নিৰ্দিষ্ট বক্তা নিতুমনি শইকীয়া মুখ্য সম্পাদক প্ৰতিদিন টাইম || নামঘৰ অকল আমাৰ উপাসনা স্থলীয়ে হয়নে

  Рет қаралды 23,726

ভক্তিৰ  সাগৰ Bhaktir sagor

ভক্তিৰ সাগৰ Bhaktir sagor

Күн бұрын

নিৰ্দিষ্ট বক্তা নিতুমনি শইকীয়া মুখ্য সম্পাদক প্ৰতিদিন টাইম
নামঘৰৰ সংখ্যা বৃদ্ধি কৰিলেই আমাৰ মানসিকতাৰ উন্নতি হ'ব নে
#nitumoni saikia
rontu saikia
rontu saikia bhagawat path
#rontu saikia bhagawat path
rontusaikia
#mondira bhorali
bhagawat path
pranjit gogoi
pranjit gogoi bhagawat path
bhagawat
ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ
স্থান খুটিকটীয়া নামঘৰ হাৱাজান
pranjit gogoibhagawat ptha
pranjit gogoi
ভাগৱত পাঠ
#ভক্তিৰ সাগৰ
#voktir sagor
bhaktir sagor
#bhakti Sagar
#pranjit gogoi bhagawat path
Copyright Notice :- Please do not copy this video or you will be given a copyright strike
অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব

Пікірлер: 54
@rbasfor4841
@rbasfor4841 3 ай бұрын
very very nice🙏🙏
@juntiduwarah
@juntiduwarah 7 ай бұрын
ইমান সুন্দৰ উপস্থাপন,কিবা ক'বলৈ আৰু ভাষা নাই , আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤
@pratibhakalitabaruah7321
@pratibhakalitabaruah7321 Ай бұрын
Bahut val lagile 🙏🙏
@babulBordoloi-l9e
@babulBordoloi-l9e 6 ай бұрын
sudar❤khatha❤charcha❤haicy❤kinch
@PradipBoro-o1r
@PradipBoro-o1r 6 ай бұрын
ইমান সুন্দৰ ভাৱে বক্তৃতা দিছে
@rbasfor4841
@rbasfor4841 3 ай бұрын
very very nice🙏🙏
@rbasfor4841
@rbasfor4841 3 ай бұрын
very very nice🙏🙏
@Junaliburagohain-k1f
@Junaliburagohain-k1f 7 ай бұрын
J b g hoito kohata
@RitaBorah-o2t
@RitaBorah-o2t 7 ай бұрын
Hundor
@lakhijan2366
@lakhijan2366 7 ай бұрын
Krishna Porbhu Bohut Sundar Abhinondan Aru Subhessa Janaisu Pronam
@ramtanti8009
@ramtanti8009 7 ай бұрын
বৰ সুন্দৰ উপস্থাপন। শুনি পৰম সন্তূস পালোঁ। কৃষ্ণ
@DigantaKonwar-d2k
@DigantaKonwar-d2k 7 ай бұрын
Apunar lagat moiu hahamot.krisna.hamoyupajugi hoise.val lagil.
@AratiBaishya-tf2fi
@AratiBaishya-tf2fi 7 ай бұрын
Krishna Krishna
@junumech7558
@junumech7558 7 ай бұрын
কৃষ্ণ প্ৰভু জনা চৰণ ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ বহুত বহুত সুন্দৰ লাগিল কৃষ্ণ কৃষ্ণ
@mukulchetia5609
@mukulchetia5609 7 ай бұрын
আপোনাৰ পৰিয়ালতে একতা নাই। পত্নী আৰু আপোনাৰ মাজত আগতে এক হৈ লওকছোন! তাৰ পিচত নামঘৰৰ কথা ক'ব।
@gautambora403
@gautambora403 6 ай бұрын
ইমান সুন্দৰ লাগিছে কথা বোৰ শুনি।।।
@BhupenLahan-uh7mi
@BhupenLahan-uh7mi 7 ай бұрын
কৃষ্ণ রাম কৃষ্ণ রাম।।।।। 🎉🙏🙏🙏🐢🐚🏘🎉
@IndraKantaLaskar-g1c
@IndraKantaLaskar-g1c 7 ай бұрын
মান্য ক ৰি সু ত ক পাতিলা স ত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত ক থা । সৃ ষ্টি কৰ্তা ব্ৰহ্মাৰ ও চৰলৈ মূ্ নি শ্ৰেষ্ঠ সৌণক সহ মুনি স কল গৈ কো ন স্থানত ভাগৱত শুনিব পাৰিম।ব্ৰহ্মা ই কলে সকলোৱে ওপৰলৈ চোৱা যি অণু পম চক্ৰ দেখিছা এই চক্ৰ অনুষ ৰণ ক ৰি গৈ থাকিবা। য তে গৈ এই চ ক্ৰ অবস্থান কৰিব আৰু বিচ্ছুৰিত হব তাতে সে ই পুণ্য ভূমিত বহি ভাগৱত শুনা। সেই পুণ্য ভূমি হল নৈমি ষা ৰইন্য। তদ্ৰূপ আমা ৰ নামঘৰ সমূহ। প্ৰ কৃতাৰ্থত না মঘ ৰ মানে শ্ৰ ৱন কী ত্ত নৰ ঘৰ।শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্ম ৰ উত্তম নাম।গতিকে নৱম বিধা ভক্তিৰ ভিতৰত শ্র ৱণ। কী ত ন শ্ৰেষ্ঠ।কলি কাল ত জীৱ মুক্তিৰ মূল পথ। গতিকে মাধৱ গুৰুৱে শ্ৰৱণ কী্তন ধৰ্ম যাৰ। দৈনন দিন সাধু সকল নামঘৰত গোট হৈ পা ঠ নাম ৰ ধাৰা অব্যা হত ৰা খিবলৈ শংকৰ গুৰুৰ মূল উদ্দেশ্য। ভাগ ৱত শ্ৰৱণ কীৰ্তন এদিন তিন দিন কৰিলে কাম ফেৰা শেষ নহ ব। ই ন্দ্ৰ কান্ত লস্ক ৰ।অসম স ট্ৰ মহা সভা। অসম বৈদিক বৈষ্ণৱ ম হাসভা ।ভাগৱত বাখ্যা কাৰ।
@শশীবৰাআধ্যাত্মিক
@শশীবৰাআধ্যাত্মিক 7 ай бұрын
কৃষ্ণ
@atozassamesexyz
@atozassamesexyz 7 ай бұрын
🙏🙏🙏🙏🙏❤❤❤❤❤
@meerabegum1333
@meerabegum1333 Ай бұрын
ভাষণ বোৰ শুনি থাকিবৰ মন যায়, বৰ সময় উপযোগী আৰু মনোগ্ৰাহী❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 7 ай бұрын
সুন্দৰ আৰু সময়োপযোগী বক্তৃতা প্ৰদান কৰিছে অসমৰ জনপ্ৰিয় সাঙবাদিক নিতুমনি শইকীয়াই।
@sukumarchoudhury1474
@sukumarchoudhury1474 6 ай бұрын
Very very nice concept, thanks for your moral coment 🙏🙏🙏
@lakhidutta2980
@lakhidutta2980 7 ай бұрын
Krishna🙏🙏🙏🙏🙏
@SunuBoro-i1d
@SunuBoro-i1d 6 ай бұрын
Ati sundor bhut Val lagise huni huni thakib mon Jai amoni nalage 👍🙏
@lukusaharia2109
@lukusaharia2109 7 ай бұрын
Sir ,আপুনি কলিতাৰ জাতিটোৰ সমপকে কব আগুৱাই আহিবা চোন,কাৰণ আপোনি কলিতা
@sanjibrajkhowa123
@sanjibrajkhowa123 7 ай бұрын
Right noisy Dada 🙏🙏🙏🙏🙏🙏❤kihsno kihsno🙏
@dandiramsonowal3710
@dandiramsonowal3710 7 ай бұрын
9:29
@RahulGogoi-o4s
@RahulGogoi-o4s 7 ай бұрын
Bohut.bohut.dhanyabad.val.lagil
@IndraKantaLaskar-g1c
@IndraKantaLaskar-g1c 7 ай бұрын
এৰিলে আচাৰ ধৰ্ম নভইলা সিটো কিছু জাত কৰ্ম।।বিষ্ণু পুৰাণ ব্যাস মুণিয়ে নাই লিখা বুলি কোৱা অসমত ধূমকেতু ভাগৱতী ওলাইছে। নৈ মিষৰণ্যত উঠৰ পুৰাণ পাঠ হৈ ছিল। সুতক সম্বোধি শৌনক পুচিল নত। কহিও ব্ৰহ্ম বইব্ৰৰ্ত্ত পুৰাণ মহা ভাগ।l।
@PadumNeog-vx4vr
@PadumNeog-vx4vr 7 ай бұрын
Krisna krishna krishna. ❤
@PadumNeog-vx4vr
@PadumNeog-vx4vr 7 ай бұрын
Nitumaniloi bahut bahut dhanyabad bhagabane jen aru aguai lai jauk
@ghonakhongia6438
@ghonakhongia6438 7 ай бұрын
বহুত বহুত ধন্যবাদ , ভগৱানে আপোনাক শক্তি দিয়ক ।
@Minaramgogoi-xg4qo
@Minaramgogoi-xg4qo 7 ай бұрын
Ram Ram Ram
@PadumNeog-vx4vr
@PadumNeog-vx4vr 7 ай бұрын
L
@barakharanigogoi6795
@barakharanigogoi6795 7 ай бұрын
Bapjan Apunar mahan bakya bhagabar bakyar dare, Om santi
@horinamoramiyarokh3890
@horinamoramiyarokh3890 7 ай бұрын
বহুত ভাল লাগে তেখেতৰ প্ৰতিতো কথা।ঈশ্বৰৰ কৃপা থাকক‌।
@diptimedhi9376
@diptimedhi9376 7 ай бұрын
বহুত ভাল লাগিল।
@aswinideka6786
@aswinideka6786 7 ай бұрын
Krishn Krishna
@BhupenLahan-uh7mi
@BhupenLahan-uh7mi 7 ай бұрын
🎉।।।রাম রাম প্ৰভু ৰাম ৰাম।।। 🎉 ধন্যবাদ। 😢 ।
@minakshibora9900
@minakshibora9900 7 ай бұрын
কৃষ্ণ বৰ ৰসাল বক্তৃতা
@AtulBorah-jm9bn
@AtulBorah-jm9bn 7 ай бұрын
কৃষ্ণ 🙏
@dandiramsonowal3710
@dandiramsonowal3710 7 ай бұрын
অতি সুন্দৰ মময় উপযোগী সামাজিক অৱস্থাৰ কথা ব্যখ্যা কৰি সমাজ উপকাৰ হোৱা বাণীৰ বাবে ধন্য ব
@parulborgohain8511
@parulborgohain8511 7 ай бұрын
সুন্দৰ উপস্থাপন
@r.saikia3334
@r.saikia3334 7 ай бұрын
অতি উত্তম ❤❤❤❤ কৃষ্ণ।
@junutalukdar5628
@junutalukdar5628 7 ай бұрын
কৃষ্ণ 🙏 সুন্দৰ উপস্থাপন
@anjalibaruah7669
@anjalibaruah7669 7 ай бұрын
অতি সুন্দৰ 🙏🙏
@hiranyarajkhowa4119
@hiranyarajkhowa4119 7 ай бұрын
অতি সুন্দৰ আৰু সময়োপযোগী বক্তৃতা। অসমৰ অতি জনপ্ৰিয় সাঙবাদিক নিতুমনি শইকীয়াৰ সাহিত্য, সঙছকৃতি, অৰ্থনীতি, ৰাজনীতি, শৈক্ষিক দিশত সাৰগভ তথ্যসমৃদ্ধ ভাষন সমুহ শুনিলে শুনি থাকিবৰ থাকিবৰ মন যায়। অসমৰ এগৰাকী প্ৰতিভাৱান আৰু গভীৰ অধ্যয়ন পুষ্ট পতিশযথা সাঙবাদিক। নিতুমনি শইকীয়াৰ ভাষণৰ মৰ্মাৰ্থ গভীৰভাৱে উপলব্ধি কৰিব পাৰিলে আমাৰ সমাজৰ নতুন প্ৰজন্মৰ যথেষ্ঠ উপকৃত হ'ব।
@topisaikia4128
@topisaikia4128 7 ай бұрын
Right
@dandiramsonowal3710
@dandiramsonowal3710 7 ай бұрын
9:29
@RinjuGogoi-j2f
@RinjuGogoi-j2f 7 ай бұрын
অতি সুন্দৰ ব্যাখ্যা 🙏🙏🙏🙏🙏
The joker favorite#joker  #shorts
00:15
Untitled Joker
Рет қаралды 30 МЛН
The Joker wanted to stand at the front, but unexpectedly was beaten up by Officer Rabbit
00:12
Nastya and balloon challenge
00:23
Nastya
Рет қаралды 70 МЛН
যোৰহাট কাকজান @শশীবৰাআধ্যাত্মিক
51:52
Sashi Borah আধ্যাত্মিক
Рет қаралды 113 М.
The joker favorite#joker  #shorts
00:15
Untitled Joker
Рет қаралды 30 МЛН