Рет қаралды 70,769
‘নিলগে নিলগে থাকিব পৰা হ’লে, থাকিলোহেঁতেন দূৰণিতে গৈ’। এদিন তেওঁ কোনোবা এটা মুহূৰ্তত এইদৰে জুৰিছিল গীতৰ শাৰী। আৰু আজি সঁচাই তেওঁ গুচি গ’ল দূৰণিলৈ। হয়, জাতি-মাটিৰ গীত গাই গাই অজান দেশলৈ গুচি গ’ল ৰাজীৱ শদিয়া। শদিয়াবাসীৰ লগতে আজি যেন সমগ্ৰ অসমে কান্দিছে। শদিয়াত জনতাৰ শিল্পীজনৰ শেষযাত্ৰাত দেখা গ’ল হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ। আৰু চকুত চকুপানী লৈ আবেগেৰে সকলোৱে কৈ গ’ল-ৰাজীৱ শদিয়া তুমি অমৰ হৈ থাকিবা।
#PratidinTime #AssamNews #rajibsadiya