প্ৰস্তুতি পৰাশৰেও মঞ্চত চলাইছে বাইক আৰু চাৰিচকীয়া বাহন

  Рет қаралды 91,801

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 99
@bhaswatiroy9414
@bhaswatiroy9414 Ай бұрын
নতুনত্ব নহলে সাই ভাল নালাগে , চাৰ্কাছ বুলি কিয় কয় , বেয়া পোৱা বিলাকে নালাগে চাব অহেৰহে কাহিনী চাই থাকিব নোৱাৰি ,নতুন কিবা এটা দেখুৱালে ভাল লাগে , এতিয়া নহৈ বহুত আগৰ পৰাই নতুন অলংকাৰ লৈ বাইদেউ কোৱাৰ নিচিনা, মই এটা কথা কোব খোজো আপোনালোকে সহাঁৰি জনাব এৰি যি টি কিও সোধে , আগুৱাই যোৱাৰ শুভ কামনা হে দিব লগে আৱহনৰ লগতে , অসমৰ সকলো মঞ্চ থিয়েটাৰক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ ❤
@chinmoydas4475
@chinmoydas4475 Ай бұрын
দুৰ্ঘটনা কৈ নাহে আকস্মিক ভাবে হৈ যায় । ইয়াক ইমান নিউজ কৰি থাকিব নালাগে। দুখহে প্ৰকাশ কৰিব লাগে।
@DebabratKalita-n3m
@DebabratKalita-n3m 26 күн бұрын
বা সুন্দৰ
@bhairabbora677
@bhairabbora677 Ай бұрын
আছলতে অভিনয়ত এটাই বাৰ বাৰ হলে আমনি লাগি জাই গতিকে পৰিবৰ্তন হলে ভাল আৰু
@PinkuSaikia-b8j
@PinkuSaikia-b8j Ай бұрын
আৱাহন থিয়েতাৰ যিদিনা প্ৰথম পেনেদেল গাড়ী নিয়া সময়ত গায়ন বায়ন ৰে নটৰাজ ক পূজা অৰ্চনা কৰি আৰম্ভণি কৰা সময়ত যি দৰ্শকে চাইছে গম পাইছে সকলো অপাই অমংগল যেন আঁতৰাই নি সুমঙ্গল আনে আমিও প্ৰাৰ্থনা কৰিছোঁ গোটেই বছৰ যেন সুকলমে পাৰ হৈ লখিমপুৰ আহিলে চাম বাকী প্ৰস্তুতি বা অভিনয় তো মানিব লাগিব ই লগতে সুন্দৰ কে প্ৰযোজনা কৰিছে বহুত বহুত শুভকামনা জনালোঁ
@Niha_barman9230
@Niha_barman9230 Ай бұрын
Dada prostuti baa mur bohut preo hoi baa mur karone hahokh hoi baa love you❤
@debasishagniparasar8457
@debasishagniparasar8457 Ай бұрын
অসমৰ অভিনয় জগতৰ সম্ৰাজ্ঞী ❤❤
@bapiprayag9110
@bapiprayag9110 Ай бұрын
Xunder kotha kaise baideu❤❤❤❤
@MomiKonwar-h9h
@MomiKonwar-h9h Ай бұрын
🔥🔥🔥 Prostuti jui🔥🔥🔥
@dhritishmitabarman9963
@dhritishmitabarman9963 Ай бұрын
Mojja baa pathsala a fast ahe Abhan sabloi bhtoto mojja hey 😌😌😌😌
@assamesedolisa
@assamesedolisa Ай бұрын
অভিনয় নোহোৱা হৈছে। চাৰ্কাছৰ
@Assamvlogs8472
@Assamvlogs8472 Ай бұрын
Hai neki😂
@KANTAKDAS-j2j
@KANTAKDAS-j2j Ай бұрын
BYDO apuni nije bohut jane buli vabe
@MonsumiSaikia
@MonsumiSaikia Ай бұрын
Mur Priyo abhinetrigoraki❤❤sai amoni nalage ❤
@pranjaldas4049
@pranjaldas4049 Ай бұрын
Nice interview
@mridularabha3742
@mridularabha3742 Ай бұрын
ৰাতিপুৱা পাছবজাৰ পৰা লানি নিচিঙা ভিৰ অলপ বেচি হল নেকি সাংবাদিক মহাশয়...?
@gyandeepnath3600
@gyandeepnath3600 Ай бұрын
বেছি হোৱা নাই । সঁচাকৈ পাঁচ বজাৰ পৰাই ভিৰ
@Bhargabassam
@Bhargabassam Ай бұрын
আপুনি ৮ বজাত গৈ চাব চোন এবাৰ Ticket এখন পাই যদি
@purabiagarwal7360
@purabiagarwal7360 Ай бұрын
Best actor prastuti baa
@ranigogoi187
@ranigogoi187 Ай бұрын
Positive Answers
@mukulborpatra2546
@mukulborpatra2546 Ай бұрын
Really
@dulaldas717
@dulaldas717 Ай бұрын
লেডী ডাইনা নাটখন হেলিকপ্টাৰ আৰু চাৰি চকী য়া বাহন দেখুৱাইছে
@mridularabha3742
@mridularabha3742 Ай бұрын
আপোনাৰ নাটক চাই বোলে কোনোবাৰ কিবা হৈছে কথা টো সছা নে...?
@RahulDas-ps1fb
@RahulDas-ps1fb Ай бұрын
টেকনিকেল কেৱল মঞ্চত হব লাগে।পাটচালাবাসী গাৱঁলীয়া ভোদা হৈ আছে সেইকাৰণে চাব যায়। একটা শৈলীৰে অভিনয়। আমনিদায়ক। সন্ধ্যাতৰা খন ভাল হৈছিল।
@prabinmallabaruah8845
@prabinmallabaruah8845 Ай бұрын
এতিয়া ভ্ৰাম্যমাণ "থিয়েটাৰ" নকৈ "চাৰ্কাছ" বুলি কব লাগে - এই মন্তব্য শুনিলোঁ এই বছৰ নাটক চোৱা দৰ্শকৰ পৰা । দুখ লাগিল ।
@MaayurDeka
@MaayurDeka Ай бұрын
Nai huwa tenekuwa nohole theatreok notun projonmoi aakuwalie nolobo tetia theatre naikia hoi jabo dekhun
@Gunjan_Bordoloi_channel
@Gunjan_Bordoloi_channel Ай бұрын
নাটকে হওঁক বা থিয়েটাৰে হওঁক মই হলে চামে
@Gunjan_Bordoloi_channel
@Gunjan_Bordoloi_channel Ай бұрын
চাৰ্কাছ
@MaayurDeka
@MaayurDeka Ай бұрын
@@Gunjan_Bordoloi_channel circus ketiyar pora enekuwa hol
@Gunjan_Bordoloi_channel
@Gunjan_Bordoloi_channel Ай бұрын
@@MaayurDeka আধুনিক যোগ চলি যায় মানি লওক । বাক মই ভালে পাওঁ থিয়েটাৰ ভাল লাগে
@santanugogoi9904
@santanugogoi9904 Ай бұрын
টেকনিকেল থাকক ভাল লাগে কিন্তু কিছু কিছু থিয়েটাৰত অভিনয় মাদকতা পোৱা নাযায়, অতি ৰঞ্জিত নাচ গান বিলাক কমাই দিব লাগে তাৰ সলনি আগৰ দৰে নাটকৰ আগতে ভাল শিক্ষা মূলক নৃত্য নাটিকা আগবঢ়াওক
@uray4644
@uray4644 Ай бұрын
🔥🔥🔥🔥
@BikashDas-d5y
@BikashDas-d5y Ай бұрын
Poriyal r lgt sab olp nuwara hoisi r
@runumisarmah6003
@runumisarmah6003 Ай бұрын
ঘটনা এটি যে ঘটিল সেইটোৰ বিষয়ে একো নকলে পৰাশৰে দুখ নালাগিব নে
@dimbendrasankarbora-er2zq
@dimbendrasankarbora-er2zq Ай бұрын
Too excessive.Need not do so.Most people do not like this at all except few.
@BubulNath-r9k
@BubulNath-r9k Ай бұрын
ছাৰ্কৰ নাসাও থিয়েটাৰৰ হে ছাম
@anupgogoi3178
@anupgogoi3178 Ай бұрын
Prostuti baa acting is good❤❤❤
@ramcharanrajbongshi1212
@ramcharanrajbongshi1212 Ай бұрын
❤❤❤❤❤❤
@dibyajitnath8304
@dibyajitnath8304 Ай бұрын
সময় আৰু টকাৰ অপব্যয়....মাত্ৰ কিছুমান হৈ হাল্লা..আৰু ৫% টেক্নলজি ৯৫ % থেলা হেচা...একো গঠনমূলক আদৰ্শ নাই...অন্য ৰাজ্যত নথকা এক ঐতিহ্য..য'ত একেখন তিৰপালৰ তলতে ধনঘটাৰ এক বৃহৎ যন্ত্ৰ...একেই কাহিনী একেই সাজ সজ্জা...মাত্ৰ কপি পেষ্ট..কিবা বেলেগ হ'ব বুলি চাব (চাম)..দেখিব গটানুগটিকতকৈ নিম্নমানৰ...আভোৱা ভৰাত কিন্তু শ্ৰেষ্ঠ..মোৰ ব্যক্তিগত ধাৰণা যোৱা ৬/৭ বছৰৰ এই চাকাৰ্চ খেলাখনত...
@r.g9532
@r.g9532 Ай бұрын
Hengool a fali bo ai bar ❤
@dibyajitnath8304
@dibyajitnath8304 Ай бұрын
হেই চলোৱা নাই..ঠেলি নিছে..ঠেলা ঠেলি...টকা ঘটাৰ প্ৰথা..অভিনয় ৫%
@narayannath1749
@narayannath1749 Ай бұрын
ফটকা ফুটি চকুত পৰিল, এগৰাকী মহিলাৰ মাঠা ফাটি গল, এই বিষয়ে প্ৰস্তুতি পৰাশৰৰ মন্তব্য হল-"এইবোৰ হয় যায় আৰু, আমাৰো আৰ্টিচৰ গাত পৰে ।" বক্তব্যত আঘাত পোৱা ব্যক্তিৰ প্ৰতি কোনো সহানুভুতি বা আন্তৰিকতা প্ৰকাশ কৰা নেদেখিলো,
@Tapanbaruah-dq3to
@Tapanbaruah-dq3to Ай бұрын
চালে বেৰে কোবোৱা কথা কলে ভাল নালাগে।আজিকালি নাটক বোৰৰ অৰ্থ নাই ।সেইবাবে কিছুমান অলাগতিয়াল বস্তু দেখুৱাই মানুহক বেঙা বনাই ছে। নাটক কেতিয়াও চিনেমা নহয়।
@KripalDas-mr5te
@KripalDas-mr5te Ай бұрын
সেইবুলি দৰ্শকক বম মাৰি আঘতপ্ৰাপ্ত কৰিবি নেকি চাল্লা ।।
@sanjibdeka311
@sanjibdeka311 Ай бұрын
Aito khosa kotha j only gaan borot he enekowa techniques used kore but natokor majot kintu kone o kora nai...
@opsankat4870
@opsankat4870 Ай бұрын
Bea coment dia buraloi thu karan assomiya. Kisumaan manuhe nije kariba nuara kaam aane karile pukar jale. Prastuti bahut sundari hoi nijar mukh khan sale gam pa ba. Ok
@PabitraKalita-hy9we
@PabitraKalita-hy9we Ай бұрын
আগৰ থিয়েটাত অভিনেত্ৰী অভিনেতা সকলে কষ্ট কৰিছিল , আজি কালি নাচ গানতেই সামৰি থয় । কৰিস্মাৰ নামৰ দৰে। পুলক ফুকন ৰ স্বামী থাকিও বিধবা নাটক খনত কৰা অভিনয় আজিও পাহৰিবলৈ পৰা নাই।
@PabitraKalita-hy9we
@PabitraKalita-hy9we Ай бұрын
এতিয়া হাতী , ঘোঁৰা লৈ আহিলে হ'ল।
@PabitraKalita-hy9we
@PabitraKalita-hy9we Ай бұрын
নাটিকা টো চাবি নোৱাৰে। ধৰ্মমুলক নাটিকা টো কি নৃত্য।
@MoniBora-z5x
@MoniBora-z5x Ай бұрын
Kam nathaka manuha sabo
@TaralaMedhi
@TaralaMedhi Ай бұрын
Gelari pora ulale hakoluwe usor pora teo dekha pai, moi vabu aitu valle korise, teu acting bahut vall lage
@dipumpbora7904
@dipumpbora7904 Ай бұрын
ইমান ফটুৱামি ভাল নালাগে , প্ৰায় কমাই দিলোঁ নাটক চোৱা , চুৰ চুৰ নাটক , 😅😂 তথাপিও অলংকাৰ বোৰ ভাল হলে ভাল , 😂😂😂
@biswajitbarman8748
@biswajitbarman8748 Ай бұрын
Ganor dance bilag Asomiya sador makhala pindhi dance koribolaga
@khargebarman9006
@khargebarman9006 Ай бұрын
চাৰ্কাজ হল নেকি থিয়েটাৰ????????
@MaayurDeka
@MaayurDeka Ай бұрын
Nai huwa tenekuwa nohole theatreok notun projonmoi aakuwalie nolobo tetia theatre naikia hoi jabo dekhun
@ajitmoran1521
@ajitmoran1521 Ай бұрын
এই টো বুঢী হল । আমনি লাগিছে ।নতুনক দৰকাৰ । হৰি নাম ল । হব হ ব।
@MaayurDeka
@MaayurDeka Ай бұрын
Obhinoyt age nasai manuhr physique aru talent sai apunar nisina porha khuna koraluke eneke third class kotha kole kenekuwa lagibo boyokh teor he hoise teor characteror huwa nai . Burhi hole kiba obhinoy baat diye neki
@NamamiNamami-j7m
@NamamiNamami-j7m Ай бұрын
আপোনাৰ চিন্তা ধাৰা মনিছোঁ মহাশয় ।প্ৰস্তুতি বা আমাৰ গৌৰৱ এগৰাকী অভিনেত্ৰীক এনেকৈ কবলে আপোনাৰ এবাৰো বেয়া নালাগিল নে
@barashamedhi8279
@barashamedhi8279 Ай бұрын
Amoni lagise jodi soboloi kio ahiso? Dhik manosikotar manuh...
@NitulNitul-m3p
@NitulNitul-m3p Ай бұрын
বয়স হলেও ইমান ধুনীয়া হৈ আছে প্ৰস্তুতি বা ইমান ধুনীয়া অভিনয় নতুন কোনোবা আহিলেও কেতিয়াও প্ৰস্তুতি বা হব নোৱাৰে । আপোনাৰ এতিয়া কোন বুঢ়ী হৈছে কোন গাভৰু হৈ হেইয়া চাই থাকিবলৈ লাজ লগা নাই আপোনাৰ এই বয়সত আপুনি কি ডেকা হৈ আছে আপোনাৰ কি হৰি নাম লোৱা বয়স হোৱা নাই । হৰি নাম লোৱা বয়স নাথাকে আপুনি বুঢ়ী গাভৰু নাচাই হৰি নামকে লওক সোণ পাপ খণ্ডন হব। লাজ ও নাপাই এই মানুহ বোৰে বুঢ়ী গাভৰু চাবলে চি চি
@bhargabkalita9541
@bhargabkalita9541 Ай бұрын
Ty o horir nm lob hol kio mbl comeme lekhi aso horir nm lob ty. Baidor dore matha ase neki tur
@parashgogoi2076
@parashgogoi2076 Ай бұрын
Aijonik sabole Val nologa hol
@AjijulHoque-j2i
@AjijulHoque-j2i Ай бұрын
Toi nasale hol
@toraburagohain4665
@toraburagohain4665 Ай бұрын
Toi nasabe
@Manash-protim-borah
@Manash-protim-borah Ай бұрын
Toi প্ৰস্তুতি বাৰ যোগ্য নহয় so তেনেকৈ নকবি।
@Saya_official_123
@Saya_official_123 Ай бұрын
Saok ajikalir dinot prastuti baar nisina strong woman nohoua hoise so manuhor mukhot aibur xuva napai . agote teor nisina hoi dekhaouk tar pisot kole he xuva pabo 👍
@padmadhartalukdar8047
@padmadhartalukdar8047 Ай бұрын
এতিয়াৰ থিয়েটাৰ বোৰে চাৰ্কাছ দেখুৱায় নে নাটক দেখুৱায়?
@bitupanphukon6329
@bitupanphukon6329 Ай бұрын
এইজনী অভিনয় চাই ভাল নলগা হল । থিয়েটাৰ খনত কিবা এটা নতুনত্ব পাম ভাবো কিন্তু একেবোৰেই ।
@MaayurDeka
@MaayurDeka Ай бұрын
Duibosoror pora tu bohut notun bostu ahil teor abhinoytu bohut change ahil apuni he gom napai sage atiyau tu prastuti buli kole belek rupot houseful hoi
@manjugogoi5366
@manjugogoi5366 Ай бұрын
Manuh kio ahe , kak saboloi ahe. , ticket paboloi nai
@manjugogoi5366
@manjugogoi5366 Ай бұрын
Tumi nasalei hol 😅
@ASSAM_999_RIDER
@ASSAM_999_RIDER Ай бұрын
Toi koirbi na 😢
@bitupanphukon6329
@bitupanphukon6329 Ай бұрын
@@ASSAM_999_RIDER tuk koi ki lav..koru nokoru
@pranjeetdas5249
@pranjeetdas5249 Ай бұрын
অত' বছৰৰ পৰা একেই acting .. একেবাৰে ভাল নলগা হল
@MaayurDeka
@MaayurDeka Ай бұрын
Dubosoror pora sun acting style change hole apuni gomei napai
@chandraanitadas9937
@chandraanitadas9937 Ай бұрын
Burhi pori jetiya kokaltu bhangibo tetiya gom pabo.ei joni a etiyau nijoke 20 bosoriya suwali buli bhabe.
@ashimvlog5187
@ashimvlog5187 Ай бұрын
Tor hexini xahox ase jno
@pramoddeka4285
@pramoddeka4285 Ай бұрын
one of 420 Actress 4r me
Help Me Celebrate! 😍🙏
00:35
Alan Chikin Chow
Рет қаралды 89 МЛН
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 269 #shorts
00:26
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 262 #shorts
00:20