নিতুমণি শইকীয়াই অসমৰ মুখ্যমন্ত্ৰী হম বুলি সপোন দেখিছিল কিন্তু আজি কিয় প্রতিদিন টাইমৰ মুখ্য সম্পাদক?

  Рет қаралды 192,895

Mausam - The Speaker

Mausam - The Speaker

Күн бұрын

Пікірлер: 193
@lilikhataniar7292
@lilikhataniar7292 2 жыл бұрын
সুন্দৰ
@bijumonisahariah4429
@bijumonisahariah4429 2 жыл бұрын
Aponar katha bor suni amani nalagea.eman sundar .sadhu koa Jen lagea.God bless you sir
@khagensaikia9184
@khagensaikia9184 2 жыл бұрын
ভাল লাগিল স।ৰ
@bishalandbiswajitblogs1900
@bishalandbiswajitblogs1900 2 жыл бұрын
Val lagile video to
@manojtalukdar6647
@manojtalukdar6647 2 жыл бұрын
ৰাজনীতিলৈ নগৈ সাংবাদিক হোৱাটো সুন্দৰ পদক্ষেপ,, আগবাঢ়ি যাওক 👍👍👍
@gangachetry2710
@gangachetry2710 2 жыл бұрын
Bahut val sir
@junuborah3873
@junuborah3873 2 жыл бұрын
Apunar kotha xur bilak mor babe bhut pryo sir .
@soherali3046
@soherali3046 2 жыл бұрын
Sir you are my best anchor
@rjabhi7869
@rjabhi7869 2 жыл бұрын
You are the best 🤞🤞🤞
@phunukatalukdar4048
@phunukatalukdar4048 2 жыл бұрын
Val lagise dei
@alokeshroy7911
@alokeshroy7911 2 жыл бұрын
Proud of you sir ji
@mompidas9117
@mompidas9117 2 жыл бұрын
Apunak mur bhut vl lage aru apunar ktha huni le huni thakibo mon jai dada
@mamonisaikia39
@mamonisaikia39 2 жыл бұрын
আপুনি এদিন মূখ্য মন্ত্রী হবই আৰু হব লাগিব কথা ভাষা বোৰ বহুত ধুনিয়া এই ৰাষ্ট্ৰা আপোনাৰ কাৰনে শুভ🙏🙏🙏
@m.hussain398
@m.hussain398 2 жыл бұрын
You are my favorite person.
@daibakideka4126
@daibakideka4126 2 жыл бұрын
বহুত ধন্যবাদ, ভগৱানে কুশলে ৰাখক ।যাতে এজন সাহসী সচা অসমীয়া হিচাবে গৌৰৱ কৰিব পাৰো তাৰেই শুভকামনা জনালোঁ
@janmahmudali374
@janmahmudali374 2 жыл бұрын
আপুনি আপত যোগদান কৰক। আপুনি পৰবৰ্তী মুখ্যমন্ত্রী হব পাৰিব অসমৰ।
@bijitkalita5147
@bijitkalita5147 2 жыл бұрын
Val loga manuhjon apuni dada
@shanjaybora2096
@shanjaybora2096 2 жыл бұрын
খুন্দাৰ
@lulalu6707
@lulalu6707 Жыл бұрын
নিতুমনি দা 🌹🌹🌹🌹🌹🌹
@unnatmohan8506
@unnatmohan8506 2 жыл бұрын
মই আপোনাক লৈ গৌৰৱ অনুভৱ কৰোঁ ককাইদেউ।
@alpanahazarika7178
@alpanahazarika7178 2 жыл бұрын
সপোনৰ মিচিকিয়া হাঁহি হঁহুৱাবলৈ যথাৰ্থতে আপুনি শিশু কালৰে পৰা আৰম্ভ কৰি জীৱন গঢ়াৰ মূহুৰ্তবোৰত বহুত জুনুকাৰ জুনজুননি শুনিছিল।যাৰ মধুৰতম শব্দ তৰংগ ই আপোনাৰ অন্তৰৰ অন্তৰতম প্ৰদেশত যি হিল্লোল তুলিছিল, সিয়ে আপোনাক আজি লৈ গৈছে আদৰ্শৰ কঠিন পৰ্বত মূললৈ।য'ত অৱগাহন কৰি আপুনি নিজে ধন্য হোৱাৰ লগতে ধন্য কৰিছে মোৰ দৰে লক্ষ জনৰ অতৃপ্ত জ্ঞানৰ
@soundsliveRinkuDasnazira
@soundsliveRinkuDasnazira 2 жыл бұрын
Right dada
@santanaphukongogoi6525
@santanaphukongogoi6525 2 жыл бұрын
আপোনাৰ কথাবোৰ ইমান ভাল লাগে.
@technicalsupportpro2829
@technicalsupportpro2829 2 жыл бұрын
আপোনাক ৰাজনীতিলৈ অভিনন্দন থাকিল।।।।।। আৰু আমি AAP ৰ জৰিয়তে আপোনাক আমি আমাৰ CM হিচাপে বিচাৰো।।।।। একমাত্ৰ আপুনিয়ে অসম খনক বচাব পাৰে।।।।।।।
@kalpanadeka6201
@kalpanadeka6201 2 жыл бұрын
Mon ase Jodi ahib lage.Rajnitir pothar atiya jur jar muluk tar hoi gol.bhal manuhbilak ulai ahok.jogyy manuh bilak pisuai thake babei ojuggy manuhere sorkarkhon soli ase.mullybridhi rodh korib noware.
@premanandadeori9230
@premanandadeori9230 2 жыл бұрын
Nitu Moni SAIKIA is. Now he is really god
@mohantanath7513
@mohantanath7513 2 жыл бұрын
Sir apunar kothay utsa aru perona diye
@rupambhagabati
@rupambhagabati 2 жыл бұрын
আপুনি ভৱিষ্যতে ৰাজনীতিলৈ যাব নে নাযায়, গ'লেও কোন দলত যোগদান কৰিব এয়া আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত কথা । কিন্তু এজন অসমীয়া হিচাপে মই বিচাৰো যে আপুনি ৰাজনীতিৰ মাজলৈ আহক । কাৰণ বৰ্তমান অসমৰ ৰাজনীতিত আপোনাৰ দৰে ব্যক্তিৰ দৰকাৰ বহুত আছে । অসমত এতিয়া দুই এজনৰ বাহিৰে ভাল ৰাজনৈতিক নেতাৰ বহুত অভাৱ দেখা যায় ।
@midumonichutia6718
@midumonichutia6718 2 жыл бұрын
আপোনাৰ বক্তব্যই অনুপ্ৰাণিত কৰে।‌এখোজ আগুৱাই যাবলৈ সাহস পাওঁ। প্ৰতিটো শব্দই প্ৰেৰণাদায়ক।‌সৰ্ব্বোত্তম, সৰ্ব্বোৎকৃষ্ট।
@kausariftikar3963
@kausariftikar3963 2 жыл бұрын
Glad to hear you..
@nimnitamahanta7390
@nimnitamahanta7390 2 жыл бұрын
Apunar kothabur bohut bhal lage🙏🙏
@nayanart532
@nayanart532 2 жыл бұрын
Bhal lagise aok dorjo thakile nuara Kam nai
@usharanidowerahgogoi790
@usharanidowerahgogoi790 2 жыл бұрын
Apner juktipurno kothabur val Laga apuni ajon val rajnitibid hobo paribo buli Biswas jonma
@nijarabormudoi5044
@nijarabormudoi5044 2 жыл бұрын
Moi apnar kthakhini suni val pao.
@namitagogoi7212
@namitagogoi7212 2 жыл бұрын
Nitumoni dada r logay moi abar kota patible bhut bhut mon goise peles abar
@birurabha6210
@birurabha6210 2 жыл бұрын
আপোনাৰ দেউতাই চাকৰি কৰিছিল তথাপিও আপুনি অভাৱ অনুভৱ কৰিছিল আৰু যিবিলাকৰ দেউতাকে দিন হাজিৰা কৰে তেখেতলোকৰ কেনেকুৱা অভাৱ হ'ব পাৰে আপুনি হয়টো নিশ্চয় বুজিব গতিকে দুখীয়াৰ দুখ বুজি কাম কৰিবৰ কাৰনে আপুনি ৰাজনীতি পথাৰখনত নামক ।
@bhaskarpegu2867
@bhaskarpegu2867 2 жыл бұрын
Hsa kotha koise apuni😍😍😍
@Nibir126
@Nibir126 2 жыл бұрын
অনুপ্ৰাণিত হলো
@medhilogichouse7859
@medhilogichouse7859 2 жыл бұрын
ভাগ্য আপোনাৰ বৰ ভাল। কিন্তু নিজৰ কথা বৰ্ণনা কৰে বহুত নাপাই নিতু ।
@Junti1991
@Junti1991 2 жыл бұрын
জীৱনক নিৰ্দেশনা দিবলৈ এজন পথপ্ৰদৰ্শক প্ৰয়োজন যিটো আপুনি আপোনাৰ পেহাৰ পৰা পাইছিল। সিটো কথা শুনি ভাল।
@jupitorakalita379
@jupitorakalita379 2 жыл бұрын
ছাৰ মই আপোনাৰ ভক্ত.... মইয়ো সাংবাদিক হব বিচাৰো
@aimonihazarika4047
@aimonihazarika4047 2 жыл бұрын
khpun dekhibo pare bohut khpun dekhi kisuman aguai jai
@mboys620
@mboys620 2 жыл бұрын
Bohut Val lagil
@fatikdeka451
@fatikdeka451 2 жыл бұрын
সচা, এটা দৰিদ্ৰ জীৱনৰ অৰ্থ ভবিষ্যতৰ সপোন বোৰ দৰিদ্ৰ কৈ সজোৱাটো নহয়। সপোনেহে মানুহক মানুহ সজায়।
@anisul_fishing1519
@anisul_fishing1519 2 жыл бұрын
Dada aponak log pabo bhut essa ase o
@apurbadeka471
@apurbadeka471 2 жыл бұрын
আপোনাৰ কথাবোৰত কিবা এটা বিচাৰি পাওঁ
@princhigogoi6968
@princhigogoi6968 2 жыл бұрын
আপোনাৰ কথা শৈলী মোৰ বহুত ভাল লাগে ।। আপোনাৰ কথাবোৰে আমাক অনুপ্ৰেৰণা দিয়ে।।
@comedytimetoon
@comedytimetoon 2 жыл бұрын
আপুনি যেনেকৈ কাৰোবাৰ লিখনি পঢ়ি বেছি ভাল পোৱা হৈছে...তেনেহলে বেলেগে কাৰোবাক বেছিকৈ শুনি শুনি ভাল পালে...আপুনি ইতিকিং কৰে..মোৰ দৃষ্টি মূখা পিন্ধা মানুহ যেন লাগে আপোনাক।
@ritamonibhuyan1116
@ritamonibhuyan1116 2 жыл бұрын
Nitumonidar kathaburr porai jibont agbarhi jaboloi sahosh pau.thamoki norob nituda.apuni Amar deshar gourab.
@sahanasaikia9372
@sahanasaikia9372 2 жыл бұрын
Apunar dore manuh e mukhwmontrir upwjuktw.......
@promodborah3768
@promodborah3768 Жыл бұрын
Apunarkothahuni bhaal lahil
@nomitabora4232
@nomitabora4232 2 жыл бұрын
বিখ্যাত হ'বলৈ জেগা লাগে নেকি? গাৱত থকা বোৰ চুক ভেকুলী, হয় জানো নিতু দা
@jintukalita7911
@jintukalita7911 2 жыл бұрын
Ki koi Narayanpur adhyoraaj sampatti buli hunisu family r keneke kole horu family r buli
@jeetamonigogoidutta3799
@jeetamonigogoidutta3799 2 жыл бұрын
ভগৱানে আপোনাক ভালে ৰাখক
@subhashsarma237
@subhashsarma237 2 жыл бұрын
শিক্ষা গুৰু অবিহনে সফলতা লাভ কৰিব পাৰিনে নোৱাৰি?
@kalpanadeka6201
@kalpanadeka6201 2 жыл бұрын
Radio r aji puwa onusthyanot asil nohoy ne.atiyaw Radio r logot jorit manuhkhinie sundor koi chenelbilakot kotha koy.tv r upojogikoi koy.
@imdadulhoque7006
@imdadulhoque7006 2 жыл бұрын
Apunar nisina manuh cm hobo lage
@rashmiborah1103
@rashmiborah1103 2 жыл бұрын
ভাল লাগিল ছাৰ আপোনাৰ সপোন টি কথা জানিব পাৰি মানুহে শুই সপোন দেখাত কৈ কৰ্ম কৰি সপোন দেখিবলৈ চেষ্টাৰ কৰিবলৈ লাগে আপোনাৰ ভাষণে আমাৰ শ্ৰোতা সকলক বহুত সাহস প্ৰেৰণা যোগাইছে আপুনি ভালে থাকক আৰু সদায়েই বাছি খাব আৰু জাগি শুব বুঢ়া লোকে কোৱা কথা শুভ বিয়লি 🙏
@dasbakul5747
@dasbakul5747 2 жыл бұрын
Ajon bhal khudh aru matrivumik bhal puwa khagbadik huwa ata dagr kotha
@poketubegamer2998
@poketubegamer2998 2 жыл бұрын
Apuni APP join korak ,next CM sage apuni hobo paribo, AAPk ejon dynamic leader lage ,mor biswas aponar sapun pura hobo
@Dammcare001
@Dammcare001 2 жыл бұрын
আপোনালৈ অনুৰোধ, মানুহ বাচি লৈ একগোট হৈ এটা নতুন চেনেল খোলক৷ সেই চেনেলৰ মাটি বাৰি বা অন্যান্য কথাবোৰ এনেকোৱাকৈ ঠিক কৰিব যাতে ভবিষ্যতে কোনোৱেই ৰাজপাটত বহি আপোনাৰ চেনেলৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে৷ সুৰুঙা নথব৷ বিশ্বাসকৰক আজিৰ দিনত মই অসমীয়া বাতৰি চনেল এটাও নোচোৱা হলো৷ last আপোনালোকৰ চেনেলেই চাইছিলো৷ এতিয়া তাকো এৰিলো৷
@mridulpayeng5602
@mridulpayeng5602 2 жыл бұрын
right
@mitaliborah9175
@mitaliborah9175 2 жыл бұрын
Right
@amarnath5453
@amarnath5453 2 жыл бұрын
কথা বোৰ মোৰ লগত মিলি গৈছে!! সপোন বহুত আছে অপেক্ষা কৰিছোঁ এটা দিনলৈ ❣️
@sanjeebnath7048
@sanjeebnath7048 2 жыл бұрын
Mnr aakha puron houk apuna
@junglemanfood6133
@junglemanfood6133 2 жыл бұрын
Nitu da hklu kothar manibru nuwaru karn himontor bisir cm hb nuware buli koi sile atia sun cm hol
@binubegum5901
@binubegum5901 2 жыл бұрын
Moi apunar logot kotha patebo besaru ?Kunubai log korai debo parebo na?Jorhator pora koisu.
@ddhemali2.040
@ddhemali2.040 2 жыл бұрын
মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় মানুহজনেই হ'ল নিতুমণি শইকীয়া। ❣️
@north-eastentertainment8895
@north-eastentertainment8895 2 жыл бұрын
Sir, আপোনাৰ কথায় মোৰ জীৱনটো উন্নতিৰ শিখৰলৈ অগ্ৰসৰ হবলৈ মোক নিৰাশ হোৱা মনটোক বৰকৈ প্ৰেৰণা যোগায়। আপোনাক যদিও মই ওচৰৰ পৰা প্ৰত্যক্ষ কৰা নাই কিম্বা লগ পোৱা নাই তথাপি মই আপোনাৰ এজন ভক্ত আৰু আপুনি মোৰ পৰম গুৰু হিচাপে মোৰ হৃদয়ত স্থান দিছোঁ। মই নেজানো আপোনাৰ অনুগামী বা ভক্ত অথবা শিষ্য হোৱাৰ গুণ এই অধমৰ গাত আছে নে নাই! সদৌ শেষত আপোনাৰ শ্ৰিচৰণত প্ৰণাম🛐 জনাই সামৰণি মাৰিছো নমস্কাৰ 🙏
@nabochabukdhara7674
@nabochabukdhara7674 2 жыл бұрын
চাকৰি থকা মানুহ দৰিদ হয় বুলি কয় নে ?
@Rolex1000i
@Rolex1000i 2 жыл бұрын
koi o vai
@bineswarbaro2167
@bineswarbaro2167 2 жыл бұрын
1 job 6 members....??
@tmff4973
@tmff4973 2 жыл бұрын
80, 90 dohokot ajon sakorial person dukhia buli kuwa tu 🤔 20 percent mani lobo pari
@lokmanhakim7517
@lokmanhakim7517 2 жыл бұрын
যদি পাৰে এটা ৰাজনৈতিক দলত যোগদান কৰক , সপোন পূৰ্ণ হ'ব কাৰণ আজিৰ অসমত আপোনাৰ দৰে লোকৰ ৰাজনীতিত দৰকাৰ হৈছে।
@ranigogoi187
@ranigogoi187 2 жыл бұрын
Go ahead,....Nitumoni da
@khyodajuli5759
@khyodajuli5759 2 жыл бұрын
Bhut val lage dada aapunar kta
@ahmodali4855
@ahmodali4855 2 жыл бұрын
CM hobo hole no 1 missa kotha kobo lagebo kintu akhet bhal manuh buli moi janu
@djmanabassam158
@djmanabassam158 2 жыл бұрын
Because...... I don't believe
@kisankonwar467
@kisankonwar467 2 жыл бұрын
Sir 🙏
@mahendrakalita5518
@mahendrakalita5518 2 жыл бұрын
God blessed you
@mirjubora6845
@mirjubora6845 2 жыл бұрын
ভাল লাগিল ।
@imdadali9519
@imdadali9519 2 жыл бұрын
আপোনাক বহ্নত শুধ্বা আৰু ভক্তি কৰো। সহ শিক্ষক নকটানি উচ্চ মাধ্যমিক বিদ্যালয়।শিৱসাগৰ ।
@sattarali-xt5qr
@sattarali-xt5qr 2 жыл бұрын
Too.gentle.prodin.repoter
@biswajitrabhaofficial1142
@biswajitrabhaofficial1142 2 жыл бұрын
মোৰ আটাইতকৈ প্ৰিয় সাংবাদিক মানুহ জনেই হ'ল । নিতুমণি দাদা
@pranjaldeka1559
@pranjaldeka1559 2 жыл бұрын
C.m hoi jaba pare caa andolone r natak khen aarambha kari di aaru natun andolone korib pora chance aahise bhakha dhongokh assamiya bhakha dhangakh hol buli andolone aarambha kori diya lage aami bedekhi bhakh English kom kintu hindi nokou
@bhupenhazarika9733
@bhupenhazarika9733 2 жыл бұрын
Dada vhut Val apunak
@kangkandas9901
@kangkandas9901 2 жыл бұрын
দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাত ম'ই পঢ়া মহাবিদ্যালয়খনত যেতিয়া আপোনাৰ বহুমূলিয়া বক্তৃতা শুনিচিলো তেতিয়াৰপৰাই আজিলৈ আপুনি মোৰ এজন আদৰ্শ ব্যক্তি।
@nothinguser3052
@nothinguser3052 2 жыл бұрын
আপুনি আৰু সেই আগৰ নিতুমণি শইকীয়া হৈ থকা নাই... আপুনিও এতিয়া চৰকাৰৰ এজন ভৰি চেলেকা ৰূপত ধৰা দিছে ... সেই বাবে আজি কালি ভাল নালাগে আপোনাক ।
@santanath8799
@santanath8799 2 жыл бұрын
You are great Dada
@FirozKhan-sb1lz
@FirozKhan-sb1lz 2 жыл бұрын
Dada tmk log dhoribo parim ne.
@runjunkayshap9875
@runjunkayshap9875 2 жыл бұрын
তাৰ কথা শুনিলে সাহস পোৱা যায়! তেওঁই হ'ল Nitumoni Saikia
@bimalpantanty7863
@bimalpantanty7863 2 жыл бұрын
Thank you, ami prerona plu.
@axomiyasuwali6978
@axomiyasuwali6978 2 жыл бұрын
Val lagel sir
@axomiya9799
@axomiya9799 2 жыл бұрын
CM nohowai vle hol .hole sage aru beya hol heten.🙄🙄🙄
@stutibaruah4796
@stutibaruah4796 2 жыл бұрын
Good and gentle person
@FirozKhan-sb1lz
@FirozKhan-sb1lz 2 жыл бұрын
Dada moi firoz akhtar from dhekiajuli. Tmk moi val pau dada.
@pranabdeka2259
@pranabdeka2259 2 жыл бұрын
আপোনাৰ কিছুমান video sai bhut kotha bujib paru dada আপোনাৰ চিন্তা বোৰক সদাই 🙏🙏
@monjitboruah7082
@monjitboruah7082 2 жыл бұрын
🙏🙏🙏🙏👍👍👍👍👍
@guptasarmah8949
@guptasarmah8949 2 жыл бұрын
এটা সময় আছিল নিতুমণি শইকীয়া মানে প্ৰতিদিন টাইম আৰু প্ৰতিদিন টাইম মানে নিতুমণি শইকীয়া। আপোনাৰ নিৰ্ভীকতা আৰু স্পষ্টবাদীতাৰ বাবে প্ৰতিদিন টাইম এটা সময়ত মোৰ অতি আছিল। কিন্তু বৰ্তমান সময়ত প্ৰতিদিন টাইম চৰকাৰৰ ওচৰত বিক্ৰী হোৱা যেন ভাব হয়, যাৰ বাবে আজিকালি অলপ হ'লেও অন্তৰৰ কোনোবা কোণত সেই আগৰ শ্ৰদ্ধা নোহোৱা যেন ভাব হয়।
@daibakideka4126
@daibakideka4126 2 жыл бұрын
ভগৱানে সহায় কৰক তাৰেই শুভকামনা জনালোঁ । আপোনাৰ কথাবোৰে সদায় আমাক প্ৰেৰণা যোগাই আহিছে
@sadhanasultanajehirblogs4600
@sadhanasultanajehirblogs4600 2 жыл бұрын
Sir Namaskar. Aapunar kotha khini khuni bhal lagil Sir. Thank you sir.
@nurjahanahmed2797
@nurjahanahmed2797 2 жыл бұрын
Join app
@gajenmili9490
@gajenmili9490 2 жыл бұрын
Govt servent dukiya lora ???😂
@junmonichangmai9356
@junmonichangmai9356 2 жыл бұрын
You r more than cm .I salute your personality. You will be evergreen.you r in the every heart of people .
@jatindeka6619
@jatindeka6619 2 жыл бұрын
Please join aap. You deserve to be cm of Assam. People of Assam will be happy to get you as cm of our state. You are kattar imandar individual in Assam.
@Kaustavborah123
@Kaustavborah123 2 жыл бұрын
Nitumoni da apuni Aam Aadmi party assam t join houk ruu assam Aap r CM candidate houk karon apunr nisina vll manuh thakile he assam r unnati hbo🙏🏻🙏🏻
@dombarudeori5688
@dombarudeori5688 2 жыл бұрын
Heardly fvrt ❤️
@RATULHALOI156HALOI
@RATULHALOI156HALOI 2 жыл бұрын
Dada dukhiya hoi janma loa Tu bohut Lucky hoy Dukhiya manuhe bohut kotha buji pai o Dada From nalbari❤❤❤
@sabinayesmin8791
@sabinayesmin8791 2 жыл бұрын
Kune ki koi sei sabo nalage , APUNI APP T JOIN KAROK NEXT CM APUNI HUWATO 99% GERENTY INSHALLAH
@simantabora8407
@simantabora8407 2 жыл бұрын
God bless you Saikia sir