Рет қаралды 96,753
📍মুখ্যমন্ত্ৰী মহোদয়.....!
📍আপোনাৰ শাসনত আৰক্ষীৰ আৰু কিমান অৰাজকতা চলিব?
📍নিৰীহ যুৱকৰ প্ৰাণ লৈ, ঘূণীয়া কৰি, চৰম পন্থা ল'বলৈ বাধ্য কৰা আৰক্ষীক লগত লৈ আপোনাৰ এয়া কেনে ফটুৱা শাসন?
📍আপোনাৰ আহ্বানলৈ কেৰেপেই নকৰি ২১ চনৰ পৰাই দেখোন নিৰীহৰ ওপৰত বৰমতাগিৰি দেখুৱাই আহিছে অসম আৰক্ষীয়ে!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now