Niribili: Eti Nirob Kahini II Part-8 II নিৰিবিলি I Kaushik Nandan Barua I Nirab Hazarika II Audio

  Рет қаралды 58,704

Nirab Hazarika

Nirab Hazarika

Күн бұрын

Пікірлер: 674
@Nilutpal150
@Nilutpal150 10 ай бұрын
বহুত অপেক্ষা অন্তৰত দাদা❤💕
@manisamaina186
@manisamaina186 10 ай бұрын
কি আছে এই মাতটোত„„যিখন উপন্যাস দহবাৰতকৈ বেছিকৈ পঢ়িছো,সেইখন উপন্যাসে আজি এই মানুহজনৰ মাতটোত শুনিবলৈ বাৰে বাৰে notification চাইছো। মানুহজনৰ দৰেই মাতটোও নিৰৱ,যেন বহু কথাই শিকাই যায় মোক, আপোনাক আৰু বহুজনক।❤ আপোনাক এদিন লগ পোৱাৰ হেপাঁহ আছে। লগ পালে নিশ্চয়কৈ সুধিম„কেনেকৈ ইমান নিৰৱ হৈ থাকিব পাৰে! ভাল থাকক প্ৰিয় ব্যক্তি।💐💛
@madhusmitalahkar6486
@madhusmitalahkar6486 9 ай бұрын
Oo ba please reply dia sun Pdf ase nki niribili kitap khonor
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব Apunar kothaxini e xosai mon tu bhal logale..xodai bhale thakok
@adishakonwar263
@adishakonwar263 8 ай бұрын
Kahibitu voice tuye aru besi val loga krise❤❤❤
@abhijitkalita7247
@abhijitkalita7247 7 ай бұрын
@Statussamirron
@Statussamirron 5 ай бұрын
Asa mur tat​@@madhusmitalahkar6486
@HaripriyaPathak-o7t
@HaripriyaPathak-o7t 10 ай бұрын
Wow emn dhuniya voice ❤... uffffs 🔥🔥🔥 xunile xuni thkibo a mon jai 😌
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব xuni thakibo dei
@HaripriyaPathak-o7t
@HaripriyaPathak-o7t 8 ай бұрын
😌🤗
@kankanakankana
@kankanakankana 10 ай бұрын
বৰ প্ৰিয় আপোনাৰ এই মাতটো 🥹 বাৰে বাৰে শুনিলেও যেন মনটোক মনাব নোৱাৰো,আগুৱাই যোৱা । ভালে থাকা ভালে ৰাখা 🌚♥️
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব Apunalokor eibur comment porhile xosai khub bhal lage .. apuni u bhale thakok xodai
@asitdas3582
@asitdas3582 10 ай бұрын
Next part lge Pls..... Beya k Niribili r premot pori Goisu 😊🤗💓
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
Ahibo xunkalei
@Sweety0_3.
@Sweety0_3. 10 ай бұрын
কাহিনীটোৰ লগতে যেন এই মাতটোৰো প্ৰেমত পৰিছো উফ্, এক বুজাব নোৱাৰা হেপাহ লুকাই আছে আপোনাৰ মাতত 🌝💓
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@AnkitaBhuyan-b2h
@AnkitaBhuyan-b2h 25 күн бұрын
Next part plz 😢​@@nirabhazarika6692
@RitamoniAmchi
@RitamoniAmchi 7 ай бұрын
৯ খণ্ডৰ পৰা আৰু কিয় নিদিয়া হলা নিৰৱ দা। তোমাৰ মাতটো সচায় নিৰৱ হৃদয় চুই যায়😊😊😊
@upasana2186
@upasana2186 8 ай бұрын
নিৰিবিলি ত পোৱাৰ দৰে অনুৰন ৰ এটি শান্ত মন যুৰ পৰা মাত বুলি উল্লেখ আছে আপোনাৰ কণ্ঠ ত নিৰিবিলি ৰ কাহিনী ভাগ শুনি সেই অনুৰণ ৰ ব্যক্তিত্ব আপোনাৰ কণ্ঠত এ অনুভৱ কৰিছো। সেই একেই শান্ত মাত 😊
@MoheshwarDoloi-rg8jm
@MoheshwarDoloi-rg8jm 10 ай бұрын
Finally bahut opekhar murt aji xunibo palu ....
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
Thank you ..
@PB-om1qx
@PB-om1qx 10 ай бұрын
"Niribili r Nirob" aru eijon Nirob Jen korbat mili goise ...Val lagil baru..next part r opekhyat..💖
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@diptarabarman4153
@diptarabarman4153 6 ай бұрын
Plz next part এই উপন্যাসখনৰ কিবা বিশেষ আছে, কিন্তু আপোনাৰ মাতত শুনিলে আৰু বিশেষ হৈ পৰে। আপোনাৰ কন্ঠত যেন নিৰৱতা আছে, বহুদিনৰ পৰা next part tu loi rokhi asu plz next part ___ আপোনাৰ কন্ঠ শুনিবলৈ অপেক্ষা কৰি আছো।
@BalinDutta
@BalinDutta 8 ай бұрын
প্ৰত্যেক বাৰেই প্ৰেমত পৰিছো... এই voice tur ❤
@nabanitadas3216
@nabanitadas3216 9 ай бұрын
অপেক্ষা থাকিল next part টো লৈ💕🍂
@Sudarshanavlogs
@Sudarshanavlogs 10 ай бұрын
অপেক্ষাৰ অন্তত ❤️
@dixitabora1527
@dixitabora1527 9 күн бұрын
Next part please dada, aji first huni a niribili rw apunar mat tur premot porilu..bht val hosai uponyakh r kahini rw mat tu.. waiting for next part
@tulumonichutia3560
@tulumonichutia3560 10 ай бұрын
Tumar matot upoinyakh khonor protitu hobdoi ji uthise 💗✨
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@smitakalita363
@smitakalita363 9 ай бұрын
Dada next part hunkle dba ....roi asu .... Niribili aru tmr voice ufff❤
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
Thank You ... Xuni thakibo,morom dibo
@smitakalita363
@smitakalita363 9 ай бұрын
@@nirabhazarika6692 🙏❤️
@rudrakshisarma4050
@rudrakshisarma4050 8 ай бұрын
বুজাব নোৱাৰা অনুভূতি আপোনাৰ কন্ঠত বিচাৰি পাইছো । চিৰদিনলৈ পাহৰিব‌ নোৱাৰিম আপোনাৰ এই‌ কাহিনীত ৰহন সনা‌ মাত । সদায় ‌নতুনকৈ‌ প্ৰেমত‌পৰিছো ।। ভগৱানে ভালে ৰাখক ।
@karabitalukdar7778
@karabitalukdar7778 9 ай бұрын
কিতাপখনৰ দাম অলপ বেছি সেই হিচাপে কিতাপখন বহু খিনি ডাঙৰ, কিনিব অসুবিধা হয় দামটোৰ বাবে তাৰবাবে আপোনাৰ পৰা শুনি আছোঁ, দাদা অলপ সোনকালে দিবলৈ চেষ্টা কৰিব চোন, মানে ধৈৰ্য নোহোৱা হৈ পৰে। আপোনাৰ মাতত যাদু আছে বৰ ভাল লাগে, বেলেগৰ চেনেলটো আছে কিন্তু শুনি ভাল নালাগে তাৰবাবে আপোনাৰ পৰা শুনো❤️ কৌশিক নন্দন বৰুৱা দাদাৰ কথাবোৰ বৰ ভাল লাগে আৰু উপন্যাস। ভালে থাকক তেওঁ আৰু আপুনিও ভালে থাকক সদায়❤️
@Sum-Pú
@Sum-Pú 8 ай бұрын
Kiman dam Baru kitap khonor🥺❤️
@karabitalukdar7778
@karabitalukdar7778 8 ай бұрын
@@Sum-Pú bht bsi nhoi 590, kitap khn o bht khni dngr
@MoheshwarDoloi-rg8jm
@MoheshwarDoloi-rg8jm 8 ай бұрын
@@Sum-Pú 590 Toka..
@সপোন-ল৪খ
@সপোন-ল৪খ 7 ай бұрын
Jodi tumi kitap khon pohib bisara mur lgt kitap khonor PDF tu ase
@infinitybutno6012
@infinitybutno6012 6 ай бұрын
​@@সপোন-ল৪খdibo sun plz
@pompybora2414
@pompybora2414 8 ай бұрын
উপন্যাসখনৰ মোৰ প্ৰিয় কিন্তু আপোনাৰ মাতত উপন্যাস শুনি আৰু প্ৰিয় হৈ গৈছে ❤ ভালে থাকক সদায়❤🙌
@MuslemaBegum-n2s
@MuslemaBegum-n2s 10 ай бұрын
ইমান মধুৰ সুৰেৰে ইমান সুন্দৰ কাহিনীৰ explanation ❤ সঁচাকৈয়ে বহুত ভাল লাগিল ❤❤ l am really love your voice ❤❤
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@TulumoniBoruah-mq5ry
@TulumoniBoruah-mq5ry 3 күн бұрын
☺Dada xunkale next part ❤Niribili❤
@Kakalidas563
@Kakalidas563 10 ай бұрын
প্রিয় মাত আৰু প্রিয় উপন্যাস❤ বাৰে বাৰে শুনি থাকিলেও যে হেপাহ নোপোলাই😌❤ next part jaldi dibo dada ❤❤
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব Apunalokor eibur kotha e xahokh di e
@pallabikalita7752
@pallabikalita7752 10 ай бұрын
Finally ❤ bhut vl lgil❤ dada alp hunkale dibo sun episode bur ❤
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
Nissoi sesta krim dei
@itsshree4351
@itsshree4351 6 ай бұрын
Next part bilak hunkale upload dya❤ Bor dhunia hoise ...1st part ru this part 8 r majot huge difference....ji uthise kahinitu atya...
@rinkupatar7461
@rinkupatar7461 4 ай бұрын
কি কণ্ঠ তোমাৰ শুনি থাকিলে যেন সেই উপন্যাস ৰ কথাবোৰ কেনেধৰণৰ হব পাৰে চকুৰ আগত যেন ভাহি আহে। কল্পনা ৰ এখন সাগৰ। আগোৱাই যোৱা তুমি নিৰব, নামৰ লগতে কণ্ঠটো সচায় বহুত নিৰব।
@dazzaldeep6917
@dazzaldeep6917 8 ай бұрын
Bht vl hoise complete krba please🙏🙌🙌🙌
@sumandeka7568
@sumandeka7568 9 ай бұрын
Kalir pra xunilo gutei keita part 🥰 emn dhunia lagise moi bujab nuwarim sadrt julum di thakuteo xuniso plz jdi diba na next part to apekha kri thakim🥰🥰😍😍
@kashmirineog717
@kashmirineog717 8 ай бұрын
Huni eman vl lagesa..protitu part huni nijok a jn University t pohi asu tene lagesa... next part2 hunkale lage...mat2t j kiba ata jadu asa❤❤
@damayantitalukdar772
@damayantitalukdar772 8 ай бұрын
Tmr Mat2 bhut dhuniya...sunile suni thakib a mn jai❤
@kalyandas9848
@kalyandas9848 10 ай бұрын
Finally waiting is over...bohut vll lagise dada...dada ata request ase aapuni j introduction t gan ata diye plz gan tur nam ki koi dibo sun bohut search korilu puwai nii
@dimpikonwar1895
@dimpikonwar1895 10 ай бұрын
' BIDAI ' gan tur nam.moiu dada Videot gan tu xuni bhut bisrar pist palu baru ☺️
@kalyandas537
@kalyandas537 10 ай бұрын
Thank u so much...❤
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
Thank you bhaity
@GauravDas-m3u
@GauravDas-m3u 5 ай бұрын
Dada next part Tu deok na plz pagol hoi goisu apunar voice t please next part deok na plz❤​@@nirabhazarika6692
@sajidabegum4096
@sajidabegum4096 10 ай бұрын
কিমান যে অপেক্ষা কৰি আছিলো🥺❤ আগুৱাই যাওক দাদা.... এগালমান শুভেচ্ছা 🌺
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব Eibur kotha e xodai xahokh di e
@sikandarthakur4468
@sikandarthakur4468 10 ай бұрын
Bohut val lagil Dada ❤. .next part plz ❤
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@Wizzlatte
@Wizzlatte 9 ай бұрын
Tumar matot NIRIBILI khn huni bohut dhuniya lagise . Patiently waiting for the next part.
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
Thank You ... Xuni thakibo,morom dibo
@Archanblablaw6b
@Archanblablaw6b 5 ай бұрын
Next part plss. Love it❤
@MalayRay-wv3wf
@MalayRay-wv3wf 6 ай бұрын
আজি লৈকে মোক আকৰ্ষণ কৰা এইখন উপন্যাসত ইমান যে সঁচা লাগিল মই কব পৰা নাই। মোৰ ভাষা নাই ❤❤ I love it. Next part laga please dada
@jogenPhukan-uc9wm
@jogenPhukan-uc9wm 8 ай бұрын
Joldi lage part 9 , niribilir pemot Pohi goisu ❤ joldi
@mridulkalita9153
@mridulkalita9153 8 ай бұрын
Can't wait...next part plzzzz😊
@trishnadevi6879
@trishnadevi6879 10 ай бұрын
Dada joldi joldi dibo naah 😊❤
@BanditaDeka-d6o
@BanditaDeka-d6o Ай бұрын
এটা episode চাৰি পাঁচবাৰ তকৈ বেচিকৈ শুনিছো আপোনাৰ মাতটোৰ বাবে । কি মায়া আছে বাৰু নিৰব দাৰ মাতটোত❤
@junmonitaye7546
@junmonitaye7546 8 ай бұрын
Apuner mat tut Niribili r kahini huni bor vhal lagise.. next part plz❤
@GeetliSaikia
@GeetliSaikia 7 ай бұрын
Bohhut val lagill pohi ❤🎉🎉🎉🎉
@ChintumoniBorah
@ChintumoniBorah 8 ай бұрын
Waiting for the next part..
@SumitraDas875
@SumitraDas875 8 ай бұрын
উপন্যাসখনৰ লগতে আপোনাৰ মাতটো উফফ কি যে সুন্দৰ ❤️
@Damodar-q7c
@Damodar-q7c 10 ай бұрын
Aponar mat tor premot pri glo❤😊
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
Thank you dei..xuni thakibo
@Damodar-q7c
@Damodar-q7c 9 ай бұрын
@@nirabhazarika6692 nisyoy😍
@Purnamkonwar
@Purnamkonwar 3 ай бұрын
Nxt part lagee
@RimjhimGogoi-xz1st
@RimjhimGogoi-xz1st 8 ай бұрын
Anuron ❤ ....................... মাথো anuron
@Anushka1Das
@Anushka1Das 8 ай бұрын
Waiting for next part😊
@pompyrajkhowa4528
@pompyrajkhowa4528 8 ай бұрын
নামটোৰ দৰেই মাতটোৱেও যেন মুগ্ধ কৰি যায় কি যাদু আছে বাৰু.... Episode বোৰ শুনিবলৈ সময় যেন নাযায় নুপুৱাই লাগে কিন্তু অপেক্ষা কৰিও ভাল লাগে.... কিবা যেন আমেজ আছে..... বাৰু nxt episode jld লাগে
@nita334
@nita334 10 ай бұрын
নাজানো কি এক শান্তি অনুভব কৰো এই মাতটোত । অদৃশ্য জনে ভালে ৰাখক আপোনাক ❤
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
Bohut dhanyabad bhonti ..xodai bhale thaka tumi u
@amazingfacts5639
@amazingfacts5639 7 ай бұрын
Next part ❤সচাকৈ প্ৰেমত পৰিলোঁ এই মাতটোৰ 💙💙💙♥️
@karabidas-xq6kf
@karabidas-xq6kf 8 ай бұрын
Iman dhuniya mat to ....😊 Ki ase baru ai mat tot ❤ next part 9 plz 😊
@jshyam8119
@jshyam8119 8 ай бұрын
Waiting for next part
@KarinaKalita-xp7cl
@KarinaKalita-xp7cl 8 ай бұрын
Khub vl lagil . next part diba dei
@priyankahandique5737
@priyankahandique5737 10 ай бұрын
Uff বহুত দিনৰ অপেক্ষাত❤
@silpisikhasaikia901
@silpisikhasaikia901 8 ай бұрын
নিৰিবিলি এটি নিৰৱ কাহিনী🕊️,,পহি যিমান ভাল লাগিছিল তাতোকৈ এই ভাল লাগিছে আপোনাৰ কণ্ঠত, কিযে মধুৰ আৰু শুৱলা আপোনাৰ মাতটো আকৌ এবাৰ নিৰিবিলিৰ প্ৰেমত পৰিলোঁ 🍃🍃🍃
@Jiiintu
@Jiiintu 2 ай бұрын
❤❤❤
@susmitadas.9944
@susmitadas.9944 8 ай бұрын
কৌশিক নন্দন বৰুৱাৰ "নিৰিবিলি"‌ উপন্যাসখন পঢ়ি তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেমত পৰিলোঁ। সন্ধ্যা অনুৰণৰ প্ৰেম সঁচাকৈ জীয়া কাহিনীৰ দৰেই। এই কাল্পনিক চৰিত্ৰবোৰ যে এতিয়া মোৰ বহুত প্ৰিয় হৈ পৰিল, বিশেষকৈ অভিমন্যু আৰু অনুৰণ। শেষত ময়ূৰৰ বাবেহে বেয়া লাগিল।
@JintiDeka-kh4yp
@JintiDeka-kh4yp 7 ай бұрын
Bohut val lagise❤❤❤
@NilakhiBharali-m6o
@NilakhiBharali-m6o 7 ай бұрын
Dada tumr mat tu hosakoi bhut dhuniya..... Tmr matot niribili khon huni an lgisa ja sokur honmukhot ha sai asuu kahini bur... next part lga dada ☺️🥹
@PreetiDevi-c8o
@PreetiDevi-c8o 8 ай бұрын
Thank you so much ❤😊eman dhuniya koi khunibo parisu ... Kahinitu khosa koi nijor lgot janu hoi ase tenekuwa he lagise..😊ru tumar voice tu uff ..ru aguwai juwa ru tenekuwa kahini bur khunibo pam buli akha krilu ... Bhute kinibo nuwaribo u pare upanyakh bur apunar babe khunibo parise ... Ru ... Thank you 😊 pls next part tu khunkale doba sun khunibloi bhut excited hoi asu .... Parile Ripley ata krile val lagibo❤
@junmigogoi4331
@junmigogoi4331 5 ай бұрын
তোমাৰ মাটো বৰ ধুনীয়া হয় কাহিনীৰ আচলৰহন তোমাৰ মাতত হে আছে কিয় জানো তোমাৰ মাটো শুনি কিবা এটা ভাল লাগে জানা সঁচাই কাহিনী আৰু তোমাৰ মাটো বৰ ধুনীয়া ❤
@Pallabika-ainu
@Pallabika-ainu 10 ай бұрын
Thank you so much Dada 😌 boht wait kori lu 🥺😌
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@Moonlight.832
@Moonlight.832 9 ай бұрын
গোটেইখিনি part শুনিলো next part ৰ অপেক্ষা থাকিল । নীৰৱ দা তুমালৈ বহুত মৰম থাকিল এনেকৈ কাহিনী শুনি ভাল পোৱা সকলৰ বাবে তুমি সদায় প্ৰিয় হৈ থাকিবা ।❤
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@purnimadeka3838
@purnimadeka3838 7 ай бұрын
Apunar voice tu bhut dhuniya dada 😊
@jitudekanice7666
@jitudekanice7666 8 ай бұрын
Next part dada please Apunar voice tu bht dhuniya ☺😇
@GuduBora-k7c
@GuduBora-k7c 5 ай бұрын
Joldi d oi next part moi pagole hom ateya tur matot huni vl lagese ....
@barshaentertainment8097
@barshaentertainment8097 9 ай бұрын
Wait for next part
@SumanaBhakat-ii7eg
@SumanaBhakat-ii7eg 9 ай бұрын
Dada 😇 aponar sur tu mon sui jai🤍✨.........next part bor dibo na 😊plz👀......wait korim ❤️
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@feelthenaturewithchandra64
@feelthenaturewithchandra64 8 ай бұрын
Voice tu wow তোমাৰ কথা বোৰ বৰ মৰম লগা। আকৌ এবাৰ মোৰ প্ৰেমত পৰিব মন গৈছে 🍂
@pranabloying8000
@pranabloying8000 6 ай бұрын
Waiting
@diptihandique8895
@diptihandique8895 7 ай бұрын
৯ম খণ্ডৰ পৰা ধাৰাবাহিক ভাৱে দিব বুলি অধীৰ আগ্ৰহেৰে বাট চাইছো । পঢ়ুৱৈ ক সলনি নকৰে যেন ।বৰ সুন্দৰ পঠন ।
@dhiman144
@dhiman144 10 ай бұрын
Bohu opekhar ontot.... ❤🫂bht happy aji
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@khataniartv437
@khataniartv437 8 ай бұрын
Dada next part dbo.... Apnr mat tur hoite upoinakh khn e khub vl dore khap khai porisee..... Ag bhi jok dada ❤ next part dboo hunkle
@prajanyasaikia3290
@prajanyasaikia3290 8 ай бұрын
Dada...xunkale next part diyokk....❤❤❤❤❤❤❤❤❤❤❤
@upscmotivation7087
@upscmotivation7087 10 ай бұрын
বহুত সুন্দৰ
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@jurikalita4066
@jurikalita4066 7 ай бұрын
Niribilir Mjt xumai goisu❤️❤️❤️
@kalpanadas6508
@kalpanadas6508 10 ай бұрын
Bor dhunia dada....❤🌻
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
Thank you bhonti
@Barbiesaikia733
@Barbiesaikia733 10 ай бұрын
Bor dhuniya apunar mat 2😊😊
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@Carryminatinew
@Carryminatinew 9 ай бұрын
Next part lage nirab da ❤
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
Ahibo💌
@Carryminatinew
@Carryminatinew 9 ай бұрын
@@nirabhazarika6692 🙏❤
@ShrishtiBasumatary
@ShrishtiBasumatary 5 ай бұрын
Nect part ❤
@DasSUnali-hg2df
@DasSUnali-hg2df 10 ай бұрын
Dada bht wait kralee🤧but finally ❤thank you ❤️🙌
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@monmonhazarika5759
@monmonhazarika5759 8 ай бұрын
Bht base vl lga apunar voice 2 joldi dibo next part2
@RAKTIM-m4k
@RAKTIM-m4k 10 ай бұрын
বহুত দিনৰ অন্তত।।।।।।❤❤❤
@Jahnvi03
@Jahnvi03 10 ай бұрын
Finally ❤ Bohut dinor pora wait kori asilu🥹
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@KarabiHazarika-s7d
@KarabiHazarika-s7d 10 ай бұрын
এই মাতটো আৰু প্ৰিয় উপন্যাস ufff❤ নিৰৱ বুকুখন কঁপি যায়😢
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@hirakjyotirabha3679
@hirakjyotirabha3679 10 ай бұрын
Next part olp xunkale diba sesta koriba sir
@Hacker_20_24
@Hacker_20_24 8 ай бұрын
Next part please....dada r apunar konthot aru vl laga hoi porise kahani tu
@RomeshChetia
@RomeshChetia 6 ай бұрын
Literally I'm in love with your voice ❤😊
@KanakkumarBarman-q7h
@KanakkumarBarman-q7h 3 ай бұрын
So beautiful voice ❤👍👌🥰😍💓
@sunidhiboruah2498
@sunidhiboruah2498 4 ай бұрын
আহিবলগীয়া খণ্ডটিলৈ হেঁপাহেৰে বাট চাই ৰʼম ......❤
@Rumi767
@Rumi767 10 ай бұрын
আপোনাৰ কণ্ঠ সঁচাই হৃয়স্পৰ্শী ❤
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব
@dimpixonowal8874
@dimpixonowal8874 9 ай бұрын
Tumar matot NIRIBILI . Khon huni bohut dhuinya lagise .. dada video bur olp jaldi dibo .
@DarkLine_200
@DarkLine_200 10 ай бұрын
Dada bohut waited korilu 😭 ,
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
Xuni thakiba dei
@ImranAli-vl7mr
@ImranAli-vl7mr 8 ай бұрын
Dada, next part ketiya dibo , apunar next part r babei rokhi asu, apunar matot ai kahini tu xuni bhut val lagise xaibabe beleg r matot val nlage🙂plz dada pari alp xunkale next part kaita dibo try kribo 🙏
@priyankakhanikar6693
@priyankakhanikar6693 7 ай бұрын
Next place ❤
@Gitamoni539
@Gitamoni539 8 ай бұрын
Dada next part lge. Plzz dada next par2 hunkale upload diyok wait kori thakibo nuwarisu .
@Arojin1
@Arojin1 8 ай бұрын
Next part please ❤ someone :- moon or stars Me:- your voice ❤
@MalayRay-wv3wf
@MalayRay-wv3wf 6 ай бұрын
Love from Dhubri ❤❤❤.
@jimpeephukan3573
@jimpeephukan3573 8 ай бұрын
Hmpurno pohisu kinto apunar matr madokta ai beleg 😊 next part to alp hunkale dibo
@juribaruah-er7to
@juribaruah-er7to 10 ай бұрын
Finally ahi gol 😭Bohuttt dinor pora wait kori asilu dada.. parile please olop hunkale dibo sun . Apunar kontho aru niribilir ai hundor episode tu bohutt besi val lge❣️
@nirabhazarika6692
@nirabhazarika6692 9 ай бұрын
অশেষ ধন্যবাদ আপোনালৈ এই মৰমবোৰ সদায় বিশেষ হৈ ৰ'ব Xuni thakibo dei enekei
Radha|| kaushik Nandan baruah|| part -1||
6:22
Mamota (মৰম)
Рет қаралды 13 М.
Непосредственно Каха: сумка
0:53
К-Media
Рет қаралды 12 МЛН
Jaidarman TOP / Жоғары лига-2023 / Жекпе-жек 1-ТУР / 1-топ
1:30:54
যুবকের প্রেম/ Prabhat Kumar Mukhopadhyay/ bengali audio story/ bangla audio book/ #golperchilekotha
1:01:55
Golper Chilekotha গল্পের চিলেকোঠা
Рет қаралды 4,4 М.
Poetry wd Sishu - বিশেষ #Bixekh #4 ✍️Kaushik Nandan
2:32
Roald Dahl  - Short Stories (2nd collection)  -  Audiobook
1:01:31
Lish English
Рет қаралды 65 М.