9623
@jayantadeka9623 3 жыл бұрын
Sakori pabo lagile count hoi
@kabitadutta8
@kabitadutta8 3 жыл бұрын
Teu o EM asil, heitu kotha janibo lagisil
@dibakardas1812
@dibakardas1812 3 жыл бұрын
@@jayantadeka9623 nhoi.. sinta nkrb
@manujkoch6783
@manujkoch6783 3 жыл бұрын
শিক্ষামন্ত্ৰীয়ে কৰা মন্তব্য, চৰকাৰী চাকৰি প্ৰযোজ্য নহ'ব বুলি কিয় কৈছে কিয়,
@atulhazarika4227
@atulhazarika4227 3 жыл бұрын
সকলো এলপি এমই স্কুল নতুবা অন্যান্য চৰকাৰী ঘৰ লৈ চেন্টাৰ বৃদ্ধি কৰি এটা কোঠাত 6 জনমানকৈ বহুৱাই কভিডৰ নিয়ম মানি পৰীক্ষা পাতিব নোৱাৰিনে ? পৰীক্ষা শেষ হোৱাৰ অন্তত যাতে কোনো ল'ৰাছোৱালী লগ হব নোৱাৰে তাৰ বাবে অভিভাৱকে মুহুৰ্ততে নিজৰ সন্তানক ঘৰলৈ নিয়াৰো ব্যৱস্থা কৰিব পৰা যায়
@Kumartinkucr7
@Kumartinkucr7 3 жыл бұрын
Jodi HSLC Aru HS r marks Iman Dorkar TET r Karone Tetia Hle TET Exam tur kam nai neki mane. TET exam uthai diok tetia hle HSLC Aru HS r Marks di Teacher Sakori diok.
@biplabbikashbhattacharjya4693
@biplabbikashbhattacharjya4693 3 жыл бұрын
Sakori ulale he pabo😂😂
@prakritishdeka7601
@prakritishdeka7601 3 жыл бұрын
Apunalukor bhul hoise sinta korat. Manisu marks dhali dile. TET naam r oo porikha ase. Taate pass hbo tu lgil. Hetu 2 tu sobe nwaribo ge just pass kora gitai. TET tu aa eligibility test nhoi janu. Hetu sab aa nwaribo. Taate ulai poribo noh, job pai napai. Sobe TET t pass nhoi. Eikhr kthar lgt honmoto nhoi ami. Etu amr session bahire blg session k job diya horojontro. Amr dukh nai apunalukor byorthota. Feb t pati dile amr ene homosya nhol hoi. Election t guruttwa besi hol. Ami atiya future job secure koribo special hs dim ne entrance le prepare korim?? UPSC, apsc , jee, neet pale tu case aa ny, napale ghuri ahi tet r sakori oo napau. Nai ami imn matured hua ni atiyai imn TET he ne blg he dim, pohibo gole he gm pam pasot. Downfall hole special exm di nthole like unemployed aa thakibo lgibo ami whole life.🥲 Ghor anyay Himanta mama. Sighre decision ghurai louk🙏🏻amr bhul ni, porikha dilu hoi ajir tarikhot, pasoloi higher education amiu lobo lgibo akou atu tension lgt loi pohibo nwarim. Aneu vlke classes aa nhol, edu impart aa hbo napale marks j anei dibo nki, obvio evaluation tu ami agt pai oha marks aa noh. Like koise exm nhol nohole ami fail holu hoi, job anei anei pam. 😂Heikrne ami akou exm dibo lgibo. Thik ase atu o accept korisu, entrance, competitive exams pasuwai diok, tetiya ami special exm le prepare koribo parim, paribo?? #justiceforthissession! Students k nyai diok.🙏🏻🙏🏻🥲
@riturajbaro8342
@riturajbaro8342 3 жыл бұрын
Change the mark system count for teaching job in Assam
@phaninbrahma5900
@phaninbrahma5900 3 жыл бұрын
ভাল খবৰ, মুখ্য মন্ত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@Palash_Dutta
@Palash_Dutta 3 жыл бұрын
Hs পৰীক্ষাৰ্থী সকলে HSLC পৰীক্ষাতো নিজে দিছে
@shahinaahmed7383
@shahinaahmed7383 3 жыл бұрын
Yes
@himashreesaikia7438
@himashreesaikia7438 3 жыл бұрын
Yh ri8 ami nije disu
@sadhanasultanajehirblogs4600
@sadhanasultanajehirblogs4600 3 жыл бұрын
Good. Thank you Respected CM sir. Jaihind Jaibharat.
@karunagohain3843
@karunagohain3843 3 жыл бұрын
১। এতিয়াৰ পৰা টেট্ কে ধৰি অসম চৰকাৰৰ সকলো বিভাগত নিযুক্তিৰ ক্ষেত্ৰত মেত্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ নম্বৰক আধাৰ হিচাপে গন্য কৰা নহয় । ২। সংকুচিত বিষয়ত সংকুচিত নম্বৰেৰে বা অন্য ধৰনে নিদিষ্ট সময় সীমাৰ ভিতৰত পৰীক্ষা অনুস্থিত কৰা । মাননীয় মুখ্যমন্ত্ৰী মহোদয়, উল্লেখিত বিষয় দুটাৰ ওপৰত বিবেচনা কৰিব নোৱাৰিনে ?
@himakhianushika8126
@himakhianushika8126 3 жыл бұрын
Apunlukor nesina government t dakha nii .. baaa ki km ru !!!🤔🤔🤔
@randomthinkingofchinmoy2798
@randomthinkingofchinmoy2798 3 жыл бұрын
If it can apply then there will be a big blander for other batch students. So sensitively monitor this matter❤️
@hodaboys9913
@hodaboys9913 2 жыл бұрын
Absolutely right your decision
@parbhezhuchhnee3767
@parbhezhuchhnee3767 3 жыл бұрын
TET teacher হেবাৰ কাৰনে HS নম্বৰ , graduation ৰ নম্বৰ , B.Ed ৰ নম্বৰ আৰু TET exam ৰ নম্বৰ লাগে গতিকে HS ৰ পৰিবৰ্তে graduation,B.ed আৰু TET exam ৰ গড় ( average) নম্বৰ count কৰক.
@deepankarborah8065
@deepankarborah8065 3 жыл бұрын
Graduation ot u bohut number paise eibar
@ShahebAli-li1mo
@ShahebAli-li1mo 3 жыл бұрын
Love u sir .Amar Future r kotha chinta korar karone
@chintamonibordoloi4666
@chintamonibordoloi4666 3 жыл бұрын
Very good decision
@AnUnknownIndian
@AnUnknownIndian 3 жыл бұрын
মেট্ৰিকৰ নম্বৰ টেটৰ দ্বাৰা হোৱা নিযুক্তিত যোগ নহয়
@dkkalaita
@dkkalaita 3 жыл бұрын
Tet r appointment process tu change korilei hoisun overall. Don't count the marks of hslc and hs rather prepare a panel for interview.
@indrajitnath4871
@indrajitnath4871 3 жыл бұрын
টেটৰ বাহিৰে আৰু বহুত নিযুক্তি পৰীক্ষা আছে , যিবোৰত ৫০/৬০% হʼলেহে আবেদন কৰা যোগ্যতা থাকে । সেইবোৰত অযোগ্য জনে কেনেকৈ আবেদন কৰিব ? গতিকে এতিয়াৰ পৰা যিকোনো নিযুক্তিৰ ক্ষেত্ৰত আবেদনৰ বাবে নম্বৰৰ যি সীমাবদ্ধতা সেইয়া নোহোৱা কৰিব লাগে আৰু নিযুক্তিৰ পৰীক্ষা পদ অনুসৰি কঠিন হʼব লাগে । নহʼলে পূৰ্বৰ পৰীক্ষাৰ্থীৰ লগত অন্যায় হʼব । লগতে টেটৰ বৰ্তমানৰ নিয়ম সলনি কৰিব লাগে ।
@nippasarmah8640
@nippasarmah8640 3 жыл бұрын
Ami xkloye doctor engineer hbo noaro nhy ami TET diboi lagibo
@jayantadeka9623
@jayantadeka9623 3 жыл бұрын
Betterment exam de diya tente
@nippasarmah8640
@nippasarmah8640 3 жыл бұрын
Exam dibo para hle cancel kriboi nalagil hy
@bisalsingha537
@bisalsingha537 3 жыл бұрын
Amak indian army rally lage....november t.....🙏
@kishansingha526
@kishansingha526 3 жыл бұрын
🙈
@sumigogoi9246
@sumigogoi9246 3 жыл бұрын
Sir aitu amar full nohoi .... Ami exam atia u dibo le ready asu ...but ane dhore amar jibonoloi aondho kar nomai nanibo🙏 please.....ami dhukhi aaa ghoror hoi ami ata Val sakori rr karone he mulote porhu ,amar mul motive aa hoi ata Val sakori ami amar ghor khon jate Val dore puh pal dibo paru ..ami ag u exam dibo le haju kin tu amar vobisot tu andho kar koribo le ami ketia u apunak anumoti nidiu ....🙏
@bornalidevi1592
@bornalidevi1592 3 жыл бұрын
আমাৰ লৰা sualeekhiniye এই বছৰ যি কষ্ট কৰিছে সেয়া এনেকে হলেটো athale যাব ।কাৰণ এই খিনি lorasualeeye১৮ মাহে পহিয়ে আছে ।
@user-gt9jc7ne9j
@user-gt9jc7ne9j 3 жыл бұрын
Support মামা...... কাৰণ এই পৰ্যায়ত ক, খ, গ......... নজনা বহু candidate ও বহুনম্বৰ লৈ পাছ কৰিব...... পিছত আমাৰ কি হব??????? হয় সেইটো ও বুজিছো যে বহুতৰ teacher হোৱা সপোন আছে কিন্তু.....
@kunalnath7086
@kunalnath7086 3 жыл бұрын
Sir aapuni education diperment tuu ari dibo nalageshel, pegu sir aa ja ta koi student bilakok depression ott anii dia😓
@princebonditaborah5816
@princebonditaborah5816 3 жыл бұрын
Your right
@Gauravjyotibora123
@Gauravjyotibora123 3 жыл бұрын
Exam নপতাটো আপোনালোকৰ গাত দোষ। আমিটো exam হ'ব বুলি পঢ়িএ আছিলো। আপোনালোকে হে সময়ত পাতিব নোৱাৰিলে। election ৰ সময়ত যদি exam পাতিলে হয় এতিয়া এনেকুৱা অসুবিধা নহয়। election পাতিলে corona নহয় আৰু exam পাতিলে হ'ব। আপোনালোকৰ স্বাৰ্থৰ বাবে আমাৰ জীৱনটো কিয় ধ্বংস কৰিলে।ডেৰবছৰ দিন পঢ়িলো exam হ'ব হ'ব বুলি আৰু এতিয়া আকৌ ক'ব আহিছে নপহাকে পাছ কৰিম। আৰু কিমান মানসিক আঘাত দিব আমাক?
@aninditadas4675
@aninditadas4675 3 жыл бұрын
মোৰ মনলৈ এটা প্ৰশ্ন আহিছে যে........আমি যদি পৰীক্ষা নিদিয়াৰ বাবে শিক্ষক হোৱাৰ বাবে যোগ্যতা লাভ নকৰো তেন্তে graduation বা post graduation পৰ্যায়ত যিবোৰ শিক্ষাৰ্থীয়ে online exam বা open book exam বা exam নিদিয়াকৈয়ে উত্তীৰ্ণ হৈ আছে তেওঁলোক কেনেকৈ শিক্ষক হোৱাৰ বাবে যোগ্যতা লাভ কৰিব পাৰে????
@borahbora911
@borahbora911 3 жыл бұрын
Amak scuty aru leptop lagib
@jayantadeka9623
@jayantadeka9623 3 жыл бұрын
Exam nidiyake scooty lage😂😂
@borahbora911
@borahbora911 3 жыл бұрын
@@jayantadeka9623 ami Hs 2nd yrr student e metric Tu nidiake pass korisilu neki..... Metric, hs 1st yrr exm aru unit test exm aibur disu nohoi.... Aibur r pora Tu mark dibo
@jayantadeka9623
@jayantadeka9623 3 жыл бұрын
@@borahbora911 Matric ot laptop disai dekhun
@bhargabdutta2545
@bhargabdutta2545 3 жыл бұрын
Only tet rr karone.. Ai tu nalage naki.. Mane
@amarnath5453
@amarnath5453 3 жыл бұрын
Right Mama 🙏🙏
@sadtimepass1097
@sadtimepass1097 3 жыл бұрын
Good suggestion .I agree with
@nayanjyoti3892
@nayanjyoti3892 3 жыл бұрын
3rd Decision পোৱা সকলেও 95 % পাৱ নে ?
@jayantadutta3318
@jayantadutta3318 3 жыл бұрын
Point...
@deepankarborah8065
@deepankarborah8065 3 жыл бұрын
Right
@VIDEONATION-ss8wx
@VIDEONATION-ss8wx 3 жыл бұрын
Sir apune bujabo jane but Education minister jonok side korok Bas🙏 😀
@rabinassam2287
@rabinassam2287 3 жыл бұрын
Sakory ulale he pbo ata intervew patote 4 bosar lge ki je hbo Assam sarkar
@prosenjitdey9891
@prosenjitdey9891 3 жыл бұрын
Jn2 collegr pra lora ba swali 80% uprt pbo tehtr ako kiba exm ata lbo. ..jtiya tehti kiba sakori krne bisri jbo tetiya...interview type exm ata loi test kribo. ...tetiya 2 tnkua prblm nhy ..
@sivusonowal4795
@sivusonowal4795 3 жыл бұрын
*🤣hob diok sorkari sakori emne available j heibabe Ami belg jegat goi lukr dukanr ba factories sakor hob logiya Hoi thake. Tet fet guli Maro😏* (mark uprt Kotha kobo ahe)
@monikadevi8619
@monikadevi8619 3 жыл бұрын
Thak you sir
@udityasaikia1820
@udityasaikia1820 3 жыл бұрын
পৰীক্ষা পাতিলেই ভাল ,পৰিস্হিতি চাঁই। বহুত চাকৰিৰ interview ৰ পাছত হলেও এই দুটাৰ% লগতে অন্য পৰীক্ষাৰ % ব্যৱহাৰ কৰা দেখিছো ।
@priyankakhanikar3073
@priyankakhanikar3073 3 жыл бұрын
কৰুণা হোৱা তো আমাৰ দুখ নিকী । কি হৈ আছে এইবোৰ আমাৰ লগত
@kjdchem3743
@kjdchem3743 3 жыл бұрын
হাইস্কুলৰ নিযুক্তিৰ ক্ষেত্ৰত সেয়ে ডিগ্ৰী, B.Ed.আৰু TET ৰ নম্বৰ গণ্য কৰিলে হল । আৰু LP/UP ৰ ক্ষেত্ৰত d.el.ed. আৰু TETৰ নম্বৰ গণ্য কৰিব লাগে ।
@brilliantacademy1373
@brilliantacademy1373 3 жыл бұрын
Right
Despicable Me Fart Blaster
00:51
_vector_
Рет қаралды 26 МЛН
Mom's Unique Approach to Teaching Kids Hygiene #shorts
00:16
Fabiosa Stories
Рет қаралды 30 МЛН