'ৰেন মৌ'ত আইচেংফাৰ স'তে 'নিৰিবিলি' আৰু 'সৰাফুল'ৰ স্রষ্টা কৌশিক নন্দন বৰুৱা

  Рет қаралды 65,351

Jaatra

Jaatra

Күн бұрын

Пікірлер: 287
@bitupansaikiavlog
@bitupansaikiavlog 2 ай бұрын
আজিকালি কথা নাপাতা যে আগৰ দৰে! : এনেই... : অহংকাৰ নে অভিমান? : অহংকাৰ কৰিবলৈ যোগ্যতা নাই আৰু অভিমানৰ বাবে অধিকাৰ নাই। : তেন্তে কাৰণ? : ভয়! : ভয়? কিহৰ বাবে? : ভয় অভ্যাসৰ, ভয় ভালপোৱাৰ, ভয় অনুভৱৰ। : বুজা নাই মই। : সেইবাবেইতো ভয়, তুমি নুবুজা। না তেতিয়া, না এতিয়া.. কৌশিক দা❤
@rinjumonisaikia9079
@rinjumonisaikia9079 Ай бұрын
কৌশিক নন্দন বৰুৱা ,…মোৰ প্ৰিয় কথাবোৰৰ গৰাকী ৷ প্ৰশ্ন অতি সুন্দৰ আৰু সাৱলীল উত্তৰ, শুনিলে শুনি থাকিবৰ মন যায় !
@bandanabora9242
@bandanabora9242 2 ай бұрын
One of the best episode of ren mou❤. এটা কথা কি জানে বা, আপুনি নিশ্চয়কৈ বহুত প্ৰতিভাৱান ব্যক্তিক আপোনাৰ অনুষ্ঠানলৈ মাতে। কিন্তু মই এটা কথা লক্ষ্য কৰো, বেলেগ বেলেগ দিশৰপৰা অহা ব্যক্তিভেদে বেলেগ বেলেগ প্ৰশ্ন সোধা, গভীৰ বাৰ্তালাপ, আপুনিও কিন্তু কম প্ৰতিভাসম্পন্ন নহয়, ইমান চুই যোৱা কথাবোৰ, আপোনাৰো বহুত জ্ঞান আছে, বহুত প্ৰতিভা আছে যিটো হয়টো সকলোৱে জানে। এই অনুষ্ঠানতেই কেতিয়াবা আপোনাক সোঁফালে বহাকে চাব বিচাৰো, কথাবোৰ শুনিব বিচাৰো❤ ভাল লাগিব 😊
@r.hazarika9231
@r.hazarika9231 Күн бұрын
অনুষ্ঠানটো চাই বহুত ভাল লাগিল কাৰণ কৌশিকৰ মনৰ অনুভৱ খিনি ইমান সুন্দৰ কৈ উলিয়াই আনিব পাৰিছা, তাৰ বাবে তোমালৈ অশেষ ধন্যবাদ থাকিল।কৌশিক আমাৰ অসমীয়া সাহিত্য জগতৰ এক উজ্জ্বল প্ৰতিভা, তেওঁ আৰু আগুৱাই যাওঁক,ন ন দৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰক তাৰেই কামনা কৰিলোঁ ❤️❤️
@JunPhukon-h8h
@JunPhukon-h8h Ай бұрын
ব্যস্ততা কেতিয়াবা সপোনবোৰ সজোৱাৰ আখৰাও হব পাৰে 🥹😌
@nikitadutta7563
@nikitadutta7563 2 ай бұрын
কৌশিক দাৰ লগত হোৱা আটাইবোৰ সাক্ষাৎকাৰৰ ভিতৰত এইটোৱেই যদি আটাইতকৈ বেছি ভাল লগা বুলি ক‌ওঁ কোনোবাই বেয়া পাব নেকি? তেতিয়া হ'লে সেয়াই হ‌ওঁক 😊💙
@ritumonipawe2577
@ritumonipawe2577 2 ай бұрын
কৌশিক দাৰ কথাবোৰ শুনিলে শুনি থাকিব মন যায়, আৰু অলপ দীঘল হোৱা হ'লে podcast টো😫💗
@montrishnaphukan4721
@montrishnaphukan4721 2 ай бұрын
প্রতিটো শব্দৰে মন চুই যাব পৰা এই লেখকগৰাকীৰ লেখনি বোৰ সঁচাকৈয়ে আপোন আপোন যেন লাগে। ❤
@radha.rani.kashyap1
@radha.rani.kashyap1 2 ай бұрын
প্ৰিয় মানুহ দুগৰাকী একেলগে •••••💐🌻 ভিডিওটো চোৱাৰ পিছত এটা ভাল লগা অনুভৱে চুই গ'ল। 🌷💚 কৌশিক দাৰ কলমৰ যাদুৰ বাবে তেওঁ প্ৰিয় 🍃 নিৰিবিলি নীৰৱ বাবে প্ৰিয় 🌸 তেজপুৰ বিশ্ববিদ্যালয় নেদেখাকৈয়ে প্ৰিয়.... 🌹 আৰু আমাৰ ৰাধাজনীটো আছেই .. এপাহ সতেজ সৰাফুল বুটলি লৈ ৰৈ আছোঁ তাইলৈ 🍂❤
@Abhigyaaa
@Abhigyaaa 2 ай бұрын
সঁচাকৈ ৰাধাৰাণী..... তেজপুৰ বিশ্ববিদ্যালয়ৰ নিৰিবিলিত সৰাফুল বুটলি ৰাধাৰ অপেক্ষাত আমি •••🍂
@Abhigyaaa
@Abhigyaaa 2 ай бұрын
@@radha.rani.kashyap1 ni nhy 😅
@radha.rani.kashyap1
@radha.rani.kashyap1 2 ай бұрын
@@Abhigyaaa ouh(⁠人⁠ ⁠•͈⁠ᴗ⁠•͈⁠)
@ArpitaBarman-123
@ArpitaBarman-123 2 ай бұрын
সঁচাকৈয়ে আপোনাৰ কথাবোৰৰ মাজত কেতিয়াবা নিজক বিচাৰি পাওঁ।। 😌💐 আপুনি সদায় প্ৰিয়।।❤️
@arnabboruah1635
@arnabboruah1635 2 ай бұрын
"আৰম্ভ হ'লেতো শেষ নিশ্চয় হয় কিন্তু শেষৰ পৰা যি আৰম্ভ হয় তাৰ শেষ কেতিয়াও নহয়। "
@aadivlogs4679
@aadivlogs4679 2 ай бұрын
অতি সুন্দৰ 😊
@rishigogoi7078
@rishigogoi7078 2 ай бұрын
ব্যস্ততা কেতিয়াবা সপোনবোৰ সজোৱাৰ আখৰাও হ'ব পাৰে .. চুই গ'ল😩
@indian9028
@indian9028 2 ай бұрын
বিশ্ৰুত শইকীয়া আৰু কৌশিক নন্দন বৰুৱা ❤❤
@dimpubharali8277
@dimpubharali8277 2 ай бұрын
কিয় নাজানো এই মানুহ জনৰ লিখনি বোৰত যেন কেতিয়াবা নিজক বিচাৰি পাওঁ ❤ আপুনি সদায় প্ৰিয়, ভালে থাকক সদায় 😊
@mitashreedutta7543
@mitashreedutta7543 2 ай бұрын
দুয়োগৰাকী মোৰ খুবেই প্ৰিয়। কৌশিক দা সঁচাকৈ ইমান সহজ সৰল এজন ব্যক্তি কথাবিলাক শুনি থাকিব মন যায়। সদায় ভালে ৰাখক ভগৱানে ❤।
@BhaskarjyotiDutta-v4t
@BhaskarjyotiDutta-v4t 2 ай бұрын
Nilibili mur life t first emotional and favourite book ❤
@jayashreekalita
@jayashreekalita 2 ай бұрын
প্ৰেম অবিহনে সৰাফুলৰ টুকুৰা বোৰ অসম্ভৱ .... কৌশিক দা ও এই বিষাদ বোৰ পাই থৈছে হেইহে আমি আপোনাৰ লিখনিৰ পৰা বহু খিনি সকাহ পাওঁ নিজক বুজি পাইছোঁ....আপুনি সদায় প্ৰিয়❤
@JyotiMoy-k3b
@JyotiMoy-k3b 2 ай бұрын
Niribeli prhisa nai ?
@jayashreekalita
@jayashreekalita 2 ай бұрын
@JyotiMoy-k3b প্ৰিয় উপন্যাস 🤍
@JyotiMoy-k3b
@JyotiMoy-k3b 2 ай бұрын
@@jayashreekalita moro
@parbhabalaroy398
@parbhabalaroy398 2 ай бұрын
🦋ৰাধা🦋 লৈ বহুত আগ্ৰহেৰে ৰৈ আছো কৌশিক দা
@gituborah8490
@gituborah8490 2 ай бұрын
অনুভৱ ভালপোৱা মানুহবোৰ ভাল লাগে , অনুভৱৰ কথা কোৱা ,কাহিনীবোৰ বুকুত কঢ়িয়াই ফুৰা মানুহবোৰলৈ কিবা এটা মৰম জাগে । প্ৰথমৰ পৰা শেষলৈ শুনি ভাল লগা আছিল কথাবোৰ ,আলোচনাবোৰ ... ভাল লাগিল..।
@sagorikadas6145
@sagorikadas6145 2 ай бұрын
Skip নকৰাকে চালো বা গোটেই video টো.. কাৰণ কৌশিক দাৰ যিকোনো কথোপকথন ভাল লাগে .. আজি বেছি ভাল লাগিছে চাই কাৰণ আপোনাৰ প্ৰশ্নবোৰ ভাল লাগিছে লগতে কৌশিক দাৰ উত্তৰ .. বহুত চালো সাক্ষাৎকাৰ কিন্তু কৌশিক দাই কব খুজি ও মানে ভালকৈ কব পৰা নাই যেন লাগিছে কাৰণ প্ৰশ্নবোৰ ইমান গভীৰ নহৈছিল! কোনেও বেয়া নাপাব কাৰণ মোৰ এয়া ব্যক্তিগত অনুভৱ!!বহুত গভীৰ কথাবতৰা খিনি আজিৰ ভাল লাগিল ❤..
@dhan__13
@dhan__13 2 ай бұрын
যিজন ব্যক্তিৰ মনটো ইমান মসৃণ তাত তেওঁৰ লিখাবোৰ কিমান সুন্দৰ হ'ব। ভগৱানক ধন্যবাদ 🙏 যে আপোনাক আমাৰ মাজলৈ পঠিয়াই আমাক সুখ শান্তিৰ অনুভৱ এটা দিছে।
@nabajitgaming1788
@nabajitgaming1788 2 ай бұрын
আচৰিত জ্ঞান আৰু মৰম লগা কথাবোৰ শুনিলে শুনি থাকিবৰ মন। আগুৱাই যোৱা আশীৰ্বাদ থাকিল।
@SimpleColletion
@SimpleColletion 2 ай бұрын
প্ৰিয় ব্যক্তিজন❤ এবাৰ লগ পাব মন...
@bandanaborah9041
@bandanaborah9041 2 ай бұрын
কিমান আঁতৰি গ'লে মানুহ শুভকামনাইও ঢুকি পাব ন়োৱাৰা হয়, কিমান অচিনাকি হ'লে প্ৰাৰ্থনাইও আৱৰিব নোৱাৰা হয় ? এৰা, সৰাফুলৰ দৰে মানুহো কেতিয়াবা সৰে... মৰহে.... যাক জীয়াব নোৱাৰে কোনো সেউজীয়া বৰষুণে। জীৱন গৈ থাকে, গৈ থাকে একেদৰে........
@Hibika-e6w
@Hibika-e6w 2 ай бұрын
কিমান ভাল লাগিল সেইটো ভাষাৰে কব নোৱাৰিম। সৰু সৰু আমাৰ মনৰ অনুভৱ বোৰে অনুষ্ঠান টো আৰু সজীৱ কৰি তোলিলে। বহুত বহুত ধন্যবাদ।
@জ্ঞানশ্ৰী_দাস20
@জ্ঞানশ্ৰী_দাস20 2 ай бұрын
আপোনাৰ মাতৃ লৈ জন্মদিনৰ অশেষ শুভকামনা জনালোঁ কৌশিক নন্দন ককাইদেউ 🙏🤍 ভালে থাকক আপুনি আৰু ভালে থাকক আপোনাৰ স-পৰিয়াল ❤
@DipmiSharma
@DipmiSharma Ай бұрын
I'm a regular viewer of your show. I can't miss your any video. I watch your video to learn, enjoy and encourage. Long live your show. Keep carrying your work. Best wishes to you for the upcoming days.
@lipikasonowal4462
@lipikasonowal4462 2 ай бұрын
প্রিয় কৌশিক দা, প্রিয় তেওঁৰ লিখনি,প্রতিটো কথা❤❤❤। ৰাধালৈ অপেক্ষা
@usersumi552
@usersumi552 2 ай бұрын
নহয় নে? বুলি কয় যে বহুত মৰম লাগে বহুত মিঠা দাদাৰ কথাবোৰ ❤
@user.debajit
@user.debajit 2 ай бұрын
কেতিয়াবা এনে লাগে প্ৰেম প্ৰেম লগা শব্দ বোৰৰ অধিকাৰ কেৱল কৌশিক দাৰ!
@pinkimajuli
@pinkimajuli 2 ай бұрын
কথাবোৰ প্ৰিয় , লিখনি বোৰ আৰু মানুহ জন প্ৰিয়❤❤
@arindamborah-xk1zc
@arindamborah-xk1zc 2 ай бұрын
'ৰেন মৌ' ৰ আইচেংফা বাৰ সৈতে প্ৰিয় ব্যক্তি গৰাকীক দেখি বহুত ভাল লাগিল❤🧿🧿
@AijoneePori
@AijoneePori 2 ай бұрын
দুয়োজনৰে কথাবোৰ, কথা কোৱাৰ শৈলী বিৰাট ধুনীয়া। ভাল লাগিল
@sukanyagogoi8721
@sukanyagogoi8721 2 ай бұрын
আপোনাৰ কথাখিনিয়ে হৃদয়ৰ একোণ স্পৰ্শ কৰি গ'ল। আপুনি ভালে থাকক❤
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 2 ай бұрын
ইমান ভাল লাগিল অনুষ্ঠানটো চাই। তেওঁৰ কথাবোৰ দেখুন শুনিলে শুনি থাকিবলৈ মন যায় ,,,,।অতদিনে কেৱল ফেচবুকৰ বুকুতে তেওঁৰ লেখা পঢ়ি তেওঁক চিনি পাইছিলো আজি আইচেংফাৰ বাবে তেওঁক আজি স্ব চক্ষুৰে দেখিলোঁ আৰু সাৰে সিমজুৰে চিনিও পালোঁ। তেওঁ এজন সুন্দৰ মনৰ ব্যক্তি আৰু এজন বহুত ভাল শিক্ষক বুলি প্ৰকান্তৰে বুজি পালোঁ। আইচেংফাৰ সংলাপে কিন্তু চকুপানী ওলিয়াই দিলে দেই 🥹🥹ভালে থাকক সকলো তাকে কামনা কৰিলোঁ 🙏🏻
@AnjaliDas-oi4lm
@AnjaliDas-oi4lm 2 ай бұрын
নিৰিবিলি বিশেষ 💌 জন কৌশল নন্দন বৰুৱা,,, মই নকলো যিনিবা তুমি কিন্তু নুবুজাই কৈ নাথাকিবা🌷
@paragsaikia5759
@paragsaikia5759 2 ай бұрын
বাস্তৱ জীৱনত খুব বেছি যন্ত্ৰবত হৈ যোৱা মানুহৰ জোতাৰ গছকত বা ঝাড়ুৰ কোবনিত সৰাফুলে উচুপি উঠে🍁
@nangsri6825
@nangsri6825 2 ай бұрын
মই নকলোৱে যেনিবা তুমি কিন্ত নুবুজাকৈ নাথাকিবা❤নিৰিবিলি এক নিৰৱ কাহিনী😢❤always fav❤
@Purnimaborah-b6x
@Purnimaborah-b6x 2 ай бұрын
Plz invite anuradha sharma pujari mam and indranee Sharma mam and no doubt love the episode ❤
@Mondita_bora
@Mondita_bora 2 күн бұрын
দাদা এই কথাবোৰ সংগ্ৰহ কৰি থ'লো ❤
@jitumoniboro9425
@jitumoniboro9425 Ай бұрын
উফ কথাবোৰ মন চুই গল অ বা।❤❤❤❤
@pranatisaikia9421
@pranatisaikia9421 2 ай бұрын
যাত্ৰা এটি মিঠা অনুভূতি 🌼♥️ প্ৰতিটো ভিডিঅ'চাও, সচাকৈ বহুত বেছি ভাল লাগে ❤️🧿 এই যাত্ৰাত বা তোমাৰ অংশীদাৰ মানি ল'ব লগা। কাৰণ তোমাৰ কথাখিনি গাম্ভয্য পূৰ্ণ। নাজানো কিয় যাত্ৰা মোক বহুত খিনি প্ৰেৰণা যোগাইছে। আজি আকৌ মোৰ বাবে বহুত বেছিয়েই বিশেষ 🧿 কাৰণ মোৰ প্ৰিয় লিখক জন আহিছে তোমাৰ যাত্ৰা অনুষ্ঠান লৈ । তেখেতৰ নিৰিবিলি ,সৰাফুল আৰু এতিয়া ৰাধা পঢ়ি আছোঁ ♥️🌻 সঁচাকৈ বহুত ভাল লাগি দুইজন প্ৰিয় ব্যক্তি একেলগে চাই 🌻♥️ শুভেচ্ছা থাকিল 💐 আগলৈ এনেদৰে ভাল কাম কৰিবলৈ ভগৱান আৰু অলপ সুমতি দিয়ক 🕉️🛐🔱
@PriyaBorah-q3y
@PriyaBorah-q3y 2 ай бұрын
নিভাঁজ লেখনিৰে প্ৰত্যকজন পাঠকক মোহিত কৰা এজন প্ৰিয় লেখক আপুনি😌...প্ৰিয় সাহিত্যৰাজি সমূহৰ ভিতৰত "নিৰিবিলি" উপন্যাসখন হৈছে অন্যতম...এই লেখনিসমূহৰ মাজত প্ৰকাশ পোৱা মাদকতাই সুকীয়া...পাঠকসকলৰ মাজত সদায় এনেদৰেই প্ৰিয় হৈ ৰ'ব বুলি আশা ৰাখিলোঁ । ❤️
@NiranjanGogoi-qw1ez
@NiranjanGogoi-qw1ez 2 ай бұрын
ভূপেন হাজৰিকাদেৱৰ সৃষ্টি ৰাজিক সাধনা কৰি হুবহু ভূপেন হাজৰিকা দেৱৰ কন্ঠৰ দৰে গীত বোৰ জীয়াই ৰখা এজন প্ৰচাৰ বিমূখ ব্যক্তি নাম নয়ন অসম কলীয়া বৰীয়া আমন্ত্ৰণ জনায় তেখেতৰ সাধনাক অলপমান সন্মান জনাবচোন।
@KaSiYali
@KaSiYali 2 ай бұрын
তেখেতক জানো।নীৰৱে সাধনা কৰা এগৰাকী শিল্পী।
@monojsarma2505
@monojsarma2505 Ай бұрын
"সৰাফুল" পঢ়ি বহুদিন পিছত নিজক দ কৈ অনুভৱ কৰিলোঁ,কেতিয়াবা উচুপি উঠিলোঁ,কেতিয়াবা সান্ত্বনা দিলোঁ "ৰাধা"ৰ বাবে অপেক্ষা কৰিছোঁ Thank you বিশেষজনক আৰু বিশেষ যেন অনুভৱ হৈছে "সৰাফুল" পঢ়ি, তেওঁৰ সৈতে হাতে-হাত ধৰি আগবাঢ়িছোঁ Thank you
@jadumonigogoi1605
@jadumonigogoi1605 2 ай бұрын
বৰ ভাল লাগিল আইচেংফা বা৷ কৌশিকলৈ শুভেচ্ছা৷ ময়ো এজন সাহিত্যৰ ছাত্ৰ৷ সেয়ে যাত্ৰাত কৌশিকক দেখি বৰ ভাল পাইছোঁ৷
@luckydutta7767
@luckydutta7767 2 ай бұрын
Dadar kotha bur mili jai ..mnle oha kisuman ktha kagojot likhi thou ..kintu gothomulok nhi ..dadai kintu ake khini kothai bor dhuniakoi hojai loi.....akei prajanmo..akei homajot dangr hoi ahisu je heibbei mili jai sge ..❤
@MoonSaikia945
@MoonSaikia945 2 ай бұрын
দুয়োজন প্ৰিয় ❤️
@ranjumonibora5588
@ranjumonibora5588 2 ай бұрын
বৰ ভাল লাগিল 🙏কৌশিক নন্দন বৰুৱা এজন ভাল লিখক ।তেখেতৰ উপন্যাস আৰু লিখা সমূহ সদায় প্ৰিয়🙏দুয়োলৈ আন্তৰিক অভিনন্দন জনাইছোঁ❤️🌹
@sewaliboruah-dz5eq
@sewaliboruah-dz5eq 2 ай бұрын
প্ৰিয় লেখকজন❤ তেওঁৰ ভাল লগা লিখনী সমূহৰ বাবে সদায় অপেক্ষা‌ ❤ আশা কৰোঁ ৰাধা অতি সোনকালে আহিব উভতি 🥰
@yakutali9435
@yakutali9435 Ай бұрын
Niribili best upoinakh ❤😊
@pratimarabha9542
@pratimarabha9542 2 ай бұрын
ৰেন মৌ'ৰ আইচেংফা বা আৰু নিৰিবিলি'ৰ কৌশিক নন্দন বৰুৱা ❤ দুয়োজনেই মোৰ খুব প্ৰিয় ,খোব ভাল লাগে আৰু আজি একেলগে চাই আছো আৰু বেছি ভাল লাগিছে 😊 বাৰ কথাবোৰ শব্দবোৰ সচাঁই বৰ ভাল লাগে.. আৰু কৌশিকদাৰ নিৰিবিলি খন মোৰ সদাই প্ৰিয় উপন্যাস হয় ৰব. এই উপন্যাস খনৰ কথাবোৰ মই অনবৰতে শুনি থাকিব পাৰিম. ভগৱানে আপোনালোকক সদাই ভালে ৰাখক 🙏 আৰু দুয়োজনলে বহুত বহুত মৰম থাকিল ❤😊
@arupmadahi4778
@arupmadahi4778 2 ай бұрын
Bohut besi val lagile Dujon priyo msnuhok aketa frame t dekhi , aru kothopo kothon oti hundor. ❤❤❤❤
@PrabitraKalita-ng5zh
@PrabitraKalita-ng5zh 2 ай бұрын
অশেষ ধন্যবাদ বাইদেউ ❤❤প্ৰিয় লেখকজনক আমন্ত্ৰণ জনোৱাৰ বাবে।
@dipsikhanath4132
@dipsikhanath4132 2 ай бұрын
কথাবোৰ,,, এক বিশেষ অনুভৱ
@MamaniBorah-ks2xi
@MamaniBorah-ks2xi 2 ай бұрын
সুন্দৰ, খুব ভাল লাগিল ।
@ashamonisonowal257
@ashamonisonowal257 2 ай бұрын
উফ‌্ শেষৰলৈকে চাই মই এশাৰী নিলিখাকৈ থাকিব নোৱাৰিলো বা.. আপোনালোক দুয়োজনেই মোৰ প্ৰিয় ব্যক্তি, কৌশিক দাৰ কথা সকলোৱে কৈছে গতিকে মই বৰ বিশেষ নকও এটাই কম তেখেতৰ প্ৰতিটো শব্দই মোৰ অন্তৰ চুই যায় ❤ আৰু আইচেংফা বা আপোনাৰ শেষৰ অভিনয়ে মোৰ প্ৰিয় চৰিত্ৰৰ চম্পা জনীক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিলো😢❤❤ভালে থাকক দুয়োজন😊❤❤
@bichitrasonowal247
@bichitrasonowal247 2 ай бұрын
Hosai Kaushik Da apunar kotha bur mon sui jai. Kiman gobhir apunar kotha bur , khub val lagile Aru Ba apunar jaatra Sai hodai val lage🥰
@mitrakhidowarah4218
@mitrakhidowarah4218 2 ай бұрын
আবেগিক কৰিলে মাজে মাজে।। অভিনন্দন থাকিল দুয়োলৈ।।
@dikshitasarma4133
@dikshitasarma4133 2 ай бұрын
"নিৰিবিলি" পঢ়াৰ পৰাই "ৰাধা"ৰ বাবে অপেক্ষাৰত । আপুনি এদিন কোনোবাটো সাক্ষাৎকাৰত কৈছিল, পাঠকে PDF টো ক'ত পাম বুলি সোধতাকৈ কিতাপ খন ক'ত পাম বুলি কিয় নোসোধে । বিশ্বাস কৰক কৌশিক দা তেতিয়াৰ পৰাই কিতাপ কিনাৰ এটা চখ মোৰ মনত সোমাই পৰিছিল । মোৰ মা আপোনাৰ দৰে উপন্যাস প্ৰেমী । এখন নতুন কিতাপ দেখি পোৱা সুখ আৰু পঢ়ি উঠি হোৱা আত্মসন্তুষ্ঠি মই মাৰ মুখত আৰু কোনো বস্তুতেই দেখিবলৈ নাপাওঁ । মই নিৰিবিলিৰ প্ৰেমত এনেকৈ পৰিছিলো মই নিৰিবিলিৰ নামত Book mark য়ে বনাইছিলো। আপোনাক দেখিছিলো Instagram ত। আপুনি চাইছে বুলি গম পাই বৰ ভাল লাগিছিল কৌশিক দা । বাকী আৰু আইছাংফা বা সদায় আপোন সদায় মৰমৰ । Love you Baa
@nobanitadeka1130
@nobanitadeka1130 2 ай бұрын
ধন্যবাদ কৌশিকদাক মতাৰ বাবে ।❤❤ তেওঁ মোৰ খুবেই প্ৰিয় ❤❤❤❤
@MamuTamuly-yh7no
@MamuTamuly-yh7no 2 ай бұрын
❤️❤️ হৃদয় জুৰুৱা পৰিৱেশ।
@kailashbharali5604
@kailashbharali5604 2 ай бұрын
তুমিযেনে ধুনীআ তেনেকৈ কথোপকথন অতিকৈ মৰম লগা। তোমাৰ বিশেষ কিবা এটাভাল লগা মোৰদৰে এজনেবিছাৰি পাইছো।
@sukanyadevibora6928
@sukanyadevibora6928 Ай бұрын
ধন্যবাদ জনালোঁ
@DipamoniBorah-fs9zl
@DipamoniBorah-fs9zl 2 ай бұрын
বহুত বহুত ভাল লাগিল ❤❤
@PriyankaMoran-mr5jb
@PriyankaMoran-mr5jb 2 ай бұрын
ৰেন মৌ মোৰ বহুত প্ৰিয় ❤লগতে কৌশিক নন্দন দা আৰু প্ৰিয়❤
@BinaGohain-un2ot
@BinaGohain-un2ot 2 ай бұрын
Bht vl lagil bht bht morom jasilu dei koushik logote amar Ijoni loi
@Abhigyaaa
@Abhigyaaa 2 ай бұрын
কৌশিক দাৰ দৰে এজন প্রিয় ব্যক্তিৰ একোটা বাক্য গাঠনিত বহু অন্ধকাৰ পথত থকা আত্মা ও জী উঠে
@sweetybaruah9768
@sweetybaruah9768 2 ай бұрын
কৌশিক নন্দন বৰুৱা ❤❤❤ ..এক আৱেগ😊😊❤❤😊😊
@JyotiMoy-k3b
@JyotiMoy-k3b 2 ай бұрын
জীৱনত ভবিষ্যত আছে না অতিত আছে জীৱন কেবল মুহুৰ্তৰ বাবে অৰ্থাৎ মুহুৰ্তক অনুভৱ কৰাকে জীৱন বুলি কোৱা হয় 🍁😌
@manishadeka6600
@manishadeka6600 2 ай бұрын
বৰ ভাল লাগিছে বা আজিৰ অনুষ্ঠানটি।নিজেও শিক্ষকতা বৃত্তিৰ সতে জড়িত হৈছো যে,কথাবোৰ নিজৰ নিজৰ যেনেই লাগে।ইমান মৰমলগা আৰু পজিটিভ কথাবোৰ!সৰু সৰু মৰমলগা শব্দৰ ধেমালিবোৰ! সমৃদ্ধ হ'লো সঁ‌চাকৈয়ে🙏🙏
@usersumi552
@usersumi552 2 ай бұрын
প্ৰিয় ব্যক্তিজন❤ ভালে থাকক
@simaentertainment5065
@simaentertainment5065 2 ай бұрын
উফ্❤ দুয়োগৰাকী প্ৰিয় আজি একেলগে । বহুত মৰম দুয়োগৰাকীলৈ ভালে থাকক দুয়ো 🧿❤
@maramibayan4317
@maramibayan4317 2 ай бұрын
প্ৰিয় ব্যক্তিগৰাকী 🥺❤️
@Biki-l9r
@Biki-l9r 2 ай бұрын
খুব ভাল লাগিল❤❤ বহু দিন Comment কৰি আছিলো।🎉 Finally অপেক্ষাৰ অন্ত পৰিল আইচেংফা বা আৰু কৌশিক দাৰ খা তি অসমীয়া ভাষা আৰু সুন্দৰ শৈলী ,ইমান বুকু জু ৰ পেলোৱা কথাই মোক সঁচাকৈ য়ে মুগ্ধ কৰিলে। উপন্যাসৰ মাজতে মই বেছিভাগ সময় থাকো। ❤❤উপন্যাস অবিহনে মই সুখ বিচাৰি নাপাওঁ। আৰু এটা কথা "যাত্ৰাৰ" অতিথি ৰ কথা কিন্তু মানিব লাগিব। প্ৰত্যেক জন ৰ পৰা শিকিব পাৰি। কৌশিক দাক লগ পাব মন আছে ru বা আপোনাকো, বৰ মৰমলগা আপুনি ❤️❤️❤️❤️❤️ 🙏 ❤ "ৰাধা"খন লৈও অপেক্ষাৰত😌 শেষত দুয়ো জন লৈ বহুত শুভেচ্ছা আৰু ধন্যবাদ জনালোঁ।❤️💐💐
@himanghuentertainment1215
@himanghuentertainment1215 2 ай бұрын
ভাল লাগিল।
@PompiGogoi.
@PompiGogoi. 2 ай бұрын
ইমান বেছি ভাল লাগিলে 👍❤️কথা বোৰ ইমান ধুনিয়াকৈ কৈছে শুনি একেবাৰে আমনি নালাগিলে..... কিছুমান প্ৰেমৰ কথা বোৰ মোৰ লগতে বৰ্তমান মিলি আছে.. বহুত বেছি ভাল লাগিলে আগ বাঢ়ি যাওঁক দুয়োজন ❤নিৰিবিলি খনৰ কথা কলে মোৰ কিয় জানো চকু পানী ওলাই মই নাজানো.... মই কিন্তু নিৰিবিলি পঢ়া নাই পঢ়াৰ বহুত মন আছে....
@sikhajyotiborah9945
@sikhajyotiborah9945 2 ай бұрын
তেখেতৰ প্ৰতিটো কথাই অন্তৰ চুই যায়❤
@simaborah-p7p
@simaborah-p7p 2 ай бұрын
Vl lgil episode tu❤❤
@archanachetia423
@archanachetia423 2 ай бұрын
অলপ অলপকৈ চাইছো,,কিজনিবা সোনকালে শেষ হৈ যায়
@liyen728
@liyen728 2 ай бұрын
উত্তৰ বোৰ বৰ ধুনীয়া, প্ৰশ্ন বোৰৰ তাতকৈও বেছি ...🤍
@purnimagogoi6954
@purnimagogoi6954 2 ай бұрын
বৰ ভাল লাগিল ❤
@matu..33
@matu..33 2 ай бұрын
খুব প্ৰিয় নিৰিবিলি ... ❤
@Luna_koch
@Luna_koch 2 ай бұрын
কেতিয়া আৰম্ভ হৈছিল কেতিয়া শেষ হ'ল ধৰিবই নোৱাৰিলোঁ ❤
@JanardanDeka-
@JanardanDeka- 2 ай бұрын
Love this episode ❤❤
@Daisybayan1832
@Daisybayan1832 2 ай бұрын
ৰেন মৌ প্ৰিয়❤ কৌশিক দা প্ৰিয়❤যাত্ৰা প্ৰিয়... আইচেংফা বা আপুনি প্ৰিয়❤❤
@adventuredhiman
@adventuredhiman Ай бұрын
প্ৰিয় বক্তি জন❤
@duttarubi3159
@duttarubi3159 2 ай бұрын
প্ৰিয় ব্যক্তি❤🥺
@bobicreation2480
@bobicreation2480 2 ай бұрын
প্ৰিয় ব্যক্তিজন❤
@munmisaikiamech4409
@munmisaikiamech4409 2 ай бұрын
প্ৰতিটো শব্দই বুকুত লাগে❤
@MridulaBoruah-p5m
@MridulaBoruah-p5m 2 ай бұрын
Apunar kothabur khub val lagil...fasbuk t niyamia koi lekhabur pohu..radha khon poha nai atia pohim
@LinaSaikia-s3h
@LinaSaikia-s3h 2 ай бұрын
বহু অপেক্ষাৰ অন্তত ধন্যবাদ বা ❤
@tanmanasubhasini5949
@tanmanasubhasini5949 2 ай бұрын
Two of my favorite souls!
@nanditadutta6770
@nanditadutta6770 2 ай бұрын
বৰ ভাল লাগিল কথাবোৰ। ❤❤❤
@DitimoniLiksonchetia
@DitimoniLiksonchetia 2 ай бұрын
কথা খিনি শুনি ভাল লাগিলে ❤
@asinstatus
@asinstatus 2 ай бұрын
প্ৰীয় কৌশিক দা ❤😊
@indraneesharma6708
@indraneesharma6708 2 ай бұрын
খুব সুন্দৰ বাৰ্তালাপ
@Rituali-yr7jr
@Rituali-yr7jr 2 ай бұрын
যাক পাব নোৱাৰি ভালপোৱাবোৰ সচাকৈ তেওঁৰ লগতে কিয় হয় বাৰু।
@gargisarma1339
@gargisarma1339 2 ай бұрын
ইমানে ধুনীয়া লাগিলে, ❤❤❤❤❤ মৰম ❤❤
@Pujakashyap.
@Pujakashyap. 2 ай бұрын
বহুত বহুত ধন্যবাদ বা ❤ ভালপোৱা ব্যক্তিজনক মাতি অনা বাবে❤
@RinkuSenapatiborah-ff6bi
@RinkuSenapatiborah-ff6bi Ай бұрын
Hosai bohut morom❤
@DiptiBorah-lt1bu
@DiptiBorah-lt1bu 2 ай бұрын
Bhal lagil
My scorpion was taken away from me 😢
00:55
TyphoonFast 5
Рет қаралды 2,7 МЛН
When you have a very capricious child 😂😘👍
00:16
Like Asiya
Рет қаралды 18 МЛН
The evil clown plays a prank on the angel
00:39
超人夫妇
Рет қаралды 53 МЛН
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН
My scorpion was taken away from me 😢
00:55
TyphoonFast 5
Рет қаралды 2,7 МЛН