কি সুন্দৰ গীত শুনি শুনি হেপাহ নপলাই কথা আৰু সুৰ আপোনাৰ কণ্ঠ লগত❤❤❤❤❤
@Debanganaa90 Жыл бұрын
❤️ সুন্দৰ হৈছে। মোৰ প্ৰিয় গান ❤️
@chanadra Жыл бұрын
উষাৰ শেৱালী সৰে পুৱতিক কন্দুৱাই,সপোন মৰহি মৰে---এটি অতি প্ৰিয় গীত।
@renupravasonowal49503 ай бұрын
উষাৰ নে নিশাৰ?
@avaspotlight4284Ай бұрын
@@renupravasonowal4950 নিশাৰ
@gautamphukan50792 жыл бұрын
Baideo gaan bur mur atikoi prio , baa protitu ganey muk abegik kori tule ,
@anantadutta25962 жыл бұрын
Very heart touching song. She has God gifted talent to sing with perfect feel. I repeatedly listen to this song but every time I listen I get more and more attracted to this. 👍
মনজ্যোৎস্না মহন্ত গোস্বামীৰ এটা চিৰসেউজ গীত। বাইদেউৰ গায়কীৰ অতি উচ্চ মানদণ্ডৰ। থিতাতে কঁপাই তুলিব পৰা গুণ খুউব কম সংখ্যক শিল্পীৰ হে আছে। তেখেতৰ বেছিভাগ গীতেই শ্ৰোতাৰ অতি আদৰৰ।