Maanuh komile je mulyo vridhhi komibo ki guarantee ase??
@neone47598 ай бұрын
@@rajborborua8689 , Sorkare manuh komabor babei Covid19 vaccine dise , 2035 manor vitorot 20% minimum komoar plan . Aasol problem tu 140 crore janahankhya tu , Family hok ba Dekh , janahankhya kom hobo lage .
@rajeshhazarika16638 ай бұрын
তাৰ মানে ঘৈনীয়েৰাক খোৱাব নোৱাৰা তুমি😂
@neone47598 ай бұрын
@@rajeshhazarika1663 , সমান অধিকাৰ আৰু দ্বায়িত্ববোধত মই বিশ্বাসী ।
@neone47598 ай бұрын
@@rajborborua8689 , জনসংখ্যা বৃদ্ধিয়ে পৃথিৱীৰ সকলো সমস্যাৰ মূল ।
@Bigbossjhvfuik8 ай бұрын
বিয়া পাতিবলৈ ভয় ই হৈছে পাই
@bmohanta90078 ай бұрын
BJP t ai bilak swavabik kotha aikali😂😂😂😂😂😂
@pranavdutta43278 ай бұрын
moja reporter dai kin2 excellent.....
@jitendrarabha46608 ай бұрын
মহিলা সকল ভাগ্যৱান
@hasinursheikh56448 ай бұрын
News r Dio sir k bohut bohut Thanks...Apoanar voice very good 👍
কলে বেয়া হ'ব বা শুনিবলৈকো বেয়া , মানে কোন গৰাকী তিৰোতা ভাল আৰু কোন গৰাকী বেয়া , সেয়াই বাচনি কৰিবলৈ এই যে বাইদেউ গৰাকী ক ৰাজনীতি পথাৰ খনলৈ কোনোবাই টো আনিছিল। ঠিক সেইদৰে সকলো ইচ্ছোক তিৰোতা বাইদেউ সকলক এই ক্ষেত্ৰ খনলৈ লৈ আহিলে ই কোন গৰাকী ভাল কোন গৰাকী বেয়া উলাই পৰে । সেই বুলিয়েই সকলোৱেই যে এনেকুৱা তেনে নহয় কিন্তু । মতে বুঢ়া লোকে কয় গৈছে , এপাছি শাকত কোনো এটা শাক বেয়া থাকিলেই পাছলৈ সকলো বোৰ শাকেই বেয়া হৈ যাব পাৰে ।
@DollyBoro-pz9tp4 ай бұрын
Aapunar katha khini val lage de
@SHAHBAZ_51528 ай бұрын
TAPA TAP TAPA TAP
@BijoySarmah-pt9bm8 ай бұрын
Moja dilok
@ashddbhhcccucujv10455 ай бұрын
A mojja
@pradunmayadutta40748 ай бұрын
ইমান সুন্দৰ কলাত্মক বিৱৰণ 😅
@Aban-zm9re8 ай бұрын
নিউজ বিলাক বৰ ধুনিয়া কৈ পঢ়ে দেই
@nayan.j8 ай бұрын
ব ত এ কাৰে বে তালব্য শ, তাত য্য কাৰ, া কাৰ😂😂
@sohanmajhi76158 ай бұрын
মা নেৰু চালকে কৈছিল মই নেৰু😂
@ashinikumargogoi8 ай бұрын
নাজিৰ মানেই....❤
@shyamalbiswas14498 ай бұрын
Apuni bor dhunia batori koi dei
@dearzindagi50758 ай бұрын
News poha jon😂😂😂😂🔥🔥
@rantunath69188 ай бұрын
মা নিৰু ৰ চালকে কেতিয়াও নেৰু বুলি সপত খাইছিল😂
@northeastindia2798 ай бұрын
Bjp নেত্ৰীৰ ঘৰৰ অৱস্থা।।
@nobody__1788 ай бұрын
এনেকৈ আমোদ দি থাকিব আপোনালোকে
@dhruvaborah54398 ай бұрын
😂😂😂
@assam20068 ай бұрын
ইয়াৰ বাবে কংগ্ৰেছ দায়ি
@BoluramCharoh5 ай бұрын
Boriya lage dada apunar news tuk
@boddeswarkaman52668 ай бұрын
🤣😂😂🤣😂😂...Ki je goti ...hei hori ramo Prema nandi kalang me Pani aa gaya Mera gamusa bhi khul Gaya yeh dekh...😂😂😂😂
@SumitSaikia1018 ай бұрын
😂😂
@JayPegu3218 ай бұрын
বাতৰি পঢ়া জনৰ ষ্টাইল ভাল লাগিল । কিন্তু তেনে বেয়া চৰিত্ৰৰ মাইকী বোৰক কিয় চেহেৰা ঢাকি দিয়ে ,কিয়নো পুৰুষ হলে ঢাকি নিদিয়ে মহিলা হলে ঢাকি দিয়ে সেইবোৰ কি নিয়ম । গতিকে, যিসকলে অপকৰ্মত লিপ্ত হৈছে পুৰুষ অথবা মহিলা যি নহওঁক চেহেৰা ঢাকিব নালাগে ।।।
@akandas95967 ай бұрын
Moja
@gaganborah89076 ай бұрын
Ha ha 😝😝😝😝😝 biddho prem
@rajibbormedhi86388 ай бұрын
কলা ৰঙ দি কিন্তু ভাল বছালে দেই? মানে 👐✋
@rakeshkumardas16218 ай бұрын
Kiman dhuniya news to edit korise.. excellent reporter
@hemenbaruah45208 ай бұрын
Najir Da....voie lgi gol
@phatiksaikia93408 ай бұрын
মা নিৰু চালকে মই নেৰো বুলি কথা দিছিল এওক বোলে...😂😢
@Jupitèr2728DJ8 ай бұрын
Najir da jui 😂
@moromi5358 ай бұрын
Babu is back😂😂😂😂
@KusalsonowalАй бұрын
মুখখন্ কিয় দেখুৱা নাই
@kaushiktalukdar31358 ай бұрын
ডাঙৰীয়া আহিছে আঁতৰি দিয়ক!!! আঁতৰি দিয়ক
@jbchannel60768 ай бұрын
Reel বনোৱা মাইকী বেলেগলে যাবই সেইটো একো ডাঙৰ কথা নহয়।
@rajeshhazarika16638 ай бұрын
হয়
@popysaikia8336 ай бұрын
😂😂😂😂😂😂blg dhunia ke koi dyi huni e thkibo mon jai
@absrontu40948 ай бұрын
ৰাইজ ডাঙৰীয়া আহিছে আঁতৰি দিয়ক 😱😱🐴🐴🐴
@rontuhazarika6398 ай бұрын
Good
@kuldeepkalita40578 ай бұрын
Serious issue rising all over India 🫡
@digennath4978 ай бұрын
বেজি দিব নাজানে
@anjanborah62098 ай бұрын
Umm se2 vul tewr.
@rajeshhazarika16638 ай бұрын
হয় আচল কাৰণ সেইটোৱে
@IndrajitSaikia-t6y8 ай бұрын
Maiki Joni gat dhok nai ... Mota2 rati aahibo buli vabi vabi kiman nu bagana Mari ba aaru