অনা অসমীয়াৰ গুণ্ডামিৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাজপথত খিলঞ্জীয়াৰ প্ৰতিবাদী মিচিল!

  Рет қаралды 222,255

NorthEast Now

NorthEast Now

Күн бұрын

📌অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত বিশাল প্ৰতিবাদ!
📌শিৱসাগৰৰ ৰাজপথত ৩০ টাকৈ জাতীয় দল-সংগঠনৰ একত্ৰ প্ৰতিবাদ!
📌স্বতস্ফূত ভাৱে ওলাই আহিল হাজাৰ হাজাৰ জনতা!
📌ঐতিহাসিক শিৱ দৌলৰ সন্মুখত সমবেত শিৱসাগৰবাসী।
📌শিৱসাগৰৰ মাজমজিয়াত ১৩ আগষ্টত বহিৰাগতৰ দলবদ্ধ আক্ৰমনৰ বলি হৈছিল এগৰাকী নাবালিকা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ।
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 1 000
@arotigogoi6053
@arotigogoi6053 28 күн бұрын
অতি সুন্দৰ পদক্ষেপ ,আমি সদায়েই অসমীয়া,অসম আমাৰ। জয় আই অসম।👍🏼
@juntidutta2551
@juntidutta2551 28 күн бұрын
বঢ়িয়া,,,,সকলো জিলাতে আৰম্ভ হব লাগে
@UjjakDas
@UjjakDas 28 күн бұрын
Jorhat ot hua dorkar ase
@rishavsharma6875
@rishavsharma6875 28 күн бұрын
​@parthapbdhurbri tu gutei Mita humai ase
@user-qm7jv6wz2e
@user-qm7jv6wz2e 28 күн бұрын
Right ✅️. Jorhat hobo lage
@DhemajiTraditionalmekelasador
@DhemajiTraditionalmekelasador 28 күн бұрын
Sobote
@akmulhussain1336
@akmulhussain1336 28 күн бұрын
​@@rishavsharma6875mokkel Dhubri te agor porai miya prodhan asil ase aru thakibo..1206 r porai miya asil
@dipendrasinghadeka5608
@dipendrasinghadeka5608 28 күн бұрын
অসমীয়া মানুহৰ অৱস্থা সঁচাকৈয়ে বৰ দুখ লগা,আহি থকা দিনত এনে বহু লাজ লগা ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় , আমি সকলোৱে এক গোট হৈ থিয় দিব লাগিব।জয় আই অসম।
@dibakarmali5637
@dibakarmali5637 28 күн бұрын
সুন্দৰ পদক্ষেপ। অসমৰ প্ৰতিজন খিলঞ্জীয়া অসমীয়াই এনেদৰে সাহস গোটাব লাগিব। অন্যথা অসমীয়া জাতি নিঃশেষ হোৱাৰ পথত। জয় আই অসম।
@keteki99
@keteki99 28 күн бұрын
ঐ আৰু বাংলাদেশী মিঞাবোৰ ৰ কি হ’ব ৷
@nilelbart9514
@nilelbart9514 28 күн бұрын
​​@@keteki99double engine,r sorkar ase sorkare xedibo
@keteki99
@keteki99 27 күн бұрын
​@@nilelbart9514 হয় নেকি গেদা ৷
@Jr.Prasad07
@Jr.Prasad07 27 күн бұрын
​@@keteki99they don't have guts to look into that
@karanrajkhowa5084
@karanrajkhowa5084 26 күн бұрын
Toi burbok niki?​@@keteki99
@sunitgogoi5506
@sunitgogoi5506 29 күн бұрын
সাম্প্ৰতিক সঠিক উদ্যোগ। থলগিৰি সুৰক্ষিত থাকিব লাগিব।
@viralvideos-nm6gm
@viralvideos-nm6gm 28 күн бұрын
জয় আই অসম।। প্ৰতিটো জিলাতে সেই আন্দোলন আৰম্ভ হব লাগে।।।
@anjanasom-t4z
@anjanasom-t4z 28 күн бұрын
ঠিক কৈছে
@viralvideos-nm6gm
@viralvideos-nm6gm 28 күн бұрын
আমাৰ লাচিত বৰফুকন দেৱ অকল শিৱসাগৰতে যুজ দিয়া নাছিল।।। সমগ্র অসমীয়াই আজি উলাই যাবলৈ সময় হল।।। অসমৰ চুকে কোনে অনা অসমীয়াৰ গুণ্ডা গীৰি দিনক দিনে বৃদ্ধি পাইছে।।। লাচিতৰ দেশৰ ডেকা লৰা মই মোৰ তেজ আজি হিৰ হিৰাই গৈছে।।। জই আই অসম।।
@rahuljaiker7851
@rahuljaiker7851 28 күн бұрын
Hoi de sudirvai okl ture khojuti bsi
@smrjt9102
@smrjt9102 28 күн бұрын
Yes start diya sob district t protibadi
@ice-creams-are-not-real
@ice-creams-are-not-real 28 күн бұрын
​​@@rahuljaiker7851ঐ ৰেণ্ডীৰ অবৈধ পোৱালী, বাহিৰৰ মানুহ অসমত আছ যেতিয়া অসমীয়াৰ ভৰি চেলেকি থাক, নহলে ক'ত হেৰাবি কোনেও বিছাৰি নাপাব।
@padmapaninath
@padmapaninath 28 күн бұрын
শিৱসাগৰৰ পৰা জিলায়ে জিলায়ে বিয়পাই দিয়ক এই জাতীয় চেতনাৰ সাংগঠনিকতা
@ArindomsaikiaJunak
@ArindomsaikiaJunak 28 күн бұрын
Jorhat Tu laga
@bhupenkakati-v2v
@bhupenkakati-v2v 29 күн бұрын
জয় আই অসম। মোৰ দেশ মোৰ মাটি।
@sonamtapan1361
@sonamtapan1361 28 күн бұрын
গোতেই অসম নিষিদ্ধ কৰক। জয় আই অসম ❤
@ganesdeka3892
@ganesdeka3892 28 күн бұрын
Very nice decision অাৰু কব যদি কোনোবা অনা অসমীয়ে অসমীয়া ছোৱালীক বেয়া চকুৰে চাই সেই পৰিয়ালটোৱে অসম বা শিৱসাগৰ এৰিব লাগিব ।একেবাৰে তালি টপালি লৈ ।
@keteki99
@keteki99 28 күн бұрын
আজি অনাঅসমীয়া নহৈ যদি এটা বেলেগ ধৰ্মৰে ব্যক্তিয়ে এইটো কাম কৰা হ’লে শৃংখল চলিহাৰ ওলাই আহি মাত মাতিবলৈ 100 বাৰ ভাবিলে হেতেন ৷
@Zannat-ro8bq
@Zannat-ro8bq 22 күн бұрын
Suwali kotu xurokhito nai...doxik shasti dia tu kotha...
@medinitalukdar4873
@medinitalukdar4873 28 күн бұрын
❤❤থল গিৰি খিলঞ্জীয়া অসমীয়া জিন্দাবাদ। খিলঞ্জীয়া অসমীয়া সুৰক্ষিত থাকিব লাগিব। জয় আই অসম
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 28 күн бұрын
শিৱসাগৰৰ পৌৰসভাত মাৰুৱৰীয়ে কি কৰিব গৈ আছে তাৰে খবৰ লওক৷ অকল শিৱসাগৰে নহয় সদৌ অসমতে চলি আছে৷
@gaurisankarbrahma1384
@gaurisankarbrahma1384 28 күн бұрын
গোটেই অসমত লাচিত সেনাৰ নিয়ম লগো কৰিব লাগে ।
@LohitChelleng-r5q
@LohitChelleng-r5q 28 күн бұрын
All over Assam.. Let us obey and follow the rules of Lachit Sena .
@bhaviks5213
@bhaviks5213 28 күн бұрын
100 percent with immediate effect.
@thecrunchlator2500
@thecrunchlator2500 28 күн бұрын
Thik koise
@anupsonowal2797
@anupsonowal2797 27 күн бұрын
Hoi koribo Lage...
@violeenalaskar3742
@violeenalaskar3742 28 күн бұрын
শিৱসাগৰ খনকে অসম বুলি ভাবিলে নহ'ব সকলো জিলাতে ইয়াৰ প্ৰভাৱ দেখাৱলাগে।জয় আই অসম।
@koenigseggaggeraarr782
@koenigseggaggeraarr782 28 күн бұрын
অতি সুন্দৰ পদক্ষেপ। সকলোৱে মাৰোৱাৰী ব্যৱসায়ীৰ পৰা বস্তু কিনা বন্ধ কৰক
@DinoChutia
@DinoChutia 28 күн бұрын
পুলিচ বহিৰাগত গোলাম ।অসমীয়াৰ প্ৰধান শত্ৰু পুলিচ ।
@dr.jainuddinislam3275
@dr.jainuddinislam3275 28 күн бұрын
জয় আই অসম। অসমত অসমীয়াৰ সন্মান সদায় আগত।❤
@guptasarmah8949
@guptasarmah8949 28 күн бұрын
অসমতেই অসমীয়া তথা খিলঞ্জীয়া লোকৰ ওপৰত অনা অসমীয়া লোকে অত্যাচাৰ কৰিবলৈ সাহস ক'ত পালে। অসমৰ মেৰুদণ্ডহীন নেতা তথা চৰকাৰ প্ৰশাসনে খিলঞ্জীয়া লোকক সুৰক্ষা দিয়াৰ পৰিবৰ্তে অনা অসমীয়াৰ ওচৰত আঠু লোৱাৰ বাবেই আজি এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। ব'ল ব'মৰ নামত মদ ভং খাই উচ্চ স্বৰত ডি, জে আদি বজাই অনা অসমীয়াই কৰা উদ্ভণ্ডালিও সীমা চেৰাই যোৱা দেখা গৈছে । এইবিলাক সময়ত নিয়ন্ত্রণ কৰিব নোৱাৰিলে , এদিন হয়তো পৰিস্থিতি ভয়াবহ দিশে গতি কৰিব।
@mukibulhussain2622
@mukibulhussain2622 29 күн бұрын
জয আই অসম
@mrigenbarman2641
@mrigenbarman2641 28 күн бұрын
ধন্যবাদ শিৱসাগৰ ৰাইজ জয় আই অসম ❤
@rajpegu2575
@rajpegu2575 28 күн бұрын
ভাল পদক্ষেপ জিলা জিলাই সকলোৱে আহিৱ লাগে তেতিয়া ই অসম জীয়াই থাকিব
@gimeabhi46
@gimeabhi46 27 күн бұрын
যোৰহাট town খনলৈও অলপ মন কৰিব লগা হল টাউন খনত যাবয়ে নোৱাৰি , গোটেই বিহাৰী মাৰোৱাৰী, ব্যৱসায়ী, population ত সিহঁতৰ সংখ্যাহে বেছি আৰু সিহঁতৰ দম কি চাব, আৰু জেগাবোৰো মাৰোৱাৰী পত্তী, বাবু পত্তি এইবোৰ নাম উঠাই দিব লাগে. কথাটো গুৰুত্ব সহকাৰে লয় যেন 🙏
@SriArunjyotiDeka
@SriArunjyotiDeka 29 күн бұрын
জয় আই অসম ,
@jmdanceacademytinsukia4533
@jmdanceacademytinsukia4533 28 күн бұрын
I m bengali and i love assamese culture and respect assamise culture... dada ekdam thik koi ase.... love u dada
@mgnkl
@mgnkl 28 күн бұрын
If you think like this u r one of us, Joi Aai Axom
@jmdanceacademytinsukia4533
@jmdanceacademytinsukia4533 28 күн бұрын
@@mgnkl yes I m bengali but my heart ❤️ is assamese and I born in assam tinsukia joi I axom
@brokenbrookie6943
@brokenbrookie6943 29 күн бұрын
একমত ৷
@DineshchandraDeka-ni4hm
@DineshchandraDeka-ni4hm 28 күн бұрын
অতি সুন্দৰ প্ৰচেষ্টা।
@dulenmohan6426
@dulenmohan6426 28 күн бұрын
জয় আই অসম 👍👍👍❤️❤️👍 কথাখিনি শুনি ভাল লাগিল 👍❤️❤️ আমি অসমীয়া আমাৰ অসম হৈ থাকক।❤❤❤❤❤❤ গোটেই অসমত হ'ব লাগে । নহ'লে ক'ৰবাত ফুৰিবলৈ যাবলৈ ভয় লাগে 💕💕💕💕💕
@bhaskarborah4254
@bhaskarborah4254 28 күн бұрын
ও আমাৰ প্ৰীয়জনগন আমি গাম তোমাৰেই গান।ভুপেন দা, জয় আই অসম
@user-xo2ly7cu7t
@user-xo2ly7cu7t 28 күн бұрын
সুন্দৰ পদক্ষেপ। জয় আই অসম
@nekiburrahman356
@nekiburrahman356 27 күн бұрын
আমি ইয়াৰ বাবে মৰিবলৈ সাজু আছো।জয় আই অসম❤love from hajo(kamrup)
@SaudiArab4090
@SaudiArab4090 28 күн бұрын
বঢ়িয়া।অসমীয়া সজাগ হোৱাৰ সময় আহি গৈছে বৰ্তমান।
@RanjitDas-ni7eb
@RanjitDas-ni7eb 23 күн бұрын
ধুনীয়া পদক্ষেপ সুন্দৰ জয় আই অসম
@sid70734
@sid70734 25 күн бұрын
জয় আই অসম। জয়তো বীৰ লাচিত সেনা।
@ramchandradeka6315
@ramchandradeka6315 28 күн бұрын
এই আন্দোলন শিৱসাগৰৰ পৰাই অসমৰ প্ৰতিখন জিলাই জিলাই আগুৱাই নিব লাগে।
@Siv766
@Siv766 26 күн бұрын
Yes,you are right
@ajitsarma8237
@ajitsarma8237 29 күн бұрын
জয় আই অসম ❤
@rono993
@rono993 28 күн бұрын
That's why development is not seeing for many decades 😢
@kalyankonwar2574
@kalyankonwar2574 29 күн бұрын
জয় আই অসম🙏
@punyakonwar41
@punyakonwar41 28 күн бұрын
দেৰিকৈ হলেও উচিত সিদ্ধান্ত আমাৰ ৰাইজেই বহিৰাগত লোকক ভোট দি ইতিমধ্যে মন্ত্রী,বিধায়ক পাতিছেই |
@Jaiaiaxom12
@Jaiaiaxom12 29 күн бұрын
জয় আই অসম
@Sumankolita-nb9jf
@Sumankolita-nb9jf 25 күн бұрын
অতি সুন্দৰ কঠা কয়চে আপুনি কিন্তূ জয় আই অসম
@jadavnath4360
@jadavnath4360 28 күн бұрын
গোটেই অসমতে হ‌ওঁক এই সংগ্ৰাম।
@dhrubadutta789
@dhrubadutta789 28 күн бұрын
মই নিজেই গৰিহণা দিছোঁ এজনী খিলঞ্জীয়া ছোৱালীক কোনোবাই মাৰিব আৰু আমি চাই থাকিম হবই নোৱাৰে কিন্তু এটা protest আমিও বিচাৰিছোঁ গোৱালপাৰাত হবলৈ কিয়নো মিয়া চেলেঞ্জ কৰিছে গোৱালপাৰাত হিন্দু খিলঞ্জীয়া থাকিব দিয়া নহব শৃংখল চলিহাক তাত গৈ আন্দোলন কৰিবলৈ দাবী জনালোঁ
@ManasSarmah
@ManasSarmah 29 күн бұрын
ভাষা আন্দোলনৰ শ্বহীদ ৰণজিৎ বৰপূজাৰীৰ নামৰে নামাকৰণ কৰক।
@binapanitalukdarbinapanita2559
@binapanitalukdarbinapanita2559 28 күн бұрын
মজা,মজা, গুদ দিচিছন , আমিও আপোনালোকৰ লগত আছো।মই গুৱাহাটিৰ পৰা কৈছো।এইটো আৰু কলপ আগৰ পৰাই আৰাম্ভ কৰিব লাগিছিল।কৰণ আগতেই বহুতেই হ'ল।
@bimalboruah9507
@bimalboruah9507 29 күн бұрын
Bir laachit sena Jindabad .
@4u206
@4u206 29 күн бұрын
একমত ।❤
@buliborah5758
@buliborah5758 28 күн бұрын
ভাল পদক্ষেপ । জয় আই অসম 🙏🙏সকলো ওলাই আহক 🙏
@takitakiyoutubechannel115
@takitakiyoutubechannel115 28 күн бұрын
জয় আই অসম। অসমৰ সকলো ঠাইতে এই আন্দোলন হ'ব লাগে।
@Sima.1234
@Sima.1234 28 күн бұрын
সকলো জিলাতে এইলোকৰ সংগঠন থাকিব লাগে,
@Entertainment-d5n
@Entertainment-d5n 28 күн бұрын
অতি সুন্দৰ দাদা সকলো জিলাতে প্ৰতিবাদ কৰিব লাগে।।। জয় আই অসম।।।
@bijitsaikia1491
@bijitsaikia1491 28 күн бұрын
এজন অসমীয়া হিচাপে বহুত গৌৰৱ অনুভৱ কৰিছোঁ!!
@dulenmohan6426
@dulenmohan6426 28 күн бұрын
জয় আই অসম জিন্দাবাদ 👍❤️💕💕 অসমীয়া প্ৰথম আৰু সদায় 👍👍👍
@dipankargogoi7240
@dipankargogoi7240 27 күн бұрын
এইটো এটা ভাল পদক্ষেপ...... জয় আই অসম
@dipengogoi5076
@dipengogoi5076 28 күн бұрын
মুখ্য মন্ত্ৰীয়ে ৰাইজৰ অসমীয়া লগ দিয়ক খিলঞ্জীয়া জনগোষ্ঠী লগদিয়ক বহিৰাগত অসম পুলিচ প্ৰশাসনেগৰুপিতন দিয়া জেলত ন জামিন কৰক বহিৰাইজত পুলিচ প্ৰশাসন মুখ্য মন্ত্ৰীয় সকল বহিৰাগত ৰাইজৰ লগত থাকে অসম মন্ত্ৰী বিয়াক সকলেও বহিৰাগত খেদি অসমীয়া ৰাইজ লগ দিয়ক। মাৰোৱাৰি প্ৰতি নাম সলাই দিয়ক তিনিচুকীয়া বিহাৰি খেদক।
@ramchandradeka6315
@ramchandradeka6315 28 күн бұрын
পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ দ্বাৰা অসমৰ গাঁৱে -ভূঁৱে এনেৰেগা আঁচনিৰ দ্বাৰা যিবোৰ কাম কৰি থকা হৈ আছে,সেই কামৰ যিবোৰ নামফলক লিখা হয় সেই বোৰতো অসমীয়া ভাষাত লিখিবলৈ চৰকাৰক বাধ্য কৰাব লাগে।
@jaijaganath7481
@jaijaganath7481 28 күн бұрын
ভাল কৰিছে। অসমৰ অসমীয়া ৰ ডেকাই বজাৰ দোকান চলাই যেন।
@ProbalKhataniar
@ProbalKhataniar 28 күн бұрын
অসমীয়া জাতিসত্বা শুদ্ধভাৱে ৰক্ষা কৰাটো প্ৰধান কৰ্ম❤
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf 28 күн бұрын
Khub bhal hoise
@user-hh2vg6zf2c
@user-hh2vg6zf2c 28 күн бұрын
জয়।আই।অসম।
@VlogersManob6
@VlogersManob6 28 күн бұрын
সুন্দৰ পদক্ষেপ ❤ জয় আই অসম✊
@JasmineAhmed-i2k
@JasmineAhmed-i2k 28 күн бұрын
I love you Singkhal...u r Great person in our Shivasagar...I Salute you
@SanjayBoro-vz5dd
@SanjayBoro-vz5dd 28 күн бұрын
বহুত ভাল সিদ্ধান্ত
@Kittufun7312
@Kittufun7312 28 күн бұрын
শৃংখল দা বঢ়িয়া।
@rituparnabhardwaj760
@rituparnabhardwaj760 28 күн бұрын
ভাল কৰিছে, জয় আই অসম ✊️
@manashsaikia2881
@manashsaikia2881 28 күн бұрын
Very nice❤
@NirenRay-bx9lb
@NirenRay-bx9lb 28 күн бұрын
। জয় আই অসম উচিত বিচাৰ হব লাগে চাৰ
@JatinKotoky
@JatinKotoky 28 күн бұрын
আমি সদায় শিৱসাগৰৰ আছিলো। এতিয়া চৰাইদেউ, সদায় সহযোগিতা সদায় আছে আৰু থাকিব
@ajitsarma8237
@ajitsarma8237 29 күн бұрын
Jai Ai Asom❤🙏
@moyurpabonboruah6209
@moyurpabonboruah6209 28 күн бұрын
শিৱসাগৰ ৰ পৰা আৰম্ভনি ❤ জয় আই অসম
@cyber9345
@cyber9345 28 күн бұрын
Very good steps....salute to sringhol n all our brothers 🙏
@jitubordoloi3037
@jitubordoloi3037 28 күн бұрын
সুন্দৰ পদক্ষেপ। সকলো জিলাত এই পদক্ষেপ ল'ব লাগে।
@BhadrakantaBorah-m8b
@BhadrakantaBorah-m8b 28 күн бұрын
আমাৰ লক্ষ্মীম পুৰৰ বাবে এই জাগ্রত সংগঠনৰ সহায়তা বিশেষ ভাবে আবৈশ্যক হৈছে, ধন্যবাদ।।লক্ষ্মীমপুৰ জিলাৰ অন্তৰ্ভুক্ত কেবা খনু থাইত যেনে---> লালুক, হৰমতি, বানদৰ দেৱা,বঙাল মৰা, বিহপুৰীয়া ইত্যাদি ইত্যাদি জেগাত অনা অসমীয়াৰ মুলতেই মুছলিম সকলে,থলুৱা খিলঞ্জীয়া হিন্দু মানুহৰ উপৰত বহু সংখ্যকে অসয়ভালি অত্যাচাৰৰ তান্ডব কৰা দেখা পোৱা যায়।।
@beautygogoi1395
@beautygogoi1395 28 күн бұрын
ঠিক কথা কৈছে ।
@user-qo5kx1gx2w
@user-qo5kx1gx2w 28 күн бұрын
বহিৰাগত বনিয়াৰ প্ৰতিষ্টানৰ পৰা সামগ্ৰী কিনা ৰাইজে বৰ্জন কৰা হওঁক।ধন্যবাদ।
@niranjansaikia24
@niranjansaikia24 28 күн бұрын
সুন্দৰ পদক্ষেপ
@sushilnarzary1002
@sushilnarzary1002 28 күн бұрын
Right, Axomor khilonjiyai jagise aru jagiboi 👍👍👍
@warsonronghang4469
@warsonronghang4469 26 күн бұрын
The people of Sivsagar has showed a great unity. Thanks to all 👏👍
@mxritul
@mxritul 28 күн бұрын
মজ্জা, অতি সুন্দৰ পদক্ষেপ
@bibekbora806
@bibekbora806 28 күн бұрын
সুন্দৰ পদক্ষেপ 🫂🫶🏻 জয় আই অসম ✊🏻🫂
@makrijabegum7286
@makrijabegum7286 28 күн бұрын
Very well decition
@Mmdsmemories
@Mmdsmemories 24 күн бұрын
বহুত বঢ়িয়া, "জয় আই অসম" ।
@abhijitgogoi16
@abhijitgogoi16 28 күн бұрын
শিৱসাগৰ বাসী আৰ্হি হওক অসমীয়াৰ বাবে
@apurbasarma7358
@apurbasarma7358 28 күн бұрын
Jai aai Assam. Jai Sibsagar. Jai lachit sena, Jai srinkhal saliha. 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
@BiswajitChutia-h8v
@BiswajitChutia-h8v 29 күн бұрын
Good step
@tazulislam3615
@tazulislam3615 28 күн бұрын
Sundor podokhep I agree with you
@Extremecreator-x8i
@Extremecreator-x8i 28 күн бұрын
এই বহিৰাগত অসমৰ পৰা খেদিব লাগে জয় আই অসম ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@achuyatsaikia3912
@achuyatsaikia3912 26 күн бұрын
সুন্দৰ পদক্ষেপ। আদৰণি জনাইছো।
@RahulSonowalRahulSonowal-mx4zr
@RahulSonowalRahulSonowal-mx4zr 28 күн бұрын
Yes dada bohut val katha
@AjitSaikai
@AjitSaikai 28 күн бұрын
আন্দোলনৰ প্ৰভাৱ সমগ্ৰ অসমতে প্ৰয়োজন।
@AbdulSahez
@AbdulSahez 28 күн бұрын
অসমীয়া জিন্দাবাদ ।
@JakirHussain-nh7ho
@JakirHussain-nh7ho 28 күн бұрын
কি জে হল অসমীআইৰ সন্তানে ৰাজ পথত পতিবাদ কৰিব লগা হল । জয় আই অসম
@hiranmayedeka2520
@hiranmayedeka2520 28 күн бұрын
চিংগল চলিহাক বহুত বহুত ধন্যবাদ জয় আই অসম। অখিল গগৈ শিবসাগৰৰ বিধায়ক হৈ মিয়াৰ হৈ ঠিয় দিয়ে।
@user-yt5fb5cf3b
@user-yt5fb5cf3b 28 күн бұрын
এই আন্দোলন শিৱসাগৰতে নহয় গোটেই অসম জুৰি আন্দোলনৰ আশা কৰিলো ।জয় আই অসম।
@TCF573
@TCF573 28 күн бұрын
We all are in support .. Of u .
@asomiaasom6008
@asomiaasom6008 28 күн бұрын
বিদেশী বহিৰাগতৰ চুৱাচেলেকা নেতা মন্ত্ৰী বিধায়ক চৰকাৰ প্ৰশাসন আৰক্ষীবোৰে বা কিমান বেয়া পাইছে এনে আন্দোলন দেখি ?বিদেশী বহিৰাগতৰ চুৱাচেলেকা চৰকাৰ প্ৰশাসন আৰক্ষীয়ে বিদেকী বহিৰাগৰ সপক্ষত ৰক্ষনাবেক্ষণ দি লাঠিচাৰ্জ কৰিবলৈ আহিছেনে নাই ?সাবধান বহিৰাগতৰ ৰক্ষক চুৱাচেলেকা কুকুৰ বোৰ আহি বহিৰাগতৰ হৈ ওলাই আহিছেনে নাই ?অসমত বিদেশী বহিৰাগতই উৎপাত দাদাগিৰি উপদ্ৰপ কৰিবলৈ সাহস পায় চুৱাচেলেকা কুকুৰ ঐূইি নেতা মন্ত্ৰী বিধায়ক আৰক্ষী প্ৰশাসনৰ বাবে ।এয়া শুভ লক্ষণ এক শক্তি ।জয় আই অসম ।
@jyotishmangogoi2365
@jyotishmangogoi2365 28 күн бұрын
Good decision ❤
@JayashreeDas-tj7jv
@JayashreeDas-tj7jv 27 күн бұрын
এবাৰ বৰপেটাৰ খৱৰ লওক মহাশয়😢
@umandailyvlogs5996
@umandailyvlogs5996 29 күн бұрын
Bhal kotha
@Gpegu1990
@Gpegu1990 28 күн бұрын
মিঞাৰ বিৰুদ্ধেও পদক্ষেপ লওক। 😅
@bhaviks5213
@bhaviks5213 28 күн бұрын
Pise tumaluke bjp kio vote dsila beta, ghorot mati sudabole?
@nilelbart9514
@nilelbart9514 28 күн бұрын
Sivasagar,t Miya nai Marwari, Hindu Bongal Geda, Bhojpuri eibur he ase
@sumanborgohain90
@sumanborgohain90 28 күн бұрын
We r sivsagariyan ..good job
@rinjukalita6873
@rinjukalita6873 24 күн бұрын
গুৱাহাটীৰ ঠায়ে ঠায়ে এনে প্ৰতিবাদৰ বৰ প্ৰয়োজন হৈছে
Секрет фокусника! #shorts
00:15
Роман Magic
Рет қаралды 102 МЛН
Minecraft Creeper Family is back! #minecraft #funny #memes
00:26
Or is Harriet Quinn good? #cosplay#joker #Harriet Quinn
00:20
佐助与鸣人
Рет қаралды 54 МЛН
Секрет фокусника! #shorts
00:15
Роман Magic
Рет қаралды 102 МЛН